জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত

  Рет қаралды 54,562

Pratidin Time

Pratidin Time

25 күн бұрын

একাংশ বিধায়ক, প্রাক্তন বিধায়ককে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত। উঠিছে অসম জনসংঘ গঠনৰ উকমুকনি। এনে পৰিস্থিতিত বিভাজনৰ আশংকাই শংকিত কৰিছে বিজেপিক। দলৰ সন্মুখত আহি পৰা এনে আচম্বিত সংকটৰ মাজত আজি মুখ্যমন্ত্রীৰে বিশেষ বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
#pratidintime #assam #bjp #bjpnews

Пікірлер: 104
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr 21 күн бұрын
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
@user-rx9qc2gl8w
@user-rx9qc2gl8w 21 күн бұрын
এইজন সভাপতিৰ নামত মাত্র চকীখন । কথাই কব নাজানে । চলাই আছে বেলেগে এইজনক ।
@bakulboruah2026
@bakulboruah2026 21 күн бұрын
গৌৰৱৰ ধুমুহাত তচনচ অসম BJP । উৰি গল হিমন্ত, পিযুছ, জয়ন্ত, দিগন্ত, মানৱ,ৰূপজ‍্যোতিৰ অহংকাৰ।
@bakulboruah2026
@bakulboruah2026 21 күн бұрын
BJP ৰ অহংকাৰেই BJP ক ডুবালে।
@C.Barman7
@C.Barman7 21 күн бұрын
২০২৬ ত অহংকাৰৰ পতন হব ।
@user-vo7ei8ki5v
@user-vo7ei8ki5v 21 күн бұрын
ভৱেশ কলিতা সৰ্বকালৰ নিকম্মা সভাপতি
@prabinsarma7499
@prabinsarma7499 21 күн бұрын
Hbs দলত থাকিলে অসমত bjp ধ্বংস হোৱাটো খাটাঙ
@mukutsaikia6302
@mukutsaikia6302 21 күн бұрын
I love congress❤❤❤❤❤❤❤❤
@nababaishya9194
@nababaishya9194 21 күн бұрын
অহংকাৰ বেছি হৈছে
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 21 күн бұрын
Congress zindabad Rahul Gandhi zindabad Gaurav Gogoi zindabad 💯🙏💪💪💪💪💪💪💪💪💪💪💪💪💪
@user-zw1sl3zs1s
@user-zw1sl3zs1s 21 күн бұрын
বিজেপি মুক্ত হ'ব।
@Destiny1999
@Destiny1999 21 күн бұрын
দাদা বিগ্ৰেড শেষ😂😂😂
@purnanandarajkhowa8712
@purnanandarajkhowa8712 21 күн бұрын
ধুমুহাৰে বান!
@jyotideepofficial5801
@jyotideepofficial5801 14 күн бұрын
Mojjah
@pankajdas2249
@pankajdas2249 14 күн бұрын
অহা যোৱা চলি থাকিব ।
@JamalUddin-il2nt
@JamalUddin-il2nt 14 күн бұрын
আপোনা সকলৰ বাবে ধন্যবাদ
@bhaikonphukan7761
@bhaikonphukan7761 21 күн бұрын
Sarbananda sonowal cm hbo lge
@honest_gaming
@honest_gaming 21 күн бұрын
ভবেশ কলিতা এজন ফিতা হিসেবে মাৰি ফুৰা মানুহ
@janardanbora2803
@janardanbora2803 21 күн бұрын
এইটোক কোনে সভাপতি ৰূপে বহাই থৈছে হয় নে কিবা কথা কব জানে না কিবা কৰিব পাৰে 😅😅
@bishaldas3964
@bishaldas3964 21 күн бұрын
Bhabesh kalitar post tu thakibone kheyau voy ase bhabesh kalitar...namothe khovapoti pise kamot fofou fou...
Iron Chin ✅ Isaih made this look too easy
00:13
Power Slap
Рет қаралды 36 МЛН
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 10 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 47 МЛН
Iron Chin ✅ Isaih made this look too easy
00:13
Power Slap
Рет қаралды 36 МЛН