Рет қаралды 37,938
অপেক্ষাৰ অন্ত...
১৯ জুলাইত মুক্তি লাভ কৰিব বহু অপেক্ষিত ছবি ‘বিদুৰভাই’
আজি ‘প্রতিদিন টাইম’ৰ ষ্টুডিঅ’ত ‘টীম বিদুৰভাই’
ৱেব ছিৰিজৰ পৰা ছবিলৈ এক দীঘলীয়া যাত্রা
কি নতুনত্ব পাব ‘বিদুৰভাই’ত- ক’ব পৰিচালক সুব্রত কাকতিয়ে
আৰম্ভণিৰে পৰা জড়িত আচুৰ্য বৰপাত্রৰ কি আহ্বান দৰ্শকৰ প্রতি?
আচুৰ্যই গাব ‘পে পে নে নে’, ৰেপ গাই সংগ দিব সুব্রতই
কি কি নতুন চৰিত্র দেখা পোৱা যাব ‘বিদুৰভাই’ত?
‘বিদুৰভাই’ৰ প্রতিটো গীতে ছুপাৰ হিট কিয়?
হাঁহি-ধেমালিৰে ৯জন সদস্যই কৈ যাব নিজ নিজ অভিজ্ঞতাৰ কথা
আজি ‘বিদুৰভাই’ৰ কথাৰে বিশেষ অনুষ্ঠান
জুবি শইকীয়াৰ সৈতে ‘বিদুৰভাই’
#pratidintime #assamnesws #biduebhai