আপোনালোকৰ কোনকেইটা প্ৰশ্নৰ উত্তৰ পাব আজিৰ ঘৰে ঘৰে বাস্তুশাস্ত্ৰ খণ্ডটিত

  Рет қаралды 14,456

PUHOR Live 8

PUHOR Live 8

Күн бұрын

আপোনালোকৰ কোনকেইটা প্ৰশ্নৰ উত্তৰ পাব
আজিৰ ঘৰে ঘৰে বাস্তুশাস্ত্ৰ খণ্ডটিত
চাওঁক অভিজ্ঞ বাস্তুশাস্ত্রবিদ অর্পণ দত্ত ৰ সৈতে ঘৰে ঘৰে বাস্তুশাস্ত্ৰ

Пікірлер: 23
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Excellent information
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
সুন্দৰ অনুষ্ঠান। ভাল লাগিল 🙏🏿
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
নমস্কাৰ। অৰ্পণ দত্তদেৱৰ কথা মানি চলিছো যিমান পাৰোঁ। আন্তৰিক ধন্যবাদ জনালোঁ 🙏🏻 সদায় চাও
@user-hs7nu6uq1p
@user-hs7nu6uq1p Жыл бұрын
Arpan Dutta thanks
@sarajudas971
@sarajudas971 Жыл бұрын
চাৰ আমাৰ ঘৰটো দক্ষিন মুখি ।আপোনাৰ ভিডিও বোৰ চাই চাই জানিব পাৰিলো উওৰদিশে লেটিন বাথৰুম আৰু পাকঘৰ থাকিলে শুভ নহয় । কথাটো হল লেটিন বাথৰুম আৰু পাকঘৰ কোনটো দিশত হ'লে শুভ হয । জনালে উপকৃত হ'ম।ভগবানে আপোনাক মঙ্গল কৰক ।
@ranubora1893
@ranubora1893 Жыл бұрын
bahut dhnybad dada
@ranjitagoswami2023
@ranjitagoswami2023 Жыл бұрын
Moi apunlukor channel or regular dorsok aru dutta sir or kotha bur moi follow kore buhut vl regulat paisu
@neelakashpagol5624
@neelakashpagol5624 Жыл бұрын
ধন্যবাদ।
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Upkrito hoiso
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
উত্তৰ পশ্চিমত আউট টেঙ্কি থাকিলে কি কৰিব লাগিব। উত্তৰ পশ্চিমৰ মাজভাগত আছে। জনাবচোন অনুগ্ৰহ কৰি। কল্পনা সেনগুপ্তা বৰুৱা। ৰিটায়াৰ্ড ভাইচ প্ৰিন্সিপাল,কানৈ কলেজ
@Kunalima_andHiyaanlifestyle33
@Kunalima_andHiyaanlifestyle33 Жыл бұрын
Mur pakghr Tu uttor poshim dikhot kiba remide ase jodi kobsun
@ramensarma8263
@ramensarma8263 Жыл бұрын
Thanks
@Sobitabhanti
@Sobitabhanti 2 ай бұрын
উত্তৰ পুব’ খতখতি(চিৰি)আছে ৷ কি কৰিব লাগিব?
@ranumonigogoi9055
@ranumonigogoi9055 Жыл бұрын
Apunaloi namaskar. Amar ghor dakshinmukhi .Pakghor north west kunot .Matir souka ase aru gasr system ase .Ki korile val hobo janabo.
@podumigogoi9678
@podumigogoi9678 Жыл бұрын
আমাৰ গাঁৱত ঘৰ। বাৰীখন বহত দীঘল। দক্ষিণ মুখী হয়। টয়লেটৰ চেফ্টিটেংকটো ঘৰৰ পৰা আতঁৰাই পশ্চিম ফালে ঠিক বাৰীখনৰ সোঁমাজত বহালে কেনেকুৱা হ'ব জনাবচোন
@bhargabirabha9887
@bhargabirabha9887 Жыл бұрын
Amar gharr uttor pub dixot pakghar ase atia tat red colour tiles ase hei tiles tu ki korim atia vangibo mon nai..kiba upai sir
@durlovadohutia7333
@durlovadohutia7333 Жыл бұрын
Nomoskar apunar chanrel niyomiyakoi Saisu nojona kotha janisu apunaloi pronam🤚
@prahladgogoi591
@prahladgogoi591 Жыл бұрын
😂
@dipjyotirajkonwar4590
@dipjyotirajkonwar4590 Жыл бұрын
দাদা , মই এটা problem ত পৰিলোঁ । আমাৰ পাকঘৰ তো SW কোণত আছে । gas বাৰণাৰ পাকঘৰ টোৰ East ৰাখিছোঁ ।কিন্তু technical অসুবিধাৰ বাবে পাকঘৰ টো এটা step চাপৰ হল । ওখ কৰিবলৈও চত খন চাপৰ । সমাধান টো দিব বুলি আশা ৰাখিলোঁ
@bhargavassamblogs9258
@bhargavassamblogs9258 Жыл бұрын
আমাৰ পাকঘৰ টো দক্ষিণ পশ্চিম দিশত বেয়া নে ভাল জনাবচোন অনুগ্ৰহ কৰি
@padmatamuli827
@padmatamuli827 Жыл бұрын
আমাৰ ঘৰটো উওৰ দক্ষিণ মোৱা।লেটিন আৰু পানী টেঙকি ক'ত বহিব। জনাবচোন।
@anildeka8653
@anildeka8653 Жыл бұрын
ছাৰ আমাৰ ঘৰতো দক্ষিণ আৰু পশ্চিম মুখী ৷ আমি বহুত অসুবিধা পায় আছোঁ ৷কি কৰিম জনাব বুলি আশা কৰিলো ৷
@munmiphukan6862
@munmiphukan6862 Жыл бұрын
Uttar pashim dikhat toilet bonabo parimneki
У ГОРДЕЯ ПОЖАР в ОФИСЕ!
01:01
Дима Гордей
Рет қаралды 7 МЛН
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 103 МЛН
Фейковый воришка 😂
00:51
КАРЕНА МАКАРЕНА
Рет қаралды 6 МЛН
GTA 5 vs GTA San Andreas Doctors🥼🚑
00:57
Xzit Thamer
Рет қаралды 26 МЛН
У ГОРДЕЯ ПОЖАР в ОФИСЕ!
01:01
Дима Гордей
Рет қаралды 7 МЛН