সদায় কেমেৰাৰ সন্মুখত হাহিঁ থকা লৰাজনৰো আছে অন্তৰত খুন্দা মৰা দুখ Dabu Narayan Konwar interview

  Рет қаралды 115,261

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

10 ай бұрын

sshemimahmed?ig...
✅ Guest - Dabu Narayan Konwar
Facebook -Shemim Ahmed siddiki
Twitter - Shemim Ahmed Siddiki
@ShemimSiddiki
✅any business enquiry -
shemim.ahmed2@gmail.com

Пікірлер: 400
@dabulovestory
@dabulovestory 10 ай бұрын
Thank you everyone❤
@hiramanitalukdarbarman4045
@hiramanitalukdarbarman4045 10 ай бұрын
Apunar kthakhinira pra bhur shikilo....ata ktha jnabne plz....mor lora tur 3 yr bhut bdmasi kre mor bhut khng keneke tak valdre shikab bujab parim.....plz rply db
@pareebora8963
@pareebora8963 10 ай бұрын
Dabu daa apunak tv t jetya dekhisilu mur atai itcha asil adin apunak xonmukhor pora log puar aru mur xei itchati puron hoisil 2017-19loi jetya moi cotton university pohisilu..apuni boga shirt ata pindhisil heidina aru kandhot ata beg aru apunar mukhot asil ata moromloga hahi....apuni education dept r asil ru mur logor ajoni a ahi koisil aji Amar sir ajon ahisil dabu narayan nametu...tatyahe moi bujisilu BSNL office r usrt j dekhisilu xeibbei sage j apuni moi poha University khnte kam kore ..vl lagi gol aji kothabur monot pelai ❤
@antarikadoley6598
@antarikadoley6598 10 ай бұрын
Dabu mur atikoi morom r bihekh koi hahi aaru tar mat tu❤️❤️❤️
@Jyoti_andkidooz12027
@Jyoti_andkidooz12027 10 ай бұрын
​@@hiramanitalukdarbarman4045😊😊
@debasishphukon5676
@debasishphukon5676 10 ай бұрын
@@hiramanitalukdarbarman4045 Jo
@pilygoswami9414
@pilygoswami9414 10 ай бұрын
সৰ্বপ্ৰথমে চেমিমক বহুত মৰম জনাইছোঁ ।ইমান সুন্দৰ এজন প্ৰতিভাধৰ ব্যক্তিক মাতি আনি আজিৰ দৰ্শকক বহুখিনি কথা জানিবলৈ দিয়াৰ বাবে ধন্যবাদ ।আজিৰ পৃথিৱীত ইমান অভিজ্ঞ এজন ল'ৰা হৈও ইমান চিমপুল চুলিৰ কাট ।সঁচাকৈ এনেকুৱা ধৰণৰ কথা বিলাকে বৰ্তমান প্ৰজন্মক বহু কথাই শিকাব বুলি ভাবো ।আগন্তুক দিনত আৰু বেছি আগুৱাই যোৱা তাৰেই আশা থাকিল ।❤❤❤
@bulbulboruahbora2555
@bulbulboruahbora2555 10 ай бұрын
ৰাজনীতিত নাহিবা ভাইটি তোমাক এনেকেই ভাল লাগে❤
@buliborah5758
@buliborah5758 10 ай бұрын
তোমাৰ কথাবোৰ বহুত ভাল লাগে। বহুত মৰম লগা তুমি। আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
@mamitasaikia6194
@mamitasaikia6194 10 ай бұрын
বহুত ভাল লাগিল শুনি কথাবোৰ।অশেষ ধন্যবাদ জনাইছো।
@mofidaahmed5389
@mofidaahmed5389 10 ай бұрын
খুব সুন্দৰ সাক্ষাৎকাৰ । শেষ হোৱাত মনটো বেয়াই লাগিল। শুনিয়েই থাকিম এনে লাগিছিল।ডাবু ও চেমিমলৈ অজস্ৰ মৰম ও আশীৰ্বাদ থাকিল।
@darshinibora6610
@darshinibora6610 10 ай бұрын
আগুৱাই যাওক ডাবু নাৰায়ণ কোঁৱৰ। খুব ভাল লাগে তেওঁৰ ব্যক্তিত্ব আৰু বক্তৃতা
@manibankalitanath3648
@manibankalitanath3648 10 ай бұрын
মাতটো গলগলীয়া উদাত্ত কণ্ঠ ,হাহিঁ ৰে মুখ ভৰা এই মৰমলগা সাংবাদিক জনক টিভিত যেতিয়া দেখো মনটো খুব ভাল লাগে । অন্তৰৰ পৰা শুভাশীষ ওলাই আহে আৰু আগুৱাই যোৱা । ভাল হওঁক তোমাৰ । সুন্দৰ বাৰ্তালাপ । ধন্যবাদ চেমিম 💐💐🙏
@dabulovestory
@dabulovestory 10 ай бұрын
Thank you
@dabulovestory
@dabulovestory 10 ай бұрын
Thank you
@nivakakati1645
@nivakakati1645 10 ай бұрын
Bohut dhuniaky kotha kobo jona dabu god bless you
@kushaldeka7783
@kushaldeka7783 9 ай бұрын
দাবু ভগৱানে তোমাক মঙ্গল কৰক। তোমাৰ দেউতাৰ হাঁহিটো আজিও(তামোল খাই থকা)মনত পৰি থাকে।মঙ্গলদৈৰ পৰা তোমালৈ বহুত বহুত মৰম যাচিলোঁ।❤❤❤
@prodipbora2752
@prodipbora2752 10 ай бұрын
সাক্ষাৎকাৰটো বহুত ভাল লাগিল। আগবাঢ়ি যোৱা ডাবু ভাইটি।
@sukanyachoudhury6376
@sukanyachoudhury6376 10 ай бұрын
খুব সুন্দৰ ব্যক্তিত্ব। বৰ ভাল লাগিল অনুষ্ঠানটো চাই। এনেকুৱা মানুহবোৰৰ পৰা উৎসাহ পোৱা যায় লগতে বহুত নজনা কথা জানিব পোৱা যায়। কেতিয়াবা এবাৰলৈ ১ মিনিটৰ কাৰণে হ'লেও লগ পোৱা হ'লে। 😊
@bijukonwar5787
@bijukonwar5787 10 ай бұрын
দাবুক তাকিক ৰূপত অধিক বেচি ভাল লাগে। ভবিষ্যতৰ উন্নতি হোৱা কামনা কৰিলোঁ
@banjita10
@banjita10 10 ай бұрын
Dabu Narayan hodai priyo 😍
@minakshisarmah1518
@minakshisarmah1518 10 ай бұрын
কথাবোৰ ইমান ভাল লগা।মই এসপ্তাহ মানৰ আগত সচাকৈয়ে ভাবিছিলো দাবুু নাৰায়ন কত গল নেদেখা হলো যে!ধন্যবাদ দাবু আগুৱাই যোৱা ৰাইজৰ আৰ্শীবাদ সদায় তোমাৰ লগত থাকিব ।
@gogoigubin2626
@gogoigubin2626 10 ай бұрын
ভাল লাগিছে 🌹🌹🌹🌈🌈🌻🌻🥰🥰🐦🐦🕊️🦜💎💍💍👑👑
@jayashreegohain883
@jayashreegohain883 9 ай бұрын
অতি ভাল লগা সাক্ষাাতকাৰটো। বহুত জানিবলগীয়া কথা, সচা কথা শিকিব পাৰিছো। ধন্যবাদ জনাইছো দুয়োজনকে।
@pinkiborah9297
@pinkiborah9297 9 ай бұрын
বহুত বহুত ভাল লাগি তেখেতে কথা জানিব পাৰি আৰু তেজীমলা সাধুৰ সুন্দৰ বিশ্লেষণে বহুত কথা শিকাই দিলে... বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল আপোনালোকলৈ 💞💞
@daspiglets1866
@daspiglets1866 10 ай бұрын
এনে positive interview লবলৈ try কৰিব যত মানুহে inspire হব পাৰে।ভাল লাগিল।
@soonmoni6746
@soonmoni6746 10 ай бұрын
বহুত ভাল লৰা, বহুত ভাল লাগিলে শুনি তেওঁ কথা বোৰ,❤❤❤❤great, আগুৱাই যাওক আপুনি,god bless you
@monitaterangpi6530
@monitaterangpi6530 10 ай бұрын
Bhal loga homoi. ❤❤❤pahoribo nuwara kotha bur. 👍👍👍
@barashanath1639
@barashanath1639 10 ай бұрын
Bohut besi val lagile kotha bur xuni...xosake apuni bohut besi val manuh..😊😊... thank you ba anekua video dia babe😊
@niradadas3379
@niradadas3379 10 ай бұрын
সত্য নিষ্ঠাৰে আগ বাঢ়িলে ভগৱানে সহায় কৰিব।
@minudeka1089
@minudeka1089 10 ай бұрын
সৰ্বাঙ্গীন সুন্দৰ এটি সাক্ষাৎকাৰ উপভোগ কৰিবলৈ পালো।এটি ব্যতিক্ৰমী কথন ভঙ্গীৰে প্ৰকাশ ভঙ্গী অতি মনোগ্ৰাহী হৈছে
@mamonidevi617
@mamonidevi617 10 ай бұрын
Ahmed baidew aapunak dhyanobad jonaichu eman moromloga lora ajonor logot chinaki kora karone bohut bhal lagil
@theracer7867
@theracer7867 10 ай бұрын
আপুনি মোৰ প্ৰিয় ব্যক্তিত্ব ডাবু দা।আপোনাক এদিনৰ বাবে হ'লেও লগ পোৱাতো মোৰ সৌভাগ্য।মাছ, মাংস নোখোৱা ল'ৰা জনে আমাৰ মাৰ হাতৰ আচাৰ খাইখ খুব ভাল পাইছি সেই দিনা। যোৰহাট ৰ পৰা বহুত মৰম আৰু শ্রদ্ধা আপোনালৈ। মৰমেৰে- চুম্পি কলিতা (ৰূপজ্যোতি ৰ ভনী)
@anjaliborah4614
@anjaliborah4614 10 ай бұрын
দাবুক প্ৰথমৰ পৰাই ভাল লাগে বৰ মৰম লগা লৰা ।আজি কথাবোৰে আপ্লুত কৰিলে মোক, খুউৱ যত্ন কৰা এনেকৈয়ে থাকিবলৈ
@nirajphukon1923
@nirajphukon1923 10 ай бұрын
কথাৰ প্ৰকাশভঙ্গীতে গম পোৱা যায় যে শান্ত-শিষ্ট, সুস্থ-পুষ্ট, গহীন-গম্ভীৰ, বহু অভিজ্ঞতাৰে অভিজ্ঞ স্পষ্টবাদী এজন জ্ঞানী ব্যক্তি। বহু কথা শিকিলোঁ। শুনিলে শুনি থাকিবলৈ মন যায় কথাবোৰ। তিনিবাৰ চালোঁ। দুয়োৰে সু-স্বাস্থ্য কামনা কৰিলোঁ।
@dabulovestory
@dabulovestory 10 ай бұрын
ধন্যবাদ
@nitumoniboro1646
@nitumoniboro1646 9 ай бұрын
Eman dhuniya comment❤❤
@sankarjyotibaruah9865
@sankarjyotibaruah9865 10 ай бұрын
তোমাৰ চিন্তা ধাৰণা বোৰ শুনি ভাল লাগিলে, ভগৱান ৰ ওচৰত চাকি জ্বলাই ছো, তোমাৰ আশা বিলাক পূৰণ হক, সকলো মানুহৰ মন, চিন্তা,কাম , এনে হোৱা হ'লে পৃথিৱী খন সুন্দৰ হৈ পৰিল হেতেন। কিন্তু বেয়া লাগে কিছুমান বাতৰি শুনি লে ,এজাক মানুহ কোনটো দিশত আগবাঢ়ি গৈছে কব পৰা নাই এনেকুৱা লাগে যেন পৃথিৱীত ভগৱান নাই নিচিনা লাগে । তুমি আগবাঢ়ি যোৱা এনেকুৱা মানুহ ক জ্ঞান দি পৃথিৱীখন সুন্দৰ কৰা।
@zubeenbandanagarg1677
@zubeenbandanagarg1677 10 ай бұрын
কথাবোৰ ইমান মৰম লগা কৈ কৈছে বহুত ভাল লাগিছে দাদা ❤
@HemchandraSonowal-jr6yc
@HemchandraSonowal-jr6yc 10 ай бұрын
ডাবু্ তোমাৰ বাতৰি ‌পৰিবেশণ খুউব ভাল লাগে জানা‌ ।
@tutukathar8685
@tutukathar8685 9 ай бұрын
আপোনাৰ কথা বুৰ সুনি থাকিবই মন যায়
@deepaphukan1251
@deepaphukan1251 10 ай бұрын
বহুত বহুত ভাল লাগিল তেখেতৰ কথা বোৰ..বহুত শিকিব লগিয়া কথা কলে😊🙏
@kobitakalita8308
@kobitakalita8308 10 ай бұрын
Bohut vl lagil video ti Sai aor protitu kathai anttar sui jai tv t diya show bur bohut basar agar para a Sao teo vl Kam kori goi ase aru aguwai jaok unnatir hikharaloi akdam hasa anttar r manuh khati ahamiya manuh 👍🏻👌 apunaloi o bohut bohut dhanyawad hakhyatkarti amr agar dangi dhara babe🙏🏻🙏🏻🙂❤️❤️❤️
@hiranyarajkhowa4119
@hiranyarajkhowa4119 10 ай бұрын
Unique and ultimate story. My favourite debator in Assam. We're proud of you Dabu Narayan. Always be positive and happiness
@DhrubalataBarman-wv5yp
@DhrubalataBarman-wv5yp 8 ай бұрын
Dabu da aponar kothabor mor babe jiyay thokar prerona. aponak adin kashor pora log pale hoito ru bht gyan lav kribo parilo hoi. apuni hosakoiye bht vl manuh. kboloi aru ako a vasha ny..... apunar ktha bore bht r jiwan rongin kri tulibo...❤❤amak emn vl ktha koa babe emn vl vl gyan diya babe bht bht dhanyabad🙏
@user-on4ok2jj6k
@user-on4ok2jj6k 10 ай бұрын
ভাল লাগিল চাই। তেওঁৰ অভিজ্ঞতাৰ পৰা আমি বহুত কথা শিকিব পাৰো। আৰু আগবাঢ়ি যাওঁক আপুনি।
@dipalibaishya5255
@dipalibaishya5255 10 ай бұрын
সচা কথা৷খুব ভাল লাগিল৷দাবুৰ লগতে তোমালৈ মৰম থাকিল৷
@kamalkumaribaruah9869
@kamalkumaribaruah9869 9 ай бұрын
অনুষ্ঠানটি ভাল লাগিল, দুয়োগৰাকীলৈ শুভেচ্ছা থাকিল।সৰুকালিৰ ডাবুলৈ মনত পৰি গ'ল,শুভ কামনা থাকিল ডাবুলৈ
@MaikonAaita
@MaikonAaita 10 ай бұрын
চেমিমৰ ইন্টাৰভিওত তোমাক প্ৰথম দেখিছোঁ । এতিয়া মোৰ এনে লাগে কেৱল তোমাৰ অৰ্থপূৰ্ণ বাক্যবোৰে কাণত বাজি থাকে । তুমি বহু আগুৱাই যোৱা মানুহক মন জয় কৰিব পৰা এজন ব্যক্তি । তুমি যি কৰিব বিচৰা তাকেই কৰিব পাৰিবা সকলোৱে দৃঢ় বিশ্বাস তোমাৰ ওপৰত ।
@marybegum3852
@marybegum3852 10 ай бұрын
সুন্দৰ মনৰ অনুভব ।
@shazarika1184
@shazarika1184 10 ай бұрын
God bless you Apuner kotha bur bohut vl lage ✌✌✌
@anjalihazarika6383
@anjalihazarika6383 10 ай бұрын
Dabu তোমাক বহুত ভাল লাগে বহুত আগৰ পৰাই জানো তোমাক
@sivashaktiautomobiles1382
@sivashaktiautomobiles1382 10 ай бұрын
বহু সুন্দৰ অনুভৱ।
@miminathnaskar
@miminathnaskar 10 ай бұрын
Bhal lagil video to sai...😊❤ #kolkata
@riturajkalita2767
@riturajkalita2767 10 ай бұрын
বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট,নিৰ্ভীক, স্পষ্টবাদী ,সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী দেবু নাৰায়ণ কোঁৱৰ। খুব ভাল লাগে তেখেতৰ বাতৰি ,কবিতাবোৰ শুনি। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@hiramanitalukdarbarman4045
@hiramanitalukdarbarman4045 10 ай бұрын
Val lga manuhjn....xosake kthakini bhut val lage
@minatibaruah3936
@minatibaruah3936 10 ай бұрын
বহুত ভাল লাগিল আপোনাৰ কথা শুনি
@user-qm8oq7qy3v
@user-qm8oq7qy3v 8 ай бұрын
ডেবূ নাৰায়ন তোমাৰ কথা খিনি শুনি বহুত বহুত ভাল লাগিছে নজনা কথা জানিব পাৰিছো আগলৈ আগুৱাই যোৱা ভগৱানে তোমাক মঙ্গল কৰক তোমাৰ কথা শুনি বৰ বাবে আশা কৰি থাকো
@reemaborthakur1490
@reemaborthakur1490 10 ай бұрын
সুন্দৰ। তেজীমলা ৰ সাধুটোৰ বিশ্লেষণ অতি সুন্দৰ।
@satyabotisaikia1080
@satyabotisaikia1080 9 ай бұрын
Deri koi holeu saisu.... Imn besi vl lgise j comment2 nilikha k nuwarilu..... Asolte anekuwa manuh r pora bohut khini ktha janibo pari....... Imn besi vl lgil tq shemim ba dada k motar karone ❤❤🙏
@kalpanabora788
@kalpanabora788 10 ай бұрын
Bhut bhal lagil kothabur xuni thakibo mon Jai best episode
@Just_villagethings
@Just_villagethings 8 ай бұрын
ভাল লাগিল প্ৰথমবাৰৰ বাবে দাদাজনৰ বিষয়ে জানিবলৈ পালোঁ । আপোনাৰ জীৱনৰ অভিজ্ঞতা বোৰ লগতে তেজিমলাৰ কাহিনী টোৰ যি অৰ্থ আপুনি বুজাই দিলে তাৰ পৰাও বহু কথা শিকিলোঁ ।
@user-yh1jr5vr8b
@user-yh1jr5vr8b 9 ай бұрын
Debu tumak Mur vaite nisina vabu tumi bohut val aru val hua axirbad korisu aru agbahi jua
@UjjalHazarika-hg6oz
@UjjalHazarika-hg6oz 10 ай бұрын
আপোনাক ৰাজনীতি ত লাগে অসমৰ ৰাজনীতিত আপোনাক প্ৰয়োজন।
@tilutammaborah6620
@tilutammaborah6620 10 ай бұрын
ইম্মান অ কৃটিম ভাৱে কথা কৈছে বৰ ভাল লাগিল 🙏🙏
@sitapatir1144
@sitapatir1144 10 ай бұрын
Dabuৰ কথা শুনি ভাল লাগিল
@puspanjaligogoi1418
@puspanjaligogoi1418 10 ай бұрын
কমেন্ট কৰিবলৈ ভাষা আৰু শব্দ নাই ইমান এটা সুন্দৰ episode শুনি বহুত বহুত ভাল লাগিল❤❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 10 ай бұрын
Unique and always evergreen young debator and youth reporter. God bless to you. 🎉❤
@pabandas5362
@pabandas5362 10 ай бұрын
bohut val lagil ajiloi jiman episode salu ajirtu best episode❤❤❤
@kakudas3887
@kakudas3887 10 ай бұрын
গৌৰব কি নাজানে অহংকাