শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা | Shri Ramchandraor Boikuntho Jatra | Vauna | Bhauna | Vaona

  Рет қаралды 6,765

PMB Mix

PMB Mix

Күн бұрын

Пікірлер: 16
@djgaming-mu6ym
@djgaming-mu6ym 2 ай бұрын
কালি শেষ লৈকে চালোঁ কিন্তু হেঁপাহ নপলাল আজি আকৌ এবাৰ চালোঁ বহুত ভাল লাগিল।
@MadhabSaikia-eb4sd
@MadhabSaikia-eb4sd 2 ай бұрын
Val lagil sai
@hunmonigogoi7240
@hunmonigogoi7240 2 ай бұрын
লক্ষ্মণৰ অভিনয় ❤ 🔥
@ankitaborgohain4613
@ankitaborgohain4613 2 ай бұрын
বহুত ধুনীয়া লাগিল দেই ❤।ভাওনা তাতে মোৰ প্ৰিয় । বহুত ভাল পাঁও চাই ❤
@radhamoninarzary1403
@radhamoninarzary1403 2 ай бұрын
বহুত ভাল লাগিল
@Prasantsvlogs
@Prasantsvlogs 2 ай бұрын
1:11:53 ❤❤
@HiranyaHiranyaSonowal-de6pu
@HiranyaHiranyaSonowal-de6pu Ай бұрын
Pankaj always favourite ❤️
@subashkhatowal5351
@subashkhatowal5351 2 ай бұрын
Thank you bro,,,,,
@hrishikeshneog
@hrishikeshneog 2 ай бұрын
সূত্ৰধাৰে যথেষ্ট ভাল কৰিবলৈ চেষ্টা কৰিছে।
@nabingogoi8689
@nabingogoi8689 2 ай бұрын
সুন্দৰ সূত্ৰধাৰী নৃত্য প্ৰদৰ্শন।অভিনন্দন জনাইছোঁ।নামটো জানিলে ভাল আছিল।
@PMBMix
@PMBMix 2 ай бұрын
মানস...
@hrishikeshneog
@hrishikeshneog 2 ай бұрын
ৰাম বিজয় নাটকৰ ৰাম প্ৰৱেশৰ শ্লোকটো ব্যৱহাৰ কৰিছে। কিন্তু শ্লোকৰ অৰ্থ লগত লক্ষ্মণও প্ৰৱেশ কৰিছে। ৰাম বিষ্ণুৰ অৱতাৰ যদিও ভৰত পাঞ্চজন্য শংখ, লক্ষ্মণৰ শেষ নাগ, শত্ৰুঘ্ন সুদৰ্শন চক্ৰৰ অৱতাৰ। সেয়ে অভিন্ন।
@ManalishaGogoi-cu8st
@ManalishaGogoi-cu8st 2 ай бұрын
😢😂bohit hundo korisa Mao varuna kon sai amar sokut sur pani ❤
@subashkhatowal5351
@subashkhatowal5351 2 ай бұрын
সঁচাকৈয়ে কি যে কমেণ্ট দিম ভাষা বিচাৰি নাপাওঁ ? সঁচাকৈয়ে গধুৰ শিল যেন হৃদয় মোৰ গলি পৰিণত হয় অশ্ৰুৰ পানীত।।।। অনাগত দিনত যাতে আপোনালোকৰ দৰে ভাওৰিয়া হবলৈ চেষ্টা অব্যাহত ৰাখিম।।। ধন্য ধন্য সকলো ভাওৰীয়া আৰু মৰমৰ video upload দিয়া দাদাজন।।।
@ABGAMING-ik7yi
@ABGAMING-ik7yi 2 ай бұрын
Duhar eman val loga nai...
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 15 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 46 МЛН
মণিকাঞ্চন।
1:14:58
Parijat Binudan
Рет қаралды 102 М.
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 15 МЛН