No video

"Team বিদুৰভাই"ৰ সৈতে বাৰ্তালাপ।

  Рет қаралды 617,159

BAARTA LAAP

BAARTA LAAP

Ай бұрын

Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap #assameseinterview #assamesepodcast

Пікірлер: 680
@prachurjyatalukdar8447
@prachurjyatalukdar8447 Ай бұрын
বিদুৰভাই টীমটো বহুত শক্তিশালী। এইটোৱে তেওঁ‌লোকৰ শক্তি। শুভেচ্ছা সদায় থাকিব।
@rantubormon7840
@rantubormon7840 13 күн бұрын
বিদুৰভাই জুই
@abinashsarmahtravelwithabh9010
@abinashsarmahtravelwithabh9010 Ай бұрын
এ বৰপাত্ৰ‌ দা জুই 🔥 গোলাঘাটীয়ান Warriors...... ❤ Team BIDURBHAI 🎉
@achyutdutta2458
@achyutdutta2458 22 күн бұрын
বাস্তৱ সমসাময়িক ছবি বিদূৰভাই,বহুত ভাল লাগিল ।আৰু আটাইতকৈ ভাল লগা সংলাপটো হৈছে:-"মহাভাৰত"ৰ বিদূৰৰ কথা জান? শ্ৰীকৃষ্ণই দিয়া আটাইতকৈ শক্তিশালী ধনুখন থকা সত্বেও পাণ্ডৱৰ হৈও যুঁজিব নোৱাৰিলে,পৰিস্থিতিয়ে নকলে আৰু কৌৰৱৰ হৈও যুঁজিব নোৱাৰিলে, বিবেকে নকলে।একেদৰে আমিও সেই বিদূৰৰ দৰেই,ভাল মানুহ হব নোৱাৰিলো পৰিস্থিতিয়ে নকলে,বেয়াও হব নোৱাৰিলোঁ,কাৰণ বিবেকে নকলে । "বিদূৰভাই"ৰ দৰে এখন ছবিত যে এনেকুৱা এক সংলাপ।উফ,,,,Love you all Bidurbhai Team❤❤
@nilkamalbhuyan9507
@nilkamalbhuyan9507 22 күн бұрын
প্ৰথম বাৰৰ বাবে তেনেকুৱা এটা সংলাপ শুনিবলৈ পালো, জোঁকাৰি গ'ল
@bhabanitakalita4942
@bhabanitakalita4942 17 күн бұрын
আৰু আমাৰ হাত ত থকা অস্ত্ৰ পাত Vote "
@babygogoi2357
@babygogoi2357 13 күн бұрын
@ritahazarika6108
@ritahazarika6108 Ай бұрын
বিদুৰভাই চাবলৈ আগ্ৰহী হৈ আছো ৷সুব্ৰতৰ বিষয়বস্তু বোৰ সুকীয়া গাওঁত সচৰাচৰ হৈ থকা ঘটনাবোৰকে কাহিনী আকাৰে দেখুৱাই সেইবাবে ভাল লাগে ৷আটাইকে শুভকামনা জনালো৷👍
@PadminiKalita-o9f
@PadminiKalita-o9f 22 күн бұрын
Radha Krishna
@dipumpbora7904
@dipumpbora7904 Ай бұрын
Golaghotiya বুলি কৈ কিবা এটা ভাল লাগিছে ❤ Suv team জুই জয় Golaghotiya জয় বিদুৰভাই ❤
@JCUfilm777
@JCUfilm777 Ай бұрын
আমাৰ গোলাঘাটৰ বিদুৰ্ভাই সকলে like কৰা।❤
@maharathiff5562
@maharathiff5562 11 күн бұрын
Achurjya ghr r usort mur ghr❤❤❤
@futakopal850
@futakopal850 Ай бұрын
চক্ৰ দা এবাৰো skip নকৰাকৈ চাইছোঁ বিদুৰভাই টিম তোক শুভেচ্ছা জ্ঞাপন কৰিলো,,,, Love from Sarupathar❤️❤️❤️❤️
@jyotibordoloi4071
@jyotibordoloi4071 Ай бұрын
বিদুৰভাই আগতে 6ভাগ চালো বহুত ভাল লাগিল আৰু চাও চাও লাগিছিল ইমানেই ভাল অভিনয় সকলোৱে চিনেমা চামেই
@parashjyotidutta-ys4up
@parashjyotidutta-ys4up Ай бұрын
বিদুৰভাই বাবে ৰৈ আছো ❤ অসমত জুই ❤লগাব বিদুৰভাইয়ে 💓💓💓 বিদুৰভাই পডকাচ ৰ নঠিফিকেচন পাইয়ে আহিছো ❤
@putulgogoi5386
@putulgogoi5386 Ай бұрын
দীক্ষু দাৰ বৌ জনি বৰ ৰসাল দেই বৌ বাবে এটা like কৰি দিয়ক
@user-zl9xo7yl4o
@user-zl9xo7yl4o Ай бұрын
পংকজ মহন্ত -- মোৰ খুব ভাল লাগিল। গোটেই টিমটোৰ ভিতৰত।
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi Ай бұрын
গোলাঘটীয়া এক আবেগ❤
@nabajyotiofficial6125
@nabajyotiofficial6125 Ай бұрын
Akdm🎉
@pragyajyotihazarika5992
@pragyajyotihazarika5992 Ай бұрын
Mm hoi diyok ❤️
@mohonjyotidoley
@mohonjyotidoley Ай бұрын
from golaghat
@mintus1947
@mintus1947 28 күн бұрын
Golaghat r Gita a sale hol
@anamikagogoi8106
@anamikagogoi8106 28 күн бұрын
Golaghat hisape gourob koru❤ek abeg
@dipankarboruah751
@dipankarboruah751 25 күн бұрын
SUV being the Rohit Shetty of Assamese film Industry ❤🔥.... Beauty
@subornagogoi4194
@subornagogoi4194 Ай бұрын
বহুত ভাল লাগিল চাই। মই আৰু এটা কথা মন কৰিলো আমাৰ বাইলুং বাইদেউৱে কিন্ত আনৰ আঙুলি ফুটাই ভাল পায়😂😂শুভেচ্ছা থাকিল বহুত ❤❤❤
@biruvaibiruson.8207
@biruvaibiruson.8207 Ай бұрын
বিদুৰভাইয়ে জুই লগাব অসমত... গোলাঘাট ❤
@roshmireelvideo8961
@roshmireelvideo8961 Ай бұрын
Golaghatr kun kun asa like kora❤
@gokulassam522
@gokulassam522 Ай бұрын
প্ৰথমবাৰলৈ এনেকোৱা এটা কথোপকথন চালো ভাল লাগিল ❤🔥 কটা কটি নাই প্ৰথম পৰা শেষলৈকে চাই থাকিলো 😍😍
@monjurikagogoi1406
@monjurikagogoi1406 Ай бұрын
বি উপসৰ্গ দুৰ শব্দ=বিদুৰ, দুৰৰ নহয় মৰমৰ ভাই। শুভেচ্ছা জনালোঁ
@monujpatra1551
@monujpatra1551 Ай бұрын
Golaghatr manuh bur rakhal bidurbhai Sai gam paisu aru taloi goiu gam palu...atia mor priy Thay hoise golaghat....akou juwa hubhagya hoi j🙏🙏
@Jharnaborahvlog
@Jharnaborahvlog Ай бұрын
Emn dhuniwa koi Golaghat r bihoe kua babe dhynabad, from bokakhat
@monuranjan_sarmah_official5170
@monuranjan_sarmah_official5170 Ай бұрын
Moiu golaghat 😊
@pp-ow2wu
@pp-ow2wu Ай бұрын
Ghor goalpara Golaghat r buari hbloi goi asu dei
@BiswajitGogoi-eh6hh
@BiswajitGogoi-eh6hh Ай бұрын
​@@pp-ow2wu hoi neki Ba Advance congratulations ❤❤
@axomiyavines3147
@axomiyavines3147 Ай бұрын
Amr Guwahati khon khli upper Assam manuh di boineksuda
@ultimatecreation....
@ultimatecreation.... Ай бұрын
Even “বিদুৰ” মহাভাৰতৰ এটা চৰিত্ৰও আছে ৷❤
@JobInformationByPuja
@JobInformationByPuja 22 күн бұрын
Film khnt aitu kua hoise.
@ultimatecreation....
@ultimatecreation.... 22 күн бұрын
@@JobInformationByPuja umm hoii
@abhilashaassam8030
@abhilashaassam8030 16 күн бұрын
Aei tu bidurbhai t asei
@biswajitgogoi7747
@biswajitgogoi7747 12 күн бұрын
Superb movie....with superb Bidur bhai Team....aji loike Bidur bhai dare cinema sai pua nasilu... Bohut bhal lagile 💖💖💖🔥🔥🔥👍
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL Ай бұрын
বিদুৰভাই পৰিয়ালৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো❤🙏
@biswajyotibora6820
@biswajyotibora6820 Ай бұрын
Bidurbhai SuperDuper SuperHit hobo....All the very best to the whole team 👍 eagerly waiting for the 1st day 1st show
@kushalbora2553
@kushalbora2553 Ай бұрын
আমি গোলাঘাটৰ মানুহ চামেই বিদূৰভাই মেইন
@priyankaboruah1195
@priyankaboruah1195 Ай бұрын
Bohut wait kori asu bidurbhai websirise khnon saute vabisilu aikhon cinema huwa hole bt atiya hol so bht excited hoi asu sabo bht morom bidurbhai tim aru SUV lv frm jorhat ❤️
@anamikagogoi8106
@anamikagogoi8106 28 күн бұрын
Golaghator hisape bohhut gourob koru❤❤ kun kun golaghator like kora
@abhijeetchoudhury27
@abhijeetchoudhury27 22 күн бұрын
Moi nohoi
@GoutamNeog-pz6gt
@GoutamNeog-pz6gt 15 күн бұрын
Moi golaghatar
@krishnaakalita5178
@krishnaakalita5178 5 күн бұрын
পংকজ মহন্তৰ মাতটো ইমান ধুনীয়া.... এবাৰ শুনিলে শুনি থাকিব মন যায়। নিতু দাক খুব ভাল লাগে। Suv and teamলৈ বহুত বহুত শুভেচ্ছা থাকিল। এবাৰ চাই হেঁপাহ পেলোৱা নাই 'বিদূৰ ভাই'....অপূৰ্ব সুন্দৰ হৈছে। হিয়াভৰা মৰম বৰপেটাৰ পৰা❤❤❤❤❤❤
@medhi2580
@medhi2580 Ай бұрын
Achurjya Da Moi Apunar Huge / Big / Bigest Friend ..... Love From Morigaon.....Love Your Voice, Style, Lifestyle, Hairstyle....etc
@DipjyotiRabha-nd9wk
@DipjyotiRabha-nd9wk Ай бұрын
Bidurvai saboloi exaitet hui asu dada 💚
@lahorigaming4230
@lahorigaming4230 24 күн бұрын
মহাভাৰতত এজন বিদুৰ আছিল ।তেওৰ হাতত শ্ৰীকৃষ্ণৰ পৰা পোৱা এপাত মহান অস্ত আছিল হলেও তেও কুৰুক্ষেত্ৰ ৰণত ভাগ লব পৰা নাছিল কাৰণ পাণ্ডৱৰ পক্ষ লৈ যুজিবলৈ তেওক কৌৰবে দিয়া নাছিল আৰু কৌৰবৰ পক্ষ লৈ যুজিবলৈ তেওক বিবেক কোৱা নাছিল। ঠিক একেদৰে আমিও বৰ্তমান সময়তো আমাৰ হাতত থকা "ভোট" নামৰ মহান অস্তডাল থাকিও আমি ন্যায়ৰ পক্ষতো নাযাও বা নাথাকো আৰু অন্যায়ৰ বিৰোধিতাও নকৰো , অন্যায়ৰ বিৰুদ্বে মাতো নামাতো চকু মুদা কুলি আমি সেইবাবে আমি বিদুৰভাই 😊
@prachurjyatalukdar8447
@prachurjyatalukdar8447 Ай бұрын
Sobe aami Bidurbhaai . . Logot Bitul daak miss korilu. . .
