ৰুদ্ৰকান্ত বৰা ! কৃষ্ণ শিৱৰ সাধকহে, শাস্ত্ৰৰ প্ৰমাণ লওঁক।

  Рет қаралды 2,068

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер: 39
@JunmoniDevi-ko4iu
@JunmoniDevi-ko4iu Ай бұрын
সত্য বোৰ ওলাই আহক।শিৱক নিন্দা কৰা সকলেও সত্য ক উপলব্ধি কৰক। প্ৰভূ আমি শোনিছোহে সঙ্ঘ নামৰ এক অনুষ্ঠানে কীৰ্তন , নামঘোষাৰ পদ নতুন সংস্কৰণত সলনি কৰি ন-শঙ্কৰদেৱ বুলি ভকতক মূৰ্খ সজাবলৈ চেষ্টা কৰিছে বুলি আকৌ কৈছোঁ শুনিছোঁহে। আপোনাৰ বিতৰ্ক সময়োপযোগী । শিক্ষা দিয়া উচিত।।।।।।।।।।।বূজাই দিব লাগে যে ধৰ্মীয় হিঙসাই ভকত হব নোৱাৰে ,ভক্তি নহয়, সমাজ নগড়ে।।।।।।।।।ওম
@boniabijit3132
@boniabijit3132 3 ай бұрын
হৰি হৰ অভেদ ৰাম ৰূপে ৰামেশ্বৰ মহাদেৱক আৰাধনা কৰিছে হনুমান ৰূপে শ্ৰী ৰামৰ আৰাধনা কৰিছে
@updeshmala2737
@updeshmala2737 3 ай бұрын
@@boniabijit3132 হনুমান ৰুপত ৰামৰ আৰধনা কৰিছে কিন্তু কৃষ্ণক মহাদেৱে পুজা কৰিছিল নেকি? তাৰহে শাস্ত্ৰৰ প্ৰমাণ লাগে। যদি কৰিছিল মহাদেৱৰ গুৰু কোন আছিল?কোন গুৰুৰ পৰা কৃষ্ণ মন্ত্ৰ লৈছিল?
@TAPANDAS-v157
@TAPANDAS-v157 Ай бұрын
ভাল লাগিল আৰু বহুতো জানিব পাৰিম বুলি আশা ৰাখিলোঁ
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd 3 ай бұрын
Krishna ❤️
@pallabikagohain5720
@pallabikagohain5720 3 ай бұрын
@@HimanshuSaikia-ys9gd কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@LakhiboraLakhibora-b3i
@LakhiboraLakhibora-b3i 2 ай бұрын
🕉🪷🙏namah sivah good prabhu vahal dise asut
@horenbora3464
@horenbora3464 3 ай бұрын
ৰামে শিৱ আৰু দূৰ্গাদেৱীক পূজা কৰাৰ প্ৰমান আছে ।।
@jiyashribora7697
@jiyashribora7697 3 ай бұрын
জয় শ্ৰী কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ
@jiyashribora7697
@jiyashribora7697 3 ай бұрын
জয় শ্ৰী কৃষ্ণ
@janardonbora2795
@janardonbora2795 3 ай бұрын
শ্ৰী কৃষ্ণ ই শিৱ পূজা কৰা কথাটো শাস্ত্ৰীয় প্ৰমাণ আছে।
@somujjalborthakur9392
@somujjalborthakur9392 3 ай бұрын
দক্ষ ও মহাজ্ঞানি আছিল,ব্ৰহ্মাৰ মানস পুত্ৰ,কিন্তু শিৱ নিন্দা কৰিয়েই মাথা টো ছাগলীৰ লাগিল,,কিন্তু এই কলি যুগত ছাগলীৰ মাথা লগাটো ধৰিব নোৱাৰি দেখাত মানুহৰ দৰেই হয়,কিন্তু কথা - বতৰাত হে গম পায়, মাথা টো কিহৰ লাগি আছে। হিন্দু ধৰ্মৰ এটা পন্থাই আনটো পন্থাক ইমান সমালোচনা কৰা কতো দেখিবলৈ পোৱা নাযায়, অসমত হে বেছি হৈ হৈ গৈ আছে।
@BhupenBora-o1t
@BhupenBora-o1t 3 ай бұрын
সুন্দৰ ব্যাখ্যা।
@pallabikagohain5720
@pallabikagohain5720 3 ай бұрын
আমি যিটো মাৰ্গত ব্ৰতী আছোঁ সেই মাৰ্গক পবিত্ৰ কৰা প্ৰভু l আনে যি মাৰ্গত ব্ৰতী আছে সেই মাৰ্গতে ভক্তি কৰি শান্তি প্ৰাপ্তি কৰক l
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd 3 ай бұрын
কৃষ্ণ জয় শ্ৰী ৰাম কৃষ্ণ কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 3 ай бұрын
@@HimanshuSaikia-ys9gd কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🙏🙏🙏🙏
@jitendranathsaikia9341
@jitendranathsaikia9341 5 күн бұрын
Apuni mahadevk bhakti kore korok nijor nijor ponthak mani jaouk karu apotti nai kintu bibhata mulok kothabur bakhya nokoribo
@PobitraBora-h1c
@PobitraBora-h1c 25 күн бұрын
Byash debe likha 17 khon puran apuni pohi bujila. Kintu vagawat puran pohi bujok bapjon. By ash debe vagawat likhihe val hol.
@updeshmala2737
@updeshmala2737 25 күн бұрын
@@PobitraBora-h1c হয় নেকি প্ৰভূ। আপোনাৰ কথাখিনি শুনি ভাল লাগিল। তেতিয়াহলে আপুনি এইটো কব বিচাৰিছে যে বেদ ব্যাসে সোতৰখন পুৰাণ লিখি অশান্তিত আছিল তাৰ পিছত একেবাৰে শেষত ভাগৱত লিখি ভাল হৈছিল। কিন্তু প্ৰভূ আপোনালোকৰ এই বাক্যসাৰ সম্পূৰ্ণ ভূল। কাৰণ ইতিহাসৰ মতে ভাগৱত দশম শতিকাৰ পিছত লিখা হৈছিল, মহৰ্ষি দয়ানন্দ সৰস্বতীৰ মতে বাৰশ শতিকাত ভাগৱত লিখা হৈছিল। কিন্তু ইয়াৰ পৰা এইটো প্ৰমাণিত হয় যে দশম শতিকাৰ লৈকে বেদ ব্যাস এই পৃথিৱীত দৃশ্যমান নাছিল, তেন্তে ভাগৱত লিখিলে কোনে ? ইয়াৰ উত্তৰটো দিব। দ্বিতীয় প্ৰশ্ন হল যদি সোতৰখন পুৰাণৰ পিছত ভাগৱত লিখা হৈছিল তেন্তে ভাগৱত দশম শতিকাত কেনেকৈ হল আৰু নাৰদীয়পুৰাণ বাৰ শতিকাত, ব্ৰহ্মবৈৱৰ্ত পুৰাণ ষোল্লশ শতিকাত কেনেকৈ লিখিলে? ইয়াৰ উত্তৰ কেইটা দিব
@RatulGayon
@RatulGayon 3 ай бұрын
সাহস নিশ্চয় আছে।কাৰণ সোতৰ খন পুৰাণ লিখি ভূল কৰাৰ বাবে ব্যাস বলিয়া হৈছিল।শেষত পুৰাণৰ সূয্য ভাগৱত লিখি জ্ঞান ঘূৰাই পাইছে ।আপোনাৰ বাবে ইমানেই হব বুলি ভাবিছো।
@updeshmala2737
@updeshmala2737 3 ай бұрын
@@RatulGayon হয় নেকি? সোতৰখন পুৰাণ লিখি বলিয়া হোৱা যি পৰিকল্পিত কাহিনী তাকো খুব সুন্দৰকৈ বুজাই দিয়া হব।উপৰলে উৰিছে কিয়? আপোনাক সকলো উত্তৰ দিম। আপুনি চন্দ্ৰমোহন শৈৱৰ লগত কথা পাতি আছে আপুনি যদি এটা পিতৃৰ সন্তান হয় শিৱই কোন গুৰুৰ পৰা কৃষ্ণ মন্ত্ৰ লৈ কৃষ্ণৰ উপাসনা কৰিছিল তাৰ উত্তৰ দিয়ক। নহলে আপুনি স্বীকাৰ কৰক আপুনি অন্য পিতৃৰ সন্তান বুলি। সোতৰ খন পুৰাণ লিখি যদি বেদ ব্যাস বলিয়া হৈছিল তেন্তে শ্ৰীমন্ত শংকৰদেৱে পদ্ম পুৰাণ নাৰদ পুৰাণ লিংগ পুৰাণ, চন্দ্ৰ পুৰাণ, বৰাহ পুৰাণ, অগ্নি পুৰাণ, আদিৰ পৰা যুগুত কৰি কীৰ্ত্তন ঘোষা কিয় লিখিলে। সেই ভুল গ্ৰন্থবোৰৰ অনুকৰণ কিয় কৰিব লগা হল আৰু সেই পুৰাণবোৰ পঢ়িবলৈ উপদেশ দিলে কিয়? এই দুটা প্ৰশ্নৰ উত্তৰ দিব।
@BituBoruah-l3p
@BituBoruah-l3p 3 ай бұрын
hei mohan deuta apuna kothabur huni bhut vall lagise ❤
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd 3 ай бұрын
কৃষ্ণ জয় শ্ৰী ৰাম
@kalpanarabha4424
@kalpanarabha4424 3 ай бұрын
Very good 👍👍👍 prabhu pranam janaisu apunak
@jiyashribora7697
@jiyashribora7697 3 ай бұрын
জয় শ্ৰী কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ
@BituBoruah-l3p
@BituBoruah-l3p 3 ай бұрын
Shiv🙏🙏🙏🙏🙏
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd 3 ай бұрын
কৃষ্ণ জয় শ্ৰী ৰাম
@jadumonihazarika998
@jadumonihazarika998 3 ай бұрын
There is no different between Siva and narayan
@updeshmala2737
@updeshmala2737 3 ай бұрын
@@jadumonihazarika998 but different of pray system.
@RabindhranathDas
@RabindhranathDas Ай бұрын
শৈৱ; আপুনি যুদ্ধ ত নামিছে । আপোনাৰ একো অস্ত্ৰ য়েই নাই দেখোন । অৰ্থাৎ একো অধ্যয়নেই নাইদেখোন! যুগ ধৰ্ম টো লক্ষ্য কৰি অধ্যয়ন কৰক । আনকি বুজাব নালাগে । নিজে বুজি লওক।
@asomiaasom6008
@asomiaasom6008 24 күн бұрын
তই চন্দ্ৰমোহন শৈৱ প্ৰভুৰ গাৰ নোম এডালৰো তুল্য নহোৱা তই উপদেশ দি লাভ নাই ।
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 3 ай бұрын
বি শ্বৰ সনাতন ধৰ্ম ৰ পৰিপন্থী সেই আধ তুৱাশিৱ নিন্দক ক নগাওঁবুলি পৰিচয় দিছে।আমাৰ লগত কিমান পণ্ডিতপ্ৰটোহবান জনাই চু আহকবিশাৰদ আমি সামান্য হে।কৃষ্ণ কপুজিব লগা জ্ঞান দিব গৈসমাজত বিষ বাষ্প দিয়া জন ভকতৰ দ্ৰূহি।।ভেদ দুৰ ভয়লে কৰে নিচকাম ভ ক তি। নিষকাম ভক্তি কোনে কৰিছিল?ভক্তি কী বিধ । বদ ৰিকাত কোন আছে। উৰ্ধবক কলৈ যাব নিৰ্দেশ দিলে কৃষ্ণই। বিষ্ণু পদুদকী গঙ্গাক তাচিল্য।পানী কিয় শ্ৰৱণ কৰা। বসুমতী উপৰত হোৱা বস্তু কিয় খোৱা।এনেকুৱা কুলংঙ্গাৰ অসমীয়া জন্ম jdu বংশ নিছিহ্ণ কৰা দৰে মন্তব্যৰ বাবে ক্ষমা খুজি ও নিষ্টাৰ নাপাব।জিহেটোকে ভ ক ত ড্ৰূহী।মহন্তৰ খনাসে ভূষণ। কীৰ্ত্তন ঊৰে সা বৰ্ণন গুৰু জনৰ অধ্যো য় ভাল লিখিলে । য গ নাথ ধামত প্ৰচণ্ড গুৰ মাৰিব বিচাৰি তাচিল্য এই জন অধটোৱা জ্ঞান লব দুৰ্বিদগ্ধ পণ্ডিত।সত্ৰ মহাসভা ও অসম বৈদিক মহাসভাই কোনো দিন ক্ষমা নকৰে।মোক হৰ গৌৰী প্ৰসন্ন হৈ শিৱ ৰাতিত 1বাজি 30 মিনিটত এটা ৰুদ্ৰা ক্ষ মাজত ত্ৰিশূল মধ্য ভাগৰ তলত ত্ৰিশূল চাই যদি দেখাই দিম।যিটো মহা দান দিলে অশ্ব থ বৃক্ষ তলে প ৰ হ য় সু জ্ঞানী ছয়। ময়ো থাকো ৰংগে পা ৰব্যতী সসহিতে।।মহে শ বুল ন্টো আবে সুনি ও পাৰ্বতী কিম তে কৰিছোঁ আমি কৃষ্ণত ভক্তি।স্বামী তুমি দেৱৰ দেৱ। জগতৰ লোকে কৰে তোমাক সেব।তিনি আখীি মুদীয়া কাহাক ধীও ৱা নিৰন্তৰ।।শিৱ ঈশ্বৰৰ প ৰম b 1no n ভক্ত। ঈশ্বৰ ত কৈ ভক্ত ডাঙৰ। দুৰ্বাসাৰ আগত বদটি দামো দৰ যদিও ঈশ্বৰ মই সৰ্ব জগতৰ।তথাপি অধীন মই ভয়লো8 বৈষ্ণব ৰ।।ব্ৰহ্মা বিষ্ণু তিনিও ঈশ্বৰ। তথাপি টো বিষ্ণু তেশে পূজ্য মনুচ ৰ।।সকলো ভক্তই পবিত্ৰ ভাদ মাহত কৃষ্ণ নাম লৈছে।এওঁ ফুল কুমলীয়া লৰা তিক খুঁটি তাল বোজা বলৈ দি কৰাটোক ভক্ত দ্ৰুহী কৰাটো ভুল কৰা হৈছে।নাম কৃত্তন ধৰ্ম শ্ৰেষ্ঠ।গতিকে মূল উপাস্য কৃষ্ণক সনাতন ভক্তই অযুত বছৰ আগৰ পৰা কৰি আহিছে।এই জ নাই মাফ খুজি লেও ঈ স্বৰৰ ড্ৰুহী।অসুৰ যোনিক আৱে চল দুৰ চাৰ । আউৰ যেন মহন্তক নকৰ তিৰ স্কাৰ।।এই যি প্ৰস নড্ড অগ্নি ত ভাৰত বাষী যে প্ৰতিকাৰ লব । নাদৰ ভেকুলী মানিই হে জা নে মনিৰ মান।এতিয়া শুনা মোৰ ভক্ত মোৰ প্ৰতিমাক। পৰ শিৱ বুলিব টুটি বান।পৰিচৰ্যা কৰিব বন্দন।।যাত্ৰা মহোৎসৱ কৰিব আমাৰ।। অ নেক একত্ৰ হইয়া ডনদে চট্ৰে হৰি ক্তৃতন উপদেশ দিলে।ভক্তি ৰত্ন া কৰ গ্ৰন্থ ত।। শংকৰ গুৰুৱে ।নজানে শাস্ত্ৰৰ লয়। যেহী আছে তাকে কয়।প্ৰথমতে বেদেত প্ৰ্যয় সিত্ত বিহীলনত।প্ৰাইওচিত্ব শেষত নামক কহি লন্ত। টেৱে প্ৰায় ছিত্তে পু ৰূস ৰ পাপ হ ৰে।প্ৰায় শিত্ত শেষত যেন নামক সূমৰে।।শংকৰ দেৱ।।মূৰ্খ হৈয় পণ্ডিত বুলাৱে।। ইন্দ্ৰ কান্ত লস্কৰে বা খা চাৰ জ্যো অসম বৈদিক বৈষ্ণৱমহা সভা।অসম সত্ৰ মহা সভা।।
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd 3 ай бұрын
কৃষ্ণ জয় শ্ৰী ৰাম
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd 3 ай бұрын
কৃষ্ণ ❤
@PramudKumarMorang
@PramudKumarMorang 3 ай бұрын
Bapjan sari bed saidha hashtra 18 Puran kune rasana karisil jadi byahdeve karisil tente 18 Khan puranar bhitorot sheshtra surjya Puran bhagawat buli biyahe kaise jihetu 17 Khan Puran Rosina Kori motibhram haisil. Ramayanat ram aru Mahabharat Krishnan sheshtra dekhuaise kintu perbati swamik dekhuaise nai Krishna
@jiyashribora7697
@jiyashribora7697 3 ай бұрын
জয় শ্ৰী কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ
Маусымашар-2023 / Гала-концерт / АТУ қоштасу
1:27:35
Jaidarman OFFICIAL / JCI
Рет қаралды 390 М.
#behindthescenes @CrissaJackson
0:11
Happy Kelli
Рет қаралды 27 МЛН
Непосредственно Каха: сумка
0:53
К-Media
Рет қаралды 12 МЛН
সত্য সনাতন ধৰ্ম
16:59
BANI KT CHUTIA
Рет қаралды 1,3 М.
Маусымашар-2023 / Гала-концерт / АТУ қоштасу
1:27:35
Jaidarman OFFICIAL / JCI
Рет қаралды 390 М.