পুলিচৰ গুলী খাবলৈ সাজু হৈছে যুৱতী…মুখ্যমন্ত্ৰীলৈ কি আহ্বান?

  Рет қаралды 361,426

Asom Live 24 Digital

Asom Live 24 Digital

Күн бұрын

Пікірлер: 373
@gkdigital92
@gkdigital92 2 жыл бұрын
মুঠৰ ওপৰত ম্যাদি পট্রা মাটি নাথাকিলে চৰকাৰে এনেকুৱা ব্যবস্থা ললেও একো কৰিব নোৱাৰিব
@nipulsaikia8671
@nipulsaikia8671 2 жыл бұрын
দখল কৰোতে সাংবাদিক সকল কত আছিল। দখল দাৰি সকলক কব লাগিছিল চৰকাৰে নিদিয়ে বুলি।
@anuragsonowal6177
@anuragsonowal6177 2 жыл бұрын
Madarsud bjp
@LakshmanKrRay
@LakshmanKrRay 2 жыл бұрын
ডাঙৰ ডাঙৰ নেতাই মাটি দখল কৰিছে তাত অকল সাধাৰন মানুহে দখল কৰা নাই ডাঙৰ মানুহৰ মাটিত থকা ঘৰ সমুহ ভাঙি দিয়া নাই তাত কিয় একো নোকোৱা ?
@gaoliyakhabor4007
@gaoliyakhabor4007 2 жыл бұрын
চৰকাৰে উচ্ছেদ কৰক আমাৰ কব লগা নাই।কিন্তুুু অসমীয়া ভাষাৰ পুথিক অপমান কৰা ,আমি চৰকাৰক অধিকাৰ দিয়া নাই।আৰু শিশুক সম্নান আৰু আদৰ কৰক।কাৰন সেই শিশুটিয়েই চৰকাৰী স্কুলৰ ভাত খাবগৈ লাগিব।
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
narik khedi khedi mari aase bjpr manuhe. tohote bule narik khonman koro. khosa kotha manuhe buji pale bjpea atau vote napai aaru hindutto khekh hobo worlor pora.
@anuragsonowal6177
@anuragsonowal6177 2 жыл бұрын
@Krishna Roy Music bangladhesi hoi toi madarsud
@safiqulbari
@safiqulbari 2 жыл бұрын
Tur adhikar lobo nalage
@biswajitkalita2134
@biswajitkalita2134 2 жыл бұрын
মামা মামা বুলি এই গেদা বোৰে পুৰা সুবিধা লৈচা. গতিকে অসম পুলিচ জিন্দাবাদ ,
@pechal4504
@pechal4504 2 жыл бұрын
তই গেদা
@biswajitkalita2134
@biswajitkalita2134 2 жыл бұрын
@@pechal4504 গেদা কোন আগত ভালকে চাই লয়
@bikukhakhalary5954
@bikukhakhalary5954 2 жыл бұрын
Gedank swn pora nai o Vai axomia k he paro sorakare ktia kot koril gedank
@carshorts7621
@carshorts7621 2 жыл бұрын
@@biswajitkalita2134 শিলসাঁকোত মুচলমান নাই আছে যদিও সৎখ্যাত বহুত কম ।তাত আমাৰ হিন্দুৱেই বেছি আছে ।তাত জয়ন্ত মলুৱা,ভাচমল,হিম্মতসিংকাৰৰ দখলিকৃত মাটি আছে সেইবোৰত উচ্ছেদ নাই হোৱা ।
@LakshmanKrRay
@LakshmanKrRay 2 жыл бұрын
গেদা বুলি কাক কৈছা ? এইজনী কলিতা উপাধীৰ ছোৱালী মই ভালকৈ জানো ?
@theeasternworld
@theeasternworld 2 жыл бұрын
কি ঠিকনা অদূৰ ভৱিষ্যতে এইবোৰ ঠাইত উচ্ছেদিত সকলক কৌশলেৰে আঁতৰাই বিয়াগোম ৰাজনৈতিক নেতা আৰু পুঁজিপতি মিলি পঞ্চতাৰকা হোটেল, ব্যৱসায়ী প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰে।
@deboofficial2837
@deboofficial2837 2 жыл бұрын
Right dada
@pratimasarma1737
@pratimasarma1737 2 жыл бұрын
তাৰেই সম্ভাৱনা বেছি।
@kabirsarma6573
@kabirsarma6573 2 жыл бұрын
একেবাৰে সঁচা কথা। সেই বিলাকেই কৰিব গৈ আছে ।
@sadanandaray139
@sadanandaray139 2 жыл бұрын
Absolutely right
@himantadas9471
@himantadas9471 2 жыл бұрын
Assam police zindabad
@nirankusaikia2954
@nirankusaikia2954 2 жыл бұрын
অসমত যে থাকিব পাইছ। অসম পুলিচৰ গাত হাত দিয়। নাম নিচান নাইকীয়া হৈ যাব ।অসম পুলিচ জিন্দা বাদ আৰু জিন্দা বাদ হৈ থাকিব
@kamalhassan8619
@kamalhassan8619 2 жыл бұрын
মৰম দিলেহে মৰম পাব ।
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 2 жыл бұрын
আজমলৰ ঘৰ টো দেখুন জিলিকি আছে, ৰাজ্য সভাৰ নিৰ্বাচনত জিকা ই দিয়াৰ উপহাৰ যেন লাগিছে।আজমলক বাবৰি মচজিদ বনাবলৈ ব্যৱস্থা কৰা যেন লাগিছে।
@channelmrinmoymayuri2531
@channelmrinmoymayuri2531 2 жыл бұрын
হৃদয় বিদাৰক
@shaktidevibrahma476
@shaktidevibrahma476 2 жыл бұрын
হিমন্ত বাবুৰ আজমলৰ 9 বিঘা মাটিৰ দেৱালত বুলদৰজাৰৰ কব মাৰাৰ সাহস নাই, কাৰন আজমলে হিমন্তক এক্কে দিনাই কিনি খৰিদ কৰি লব পাৰে আৰু সেই কাৰনেই আজমল চাহাবৰ দেউৱালত হিমন্তৰ কব মাৰাৰ সাহস নাই ।
@safiqulbari
@safiqulbari 2 жыл бұрын
Congrats
@localvoiceofassam2721
@localvoiceofassam2721 2 жыл бұрын
Great jb cm sir
@jonacknikha5867
@jonacknikha5867 2 жыл бұрын
Assam police jindabad
@purnagogoi1571
@purnagogoi1571 2 жыл бұрын
C m right.
@tarunnath4726
@tarunnath4726 2 жыл бұрын
Jindabad
@pikudas2189
@pikudas2189 2 жыл бұрын
Right 👍 koyse
@opsimpleboy8367
@opsimpleboy8367 2 жыл бұрын
Aam Aadmi party jindabad 🥰 atah a rasta ase Aam Aadmi 🥰
@sonu9991
@sonu9991 2 жыл бұрын
Cong r nutun rup aap
@ARUNKALITA
@ARUNKALITA 2 жыл бұрын
HBS always jindabad
@Sanuda90
@Sanuda90 2 жыл бұрын
Boriya korise mamai 👌love u mama...
@nabagohain1330
@nabagohain1330 2 жыл бұрын
Axom police jindabad
@thenasim37
@thenasim37 2 жыл бұрын
Good job sis
@biswajitkakati431
@biswajitkakati431 2 жыл бұрын
১. এমাহলৈ কাজ-ভোজ পতা নহয় নেকি ? (মই নাজানো বাৰু) ২. বিল বা তেনেকুৱা স্থান ঘৰ স্থাপনৰ বাবে নহয় । সেইধৰনৰ মাটি বাসস্থান হ'লে সমস্যা বাঢ়িবহে । ইতিমধ্যে পাহাৰ বিলাক কটাৰ বাবে কি হৈছে সকলোৰে জ্ঞাত । ৩. আপোনাৰ বা যিসকলৰ ইয়াত উচ্ছেদ কৰা হৈছে তেওঁলোক নিশ্চয় সেই ঠাইৰ স্থানীয় নহয়, নহ'লে উচ্ছেদ নহলেই হয় । যদি নহয় তেনে হ'লে ইয়াত আপোনাৰ মতামতৰ প্ৰয়োজন প্ৰশাসনে নাই বুলি ধৰাতো স্বাভাৱিক । ৩. চৰকাৰৰো কৰনীয় আছে । ক) যেতিয়া বসতি স্থাপন কৰিছিল তেতিয়া প্ৰশাসন ক'ত আছিল ! বাধা তেতিয়াই নিদিলে কিয় ? খ) শক্তিশালী মানুহৰ ওপৰত একো নহয়-নচলে কিন্তু সৰ্বসাধাৰণৰ ওপৰত সদায় হেঁচা বেছি । (অনাহক জ্ঞান আৰু শিক্ষা দিবলৈ নাহিব)
@prasannadas381
@prasannadas381 2 жыл бұрын
এমাহ তেল খাৰ নেখাই ম‍ৃতকক শ্ৰদ্ধা জনায় তেওঁৰ আত্মাৰ সদগতিৰ অৰ্থে সদায় পুৱা গধূলি চাকি বন্তি জ্বলাব লাগিব ।যদি ভক্তি আছে ।........
@biswajitkakati431
@biswajitkakati431 2 жыл бұрын
@@prasannadas381 জনোৱাৰ বাবে ধন্যবাদ । আমাৰ ফালে তেনেকুৱা নিয়ম নাই । কিন্তু ভক্তি বিষয়টো নিয়মৰ লগত খাপ নাখায় । যাৰ যি নিয়ম সেইমতেই ভক্তি প্ৰকাশ কৰি আহিছে আৰু থাকিব ।
@tonukutum501
@tonukutum501 2 жыл бұрын
Good job💯👍
@bichitrabaishya973
@bichitrabaishya973 2 жыл бұрын
চৰকাৰী মাটিত কোনে ঘৰ বনাব কৈছিল?
@pankajrajkhowa775
@pankajrajkhowa775 2 жыл бұрын
Aru BJP k vote dibi aibur hobo Assam t
@ARUNKALITA
@ARUNKALITA 2 жыл бұрын
HBS always great
@putulkalita3115
@putulkalita3115 2 жыл бұрын
মুখ্যমন্তীৰীৰ ঘৈনাকৰ নামত লোৱা চৰকাৰী মাটি বঙৰাত আপোনালোকে আহি উচ্ছেদ কৰি তাত বসতি কৰকহি আমিও আছো ।
@nayanmanideka5758
@nayanmanideka5758 2 жыл бұрын
আমাক জালুক বাৰীত উচ্চেদ অভিজান লাগে।
@rahuldevnath3236
@rahuldevnath3236 2 жыл бұрын
ইহঁতক ৰাস্তাৰ ভিক্ষাৰী কৰিব লাগে। অবৈধভাবে দক্ষল কৰিব, এতিয়া ডাঙৰ ডাঙৰ কথা কয়।
@nipulsaikia8671
@nipulsaikia8671 2 жыл бұрын
গগৈ কাকা তই ৰাজনীতিত কৰিবলৈ নোসোমাবি।
@niturajkonwar8193
@niturajkonwar8193 2 жыл бұрын
Vla hoisa
@মইশিকিআছো
@মইশিকিআছো 2 жыл бұрын
Aru vote diyok bjp k.....
@himanshudeka5085
@himanshudeka5085 2 жыл бұрын
যি কৰিছে ভালে কৰিছে চৰকাৰে।তহতক চৰকাৰী মাটিত ঘৰ বান্ধিবলৈ চৰকাৰে দিয়া নাছিল নহয়।
@kunjasaikia7687
@kunjasaikia7687 2 жыл бұрын
Assam police jinda bad
@arupdutta3692
@arupdutta3692 2 жыл бұрын
Right news
@imunique1377
@imunique1377 2 жыл бұрын
আৰু news বিলাকো বেছি থোৱা হে লৰোণ দেৱতা
@pareshdas2570
@pareshdas2570 2 жыл бұрын
আপোনালোকৰ অন্য বাতৰি নাই নেকি৷
@ranjanling5566
@ranjanling5566 2 жыл бұрын
পুলিচক মাৰিবলৈ গা পাতি দিয়া দিন উকলিল আজিৰ তাৰিখত কোনোবাই মাৰিব ,খেদিব ,ঘৰ ভাঙিব আহিলে কালী ,দূৰ্গাদেৱীৰ সমুখত জীৱ বলি দিয়া ঠাইত অত্যাচাৰী ,আততায়ী বাহিনীক বলি দিব লাগে ।
@Your-Lover
@Your-Lover 2 жыл бұрын
চৰকাৰৰ মাটি দখল কৰিলে এদিন নহয় এদিন উচ্ছেদ কৰিবই,,,,
@qutymannyaallactivitiesina9756
@qutymannyaallactivitiesina9756 2 жыл бұрын
Morom korute korute assam khon muslimor odhin kori dise..
@bikukhakhalary5954
@bikukhakhalary5954 2 жыл бұрын
Muslimok kot kribo Parise axomia manuhk he paro sarkare
@dipudas618
@dipudas618 2 жыл бұрын
BJP ক ভোত দিবি আৰু একেফালে দি একেফালে লুটে
@jayantakrdas647
@jayantakrdas647 2 жыл бұрын
কংগ্ৰেছক দি লুটিপুটি খুৱাবি তাৰ বাহিৰে কি আছে
@imunique1377
@imunique1377 2 жыл бұрын
থোৱা হে চৰকাৰী মাটিত কিয় আছে
@Kdeka1987
@Kdeka1987 2 жыл бұрын
মিয়া যাতে এটাও দেখা napaou তাৰ বাবে ববস্থ্যা কৰক ।।।অসম ভাল হৈ যাব
@mmaaan1074
@mmaaan1074 2 жыл бұрын
অসম পুলিচ জিন্দা বাদ ।
@janardanphukan2508
@janardanphukan2508 2 жыл бұрын
অন্ধ ভক্ত জিন্দাবাদ 🙌
@amritdas1477
@amritdas1477 2 жыл бұрын
Andha vacta jinda bad.
@ramenlkathar9577
@ramenlkathar9577 2 жыл бұрын
পৰিৱেশ পৰিস্থিতি অনুসাৰে সাংবাদিক বাইদেউৰ প্ৰতিবেদন আবেগি কৰি তুলিছে।
@abdulrakib7861
@abdulrakib7861 2 жыл бұрын
Moja Akhomiya r Sorkar
@secretboss2991
@secretboss2991 2 жыл бұрын
Nice,,,,,
@mondeepbora6503
@mondeepbora6503 2 жыл бұрын
Val korisee mama
@bhabendas3808
@bhabendas3808 2 жыл бұрын
Val hoise gaon Ari Guwahati lage
@Jamaluddin-uz2xz
@Jamaluddin-uz2xz 2 жыл бұрын
good job Assam government 👍👍
@SriCCDas
@SriCCDas 2 жыл бұрын
অসমীয়া বুলি কি প্ৰমাণ আছে।
@mantudds2395
@mantudds2395 2 жыл бұрын
এইবোৰ বৰ কিয় হৈছে খিলঞ্জীয়া ৰ ওপৰত কি ৰাজনীতি
@pradipboro1099
@pradipboro1099 2 жыл бұрын
Good sister
@sweetygowala2677
@sweetygowala2677 2 жыл бұрын
Hoi de tohote val neke thana জ্বলাই দিয়াৰ অধিকাৰ কৰ পৰা পাইছিল
@mridudeep1534
@mridudeep1534 2 жыл бұрын
Valei korise Assam govt ye
@noobragaming4148
@noobragaming4148 2 жыл бұрын
Yasss
@mkxofficial7722
@mkxofficial7722 2 жыл бұрын
Ki bal vl krse ....
@tapanbaishya6208
@tapanbaishya6208 2 жыл бұрын
A. P jindabad
@mousamabang2953
@mousamabang2953 2 жыл бұрын
Maaina ai blk kole nohobo nhoi 😆
@adityanirmolia449
@adityanirmolia449 2 жыл бұрын
Hosa kotha
@albisdhanwar8011
@albisdhanwar8011 2 жыл бұрын
Next time no BJP sarkar
@khiroddeka5352
@khiroddeka5352 2 жыл бұрын
মিয়াৰ(বাংলাদেশী) দপদপনি শুনিবলৈ জীয়াই থকা হান পাইছা নেকি? নিজৰ দেশত যি দপদপনি কৰা কৰি থাকিবি ।
@stp100
@stp100 2 жыл бұрын
Hope the HIGH RISES DOESN'T RISE in all the SPECIFIC surrounding AREA' S. 🙏KEEP ALL EYES OPEN TILL THEN 👀
@newallupdate9790
@newallupdate9790 2 жыл бұрын
Mojja
@rinadeka2756
@rinadeka2756 2 жыл бұрын
বহুত দুখ লগা দৃশ্য । ইপিনে আকৌ নেৰা নেপেৰা বৰষুণ ক'ত থাকিব মানুহ বোৰ ।দয়া মমতা নাইকিয়া হ'ল পৃথিৱীত কেৱল নিজৰ চাৰ্থ সিদ্ধিৰ বাবে।
@dboruah9312
@dboruah9312 2 жыл бұрын
A thok g hoise val hoise . Oboidhosob
@toppovolgs9481
@toppovolgs9481 2 жыл бұрын
AAP zindabad..!
@rdeka4690
@rdeka4690 2 жыл бұрын
Morom kom hoise Sarker khonor
@binodshah3434
@binodshah3434 2 жыл бұрын
Bohot Val korise
@nilakumarsarma1726
@nilakumarsarma1726 2 жыл бұрын
আৰু কিমান উচ্ছেদ অসমীয়া মানুহক? গুৱাহাটী সম্প্ৰসাৰণৰ নামত যোৱা প্ৰায় ৪০ বছৰৰ ভিতৰত লাখৰ ঘৰত খাটি অসমীয়া জাতি জনজাতি মানুহক উচ্ছেদ কৰা হল...হায় উপৰৱালা!!!???
@dildarhussain8073
@dildarhussain8073 2 жыл бұрын
Aru de bjp k vot
@rajarishibhattacharyya80
@rajarishibhattacharyya80 2 жыл бұрын
Reporter madam, are you trying to justify encroachment by the illegal encroachers. What should government supposed to do, encourage encroaching government, and forest land, should government close their eyes. Please make your point clear
@tapanrai5385
@tapanrai5385 2 жыл бұрын
Baideo axomiat kbo ni moi English najanu
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
@@tapanrai5385 😀😀😀
@theeasternworld
@theeasternworld 2 жыл бұрын
অসমত হাজাৰ হাজাৰ বছৰ আগৰে পৰা জনজাতীয় লোকসকল পাহাৰে-ভৈয়ামে, জংঘল-অৰণ্যত বসবাস কৰি আছে। ভাৰত চৰকাৰ, ফৰেষ্ট ডিপাৰ্টমেন্ট প্ৰতিষ্ঠা হোৱা কিমান বছৰনো হৈছে? জনজাতীয় মানুহ বেছিভাগৰে মাটিৰ পত্তা নাই, আৰু শিক্ষাৰ প্ৰভাৱ কমকৈ পৰা বাবে মাটিৰ পত্তা কেনেকৈ উলিয়াই তাকো নাজানে, তাতে তোমাৰ দৰে তথাকথিত উচ্চ শিক্ষিত দালাল কিছুমানে মাটি পত্তা বনাই দিয়াৰ নামত জনজাতীয় লোকসকলক ঠগি আহিছে। আজি তথাকথিত বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানসমূহ জনজাতীয় সকলৰ একালৰ বাসস্থান আৰু জীৱন জীৱিকাৰ স্থান আছিল। আনহে নালাগে সমগ্ৰ গুৱাহাটী খনেই একালত জনজাতীয় লোকৰ বাসস্থান আছিল।
@lakshmibasumatary3011
@lakshmibasumatary3011 2 жыл бұрын
Oxomiya manu buliye jote tote sarkari matit ghor bonale xediboye o baidew.
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
চৰকাৰী ভূমি দখল কৰিবলৈ কোনে তহতক কৈছিল?
@Jkbro786
@Jkbro786 2 жыл бұрын
Tok iyat comment koribo kone koise??
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
@@Jkbro786 তোৰ বাপেৰৰ নেট ব্যৱহাৰ কৰি আছো নেকি?
@Jkbro786
@Jkbro786 2 жыл бұрын
@@lachithazarika1142 sarkaror vumi tor baperor mati nki?.....
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
@@Jkbro786 চৰকাৰৰ ভূমি কাৰণেই তহতক কুকুৰ মেকুৰীৰ দৰে খেদিছে। এতিয়া ভুকিচ কিয়? অঘৰীৰ জাত। থাকিবলৈ ঠাই নাই যদি জন্ম কিয় লৈছিলি?
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
sorkari matiye aasil gutei bilak pisot britisa potta dile. atiya bjp gova potta dibo lage. karan bjpea protisuti disil.
@ratulpachung5747
@ratulpachung5747 2 жыл бұрын
Krisno he bulilu aruu
@dhrubajyotihazarika5198
@dhrubajyotihazarika5198 2 жыл бұрын
Bohut bhal korise
@nagendramondal152
@nagendramondal152 2 жыл бұрын
জাননী নিশ্চয় দিছে উচ্ছেদ কৰাৰ বাবে।
@bikashchetri6903
@bikashchetri6903 2 жыл бұрын
Spek properly Assamese you from Bangladesh
@jamsslalka6504
@jamsslalka6504 2 жыл бұрын
মানুহ মৰিলে মাটি লগত লয় নাযায় । কিন্তু জিয়াই থকা দিনত বাসথানৰ প্ৰয়োজন। সকলো মাটি দেখুন চৰকাৰৰ ,সেই বাবেই 20 বছৰৰ পুৰণি মানুহক পটাৰ বেৱচথা কৰি দিব লাগিব চৰকাৰে আৰু তাইৰ কোৱা মতে 22 বছৰ বয়সত ভৰি দিছে সেই বাবেই উচিত বেৱথা লৱলাগে । বৰ বেয়াকৈ দুখ লাগিল তাই কথাখিনি সোনি।
@faridulislam686
@faridulislam686 2 жыл бұрын
Ba....Bjp ba....😡😡😡
@AbhijitDas-kh9jj
@AbhijitDas-kh9jj 2 жыл бұрын
আপোনাৰ,কাম,বৰথগি,কাৰণ, আপোনাৰ,কোন,কাম,ন্্
@sahidulkalam6921
@sahidulkalam6921 2 жыл бұрын
Pek pek kari lav nai govt land....
@imunique1377
@imunique1377 2 жыл бұрын
অ পেক পেক কৰি লাক নাই চৰকাৰী মাটি
@jaynalahmed9912
@jaynalahmed9912 2 жыл бұрын
Very good, Kub val kam korise sorkar a
@rishigogoi2439
@rishigogoi2439 2 жыл бұрын
sarkari matit jodi kunuba illegaliy bohi ase tnte ossed korok Aku ni
@dildarhussain8073
@dildarhussain8073 2 жыл бұрын
Mama tmie jui ..
@sontoshmoran4008
@sontoshmoran4008 2 жыл бұрын
গুৱাহাটীৰ সৰু কথা এটা ডাঙৰ বহল কৈ ৰহণ সানি কবি ।এইবোৰ কাম নাই অসমৰ মানুহে Joks ভাবে Repotr, মন্ত্ৰী ,আৰু ৰজা -পঁজা ওচৰতে আছে বুজিলে । বেলেগ news নাপালে আৰু অসমত বানপানী হৈ ক্ষতি হোৱা ঘৰ - দুৱাৰ প্ৰতি বছৰে কষ্ট খাই জীৱন ঘৰ হেৰুৱাই ভুগি আহিছে দেখি নোপোৱা । এই বোৰ কেতিয়া অসম চৰকাৰে সমাধান কৰিব ।
@indiatody3498
@indiatody3498 2 жыл бұрын
🤣🤣🤣 sobore ane goti hobo ...jati dhormor namot vot dile anekai hoi ...khomoi atiyau ase next vot amm admi parti .
@jonedas3219
@jonedas3219 2 жыл бұрын
Dukhiyar oport dadagiri
@samiranlahon2462
@samiranlahon2462 2 жыл бұрын
Matirr hotik documents nethakila ...Law aa kam koriboii ru
@tulumonidas8787
@tulumonidas8787 2 жыл бұрын
Faltu Kam korose ebilak
@ranjit9802
@ranjit9802 2 жыл бұрын
🇮🇳🇮🇳
@minakshinath750
@minakshinath750 2 жыл бұрын
Akou aber modi sarker😁
@tulashidas4872
@tulashidas4872 2 жыл бұрын
Miya bure ke kori ase dekha ni
@pjgaming1679
@pjgaming1679 2 жыл бұрын
Boinek suda Miya bilak guliyai matib lage .jay rss jay hindu jay hind
@prasannadas381
@prasannadas381 2 жыл бұрын
এই বোৰ কি গিৰি বুলি কয়, সেইটো হৈছে নেকি ?
@sonu9991
@sonu9991 2 жыл бұрын
Ki nhole dokhol kri utpat krile hol nki!!
@biplovmudoi3127
@biplovmudoi3127 2 жыл бұрын
Xob political
@satishchand8795
@satishchand8795 2 жыл бұрын
দেশতকৈ মোমাই ডাঙৰ নহয়
@mishingnitomlover1369
@mishingnitomlover1369 2 жыл бұрын
Police station joluwa tu uhsit nhoi aru police hokole din rati kostoh kori ahmak roikah kori ase aru police bohut val kam kori ase mur nijor area teh dekisu drug ganja chor bohut komi ase ahmi police logot asu 🙏🏻🙏🏻
@rupkantapathori2852
@rupkantapathori2852 2 жыл бұрын
বহিৰাগতৰ মাটি কিয় ল'ব নোৱাৰে খিলঞ্জীয়াৰ মাটি ল'ব পাৰে।
@samiranlahon2462
@samiranlahon2462 2 жыл бұрын
@@rupkantapathori2852 khilongia buli kola nhbo tu mukhe di ... Kagoj potro jodi nethake tnte kun kor hoi knake gom pboo
@Indianchanel516
@Indianchanel516 2 жыл бұрын
@@rupkantapathori2852 sorkari mati dokhol korli soboke uthai dibo..ami boki lav nai
@angryman3002
@angryman3002 2 жыл бұрын
Bangladesi go back,no mercy,,,,,,well done Assam govt
@pranjalsensua5001
@pranjalsensua5001 2 жыл бұрын
Black skin dekhi bangladeshi miya jen lagise na tor
@shymantakoch1305
@shymantakoch1305 2 жыл бұрын
Oi jahara
@mrnobody4430
@mrnobody4430 2 жыл бұрын
@@pranjalsensua5001 hoi be
@binodshah3434
@binodshah3434 2 жыл бұрын
Pulish jindawad
@tapanrai5385
@tapanrai5385 2 жыл бұрын
Boom politics eai politics r majot hadhoron manuh bur ene morise...😲😲😲
@rangabak-ekatlicherra701
@rangabak-ekatlicherra701 2 жыл бұрын
c M sir chinta korok ami Bhoomi Putro Joi Aai Assom
@nripenkalita4070
@nripenkalita4070 2 жыл бұрын
Bahut val hoise bedakhal karibaloi kune koisil
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,9 МЛН
Synyptas 4 | Арамызда бір сатқын бар ! | 4 Bolim
17:24
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 29 МЛН
BELTOLA || Petrol Pump || Guwahati || Assam
3:05
DY365
Рет қаралды 457 М.
ZO MU ZAUNA ZO MU SABA | Season 2 Episode 23 | Rariya TV
45:18
ৰাইজ সৰ্তক হক।
2:17
purnima vlog lanka
Рет қаралды 55 М.
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,9 МЛН