ড্ৰাইভাৰ, হেণ্ডিমেন আৰু কণ্ডাক্টৰৰ শোকাৱহ জীয়া কাহিনী, হুকহুকাই কান্দি উঠিল ৰূপম দত্ত

  Рет қаралды 220,868

NKTV PLUS

NKTV PLUS

2 жыл бұрын

৪ মাহ ধৰি চলা নাই বাছ
২০ হাজাৰতকৈও অধিক মানুহৰ শোকাৱহ পৰিস্থিতি
হুকহুকাই কান্দি উঠিল ৰূপম দত্ত
ড্ৰাইভাৰ, হেণ্ডিমেন আৰু কণ্ডাক্টৰৰ শোকাৱহ জীয়া কাহিনী

Пікірлер: 577
@chandanadas3122
@chandanadas3122 2 жыл бұрын
চকুৰ পানী ৰাখিব নোৱাৰিলো । বহুত দূখ লাগিল শুনি মই নিজেও এজন ড্ৰাইভাৰ ৰ পত্নী ।
@pabandas2147
@pabandas2147 2 жыл бұрын
Hosai, antro sui gl. Bht bea ktha hoise dei
@prabitrabora3718
@prabitrabora3718 2 жыл бұрын
চকুপানী ওলাই গল,,মই ড্ৰাইভাৰ নহয়,,তথাপিও হৃদয়ৰ উচুপনি বোৰ যে শুনিছোঁ
@avijitsaikia3229
@avijitsaikia3229 2 жыл бұрын
নিতুমনি শইকীয়া ই সঁচা কথাই কৈছিল হিমন্ত বিশ্ব শৰ্মা এজন দক্ষতাশীল নেতা হব পাৰে কিন্তু তেওঁ যোগ্যতা একেবাৰে নাই। কিয় নো আন্ত ৰাজ্যিক যাতায়ত ব্যৱস্থা সমূহ চলি থকা স্বত্বেও আন্ত জিলা চলা চল কৰা এই বাছ সমূহ কিয় চলাব দিয়া নাই , মুখ্য মন্ত্ৰীয়ে এনেকুৱা কৰিলে তেওঁক যোগ্যহীন মন্ত্ৰী বুলি এই কোৱা ভাল হব। 🧐🧐👎🏽
@pranabbaruah7687
@pranabbaruah7687 2 жыл бұрын
ফটোৱা ৰাজনীতিৰ কথা কোৱা নেতাবোৰৰ সাক্ষাৎকাৰ লোৱাতকৈ,এই সাক্ষাৎকাৰটো অধিক গুৰুত্ত্বপূৰ্ণ।
@purnimagogoi6426
@purnimagogoi6426 2 жыл бұрын
সচাঁই ৰূপমৰ কথাবিলাক শুনি খুব দুখ লাগিছে আৰু চকুলো ওলাইছে ।
@bisheswarborah5639
@bisheswarborah5639 2 жыл бұрын
100%correct... Live and let to live... They are also a part of human society...
@debangarajsaikia1549
@debangarajsaikia1549 2 жыл бұрын
একদম ঠিক কৈছে মানুহজনে।
@rupalibordoloi5501
@rupalibordoloi5501 2 жыл бұрын
🌹 Dekhi shuni shosai kandi uthisoo
@saraswatiborahvideos4853
@saraswatiborahvideos4853 2 жыл бұрын
ৰূপম তোমাক ধন্যবাদ দিছো ।তোমালোকৰ জন সাধাৰনৰ লাইফ চাই মোৰ চকুৰ পানী টপ, টপকৈ ওলাইছে কি ৰাজনিতি চলিছে ।
@pranjalprotimgogoi8102
@pranjalprotimgogoi8102 2 жыл бұрын
গাড়ী জ্বলাই দিব। মই ছাই লৈ যাম। কিন্তু আপুনি দৰমহা পাই থাকিব। মই হাজিৰা নাপাওঁ। ( দেৰগাঁৱত আজি এই কথাষাৰে অন্তৰ চুই গ'ল )
@binodnath4497
@binodnath4497 2 жыл бұрын
সচাকে
@pcmarketing9051
@pcmarketing9051 2 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏
@ridipdas632
@ridipdas632 2 жыл бұрын
চাকৰিয়াল সকলৰ বাহিৰে বাকী ৰাইজে বহুত কষ্ট ত চলি আছে এতিয়া...হাতত টকা- পইচা ৰ অভাৱ হৈছে বহুত....কি যে হ'ব আমাৰ জীৱন..দুখীয়া মানুহক টকা দি সহায় কৰিব নোৱাৰে এইখন চৰকাৰে...কিন্তু গোটৰ লাখ লাখ টকা ৰেহাই দিব পাৰে...এইখনেই অসম চৰকাৰ
@ratulpathak7604
@ratulpathak7604 2 жыл бұрын
আকৌ ভোট দিয়ক বিজেপি চৰকাৰক
@peguko9534
@peguko9534 2 жыл бұрын
#অসম চৰকাৰে অলপমান চকু দিয়ক🙏🙏
@korobidas5121
@korobidas5121 2 жыл бұрын
এইখন দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কলিজাখোৱা চৰকাৰ হয়
@kanha_siv
@kanha_siv 2 жыл бұрын
সত্যকথা
@mithundeka8606
@mithundeka8606 2 жыл бұрын
এয়া আৰম্ভণিহে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিন কেইটা ইয়াত কৈও বেছি কষ্টত দিন পাৰ কৰিব লাগিব।
@mantukalita4915
@mantukalita4915 2 жыл бұрын
মুঠতে অসমৰ সাধাৰণ খাটি খোৱা মানুহবোৰ ধ্বংস নোহোৱালৈ অসমৰ বিজেপি চৰকাৰে ক্ষান্ত নহব বুলি নিশ্চিত । ধন্যবাদ ।
@manjitdas6191
@manjitdas6191 2 жыл бұрын
Right
@hirakdeka5809
@hirakdeka5809 2 жыл бұрын
Right
@hirakjyotiborah6065
@hirakjyotiborah6065 2 жыл бұрын
BJP চৰকাৰক অতি সোনকালে আঁ‌তৰ কৰিব লাগে নহ'লে পৰিস্থিতি ইয়াতকৈ বেছি ভয়ানক হ'ব ।
@mrinaldas4038
@mrinaldas4038 2 жыл бұрын
Akdom sosa kotha...raij sojag howk
@AbdulJalil-wo6cn
@AbdulJalil-wo6cn 2 жыл бұрын
পতি বছৰতেই কৰোনা তেতিয়া ৰাইজৰ পৰা লুতিব পাৰিব
@AbdulJalil-wo6cn
@AbdulJalil-wo6cn 2 жыл бұрын
আতৰাব লাগে সছাকৈ
@manojpegu4065
@manojpegu4065 2 жыл бұрын
ৰূপম দত্ত মাততে ধৰিব পাৰে মানুহজন কিমান নি:স্বাৰ্থ মৰমীয়াল...বৰ দুখ লগা কথা , চৰকাৰে পুনৰবাৰ ভাবি চাই এটা সঠিক সিদ্ধান্ত ল‌ওঁক ... এই সিদ্ধান্ত চালক , হেণ্ডীমেনসকলৰ বাবে যোগাত্মক সিদ্ধান্ত হ‌ওঁক তাকে কামনা কৰিলোঁ 🙏🙏🙏
@rohinikonwar4091
@rohinikonwar4091 2 жыл бұрын
M
@bikashnath886
@bikashnath886 2 жыл бұрын
প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগে আমিও ওলাই যাম
@jayantisaikiaphukon8503
@jayantisaikiaphukon8503 2 жыл бұрын
কথা বোৰ শুনি বহুত দুখ লাগিল চৰকাৰে যাতে গুৰুত্ব সহকাৰে লয় যেন 🙏
@pikumoniyein972
@pikumoniyein972 2 жыл бұрын
ৰূপম দাদাৰ চকুপানীত চকুলো বৈ গৈ গল। চৰকাৰে কথাবোৰ গুৰুত্বসহকাৰে লওঁক ।
@bimansaikia4305
@bimansaikia4305 2 жыл бұрын
ৰূপন দা আপুনি সত্য কথা কইছে । চৰকাৰে কভিত পতকল মানি বাছ বোৰ চলিবলৈ দিয়ে যেন তাৰ বাবে চৰকাৰক বিনম্ৰ ভাৱে অনুৰোধ জনালো।
@chandrabora509
@chandrabora509 2 жыл бұрын
ৰজাঘৰীয়াই আপোনালোকৰ আবেগবোৰ শুনিব বুলি আশা ৰাখিলো। আপোনালোকক ন্যায় প্ৰদান কৰক।
@rupamjyoti7203
@rupamjyoti7203 2 жыл бұрын
Paap lagibo
@kashmirigogoi6843
@kashmirigogoi6843 2 жыл бұрын
ম‌ইও এগৰাকী ড্ৰাইভাৰ ৰ পত্নী।মানুহজন ওলাই গ'লে বহুত চিন্তা লাগে।গাড়ী চলালে যিমান কষ্ট দৰমহা সিমান নাপাই।
@masumasultana5677
@masumasultana5677 2 жыл бұрын
চৰকাৰে এনেকুৱা কৰিব নালাগিছিল বাছ চালক সকলৰ মুখলৈ‌ চাওক সিহঁতৰ পৰিয়াললৈ চাওক আজি বহুত দুখ পাইছো । বহুত দুখ লাগিছে ‌। 😢😢😢😓😓বাছবোৰ এনেকৈ বহি থকা দৃশ্য চাই বহুত বেয়া লাগে । চৰকাৰখনলৈ এটা অনুৰোধ 🙏🙏 সোনকালে বাছ সমূহ খুলি দি ড্ৰাইভাৰ সকলৰ মুখলৈ হাঁহি বিৰিঙাওক । ট্ৰেইন চলিব পাৰিছে যদি , প্লেইন চলিব পাৰিছে যদি , বাহিৰৰ পৰা বাছ আহিব পাৰিছে যদি অসমৰ বাছ বোৰৰ লগত কিয় অন্যায় কৰিছে । খুলি দিয়ক ।🙏🙏🙏🙏😢😢😓😓
@Knowledge7s
@Knowledge7s 2 жыл бұрын
Iman Dhuniya kotha manuh ejon r mukhor pora ulabo nuware dai, teu bhogoban r eta obotar hobo lagibo 🙏 Rupom Daa iman nomro aru bhodro manuh dekha nai aru moi kotu. ☹️
@aniruddhaborgohainborgohai7179
@aniruddhaborgohainborgohai7179 2 жыл бұрын
সচাঁ কথা । আপোনাৰ কথা‌ যথেষ্ট গুৰুত্ব আছে । 👍👍👍
@RareSpoy
@RareSpoy 2 жыл бұрын
বহুত বহুত বেয়া লাগিল , আচল কথা হল চৰকাৰী চাকৰি থকা সকলৰ কোনো চিন্তা নাই সেইকাৰণে এই শ্ৰেণীৰ কথা কোনেও নুশুনে। মধ্যবিত্ত শ্ৰেণীটো শেষ লগতে ব্যক্তিগত খণ্ডৰ কাম কৰা লোকসকল মৰা আৰু। যিয়েই নহওঁক চৰকাৰে এই লোকসকলৰ কাৰণে কিবা এটা কৰিব লাগে । আৰু এটা কথা dislike কৰা মহান ব্যক্তিসকল ক মানিছোঁ দে।
@dipikasaharia6808
@dipikasaharia6808 2 жыл бұрын
ৰূপম দাৰ কথাবোৰ হৃদয় চুই গল।ডাঙৰ মিনিষ্টাৰ সকলে বিলাসী জীৱন কটাই আমাৰ নিচিনা দৰিদ্ৰ লোকৰ সংঘাত কেনেকৈ বুজিব।😭। আমাক aneke moribo দিব নেকি।আমি corona হৈ মৰিবই ভাল পাওঁ।আমি ৰজা ঘৰীয়া বনাইছো,তেওঁ লোকৰ লৰা ছোৱালী এটা ভাল জীৱন যাপন কৰিব পাৰিছে যদি হৈছে আৰু,tewlok চাই চাই আমি পেট ভৰাম।।ধেই এনেকুৱা ৰজা আমাক নালাগে। চাৰি ফালে politics।😭।।ami moribo লাগিব
@ckr4839
@ckr4839 2 жыл бұрын
I am with you Rupom da
@digantanath148
@digantanath148 2 жыл бұрын
ৰূপম দাই অন্তৰ স্পৰ্শ কৰি যোৱা কথা কৈছে ।কিন্তু চৰকাৰে ইয়াক অনুধাৱন কৰিব পৰা বিবেক আছে নে নাজানো । চালক সকলৰ অন্তৰৰ কথা বিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ অনুধাৱন কৰক ।
@mantukalita4915
@mantukalita4915 2 жыл бұрын
অসমত প্ৰকৃতাৰ্থত ৰাইজৰ কথা চিন্তা কৰিব পৰা চৰকাৰ নাই । আমি অনুপম চক্ৰৱৰ্তীক আহ্বান জনাও যে তেওঁ ৰাইজৰ ধনেৰে পেত ভৰাই বিধান সভাৰ মজিয়াত গৰু গাহৰীৰ কথা কৈ বাহুল্যামি কৰি সময় অতিবাহিত কৰা মুখ্যমন্ত্ৰী সহিতে প্ৰতজন মন্ত্ৰী বিধায়ক সকলক প্ৰশ্ন কৰক যে তেওঁলোকৰ অসমৰ জনসাধাৰণৰ প্ৰতি কৰিব লগা কামবোৰ শেষ হৈ গল নেকি ??? ।এই ড্ৰাইভাৰ হেন্দিমেন সকলৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্ববোধ নাই নেকি ??? ধন্যবাদ ।
@mridupabansarmah6020
@mridupabansarmah6020 2 жыл бұрын
কিতাপ খন পৰি ভাল লাগিল ৰূপম দা। আৰু এনেকৈয়ে কিতাপ লিখি জাওক। আপোনাৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলো ধন্যবাদ।
@dipusarmaofficial8534
@dipusarmaofficial8534 2 жыл бұрын
ৰূপম দাই যিখিনি কথা কলে সঁচাই কথা বোৰ অন্তৰত লাগি গৈছে।
@MITHUNDAS-py2bu
@MITHUNDAS-py2bu 2 жыл бұрын
খুব দূখ লাগে যেতিয়া নিজৰ মানুহেই নিজৰ মানুহক অবহেলাৰ দৃষ্টিৰে চায়। এয়াই পৰিবৰ্তন নিজৰ মানুহক জীয়াই জীয়াই মৰাৰ। সেয়ে আঞ্চলিকতাবাদ জিন্দাবাদ, জয় আই অসম।
@nivagogoi9859
@nivagogoi9859 2 жыл бұрын
মানুহে চলিব নোৱাৰিলে কি কৰিব , শেষত অপৰাধ লৈ গতি কৰিব পাৰে ।
@budheswarnath2764
@budheswarnath2764 2 жыл бұрын
aikhon sarakary oporaadhi ( crime) r number borhaabo..
@ajoybaishya7577
@ajoybaishya7577 2 жыл бұрын
বহুত দুখলগা হৈ গৈছে আমাৰদৰে মানুহৰ
@anitateron4349
@anitateron4349 2 жыл бұрын
Thanks Rupam Dutta tumake aakha korisu
@lakshyaran6083
@lakshyaran6083 2 жыл бұрын
ৰূপম দা আপুনি সচাঁ কথা কৈছে।
@satyasahu7716
@satyasahu7716 2 жыл бұрын
Rupam da anea ajon manhu taur asar babohar kotha kuwar hur tawr hidoi asak bohut val tawr nisena manhu hor pora kiba hikibo lagea
@lifejio1158
@lifejio1158 2 жыл бұрын
100%সত্য।অন্তৰৰ কথা।শুনি বহুত বেয়া লাগিগৈচে।চৰকাৰে মনোযোগ দিয়া উচিত।
@ramataid3152
@ramataid3152 2 жыл бұрын
এয়াই হ'ল পৰিবৰ্তন দাদা
@ratulpathak7604
@ratulpathak7604 2 жыл бұрын
Master mind #HimantaBiswaSarma
@IAmBulbuliBoruah
@IAmBulbuliBoruah 6 ай бұрын
Rupam Duttar babei aji driver khinir proti honman oha hol❤❤❤❤......
@prafulladas7224
@prafulladas7224 2 жыл бұрын
আন্তঃ জিলা বাছ পৰিবহণ সেৱা কিয় খুলি দিয়া অংক টো বুজি পোৱা নাই কিন্তু আজি প্ৰায় কৰণা পাহৰি গলা গলি কৰা দৃশ্য বোৰ সুলভ হৈছে ।
@ankurrchetia7779
@ankurrchetia7779 2 жыл бұрын
Thank you Rupom Dutta And Anupom Chakraborty
@onlylove4358
@onlylove4358 2 жыл бұрын
Delhi chennai kolkata ghuri ahilu 3din hol tate kunu problem nai bus bur valkei soli ase khali amar Assam ote corona ase nki aru belag airport rtpr test koriboi nalage khali amar Assam ahilei covid19 test koribo lage teu 500 toka di kine ki mane ki sarkar aikhon train flight soli ase no problem khali anto jila bus solilei problem nki gari manuhor kiman kosto hoise heibur sarkar a gom napai nki driver handiman bur nohole sun election a patibo nuware aru atiya driver handimank sarkar a mari ase kio kio kio , aru bus malik bilak a j eman toka poisa mati besi kine gari loise heiburor kunu dame nai nki malik bilake emi dibo pora nai lon NPA hoi goise malik bilakor ghorot Notice ahi ase heibur kar karone hol only bjp sarkar or mamar karone bohut beya paisu mamak jibonot basi thoka loike ktiyau vot nediu bjp k
@ManojDas-qt8kt
@ManojDas-qt8kt 2 жыл бұрын
যি চৰকাৰে আহে, সকলোৱে দুখীয়া চিনি নাপায় ।
@uttamborthakur4920
@uttamborthakur4920 2 жыл бұрын
Exceptional personality , exceptional quality he is . Heartis congrualate brother .
@nilutpalworlds6588
@nilutpalworlds6588 2 жыл бұрын
Rupam da we support you....
@dipanjalisaikia6431
@dipanjalisaikia6431 2 жыл бұрын
দুখ লাগে । চৰকাৰে সঠিক সিদ্ধান্ত ললে ভাল হয়।
@TAPASYA49
@TAPASYA49 2 жыл бұрын
বৰ দুখ লাগিল।সোনকালে ভাল সময় আহক সকলোৰে বাবে।সকলোৰে দুখ বোৰ দূৰ কৰক ভগৱান।এনেকুৱা দিন আৰু কেতিয়াও নালাগে আমাক । চৰকাৰে এটা ভাল সিদ্ধান্ত এটা লৈ তেওঁ লোকৰ সমস্যা সমূহ দূৰ কৰি দিয়ক।
@kailashkonwar8067
@kailashkonwar8067 2 жыл бұрын
মেল মিতিং ত 200 জন কিন্তু অন্তুষ্টিকিয়াত 25 জন ই কেনেকুৱা নিয়ম
@jugaldutta1120
@jugaldutta1120 2 жыл бұрын
ৰাজনীতি
@parakhmonigogoigogoi6127
@parakhmonigogoigogoi6127 2 жыл бұрын
Bhal lagil dada aapunar kothabur huni
@daskanak8386
@daskanak8386 2 жыл бұрын
😭😭😭kothabor 100% right.e2 obostha xokolore hoise....amr dekha pai dukh lge.....kin2 aji cm sir a kiba ata dm buli koise....hoy2 olp xoka dbo👍
@ratuldutta2207
@ratuldutta2207 2 жыл бұрын
বাহিৰৰ বাছ বোৰ যদি চলিব পাৰে। অসমৰ স্থানীয় বাছবোৰ চলিব নিদিয়াৰ কাৰন কি।
@pranabkumarsamrma731
@pranabkumarsamrma731 2 жыл бұрын
আপুনি যি খিনি কথা কৈছে সচাই মোৰ অন্তৰ চুই গৈছে আপুনি সচাই মহান ভগবানে সদায় আপোনাক সুস্থ কৰি ৰাখক ধন্যবাদ
@assamesepritam2746
@assamesepritam2746 2 жыл бұрын
সচাকৈ বহু দুখ লাগিছে
@padmasaikia4296
@padmasaikia4296 2 жыл бұрын
Rupom da aapunar kotha huni bohut dukh palu aapuni j Kotha eta kole gari bilak bondho Kori dile nekhai moribo moi vabu thike koise moi ejon tark diver kiman kosto moi buji pawo holewo aami soli asu aapunalukok obostha dekhi bohut beya lagil hobo aru nilikhu rupom da thank you
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
কোটিপতি মন্ত্ৰী বোৰে ভোক কি, দৰিদ্ৰতা কি,, অভাৱ কি বুজি নাপায়, উপলব্ধি কৰিব নোৱাৰে। কেৱল আনে লিখি দিলে পঢ়ি দিব পাৰে।
@mr_kalita213
@mr_kalita213 2 жыл бұрын
অসমৰ বাহিৰৰ পৰা আহিৱ পাৰে আৰু অসমতে গাড়ী বন্ধ 🙏🙏🙏নাপায় আৰু এনেকুৱা politics বাহ 🤣🙏
@sajidakhtar5143
@sajidakhtar5143 2 жыл бұрын
😭😭bhut baya lagil video 2 sai.
@jitudas4702
@jitudas4702 2 жыл бұрын
আপোনাৰ কথা খিনি শুনি বহুত বহুত ভাল লাগিল ও
@mintubaruah3786
@mintubaruah3786 2 жыл бұрын
Rupom da very good
@gyanalbert1184
@gyanalbert1184 2 жыл бұрын
বঢ়িয়া ৷ ভাই ৷
@nayanmonidsa5483
@nayanmonidsa5483 6 ай бұрын
rupom dutt orginal hero নমস্কাৰ
@itsmedipon8370
@itsmedipon8370 2 жыл бұрын
Night Super Staff driver সকলক সহায় কৰক।।
@chaitanyahatimuria6881
@chaitanyahatimuria6881 2 жыл бұрын
ৰূপমৰ কথা শুনি বৰ দুখ লাগিল।তোমাক ভগৱানে সহায় কৰিব।
@pranjalhazarika5041
@pranjalhazarika5041 2 жыл бұрын
This year last year for BJP..... In Assam,
@budheswarnath2764
@budheswarnath2764 2 жыл бұрын
Right👍👍
@bihanstudio6298
@bihanstudio6298 2 жыл бұрын
Yes
@AX33335
@AX33335 Жыл бұрын
Heitu hoi..kintu next kaak dim vote??karon political party bohut hol..kaak dile Val hobo olop bujai diyok..confusion ase.
@ripz6611
@ripz6611 2 жыл бұрын
Rupam daar kotha khiniye hosai bohut aabegik kori tulile.
@pratapdas1113
@pratapdas1113 2 жыл бұрын
Pl mind it Honerable CM and help them to server their families.
@TheVillageLifestyle
@TheVillageLifestyle 2 жыл бұрын
জীয়াই জীয়াই মাৰি পেলাব আমাক এইখন চৰকাৰে 😎
@Akash-hc5bl
@Akash-hc5bl 2 жыл бұрын
life of driver part 2khon lage
@manojm1489
@manojm1489 2 жыл бұрын
Khub vall kotha koi se Dutta da
@whitefox5801
@whitefox5801 2 жыл бұрын
Ktha khini buku sui gol rupon daa r ❤️
@kaushikandkaustubhkakoty9
@kaushikandkaustubhkakoty9 2 жыл бұрын
চৰকাৰে সঠিক সিদ্ধান্ত ল'ব লাগে।
@iasminsiddiqua8127
@iasminsiddiqua8127 2 жыл бұрын
Seriously koisu bht besi vl lgil dada apunar kotha huni.ki km mur kbo aku vakha ni.apuni aru aguai jauk amak aru vl vl book gift hisape d jauk.
@honeybeeassam9362
@honeybeeassam9362 2 жыл бұрын
Salute rupam da....
@kanha_siv
@kanha_siv 2 жыл бұрын
এটা সত্য আৰু সঁচা বাতৰি এনেকুৱা বাতৰি প্ৰস্তুত কথাটো বহুত ভাল কথা । । । ভোটৰ বেপাৰী কেইটাই ভোক , দুখ কি নুবুজে ৰূপম দা । lockdown , Covid এই সকলোবোৰ নাটক । যদি ট্ৰেন চলিব পাৰে , বাহিৰৰ গাড়ী সমূহ যদি আহিবলৈ অনুমতি দিব পাৰে তেন্তে কিয় karfew , lockdown নাটক কৰি আছে এই বেপাৰী কেইটাই । কিয় নুবুজে পেটৰ তাড়না ।।।
@sumidas1029
@sumidas1029 2 жыл бұрын
তহঁত চব জধামূৰ্খ কাৰণ আজি কেইদিন মান আগত কা আন্দোলন কৰা হৈছিল আৰু বহুত মানুহ আৰক্ষী লাঠী কোব খাব লগা হৈছিল তাৰ পাছতটো তহঁত জধামূৰ্খ আকৌ এই চৰকাৰ খনক ভোট দি জিকালি আৰু এতিয়া এইবোৰ কৰি লাভ নাই। আৰু ট্ৰেইন চলা কাৰণ চৰকাৰে পইচা পাই কিন্তু বাছবোৰ চলিলে চৰকাৰে পইচা নাপাই সেই কাৰণে চৰকাৰে বাছবোৰ চলিব দিয়া নাই ।
@mukulgogoi1453
@mukulgogoi1453 2 жыл бұрын
Rupom da👍
@ramdeka882
@ramdeka882 2 жыл бұрын
Rupam da jindabad
@pkalita5227
@pkalita5227 2 жыл бұрын
Rupom dar kotha bor buhut dhuniya ke bujai diye
@abdulquadir4128
@abdulquadir4128 2 жыл бұрын
I am a poor man and also with u
@monojkalita4927
@monojkalita4927 2 жыл бұрын
অনুপম দা আপোনাৰ নম্ৱৰটো দিয়ক কৱ লগা বহুত আছে
@bhaktisagararentertainment7607
@bhaktisagararentertainment7607 2 жыл бұрын
Hosai
@bhaktisagararentertainment7607
@bhaktisagararentertainment7607 2 жыл бұрын
Number pale moko debo
@ManojDas-fe9wp
@ManojDas-fe9wp 2 жыл бұрын
😂😂
@tridipvlog9131
@tridipvlog9131 2 жыл бұрын
বহুত বেয়া লাগিল চাই ,অলপ চকু মেলি চাওক চৰকাৰ খনে
@tsklocalboys5563
@tsklocalboys5563 2 жыл бұрын
good rupom da apuni bohut vl kotha koixa
@mrmaguji2463
@mrmaguji2463 2 жыл бұрын
মইও আগতে BJPক Support কৰি বহুত ভুল কৰিলো। BJP go back
@mrinaldas4038
@mrinaldas4038 2 жыл бұрын
Ji vul korile ako nhy..Atiya sojag howk
@pallabisvlog4704
@pallabisvlog4704 2 жыл бұрын
Oti hundor
@pradiphazarika7558
@pradiphazarika7558 2 жыл бұрын
চৰকাৰ পাগল
@hussainlaskar1174
@hussainlaskar1174 2 жыл бұрын
Rupm is great Motor sramik jindabad
@satyazvlogs1606
@satyazvlogs1606 2 жыл бұрын
Mur khura o driver Guwahati a thake Khurimaa boni dujoni ajoni 5 class ajoni 9 ot porhi aase kosto k soli aase .Xhosa koi aoti koi dukh loga hoise aamar nijor Axom or vitorot a aaha juwa koribo pora nai...Aami Arunachal thaku atiya ghorot jabo loga hoise Axom ot important kamot jabo pora nai. Xobore family aase ghor khon solabo poranai sonkale Jan khuli diye Bus xhomu khini... ❤️You Rupam Dada..
@nayanjyotidas2916
@nayanjyotidas2916 2 жыл бұрын
অনুপম দা pilot বিলাকে যিমানে চিঞরী নাথাক'ক কিয় চরকারে এইবিলাক চকু মুডি থাকে
@bedonadas4833
@bedonadas4833 2 жыл бұрын
Bohut Aghat lagil,Muru oti Apun manuh bur,Driver
@earninformation8763
@earninformation8763 2 жыл бұрын
S- Suicide O- out of control P- protocol Aji axomiar ei obsta ,bahut dukh lagil
@liveyounglivefree2123
@liveyounglivefree2123 2 жыл бұрын
Dukh lagil huni
@Gogoi5
@Gogoi5 2 жыл бұрын
Akebare hosa manuh hoi dangr dangr gari diver bor..❤️❤️
@royalwarrior2079
@royalwarrior2079 2 жыл бұрын
ৰেল চলিব পাৰে, উৰাজাহাজ চলিব পাৰে, বহি ৰাজ্যৰ বাচ অসমত সোমাব পাৰে, অসমৰ বাচ অসমত কিয় চলিব নোৱাৰে? মূখ্য মন্ত্রীয়ে হয় বাচ চলাচলৰ অনুমতি দিয়ক নহয় বাচৰ কৰ্মচাৰীসকলক নিয়মিত পাৰিতোশিক দিয়ক। সাধাৰণ নাগৰিক হিচাবে এয়া আমাৰ দাবী ৷
@dulaldowarah1208
@dulaldowarah1208 2 жыл бұрын
jiaa satya kotha........
@noyonjyotiboruah2736
@noyonjyotiboruah2736 2 жыл бұрын
Majja Rupam da
@dipankarbordoloi5479
@dipankarbordoloi5479 2 жыл бұрын
Right 🙏🙏🙏🙏🔥🔥🔥🔥
@ankurentertainment2791
@ankurentertainment2791 2 жыл бұрын
হয় সচাকৈ বহুত দুখ লগা কথা মন্ত্ৰী মহোদয়ে এচি গাড়ীত ঘুৰি আনৰ দুখৰ কথা ও ভবা দৰকাৰ
@dpdhun5491
@dpdhun5491 2 жыл бұрын
Xosai o bht oinay krise apunalukor lgt,,,,
Looks realistic #tiktok
00:22
Анастасия Тарасова
Рет қаралды 101 МЛН
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 62 МЛН
Best father #shorts by Secret Vlog
00:18
Secret Vlog
Рет қаралды 22 МЛН
LIFE OF A DRIVER
17:00
Rup Studio ৰূপ ষ্টুডিঅ’
Рет қаралды 179 М.
#jatra  with Rupam Dutta @Rupamdutta-load #volvo #busjourney  #luxury #busmania #airbus  #bus
5:10
JIBON ARU HONSTHAPON - Pranjal Gogoi
Рет қаралды 118 М.
ঘৰত ইহঁতকেইটাৰ লগত
12:58
Rup Studio ৰূপ ষ্টুডিঅ’
Рет қаралды 28 М.