@digantadawo6548
@digantadawo6548 4 күн бұрын
গোলাঘটীয়াসকলে অসমৰ ৰাইজলৈ ইমান ভালকৈ সমাজিক বাস্তবসন্মত কাহিণীক চিনেমাৰ ৰূপ দিলে । বহুত ভাল লাগিল ।মইও গোলাঘটিয়া আৰু মই দেশ সূৰক্ষাৰ সেতুকে কাশ্মীৰত নিয়োজিত । অসমৰ এনে ভাল লগা চিনেমাখন চুটিত ঘৰলে গৈ চবিঘৰত চামেই চাম । আগৃৱাই যাওক অসমৰ চিনেমা জগত 🎉। জয় আই অসম ।
@jogeshchandragour3915
@jogeshchandragour3915 Ай бұрын
Thanks to Bartalaap for promoting a Blockbuster Assamese Movie BIDURBHAI......Hope for the best ...... Looking for an all time hit Assamese Mega Movie...
@meenagogoiborgohain4170
@meenagogoiborgohain4170 Ай бұрын
ভাল লাগিল বিদুৰ ভাই টীমৰ সৈতে বাৰ্তালাপ। চাবলৈ উৎসুক হৈ আছো।
@NipulDas-ht7if
@NipulDas-ht7if Ай бұрын
He is 2nd legend director after munin baruah sir ❤
@sikhamonidutta2922
@sikhamonidutta2922 5 күн бұрын
এখন চিনেমাত ইমানবোৰ উপাদান থাকিব পাৰে বুলি বিদুৰভাই চালেহে গম পায়।বহুত মৰম আৰু শুভেচ্ছা টিমটোলৈ।অনুৰাধাত ভালেকেইজনক লগো পালোঁ খুব ভাল লাগিল।
@DeepBorah-eb2br
@DeepBorah-eb2br Ай бұрын
আৰে গোলাঘাট বুলিলে 🔥🔥🔥🔥
@smritirekhadihingia7211
@smritirekhadihingia7211 Ай бұрын
বাৰ্তা লাপত জাতীয় পতাকা দেখা পালোঁ ❤❤❤❤❤
@roktim_ranjan_borah
@roktim_ranjan_borah Ай бұрын
এইখনৰ কাৰণে 4 বছৰৰ পৰা ৰৈ আছো , আৰু ৰব পৰা নাযাব দেই বিদূৰভাই 🎉🎉🎉❤❤❤
@dipdas3372
@dipdas3372 Ай бұрын
Proud to be ami ....golaghat AR hesapa....tnx for BIDURBHAI...fast day fast tricket loi Sam moi...lgt 5 Jon loi jam
@SanjuSonowal-cq1gr
@SanjuSonowal-cq1gr Ай бұрын
Golaghatiyan always rock🎉
@samiron7507
@samiron7507 Ай бұрын
প্ৰথমবাৰৰ বাবে ইমান দীঘল podcast চাইছোঁ, একমাত্ৰ suv team ৰ মানুহ খিনক ভাল লাগে বাবেই ❤❤❤❤
@polijyotidutta4893
@polijyotidutta4893 Ай бұрын
Proud to be golaghatian❤️ Best wishes team Bidurvai😍🌼
@niranjangogoi5330
@niranjangogoi5330 Ай бұрын
খুব আগ্ৰহী হৈ আছোঁ পৰহি এই টিকট কাটি থৈছোঁ.... কেতিয়া চাব পাওঁ তেনেকুৱা লাগি আছে। শুভেচ্ছা জনাইছো সকলোকে 🎉🎉
@bijusingha7841
@bijusingha7841 13 күн бұрын
BIDURBHAI r PORIAAL k morom aru dhonyobad jonaisu.. Chakrapani tumer BARTALAAP sai khub bhal lage... BARTALAAP r dirghayu kamona korisu 🙏
@anuragkashyap6653
@anuragkashyap6653 20 күн бұрын
Two impactful creations from two districts of Assam that have changed the Assamese Film Industry forever. Junbai from Sivasagar by Manas Robin Da, Bidurvai from Golaghat by SUV Da. These creations were very well able to connect to the local folk of Assam and the average Assamese audience. Stories from the villages of Assam. Also two iconic slangs 'Damful' and 'Bidurvai'.
