শ্ৰীসূৰ্য পাহাৰত কবিৰ আড্ডা | কৃষ্ণাই প্ৰেছ ক্লাবৰ কবিৰ আড্ডা সম্পন্ন

  Рет қаралды 113

kandarpa's nature & culture

kandarpa's nature & culture

Күн бұрын

শ্ৰীসূৰ্য পাহাৰত কবিৰ আড্ডা | কৃষ্ণাই প্ৰেছ ক্লাবৰ কবিৰ আড্ডা সম্পন্ন
Kandarpa's Nature & Culture is a youtube channel where you can find
any type of natural and cultural videos and also you can see news and music videos.
email - kandarpakrdebnath21890@gmail.com
#poet
#poetry
#poetrylove
#poetrylover
#poetrylovers
#adda
#poem
#poems
#poemwriter
#poemwriting
#poemreading
#poemrecitation
#srisuryapahar
#pressclub
#kandarpa'snature&culture
২২ ডিচেম্বৰ ২০২৪ত শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানত আমাৰ কৃষ্ণাই প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত “কবিৰ আড্ডা“ অনুষ্ঠানখনি সঁচাকৈ বহুত ভাল লগা হৈছিল ৷ পিছে মই নিজে সঞ্চালকৰ আসনত বহি থকা হেতু অনুষ্ঠানখনি ভিডিঅ’ ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ ৷ ভাইটি নৱজিত ৰাভা (বাবু ) আৰু ভাইটি নুৰ মহম্মদ (বাবু)ৱে যি অকন ভিডিঅ’ দিলে তাকে একত্ৰিত কৰি এটা ভিডিঅ’ প্ৰস্তুত কৰি মোৰ ইউটিউব চেনেলত সাঁচি ৰাখিলোঁ ৷ অনুষ্ঠানখন সম্পূৰ্ণকৈ ৰেকৰ্ডিং কৰিব নোৱাৰি মনত এটা আপচোচ থাকি গ’ল ৷

Пікірлер: 3
@wahiderrahman8629
@wahiderrahman8629 Ай бұрын
এটি ব্যতিক্ৰমী আয়োজনৰ অংশীদাৰ হৈ মোহিত হ'লো। ধন্যবাদ কৃষ্ণাই প্ৰেছ ক্লাব।
@tips4you121
@tips4you121 Ай бұрын
সুন্দৰ অনুষ্ঠান আছিল ❤️
@MantuDas-d7x
@MantuDas-d7x Ай бұрын
Nice. Happy to witness of the wonderful programme.
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН
ССЫЛКА НА ИГРУ В КОММЕНТАХ #shorts
0:36
Паша Осадчий
Рет қаралды 8 МЛН
Вопрос Ребром - Джиган
43:52
Gazgolder
Рет қаралды 3,8 МЛН
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН