পেছাত তেওঁ নৈশ বাছ চালক কিন্তু এতিয়া হ’লগৈ লেখক

  Рет қаралды 276,912

My News NE

My News NE

Күн бұрын

My News NE: ◆ পেছাত তেওঁ নৈশ বাছ চালক কিন্তু এতিয়া হ’লগৈ লেখক
◆ পিতৃ আছিল চেনাইৰাম উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ, মাতৃ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী
◆ জ্যেষ্ঠ ভাতৃ থাকে কানাডাত, ভগ্নী যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ বাসিন্দা
◆ কিন্তু তেওঁ হ’লগৈ মাংস ব্যৱসায়ী, চলাইছিল মাংসৰ দোকান
◆ তিনিচুকীয়াত গাহৰি নিজে কাটি মাংস বিক্ৰী কৰিছিল তেওঁ
◆ বিক্ৰী কৰিছিল ব্ৰয়লাৰ চিকেন, হাঁহৰ মাংস
◆তাৰ পৰা হ’লগৈ ফল-মূল, পাচলিৰ ব্যৱসায়ী
◆ পৰৱৰ্তী সময়ত তেওঁ আৰম্ভ কৰে নৈশ বাছচালকৰ পেছা
◆১৫ বছৰ ধৰি চলাইছিল তেওঁ নৈশ বাছ
◆ বাছচালক, মাংস ব্যৱসায়ী ৰূপম দত্তৰ বিচিত্ৰ জীৱন
◆বিদেশলৈ যোৱাৰ সপোন দেখি সলাবলগীয়া হৈছিল শিক্ষা-কৰ্মজীৱন
◆ৰূপম দত্তই ফেচবুকত আৰম্ভ কৰিছিল ‘অসমীয়া ফেচবুক’ শীৰ্ষক এটি গ্ৰুপ
◆ ‘অসমীয়া ফেচবুক’ৰ এতিয়া সদস্য সংখ্যা প্ৰায় ৭০ হাজাৰ
◆ নৈশ বাছচালকৰ পৰা লিখক কেনেকৈ হ’ল ৰূপম দত্ত?
◆ ফেচবুকৰ লিখনিৰে প্ৰকাশ পালে ৪৮৮ পৃষ্ঠাৰ গ্ৰন্থ ‘লাইফ অৱ এ ড্ৰাইভাৰ’
◆নাইট ছুপাৰৰ চালক জীৱনৰ জীয়া কাহিনীৰ ৰূপম দত্তৰ গ্ৰন্থ
◆এজন ড্ৰাইভাৰৰ বৈচিত্ৰ্য্যময় জীৱন কাহিনীৰে আজিৰ Zer0 to HerO
◆My News NEৰ বিশেষ অনুষ্ঠান Zer0 to HerOত ৰূপম দত্ত
◆ মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে মুখামুখিত ৰূপম দত্ত
---------------------------------------------------------------------------------------------------------------------------
About Channel:
The northeastern region comprising the eight states of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim and Tripura has long been a paradox in today’s narrative of India. The region, connected by what is called the “chicken’s neck” with the rest of India, has been on the map but off the mind for most people outside. The region and its people have been subjected to various misconceptions and biases in the media and elsewhere. The so-called “mainstream” media’s coverage of the region has largely been confined to conflicts, rise of insurgent groups, economic neglect, lack of infrastructure and political instabilities. What remains conveniently ignored is that the region is a biodiversity hotspot, a cultural laboratory with 220 ethnic groups and equal number of dialects, a paradise for tourists, home to some of the most friendly and hospitable people in the country, and a vital bridge to the booming economy of Southeast Asia.
This is precisely the gap that MyNews fills. Powered by a group of veteran journalists spread across the nook and corner of the Northeast, MyNews is a multilingual 24X7 news portal that covers news about the region under a positive light. We focus on issues pertaining to the people of the Northeast and those of the region living outside with a global outlook. MyNews gives you news you can use. Digital is the age and digital is the medium. MyNews brings news as it happens on your smartphone with the aim of meeting Generation Y’s appetite for multiple news updates across the day on digital platforms. Starting with English and Assamese, the portal will scale up to more regional languages on its news delivery platform in the days to come. MyNews is your window to the Northeast and keeps you connected to the region day in and day out.
---------------------------------------------------------------------------------------------------------------------------
Subscribe to our KZbin channel: tinyurl.com/yc...
---------------------------------------------------------------------------------------------------------------------------
You can also visit our website at: mynewsne.com/
---------------------------------------------------------------------------------------------------------------------------
Follow My News NE on our Social Media Handle:
Like us on Facebook: / mynewsne
Follow us on Twitter: / mynewsne1
Follow us on Instagram: / mynewsne

Пікірлер: 480
@DigantaKrBaro
@DigantaKrBaro 3 жыл бұрын
কামৰ যে কোনো ডাঙৰ সৰু নাই সেইটো কথাই তেওঁ সুন্দৰ কৈ নিদৰ্শন দাঙি ধৰিলে । Salute you Sir 🙏🙏🙏🙏
@indumoniboro4062
@indumoniboro4062 3 жыл бұрын
Iklkliiiiiuiuggl
@abdulkaderdewan3426
@abdulkaderdewan3426 3 жыл бұрын
Supper
@abdulkaderdewan3426
@abdulkaderdewan3426 3 жыл бұрын
Nice
@jahangirmondal9630
@jahangirmondal9630 3 жыл бұрын
Work is religion
@jahangirmondal9630
@jahangirmondal9630 3 жыл бұрын
Barbar is also a very good procession for unemployed youth.
@dimpipriya3755
@dimpipriya3755 3 жыл бұрын
ৰোপম দা কথাবোৰ শুনি বহুত ভাল লাগিল। অমায়িক হয়। আগবাঢ়ি যাওক সদায়।
@rnarzy1719
@rnarzy1719 3 жыл бұрын
