ৰাতি হ'লেই মদৰ নিচাত ডুব যায় তাই,দেউতাকক অশ্লীল ভাষাৰে গালি পাৰে

  Рет қаралды 63,444

Sarupathar Plus

Sarupathar Plus

Күн бұрын

ৰাতি হ'লেই মদৰ নিচাত ডুব যায় তাই।দেউতাক অশ্লীল ভাষাৰে গালি পাৰে,মাজনিশা হ'লেই চিঞৰ-বাখৰ ভাঁহি আহে ঘৰটোৰ পৰা।এনেকুৱা কন্যা সন্তান কোনো পিতৃ-মাতৃকে যাতে নিদিয়ে ভগৱানে।ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাক লৈ কেইবাটাও মহাবিস্ফোৰণ ঘটালে সাংবাদিক অতনু ভূঞাই

Пікірлер: 107
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 2 ай бұрын
অতনু ভূঞা ডাঙৰীয়াই সত্য শুদ্ধ তথ্য অসমৰ ৰাইজক অৱগত কৰা বাবে অশেষ শলাগ আৰু ধন্যবাদ জনাইছোঁ। অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ পৰিয়ালৰ দ্বিতীয় প্ৰজন্মৰ চৰ্চিত ব্যক্তিৰ এনে অৱক্ষয় সমাজৰ ভয়লগা প্ৰতিচ্ছবি। মদ , ম'বাইলৰ অপব্যৱহাৰৰ বাবেই সমাজত বিশৃঙ্খলে আগুৰি ধৰিছে।‌। বিজ্ঞ সকলে উপায় নিদিলে আৰু বেছি পৰিবেশ পৰিস্থিতি বেয়া হোৱাৰ আশংকা আছে 🙏🙏।
@latuborah8775
@latuborah8775 2 ай бұрын
100% right আপোনাৰ কথা বোৰ। বহুত বেয়া লাগিছে। সোনকালে ঘূৰি আহক তেখেত।
@punyalatakonwar6599
@punyalatakonwar6599 2 ай бұрын
ল'ৰাই বিয়া পাতি কষ্ট দিয়ে বুলি জানো ।কিন্তুু ছোৱালীয়ে যে এনেকৈ কষ্ট দিয়ে বুলি জনা নাছিলোঁ ।
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh 2 ай бұрын
আমি ৰমেন বৰুৱা মানুজন সুস্থ শৰীৰে ঘুৰি অহাতো কামনা কৰিছো🙏🙏
@mamonisaikia39
@mamonisaikia39 2 ай бұрын
মিছা কথা কেতিয়াও কব নোৱাৰে। নিশ্চয় সত্য টা থাকিব লাগিব। জি কি নহওক অতি সোন কাল্ ৰমেন দাদা ঘুৰি আহক। ভগৱান ওচৰত প্ৰথম কৰিছো 🙏🙏🙏🙏🙏
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 ай бұрын
সাহসেৰে বিষয়টো সুন্দৰ ভাৱে অৱগত কৰাৰ বাবে ধন্যবাদ।
@abenbasumatary3529
@abenbasumatary3529 2 ай бұрын
Thanks Atanu Sir for analysis.
@tileswaryein1295
@tileswaryein1295 2 ай бұрын
অতনু ভূঞা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনালো।🎉🎉🎉🎉🎉। এতিয়া ঘুৰি আহিলে সনাত আশ্ৰমত ৰখাৰ ব্যৱস্থা কৰিব লাগে ।
@moniprovabora6544
@moniprovabora6544 2 ай бұрын
অসমৰ প্ৰখ্যাত শিল্পী দ্বীপেন বৰুৱা ডাঙৰীয়াৰ জীৱনো মোৰ চিন্তাই কোৱামতে নিৰাপদ নহয়। তেখেতকো পথৰ কন্টক বুলি ভাবি নানা অনিষ্ট কৰাৰ সম্ভাৱনা আছে।
@Bidbeast
@Bidbeast 2 ай бұрын
জীয়েকৰ কি এনে মৰ্ম বেদনা আছে সেইটো অলপ বুজিবলৈ চেষ্টা কৰা দৰকাৰ।এজনী ছোৱালীক কোনে মদ বাকী দি কাষত বহি ৰং চাইছে।তেওঁক উলিয়াব লাগে।নহলে ৰমেন বৰুৱাৰ জীয়াৰী গৰাকীৰ জীৱনলৈ ভাবুকি আহিব পাৰে।কোনোবা দুষ্ট চক্ৰৰ বুদ্ধি ।বৰুৱা পৰিয়াল বৰ্বাদ কৰিবলৈ জীয়াৰী গৰাকীক মহুৰা বানাইছে।ক্ষমা প্ৰাৰ্থনা বিচাৰি।ধন্যবাদ।
@rulirekhabhuyan3768
@rulirekhabhuyan3768 2 ай бұрын
শিক্ষক হৈ প্ৰকৃততে সুৰা পান কৰে যদি ধৰা পেলাব পাৰিলে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিৰ পৰা বিদায় দিব লাগে।
@joshnaray3117
@joshnaray3117 2 ай бұрын
ডিভোজ দিয়া ছোৱালীক ঘৰ চপায় লৱাতোয়ে কাল হল , দেউতাকৰ 😢😅
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 ай бұрын
আধুনিক গুৱাহাটী চহৰৰ আধুনিক জীবনশৈলীয়ে প্ৰায় সকলোকে এনেকুৱা বাস্তবতাৰ সন্মুখীন কৰোৱাব। আমি সাজু থকাই ভাল।
@surabhiboro7490
@surabhiboro7490 2 ай бұрын
সছা কথা লুকুৱাই ৰাখিব নোৱাৰেএদিন হলেও ওলাবোই ডাকি ৰাখিব নোৱাৰে
@babulbora8228
@babulbora8228 2 ай бұрын
সত্যক কোনেও ঢাকি ৰাখিব নোৱাৰে।সত্যৰ সদায় জয়,ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, এইয়াই সত্য।
@minatidevi7122
@minatidevi7122 2 ай бұрын
সচা কথা প্ৰকাশ কৰাৰ সৎ সাহস হেৰাই যোৱা বাবে ই বৰ্তমান এনেকুৱা দুস্কাৰ্য বোৰ সঘনে হব লৈছে,আপুনি সত্য প্ৰকাশ কৰা বাবে ধন্যবাদ
@Suhashini_am83
@Suhashini_am83 2 ай бұрын
এনেকুৱা জীয়েকক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। যি দেউতাকক আদৰ কৰিব নোৱাৰে, সেই জীয়েকৰ দেউতাকৰ সম্পত্তিৰ ওপৰতো কোনো অধিকাৰ নাই।
@bontiburagohainchetia1953
@bontiburagohainchetia1953 2 ай бұрын
ধন্যবাদ আপোনাক ।
@JLI321
@JLI321 2 ай бұрын
Byothito huwar kotha nai ,hosa kotha koboi lagibo ,jiye beya pay pai thakok😢
@SadhanaGogoi-x9y
@SadhanaGogoi-x9y 2 ай бұрын
আপুনি কোৱা কথাবোৰ যদি সঁচা হয় তেনেহলে বৰ দুখনিয়। কিন্তু সিদিনা সাংবাদিকৰ আগত বৰুৱা পৰিয়ালৰ ছোৱালী কেইগৰাকীৰ দমভালি বোৰ অশুৱনিয়।
@smritirekhasaikia6119
@smritirekhasaikia6119 2 ай бұрын
বৰ্তমান পৰিয়াল টোৰ ওপৰত মানসিক শাৰাশাস্তি চলোৱা উচিত নহয়। তেখেত সুস্থ হৈ ঘূৰি আহক।
@pradipdas9078
@pradipdas9078 2 ай бұрын
আপোনাৰ কথা বোৰ সঁচা বুলি অনুভৱ হয়, কিন্তু কালি ছোৱালীজনীয়ে মিছা কোৱা যেন অনুভৱ হৈছে
@gunakantabaruah1988
@gunakantabaruah1988 2 ай бұрын
কৃষ্ণ প্ৰভূ বৰ দুখৰ কথা।।
@nitirajkhowa6521
@nitirajkhowa6521 2 ай бұрын
বৰ দোষ লাগে এনে কিছুমান কথা শুনিলে। জন্ম দিয়া টোৱে যেন এটা ভূল ।
@mrigangakalita8265
@mrigangakalita8265 2 ай бұрын
যি দেখিছোঁ নিঃসন্তান হোৱাই ভাল।
@abijitboro5166
@abijitboro5166 2 ай бұрын
Moi jimanbor dekhiso jiyek sakale deutak saklak atyanta morom kore Briddhakalot khub ador jatna loi. Jodi eijoni jiyeke ene korise tene srijoni Daini.
@madanphukan4603
@madanphukan4603 2 ай бұрын
A legendary family who had great contributed to our culture specially developing Assamese Film industry.They play a significant role. In this circumstances, is it needed to difine ather internal family history. We are kindly request him come back again to their iconic house
@okikayastha7068
@okikayastha7068 2 ай бұрын
কষ্ট কৰি বিয়া পাতি লৰা ছোৱালী জন্ম দি তেওঁলোকৰ পৰা কষ্ট পোৱাতকৈ , বিয়া নাপাতি সুখৰে জীৱন পাৰ কৰাই ভাল।
@nilishaika5262
@nilishaika5262 2 ай бұрын
Right
@dipaksaikia5100
@dipaksaikia5100 2 ай бұрын
অতি দুৰ্ভাগ্যজনক !
@dhanadadevi4875
@dhanadadevi4875 2 ай бұрын
ঘৰে ঘৰে এনেকুৱা অত্যাচাৰী পুত্ৰ -কন্যা আছে। সেই বোৰক নাকি লগাব লাগে।
@kakoligayan2065
@kakoligayan2065 2 ай бұрын
শিক্ষীতৰ ঘৰত সেই বোৰ ভেকো ভাওনা চলে নকলোও সকলোৱে জানে
@rumivlogs2373
@rumivlogs2373 2 ай бұрын
বৰ দুখ লগা কথা।
@DaduHriday
@DaduHriday 2 ай бұрын
মোৰ সন্দেহ অতনুৱেই ৰমেন দাক অপহৰণ কৰি লুকুৱাই থৈছে যেন লাগিল। কাৰণ ব্যক্তিগত কথোপকথন বোৰ জানিবলৈ হয় কথাবোৰ প্ৰচাৰ কৰা জনে নিজেই শুনিব লাগিব নহলে বা যি গৰাকী ব্যক্তিয়ে কথোপকথন খিনি প্ৰচাৰ কৰিছে, তেওঁৰ আগত ভুক্তভোগী জনে কব লাগিব। এই ক্ষেত্ৰত অতনু ভূঞাক সন্দেহ কৰিব পৰা থল আছে। কাৰণ ৰাতি গালি গালাজ কৰোতে কি অকথ্য কথা কৈছিল বা ৰাতিপুৱা জীয়ৰি গৰাকীয়ে পিতৃক কি কৈছেল সেইবোৰ কথা ৰমেন দাই অতনুক হয় নিজেই কব লাগিব নহলে বা তেওঁ সেই সময়ত তাত উপস্থিত থাকিব লাগিব। ওচৰ চুবুৰীয়াৰ কথা কৈ তেওঁ দায় সাৰিব খোজা নাই তো? মোৰ সন্দেহ কিন্তু অতনুৰ ওপৰত হে হৈছে ৰাইজ, তেৱেঁই ৰমেন দাক কৰবাত লুকুৱাই থোৱা নাইতো???
@sunilphukan1287
@sunilphukan1287 2 ай бұрын
1oo% Right
@chetia847
@chetia847 2 ай бұрын
লৰা হলে এনে হয় বুজি জনা যায় আজিৰদিনত ছোৱালীবিলাকো এনে কাম কৰে ভাবিৱ লৈয়ো টান লাগে ।বিষয়টো বৰ চিন্তাৰ কাৰণ । 😮
@MoniGogoi-qb2tv
@MoniGogoi-qb2tv 2 ай бұрын
সত্য সদায় জয়
@BIPULGOGOI
@BIPULGOGOI 2 ай бұрын
Thanks🙏🙏🙏
@BitulGogoi-f6i
@BitulGogoi-f6i 2 ай бұрын
আইনৰ কায লোৱা নাই কিয়
@jayantadutta5009
@jayantadutta5009 2 ай бұрын
এনেকুৱা সন্তান জীয়াই থকাতকৈ মৰি যোৱাই ভাল।
@umadevi-tb4gw
@umadevi-tb4gw 2 ай бұрын
Right
@parulsaikiasonowal1652
@parulsaikiasonowal1652 2 ай бұрын
100%Right
@drhridayanandapathak7285
@drhridayanandapathak7285 2 ай бұрын
ব্যক্তিগত কথাত কথাত বেছি মাত মতা কিমান উচিত ?
