এটা ৰঙা ৰং ৰ লাইটৰ বাবে আপোনাৰ জীৱনলৈ আনিব পাৰে বহু বাধা, চাওক ঘৰে ঘৰে বাস্তুশাস্ত্ৰ

  Рет қаралды 28,814

PUHOR Live 8

PUHOR Live 8

Күн бұрын

Пікірлер: 45
@dadulnath822
@dadulnath822 10 ай бұрын
উত্তৰ পূৱ দিশত হালধিয়া ৰঙৰ নাজী ফুল আছে অসুবিধা হব নেকি চাৰ
@achyuthaloi1671
@achyuthaloi1671 Жыл бұрын
চাৰৰ কথাবিলাক খুব ভাল লাগে। দিহা পৰামৰ্শ বিলাক খুব ভাল লাগে আৰু 'সেইটোৱে' শব্দটো শুনি ভাল লাগে।
@gitaligoswami8201
@gitaligoswami8201 Жыл бұрын
Val lagil
@jibonjyotidutta622
@jibonjyotidutta622 Жыл бұрын
ভাল লাগিল কথাবিলাক মানি আছো
@fatbikeriderarunabh9276
@fatbikeriderarunabh9276 9 ай бұрын
সঁচা কথা
@kabitabaruah9332
@kabitabaruah9332 5 ай бұрын
🙏
@SukheswarSutradhar-jr2kk
@SukheswarSutradhar-jr2kk Жыл бұрын
Hoy Sri aponar kotha samuh sasake saityo,🙏🙏🙏
@user-nf4xi1ce2t
@user-nf4xi1ce2t Ай бұрын
🙏🙏 matiley ahi bo ney amar ghor bonai assu
@archanadas3129
@archanadas3129 Жыл бұрын
Bahut dhanabad sir
@deepakkalita2441
@deepakkalita2441 Жыл бұрын
Right
@renusaikia3581
@renusaikia3581 Жыл бұрын
আপোনাৰ ডি দিঅ পায় চাওঁ আৰু কথা বিলাক মানিবলৈ লৈছো ভাল লাগিল
@Momi_gogoi.123
@Momi_gogoi.123 Жыл бұрын
2> ❤Ppp😮 cs. Xx
@user-up3ig9yp8f
@user-up3ig9yp8f Жыл бұрын
Thank you sir🙏🙏🙏
@bmvlogs3610
@bmvlogs3610 Жыл бұрын
Thank u
@RumiKalita-hu3cr
@RumiKalita-hu3cr 3 ай бұрын
গোসাই ঘৰত কি পৰ্দা দিম। বা গোটেই ঘৰতোত কি ৰংঙৰ পৰ্দা লগাম।জনাবছোন pl..z
@nilutpalxaikia4566
@nilutpalxaikia4566 Жыл бұрын
হয়
@anjumanidas1175
@anjumanidas1175 Жыл бұрын
পশ্চিম দিশে মন্দিৰ বনাব পাৰিনে? অথবা উত্তৰ - পূব দিশৰ বাহিৰে অইন কোন দিশত মন্দিৰ বনাব পাৰি, জনালে নথৈ উপকৃত হ'ম।
@UPSCGk7
@UPSCGk7 Жыл бұрын
Pl water tank bestside
@jadobjadobdoley5282
@jadobjadobdoley5282 Жыл бұрын
নমস্কাৰ চাৰ আপোনাৰ বাস্ত দিশাই আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সদায় সহায়ক হৈ ৰব বুলি কামনা কৰিলো।চাৰ আপোনাৰ বাস্ত দিশাৰ লগতে দিশৰ ৰ্ং বোৰ দেখোৱাই যাব বুলি আশা যেনে কোনতো খেৰে কালাৰ পিং কালাৰ অব ওৱাইট।পোনৰ চাৰ ধন্যবাদ।
@sundas9086
@sundas9086 Жыл бұрын
Sir apunak amar ghorole ahile kiman fej hobo jonabo ..mur ghr golaghat merapani gomarit ghor
@PUHORLive8
@PUHORLive8 Жыл бұрын
9957575349 phn kribo
@RiniHandique-tq3zn
@RiniHandique-tq3zn Жыл бұрын
Uttor pubor colour ki hobo.lage jonabosun .
@jibanchdeka5708
@jibanchdeka5708 Жыл бұрын
Sir mandirat ki light lagam
@kabitachoudhury4954
@kabitachoudhury4954 Жыл бұрын
Dada,apunak visit koribo matile kiman fees lobo baru, jonabosun plz. guwahatiloi.
@garimakhyati4783
@garimakhyati4783 Жыл бұрын
আমাৰ ঘৰৰ সন্মুখ ত শ্ৰষ্ট্ৰিকা ফটো এখন লগোৱা হৈছে কিবা অসুবিধা হবনিকি জনাবচোন
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
আমাৰ ঘৰলৈ বাহিৰৰ পৰা সোমাই আহিলে মেইন গেট এখন সৰু আৰু এখন ডাঙৰ। গেট পাৰ হৈ ২০ খোজ মান চিধাই আহিলে এজোপা কৃষ্ণচূড়া আছে আৰু তাৰ পৰা ৩০ খোজ পিছলৈ এজোপা ডাঙৰ মধুৰী গছ আছে সেয়া ভাল নে বেয়া। লিচু গছ থাকিলেও ভাল নে বেয়া?দক্ষিন পশ্চিম দিশত লিচুৰ সৰু গছ আছে। অনুগ্ৰহ কৰি জনাবচোন । কল্পনা সেনগুপ্তা বৰুৱা। ডিব্ৰুগড়
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
গছ কেইজোপা ঘৰৰ আগফালে পৰিছে।ঘৰটো পূব মূখী
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
বৰ ভাল লাগিল। নমস্কাৰ
@assam4638
@assam4638 Жыл бұрын
উত্তৰ পূৱ দিশে মন্দিৰ ত শালধীয়া কাপোৰ ভাল নে বেয়া জনাব দাদা
@ritaborah3563
@ritaborah3563 Жыл бұрын
Dada aama ঠাই কম পানী যোৱা নলা টো উত্তৰ পূব কোণত দি বনোৱা আছে কিবা অসুবিধা হব নেকি? জনাবচোন।
@modiB01
@modiB01 Жыл бұрын
মই ফ্লেটত থাকো।মোৰ ঘৰৰ উত্তৰ পূব কোণত টয়লেট আছে ।কিবা উপায় পাম নেকি জনাবচোন
@user-my7st7cn2r
@user-my7st7cn2r Жыл бұрын
Dada kotha bo xuni bhal lagiche . Kintu dada aamar to mati ghar . Aamar samasa bo keneko samadhan hob
@mrrishangjyotivlog3000
@mrrishangjyotivlog3000 Жыл бұрын
নতুন কৈ লোৱা মাটি, আমাৰ ঘৰ ভেটীটোৰ ৰাস্তাটো পশ্চিম পালে আছে।মই সুধিব বিচাৰো যে ?ভবিষ্যতে ঘৰ বনালে ৰাস্তা লৈ ওলাই যোৱা মেইন গেটটো কোনটো দিশত বেছি ভাল হব। আৰু ঘৰটো বনালে কোন দিশে বেছি শুভ হব পাৰিলে জনাবচোন,ঘৰ ভেটি ৰ পৰিমান প্ৰায় ডেৰ বিঘা হব।।
@kiranmoyeekhaklari9626
@kiranmoyeekhaklari9626 Жыл бұрын
Baideo mritokor uport lagisil
@mrinalidas1471
@mrinalidas1471 Жыл бұрын
উত্তৰলৈ মুৰ দি শুব পাৰিনে
@karishamahazarika1063
@karishamahazarika1063 Жыл бұрын
আমাৰ ঘৰটো পূব মুখি ,স্নানাগাৰ উওৰ পশ্চিম দিশত ,আৰু পাকঘৰ বনাম ভাবিছো...উওৰ পশ্চিম দিশত কিবা সমস্যা হব নেকি জনাবচোন।
@kamalachetia6301
@kamalachetia6301 Жыл бұрын
🙏ঘৰৰ ভিতৰত ৰতি ১টা ২০ মিনিট ফেছা সোমালে ভাল নে বেয়া জনাব দেই
@ritaborah3563
@ritaborah3563 Жыл бұрын
দাদা আমাৰ ঘৰ বনাম বুলি ভাবিছোঁ পূব ত ঠাই কম , উত্তৰত ঠাই কম দক্ষিণৰ ঠাই কম, কাৰণত পশ্চিম মুখি কৈ বনাম বুলি ভাবিছো আৰু safftitank টো আৰু বাথ ৰূম টো কোন দিশত হব জনাবচোন ।
@bornalikakusaikia193
@bornalikakusaikia193 Жыл бұрын
কেঁচা ঘৰ হলে কি কৰিম ছাৰ
@animalsbirds839
@animalsbirds839 Жыл бұрын
আপোনাৰ চেনেলটোৰ কনটেক নমবৰ পাম নেকি ? কিছু প্ৰশ্ন সুধিবলগীয়া আছিল।
@nilimasenapati3927
@nilimasenapati3927 Жыл бұрын
আগতেবনোৱা ঘৰ কোনটো কি দিশ বা কিবা দুখ আছে নেকি জনাব আৰু পতিকাৰ কেনেকৈ পাম কাৰণ মোৰ এটা লৰাৰ ও চৰকাৰী চাকৰি নাই
@intuphukon1851
@intuphukon1851 Жыл бұрын
Baido mour ghort ajopa Toruwa kodom gos asse bhal ne baya Jonaboson
@junmonidas8022
@junmonidas8022 Жыл бұрын
Dokhen mokhe gorsr koba son
@bornalibordoloi2288
@bornalibordoloi2288 Жыл бұрын
Val lagil
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 36 МЛН
Throwing Swords From My Blue Cybertruck
00:32
Mini Katana
Рет қаралды 11 МЛН
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 67 МЛН
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 36 МЛН