প্ৰতি বছৰৰ ফাগুন মাহত কিয় মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ নাম কীৰ্তন ভাগ অনুস্থিত কৰা হয়?

  Рет қаралды 3,237

Pinkul Biswanath

Pinkul Biswanath

Күн бұрын

প্ৰতি বছৰৰ ফাগুন মাহত কিয় মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ বাৰ্ষিক নাম কীৰ্তন ভাগ অনুস্থিত কৰা হয়? মায়ামৰা বৈষ্ণৱ ধৰ্মত গুৰুজনাৰ নাম কীৰ্তনত কি কি নীতি নিয়ম আছে?

Пікірлер: 18
@jayantachetia4488
@jayantachetia4488 18 күн бұрын
কৃষ্ণ কৃষ্ণ,কৃষ্ণ সকলো ভ্ক্তৰ লগতে প্রভূ জনাৰ চৰণ কমল ও সহস্র প্রণাম লগতে আদি গুৰু সকললৈ ধন্যবাদ
@maneswardas4196
@maneswardas4196 11 ай бұрын
কৃঞ্চ কৃঞ্চ কৃঞ্চ কৃঞ্চ কৃঞ্চ বহুত সুন্দৰ হৈছে। অনিৰুদ্ধ দেৱ নাহৰ আটী থান। মনেশ্বৰ মুক্তিাৰ।
@pinkulbiswanath2158
@pinkulbiswanath2158 11 ай бұрын
ধন্যবাদ
@taraborah
@taraborah Жыл бұрын
ভালা লাগিল চাই
@pinkulbiswanath2158
@pinkulbiswanath2158 Жыл бұрын
ধন্যবাদ বাইদেউ পাৰিলে share koribo dei
@kulanathdas2580
@kulanathdas2580 Жыл бұрын
ভাল লাগিল চাই ।
@pinkulbiswanath2158
@pinkulbiswanath2158 Жыл бұрын
Thank you
@BaneswarKonwar-s2c
@BaneswarKonwar-s2c Жыл бұрын
এই পাতিলে জনাব দেই চাবলৈ যাম ? সুন্দৰ পৰিবেশ
@pinkulbiswanath2158
@pinkulbiswanath2158 Жыл бұрын
Sure fagunor mahot hoi
@dulumonidas5963
@dulumonidas5963 Жыл бұрын
🙏🙏🙏
@pinkulbiswanath2158
@pinkulbiswanath2158 Жыл бұрын
❤❤❤
@ChayaRani-ye7yu
@ChayaRani-ye7yu 2 ай бұрын
কত হৈছে নাম ভাগ জনাৱ
@pinkulbiswanath2158
@pinkulbiswanath2158 2 ай бұрын
Biswanath chriali Biswanath ghat
@lambsawardas-bg5gs
@lambsawardas-bg5gs Жыл бұрын
Porvu jonak hewa jonaisu dohutia cuk tinsukia
@pinkulbiswanath2158
@pinkulbiswanath2158 Жыл бұрын
ধন্যবাদ
@sunmonivlogs9653
@sunmonivlogs9653 Жыл бұрын
আমাৰ ফালেও ফাগুন মাহত নাম কীৰ্তন কৰা হয় একেই নিয়ম আৰু নীলমণি খুৱাক নিমন্ত্ৰন কৰো। কীৰ্তন ভাগলৈ সেয়া জনালোঁ🙏
@pinkulbiswanath2158
@pinkulbiswanath2158 Жыл бұрын
Kot ghor tumar ?
@sunmonivlogs9653
@sunmonivlogs9653 Жыл бұрын
@@pinkulbiswanath2158 নগাঁও কামপুৰৰ হয়।
Assamese people living Myanmar(2)
15:18
Binti Engtipi
Рет қаралды 6 М.
POV: Your kids ask to play the claw machine
00:20
Hungry FAM
Рет қаралды 16 МЛН
Фейковый воришка 😂
00:51
КАРЕНА МАКАРЕНА
Рет қаралды 7 МЛН
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 195 МЛН
BHOJ DOHA GAYAN BAYAN DIBRUGARH ASSAM 🥁🪘
53:59
The Biker Dude
Рет қаралды 1,8 М.
অনিৰুদ্ধ দেৱৰ গীত 🙏(কল্যাণ)
10:55
ANIRUDDHA PRODUCTION
Рет қаралды 3,8 М.
POV: Your kids ask to play the claw machine
00:20
Hungry FAM
Рет қаралды 16 МЛН