@parthapratimdas354
@parthapratimdas354 2 ай бұрын
এই কথা বিলাক সত্যৰ ওপৰত প্ৰতিষ্ঠিত নে? এই সময়ত এই বিলাক কথাৰ কিবা দৰকাৰ আছে জানো। নে মানুহ জনক বিচাৰি উলিওৱা তো প্ৰথম কৰ্তব্য। এই বিলাক খুচুৰাত লাগিছে যে
@prasantagoswami1477
@prasantagoswami1477 2 ай бұрын
আনক সৰু কৰি নিজে ডাঙৰ হোৱা নাযায়। আনৰ ব্যক্তিগত কথা ফহিয়াই কি লাভ। কাৰ কেতিয়া কি হয় কোনে জানে।
@Fatima_Rashid
@Fatima_Rashid 2 ай бұрын
Bor dukh lagil huni
@amiyabaruah3534
@amiyabaruah3534 2 ай бұрын
আপুনি চকুৰে দেখা নাই । আনৰ কথাত নিদিবা কান নিজে কৰিবা তিনি প্ৰমাণ ।
@Noonecanchange
@Noonecanchange 2 ай бұрын
বৰ বেয়া লাগিল কথাবোৰ জানি। ওচৰ চুবুৰীয়াৰ কথা মিছা নহয়। ওচৰ চুবুৰীয়াৰ মানুহে সকলো জানিবই।
@jayadass2681
@jayadass2681 2 ай бұрын
ছিঃ ছিঃ লাজ লগা আৰু অতি ঘৃণনীয় কান্দ।
@uppertoranic2gomariguriicd313
@uppertoranic2gomariguriicd313 2 ай бұрын
ৰমেন দা এতিয়া কোশলে ঘোৰি আহক ।
@banajituzir5197
@banajituzir5197 2 ай бұрын
Only one original And heard throb Reporter His name is Evergreen ATONU BHUYAN, Mohaapurikh Shree Montoya Shaangkardevor Bongshodhor.. Haahire Jibwan Chundor koraa Chokure Paaniree Nohohoy❤❤❤
@jontisaikianath8570
@jontisaikianath8570 2 ай бұрын
Thanks
@bornaliborah9297
@bornaliborah9297 2 ай бұрын
Teacher hoi jatia. Mod khai lora swalik Ke hekabo atonuda apunak bohut dhaynobad Jonaisu
@deepaksarma3709
@deepaksarma3709 2 ай бұрын
Hesa diya builder keitak dhori ani Latasil fildt murar suli khurai pora mobil sani sendelor mala pindhai ----- baki khini nokow .
@ronjimoran8346
@ronjimoran8346 2 ай бұрын
Dangor dangor ghoror aibur horu horu kotha, horu ghoror suwali huwa hole iman homoye police a taik arrest korile heten. Atonuda, you are right!
@anuradhasharmagoswami7577
@anuradhasharmagoswami7577 2 ай бұрын
আপোনাৰ পৰা এনে ভিডিঅ' আশা কৰা নাছিলোঁ।
@nabanitasutradhar4946
@nabanitasutradhar4946 2 ай бұрын
😢Manuhe Manuhok Agote gurutt Diyatul Darkar. Manuh .herai jowar pisot batari poribekhon kori thokatkoi .Taik.Agote ghoror pora khedi Dib.Lagisil
@EmmanualBasumatary
@EmmanualBasumatary 2 ай бұрын
Apuni eman directly anor ghoror kotha kowatu bhal nohowa jen lage.karon apuni dekha nai ba apuni nije suna nai,aru xei poribarok besikoi bodnam korahe hobo.
@chandandutta3186
@chandandutta3186 2 ай бұрын
Apuni ata dangar allegation anise, aponar hatat tathya, praman sakhi asene?
@hemantaborah3953
@hemantaborah3953 2 ай бұрын
অতনু দা আপুনি কেনেকৈ জানিলে !!!!
@Anilbora-d8e
@Anilbora-d8e 2 ай бұрын
Pulice nijabobiake kesh loi ai bonorik jelot voraithobo lage.
@gauravjyotiarts8697
@gauravjyotiarts8697 2 ай бұрын
Pulice nohoi police
@rupanjalisaikia3080
@rupanjalisaikia3080 2 ай бұрын
Bor dukhor kotha, hosa kotha lukai nethake, kotha bur jani beya lagil
@rafalemosey7021
@rafalemosey7021 2 ай бұрын
Belegor familyr kotha teneke kobole yaar ki odhikar...proman di kobo lagisil...eitu police a kobo loga kotha....ei Assamia modahi journalists bur a amar society bodnaam kori pelaise....modai man...comment section off koribo ki dorkaar judi e hosa kothai koisil...😶😶
@dipakkrkalita9725
@dipakkrkalita9725 2 ай бұрын
Eyar kotha mor Biswas nohai
@nabajyotiborah9954
@nabajyotiborah9954 2 ай бұрын
Atanu Bhuyan misa kotha nokoi
@banajituzir5197
@banajituzir5197 2 ай бұрын
Oroniyo Puroni Hoy, Yeake koy Kee Naam Dee Maatim Maatim tumaak, Chuwali joni alcohol aakhoktyo, adhunik Guwahatir Baakhindaa.. Baaki moryodya Chomponyo poriyalboro chabodhaan hobor hol, Dr. Bhupen Hazarikar Gaantu Chunok Aahe din Jay Din Biraam Bihin....
@tribenihazarika4244
@tribenihazarika4244 2 ай бұрын
Jodi kuneu game khela nai tente right kotha edin ulaboi.
@rafikulali4396
@rafikulali4396 2 ай бұрын
কত জানিলা,,,,হা কাজিয়া কাৰ নহয়,,,,,তিৰি পোৱা পিছত মাক বাপেক কথা মতে কোন মতাই চলে,,,
@junti78
@junti78 2 ай бұрын
আপুনি কেনেকৈ জানিলে
@momikonwar3030
@momikonwar3030 2 ай бұрын
Wine shop bure suwali manuhok biki korib nalage , Guwahati t besi vag suwalie khai utpat kora news pua jai , laj nai ne kheibur suwalir
@gauravjyotiarts8697
@gauravjyotiarts8697 2 ай бұрын
Atanu bhuyan rati xuni thake neki
@dipjyoti5216
@dipjyoti5216 2 ай бұрын
Bapek aaru puteki Assam r okol journalist 😂😂😂 baki aaru nai kunu Satyabadi Assam t . Apuni Raja harishchandra nki ?? Apunar kotha je Satya ? Ki promaan dile atiyaloi apuni police k
@newpocofone1403
@newpocofone1403 2 ай бұрын
Vitortu bor letera.
@MakhanChetia-ye8lj
@MakhanChetia-ye8lj 2 ай бұрын
🥺🥺
@hiragoswami4191
@hiragoswami4191 2 ай бұрын
কিয় এইবোৰ প্ৰচাৰ কৰি এখন ঐতিহ্য পৰিয়ালক।নাপায় দে
@RikiBorah-gk7jx
@RikiBorah-gk7jx 2 ай бұрын
Mamar Samsa
@mamonisaikia1545
@mamonisaikia1545 2 ай бұрын
এনেকুৱা জী Zail ট থকাৰ যোগ্য।
@JyotirmoyRabha-en8ny
@JyotirmoyRabha-en8ny 2 ай бұрын
ডাঙৰীয়া মাল খাই নিউজ কৰা যেন লাগে !
@sunildas5839
@sunildas5839 2 ай бұрын
Apunar kiba vedio ase neki.four twenty news.bahut bhalpai karane badnam karile.apunak ramen baruah kai gase neki?
@AnilBorah-pl5bg
@AnilBorah-pl5bg 2 ай бұрын
😅😅😅
@debajithukai7665
@debajithukai7665 2 ай бұрын
আপুনি হে মদ খাই নিউজ কৰা যেন লাগে ডাঙৰীয়া । লোকৰ ঘৰ কথা নিউজত প্ৰচাৰ কৰিব বেয়া নালাগিল নে? আপোনাৰ আপোনাৰ ঘৰত কাজিয়া নহয় নেকি ? এনে এটা সময়ত এইবোৰ কথা আলোচনাৰ কৰাটো কিমান গ্ৰহণযোগ্য ৰাইজে বিচাৰ কৰিব ।
@pradiprabha5067
@pradiprabha5067 2 ай бұрын
Xokolore Ghorot kajiya hy Aponar Ghorot Olp holeo tu kajiya hy hitu aponi koyne
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Mohan poriyalor mohan manuh jon nuhuwa hol jiyekor babe gotike ami assom basiye manuh jonor bisoye jonatu dorkar.
@himadri543
@himadri543 2 ай бұрын
​@@boonsaikia8526agote khobor loisil ne ketiyaba😂ne Atiya herua babe monot poril😂😂😂😂😂
@minakshiborah5703
@minakshiborah5703 2 ай бұрын
Sowalijonir bodnam koriboloi goi poriyaltor sanman hanikorise
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Tai ji kando kori bapekok moriboloi badhyo korale tat sanmanr kotha nahe, satyo ulaboi aru raije jonatu dorkar.
@mahendradeori3114
@mahendradeori3114 2 ай бұрын
Right kotha koise....
@jayantipanchani9496
@jayantipanchani9496 2 ай бұрын
অতনু ভূঞা ই ৰমেন বৰুৱাৰ ঘৰত পহৰাদাৰী কৰে নেকি?? হিমন্তৰ অঙহী বঙহী হ'ল বুলিয়েই যেতিয়াই যি মন যায় মন গহন কাহিনী বনাই বেলেগৰ পৰিয়ালৰ ভিতৰুৱা কথাৰ বুজ লৈ ফুৰিবলৈ তেওঁক সেই অধিকাৰ কণ নো ক'ত পালে বা কোনে দিলে??
@dipakbaruah8987
@dipakbaruah8987 2 ай бұрын
অতণু ভূঞাৰ মুখ বন্ধ কৰিবলৈ আপুনি ক'ত অধিকাৰ পালে ? ভূঞাৰ কথা মিছা বুলি প্ৰমাণ কৰক তেতিয়া হে আপোনাৰ কথা শুনিম ।
@mahendradeori3114
@mahendradeori3114 2 ай бұрын
​@@dipakbaruah8987dangoriyai apunr family bixoi Ane k kole apunar jnu vl lagibo tak without apunar concern loi
@BitulGogoi-f6i
@BitulGogoi-f6i 2 ай бұрын
ঘৰটো ১০০বছৰ হল ?বাপেকেউ পলাই আছিল?।ঘাটলৈউ যোৱাৰ খোজ আছে? কাজিয়া কৰিছিল ? মদ খাই?গালী পাৰে ?ঘৰৰ পৰা ওলাই গল?অতনু দা ইয়াৰ আইনী য়ে ধুকি নাপায় নেকি?বিছাৰ হব লাগিব?
@AnilBorah-pl5bg
@AnilBorah-pl5bg 2 ай бұрын
Oi modhahi
@Bidbeast
@Bidbeast 2 ай бұрын
জীয়েকৰ কি এনে মৰ্ম বেদনা আছে সেইটো অলপ বুজিবলৈ চেষ্টা কৰা দৰকাৰ।এজনী ছোৱালীক কোনে মদ বাকী দি কাষত বহি ৰং চাইছে।তেওঁক উলিয়াব লাগে।নহলে ৰমেন বৰুৱাৰ জীয়াৰী গৰাকীৰ জীৱনলৈ ভাবুকি আহিব পাৰে।কোনোবা দুষ্ট চক্ৰৰ বুদ্ধি ।বৰুৱা পৰিয়াল বৰ্বাদ কৰিবলৈ জীয়াৰী গৰাকীক মহুৰা বানাইছে।ক্ষমা প্ৰাৰ্থনা বিচাৰি।ধন্যবাদ।
Subhash Chandra Bose: The Untold Story | Anuj Dhar | #SangamTalks
3:12:19
Sangam Talks
Рет қаралды 3,5 МЛН
1 сквиш тебе или 2 другому? 😌 #шортс #виола
00:36
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 322 М.
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 80 МЛН
atanu bhuyan"s  video
4:40
Satya - The Truth India
Рет қаралды 143 М.