Рет қаралды 21,131
⛔মই ব্যৱসায় কৰো কিন্তু অলপ দিনৰ পৰা মোক আৰ্থিক দিশত যথেষ্ট ক্ষতি হৈছে
⛔ঘৰৰ ওপৰলৈ যোৱা চিৰিবোৰ কোন দিশে হ'ব লাগে ??
মোৰ মুখ্যদুৱাৰ খন পূব দিশে আছে , জনাব
⛔মেডিটেচন কৰিবলৈ কোন দিশ ভাল ??
⛔মোৰ দেউতা ৫২ বছৰ হৈছে তেওঁৰ হাৰ্ট ৰ ৰোগী ! বাস্তু শাস্ত্র ৰ বাবে এনে হৈছে নেকি জনাবচোন??
⛔মোৰ ল'ৰাৰ পঢ়াতকে খেলতহে বেছি মন ,কি কৰিলে পঢ়াত মন বঢ়িব জনাবচোন
🔴Money Plant ৰ বিষয়ে বাস্তু শাস্ত্র ই কি কয় ?