@nirathengal1872
@nirathengal1872 Ай бұрын
বিদুৰভাই অৰ্থ হ'ল সকলোৱে দূৰৰ ভাই ❤🫶👍🙏
@bijuboruah8713
@bijuboruah8713 8 күн бұрын
Thank you so much. Golaghat❤hahihahi
@rijumonidutta1271
@rijumonidutta1271 19 күн бұрын
গোলাঘাটৰ নিবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ আৰু আগুৱাই যাওঁক সকলো❤
@anujitaboruah4328
@anujitaboruah4328 29 күн бұрын
আজি চালো.... বহুত বহুত ভাল লাগিলে... সকলো real... একদম মজা...
@user-xo1ub5vo5f
@user-xo1ub5vo5f Ай бұрын
Upper Assam r creative minds ❤ & 🫡
@banasmitakalita6149
@banasmitakalita6149 Ай бұрын
Bidurbhai= A bunch of talent.
@honorgodlivetv4170
@honorgodlivetv4170 5 күн бұрын
Bohut bohut bohut vall lagile next video show karone akhat asu ❤❤❤hokuluke hubesha thakil bidur bhai🙏🙏🙏
@uttamsaikia2274
@uttamsaikia2274 Ай бұрын
Tamam jomoni hoise.....douri douri jam bidurbhai saam
@parishmitapator4458
@parishmitapator4458 Ай бұрын
bhut vl lgil sai ankoi kotha patila vl lga sai bidurbhai sabo jmai jm
@rubulgogoi3830
@rubulgogoi3830 18 күн бұрын
Bohut bohut val lageca hokoluwa aru aage bahi jaboloi huvacha thakil.
@KaSiYali
@KaSiYali Ай бұрын
আমাৰ গোলাঘাট❤সকলোকে একেলগে মজা লাগিল😊
@pinkumonigogoi465
@pinkumonigogoi465 Ай бұрын
চাবলৈ ৰৈ আছো৷ কিন্ত খেতি কাৰণে চোৱাটো পলম হ’ব৷শুভকামনা জনালোঁ
@malabikabora3004
@malabikabora3004 Ай бұрын
Moi u Golaghat r dei. All the best team " Bidurbhai"
@bhrigusonowal9925
@bhrigusonowal9925 Ай бұрын
This is the most liked episode of Baarta Laab that I have seen to date.
@satyajyotichetiakonwar7253
@satyajyotichetiakonwar7253 13 күн бұрын
শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে -
@Merajanu285
@Merajanu285 24 күн бұрын
mozza hoise dey bidurbhai 1st dinai saluu
@pujasvlog7675
@pujasvlog7675 6 күн бұрын
Bht besi vl lagil video tu sai aru Bidurvai film khn sai❤❤❤
@rahulborah1393
@rahulborah1393 Ай бұрын
Best of luck .. from me in Bidurbhai group to everyone
@user-hy6sh3cm2e
@user-hy6sh3cm2e 20 күн бұрын
Assamese film tate bidurbhai eneu jabo axomiya manuh. Ai golaghat , ki ghat aibur locality loi kotha kole jabo mon najai .
@somironbora1124
@somironbora1124 Ай бұрын
Baartalaap tu sai ane lagil bidubhai porialor manuh bur hosaka bor rakhal😊😊
@jahnavidrija
@jahnavidrija 18 күн бұрын
চালো দেই বিদুৰ ভাই ।বৰ ভাল লাগিল। পৰিচালনা,photo graphy ,editing, music সকলো চাবলগীয়া ।অসমীয়া চিনেমা last ৰঘুপতি চাইছিলো ।আকৌ এইখন চালো ।বাহিৰৰ পৰা আমদানি কৰা সস্তীয়া বস্তু বোৰ আনি চিনেমা বনোৱাতকৈ অসমীয়া পটভুমিত ধুনীয়া চিনেমা বনাব পাৰি ।ভাল চিনেমা বনালে সকলো চাব যাব
@papughatowar7453
@papughatowar7453 Ай бұрын
আমি গোলাঘাটৰ খিনি উঠি পৰি যাব লাগে আৰু নে কি ৰাইজ 😍
@amlandip
@amlandip Ай бұрын
হয় নেকি?😂
@papughatowar7453
@papughatowar7453 Ай бұрын
@@amlandip deubare sam vabilu housefull😒
@indianspiceasmr9439
@indianspiceasmr9439 Ай бұрын
গোলাঘাট 🔥🔥
@Anshumankaushik
@Anshumankaushik Ай бұрын
Police jon manager r mamayek heikrne trailer tut entry tu teneke dise bohut vl hoise🔥
@user-hl5wi8od6w
@user-hl5wi8od6w Ай бұрын
Bidurvai jui❤❤🎉🎉🎉 roi asu sabole 😘😘
@Rupaliborah
@Rupaliborah 8 күн бұрын
What a wonderful movie…. Best movie ever
@neelsvlogs8180
@neelsvlogs8180 Ай бұрын
Golaghat main ..❤
@oxomormusic4453
@oxomormusic4453 Ай бұрын
Bidurbhai To Sudurbhai ❤❤❤❤love from Tinsukia bidurbhai
@sunitathakuria3427
@sunitathakuria3427 25 күн бұрын
বহুত ভাল লাগিল। সনযুক্তা পৰাশৰ বাইদেউক মাতিবছোন।
@nitusaikia9531
@nitusaikia9531 Ай бұрын
আমি সকলো বিদুৰ্ভাই
@nhworld9296
@nhworld9296 29 күн бұрын
Film khon ekebare super se uper hoise....vaal lagile sai
@krishna-uj3bl
@krishna-uj3bl Ай бұрын
Chakrapani Daa bohut val laga aponar kotha bor I lv Gohpur (10 augustor)
@englishtoassamese8878
@englishtoassamese8878 Ай бұрын
The best podcast of Baartalaap❤
@dipankarvlogschennal
@dipankarvlogschennal Ай бұрын
Golaghat 🔥🔥🔥all
@sikhamanideka8437
@sikhamanideka8437 27 күн бұрын
Bohut besi dhunia hoise Bidurvai❤❤❤❤❤❤SUV❤❤❤
@lipirekhabora6121
@lipirekhabora6121 Ай бұрын
Amar golaghat amar golaghat bidurvai❤❤❤
@swapancreation8210
@swapancreation8210 27 күн бұрын
Aji salu....... maa kosom ki bonaisa #SUV বিদুৰভাই ..... ki Marbelus film bonaisa . Moja lagi gol..... Behera ক'লা কুকুৰ টো......🤣🤣🤣 But dutaman msg dise mon Sui gol.... All #বিদুৰভাই team thanks eman xundor film ekhon entertain koruwa babe...🥰
@kankanboruah6003
@kankanboruah6003 25 күн бұрын
বিদূৰ্ভাই সকল একেলগে,,,আছে,,,হাহক,,,শিঙি মাছৰ জুলে এখাজ খাওক ,,,,,ভালপোৱা
@monishagogoi2612
@monishagogoi2612 11 күн бұрын
Mur j taman bhaal lagil dei sai..aru bikhek k mur suali Tina 2 bosor boyokhor pora Delhit dangor huwa...ei Axomiya cinema Bidurbhai sai tai sobotk besi bhaal pale..Producer Directorok Salute korise enekuwa talent uliyai anar babe..fantastic Assamese movie bonale dei..gutei teamtuke Dhanyawad jonaisu😊 enekuwa aru natun natun movies jate Raijok upohar di jai..aru moi olopote Golaghat khon phuri ahisilu mur horu bhonti Padumoni Blockor BDO hoi..Cinema khonot gutei Golaghat khon dekhi aru bhaal lagil..
@AssameseTraditionPinki
@AssameseTraditionPinki 28 күн бұрын
Awsmeeeeeeee awsmeeeeeeeee movie... Assamese movie rocks.. tamam bonaisew tamam.. juakali salu.. aru abar saam NXT week🎉🎉🎉🎉🎉🎉🎉🎉🎉
@DimpiBorah-io5rr
@DimpiBorah-io5rr Ай бұрын
আমি গোলাঘতিয়া জুই♥️
@saturdayni8club
@saturdayni8club Ай бұрын
Bidurbhai t Raghupatir Cameo ata lgisile🔥
@Zolochips-gd7ek
@Zolochips-gd7ek 29 күн бұрын
Tamam acting dise dei bidurbhais 🔥🔥🔥🔥
@sanatanbiswas5924
@sanatanbiswas5924 19 күн бұрын
Moi Golaghator nohoy Lakhimpuror hoy bohut val laigil flim khon moi kali salu, mur logot ajoni boyokhiyal mohila bhosil hei manuh joni bohut kandisil jetita deep dar loratur mitru howa sentut moiu emotional hoi golu. Bohut val lagil karon amar bortoman jugor logot bohut kisuman kothar mil ase. I like Bidurbhai👍👍👍
@jayantagoigoi3597
@jayantagoigoi3597 20 күн бұрын
Da da baido hokol... Ako next bidurbhai sabo pam buli akha thakil... Bohut hundor hoise cinema khon... 😍😍😍... Sale sai thakibo mon jai. Hepa npolai🙏🙏🙏🙏
@ajoybora7076
@ajoybora7076 Ай бұрын
‌বিদুৰভাই বাবে এটা like ❤️👍
@dhrubajyotishortsaxom
@dhrubajyotishortsaxom Ай бұрын
বিদুৰভাই মেইন। গোলাঘাটৰ হিচাপে আমি গৌৰৱ কৰো
@arupdas8897
@arupdas8897 18 күн бұрын
Excellent movie bidur bhai enjoyed with family no spot in any character very nice and lovely played showed reality happening in the present situation
@simantasaikiaofficial9196
@simantasaikiaofficial9196 Ай бұрын
পংকজ দাক ১০ দিনমান লগ পাইছো বৰ ভাল লাগে । একেবাৰে সহজ সৰল
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi Ай бұрын
সকলোবোৰ আপোন সকলোবোৰ মৰমৰ ,মৰম কিয় নিদিব ৰাইজে❤ বিদুৰভায়ে জুই লগাব
@archanaborahBorah
@archanaborahBorah 18 күн бұрын
Bhout bsi vl lgila bidurvai saii bhout kthai bujilu ... Hokolue sbo loga akhn cinema... Editing quality akdm hokolu falor praii vll kandilu hahilu hokolue a krluu buji uthibo mnuh bure a atia kisu ktha jnise cinema khnr pra nd hokolu bur mnuh emn vl ktha botora ... Ata a bsi vl lgise gaoliya manuh khini ji2 mil hey2 bhout bsi vl lgise ... NXT part2 jldi jldi lgeee💕🥰
@kaushik-g516
@kaushik-g516 Ай бұрын
Proud to be golaghatian
@dipaliburagohain5996
@dipaliburagohain5996 Ай бұрын
Sakrapani amiu golaghtor roi asu bidurvai saboloi, , asuryor birthplace barpotharor, asurya tumi amar gourov, all the best bidurvair homuh silpiloi
@debangshuchy.7819
@debangshuchy.7819 Ай бұрын
Okol Golaghat nhy gutei axom rokhi ase dei
@eerhsamihborah8019
@eerhsamihborah8019 Ай бұрын
গোটেই teamটোৱেই cool❤
Bidurbhai Assamese full new movie #share #viralvideo #movie #assamese
1:40:16
Rensar films production Guwahati
Рет қаралды 248 М.
Fortunately, Ultraman protects me  #shorts #ultraman #ultramantiga #liveaction
00:10
Это реально работает?!
00:33
БРУНО
Рет қаралды 4,3 МЛН
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 35 МЛН
Entire Team ‘Bidurbhai’ together || Success Party || FULL-VIDEO || NY Cinemas
1:17:35
Bidurbhai (with English Subtitles) | SUV | Complete Assamese Web Series
1:40:16
Rootstock Entertainments
Рет қаралды 3,8 МЛН
Fortunately, Ultraman protects me  #shorts #ultraman #ultramantiga #liveaction
00:10