ৰহস্য ফাদিল ৰামায়ণৰ 'ৰামসেতু'ৰ !

  Рет қаралды 39,296

Ishan News

Ishan News

18 күн бұрын

♦ ৰহস্য ফাদিল ৰামায়ণৰ 'ৰামসেতু'ৰ !
♦ ইছৰোৰ অধ্যয়নত পোহৰলৈ আহিছে বহু তথ্য ।
♦ বিজ্ঞান সত্য নে বাল্মিকী?
♦ প্ৰকৃততে মানৱ সৃষ্ট নাছিল নেকি ৰামসেতু ?
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews

Пікірлер: 137
@SankarDeka58
@SankarDeka58 14 күн бұрын
জয় শ্ৰী ৰাম দেশৰ হাজাৰ বছৰীয়া জনবিশ্বাসক নস্যাৎ কৰা হৈছে দেই ভুল কৰিছে এজন হিন্দু হিচাপে মই খুবেই দুখ পাইছো ৰামায়ণ মহাকাব্যখনক সম্পূৰ্ণ ভুল প্ৰমাণ কৰিব খুজিছে ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰই যে ৰামসেতু নিৰ্মাণ কৰিছিল সেয়াই সচাঁ জয় শ্ৰী ৰাম। 🕉🕉🙏🏻🙏🏻❤️❤️🇮🇳🇮🇳🚩🚩
@Mathsprotapan
@Mathsprotapan 7 күн бұрын
বিজ্ঞান মানে সত্য।
@SankarDeka58
@SankarDeka58 7 күн бұрын
@@Mathsprotapan বিজ্ঞান মানে সত্য নহবও পাৰে কাৰণ পৃথিৱীত আজিও এনে কিছুমান ৰহস্য আছে যাক আজিও বিজ্ঞান ভেদ কৰিব পৰা নাই জয় শ্ৰী ৰাম। 🚩🕉🙏🏻
@Mathsprotapan
@Mathsprotapan 7 күн бұрын
@@SankarDeka58 মানি লৈছোঁ, যিখিনি উদ্ঘাটন কৰিছে সেইখিনি সঁচা। আৰু চাওক, আমাৰ ISRO ই ইমান কম সময়ৰ ভিতৰতে কিমান ৰহস্য উদ্ঘাটন কৰিছে, পিছলৈ আৰু কৰি যাব। অলপমান বিজ্ঞানৰ ভিদিও চাব ইউটিউবত। কেবল জয় শ্ৰী ৰাম বুলি চিঞৰি থাকিলে দেশৰ উন্নতি নহয়। এতিয়া গৰম ইমান বৃদ্ধি হৈছে, কিছুবছৰৰ পিছত পৃথিৱীত মানুহ থাকিব নোৱাৰা হ'ব। বেলেগ গ্ৰহত অভিযান চলাই আছে তাক কাৰণে। বাসযোগ্য গ্ৰহ আছে নে নাই।
@______________Ss23
@______________Ss23 3 күн бұрын
​@@MathsprotapanBaal dal
@knowledgeinassamese3885
@knowledgeinassamese3885 15 күн бұрын
হয় মানৱসৃষ্ট নাছিল। ভগৱান শ্ৰী ৰামচন্দ্ৰই লীলাৰে নিৰ্মাণ কৰিছিল
@Mathsprotapan
@Mathsprotapan 7 күн бұрын
😂
@monjitlahon7671
@monjitlahon7671 15 күн бұрын
হাজাৰ বছৰ আগতেই হিন্দু গ্ৰন্থত ৰামহেতু শ্ৰী ৰাম ৰ নেতৃত্বত নিৰ্মাণ বুলি উল্লেখ আছে, তাৰ ভগ্নাৱশেষ গ্ৰন্থ ত উল্লেখ কৰা ধৰণেই চেটেলাইট ত স্পষ্ট ৰূপত ধৰা পৰিছে। হিন্দু গ্ৰন্থ ত হাজাৰ হাজাৰ বছৰ আগতেই উল্লেখ কৰি থোৱা আছে, বিজ্ঞানে এতিয়া হে ৰিচাৰ্ছ কৰিছে। জয় শ্ৰী ৰাম 🚩🚩🚩🚩🙏
@achyutgogoi1211
@achyutgogoi1211 15 күн бұрын
আৰু বেলেগ জেগাত নাই কিয় আকল হেই জেগাতে সাগৰৰ জিব মৰি হৈচেনি
@lakheswarkalita6097
@lakheswarkalita6097 15 күн бұрын
❤ coral island
@boniabijit3132
@boniabijit3132 14 күн бұрын
বিজ্ঞান যত শেষ হয় আধ্যাত্মিকতা তাৰ পৰা আৰম্ভ হয় প্ৰমাণ বাগেশ্বৰ ধাম মহাবীৰ হনুমানজীৰ ভক্ত গুৰুদেৱ ধিৰেন্ড শাস্তি যাৰ ওচৰত বিজ্ঞান ও ফেইল ___মুৰত ঘিউ বোলা বস্তূতু একেবাৰে নাই চোন কেলা তহতৰ কি বাল ব কি আছ 🤬🤬🤬
@Mathsprotapan
@Mathsprotapan 7 күн бұрын
ভগবান শ্ৰেষ্ঠ বিজ্ঞান সত্য। সত্য উদ্ঘাটন কৰাই বিজ্ঞানৰ উদ্দেশ্য।
@JayPegu321
@JayPegu321 3 күн бұрын
উঃ কি কোৱাহে...😮😮😮
@madhabjyotiborah1868
@madhabjyotiborah1868 16 күн бұрын
Ram k hondeh kora ai chenel tu heh hoi jbo sbo dey raij
@minaramsaikia3737
@minaramsaikia3737 15 күн бұрын
সত্য যেন নালাগিল
@sanjoydas218
@sanjoydas218 12 күн бұрын
কিমান যে মূৰ্খ মানুহ কমেন্টলৈ আহিছে সংবাদিকে একো বুজাব পৰা নাই এজন সচা কোৱা ইছৰুৰ বিজ্ঞানীক সুধিলে ভালকৈ বুজাই দিব আচলতে প্ৰমাণ পালেও অন্ধভক্তই মিছা বুলিয়ে ক'ব
@user-qy3te1uo6u
@user-qy3te1uo6u 11 күн бұрын
হয় দিয়ক, ময়ো একো বুজি নাপালো কি জনাব বিচাৰিছে বাতৰিটোৱে।
@medico_spines
@medico_spines 10 күн бұрын
Chutiya namaz porhi ah toi
@JayPegu321
@JayPegu321 3 күн бұрын
Right...
@keteki99
@keteki99 15 күн бұрын
বাপেৰৰ মুৰাটো বকিছ ৷ কোন নাছা কোন ফাছা বাদ দে ৷ কোনোবাই নাই বুলি ক’লেই মানি লম নেকি
@bipulborah8148
@bipulborah8148 13 күн бұрын
Right
@commenti5459
@commenti5459 15 күн бұрын
এদিন হয় বুলি কব এদিন নহয় বুলি কব
@user-ln1cz7xy9d
@user-ln1cz7xy9d 15 күн бұрын
বিজ্ঞানে প্ৰমাণ দিলেও কিছূমানে মানিব জানো ? আমি প্ৰমাণ সহকাৰে বিজ্ঞানত বিশ্বাসী ।
@rickydhar1201
@rickydhar1201 15 күн бұрын
Islami hoi no toi 2 koribi a
@nj-kalita.ASM2319
@nj-kalita.ASM2319 15 күн бұрын
Science atiyao bindutei ximaboddha hoi ase bopai brahmandok(galaxy) bujiboloi atiyao bohut baki ase 😀
@rupambarman18
@rupambarman18 15 күн бұрын
​@@nj-kalita.ASM2319 I agree with you bro
@SankarDeka58
@SankarDeka58 14 күн бұрын
@@user-ln1cz7xy9d বিজ্ঞানে আজিলৈকে সঠিককৈ প্ৰমাণ দিব পাৰিছেনে মহাশয় তই মুছলমান ছাগে আমাৰ শ্ৰী ৰামে যে ৰামসেতু নিৰ্মাণ কৰিছিল সেয়াই 100 % সচাঁ হয় কাৰণ বিজ্ঞানৰ আগতেই আমাৰ ভাৰতবৰ্ষৰ মহান মুনিয়ে ৰামায়ণত সঠিক ভাৱে ৰামসেতু যে ৰামে নিৰ্মাণ কৰিছিল তাক উল্লেখ কৰি গৈছে জয় শ্ৰী ৰাম। 🙏🏻🙏🏻🙏🏻🕉🕉🕉🚩🚩🚩
@Mathsprotapan
@Mathsprotapan 7 күн бұрын
​@@rickydhar1201সত্য গ্ৰহণ কৰিবলৈ ধৰ্মৰ কথা নাই। ময়ো হিন্দু, বিজ্ঞানত বিশ্বাস কৰিবই লাগিব, কাৰণ বিজ্ঞান সত্য।
@Konchmonalisha852
@Konchmonalisha852 14 күн бұрын
Jai Sree Ram🙏
@karabisarma3597
@karabisarma3597 13 күн бұрын
অকল‌ এগৰাকী সীতাক‌ উদ্ধাৰ কৰাৰ বাবেই‌ ৰাম‌ অৰ্থাৎ শিব বাবা ধৰাত‌ ‌অহা‌ নাছিল,সমস্ত সীতাক অৰ্থাৎ নাৰী জাতিক‌ উদ্ধাৰ কৰিবলৈ‌ ভগৱান আহিছে , কোনো বান্দৰ সেনা‌ ‌ শিব‌ বাবা‌ (ৰামৰ)‌‌লগত নাছিল,আমি মানু্হবোৰ‌ বান্দৰ সদৃশ ‌হৈ যোৱা নাই জানো শাস্ত্ৰত‌ এইবোৰ ‌বহুতো উল্টা-পুল্টা লিখি ,...........🕉️🙏🌹🙏
@JUG2023
@JUG2023 5 күн бұрын
শিৱ নে বিষ্ণু ?
@dewrilife9031
@dewrilife9031 15 күн бұрын
Johora চেনেল
@aparajitatamuli7273
@aparajitatamuli7273 6 күн бұрын
ভগৱান ৰাম কৃষ্ণ বিজ্ঞানতকৈ হাজাৰ ,লক্ষ্য বছৰ আগত❤কৃষ্ণ ৰাম❤
@ankursarmah5848
@ankursarmah5848 14 күн бұрын
News eta ase snake aru neuwl juddho hoi ase joldi aaha breaking news ase ...miya chancel
@letshangout6413
@letshangout6413 9 күн бұрын
Moja disa be bro😅😅
@SuchenDas-oy5hl
@SuchenDas-oy5hl 14 күн бұрын
Islam chenel
@dhanjitbaishya923
@dhanjitbaishya923 15 күн бұрын
Boycott ishan news,baalor news diba ahee,ai pageki tu bapeke bonabo ahisil neki....bhagaban raam chandrai ramsetu bonuwa nasil jodi....etihakh sakshi ase raam chandrai raamsetu bonaisil
@richimoy2962
@richimoy2962 13 күн бұрын
বাল্মীকিয়ে এনেই লিখিলে নেকি বাই ? ৰামায়ণ পঢ়ক নিজেই জানিব পাৰিব । আজিৰ বিজ্ঞান বাদ দিয়াহে । গুৱাহাটীৰ বাণপানীকে বন্ধ কৰিব পৰা নাই ।
@Mathsprotapan
@Mathsprotapan 7 күн бұрын
বানপানী বন্ধ কৰিব নোৱাৰি, কাৰণ অসমৰ চাৰিওফালে পাহাৰ পৰ্বতে আগুৰি আছে, পাহাৰৰ পানীভাগ অসমলৈ বৈ আহিবই। এয়া প্ৰকৃতিৰ নিয়ম।
@JayPegu321
@JayPegu321 3 күн бұрын
​@@Mathsprotapan Right...
@abhirup7385
@abhirup7385 15 күн бұрын
Baki sea borot kio chunsil joma hoi setu hoa nai ... okol Indian ocean ot kio hol
@ffggggg6948
@ffggggg6948 15 күн бұрын
ৰামায়ণৰ বিষয়ে অলপ অধ্যয়ন কৰি ল'ব। সকলো খিনি ভালদৰে বুজি পাব।
@abhirup7385
@abhirup7385 15 күн бұрын
@@ffggggg6948 mok gyan dibo naalage moi Ramayana puthi bahut bhaal ke study kora ase ....nije study kori bhal ke beleg ok gyan dibo ....balmiki ramayana porhiba aaltu faaltu writer or kitap pori gyan do Google or pora labh nai ....study properly with facts then give me suggestions. I can feel you lack of knowledge and may be gathered from Google or other words ....ok
@RiderAJ555
@RiderAJ555 14 күн бұрын
Jay shree ram 🙏
@nabankurbhagawati7877
@nabankurbhagawati7877 5 күн бұрын
Jai shree ram
@iorenrabha7924
@iorenrabha7924 15 күн бұрын
Ji Shri ram
@villageboys2k90
@villageboys2k90 7 күн бұрын
Our Sanatan Dharma is the father of today's science...Jai shree ram.jai shree Krishna 🙏
@BTS75789
@BTS75789 7 күн бұрын
ৰাম। আছিল আছে আৰু থাকিব।। তেনেকৈ। হজৰত মহম্মদ জীৱন আছে তেনেকৈ ৰাম এই ভাৰত তথা জন্ম হৈছিল।
@azadbora9252
@azadbora9252 14 күн бұрын
যদি হেইয়াই সঁচা তেনেহলে হেটোদলৰ মাজৰ অংশ ভাঙিলে কিয় সেইটো কৌক বেলেগগৰ দেশ কিয় কই
@kamaljitdeka259
@kamaljitdeka259 11 күн бұрын
বাকী ঠাইবোৰত কিয় নাই তেতিয়া হ'লে ?
@OkokayokOk
@OkokayokOk 8 күн бұрын
Palk strait and palk island. We can not rely on mythology anymore. Good luck
@pranajitchangmaji2117
@pranajitchangmaji2117 4 күн бұрын
Jai Shri Ram
@bihuwan47
@bihuwan47 8 күн бұрын
যদি সঁচা নে মিছা চুৰান্ত সিদ্ধান্ত অহাই নাই তেন্তে thumbnail ত কি মুৰাটো লিখিছে। জয় শ্ৰী ৰাম❤❤❤
@bihuwan47
@bihuwan47 8 күн бұрын
মুৰাটো বকিছ😂
@shuklagogoi3209
@shuklagogoi3209 15 күн бұрын
Hvy news😂😂
@axomgamingyt791
@axomgamingyt791 13 күн бұрын
Aitu hoise muslim channel.iyar admin tu geda.ihote toh anekuya news diboye pokalaga geda mahane
@niyorborah4871
@niyorborah4871 16 күн бұрын
VHPS, RSSSS KOT
@kidscookingassam3887
@kidscookingassam3887 11 күн бұрын
ভাৰতীয় স্থাপত্য বিদে আধুনিক বিজ্ঞানৰ জন্মৰ পূৰ্বতে এনে কিছু নিৰ্মাণ কাৰ্য কৰিছিল আজিও তাৰ ৰহস্য ভেদ কৰিব পৰা নাই আধুনিক বিজ্ঞানে।
@mrmajuli8736
@mrmajuli8736 7 күн бұрын
বিজ্ঞানৰ প্ৰতিটো কথাই শুদ্ধ নহবও পাৰে ।আৰু ভগৱান ৰাম মানুহ নাছিল। তেওঁ আছিল অৱতাৰি পুৰুষ।
@NIPNIRMAL
@NIPNIRMAL 15 күн бұрын
A blr kun i atu news channelr malik ... Mai to bhabu xi hindu nhai nishyai
@user-jn8ci1ky9y
@user-jn8ci1ky9y 9 күн бұрын
প্ৰকৃতিক হবয়েই নোৱাৰে।
@hunterx123thdjeiieie
@hunterx123thdjeiieie 10 күн бұрын
জয় শ্ৰী ৰাম ৰাম সেঁতু ৰ সঁচা কাহিনী আমি জানো গতিকে আপোনালোকে নিজৰ এই মিছা মন্তব্য নিজৰ তাতে ৰাখক. । isro কোন হয়। ভাৰত বুৰঞ্জী কোনো isro য়ে সলনি কৰিব নোৱাৰে
@rupnathrabha6353
@rupnathrabha6353 13 күн бұрын
Faltu batori nidibi.joy Sri Ram
@user-lt9nm2cc7z
@user-lt9nm2cc7z 11 күн бұрын
Andhobhkto lol 😅
@sukuramkachari72
@sukuramkachari72 15 күн бұрын
Aaaa,, belek country r science loi aahi porikha krib di ,, socha kotha olai aahib,, joi sri Ram
@carshorts7621
@carshorts7621 15 күн бұрын
কিন্তু এটা কথা আচৰিত এই হেতুখনৰ গৰিষ্ঠসংখ্যক অংশ সাগৰৰ তলিত ডুব যোৱাৰ কাৰণ কি ?এই বিষয়ে গৱেষণাৰ প্ৰয়োজন আছে।
@rimjimdeka5002
@rimjimdeka5002 15 күн бұрын
Ustaador ghuraa 😂 imn dine ki kori aasil aaji h gom pale j .odorkaari ustaadi
@bikashboro7743
@bikashboro7743 16 күн бұрын
Pageli dhormo najanile nokobi 😠😠
@uttamroy4434
@uttamroy4434 10 күн бұрын
Jay Shri Ram 🙏🙏🙏
@rinkulahon9050
@rinkulahon9050 13 күн бұрын
Jai shree ram ..
@RameshSharma-vu6si
@RameshSharma-vu6si 15 күн бұрын
Beberibang
@knowledgeinformation3681
@knowledgeinformation3681 15 күн бұрын
Ki balar news
@prasantadas5120
@prasantadas5120 9 күн бұрын
Leuri news dibo ahiso 😂😂😂
@anukulrabha5766
@anukulrabha5766 14 күн бұрын
এইবিলাক একো একোটা কাল্পনিক গল্প । কোনো বাস্তবিকতা নথকা কল্প কাহিনী ।
@SankarDeka58
@SankarDeka58 14 күн бұрын
@@anukulrabha5766 গল্প নহয় মহাকাব্য বুলি কব আপুনি হিন্দুৰ নামত কলংক ।জয় শ্ৰী ৰাম 🙏🏻🙏🏻🕉🚩🚩
@ajaymalakar4222
@ajaymalakar4222 13 күн бұрын
Apunar dare bektiye 5 basar pist Kedarnath mandir rakhha Kara bhim silar kahani kalponik buliye kabo🙏
@user-yw9cx8eg1c
@user-yw9cx8eg1c 6 күн бұрын
Maak baapek ke bhikha kori kari mangi meli mogonya kori khuai podai hunai dangor manuh hole besi gayan pane bhogwan chini napai
@user-yw9cx8eg1c
@user-yw9cx8eg1c 6 күн бұрын
Goru sur kelaa lukora ghoror choru pora baat chur kari khua bure , goru sur kar mar khua bure maikir mekhelat humai tho hijraa bure bogwanok kalponic buli koi ke😂
@user-yw9cx8eg1c
@user-yw9cx8eg1c 6 күн бұрын
Mare kar kar logot pkar maruai tuk uliale ke fedaa khuaa johoraa puawli 😢😢
@DhanNath-ft8xt
@DhanNath-ft8xt 8 күн бұрын
পৃথিৱী খন ঘূৰণীয়া বুলি বিজ্ঞানে এতিয়াহে গম পাইছে। কিন্তু হাজাৰ হাজাৰ বছৰৰ আগতে আমাৰ হিন্দু ধৰ্মৰ গ্ৰন্থত এই কথা আগতেই প্ৰকাশ কৰিছে। আৰু শ্ৰী ৰাম চন্দ্ৰৰ ৰাম সেঁতু কথাও একেই।
@Mathsprotapan
@Mathsprotapan 7 күн бұрын
কমেন্ট কৰা সকলৰ ভিতৰত বেছিভাগেই এটা ক্ষুদ্ৰ জ্ঞানৰ মাজত সোমাই আছে।
@mukulbaruah1833
@mukulbaruah1833 7 күн бұрын
Mathsprotapan iyat coment kora 99% jodhamurkha, gubarar sabonprush Goru moot r Amrit aru Sayambhu eswar(Bamu r vori pani khua adhaa pagol. Bigyan mane ki ihat r magoj t nukuhumai.
@pranjal1393
@pranjal1393 15 күн бұрын
মোদীজী আৰু মামাজীয়ে যি কয় সেয়াই সঁচা।
@asomiaasom6008
@asomiaasom6008 9 күн бұрын
ইচৰৰ বিজ্ঞানী কেইটাই গৱেষনা কৰক বাকী সাগৰবোৰত নাই কেবল ভাৰত শ্ৰীলংকাৰ মাজৰ অংশতহে সেতুৰ অবশিষ্ট ডুবন্ত চুণশিলৰ পথৰ ৰেঘা কিয় হল তাৰে গৱেষণা কৰক মুৰত মাল আছে যদি ।
@pulu913
@pulu913 14 күн бұрын
Ki j News diye ll science jodi imankhini gobehona korise ll manuh jibito kora medicine gobehona korok agot , jai shree Ram ll🙏
@prafullakalita7829
@prafullakalita7829 15 күн бұрын
Ramxetu.bhagawane.bonowa
@KachariPassam
@KachariPassam 4 күн бұрын
Akshay kumar r ramshetu cenima khbor dore konobai misha report bonabo dise sage
@PranjalGogoi-dr1kc
@PranjalGogoi-dr1kc 10 күн бұрын
হিন্দুক মিছা প্ৰমান কৰাৰ চেষ্টা ৷কৰক কিন্তু কামসেতু যে সচা ৷সেয়াই হয়
@rajeshhazarika1663
@rajeshhazarika1663 10 күн бұрын
কামসেতু আকৌ সেইটো কি হে😂?
@arpanbora8423
@arpanbora8423 14 күн бұрын
Modi aru yogi ji kobo taake hobo...aami isro nasa eibur namanu
@akashboro8856
@akashboro8856 15 күн бұрын
Ki hobo ji te mane bokibo parile hol aru
@anilborah8375
@anilborah8375 13 күн бұрын
নিউৰ নমুনা, ,,কি বলকিলি
@mukulbaruah1833
@mukulbaruah1833 7 күн бұрын
Ramsetu buli kunu Setu nasil buli ASI a sikar karile. Ramsetu kalpanik. Ramsetu monubadi,brahmonbadi, jatibadi jehadi bilakr khandah khua baali.
@ajaymalakar4222
@ajaymalakar4222 13 күн бұрын
Heibabei apunalukar channel k facebook twitter instagram t block Mari thoisu... Aru next time bharatar itihash k bikriti Kari news dile KZbin block Mari thom. Ram setu Ram Setu hai adambridz nahai... Pagal shangbadik... Bharatar itihash paribo bideshar nahay🙏
@sumit70998
@sumit70998 15 күн бұрын
Jehadi news 😂😂
@pratimdevi8759
@pratimdevi8759 15 күн бұрын
Bakwas !
@PallabKhataniar-fw6fs
@PallabKhataniar-fw6fs 4 күн бұрын
Why are you upload the fake video
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 7 күн бұрын
Ramayon ak mohakabyohe.
@mukulbaruah1833
@mukulbaruah1833 7 күн бұрын
Benudhar Borah Mohakabya manei hol kalpanik(Missa). Gutei khel amuthimaan mohapapi tothakathit sayambhu eswarar.
@omprakashgogoi1225
@omprakashgogoi1225 13 күн бұрын
Since jonmo kor pora hoise baru .. kunubai kobo pribo nk ?🥱
@GhanshyamHazarika-wu2mt
@GhanshyamHazarika-wu2mt 15 күн бұрын
Kiman Hajar Hajar din par hl Ram hetu kuneu ze he jgt ase buli proman pua nahil ramayon gontho bahire kunu kitap prokakhit hua nai , eman din par hua pst etiya NASA BIGIYANIK E set.image deki prokakh korile ... Etiya bitorko 🤔 kune ki koi ,? Mauhe ki koi ? Bigiyanik ki koi ? Proman keneke koribo? Zeneke hleu obokhisto ongkho ase puratu nai ,rame lonka pra guru ahute vangi disil buli likha ase etiya zanu bakibur ongkho pur hb ba kunuba maikalal ase bonabole????
@Arupgogoi-dx6ce
@Arupgogoi-dx6ce 15 күн бұрын
Noi Australia loi ha loi goisil rabona hitak srilonkat nohoi
@rajeshhazarika1663
@rajeshhazarika1663 10 күн бұрын
😂হয় নে কি ?
@atozupdate2931
@atozupdate2931 8 күн бұрын
এইটো কিবা নিউজ হল নে,কি ৰহস্য ফাদিল হল,কাৰোবাৰ পৰা কিবা খুনিলেই হল আবুল তাবুল বকি নিউজ কৰা
@______________Ss23
@______________Ss23 3 күн бұрын
Xtt science 😂
@zitul2020
@zitul2020 12 күн бұрын
Manuhe nowore
@nabjitdas1702
@nabjitdas1702 13 күн бұрын
Bal Nasa
@madanchandrakarjee2283
@madanchandrakarjee2283 7 күн бұрын
ফাল্টু বাতৰি। বিজ্ঞানৰ লিমিত আছে। মহামাৰী নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজ্ঞান। তেতিয়া কত যায় ?
@dipanjoli6560
@dipanjoli6560 14 күн бұрын
Daroka nogori khn je Pani tolot ase science ki koi tar uport
@apurbadas4151
@apurbadas4151 6 күн бұрын
এই চেনেলটোৰ ওপৰত কেচ ফাইল কৰা হ'ব, দেশৰ কোটি কোটি জনতাক মিচা মটাৰ কাৰনে, কেতিয়া কৈছে ইচৰোয়ে সেইখন মানৱ সৃষ্টি নহয় বুলি?? তেন্তে সেই ঠাই খিনিৰে তেনেকুৱা ৰাস্তা কিয় হ'ল, যত ৰামে শ্ৰীলংকা লৈ যোৱাৰ কথা আজিৰ পৰা ৭০০০ বছৰ আগতে লিখা আছিল ৰামায়ণত !! ইচৰো, নাছাৰ জন্ম নহওতে ৰামায়নত তেনেকুৱা ব্ৰিজ আছে বুলি কৈছে
@nenumili2465
@nenumili2465 14 күн бұрын
June koise. Marok suda oi.
@rajeshhazarika1663
@rajeshhazarika1663 10 күн бұрын
😂
@vlog-ex3mr
@vlog-ex3mr 10 күн бұрын
Ram nai Ramayonu nai
@rajeshhazarika1663
@rajeshhazarika1663 10 күн бұрын
তেন্তে আৰু কোনোৱে নাই চব শূন্য😂
@g10xlite64
@g10xlite64 15 күн бұрын
Ei prithibit kunu ram nasil, aru nai, ramayan natokor eta soritrahe mthun ram, ji balmikiye likhisil natok khon.
@nj-kalita.ASM2319
@nj-kalita.ASM2319 15 күн бұрын
Tetiya bible koran sab natok aru ai natok loi a iman khowa kamora ne ki koy 😀 aru prithibir 80'/, manuh enei ondhor dore follow kori ase.
@medico_spines
@medico_spines 10 күн бұрын
Tur quran khan xidina bonaisil he fufu babai toi kio ane siori aso😅
@rajeshhazarika1663
@rajeshhazarika1663 10 күн бұрын
😂মাদ্রাসা ছাপ এতিয়াও সময় আছে স্কুল যা😂
@mukulbaruah1833
@mukulbaruah1833 7 күн бұрын
Ramsetu 480 kilomeetar Dighal(Length aru 64 kilomeetar Bahol(West) ajirpora 8 hajaar Basor agote ki prajukti bebahar kari khajisi. Ne Bamune montra mari Ramsetu khajisil.
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 10 МЛН
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 8 МЛН
jolly LLB movie
16:45
22fone care
Рет қаралды 633 М.
Bristi - বৃষ্টি | 25th July 2024 | Ep No 304
19:16