সন্ধ্যা প্ৰসঙ্গ, পৰিচালনা অভিশ্ৰান্ত হাজৰিকা, যোৰহাট#

  Рет қаралды 24,893

Niranjan Boruah

Niranjan Boruah

Күн бұрын

Пікірлер: 120
@dilipsaikia9366
@dilipsaikia9366 8 ай бұрын
কৃষ্ণ। ভগৱন্তই আৰু কৃপা কৰক যেন।
@niranjanboruah4164
@niranjanboruah4164 8 ай бұрын
কৃষ্ণ কৃষ্ণ
@kaushalyabora345
@kaushalyabora345 Жыл бұрын
কৃষ্ণ। ভগৱন্তই কৃপা কৰক।এই জন কলিৰ ভক্ত প্ৰহ্লাদ।আমি এওকলৈ গৌৰৱান্বিত। কৃষ্ণ
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@KakuDas-wi9is
@KakuDas-wi9is Жыл бұрын
Krishna
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@duttapartim443
@duttapartim443 7 ай бұрын
Krishna Krishna ,Sundar hoise
@Minakakati-nu5hp
@Minakakati-nu5hp 7 ай бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম🙏🙏🙏🙏
@rupalichutia9534
@rupalichutia9534 10 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 । লিখিবলৈ ভাষা নাই । অজানিতে ভক্তিভৰা চকুলোহে নিগৰিছে । আগুৱাই যোৱা নেদেখাজনৰ ওচৰত আমাৰ এয়ে প্ৰাৰ্থনা । এই ছেগতে তেওঁৰ পিতৃ-মাতৃলৈ শ্ৰদ্ধা জনাইছোঁ ।
@niranjanboruah4164
@niranjanboruah4164 10 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালো
@sewalibora2532
@sewalibora2532 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ সমস্ত বাপ আইৰ চৰনত সেৱা নিবেদিছো। শিশু জগত গুৰুজনাৰ চৰনত সহস্ৰ সেৱা জনালো।তেৰাৰ প্ৰতি ভগৱানৰকৃপা যুগে যুগে পৰক। কৃষ্ণ কৃষ্ণ ৰাম।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@guniramboroo626
@guniramboroo626 7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 অতি উত্তম, শিশু নামাচায্য বাপ জনাই তেওঁৰ প্ৰতিভাৰ জৰিয়তে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নেদেখা জনৰ কৃপাৰ অবিহনে সম্ভৱ নহয়। ভগৱন্তৰ সদায় কৃপাৰ পাত্ৰ হৈ থাকক। আমি প্ৰাৰ্থনা জনালো কৃষ্ণ।
@niranjanboruah4164
@niranjanboruah4164 7 ай бұрын
কৃষ্ণ কৃষ্ণ
@pabitrakalita8090
@pabitrakalita8090 2 ай бұрын
Bhatima. Gunmala .lilamala aadi madhya loyot sobdo bilak buji puwakoi gaba.bhal hoisa ishwore kripa korok.
@surjyahazarika6985
@surjyahazarika6985 Жыл бұрын
Krishna bap ,God bless you.Krishna.
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@ShyamantaSonowal-ud8dv
@ShyamantaSonowal-ud8dv 9 ай бұрын
Joi.shree.krishna.
@niranjanboruah4164
@niranjanboruah4164 9 ай бұрын
কৃষ্ণ কৃষ্ণ
@birendutta7809
@birendutta7809 Жыл бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে , ভাল লাগিল ।
@niranjanboruah4164
@niranjanboruah4164 10 ай бұрын
কৃষ্ণ কৃষ্ণ চেয়াৰ কৰি দিব
@horengogoi7652
@horengogoi7652 Ай бұрын
Krishna Krishna ❤❤❤
@RitaBorah-o2t
@RitaBorah-o2t 10 ай бұрын
Kishna hundor hoisa
@niranjanboruah4164
@niranjanboruah4164 10 ай бұрын
কৃষ্ণ চেয়াৰ কৰি দিব
@thaneswardekadeka3455
@thaneswardekadeka3455 4 ай бұрын
কৃষ্ণ🙏 বাপ জনালৈ শতকোটি প্ৰণাম
@dipaligogoi7298
@dipaligogoi7298 Жыл бұрын
কৃষ্ণ, ইমান কম বয়সতে তেওঁ নাম প্ৰসংগ ইমান সুন্দৰ কৈ পৰিচালনা কৰিব পাৰিছে, তেওঁৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ পৰিছে নিশ্চয়! ভৱিষ্যতে তেওঁ আৰু বহুত আগুৱাই যাওক তাৰেই কামনা কৰিছো। কৃষ্ণ প্ৰভু।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ আশীৰ্বাদ কৰিব ।।
@monikaborah5375
@monikaborah5375 11 ай бұрын
কৃষ্ণ
@dilipbaruah1655
@dilipbaruah1655 7 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏শিশু বাপ ।
@niranjanboruah4164
@niranjanboruah4164 7 ай бұрын
কৃষ্ণ কৃষ্ণ
@pranabbora930
@pranabbora930 Жыл бұрын
কৃষ্ণ শিশু বাপ জনালৈ আমাৰ ভক্তিভৰা সেৱা জনালো।।
@Madhabbora-m4h
@Madhabbora-m4h Жыл бұрын
সুন্দৰ হৈছে আগুৱাই যোৱা
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@pankajhazarika7850
@pankajhazarika7850 Жыл бұрын
কৃষ্ণ কৃষ্ণ।।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ plz share
@junumech7558
@junumech7558 Жыл бұрын
জয় গুৰু শ্ৰীমন্ত শঙ্কৰ কৃষ্ণ প্ৰভু জনা আপোনাৰ চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ সুন্দৰ লাগিছে মধুৰ হৰি কথা অতি সুন্দৰ লাগিছে ভাল লাগিছে কৃষ্ণ কৃষ্ণ
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@mitaliborah8448
@mitaliborah8448 11 ай бұрын
ইমান কম বয়সত ভগৱানে কৃপা কৰিছে আৰু আগুৱাই যোৱা শুভেচ্ছা থাকিল
@niranjanboruah4164
@niranjanboruah4164 11 ай бұрын
কৃষ্ণ কৃষ্ণ
@monikaborah5375
@monikaborah5375 9 ай бұрын
কৃষ্ণ কৃষ্ণ।
@niranjanboruah4164
@niranjanboruah4164 9 ай бұрын
কৃষ্ণ কৃষ্ণ
@gitalineog930
@gitalineog930 Жыл бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏🙏
@MonujDutta-wu6og
@MonujDutta-wu6og Жыл бұрын
কৃষ্ণ বাপ খুব সুন্দৰ হৈছে ভৱিষ্যত উজ্জ্বল কামনাৰে নাম ধৰ্ম প্ৰাথমিক শাখা ধেমাজি মনোজ দত্ত
@sanjibbhuyan5354
@sanjibbhuyan5354 Жыл бұрын
বাপ চৰণত সেৱাহে জনাইছো, কৃষ্ণ কৃষ্ণ
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@nabanitabaruah708
@nabanitabaruah708 Жыл бұрын
কৃষ্ণ 🙏
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@kalpanahatiboruah6833
@kalpanahatiboruah6833 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আৰু আগ বাঢ়ি যাওক
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@joyprakashtamuli4627
@joyprakashtamuli4627 4 ай бұрын
শত কৌটি প্ৰণাম, অবিশ্ৰান্ত গুৰু জনালৈ,,,,,কৃষ্ণ,,,,,
@navajitborah1735
@navajitborah1735 Жыл бұрын
Krishna. Jai Guru Srimanta sankardev.
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ plz share
@debrajburagohain2763
@debrajburagohain2763 Жыл бұрын
বৰ সুন্দৰ নাম গাইছে দেই প্ৰভু....কিন্তু যিহেতু সন্ধ্যা প্ৰসঙ্গ সেয়ে মাধৱ মাধৱ নামষাৰ সাধাৰণতে গোৱা নহয়। আপুনি এবাৰ চাই লব। বাকি ভাল হৈছে তাল লয় সুৰ সকলো থিক আছে। সন্ধ্যা প্ৰসঙ্গৰ ঘোষা কেইফাকি চাই লব প্ৰভু। গোবিন্দ মহাপ্ৰভুৱে আপোনাক অযুত শকতি দিয়ক 🙏🙏🙏
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@prasantachangmai7610
@prasantachangmai7610 Жыл бұрын
সুন্দৰ হৈছে। ভগৱন্তই আৰু কৃপা কৰক। জয় গুৰু শঙ্কৰ।🙏🙏
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@numolisaikia4826
@numolisaikia4826 Жыл бұрын
কৃষ্ণ কৃষ্ণ পুত্ৰ পৰম,বাপজনৰ, চৰনত প্ৰনিপাত জনালো, ঈশ্বৰে কৃপাকৰে্জেন এয়াই্পৰমপিতা,চৰনত,কামনা,কৰিলো ।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@RupanjaliBorah-e3t
@RupanjaliBorah-e3t 10 ай бұрын
1:1 Krishna Krishna
@jogeswarsaikia1368
@jogeswarsaikia1368 Жыл бұрын
সুন্দৰ হৈছে।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@PadesharKonch
@PadesharKonch 10 ай бұрын
কৃষ্ণ এই আদৰ্শ জিলিকি থাকিব
@niranjanboruah4164
@niranjanboruah4164 10 ай бұрын
কৃষ্ণ কৃষ্ণ
@swapnalihazarika2944
@swapnalihazarika2944 Жыл бұрын
কৃষ্ণ বাপজনাৰ কণ্ঠত প্ৰভূৰ গুন নাম ভাগি অতি সুন্দৰ ভাৱে প্ৰাণ পাই উঠিছে। গুৰুজনাই কৃপা কৰক।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@rekhagogoi322
@rekhagogoi322 Жыл бұрын
কৃষ্ণ বাপ ভগৱন্ত প্ৰভুৱে আপোনাক কৃপা কৰক ।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@tilokphukan5360
@tilokphukan5360 Жыл бұрын
কৃষ্ণ, কৃষ্ণ অতি সুন্দৰ হৈছে
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ দাদা plz share
@nandadulalborah5246
@nandadulalborah5246 Жыл бұрын
Krishna krishna Baap shamasta 🙏🙏🙏
@kirtidihingia8346
@kirtidihingia8346 Жыл бұрын
Kishna kishna ram ram nice
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@ratanduwarah4429
@ratanduwarah4429 Жыл бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, অতিসুন্দৰ , ইমান কমবয়সত বহুত আগুৱাই গল । নিচয় ভগৱন্ত আশীৰ্বাদ আছে। আমাৰ হুভেছা থাকিল।কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@পাপুকৰ্মকাৰ
@পাপুকৰ্মকাৰ Жыл бұрын
কৃষ্ণ বাপ সমস্ত লৈ ভক্তি ভৰা সেৱা জনালোঁ
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ Share কৰিব।
@pranjoldutta7038
@pranjoldutta7038 Жыл бұрын
ভকত সমন্তই কৰা ‌প্ৰভু ভগৱন্তৰ প্ৰসংগ ভাগ ‌শ্ৰৱণ কৰি ‌সাক্ষাৎ কৃষ্ণ ৰ চৰণ পোৱাৰ দৰে ‌লাগিছে🙏🏿
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@mahanpuja7915
@mahanpuja7915 Жыл бұрын
Krishna Krishna Bap, eshwar with you.
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ plz share
@rifulsaikiya3404
@rifulsaikiya3404 Жыл бұрын
বহুত,ধূনীয়া
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ
@tapantamuli5277
@tapantamuli5277 Жыл бұрын
কৃষ্ণ বৰ ভাল লাগিল
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ Share কৰি দিব ।।
@kumudinisaikia1979
@kumudinisaikia1979 Жыл бұрын
কৃষ্ণ🙏🙏🙏 জয় গুৰু শংকৰ কৃষ্ণ🙏🙏🙏
@HridoyjyotiGogoi8678
@HridoyjyotiGogoi8678 5 ай бұрын
Prano gupal nhi ni mor pran gupal buli he gai baki hundor hoise❤
@nipulborah6265
@nipulborah6265 Жыл бұрын
বৰ সুন্দৰ হৈছে । চেষ্টা অব্যাহত ৰাখা । ঈশ্বৰে মংগল কৰক ।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ ধন্যবাদ
@PabitraGogoi-cx4dw
@PabitraGogoi-cx4dw Жыл бұрын
Krishna Krishna krishna
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@jadavsaikia.6128
@jadavsaikia.6128 Жыл бұрын
Krishna Krishna
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@promudgayan
@promudgayan Жыл бұрын
🙏🙏❤️🙏🙏
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@lalsonowal8369
@lalsonowal8369 11 ай бұрын
কৃষ্ণ বাপ ❤ পৰা পক্ষত শব্দ সমূহক উচ্চাৰণ কৰোতে ব্ৰজাৱলীত উচ্চাৰণ কৰিলে গম্ভীৰতা ৰক্ষা হ'ব।বিশেষ কৈ গুণমালা ত ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। চপয় ত প্ৰথম দুশাৰী ঘোষা হিচাপে গাব নালাগে।দ্বিতীয়তে কৃষ্ণ গুণ কহন নযাই,ইয়াত কৃষ্ণ শব্দৰ ঠাইত হৰি উচ্চাৰণ কৰিবা। আগলৈ গতি দ্ৰুত নকৰি অলপ মন্থৰ কৰিবা। আৰ্শীবাদ থাকিল। কৃষ্ণ।
@niranjanboruah4164
@niranjanboruah4164 11 ай бұрын
কৃষ্ণ কৃষ্ণ
@karneswarborgohain5327
@karneswarborgohain5327 Жыл бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম, বৈকুণ্ঠপুৰীত উপবিষ্ট সমস্তজন ভকত বৈষ্ণৱৰ শ্ৰীচৰণত এই অভাজনে সেৱা আগবঢ়োৱা হল , নাম আচাৰ্য্য অভিশ্ৰান্ত হাজৰিকা বাপজনাৰ অধিক কৃপা বৰিষণ হওক, ভগৱন্তই অধিক কৃপা কৰক , কৃষ্ণ ।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ আশীৰ্বাদ কৰিব
@manashjyotiborah6895
@manashjyotiborah6895 Жыл бұрын
কৃষ্ণ
@punyachaliha2244
@punyachaliha2244 Жыл бұрын
❤👏👋
@rifulsaikiya3404
@rifulsaikiya3404 Жыл бұрын
ভগৱানে,কৃপা,কৰে,জেন
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ Share কৰিব
@manjudutta8817
@manjudutta8817 Жыл бұрын
Kissna bap amar antor su gosa
@digantaborborah1822
@digantaborborah1822 Жыл бұрын
P
@gajenborah-ee8yl
@gajenborah-ee8yl Жыл бұрын
Krisna Bap uponr Nam Bhug bor vallagey Koli Gug t uponyak Vogobhany pothaly Krishna bap Asibad korechow
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@DabokumarBorah
@DabokumarBorah Жыл бұрын
কৃষ্ণ বাপ।আপোনাক contact কৰিবৰ বাবে নম্বৰ দিবছোন।
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ
@kumudinisaikia1979
@kumudinisaikia1979 Жыл бұрын
কৃষ্ণ🙏 জয় গুৰু শংকৰ কৃষ্ণ🙏🙏🙏
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ চেয়াৰ কৰি দিব
@krishnachoudhary-b8o
@krishnachoudhary-b8o 11 ай бұрын
Krishna krishna🙏🙏🙏🙏🙏🙏🙏🙏
@niranjanboruah4164
@niranjanboruah4164 11 ай бұрын
কৃষ্ণ কৃষ্ণ
@puspadas5185
@puspadas5185 Жыл бұрын
Krishna Krishna Krishna
@punyachaliha2244
@punyachaliha2244 Жыл бұрын
Krishna
@bukandutta2581
@bukandutta2581 Жыл бұрын
কৃষ্ণ
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@ratuldutta6059
@ratuldutta6059 Жыл бұрын
Krishna Krishna Krishna
@niranjanboruah4164
@niranjanboruah4164 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@BhabaniDas-m2t
@BhabaniDas-m2t 9 ай бұрын
Krishna
@benukurmi8774
@benukurmi8774 3 ай бұрын
Krishna
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
NARAYAN KAVACH@VagowotPath-mz2iz
28:04
শ্ৰৱণ কীৰ্তন DEBOJIT NEOG
Рет қаралды 190 М.
1st Assamese Naam Prasanga VCD
1:05:07
Madhab Kalasatra
Рет қаралды 333 М.
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН