জয়মতী দেশদ্ৰোহী আছিল নি? জয়মতীৰ জন্ম গাঁও চাওঁ ব'লক । Joymoti and Jerenga Pothar |

  Рет қаралды 1,114,097

purbanchal

purbanchal

Күн бұрын

Пікірлер: 1 000
@LakhimiGogoi-v4h
@LakhimiGogoi-v4h Жыл бұрын
শিৱসাগৰত জন্ম লাভ কৰি গৌৰৱ অনুভৱ কৰোঁ । আমৰ ঠাই খনৰ বিষয়ে ইমান সুন্দৰ কৈ উপস্থাপন আৰু ভিডিঅ' কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে জানিব পৰাকৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ থাকিল আপোনালোকে
@LakhimiGogoi-v4h
@LakhimiGogoi-v4h Жыл бұрын
আগলৈ ও এনে ঐতিহাসিক স্থান আৰু ঘটনাৰ বিষয়ে জনাই থাকিবচোন ধন্যবাদ । মই গৌৰীসাগৰ হাতীঘূলিৰ লক্ষিমী গগৈ
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 4 жыл бұрын
সুন্দৰ প্ৰচেষ্টা ৷৷ ভাতৃদ্বয়লৈ আন্তৰিক শুভেচ্ছা আৰু আশীষ জ্ঞাপন কৰিছো ৷৷চহকী অসমৰ চহকী ইতিহাস ৰাইজৰ সন্মুখত ডাঙি ধৰি এক পৱিত্ৰ কাম কৰিছে বুলি ভাবিছো ৷৷
@lachitdas3403
@lachitdas3403 2 жыл бұрын
দ্রোন চুট ধুনীয়া হৈছে ।। আচল থাই বোৰ এতিয়া দেখা পালো ।। ধন্যবাদ দাদা ।।
@samironburagohain6008
@samironburagohain6008 5 жыл бұрын
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ সকলোৰে আগত লৈ অহা বাবে বহুত ভাল লাগিছে।।। ধন্যবাদ দাদা।।
@baneswarpanging3220
@baneswarpanging3220 5 жыл бұрын
ভাল লাগিল কিন্তু
@khirupravagogoi6004
@khirupravagogoi6004 5 жыл бұрын
বহুত ভাল লাগিল
@gpsbabag8350
@gpsbabag8350 5 жыл бұрын
@@baneswarpanging3220 q
@hirubora1746
@hirubora1746 4 жыл бұрын
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ ৰাইজ আগত লয় আহিচে বাবে বহুত ধন্যবাদ
@niruroy1894
@niruroy1894 4 жыл бұрын
@@baneswarpanging3220 >#
@thunumaa8732
@thunumaa8732 Жыл бұрын
ঐতিহাসিক.কথা.বোৰ.এনেকৈ.অৱগত.কৰা.বাবে❤❤❤❤
@bimangogoi3058
@bimangogoi3058 4 жыл бұрын
বঢ়িয়া হৈছে দাদা, ঐতিহাসিক কথা বোৰ এনেকৈ আমাক অৱগত কৰি থাকিব 🙏🙏🙏❤️❤️ ড্ৰুন ছটটো মজ্জা লাগিল 👍👍👍
@labaram566
@labaram566 5 жыл бұрын
শিবসাগৰলৈ কেতিয়াও যোৱা নাই। শুনিছোহে। বহুত নজনা কথা জানিলো বহুত নেদেখা ঠাই দেখিলো। বৰ ভাল লাগিল। ভবিষ্যতলৈ আকৌ এনে ধৰণৰ ভিডিও পাম বুলি আশা থাকিল। মৰম আৰু শুভেচ্ছা যাচিছো। ধন্যবাদ।
@bikashmajhi3966
@bikashmajhi3966 5 жыл бұрын
Muro janibo mon jai aji appunalukor ay video tu pai moi bohutei hukhi
@chandikasaikia3919
@chandikasaikia3919 5 жыл бұрын
I m so thankful to you.moi agot ebar comment korisilu joymoti kuworir jonmothai khon dekhuabole.NANGFA namor novel khon khon pohar pasore porai khubjanibo mon goi asil ..atlast apuni mur monor asha poor korile.thank you so much dada
@purbanchalassam
@purbanchalassam 5 жыл бұрын
It's my plsr
@dhrubasarmah7412
@dhrubasarmah7412 4 жыл бұрын
nangfa khanar likhok kon?
@diliphazarika6589
@diliphazarika6589 4 жыл бұрын
জয়মতীৰ জন্ম গাঁও খন দেখি অতীতৰ সোৱ্ৰৰণ জাগ্ৰত হ'ল । এনেকুৱা ভিডিঅ' আগলৈও আশা কৰিলো ।
@nomadicbird1984
@nomadicbird1984 5 жыл бұрын
মোৰ ঘৰ মাদুৰীতে। জয়মতীৰ ভায়েকৰ নাতীয়েক মই। কিছুমান তথ্য ভুলহৈ আছে। লাইথেপেনা বৰগোহাঞিৰ কাষৰ বাগানখন জয়া বাগান(জয়মতীৰ নামত ব্ৰিটিছে বনোৱা)। লাইথেপেনা বৰগোহাঞি কাষতেই তেওঁৰ ১২ গৰাকী পত্নীৰ মৈদাম আছে (বাগানৰ মাজতেই)। লগতে মাদুৰীত সৰ্বমুঠ ৪১টা মৈদাম আছে সৰু বৰ। ইয়াৰ ওপৰিও ফাকুৱা দৌলটো প্ৰকৃততে পা কুৱা(টাই ভাষাত ৮কুনীয়া স্তম্ভ) যিতো টাই তথা চীনা মুলীয় লোকসকলৰ এক ধাৰ্মিক আধাৰত বনোৱা স্মৃতি সৌধ। (চৰাইদেউৰ মৈদাম বোৰ চালেও বুজিব তাৰ প্ৰতিটো মৈদাম ৮ কোনীয়া, চকলংৰ বেদীটোও ৮ কোনীয় থাকে)। মানুহৰ মাজত মোখ বাগৰি পাক কুৱা গৈ ফাকোৱা হলগৈ। (বিদ্ৰ: কিছুমান তথ্য শুদ্ধকৈ প্ৰচাৰ কৰিব। নহলে মানুহে ভুলটোকে শুদ্ধ ভাবি লব) বহুত পুৰণি চাবক্ৰাইবাৰ হয়। আপোনাৰ চেনেল গ্ৰৌ নহওঁতেই মই চাবক্ৰাইবাৰ হৈছো। সেয়েহে ভাল হোৱাটো বিচাৰো চেনেলটো।
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপুনি কি বুজালে , ফাকুওৱা দল তেওঁ প্ৰৎকৃততে মৈদাম নেকি ? যদি হয় , বুৰঞ্জীত কত আছে ? জানিব মন গৈছে ?
@nomadicbird1984
@nomadicbird1984 5 жыл бұрын
@@purbanchalassam মৈদাম নহয় কাৰন জয়মতীৰ পাৰ্থিৱ শৰীৰ বিছাৰি পোৱা নাছিল। কিন্তু তেওঁৰ শুৱৰণিত পুতেক ৰুদ্ৰসিংহই পাকুৱা নিৰ্মাণ কৰিছিল। পাকুৱা কি তাক বুজিবলৈ টাই আহোম দৰ্শন আৰু চীনা দৰ্শন ভালকৈ অধ্যয়নৰ প্ৰয়োজন। চে ৰাই দয় যিদৰে চৰাইদেউ হল ঠিক একেদৰে পাকুৱা গৈ খাকুৱা হল।
@dheneswakonwar4324
@dheneswakonwar4324 9 ай бұрын
Apuni hosakoiye koise, vhulbur kobo nalage,aibure giyan murot vhoraboloi goi guborhe vhorabo.
@ajitchandradas5833
@ajitchandradas5833 4 жыл бұрын
ভাল লাগিল মনপৰশা হৈছে ধন্যবাদ
@BijuliDas-oj7lb
@BijuliDas-oj7lb 5 жыл бұрын
যিবিলাক বুৰঞ্জীত পঢ়িছিলো সেইবোৰ দেখা পালে মনত কি অনুভৱ হয় সেইটো বুজাৱ নোৱাৰো... বহুত ভাল লাগিল ভিডিঅ'টো চাই👍👍👍
@nabadeepgogoi5723
@nabadeepgogoi5723 3 жыл бұрын
Moja lagil dai
@mainelahonshort3118
@mainelahonshort3118 3 жыл бұрын
গৌৰৱ কৰোঁ ঐতিহাসিক শিৱসাগৰত জন্ম লাভ কৰি ❤️ from মেচাগড়
@indrajitborgohain8126
@indrajitborgohain8126 2 жыл бұрын
Bhut val lagil aru jen anekuwa video sabole pau
@gogoi12359
@gogoi12359 5 жыл бұрын
Thanks ককাইদেউ জ‌য় আহোম জয় আই অসম
@binodkakati6223
@binodkakati6223 4 жыл бұрын
কোনোদিনে নজনা তথ্য এটা ডাঙি ধৰাৰ বাবে ধন্যবাদ জনালোঁ ! খুব ভাল লাগিল তথ্য বোৰ জানি ! মোৰো ইচ্ছা আছে এই ৰজা দিনীয়া বুৰঞ্জী প্ৰসিদ্ধ ঠাই বোৰ চাবলৈ !
@prabhatkrgogoi8153
@prabhatkrgogoi8153 5 жыл бұрын
সামগ্ৰিকভাৱে ভিডিওটো চাই ভালেই লাগিল যদিও লাইথেপেনা বৰগোহাঞি মৈদামটো হাবি জংঘলে আৱৰি থকা দৃশ্যটো দুখজনক ৷ চৰকাৰক এই মৈদাটোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ ৷
@pranmarley9078
@pranmarley9078 4 жыл бұрын
Yes bro tumi thik koisa kintu sor karok koi lv ni sur keitak ausaror gawor manhu khine a korok mor mote blor sor kr
@prabitranath6889
@prabitranath6889 3 жыл бұрын
F check
@JibsanSarania
@JibsanSarania 2 ай бұрын
Jai aii assam
@madhuriborah5839
@madhuriborah5839 5 жыл бұрын
মাদুৰি ঠাই খন চোৱাৰ ইচ্ছা আছিল।অশেষ ধন্যবাদ।
@munukonbhi4932
@munukonbhi4932 3 жыл бұрын
ভাল লাগিল কিছুমান নেদেখা জেগা দেখা পোৱা গল
@wideanglecreation906
@wideanglecreation906 5 жыл бұрын
Bohut ktha jnibo parilu...Thank you for this beautiful vlog Bhaskar da
@keshabduwari3338
@keshabduwari3338 4 жыл бұрын
বহুত ভাল লাগিল চাই 😄😀😃😄😀
@pompiduarah6088
@pompiduarah6088 5 жыл бұрын
আমাৰ শিৱসাগৰক সকলোৰে আগত চিনাকি কৰাই দিছে।আগলৈ শিৱসাগৰৰ চুকে কোণে সিচঁৰতি হৈ থকা আহোম যুগৰ সম্পদসমূহ ৰাইজৰ আগত লৈ আহিব বুলি আশা কৰিলো ।এবাৰ নামতিলৈ আহিব ।আমাৰ নামতিতো আহোমৰ দিনৰ দুটা দ'ল আৰু পুখুৰী আছে ।
@madanbarman804
@madanbarman804 5 жыл бұрын
Sibsagar jila khan moi bahu val pao
@pompiduarah6088
@pompiduarah6088 5 жыл бұрын
@@madanbarman804 hoi neki...apunar ghr Kt.?
@madanbarman804
@madanbarman804 5 жыл бұрын
Manas national parkor ocharat.
@kabindraburagohain3205
@kabindraburagohain3205 3 жыл бұрын
Eman bl lagil dekhibole pai
@devasish11328
@devasish11328 4 жыл бұрын
ভাল লাগিল কিন্তু অনুগ্ৰহ কৰি দেশদ্ৰোহী শব্দটো আতঁৰাই দিলে ভাল পাম। জয়মতীৰ নামৰ লগত দেশদ্ৰোহী শব্দটো কেতিয়াও খাপ নেখায়।
@rajb5595
@rajb5595 3 жыл бұрын
Dekhdruhi lora rojar time period t he gonyo kora hoisil buli ullekh korise
@poliboruah8576
@poliboruah8576 3 жыл бұрын
Realy
@bhaskarkonwar361
@bhaskarkonwar361 2 жыл бұрын
সঁচাই
@tanzilarahman3900
@tanzilarahman3900 Жыл бұрын
Dlt krok dekhdurhi hbdo 2
@AjoyBhuyan-hq5gk
@AjoyBhuyan-hq5gk Жыл бұрын
Desh Drohi a asil
@dollybhuyan156
@dollybhuyan156 5 жыл бұрын
Bor sundar dada.. Aru dibosun ahom buronji r bisoye..
@pallabsaikia8593
@pallabsaikia8593 5 жыл бұрын
Time Machine‌‌ পোৱাহেতেন বুৰঞ্জী কালতে থাকিলো হয়
@krishtibdas3676
@krishtibdas3676 5 жыл бұрын
agor dinot thakile torwalre fight koribo lagil htn..
@readingonly568
@readingonly568 9 ай бұрын
Sword fight janu dia
@pompideka9998
@pompideka9998 2 жыл бұрын
Val lagil Dada, apuni ami nedekha thyai dekhuale🙏
@NipensVlogs
@NipensVlogs 5 жыл бұрын
বহুত সুন্দৰ বৰ্ণনা।এবাৰ বৰশীললৈ আহিবা দাদা।
@jestminborah5208
@jestminborah5208 4 жыл бұрын
Val lagil video tu sai dada bht nedekha bostu dekhilu ♥️
@purbanchalassam
@purbanchalassam 4 жыл бұрын
Tq
@bulbulassam9811
@bulbulassam9811 5 жыл бұрын
সুন্দৰ পদক্ষেপ | অসমৰ মানুহক শিৱসাগৰখন চিনাকী কৰাই দিয়াৰ বাবে
@ujjalpatgiri0510
@ujjalpatgiri0510 4 жыл бұрын
দাদা আশা থাকিল লগ pam buli
@lakhyajitborgohain1593
@lakhyajitborgohain1593 5 жыл бұрын
ধন্যবাদ আপোনালোকলৈ ঐতিহ্যময় মেছাগড় পুখুৰী পাৰতে মোৰ ঘৰ
@prasanjitblocks8600
@prasanjitblocks8600 3 жыл бұрын
দাদা এনেকৈ আমাক কৈই থাক ভাল লাগিছে
@tepujina
@tepujina 5 жыл бұрын
অতি সুন্দৰ ভাস্কৰ 👌👌👌😀
@toraliphukan131
@toraliphukan131 3 жыл бұрын
Bhut vl lgl njna ktha hikilu apunr pora
@debojitdas269
@debojitdas269 5 жыл бұрын
খুব ভাল লাগিল চাই
@trinayaborah8298
@trinayaborah8298 5 жыл бұрын
Sivasagar. ..historic capital of assam. .....😀😀😀😀I m from Sivasagar
@rajlakshmisarkar557
@rajlakshmisarkar557 2 жыл бұрын
Bhaiti khub bhal lagise jen tomalokar lagat moio achilo
@nelanjanaboruah2371
@nelanjanaboruah2371 5 жыл бұрын
Mai sivasagar rr😍😍😍
@bidyawatidevi7005
@bidyawatidevi7005 3 жыл бұрын
বহুত ভাল লাগিল
@uddhabnath8477
@uddhabnath8477 5 жыл бұрын
Tamam mojja lage dronere kora video sai... filing a beleg
@mridusmitasaharia2493
@mridusmitasaharia2493 2 жыл бұрын
পুৰণিকলীয়া আহোম সাম্ৰাজ্য আৰু তেওলোকৰ ব্যক্তিত্বক সন্মান জনাইছো।
@harihazarikaofficial
@harihazarikaofficial 5 жыл бұрын
জয়মতীৰ মাকৰ ঘৰটো মাদুৰীতে আছিল নেদেখালে কিয়
@Mainaborgohain9141
@Mainaborgohain9141 5 жыл бұрын
হয় ঘৰটো চাবলে মন আছিল
@TECHpost
@TECHpost 4 жыл бұрын
Ghortu nai...jaga tukura ase
@nipandasvlog810
@nipandasvlog810 2 жыл бұрын
Bhut besi vll lgil video tu sai.. najona kotha janibu parilu.. thank you dada
@binuddeka7799
@binuddeka7799 5 жыл бұрын
এদিন যাম উজনি অসম বহুত ভাল লাগে
@kishordeka5582
@kishordeka5582 Жыл бұрын
Moi o jam
@binuddeka7799
@binuddeka7799 Жыл бұрын
নিশ্চয়
@DipaThengal
@DipaThengal 4 ай бұрын
Bohut. Bhal lagil moi dakhatkoy bohut dhunia hol
@alexsonowal5380
@alexsonowal5380 5 жыл бұрын
শিৱসাগৰ যাদুঘৰ বিষয়ে দেখালে ভাল হয়
@pronabjyotiboruah8625
@pronabjyotiboruah8625 5 жыл бұрын
বহুত ভাল লাগিল ভিডিঅ টি
@bhesojbaruah8725
@bhesojbaruah8725 5 жыл бұрын
জয়মতী কুঁৱৰী প্ৰকৃতাৰ্থত এগৰাকী বিদুষী মহিলা আছিল, যিগৰাকীয়ে এখন ৰাজ্যৰ ভৱিষ্যত সম্পৰ্কে ধাৰণা কৰিব পাৰিছিল আৰু সেইবাবেই নিজৰ সুযোগ্য স্বামীক ৰাজ্যখনৰ ভাগ্যনিয়ন্তা হবলৈ সুযোগ দিবলৈ গৈ নিজে অকথ্য নিৰ্য্যাতন সহি সহি মৃত্যু বৰণ কৰিছিল ।।
@beautideka4918
@beautideka4918 2 жыл бұрын
Good video Bohut no jana Kotha janilu
@rijumoniborgohain9516
@rijumoniborgohain9516 5 жыл бұрын
My birth place.proud of it
@Debojit_Borgohain.
@Debojit_Borgohain. 5 жыл бұрын
Waw Amar thaikhon dekhai dele mozaa
@bigantaborghain7941
@bigantaborghain7941 3 жыл бұрын
Proud to listen about ahom ♥️
@pranharidas9893
@pranharidas9893 3 жыл бұрын
Baar bhal lagil
@pubalidutta6471
@pubalidutta6471 5 жыл бұрын
আমাৰ ঠাই..........😊😊
@মইনয়নদীপ
@মইনয়নদীপ 5 жыл бұрын
সঁ‌চা ?
@pubalidutta6471
@pubalidutta6471 5 жыл бұрын
হয় ....... 😊😊আমি গৌৰৱ কৰো আমাৰ ঠাইবোৰক লৈ.. ইমান ধুনীয়া ঠাই ,,,,ইতিহাস আছে
@মইনয়নদীপ
@মইনয়নদীপ 5 жыл бұрын
সঁ‌চা কিন্তু; মোক মাতিবা চুন এদিন, তুমালোকৰ তাত
@pngentertainment3044
@pngentertainment3044 3 жыл бұрын
ভাল লাগিল দাদা ভিডিঅ টো চাই. আমাৰ অসমৰ বুৰণ্জী
@Frewon
@Frewon 5 жыл бұрын
Mojjja Proud to be an Assamese
@shyambhuyan435
@shyambhuyan435 3 жыл бұрын
Val lagise etihax khini jani
@pg99.
@pg99. 3 жыл бұрын
The drone shots were very good. It would be good if the Government of Assam takes some initiative to restore and maintain these historically important archeological sites. It would be good for educational purpose as well as contribute to the tourism of Assam.
@tapashyakalita508
@tapashyakalita508 4 жыл бұрын
Bhut Val lagil Assam history janibo bhut mom jay aponi xoday anekuwa vidio upload Kori thakibo thanks God bless you
@tfp104
@tfp104 4 жыл бұрын
আহোমৰ গৌৰৱউজ্বল অধ্যায়ৰ কথা তথা সতী জয়মতীৰ আত্মবলিদানৰ কাহিনীবোৰ চিৰযুগমীয়া। আপুনি তাৰে এটি আভাষ দিলে তাৰ কাৰণে ধন্যবাদ। কিন্তু Thumbnail দেখি অতিশয় খং উঠিল। 'দেশদ্রোহী' শব্দ ব্যৱহাৰ কৰিব নালাগিছিল। সতী জয়মতীয়ে দেশৰ কাৰণে দিয়া অাত্মবলিদান, নিজৰ স্বামীৰ প্ৰতি শেষ মুহূর্তলৈকে থকা অপৰিসীম প্ৰেম আৰু ত্যাগ ৰ কথা ভাৱিয়ে আপুনি Thumbnail টো এনেকে "সতী জয়মতীক সতী বুলি কিয় জনাজাত? , সতী জয়মতীৰ আপোন ঘৰলৈ বুলি। " ইত্যাদি Thumbnail দিয়া হয় বেছি ভাল পালো হয়। 'দেশদ্রোহী' বুলি শব্দটো ব্যৱহাৰ কৰি আপুনি মূ্ৰ্খামিৰ পৰিচয় হে দিলে।।
@nurishmitanupur8446
@nurishmitanupur8446 4 жыл бұрын
নজনা কথা জানিবলৈ পালোঁ বহুত ভাল লাগিল চাই ।🌈
@nayandeka8024
@nayandeka8024 4 жыл бұрын
Muru val lagil.tumak
@gurbachansingh5010
@gurbachansingh5010 4 жыл бұрын
Val koi pohisabo aaru janibo
@rueeborah8033
@rueeborah8033 5 жыл бұрын
কথাতকৈ music বেচি হ'ল। একো শুনাই নাপালো
@dimbeswarsharma8349
@dimbeswarsharma8349 4 жыл бұрын
A TA nu ki change hoi se ake e ase
@mpgaming9677
@mpgaming9677 4 жыл бұрын
Kanot puk humaise sage
@anshuanshu1853
@anshuanshu1853 2 жыл бұрын
আহোম দিনর কথাবোর গোম পাই ভাল লাগিল,
@goldway6926
@goldway6926 5 жыл бұрын
Love from Gogamukh 💞
@_pinki__borgohain_4819
@_pinki__borgohain_4819 4 жыл бұрын
val lagil vdoti.anedore vdobur aagoloi saboloi pambuli aakha korilu.
@debasishkakoti2404
@debasishkakoti2404 5 жыл бұрын
My Village maduri gohain goan.
@nayandeka8340
@nayandeka8340 3 жыл бұрын
মজা
@WECfounder
@WECfounder 5 жыл бұрын
Uuuffff title to teneke nidile besi val palu hoi. It's hurt to pronounce DEKHDROHI word with JOYMOTI
@papulchetia6981
@papulchetia6981 5 жыл бұрын
jitu fakuar babe hoja hoisil buli dekhaise .drun shot tu bohut val lagil.shivsagaror bohut itihakh ase agoloi sabo pam buli akha korilu.
@mrinaldas2864
@mrinaldas2864 5 жыл бұрын
১২ জনী ঘৈণীয়েক,১৩ জনী ছোৱালী আৰু ২৪ তা লৰা।।। কৃষ্ণ হে বুলিছোঁ আৰু 😂🤣😂😂.......
@ashimsaikia9120
@ashimsaikia9120 5 жыл бұрын
Subscribe kori dilu dei dad
@bikashgogoi6487
@bikashgogoi6487 3 жыл бұрын
বহুত বহুত ভাল লাগিল দেই
@rupamgogoi4030
@rupamgogoi4030 5 жыл бұрын
গদাধৰ সিংহৰ বায়েক বাউলীৰ সমাধি বাউলীমৈদাম নাজিৰাৰ টাওনৰ পৰা প্ৰায় ৫ কি:মি ৰ দূৰত আছে আৰু ওচৰত সোন্দৰ পুখুৰী,শেনৰ আলি,বামুন পুখুৰী,চকীমুখ আদি বহুত বুৰঞ্জি প্ৰসিদ্ধ ঐতিহাসিক ঠাই আছে কিন্তু বহুতে নেজানে | আপুনি চিনাকি কৰাই দিব পাৰে আৰু সকলোৱে তাৰ বুৰঞ্জি গম পাব | বাউলী ৰ মৈদাম টো যি ঠাইত আছে সেই ঠাইৰ নাম বাউলী মৈদাম নামেৰে জনা যায় | অসমৰ প্ৰায় বোৰ মানুহে ইয়াৰ বুৰঞ্জি নাজানে গতিকে আপুনি চিনাকি কৰাই দিব পাৰে |
@purbanchalassam
@purbanchalassam 5 жыл бұрын
Sesta korim
@abhinabsonowal6229
@abhinabsonowal6229 5 жыл бұрын
4:17 Yessss 😁
@pinkubordoloi1742
@pinkubordoloi1742 2 жыл бұрын
পুৰণি ঠাই বোৰ দেখাইছে ভালেই হৈছে, কিন্তু , কথা বোৰতকৈ মিউজিক বেছি আৰু আপোনাৰ গা টোহে বেছি দেখা গৈছে, গতিকে আপোনাৰ গা তো এৰি ঠাইবোৰ বেছিকৈ দেখাব চেষ্টা কৰিব
@Diptimoni762
@Diptimoni762 8 ай бұрын
val lagil dada vedeo 2 saii agolike ru anekuwa vedeo pm bulu akha krilu
@monirulislams3656
@monirulislams3656 5 жыл бұрын
এতিয়া জয়মতীৰ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ ওপৰত এখন ভিডিঅ বনাব লাগে।
@palashparasar7432
@palashparasar7432 5 жыл бұрын
Bhal lagil apunar video tu sai.. bohut nojona kotha gom palu.. Thank you 😊
@tiluttomahasnu4001
@tiluttomahasnu4001 5 жыл бұрын
Very shamefull for the people of Assam and being Assamese why those historical monuments n sites are not given attention n protected or developed. The monuments n sites are the only evidence of Civilised Dimasa Kachari kingdom (1st )and Ahom kingdom(2nd) in entire NE area. It is very odd to see those encroachers residents near the historical sites.
@purbanchalassam
@purbanchalassam 5 жыл бұрын
True
@sanjibdas9117
@sanjibdas9117 3 жыл бұрын
assamese don't know what english
@mirigirl2638
@mirigirl2638 2 жыл бұрын
Tamam
@hirakjyotinath5426
@hirakjyotinath5426 5 жыл бұрын
val lagil dada
@sonatonrabha1352
@sonatonrabha1352 5 жыл бұрын
Rang ghar kareng ghar aru tolatal ghar26dec 19 sai ahilu pase joimotik xhasti diya thai dokhor he suwa nahal dhet teri
@sandeepkumar-hy4mc
@sandeepkumar-hy4mc 4 жыл бұрын
Dada aji pothm👍aru comments video tu sai Val lagil bhut bhut
@putulkonwar1351
@putulkonwar1351 5 жыл бұрын
জয়মতীৰ মাকৰ নামটো কোৱা হেঁতেন ভাল আছিল নে কি?
@abhigyangoswami6938
@abhigyangoswami6938 5 жыл бұрын
জয়মতি ৰ মাকৰ নাম sandradaru
@putulkonwar1351
@putulkonwar1351 5 жыл бұрын
@@abhigyangoswami6938 Thank u
@jayantakumarborah
@jayantakumarborah 5 жыл бұрын
Bor xundor moidam. .bor xundor information. .enekoi ami Amar oxomi aair purona kotha janibo lagibo. Nohole Amar life oxar
@surajray2009
@surajray2009 4 жыл бұрын
খুবেই ভাল লাগিল আপোনালোকৰ video সমূহে অসমৰ পৰ্যটন ক্ষেত্ৰত প্ৰসাৰতা আনিব
@hrishikeshbhattacharjee3701
@hrishikeshbhattacharjee3701 4 жыл бұрын
Super dron shot
@parashmonigogoi7715
@parashmonigogoi7715 3 жыл бұрын
Nice ....val lagil......
@kalingratqn9839
@kalingratqn9839 5 ай бұрын
Bhaskar dha , Ratipuwa Ratipuwa joynoti jerenga pithar video sai palu bogut bohut bal lagile thankyou purbhanchal channel,❤
@sushmachetia444
@sushmachetia444 4 жыл бұрын
Apunar video bur sai hska bht val lga 😉
@padmeswarphukan7307
@padmeswarphukan7307 4 жыл бұрын
Ai Holy Joymoti kolai Bor val lagil .
@rashmitabasumatary1474
@rashmitabasumatary1474 4 жыл бұрын
Video bur bht vl lge n protitu videote notun kiba ata dekha pau thnk you 😘
@Hiradeka07
@Hiradeka07 Жыл бұрын
সুন্দৰ ভিডিঅ'চাই ভাল লাগিল 💖 তোমাৰ নতুন চছকাইবাৰ হলো দেই ❣️ আশা কৰিলো তুমি ও হবা বুলি 💞💞💞
@tukuborovlog7911
@tukuborovlog7911 3 жыл бұрын
VaskoR da video moy tumaR Val lagy sai aru bohut dhuniya lagy mur
@tukuborovlog7911
@tukuborovlog7911 3 жыл бұрын
Vaskor da video tu tumar dhuniya lagy sai muR
@leenamoni9511
@leenamoni9511 Жыл бұрын
ভাল লাগিল।
@sangitachangmai6667
@sangitachangmai6667 3 жыл бұрын
Video2 sai vl lagila .😊
@shikhasaiki2715
@shikhasaiki2715 3 жыл бұрын
বহুত ভাল লাগিল ইতিহাস ডাঙি ধৰি ৰাইজক জনোৱাৰ বাবে।বহুত বহুত ধন্যবাদ🙏🙏
@divadas1154
@divadas1154 2 жыл бұрын
Nojona Kotha janilu bohut val lagil
@mahirayesmeen9850
@mahirayesmeen9850 2 жыл бұрын
Apunar video really vl lage.....👍🏿👍🏿
@sangitadas9797
@sangitadas9797 3 жыл бұрын
বহুত ভাল লাগিল 🤗🤗🤗
@999.tezaxsss
@999.tezaxsss 4 жыл бұрын
Bohut Val lagil
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
Charaideo vlog | History of Charaideo Moidam | মোৰ আই
8:38
মোৰ আই Hemi Mohan
Рет қаралды 19 М.
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН