No video

'প্ৰতিদিন টাইমৰ সন্মুখত সুনীল গগৈৰ পত্নীৰ বিস্ফোৰণ

  Рет қаралды 16,280

Pratidin Time

Pratidin Time

20 күн бұрын

'প্ৰতিদিন টাইমৰ সন্মুখত সুনীল গগৈৰ পত্নীৰ বিস্ফোৰণ। ক’ত আছে সুনীল গগৈ?
#PratidinTime #Assam #SunilGogoi

Пікірлер: 22
@janardanbora2803
@janardanbora2803 19 күн бұрын
অসম আৰক্ষীয়ে দুৰ্নীতি হে কৰিব পাৰে দুখীয়াক শাস্তি দিব পাৰে আৰু তাৰ বাহিৰে একো কৰিব নোৱাৰে
@birenburagohain8132
@birenburagohain8132 19 күн бұрын
সুনীল গগৈক লৈ চৰকাৰে ল'ৰা ধেমালি কৰি থকা যেন লাগিছে।আপোন জনক হেৰুৱা বেদনা কোনে বুজিব। যেতিয়া নিজৰ জীৱনত ঘটিব তেতিয়াহে বেদনা কি উপলব্ধি কৰিব পাৰিব।
@JyotirekhaMorang
@JyotirekhaMorang 18 күн бұрын
জাহাংগীৰৰ পৰিয়ালৰ,আপোনজনৰ বদনা কি হ'ব,প্ৰভু?
@renasharma8968
@renasharma8968 19 күн бұрын
বহুত ৰহস্য সোমাই আছে যেন লাগিছে।
@janardanbora2803
@janardanbora2803 19 күн бұрын
এইবোৰ কাৰণত অসম আৰক্ষীয়ে মেডেল পাব লাগে
@binoykalita7597
@binoykalita7597 19 күн бұрын
এই সকলোবোৰ চৰকাৰী কাৰচাজি। মানুহৰ জীৱনক লৈ খেলা কৰাটো কিছুমান ৰাজনীতিবিদৰ মেনিয়াত পৰিণত হৈছে।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 19 күн бұрын
আৰক্ষী,চি আই ডি অথবা চি বি আই তদন্তৰ নামত কি হৈছে ৰাইজে বহুত দেখিলে। জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত কি তদন্ত কৰিলে ৰাইজে দেখা পালে। দূৰ্নীতিগস্থ অভিযন্তা জয়ন্ত গোস্বামীৰ ঘৰৰ লকাৰত ইমান বৃহৎ পৰিমাণৰ টকা পোৱাৰ পিছতো আৰক্ষী দুৰ্বল ভূমিকা আৰু ৰাজনৈতিক নেতাৰ আশীৰ্বাদৰ কাৰণেই ইমান সোনকালেই জেলৰ মুকলি আকাশৰ তললৈ আহিল। ঘটনাটোৰ লগত জড়িত সকলো আৰক্ষীৰ তদন্তৰ আৰত ৰৈ গৈছে। ৰাইজে সকলো গম পাইছে। ৰাজনৈতিক ষড়যন্ত্ৰ আৰু হত্যাৰ বলি হ'ল নেকি সূনীল গগৈ। ঘটনাটোৰ সত্যতা আৰু প্ৰকৃত ৰহস্য উদ্ঘাটন কেতিয়াবা হবনে নাই সেইয়া সময়তহে লক্ষণীয় হব।
@pranjaldas4049
@pranjaldas4049 18 күн бұрын
Shame on CBI
@TarunChDeka-cb4go
@TarunChDeka-cb4go 18 күн бұрын
কথাটো সঁচা সাঁথৰ যেন লাগিল,হাৰাশাস্তি কৰিছে, ঠিকাদাৰ সকলৰ মাজত থকা ৰ সন্দেহ, জ্ঞাত বা চিনাকি লোক হ'ব, দুয়োটা থকা নাই, সাক্ষী নোহোৱা ঘটনা , একে জোনমনিৰ দৰে, স্মাৰ্ট পুলিচ বাকী আছে স্মাৰ্ট হয় নেকি??
@JituKalita-fq2zc
@JituKalita-fq2zc 19 күн бұрын
God bless
@MonjitBoruah-ds9mv
@MonjitBoruah-ds9mv 19 күн бұрын
😢
@JituKalita-fq2zc
@JituKalita-fq2zc 19 күн бұрын
God bless true come soon
@debadutta4066
@debadutta4066 19 күн бұрын
চব ভেকুভাওনা চলি আছে😌
@shawnmichael2754
@shawnmichael2754 18 күн бұрын
Sanjukta Parashar baideu e enekua koribone
@user-tb4jg6rv8i
@user-tb4jg6rv8i 18 күн бұрын
খুড়ী গৰাকীক উচিত ন্যায় বিচাৰ কৰি দিয়কচোন , চি ,আই, ডি বিভাগলৈ এয়া কাতৰ অনুৰোধ।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 18 күн бұрын
খুৰী জয়মতী ত কৈ এখোপ সৰা তাই সকলো জানে জাহ্নগীৰ ক হত্যা অভিযোগৰ পুতেক ভতিজাক পুষ্পাক জেলত ভৰাই ঠক খুৰীয়ে যি শাস্তি পাইছে তাতকৈ জহাঞিৰৰ পত্নীয়ে বেচি পাইছে
@digantajyotibordoloi5528
@digantajyotibordoloi5528 18 күн бұрын
খুৰী জয়মতী ত কৈ এখোপ সৰা তাই সকলো জানে জাহ্নগীৰ ক হত্যা অভিযোগৰ পুতেক ভতিজাক পুষ্পাক জেলত ভৰাই ঠক খুৰীয়ে যি শাস্তি পাইছে তাতকৈ জহাঞিৰৰ পত্নীয়ে বেচি পাইছে
@bitulkonwar1397
@bitulkonwar1397 19 күн бұрын
Nijor manuhjon naikiya huwa aru nijor deutak naikiya huwa Tu tekhethlkole he ja ne kenekuwa anubhob tekhethlkolor. Kisuma ne ulta pulta msge viral kori tha ke kiyo najanu.
@rohan8973
@rohan8973 18 күн бұрын
CM involved with the murder.
@bhaskarjthakuria5538
@bhaskarjthakuria5538 18 күн бұрын
সুনীল গগৈৰ পৰিয়ালক 3rd degree দিয়ক !!সকলো জানে ইহতে !!কথাৰ ওলটপালট আৰম্ভণি ৰ পৰাই !!
Smart Sigma Kid #funny #sigma #comedy
00:26
CRAZY GREAPA
Рет қаралды 21 МЛН
Alex hid in the closet #shorts
00:14
Mihdens
Рет қаралды 14 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 41 МЛН
atanu bhuyan"s  video
5:37
atanubhuyan"s news video
Рет қаралды 177 М.