Third class Assam ese jati
@bordoloibrothers3292
@bordoloibrothers3292 3 жыл бұрын
মোৰ দেউতা এজন ASTC চালক আছিল কিন্তু তেওঁ কোনো কাৰণতে মদ ভাং কানি একো নাখাই। Driver জনৰ সন্মান কৰা উচিত সকলো একো নহয়।
@rajibchintey1322
@rajibchintey1322 3 жыл бұрын
You are right 🌹🌷🌻
@krishnagogoi5010
@krishnagogoi5010 3 жыл бұрын
Right
@mrhiteshkumar7156
@mrhiteshkumar7156 3 жыл бұрын
0
@mrhiteshkumar7156
@mrhiteshkumar7156 3 жыл бұрын
@@rajibchintey1322 hj
@explorewithpartha
@explorewithpartha 3 жыл бұрын
সচায় বহুত ভাল লাগিল........ অনুপ্ৰাণিত কৰা কাহিনী... বহু ব্যতিক্রমী ব্যক্তিত্ব
@sgdworld4581
@sgdworld4581 3 жыл бұрын
অতি প্ৰেৰণাদায়ক সাক্ষাতকাৰ। বৰ ভাল লাগিল।
@Julushreegogoi4645
@Julushreegogoi4645 3 жыл бұрын
ৰূপমদাৰ ব্যতিক্ৰমী জীৱনশৈলীয়ে বহু অনুপ্ৰাণিত কৰিলে। ধন্যবাদ দাদা
@banamalinath3374
@banamalinath3374 3 жыл бұрын
I am also
@prakritirvlogs1463
@prakritirvlogs1463 3 жыл бұрын
বহুত মজা লাগিল৷দত্তদেৱৰ অকৃত্ৰিম কথা-বাৰ্তাত বিমুগ্ধ আৰু আপ্লুত হলো ৷
@beautykonwar427
@beautykonwar427 3 жыл бұрын
ৰূপম আমাৰ ডিমৌ এখন সাহিত্য শাখা আছে ২৬/১২/২০২০এখনি ঘৰুৱা বৈঠক অনুষ্ঠিত হৈছিল তাতে আপোনাৰ ব্যক্তিগত অনুভৱৰ গ্ৰন্থ খনি কথা ব্যক্ত কৰিলো আৰু আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় । আপোনাৰ গ্ৰন্থ ভাগী পঢ়িবলৈ আশা থাকিল ভবিষতে উজ্জ্বল হওক, বহুত বহুত ধন্যবাদ থাকিল।
@uddipannath4557
@uddipannath4557 3 жыл бұрын
জীয়া কাহিনীটি শুনিবলৈ পায় ধন্য মানিছো। মন চুই যোৱা এটি কাহিনী। সঁচাই বৰ প্ৰেৰনাদায়ক চৰিত্ৰ ৰূপম দত্ত। অসমীয়া নতুন প্রজন্মৰ বাবে তেওঁ প্ৰেৰণা। তেওঁ আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Good job
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Bahirr drive r insurance thakto badhaytamulok Amar iaat keloi nai
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Good
@digench.nathnath2052
@digench.nathnath2052 3 жыл бұрын
দাদা আপোনাক কি বুলি কম ভাষা নাই দাদা আমাৰ দাইভাৰ ভাই সকলৰ মনৰ অনুভৱ খিনি প্ৰকাশ কৰিছে ধ্যনবাদ দাদা
@rahulgogoi6119
@rahulgogoi6119 3 жыл бұрын
সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ আৰু কি কম।। ভাষা নাই।। সকলোৰে বাবে উপকাৰী নিজৰ জীৱনৰ বাবে।।
@biswajitgogoi7686
@biswajitgogoi7686 3 жыл бұрын
প্ৰণয় দা...এনেকোৱা অনুষ্ঠান আৰু লাগে আমাক
@pranitadutta6422
@pranitadutta6422 3 жыл бұрын
জীৱনক মূল্যায়ন কৰি লিখা পুথিখন পঢ়িবলৈ আগ্ৰহেৰে বাট চালোঁ।
@swapnadas954
@swapnadas954 3 жыл бұрын
Salute... আপুনি নবপজন্মৰ বাবে এক অনুপ্রেৰণা। আপুনি আগবাঢ়ি যাওক, দীর্ঘায়ু হওক। 🙏🙏
@dhantaid6527
@dhantaid6527 3 жыл бұрын
হৃদয় চুই গল কাহিনীবোৰ.... ❤❤
@bimansaikia4305
@bimansaikia4305 3 жыл бұрын
মুখয়হে ড্ৰাইভাৰ বুলি হে জ্ঞান কৰে ।জ্ঞানী মানুহে কেতিয়াও ডাইভাৰক হেয় জ্ঞান নকৰে। মানুহে মানুহকতো দুৰৰে কথা অন্য জীৱকো কেতিয়াও হে জ্ঞান কৰিব নাপায়।মানুহৰ মানৱতা হে মানুহৰ পৰিচয় পাৱ পাৰি। আপোনাৰ মানৱতা বহু ওপৰত সেই বাবে আপোনাক কোটি বাৰ ধন্যবাদ জনাইছোঁ।
@jamunaray7869
@jamunaray7869 3 жыл бұрын
সুন্দৰ জীৱন কাহিনী কামৰ কোনো সৰু বৰ নাই ৰূপম দা আপোনাৰ লিখা আৰু পঢ়িবলৈ পাম বুলি বহুত বহুত আশাৰে
@saratranjansarmah65
@saratranjansarmah65 3 жыл бұрын
ৰূপম দত্তৰ সাক্ষাৎকাৰতো বেচ আকৰ্ষণীয় আৰু ই নিশ্চয় বহুতকে কৰ্মৰ প্ৰতি প্ৰেৰণা যোগাব । আমাৰ আন্তৰিক শুভেচ্ছা থাকিল
@spananigogoichetia6171
@spananigogoichetia6171 3 жыл бұрын
বৰ ভাল লাগিল..... বিচিত্ৰ জীৱন
@banisaikia3208
@banisaikia3208 3 жыл бұрын
ধন্যবাদ ।আজিৰ যুৱকে এখেতৰ আদৰ্শ লব লাগে ।
@vhularanjan1948
@vhularanjan1948 3 жыл бұрын
ভাল লাগিল দাদা আপোনাৰ অভিজ্ঞতা কাহিনী শুনি ,,আগুৱাই যাওঁক
@sangeetasaikia8687
@sangeetasaikia8687 3 жыл бұрын
প্ৰণয়দা, খুবেই ভাল লগা অনুষ্ঠান আছিল । আপোনাক সেইদিনাৰ উন্মোচনী অনুষ্ঠানত লগ পাই একো কথা পতা নহল যদিও দেখা পাই ভাল লাগিল । এই ইণ্টাৰভিউটোৱে গোটেই অসম তোলপাৰ লগাই দিলে । আপোনাৰ লগতে ৰূপম দত্ত লৈও আন্তৰিক অভিনন্দন জনালোঁ ।
@dipankarsaikia4435
@dipankarsaikia4435 3 жыл бұрын
এটি ব্যতিক্ৰমী অনুষ্ঠান উপহাৰ দিয়াৰ বাবে My news ক অশেষ ধন্যবাদ
@nituchangmai3620
@nituchangmai3620 3 жыл бұрын
বহুত ভাল লাগিল
@Pankoj1743
@Pankoj1743 3 жыл бұрын
জীৱনটোত আগবাঢ়ি যাওক। তাৰে কামনাৰে ।
@arjunchetry1337
@arjunchetry1337 3 жыл бұрын
Bohut Val kitap ....hundar likhoni...aguwai jawak...u r great.
@mintuyoungs6025
@mintuyoungs6025 3 жыл бұрын
ৰূপম দালৈ ধন্যবাদ জনাইছো আপোনাৰ কৃতকাৰ্য্যতা দেখি । আপোনি লিখা কিতাপ খন কত পোৱা যাব ।
@pranjitbayan9122
@pranjitbayan9122 3 жыл бұрын
kzbin.info/www/bejne/h6rVp36Vd9xlZsk
@ankurraj1393
@ankurraj1393 3 жыл бұрын
ভাল লাগিল দেই ৰূপম ককাইদেউ আৰু প্ৰণয় দা
@manashpratimnath8247
@manashpratimnath8247 3 жыл бұрын
ঠিক কথা কৈছে দাদা আপুনি । ভাল লাগিল আপোনাৰ সকলো কথাই । ডাইভাৰৰ মূল্য ডাইভাৰ এজনে বুজি পায় ।। ডাইভাৰ জন অসমীয়া হ'লেও হিন্দীত কথা কব । আৰু পুলিচে কুকুৰৰ পোৱালী বুলি ব্যৱহাৰ কৰে । তাতে কিছুমান মানুহে দম দিব । ব্যৱহাৰৰ কোনো মা বাপ নাথাকে । মই নিজেই এজন ডাইভাৰ হয় । বহুত অভিজ্ঞতা হৈছে । অসমৰ সকলো ঠাইতে যাওঁ আৰু কেতিয়াও ব্যৱহাৰ কোন ঠাইৰ মানুহৰ ভাল ব্যৱহাৰ নকৰে । কেতিয়াবা বহুত খং উঠি যায় ।।।।
@biswajitgogoi9860
@biswajitgogoi9860 3 жыл бұрын
You.are great
@pbtablaclass956
@pbtablaclass956 3 жыл бұрын
আপোনাক সচাকৈয়ে বহুত বহুত ধন্যবাদ ৷ এনে অনুষ্ঠানে সমাজৰ বাবে আদৰ্শ হৈ ৰ’ব । আজিৰ সমাজত এনে আদৰ্শবান ব্যক্তিৰ বহুত প্ৰয়োজন আছে।
@samiransharma1780
@samiransharma1780 3 жыл бұрын
ৰূপম দা আপোনাৰ কাহিনী বোৰ ফেচবুক ত পঢ়িছো।সঁচাকৈ বহুত ধুনীয়া অভিজ্ঞতা বর্ণনা কৰিছে।আগলৈও এনেকুৱা ধুনীয়া কাহিনী বোৰ লিখিব বুলি আশা ৰাখিলো।
@bitupongogoi9718
@bitupongogoi9718 3 жыл бұрын
সচাকৈয়ে আপোনাৰ জীৱনশৈলী অতি অনুকৰনীয়। প্ৰতিজন অসমিয়া ডেকাই আপোনাৰ পৰা শিক্ষা লোৱা উচিত।
@hiranyadeka6353
@hiranyadeka6353 3 жыл бұрын
দাদা আপোনাৰ কাহিনীবোৰ শুনি বহুত ভাল লাগিল
@dipenkumargohain5351
@dipenkumargohain5351 3 жыл бұрын
প্ৰথমে মই পঢ়ি ভাল পোৱা হিমালয়ৰ শিখৰে কন্দৰে পুঠি খনৰ লিখক প্রনয় বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলো এনে এটা অনুষ্ঠান কৰাৰ বাবে আনহাতে ৰূপম দত্তৰ কাহিনীৰ জবাব নাই। তেখেতৰ এই সত্য কথা আৰু ৰচিত পুঠি খনৰ জৰিয়তে ড্ৰাইভাৰ সমাজৰ প্ৰতি থকা জনসাধাৰণৰ দৃষ্টি আৰু কিছু নীতি নিয়ম নমনা ড্ৰাইভাৰৰ মন সলনি কৰিব ই নিশ্চিত।
@dipokchetia8359
@dipokchetia8359 3 жыл бұрын
শুনি ভাল লাগিল ,ৰীয়েলি হিৰো।
@rekhasaikia7336
@rekhasaikia7336 3 жыл бұрын
You are the real hero 👍👍👍👍👍👍👍
@sureshgogoi808
@sureshgogoi808 3 жыл бұрын
হৃদয় চুই গল কাহিনীবোৰ
@saikiavlogs6277
@saikiavlogs6277 3 жыл бұрын
ৰূপম দা আৰু আগুৱাই যাওক আপুনি ,তাৰে কামনাৰে
@bulibordoloi2145
@bulibordoloi2145 3 жыл бұрын
রূপম দত্তর কাহিনী সচায়ে ভাল লাগিল। আগলৈ গৈ থাকা
@ridip5904
@ridip5904 3 жыл бұрын
Eman xundor interview....val lagil rupam dangoriyar kotha xomuh xuni....moiu vabi asilu driver buror uport kiba ata likha kotha...jiye nhouk...xokolu manuhe xonman puwar jugyo.....
@bitupanbaruah6335
@bitupanbaruah6335 3 жыл бұрын
আপোনাৰ কথাবোৰ শুনি মুখৰ ভাষা হেৰাই গৈছে,,,, যুৱ প্ৰজন্মৰ বাবে আপুনি আদৰ্শ হওঁক,,,, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 😍😍
@ankurjyoti6673
@ankurjyoti6673 3 жыл бұрын
প্ৰায় গুৱাহাটী যোৱা হয় ৰাতি. Bus অত উঠো 9.30 pm অত 1am মানত জখলাবন্ধা ত নামো খাব লে পুনৰ Bus অত উঠো আৰু টৌপনি যাও. Morning যেতিয়া চকু মেল খাই দেখো খানাপাৰা পাই গলো. এটা আশা লৈ যাও আৰু মোৰ লগত বহুত যাই. আৰু অমাক Safe and Sound 🔊 লৈ যাই. So thank you for all the drivers of These Buses. May god bless all of you 😊 Give respect and take respect. #enjoy #Nighttravelling #daytravelling #busride #respect
@ratnakantahazarika1659
@ratnakantahazarika1659 3 жыл бұрын
I am proud of this active energetic and courageous self confident Assamese young man. Thanks to him
@himantagogoi6646
@himantagogoi6646 3 жыл бұрын
আপোনাক এনেই কিবা এটা ভাল লাগে খুড়া,ইমান সহজ সৰল মন,ইমান অমায়িক সচাই ভাল লাগে❤️❤️ আপোনাৰ নিচিনাকৈ আপোনাৰ ছোৱালী (আনুশা)ও প্ৰায় একেই। আপোনালৈ বহুত বহুত শুভেচ্ছাঁ থাকিল 🙏🙏
@bipulbaruah6798
@bipulbaruah6798 3 жыл бұрын
ৰুপম দা আপোনালৈ অখেখ ধন্যবাদ
@ruchonsonowal9297
@ruchonsonowal9297 3 жыл бұрын
Bohut bhal lagil dadar kam ru kam korar hepah.. Kamor j kunu horu dangor kotha nai tarei ek udahoron .. Dadar kormo jibonir kothabur huni moi bhabu hokolue onupranit hoise ru hobo👍👍
@monikangkanadeka193
@monikangkanadeka193 3 жыл бұрын
বহুত ভাল লাগিলে এওঁৰ আদৰ্শ বোৰ এই বোৰেই আচলতে প্ৰকৃত ব্যক্তি । তেওঁ ইমান ভাল ঘৰৰ লৰা হৈয়ো ড্ৰাইভাৰ কৰিছিল । কিছুমান নে ইমান লেভেল দিয়ে দুখীয়া ঘৰৰ হৈয়ো কি কম ।
@nabadas8214
@nabadas8214 3 жыл бұрын
এনেকুৱা কাহিনী শুনি থাকিব মন যায়
@ruplekhasaikia9591
@ruplekhasaikia9591 3 жыл бұрын
বহুত ধন্যবাদ ৷কিতাপ খন পঢ়িছো ৷
@hirokjyotim7632
@hirokjyotim7632 3 жыл бұрын
Video tu saii vall lagil bhot.....
@jeevanravalekang9202
@jeevanravalekang9202 3 жыл бұрын
My Inspiration.... Proud of U Dada. Aagote aapunar Kotha jona hole aaru Aag barhibo parilu hole sage Jibonot. Best of Luck for Your Future 👍👍👍👍🙏
@bipulsarmah7276
@bipulsarmah7276 3 жыл бұрын
Val lagil. Rupom Da 🙏🙏🙏🙏
@lakhimisaikia2655
@lakhimisaikia2655 3 жыл бұрын
Realy inspirotioal life story...Rupom Dutta salute...
@smitabaishya8122
@smitabaishya8122 3 жыл бұрын
Ur real Hero A big salute to you 🙏👏
@bobyborah28
@bobyborah28 3 жыл бұрын
আচৰিত জীৱন ।খুব উৎসাহিত হ'লো ।
@harunahmed7176
@harunahmed7176 3 жыл бұрын
Iman dhunia aadorxoban lorajon.... Hazar sallute tumaloi... 🌹🌹🌹
@mintuyoungs6025
@mintuyoungs6025 3 жыл бұрын
ৰূপম দাক এবাৰ হলেও লগ পাবলৈ মন গৈছে
@manashiborah1009
@manashiborah1009 3 жыл бұрын
তেওঁক অসমীয়া যুৱক সকলে আদৰ্শ হিচাপে লোৱা উচিত বিশেষকৈ যিসকল যুৱকে পঢ়া শুনা কৰা বুলি ভাবি নিজকে যিকোনো কাম কৰিবলৈ নিবিচাৰে । কাৰণ তেওঁলোকে নিজকে বহুত বেছি জনা বুজাই । কামৰ সৰু বৰ নাই কাম কামেই আৰু গতিকে সকলোৱে তেওঁক আদৰ্শ হিচাপে লৈ কাম কৰি যোৱা ।
@rupamkalita2274
@rupamkalita2274 3 жыл бұрын
দাদা আপোনি সছাই Interesting । বহুত ভাল লাগিল।
@sabitadutta1520
@sabitadutta1520 3 жыл бұрын
ভাল লাগিল ৰুপম
@rupamkalita2274
@rupamkalita2274 3 жыл бұрын
দাদা আপোনি সছাই Interesting । বহুত ভাল লাগিল।
@pikubharali3804
@pikubharali3804 3 жыл бұрын
Xosai Val lagil aguai jua
@pinkukrdas2828
@pinkukrdas2828 3 жыл бұрын
বহুত ভাল লাগিল তেখেতৰ চিন্তা ধাৰা খিনি সচাঁকৈ একাগ্ৰতা থাকিলে জীৱনত বহু কিবা কৰিব পাৰি ধন্যবাদ ৰূপম ডাঙৰীয়া
@manashbhagawati3085
@manashbhagawati3085 3 жыл бұрын
All rounder
@nirupamdeka240
@nirupamdeka240 3 жыл бұрын
বহুত ভাল লাগিল । বৰ্তমান সমাজত আপোনাৰ নিচিনা মানুহৰ প্ৰয়োজন আছে ।
@bps5878
@bps5878 3 жыл бұрын
Bohut val lagil dei ❤️
@nikudas6110
@nikudas6110 3 жыл бұрын
Oti xundor..best of luck Rupam daa..
@PodumHazarika-y4l
@PodumHazarika-y4l 8 ай бұрын
Salute.You R D
@chitrakumarhazarika9224
@chitrakumarhazarika9224 3 жыл бұрын
সঁচাকৈ ৰূপম দত্ত এজন ব্যতিক্ৰমী ব্যক্তি। ব্যতিক্ৰমী লেখক। সাক্ষাৎকাৰটো মনোগ্ৰাহী।
@nikhilkrmohan4157
@nikhilkrmohan4157 3 жыл бұрын
Bôhut hundar Vl lagil
@nipadeka1739
@nipadeka1739 Жыл бұрын
Sir aponak mor bhut besi val lage.aponar praibor program sao🥰🥰🥰🥰.dada jnk val lagil.kothabor bhut xikiblogia val loga.🙏🙏
@lakshyadharuzir8188
@lakshyadharuzir8188 3 жыл бұрын
Rupon Da u r great human being..many people don't care about driver...1st time feeling nice atleast some one shows respect to driver...God bless you
@umeshbaruah9215
@umeshbaruah9215 3 жыл бұрын
Very good xasha Katha kaiche bahut Val lagil
@johnmundri3692
@johnmundri3692 3 жыл бұрын
Bohut perona palu Thank you ❤️🌿🌾🌿🌿🌾🌹🌾🌾🌹🌾🌾🌾🌿
@parikshitkonwar9847
@parikshitkonwar9847 3 жыл бұрын
Mozzaa...Rupom da r jiobon kahini....anykwa hbo lgy Manuhor Life..🔥🔥🔥🔥🔥🔥😍😍😍
@axomboyarnab5812
@axomboyarnab5812 3 жыл бұрын
Hvy .....Rupom da mohan..🔥🔥🔥🔥
@nimakshideka2598
@nimakshideka2598 3 жыл бұрын
আপুনি আদৰ্শ হৈ ৰওক নৱ প্ৰজন্মৰ বাবে,, তাৰে কামনা কৰিলোঁ🙏🙏
@aruprajkhowa4280
@aruprajkhowa4280 3 жыл бұрын
ভাল লাগিল আপোনাৰ কথাবোৰ
@mishingome4110
@mishingome4110 3 жыл бұрын
Inspired story 🙏real hero
@binapanipawe2069
@binapanipawe2069 3 жыл бұрын
আপোনাৰ, আদৰ্শ দেখি মই সচাঁই আপ্লুত হৈছো👍
@sangitaborah5519
@sangitaborah5519 2 жыл бұрын
Congratulations... Rupam da ur real hero 💗🙏🏻
@mamoniduttadeka3357
@mamoniduttadeka3357 3 жыл бұрын
Wowwww Rupom Mozaaahhh 👌👌👍❤️❤️
@ashimtalukdar6187
@ashimtalukdar6187 3 жыл бұрын
বৰ ভাল লাগিল
@tapandutta7449
@tapandutta7449 3 жыл бұрын
Inspiring news,,, congrats 👍 Mr Dutta
@musi5657
@musi5657 3 жыл бұрын
Moja oi
@goplaycriticalops
@goplaycriticalops 3 жыл бұрын
This man is really great. Hat's off to this "Educated Driver". 👍
@basanti9025
@basanti9025 3 жыл бұрын
Bohut val lagil Dada
@Manoj_Barua
@Manoj_Barua 3 жыл бұрын
ভাল লাগিল ঘটনাবোৰ শুনি👍👍
@biswajitgogoi7686
@biswajitgogoi7686 3 жыл бұрын
বৰ ভাল লাগিল সাক্ষাৎকাৰটো চাই👌
@atulmorang9388
@atulmorang9388 3 жыл бұрын
Bor val lagil
@rajibpegu9599
@rajibpegu9599 3 жыл бұрын
Salute Rupam da, God bless you
@ramdhenunortheastindia6095
@ramdhenunortheastindia6095 3 жыл бұрын
Salute rupam dutta
@dr.jubarajkalita2027
@dr.jubarajkalita2027 3 жыл бұрын
Khub bhal lagil.. Apunak log pabo lagibo
@hemprasadgogoi5081
@hemprasadgogoi5081 3 жыл бұрын
Really Amazing. Thanks to both of you for revealing this human core life movement on Earth. Want more.
@dborah2370
@dborah2370 3 жыл бұрын
Bohut inspiration hobo pora news.protitu channelor newsbur bohut bar salu
@NK-it1ve
@NK-it1ve 3 жыл бұрын
Pranay bardoloi is one of my favourite person and this programme is just outstanding.the real hero journalist .
@satyabittuu9784
@satyabittuu9784 2 жыл бұрын
Aaji aru sai asu
@pabitranath5415
@pabitranath5415 3 жыл бұрын
Bohut bhal lagil.....dhaniyabad rupam da.....kabaloi bhasa nai aru.
@basantabora1272
@basantabora1272 3 жыл бұрын
Bohut val lagil kothakhini huni
@alokkakoty7816
@alokkakoty7816 3 жыл бұрын
Bahut Bhal Lagil! Enekua anusthan aru sabole Pam buli asha thakil!
@deborajray1985
@deborajray1985 3 жыл бұрын
Bohut val lagil kahini tu huni..kiba ata oviggota ahol❤️❤️❤️❤️
@manashbhagawati3085
@manashbhagawati3085 3 жыл бұрын
Simple living and high thinking
Spongebob ate Patrick 😱 #meme #spongebob #gmod
00:15
Mr. LoLo
Рет қаралды 20 МЛН
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 8 МЛН
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 12 МЛН
A most beautiful Village in Assam - দিহিং কলঘৰ
10:29
Spongebob ate Patrick 😱 #meme #spongebob #gmod
00:15
Mr. LoLo
Рет қаралды 20 МЛН