🙏৭ বছৰীয়া প্ৰণামিকা বববৰাই ইউটিউব চাই,কি কৰিলে এবাৰ চাওক🙏ঘৰ যোৰহাট কাকজান দ-কুকুৰাচোৱা গাওঁত

  Рет қаралды 639,368

PUHOR Live 8

PUHOR Live 8

Күн бұрын

🙏৭ বছৰীয়া প্ৰণামিকা বববৰাই ইউটিউব চাই,কি কৰিলে এবাৰ চাওক
🙏ঘৰ যোৰহাট কাকজান দ-কুকুৰাচোৱা গাওঁত

Пікірлер: 485
@crazygamer4661
@crazygamer4661 2 жыл бұрын
প্রনামিকা লৈ মোৰ তৰফৰ পৰা আশীর্বাদ কৰিছো তেওঁ অকল গীত গোৱা ই নহয়💛💛💛💛 তেওঁ অসমীয়া ভাষাৰ অসমীয়া জাতীৰ এটি সোনালী তৰা 💚💚💚💚💚💚💚💕💕💕💕💕💕💕প্রণমিকা ৰূপহী গুণৰো নাই শেষ 💚💚💚💚💚💚কাকজানৰ কণমানি য়ে উজ্জ্বল াব দেশ 💚💚💚💚💚💚💚জয় আই অসম🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳মই বিহুবৰৰ পৰা কলো 💖💖💖💖💖💖💖💞💞💞💞💞💞💞💞💓💓💓💓💓💓💓💓💓💓
@dipanjalichetia455
@dipanjalichetia455 2 жыл бұрын
বৰ সুন্দৰ কণ্ঠ ।প্ৰতিভা ময়ী তুমি আগুৱাই যোৱা ।
@pbtiensgroup4208
@pbtiensgroup4208 2 жыл бұрын
কণমানি জনিলৈ ভৱিষ্যতৰ উজ্জল কামনাৰে বহুতো আশীৰ্বাদ প্ৰেৰণ কৰিলো
@thanukrishnagetgtftdrsect494
@thanukrishnagetgtftdrsect494 Жыл бұрын
Ujol vobisat kamona korilo
@swapnaborthakur7362
@swapnaborthakur7362 2 жыл бұрын
অতি আদৰণীয়। প্ৰণামিকাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ
@dandiramsonowal3710
@dandiramsonowal3710 Жыл бұрын
যি মূলা বাঢ়ে * দু পাততে চ
@saraswatiborahvideos4853
@saraswatiborahvideos4853 2 жыл бұрын
তোমাৰ গীত শুনি মোক চকুৰ পৰা চকুপানী ওলাই গৈছে 7বচৰ বয়সত তোমাৰ কন্ঠ ভাবিব নোৱাৰা ভগৱানে ভৱিষ্যতে আগ বাঢ়ি যোৱাত সহায় কৰক
@manitahbildar5162
@manitahbildar5162 2 жыл бұрын
ইমান সুন্দৰ কণ্ঠ তোমাৰ আইজনী ,তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছো।
@gitanjalideka8767
@gitanjalideka8767 2 жыл бұрын
মাইনাজনী,বহুত সুন্দৰ তোমাৰ উচ্ছাৰণ,কণ্ঠ আদি।তুমি গাই যোৱা আশীৰ্বাদ থাকিল👍
@jitumonibora2874
@jitumonibora2874 2 жыл бұрын
সুন্দৰ কণ্ঠ,মন জুৰ পেলোৱা।বিৰল প্ৰতিভা।ভগৱানে আৰু আগবাঢ়ি যোৱাত সহায় কৰক।
@nirupoma5935
@nirupoma5935 2 жыл бұрын
বৰ সুন্দৰ কণ্ঠ। ভগৱানে এই প্ৰতিভা তেওঁৰ আশীষেৰে যেন বিকশিত কৰে🙏
@pranabgohain7383
@pranabgohain7383 2 жыл бұрын
FFCswet,Aqpp
@indukhanikar5457
@indukhanikar5457 2 жыл бұрын
ভগবান তোমাৰ সহায় হওক প্ৰনামিকা বহুত সুন্দৰ কণ্ঠ তোমাৰ । আগুৱাই যোৱা তুমি ।
@swabinachutia1475
@swabinachutia1475 Жыл бұрын
প্ৰণামিকা বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ তোমালৈ। বহুত সুন্দৰ কণ্ঠ তোমাৰ আগুৱাই যোৱা ... । ভগৱান তোমাৰ সহায় হ ওক 🙏🙏
@debendutta4664
@debendutta4664 Жыл бұрын
@@swabinachutia1475mojja
@BhobenDutta
@BhobenDutta Жыл бұрын
1:30
@rupanjoliborbora5988
@rupanjoliborbora5988 2 жыл бұрын
সুন্দৰ কণ্ঠ ,তোমাৰ এই প্ৰতিভা আগলৈ সমাজত জিলিকি উঠক , ভগৱানে তোমাক সদায় ভালে ৰাখক
@trailokyabaishya2994
@trailokyabaishya2994 2 жыл бұрын
Thanks.Trailokya.A.j.V.B.
@jaanbishnu407
@jaanbishnu407 2 жыл бұрын
bohut xundor gola
@MonjulaGogoi-e1o
@MonjulaGogoi-e1o 2 ай бұрын
​@@trailokyabaishya2994qq
@ashabhuyan6831
@ashabhuyan6831 2 ай бұрын
​@@trailokyabaishya2994l)😊
@susmitapathak5824
@susmitapathak5824 2 ай бұрын
​@@trailokyabaishya2994❤❤❤❤❤❤😂😂😂😂😂😂😂😂😂😂 by hu.. Ni tm y 20:22 20:22 20:22 lllllll the best for your 😮😮😮vbkooo
@ajanbaishya6835
@ajanbaishya6835 2 жыл бұрын
অ , মাইনা , ভগৱানে তোমাক ভালে কুশলে ৰাখি আগলৈ আগুৱাই যোৱাত সহায় কৰক। সুন্দৰ কন্ঠ, কন্ঠ ভালে ৰাখিবলৈ চেষ্টা কৰিবা , যিকোনো বস্তু খাওঁতে সাৱধান।
@ponkojrohidas5468
@ponkojrohidas5468 2 жыл бұрын
উজ্জ্বল ভবিষ্যতলৈ কামনা কৰিছো প্ৰণামিকা অতি সুন্দৰ
@rupaboruah8632
@rupaboruah8632 Жыл бұрын
মাইনা জনীয়ে ভাল গাইছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।আগুৱাই যোৱা।
@sailengogoi4961
@sailengogoi4961 2 жыл бұрын
সুন্দৰ কণ্ঠ এই ছোৱালীজনীৰ। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ
@munmiborborah3684
@munmiborborah3684 2 жыл бұрын
প্রনামিকা তোমাৰ সুন্দৰ প্রতিভা আৰু আগবাঢ়ি যোৱা,আমি সকলো গৌৰৱান্বিত তোমাকলৈ,তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো 💕😘😘
@minkuborbora8798
@minkuborbora8798 2 жыл бұрын
প্রনামিকা ৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছো
@rupaligogoidutta
@rupaligogoidutta 2 жыл бұрын
অভিভাৱকৰ ওচৰত অনুৰোধ কনমানিজনীক কোনো কাৰণত বাধা নিদিব
@jyotishdas5397
@jyotishdas5397 2 жыл бұрын
কি সুন্দৰ কণ্ঠ বহুত ভাল লাগিল।
@nibharaniboruahnibharanibo8699
@nibharaniboruahnibharanibo8699 2 жыл бұрын
আমাৰ কণমানি জনী বহুত বহুত ভাল লাগিছে তুমি আৰু আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
@tanayjyotihetari5630
@tanayjyotihetari5630 2 жыл бұрын
Mm
@ranuhazarika3587
@ranuhazarika3587 2 жыл бұрын
God bless you
@madhabdas1576
@madhabdas1576 2 жыл бұрын
Thank you
@madhabdas1576
@madhabdas1576 2 жыл бұрын
Thank pranamika
@bharatibordoloi3046
@bharatibordoloi3046 2 жыл бұрын
বহুত ভাল লাগিল ভগৱানে তোমাৰ মঙ্গল কৰক
@shivanicovers1286
@shivanicovers1286 2 жыл бұрын
ৱাহ ৱাহ কি যে সুন্দৰ মনোমোহা শ্ৰুতি-মধুৰ কণ্ঠৰ লগতে সুন্দৰ পৰিবেশন 👌 এনেদৰে আগুৱাই যোৱা মই বাংগালোৰৰ পৰাই আশীৰ্বাদ কৰিছো 🙏 দুৰ্গাপূজাৰ বহুত বহুত শুভকামনা যাছিলোঁ 💐🌹❤
