সেই চিঞৰবোৰে মোক শেষ কৰি পেলাইছিল😭😭 Unbelievable Horror Story😱

  Рет қаралды 235,120

JSS Unscrripted

JSS Unscrripted

Жыл бұрын

#horrorstories #assamesehorrorstory

Пікірлер: 421
@arhisreshthachangmai9218
@arhisreshthachangmai9218 Жыл бұрын
মোৰ লগত হৈছিল এটা ঘটনা মোৰ বিয়াৰ পাছত...বহুত মৰম পাইছো মোৰ স্বামীৰ ঘৰৰ পৰা, মই বিয়া হৈ যাওঁতে তেতিয়া আমাৰ শাহু আইতা মানে মোৰ স্বামীৰ আইতাক জীয়াই আছিল...তাৰো এটা কাহিনী আছে মোৰ শাহু আইতা প্ৰথম বিয়া হৈছিল মোৰ নিজৰ বুঢ়াটা লৈ কিন্তু আগৰ দিনৰ বিয়া যিহেতু বয়সৰ বহুত ব্যৱধান হ'ল , যাৰবাবে মোৰ শাহু আইতায়ে বিয়া হৈ যোৱাৰ পাছৰ পৰাই কান্দি কাটি মই আইৰ ঘৰলৈ যাও বুলি পথাৰে পথাৰে দৌৰি নিজৰ মাকৰ ঘৰলৈ গুচি গ'ল ... আৰু আইতাৰ মানটোক সন্মান জনাই মোৰ বুঢ়া দেউতায়েও আইতাক জোৰ নকৰিলে পুনৰ লৈ আনিবলৈ...বিয়া হৈ ওভতা ছোৱালী বুলি বহুত দিন আবিয়ৈ হৈ থকাৰ পাছত মোৰ স্বামীৰ বুঢ়াটাই শাহু আইতাক বিয়া পাতি আনিলে...মোৰ পাপাৰ নিজৰ দেউতাকে প্ৰথম বিয়া পতা মানুহ গৰাকীক চাবলৈ খুব হেঁপাহ কৰিছিল, এদিন নহয় এদিন জীৱনত লগ পোৱাৰ কামনা আছিল...আমাৰ love marriage য়েই আছিল...পাছত বিয়া বন্দৱস্ত হওঁতে কথাটো ওলালত স্বামীৰ ঘৰৰ সকলোৰেই চিন্তা হৈছিল আইতায়ে সন্মতি দিব নিদিয়ে বুলি কিন্তু আইতাই একাষাৰতে সন্মতি দিলে আৰু হৈ যোৱা বোৰ আগৰ কথা এতিয়া তাই মোৰ নিজৰ নাতিনী আৰু তাইৰ মাক-দেউতাক মোৰ নিজৰ লৰা-বোৱাৰী বুলি চকুপানী টুকি আদৰি ললে...এই কথাখিনিৰ বৰ্তমান ছোৱা বিষয়টোৰ লগত সংগতি নাথাকিব পাৰে কিন্তু মোৰ লগত ঘটা ইয়াৰ পাছৰ ঘটনাটোৰ লগত ইয়াৰ গূঢ়াৰ্থ জড়িত হৈ আছে...মই ২০০৬ চনৰ পৰা ২০০৯ মানলৈ মোৰ শাহু আইতাক পোৱাৰ সোভাগ্য হৈছিল...আইতাক যিমান পাৰো আল-পৈচান ধৰিছিলো মই আৰু মোৰ শাহু মায়ে...যিদিনা আমাক শাহু আইতায়ে এৰি গুচি যায় সেইদিনা ঘৰ-দুৱাৰ মুছি থাকোতে কিবা এটা বেলেগ ধৰণৰ লাগি আছিল, আইতা নাই সেইবাবেই এনে হৈছে বুলি ধৰি লৈ কামবোৰ কৰি গৈছিলোঁ.....ৰাতি শুবৰ সময়ত মই ভৰি ধুই পিন্ধিবলৈ চেণ্ডেল পোৱা নাছিলো যিহেতু আমাৰ পৰিয়াল ডাঙৰ সকলো আহি সেইদিনা আমাৰ ঘৰত গোট খাইছিল গতিকে কোনোবাই মোৰ চেণ্ডেল দুযোৰ পিন্ধিবলৈ ললত মই আইতাৰ room ৰ পৰা আইতাক নতুনকৈ দিয়া চেণ্ডেল যিযোৰ আইতায়ে মাত্ৰ এবাৰ মান পিন্ধি মোক সামৰি থবলৈ দিছিল সেইযোৰকেই পিন্ধিবলৈ ল'লো .. মনতে ভাবিলো নাতিনীয়েকে পিন্ধিলেনো আইতাৰ আত্মায়ে বেয়া পাবনে...কিন্তু মোৰ স্বামীয়ে পিন্ধিবলৈ মানা কৰিছিল আৰু কৈছিল সেইযোৰ এটা medium হব পাৰে সকাম-নিকাম নোহোৱালৈ নিপিন্ধিবাচোন বুলি.....সেইদিনা ৰাতি শুই থাকোঁতে হঠাৎ এনে লাগিছিল যেন কোনোবাই অ আই অ আই বুলি মোক মাতি আছে আৰু আমাৰ room ৰ ইমূৰৰ পৰা সিমূৰলৈ আইতায়ে যেনেদৰে ওৰণি টানি খোজ কাঢ়ে তেনেদৰে কাঢ়ি ফুৰিছে...কিন্তু সম্পুৰ্ণ আইতা বুলিও দেখা নাই, এটা শুধ বগা আইতাৰ আকৃতি হে দেখা পাইছিলো...যিটোৱে মোক বাধ্য কৰাইছিল এয়া আইতায়ে হয় বুলি ভাবিবলৈ......কিন্তু তথাপিও সেয়া মোৰ ভ্ৰম নিকি বুলি নিজকে খুব চিকুটি চাইছিলো...আইতায়ে হাতমেলি মোক চুবলৈ চেষ্টা কৰে কিন্তু আঠুৱা খনেৰে যেন আইতাৰ হাতখন বতাহতে পাৰহৈ যায় মোৰ এনে লাগিছিল মোক চুব পৰা নাছিল আইতায়ে ... মই বহু সময়লৈ লৰ-চৰ কৰিবও পৰা নাছিলো...এবাৰ বহুত শক্তি প্ৰয়োগ কৰি যেন মই মোৰ husband ক জোৰকৈ মাৰি জগাই দিলো আৰু তেওঁ খক মককৈ সাৰপাই কি হ'ল ভয় খাই গল, মই মাথো মুখেৰে light ৰ switch বুলি ফূটালো আৰু তেওঁ লগা লগ light on কৰিছে আৰু সেই মুহূৰ্ততেই এটা ধোঁৱা জাতীয় বস্তুলৈ আইতা ৰূপান্তৰ হৈ যেন ventilator ৰ বাহিৰলৈ উৰা মাৰি গুচি গ'ল তেনেদৰে দেখিলো মই...সেইৰাতি husband কো কি হৈছিল মোৰ লগত নকলো এনেই light জ্বলাই শুও বুলি কলো ভাল লগা নাই মনটো বুলি কৈ শুই থাকিলো ... পাছদিনা সকলোকে কওঁতে সকলোৱে কৈছে আইতাৰ আত্মায়ে মৰমৰ নাতিনীয়েকক best friend ক (মোক best friend বুলিছিল আইতায়ে আৰু ধেমালিতে সতিনীৰ জী বুলিছিল)...একেবাৰে সিপাৰলৈ যোৱাৰ আগতে বিদায় জনাবলৈ আহিছিল বুলি...তাৰ পাছত আইতাক আৰু মই দেখা নাই...কথাখিনি দীঘলীয়া হ'ল কিন্তু ভালদৰে বুজি পাবলৈকে এনেদৰে মোৰ লগত ঘটা ঘটনাটোৰ অভিজ্ঞতা ভালদৰে অনুধাৱন কৰিবলৈ কে দীঘলীয়া কৈ লিখি জনালো...🙂🙏🙏
@munuyt7057
@munuyt7057 Жыл бұрын
😮😮
@MunuDeka-ct7zr
@MunuDeka-ct7zr Жыл бұрын
সচাই ভয় লগা বাইদেউ...
@arhisreshthachangmai9218
@arhisreshthachangmai9218 Жыл бұрын
@@MunuDeka-ct7zr উমম 👩🏻‍🦰💗
@simantadeka1601
@simantadeka1601 Жыл бұрын
Script krisu ..time ple phim...dlt nkribo
@jimidas7050
@jimidas7050 Жыл бұрын
শেষত শিহৰি উঠিলো
@jibanilahari2877
@jibanilahari2877 9 ай бұрын
আপোনাৰ মাত বহুত মিঠা ভগৱানৰ বানী আৰু মধুৰ শুনি থাকিবলৈ মন যায় জয় ধন্যবাদ 🙏🙏🙏জয় জগন্নাথ 🌹🌹🌹🌹
@darkwarrior1608
@darkwarrior1608 Жыл бұрын
Hanuman chalisa is best for that situation
@bornaliboruah1331
@bornaliboruah1331 Жыл бұрын
Negative energy r kobolot noporibole daily prayers koribo lage. Okol j ami mohilabure ratipua ga dhui dhup saki logua pray kora and evng tu logua koribo lagibo tenekua kunu kotha nai. Vogobanor uporot astha thakibo lage. Nijor body and mind tuk nije control koribo janile beya energy bur nije nije atori jai. Moiu bohut baar feel korisu. Iman worst loike jua nai baru aru tenekua huatuo nibisarim. But eituye kom last t j teo vogobanor aradhana nokoricl karone., sob lightly loicl so bor beyake suffer korile teo j nijor mind tur uporot teor control nuhua hoi goicl.
@user-iw2td5cm3s
@user-iw2td5cm3s 10 ай бұрын
All problems=2 solution, Hanuman chalisa and gaytri mantra
@prayashpatgiri7254
@prayashpatgiri7254 10 ай бұрын
❤সঁচা
@darrangrgirlrehena4687
@darrangrgirlrehena4687 Жыл бұрын
কবৰস্থানৰ ওচৰত সাধাৰণতে আমি ল'ৰা ছোৱালী বোৰে ৰাতি কৈ যাব নালাগে ‌গলেও পবিত্ৰ কৈ যাব লাগে । কিছুমান মানুহ‌ এনেকৈ পাগল হয় যায় ।
@abhikashyap7031
@abhikashyap7031 Жыл бұрын
भूत पिसाच निकट नहिं आवै महाबीर जब नाम सुनावै 📿
@rituraajgogoi7175
@rituraajgogoi7175 Жыл бұрын
1000likes this comment
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim
@plabanbhuyan6930
@plabanbhuyan6930 10 ай бұрын
Jay hanuman
@himalmedhi7915
@himalmedhi7915 10 ай бұрын
Jai Bajrangbali
@monalishatalukdar9162
@monalishatalukdar9162 Жыл бұрын
শ্মশান ৰ দৰে পৱিত্ৰ ঠাই নাই বুলি কয় মানুহে, সেই বস্তুবোৰ দেখিবলৈ নোৱাৰি অনুভৱ হে কৰিব পাৰি।কিন্তু আজিকালি মানুহকে ভয় লাগে বেলেগ বস্তুতকৈ
@ggofficial9557
@ggofficial9557 10 ай бұрын
kabristan smasan beleg bostu
@mainadas7313
@mainadas7313 6 ай бұрын
Moi dekhisu dada.
@lsd4889
@lsd4889 Жыл бұрын
Oh god... Moio direct paisu dekha enekuwa bastu.....feel krisu dada jnr kothabor
@kolpochitra3869
@kolpochitra3869 10 ай бұрын
আচলতে এনে ধৰণৰ ঘটনা বিলাক যাৰ ঘটিছে, তেওঁৰহে অনুভৱ হ'ব ,আনে উপলব্ধ কৰিব নোৱাৰে।আন মানুহকো এনে ধৰণৰ কথা কোৱা ম ই শুনিছোঁ। কিন্তু নিজৰ হোৱা নাই।
@Sumaya034
@Sumaya034 Жыл бұрын
আমাৰ পৃথিৱীত ভাল বস্তু থাকে আৰু বেয়া বস্তুবোৰ থাকে। মই বিশ্বাস কৰো কাৰণ মোৰ ছোৱালীজনীৰ লগত এনেকুৱা হৈছে।
@Sumaya034
@Sumaya034 Жыл бұрын
আৰু এই ঘটনা‌টো হোৱা মাত্ৰ তিনি মাহ হৈছে।
@Sumaya034
@Sumaya034 Жыл бұрын
@Krishtina baruah please বেয়া নাপাবা এই ঘটনাটো মই social media tদিব নোৱাৰো কাৰণ মোৰ ছোৱালীজনীৰ বয়স মাত্ৰ এঘাৰ বছৰ যেনে তেনে এইটোৰ পৰা বছাই আনিছো।
@JSSUnsscripted
@JSSUnsscripted Жыл бұрын
amar studiot ahi share koribo khujile contact koribo 7002237286
@dhrubakonwar9124
@dhrubakonwar9124 10 ай бұрын
হৰি হৰশ নহলে হৰি য়ে সকলো ৰূপ লয় । ভুত প্ৰেত শনি ৰাহু কাল সকলো তেও য়ে অনুভৱ কৰাব ।
@manibankalitanath3648
@manibankalitanath3648 Жыл бұрын
আচলতে শ্মশান ৰ ওচৰেৰে আপুনি বেয়া সময়বোৰত অহা যোৱা কৰিছিল যিটো সময় অশৰীৰি আত্মাবোৰৰ বিচৰণৰ সময় ।আৰু সেই আত্মাবোৰে আপোনাক লক্ষ্য কৰিছিল আৰু আপোনাক অন্যায় কৰিব চেষ্টা কৰিছিল।
@barashasaikia572
@barashasaikia572 Жыл бұрын
Hxa..hai homoi khini mnuhr homoi nhoi .. teulukr ulua homoi hy
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim
@Nilutpalgogoi-vv8mz
@Nilutpalgogoi-vv8mz Жыл бұрын
@@barashasaikia572 mur ghrr usrta asa but rate ahu vut dekha nai
@leonrava5483
@leonrava5483 11 ай бұрын
​​@@Nilutpalgogoi-vv8mzapuni sage henekua time t aha nai
@Nilutpalgogoi-vv8mz
@Nilutpalgogoi-vv8mz 11 ай бұрын
@@leonrava5483 kenakua time ...
@Rimpeedas2467
@Rimpeedas2467 Жыл бұрын
Manuh jone kenk sei situation tu par korise😨🥺 kenk polai ahisil o my god. Moi mori jam. Gar num siori uthise mur. Negetive energy ase mane prithibit 🥲..he vogowan anekua situation jate kunu manuhor lgte nidiba porvu🙏🙏🥺🥺 aii negetive energy buror solution hoise Hanuman ji.. Hanuman r mantra ussaron kribo lge...jdi mantra najanne tenhole Hanuman r nam lolei hol. "Jay Hanuman"🙏🙏.
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim
@bikashdas55176
@bikashdas55176 9 ай бұрын
@@dhunurumurlife6151 mur friend hoba neki?
@jitashrisaikia8754
@jitashrisaikia8754 Жыл бұрын
Mojja ❣️ vl lagil
@Abhinob447
@Abhinob447 Жыл бұрын
Mojja,
@bhaskarborah7873
@bhaskarborah7873 10 ай бұрын
Bohut dinor murot hadhu huna jen onuvob hol.tq
@m2stathya997
@m2stathya997 Жыл бұрын
Bhoot pischasch nikat nahi aawe mahaveer jab naam sunawe I had not experienced paranormal till now...but yes I have experienced the power of hanumanji many times
@sonmoinadoley1529
@sonmoinadoley1529 7 ай бұрын
বহুত interesting লগতে বহুত বেছি ভয় লগা কি কৰো চবলৈও ভয় লাগে চাবও মন যায় ভগৱান বচাবা আৰু🙏🙏🙏
@minaskitchenvlog2377
@minaskitchenvlog2377 Жыл бұрын
Hosa kotha 100%🙏🙏🙏.moi bhukta bhugi
@RajkonwarSaikia
@RajkonwarSaikia 10 ай бұрын
মোৰ খুৰা ৰাতি কামলৈ যাওঁতে soshan r আগতে যাওঁতে তেওঁৰ মুখৰ আগেদি কাঁহী দলিয়াই দিছিলে, আৰু মই কিছুমান সপোন দেখিছিলো 6 month আগৰ লৈকে, একেটা সপোন একে ষ্টাইলত দেখো, ৰাতি 2জনী মাইকী মানুহ আহে ঘৰৰ দৰ্যা আগত থাকে মোক ধৰিব আহে, সপোনত বেছি ভয় লাগে, বাস্তৱত নহই jihe 2 feel কৰিব নোৱাৰি, আৰু পঢ়িবৰ কাৰণে ৰোমত থাকো ভাৰা ঘৰত তাতো দেখা পোৱা হলো একে ঘটনা একে ষ্টাইল আহে 2জনী মাইকী মানুহ, এদিন চিঞৰি গলো, তাৰ আগতেও চিঞৰিব বিচাৰোঁ কিন্তু মুখৰ মাত নুলাই, সেই দিনা finally ওলাই গল তাহতক সপোনত দম দিব পৰা শক্তি 2 পাই গলো, atia কথা বোৰ 4লিখোঁতে গাৰ নোম শিহৰি উঠিছে, একে ষ্টাইল একে ধৰণৰ সপোন এদিন দুদিন নহই, বহুত বাৰ দেখিছোঁ 10 বাৰ উপৰত, পাছত মই niom niti কৰি ভাল পালোঁ, কি হৈছিল পাছত গম পালো আৰু, কিন্তু এটা কথা গম পালো, সপোন t দেখা বোৰ কাৰণ থাকে আৰু বহুত ঘটনা আছে কব নোৱাৰি text t
@vidhouse88889
@vidhouse88889 7 ай бұрын
Kio hoisil baru
@ranjitbordoloi6503
@ranjitbordoloi6503 7 ай бұрын
Xun mja lgil❤❤ alp voy u lagil
@iiiiknow5270
@iiiiknow5270 Жыл бұрын
Smoking brings you to the lowest energy . He says he was smoking. Weed, alcohol,meat or guilt full food brings to the lowest energy. This proven.
@ajtumung437
@ajtumung437 10 ай бұрын
Hoi anekua ...mur dada ajonor lgt hosli hodai aasuri thoi jai bht beya k ... Atia nije komise
@birennath8618
@birennath8618 10 ай бұрын
তুমি ভয় নাখাবা ভন্তি, আমি চাই আছো নহয়, কিবা বিপদ দেখিলে মবাইল টোকে অফ কৰি দিম।
@Letsreadywithme-ql5jq
@Letsreadywithme-ql5jq 10 ай бұрын
😂😂
@piho25
@piho25 2 ай бұрын
Iss iss bor futua aru deiii😂😂😂😂😂
@rohanmalik52
@rohanmalik52 10 ай бұрын
Yes moio Aitu bos2 experience korisu 3years hoisel ai bos2 mor lgt kisumn bos2 khunily esy jen lge but jitu amr logot hoi xai2 emn esy nhy bhut bos2 ami feel koribo pru kin2 dekha he npao aru ketiyaba proofbur thaki thaki naikiya hoi jai anekua jaty karo logot nohok
@satyendradeka6343
@satyendradeka6343 10 ай бұрын
অপ শক্তি আছে সময় কাল বেয়া হলে দেখা বা অনুভৱ কৰিব পৰা যায়
@assamese243
@assamese243 Жыл бұрын
Need another scary real story🔥🔥
@ankursarma6282
@ankursarma6282 Жыл бұрын
Jai hanuman Jai shri ram Jai bajrangbali
@CharuBorah-gc2oe
@CharuBorah-gc2oe 10 ай бұрын
I came here to see there's expiration more than story like"Oh mur voi lagi gol!";😂
@peacefullife6979
@peacefullife6979 Жыл бұрын
Ekdom Satya koise.enekua jaar hoi hi hei jane...june bisshakh nokore bhoote tahatok dekhai dbo nijor ashtitva...
@AXOMO1
@AXOMO1 10 ай бұрын
Jai shree ৰাম jai আই অসম
@jimleegogoi1841
@jimleegogoi1841 Жыл бұрын
Kune kune video to sai comments pohi asa like kori diya
@barnalirabha9204
@barnalirabha9204 7 ай бұрын
Hosa hok miss hok mor kintu horror story huni vl lgy
@poojadutta622
@poojadutta622 9 ай бұрын
I can completely understand. Enekua horu horu incident mur lgtu hoisil..hopunot dekhu mur kunubai attack korise aru ratipua uthi dekhu real t mur gaat asura sin thake. Moiu hubo pora nasilu bht din...
@bikashkalita9707
@bikashkalita9707 Жыл бұрын
Manuhe koi val beya duio ta thake,hoito kunoba beya atmai Jodi vorit thorisil ,kuno ba vale hoito theka dibo pare 😮😮😮
@xmdi3687
@xmdi3687 6 ай бұрын
ভূত ৰ কাহানী মোৰ বহুত ভাল লাগে কাৰণ বৰ্তমান বাস্তৱ ৰ kahani বোৰে বৰকৈ আমনি কৰে সেই বাবে ভূত ৰ লগতে বন্ধুত্ব কৰা টো বহুত ভাল । আকৌ আশা ৰল ভূতৰ খা খবৰ ৰ বাবে।
@chandanagogoi2299
@chandanagogoi2299 Жыл бұрын
Chant Hanuman Chalisa and Bajrang Ban daily. Nothing will dare to touch you
@rinagogoi9956
@rinagogoi9956 Жыл бұрын
Really spritual.. Jar hoi hi ha Jana.. But I can't believe it... Negative energy asa..
@Stexbee
@Stexbee Жыл бұрын
So scary 😨🎃☠️
@kritiman3578
@kritiman3578 Жыл бұрын
O my god sooooooo scarry
@pinkunath6668
@pinkunath6668 Жыл бұрын
মোৰ লগতো এনেকুৱা ১বছৰ হৈছিল। ৰাতি শুব পৰা নাছিলো, হেচা মাৰি ধৰিছিল, Direct দেখা দিছিলে। পিছত ঘৰৰ মানুহে বেজৰ ওচৰত লৈ যোৱাত ভাল হৈছে।।
@DSSCREATIVE428
@DSSCREATIVE428 10 ай бұрын
Hoi aitu xosa muro hoi thake
@averma6347
@averma6347 6 ай бұрын
Hinashree sagey khoob mozza paay eibilaak story xuni... 😂😂
@medhireetuja
@medhireetuja 7 ай бұрын
Bohut bohut puroni deenor kotha jetiya Aajir asom aru puroni asomor maajot bohot poriborton asile…..Amaar 80 yrs aaita henu suwali kalot school 🏫 jaboloi baah gosor toli par hoi ejaak suwalir logot jaai… edeenakhonor kotha… aaita tetia ekebare xoru suwali 11/12 bosoriya… school suti houte ghoroloi buli baahor toledi aahi thakute kesuwa puwaliye kaandi thoka jen xunise gutei suwalibure… kisumane ghora ghori gol… ejoniye henu kor pora kesuwa ulaal eeyat buli bhitoroloi jabo khujute baaki bure rokhaboloi sesta korile…kintu suwalijoniye kole sabo de kor pora kesuwar maat aahise buli koi alop baahor tolir jeka xemeka bhitoroloi xumaai gol…gutei khon lophalof jonghol… ji taai dekhi ahile jekaar majot suwalijoni pura bhool dekhar nisina boga aru mukhedi maat nuluwa bhoiyot obostha beya hoi gol
@dipzentertainment5677
@dipzentertainment5677 Жыл бұрын
Fokotia accent besi di ase ... Normally kotha khini kolei hoi jai assamese t... Abar samsaan, abar sosaan..
@abhijitbhuyan3020
@abhijitbhuyan3020 10 ай бұрын
😆
@_Prank_780
@_Prank_780 10 ай бұрын
Oi goru hi iT hoi 😂😅
@dipzentertainment5677
@dipzentertainment5677 10 ай бұрын
@@_Prank_780 Selekibo jao nki 2r IT k... 😂😂Toi paribi, jodhamurkho.
@air33-ias53
@air33-ias53 9 ай бұрын
​@@_Prank_780IT hol toh ki bal hol?
@AnupZg-io2pc
@AnupZg-io2pc 9 ай бұрын
Hoi de BL .. besi style Mari boki ase
@HimaSaikia-sh3uo
@HimaSaikia-sh3uo 9 ай бұрын
হয় দিয়ক ,,যাৰ লগত ঘটিছে সেই হে বুজিব
@minubordoloi1085
@minubordoloi1085 Жыл бұрын
Ase atiyai ase eatu agraki suwalir logot goisil 2 ta bosr,ak bosr man hoise Val hol,astomedh joigor vsmo Ani gat Hani Val hol
@rupadas8239
@rupadas8239 Жыл бұрын
Meditation krib, meditation a khdai negative energy r pra amak bosai rakhe, positive energy k lgt rakhele ketiao negative energy ahb nuare, mr lgto hoisil ankua, moi rati xub nuaro automatically mr saku mel khai jai moi rati mr rmt knbai aha joa kre thka feel kre thko 2pne ahleo, tr pist khar pai jao jetiai tetiai, anke bht dn moi xub para nasilu tr pist moi rati nuxui pelai bohi thko aru SHIV BABA k meditation kre thko tnke lahe lahe mr pra khei feel blak nhoa hoi gl.
@jupitaradas150
@jupitaradas150 Жыл бұрын
Hoi moi bujisu.moio anekua kiba anubhab korisilu.
@dulumonidas7430
@dulumonidas7430 11 ай бұрын
Mor lgot o anekuwa hoi rati xubo nuwaru negative xopun dekhu..aru feel kru Jen xosai mr lgt aibor hoi ase...bar bar jhatka khai khai xar paw😢
@Dhruba438
@Dhruba438 10 ай бұрын
Kene k kore meditation
@user-oq2hd7kt3v
@user-oq2hd7kt3v 4 ай бұрын
Muko adin motibo jaote bhotei dekha disil aru moi ake jape ghar paisilo😅😊😂😂😂
@Digantabhai8430
@Digantabhai8430 Жыл бұрын
vogoban ase jetia prithivit bhoot u ase🙏🙏🙏
@asmmusic212
@asmmusic212 Жыл бұрын
Hi moi bakor putek
@djsnakeno.1official943
@djsnakeno.1official943 10 ай бұрын
Tuk kunuba a khudhise niki
@rashmiborah9138
@rashmiborah9138 Жыл бұрын
Aibilak real hoi sokolu. Mur logtu hoise sopunat kiba ata hole ratipua spot thake baa bikhai.....
@pujabordoloi857
@pujabordoloi857 Жыл бұрын
Vogowan bisakh nokora dharmik nuhua manuhor logot tenekuai hoi olop vogowan k bisakh vokti korile anekua ketiau nohoi😊
@niranjanhazarika7814
@niranjanhazarika7814 Жыл бұрын
Kotha tu hoi but pisot ji bor teor lgt hoisil xeia mor mote phycology problem
@dboysbest9255
@dboysbest9255 Жыл бұрын
Good morning
@DSSCREATIVE428
@DSSCREATIVE428 10 ай бұрын
Jar logot hoi teu jane kenekuwa anuvob hoi...mur logt u hoise anekuwa olp blg...😢😢
@priyankamahanta6597
@priyankamahanta6597 10 ай бұрын
😮
@peacefullife6979
@peacefullife6979 Жыл бұрын
Thik kotha koise bhoote bhorite dhore,muro dhorisil aru mur bhori bhoote rosire bandhi rakhisil moi dourisilu bht kostot tarpasot moi shiv baba r ashray lolu ekebate aru shiv bhakt hoi golu
@JSSUnsscripted
@JSSUnsscripted Жыл бұрын
amar studiot ahi share koribo khujile contact koribo 7002237286
@awesomeassam-
@awesomeassam- 10 ай бұрын
Same thing happened
@CharuBorah-gc2oe
@CharuBorah-gc2oe 10 ай бұрын
I hear horror story only for fun😂
@dipankarbharali9953
@dipankarbharali9953 7 ай бұрын
Me also😂
@rekhaborbora6546
@rekhaborbora6546 10 ай бұрын
Hanumaan salisa..... Bajrangi bhai.... 😊
@dhunusaikia5650
@dhunusaikia5650 Жыл бұрын
Atiya rati 12 baji gl Sai Mur voi he lagise
@musicloverwithlovestory7711
@musicloverwithlovestory7711 8 ай бұрын
Nokhere muku aaurese ghurabak e ❤❤❤❤ rati 11 tat mas dhorib jaute.. rati Ghr ahi Ga dhui glass t body2 sAute (Kor pora ahil) buku t kapur r tolot asura sin scress asil bht......
@kalpanahazarika311
@kalpanahazarika311 Жыл бұрын
I am sorry, em biliva ble
@rujurumuroy2500
@rujurumuroy2500 Жыл бұрын
Asae kibato asse,moy dehkisilu kinto kiba asilu dhoribo nuyarilu koleo bishak nokore
@chudurBhai_12
@chudurBhai_12 3 ай бұрын
Exactly okl sudur bhai tur... exactly exactly 😅
@babluray5831
@babluray5831 Жыл бұрын
Xsake jar lgt hy khi he buji pay.mur lgt o anekua hoisl.but mk kunba mnuhe kiba kraisl.bhut beake voy khaislu.haikhini hmyt mind tu blg hoi gysl.😔
@JSSUnsscripted
@JSSUnsscripted Жыл бұрын
amar studiot ahi share koribo khujile contact koribo 7002237286
@shd483hiya
@shd483hiya Жыл бұрын
Xeikrne life ot ketiyao shortcut lobo nalage
@sukanyachoudhury6376
@sukanyachoudhury6376 Жыл бұрын
নখেৰে আচোঁৰা কথাটো বিশ্বাস কৰো মই। মোৰ মাৰ লগতো হৈ আছে এইটো ,প্ৰায় ৩০ বছৰৰ বেছি হ'ল। পিছৰাতি বাথৰূম যাবলৈ উঠিলে হয় এইটো সাধাৰণতে। আৰু কেতিয়াবা দিনটো হয়। কোনে ক'ত কেতিয়া আচোঁৰে একো গম নাপায়, ৰাতিপুৱা গা ধোওতে চেকচেকাই যায় যে, তেতিয়াহে গম পায়।
@darkwarrior1608
@darkwarrior1608 Жыл бұрын
Hoi hoi kotha tu hosa..mur stomach, leg t sin bohi thaka
@chitumonidas9878
@chitumonidas9878 Жыл бұрын
Mur lgto hoi mje mje,,bt VB thku knk nu asor khlu,,aru mnt a npre
@deepamonimoral7574
@deepamonimoral7574 Жыл бұрын
Same mur logot o hoi tini sarita nokh r asur pori thake bohut voi lgsl first atya normally Lou
@pratikshasarma2539
@pratikshasarma2539 Жыл бұрын
Atiya w hoi mur 7 din man agte mur hol asura Tu 4 jaga mnt asurise nije nije
@user-jv4qh8xs2m
@user-jv4qh8xs2m 9 ай бұрын
Iwas also experienced with spirits or ghosts inthe gu University hostel in nineteen eightythree dergaon
@peacefullife6979
@peacefullife6979 Жыл бұрын
Manuh asolote ki swarthi hihote okol nijor pregnancy tu buji paaye aanor nubuje ..hihote bhabe okol ami manuhe thaku aru beleg kunu nathake but manuhe etu najane j we can see only those things where light falls and gets reflected to our retina but to see extra ordinary thing we need power.A🙏🕉️
@kpopfan_jafrin5816
@kpopfan_jafrin5816 Жыл бұрын
Pregnancy??🤭🤭🤭
@SamratDas-uf4mv
@SamratDas-uf4mv 10 ай бұрын
Asa .. bohuta vissak nokora .. moio paisu .. moi morar pora bacisu.. moi nija nijok Mari dibo loicilu.. mur anakuya hoi goicil..
@jitenrabha9631
@jitenrabha9631 9 ай бұрын
Amar gaonr ajon hoisil . haydrabad ot bisi din hua nai ghrt oha....10pist ahil train or pora polaisil ..buhut dighol kahini ....kiba kibi mat diye Tak ..kintu kunu osrt dekha napi .......
@user-fz1tv2pw8k
@user-fz1tv2pw8k 4 ай бұрын
সঢা কিবা এটা আছে ❤❤
@chinmoy9392
@chinmoy9392 Жыл бұрын
23:10 bajrangi bhaijan khbo loisile 🤣
@user-ok2sm7lt2k
@user-ok2sm7lt2k 9 ай бұрын
Yes June bhoge hiye jane...moi o bhugisu kiba ata...june biswas nokore bhar me jaw
@RupaBora-oj9is
@RupaBora-oj9is 7 ай бұрын
😮😮😮
@phulmonithakuria4715
@phulmonithakuria4715 Жыл бұрын
Ru lage horoor story
@krishnak.tboruah5536
@krishnak.tboruah5536 3 ай бұрын
অতি আচৰিত দাদা কীয় ইমান দিন বাবাৰ এজনৰ আশ্রয় ননলে
@Kattar-hindu274
@Kattar-hindu274 5 ай бұрын
Vut pishash nikat na aave mahavir jab nam sunabe...jai bajrangbali
@NirupamaDas-pu4mz
@NirupamaDas-pu4mz 11 ай бұрын
Hoi aibur hosa ghotona
@prasantasaikia5579
@prasantasaikia5579 Жыл бұрын
O ase mano
@simikakati7967
@simikakati7967 7 ай бұрын
Mur lgt bhut hoise real t bhut dekhisu
@Harsha_9t
@Harsha_9t 7 ай бұрын
I feel korisu agot blv kora nasilu but jatia mur lgt hoisil...heikhini amr ghr manhu feel korisil ...bohut voi voi kori asilu kiba negative enargy feel hoisil ting uporot karubar khuj aru kunubai hopunot golot hesi dhorisil kin2 hopunor pora haar pua pisot u golot dhori mari pelabo khujisil😢
@emptinessankitagogoi7852
@emptinessankitagogoi7852 7 ай бұрын
Gom psu bru apuni bht poha huna kra lora bli, kintu english word khini alap komke kua hle huni ru vl lgl hoi kahanitu.
@rashmiborah9138
@rashmiborah9138 Жыл бұрын
হয়।
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim
@PranjitRabha-ry1sp
@PranjitRabha-ry1sp 9 ай бұрын
Moi vut ase buli bishak koru.
@palashpratim2809
@palashpratim2809 10 ай бұрын
মোৰ দেউতা দিল্লী IIT পৰা BE in civil engineering পৰা পাচ কৰা , আপুনি শুনিলে আচৰিত হ'ব যে সেই সময়ত তেওঁ যি কেইজন বন্ধুৰ লগত আছিল একেলগে তেওঁৰ চকুৰ আগতেই তেওঁ অদ্ভূত অবাস্তৱ , সহজে মানিব নোৱাৰা ঘটনাবোৰ ঘটি আছিল, মানে তেওঁৰ কাষত শুই থকা বন্ধু জনক বিছনাৰ সৈতে দাঙি দলিয়াই দিয়া, চকুৰ সন্মুখত যেন এজন ৰজাৰ কোনো দাৰোৱানৰ দ্বৰে মানুহ হাতখন দাঙি যেন তেওঁৰ বন্ধুজনৰ ফালে চোচা লোৱা, তেওঁৰ বিচনাখনৰ শুই থকা মুৰতো ওলোটাফালে বাৰে বাৰে লৈ যোৱা এনেকৈ নানান অশান্তিকৰ যাতনা বোৰৰ মাজত তেওঁলোকে কি কেনেকুৱা এটা সাহিয়াল জীৱন লৈ কাম কৰি আহিছিল, মানে ভাবিব পৰা আৰু ম‌ই নাই , মানে এনেকুৱা এটা মনত ধাৰণা কৰি লৈছো যে মানুহৰ কিজানি মৃত্যুৰ পিছত এনে ধৰণৰ বস্তুৰেই মুখামুখি হয় সঁচাকৈ ।😮😮😮
@nngg452
@nngg452 7 ай бұрын
Bearine or ata part on hoi goisil. Ai part tu off hoboloi bohut time lage bhal. tuponi ahile thik hoi jai. Mostion chainge tablet khalei thik hoi jai
@himangsubora6963
@himangsubora6963 Жыл бұрын
I was suffering from 2007 to 2016-17
@vidhouse88889
@vidhouse88889 7 ай бұрын
Apuni contact kribo studiot..aru experience share kribo
@paharidutta8509
@paharidutta8509 Жыл бұрын
So true.. am also suffering frm that moment... when I was at the age of 8... that time we live at Arunachal Pradesh(Pasighat)
@paharidutta8509
@paharidutta8509 Жыл бұрын
Xactly true.... in my dream an old lady always says that she buried me under a big hole.. 😢😢😢
@JSSUnsscripted
@JSSUnsscripted Жыл бұрын
amar studiot ahi share koribo khujile contact koribo 7002237286
@manasbarman7452
@manasbarman7452 Жыл бұрын
Sprit arr energy l
@assameseorganisation
@assameseorganisation Жыл бұрын
Bulbul hussain dar interview laga
@basantiboro4314
@basantiboro4314 Жыл бұрын
ই মানুহ জনেও আকাশী তৰাৰ দৰে সল সলীয়া অসমীয়া কব নাজানে । শুনি ভাল নালাগিল।
@aayushgogoi2841
@aayushgogoi2841 Жыл бұрын
That means you don't know English. LOOL
@ggofficial9557
@ggofficial9557 10 ай бұрын
@@aayushgogoi2841hindi assamese english mix kori koise
@ggofficial9557
@ggofficial9557 10 ай бұрын
@@aayushgogoi2841aru english toi u jano nisina loga nai 😂
@priyanshunag9163
@priyanshunag9163 2 ай бұрын
❤❤❤❤❤❤❤❤❤
@geetashreeborgohain6334
@geetashreeborgohain6334 10 ай бұрын
😢
@rudrakshabhagowati4771
@rudrakshabhagowati4771 10 ай бұрын
Jar logt hoi hei manuh e buji pabo
@ranjitsaikia542
@ranjitsaikia542 9 ай бұрын
Ow kiba eta harkat dekhile dada
@nibi535
@nibi535 10 ай бұрын
Kua hoi je tula rakhir manuhok praei nedekha bostue akorkhan kore. Moi bhal koi najanu. Kua hunisu. Kintu, makar rakhitu manuhok eku e kola jadu koribo nuare buli koi. Aitu loi real story hunisu mur hombondhiyo ajonor pora. Aru ata couple ase g mur bar logot kam kore, aru duitar biyar pasor pora real anekua hoise bohubar. Abar hoisil kajiranga't aru aiber shilong to amritsar jatrat.
@Anish-X-Editz07
@Anish-X-Editz07 3 ай бұрын
Very horror
@Stardust_cruise
@Stardust_cruise Жыл бұрын
Invite Tribeni Saikia
УГАДАЙ ГДЕ ПРАВИЛЬНЫЙ ЦВЕТ?😱
00:14
МЯТНАЯ ФАНТА
Рет қаралды 3,6 МЛН
Mathura Vrindavan Mein Bhoot Ki Sachi Ghatna Ft. Chetna  | RealTalk Clips
36:26
Дымок или Симбочка?? 🤔 #симба #симбочка #mydeerfriendnokotan
0:19
Симбочка Пимпочка
Рет қаралды 2,1 МЛН
Батя в общественных местах 😇
0:46
Время горячей озвучки
Рет қаралды 1,5 МЛН