@pradipkumarborah1506
@pradipkumarborah1506 2 жыл бұрын
অতি মৰম লগা বিভিন্ন সংগীৰ শুৰ শুনি থাকিলে শুনি থাকিবলৈ মন যাই মই ধন্য়বাদ আগবহাছো
@sandhyaphukan3560
@sandhyaphukan3560 Ай бұрын
বহুত মৰম লগা কণমানি জনীৰ গাত প্ৰতিভা দেখি আনন্দিত হলো।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ভৱিষ্যতে সুকলমে আগুৱাই যোৱা।❤❤
@niruprovaboraborah5282
@niruprovaboraborah5282 2 жыл бұрын
এক সুন্দৰ প্ৰতিভা ৷ এওক সমাজৰ মাজলৈ লৈ অহা সকলকো অশেষ ধন্যবাদ ৷ ভগৱানে আৰু আগবাঢ়ি যাবলৈ অশেষ শক্তি প্ৰদান কৰক ৷
@puronpayeng7151
@puronpayeng7151 2 жыл бұрын
অতি সুন্দৰ কণ্ঠ নিগৰাইছে ; ভগৱানে মঙ্গল ৰাখক , তাৰে কামনাৰে .....👌👌👌👍👍👍
@simiboruah809
@simiboruah809 2 жыл бұрын
আমাৰ গাৱৰ গৌৰৱ ❤️
@anjanasaikia2227
@anjanasaikia2227 Жыл бұрын
কনমানি জনীৰ কণ্ঠত সৰস্বতী বহিছে কনমানি জনীৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো
@rupalidas7651
@rupalidas7651 2 жыл бұрын
উঃ কি সুন্দৰ কণ্ঠ শুনিলে শুনিবৰ মন যায় ।All the best Pronami God bless you
@ankumonibaruah4131
@ankumonibaruah4131 2 жыл бұрын
God bless you pronamika 🥰
@গাঁৱলীয়াছোৱালীৰমই
@গাঁৱলীয়াছোৱালীৰমই 2 жыл бұрын
বহুত সুন্দৰ কণ্ঠ 👌👌👌 আগুৱাই যোৱা তাৰে কামনাৰে মই মৰাণৰ পৰা আন্তৰিক অভিনন্দন জনাইছো হেপ্পী গগৈয়ে ❤️❤️❤️
@ArotiPhukon
@ArotiPhukon 2 ай бұрын
কণমাণীজনী আই সৰস্বতী মাতৃৰ একট অংশ ।ভগৱানে তেওঁক সদাই কুশলে ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
@rgoswami1906
@rgoswami1906 2 жыл бұрын
কণমানী জনী তুমি খুব ভাল গাইছা।আৰু ভৱিষ্যতে আগুৱাই যোৱা তাৰ কামনা কৰিলো।
@mridulchetia4200
@mridulchetia4200 2 жыл бұрын
এই ফুলৰ কলিটো ভবিষ্যতে এপাহ জাতিস্কাৰ হোৱা ফুল হৈ ৰওক , তাৰে কামনাৰে ভগবানৰ ওচৰত সেৱা জনালো।
@NirupomaBorah-y6p
@NirupomaBorah-y6p 2 ай бұрын
❤️Pronamika boraloi mur torofor pora asibat korisu aru aguwai juwa isore tumak mongol korok 👍💓👏
@juramborborah5144
@juramborborah5144 2 жыл бұрын
Puhor live 8 tok bht bht dhoinobad jonaisu ..natini jonik hokolure agt sinaki korai diar babe 🙏 amr gaor aru porialr gowrob
@jyotsnabhuyan1206
@jyotsnabhuyan1206 2 жыл бұрын
God bless you. Hope you will be a good singer. Keep it up.
@rinjumonidutta5334
@rinjumonidutta5334 2 ай бұрын
কণমানি প্ৰণামিকাক উলিয়াই আনি সুবিধা দিয়া ৰ বাবে পোহৰ লিখিবলৈ ধন্যবাদ জনালো। মৰমৰ কণমানি প্ৰণামিকাক ❤❤❤🎉
@jaandutta8243
@jaandutta8243 2 жыл бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো প্ৰণামিকা
@KabitaKalita-xc6vj
@KabitaKalita-xc6vj Ай бұрын
কনমাণি গৰাকীৰ কণ্ঠ অতি সুন্দৰ আৰু স্পষ্ট। কোনো উপযুক্ত সংগঠনে তেওঁক সঁহাৰি জনোৱা উচিত।
@ritamoniborkakoti7222
@ritamoniborkakoti7222 2 жыл бұрын
তোমাৰ ভবিষ্যত কামনা কৰিলোঁ 🙏🙏🙏🙏
@pranjalborborah8413
@pranjalborborah8413 2 жыл бұрын
Amr Deha aru agbahi jua... Puhr live OK bht bht dhoinobad jonaisu 🙏🙏
@santanaborah290
@santanaborah290 2 жыл бұрын
Amazing voice, very nice... may God help her 🙏
@lipisaikiabora5745
@lipisaikiabora5745 Жыл бұрын
অতি সুন্দৰ প্ৰণামিকা। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
@assmesvideo6000
@assmesvideo6000 2 жыл бұрын
অতি সোনকালেই ভগৱানে মেন কনমানি জনীলৈ বহুত পোহৰ বিলাই তাৰেই প্ৰাৰ্থনা জনায় কৃষ্ণৰ চৰনত সেৱা কৰিছো
@rekhamanidas1717
@rekhamanidas1717 2 жыл бұрын
God bless u, Tumi bahudur agbarhi juwa,tarei kamona karilu.....💕
@kalikrishnagoswami6869
@kalikrishnagoswami6869 Ай бұрын
অতি মধুৰ। প্ৰণামিকাৰ ভবিষ্যত কামনা কৰিলো।
@munmihazarika779
@munmihazarika779 2 ай бұрын
🎉 সচাঁকৈ ইমান ধুনীয়া মৰম লগা কণমানি জনী। ঈশ্বৰে তোমাক সদায় ভালে ৰাখক কৃষ্ণ।
@amlanboruah5308
@amlanboruah5308 2 жыл бұрын
উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ❤️
@tarunchandraborah9710
@tarunchandraborah9710 2 жыл бұрын
ভৱিষ্যতে উজ্জ্বল কামনা কৰিলো।
@palashpatgiri6472
@palashpatgiri6472 2 жыл бұрын
তোমাৰ কন্ঠ ধৃনিয়া আগলৈ গায় জোৱা .অসমৰ নাম ৰব.
@mamoniborah8899
@mamoniborah8899 2 жыл бұрын
সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো।
@pankajsaikia9070
@pankajsaikia9070 2 жыл бұрын
মোৰ কলীজা জনী বহুত ভাল লাগিল, আৰু আগবাহি যোৱা ভগবানৰ ওচৰত এই প্ৰাথনা।
@priyambihazarika6526
@priyambihazarika6526 2 жыл бұрын
বহুত সুন্দৰ কণ্ঠ। উজ্বল ভৱিষ্যত কামনা কৰিলো।👌👌👌
@dipikalahon1107
@dipikalahon1107 Ай бұрын
বৰ ধুনীয়া লাগিছে ঈশ্বৰৰ আশীৰ্বাদ সদায় থাকিব আগবাঢ়ি যোৱা ❤
@ritachoudhury1048
@ritachoudhury1048 2 жыл бұрын
She is so sweet. Her merit must utilize.any organization.Good future hope.
@BasantaKakati-mm1gu
@BasantaKakati-mm1gu Ай бұрын
কণমানি জনীলৈ বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ |
@lilydevi3580
@lilydevi3580 2 ай бұрын
পনামিকা বহুত শুন্দৰ হৈছে আগলৈ আৰু ভবিষ্যত উজ্জ্বল কামনাৰে
@puspaborah4779
@puspaborah4779 2 жыл бұрын
আগ বাঢ়ি যোৱা আশীৰ্বাদ কৰিছো ।
@tinumaisaikia1694
@tinumaisaikia1694 2 ай бұрын
অতি সুন্দৰ প্ৰণামিকা। ভৱিষ্যতে আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো 🙏🙏🙏🙏❤❤❤❤
@champagogoi7435
@champagogoi7435 2 жыл бұрын
সুন্দৰ লাগিল সোন জনী 🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💕💕💕💕💕💕♥️♥️♥️♥️💗💗💗💗💗💗
@pallabjyotiborthakur6333
@pallabjyotiborthakur6333 2 жыл бұрын
Pranamikar Ujjal Bhobisyat Kamona Korilu❤️ God Bless You
@malabikasaikia8040
@malabikasaikia8040 Жыл бұрын
সচাকৈয়ে তোমাৰ গান শুনি আপ্লুত হ'লোঁ প্ৰণামিকা ।তোমাৰ উজ্জ্বল ভৱিষ্যতকামনা কৰিলোঁ ।
@iamfootballplayerilikefoot6118
@iamfootballplayerilikefoot6118 2 жыл бұрын
প্ৰণামিকা তোমাৰ ভবিষ্যতৰ উজল কামনা কৰিলো ।
@dilipgogoi-wq1cm
@dilipgogoi-wq1cm Жыл бұрын
বশুত ভাল হৈছে আশিবাদ কৰিছো আৰু ভাল হক ।আইজনি ভগবানে কুশল কৰক। যোৰহাট ঘৰফলিয়া সৰুচৰাই
@nokuldas558
@nokuldas558 Жыл бұрын
প্ৰণামিকা তোমাৰ ভবিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰিচো
@manjugogoiboruah9007
@manjugogoiboruah9007 2 жыл бұрын
প্ৰণামিকা তোমাক দূৰৰ পৰাই প্ৰণাম জনাইছোঁ। তুমি এই প্ৰতিভাৰ জৰিয়তে কালজয়ী,যুগজয়ী হোৱা।
@suntaramilipanging9560
@suntaramilipanging9560 2 жыл бұрын
বৰ সুমধুৰ কণ্ঠ। তোমাৰ ভবিষ্যৎ কামনা কৰিলে।
@kalyanbhorali7789
@kalyanbhorali7789 2 жыл бұрын
সুন্দৰ আৰু আগুৱাই যোৱা ।
@gamlodeka8043
@gamlodeka8043 2 жыл бұрын
ভগবানে আগোয়াই নিইয়ক তাৰে কামনা কৰিলো পনামিক্যা
@panchamirabhadas23
@panchamirabhadas23 Ай бұрын
প্ৰণামীকা ভগৱান তোমাৰ সহায় হওঁক।
@bijithazarika9014
@bijithazarika9014 Жыл бұрын
সুন্দৰ লাগিছে । ভবিষ্যতে ভগৱানৰ কৃপা সদায় থাকিব
@jaintybordoloi9910
@jaintybordoloi9910 2 жыл бұрын
আই ঐ দেহি । ইমান বঢ়িয়া লাগিছ । কোনো ফালে কমি নাই । আগুৱাই যোৱা । সদায় আৰ্শীবাদ জনাইছো । জয়ন্তী গগৈ বৰদলৈ । বোকাজান ।
@jadumoniassameseentertainm768
@jadumoniassameseentertainm768 2 жыл бұрын
Dhuniya lagil hosa kan mane suwali jone😍😍😍 agbahe juwa tumi amar akibad tumar lagot takil
@karabiborah6093
@karabiborah6093 2 жыл бұрын
Pronamika aru aaguwai juwa ..god bless you ❤❤
@bijumonigogoi1800
@bijumonigogoi1800 2 жыл бұрын
Tai hure monbkulita karise ,tai git hamuh di thakibo ,huni monei novore ,vhogobane aru aguwai niok ,Dekhot dhurbo torar Dore jiliki uthok ,👍👍❤️🙏🙏
@govindarajbongshi2807
@govindarajbongshi2807 2 жыл бұрын
ধুনীয়া। হৈছে
@debashreesaikia2101
@debashreesaikia2101 2 жыл бұрын
সুন্দৰ কণ্ঠ । আগুৱাই যোৱা তুমি
@dipabhuyan3684
@dipabhuyan3684 2 жыл бұрын
সছাই যাদু আছে তোমাৰ কণ্ঠ
@DiptiChetia-bs5vh
@DiptiChetia-bs5vh Жыл бұрын
মাজনী অ, বৰ সুন্দৰ কণ্ঠ । ভগৱানে তোমাক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব ‌।
@debojanibora6555
@debojanibora6555 2 жыл бұрын
সছাকৈ বৰ সুন্দৰ কন্ঠ আৰু আগুৱাই যায় যেন
@sorupaidas7114
@sorupaidas7114 2 жыл бұрын
ঈশ্বৰে কৃপাকৰক।আৰু আগবাঢ়ি যক।তাৰে প্ৰনামিকাৰ উজ্ৎলকামনা।কৰিলো।
@soneshwarisonowal7412
@soneshwarisonowal7412 2 жыл бұрын
গীতা
@rulirekhabhuyan3768
@rulirekhabhuyan3768 Жыл бұрын
প্ৰণামিকাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
@BefulaNath
@BefulaNath Ай бұрын
প্রনামিকা বৰ বৰা আগ বাঢ়ি যোরা
@PapumoranPapumoran
@PapumoranPapumoran 26 күн бұрын
সুন্দৰ আগলৈ আগবাঢ়ি যোৱা
@monikaboro9395
@monikaboro9395 2 жыл бұрын
Tair protibha dekhi bohhut bohuut bhal lagise.Tai sangeet jogotot aguai goi thakok eake iswaror usorot kamona korilu.👍😎👍😎
@dilipkrbora1132
@dilipkrbora1132 2 жыл бұрын
উজ্বল ভবিষ্যত আশা কৰিলো ।ভগবানে কুশলে ৰাখক 🙏
@bhubaneswarisaikia9126
@bhubaneswarisaikia9126 2 жыл бұрын
ভগবান কণমানি জনীৰ. সহায় হওক🙏🙏
@basistharabha5018
@basistharabha5018 2 жыл бұрын
সুন্দৰ কন্ঠ।
@jurigoswami1149
@jurigoswami1149 2 жыл бұрын
খুউব সুন্দৰ হৈছে ভবিষ্যত উজ্জ্বল কামনা কৰিলো।
@pukiasissiborgaonicdsproje4668
@pukiasissiborgaonicdsproje4668 2 жыл бұрын
কনমানি জনীক ধন্যবাদ জ্ঞাপন কৰিছো। আচৰিত প্ৰতিভা
@pradipboruah9251
@pradipboruah9251 Жыл бұрын
pronamikaloi bohut bohut subhokamona jonalu asirbad disu bohut aguai jauok..
@gunaramdas131
@gunaramdas131 Жыл бұрын
তোমাৰ উজ্বল ভবিষ্যত কামনাৰে ভগৱানক প্ৰাথনা জনাইছোঁ! তুমি আগুৱাই তেওঁ তোমাৰ সহায় হক!
@rakhagogoi4728
@rakhagogoi4728 2 жыл бұрын
বহোত বহোত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমি আৰু আগবাঢ়ি যোৱা
@fatikdeka451
@fatikdeka451 2 жыл бұрын
প্ৰনামিকা আশীৰ্বাদ কৰিলো তুমি অনন্ত গতিৰে আগুৱাই ৰাভাই।
@x3yogi__155
@x3yogi__155 Жыл бұрын
বৰ ধুনীয়া গাইছা, ভগৱান তোমাৰ সহায় হ ওক , আগুৱাই যোৱা,তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ,
@junaligogoi2331
@junaligogoi2331 2 ай бұрын
বহুত সুন্দৰ ৷
@bhoniborah4569
@bhoniborah4569 2 жыл бұрын
Bohut val lagile se pronami tumi aru Aguai jaba buli asha korisu 🙏🙏🙏🙏🙏
@Protim-b1l
@Protim-b1l 2 ай бұрын
Konmani Joni protiva dekhi asorit hoisu,konmani Joni ujjol bhobissyot kamona korilu❤❤❤❤from nazira❤❤
@minotichetia9972
@minotichetia9972 Жыл бұрын
বৰ সুন্দৰ প্ৰতিভা, বহুতো মৰম তোমালৈ প্ৰণামিকা, আগুৱাই যোৱা সদায়।❤❤
@siremanthahazarika2514
@siremanthahazarika2514 2 жыл бұрын
Ru ag bhi jua.......bht bht mrm ru huvssa thkl tmloi.......,
@jinasarmah6622
@jinasarmah6622 Жыл бұрын
তোমাৰ ভবিষ্যতৰ উজ্বল কামনা কৰিলো ❤❤
Inside Out 2: ENVY & DISGUST STOLE JOY's DRINKS!!
00:32
AnythingAlexia
Рет қаралды 16 МЛН
Ozoda - Lada ( Official Music Video 2024 )
06:07
Ozoda
Рет қаралды 22 МЛН
Как мы играем в игры 😂
00:20
МЯТНАЯ ФАНТА
Рет қаралды 3,4 МЛН
চেনী বেছি খোৱা বেয়া
1:30
SJ assam
Рет қаралды 42 М.
Inside Out 2: ENVY & DISGUST STOLE JOY's DRINKS!!
00:32
AnythingAlexia
Рет қаралды 16 МЛН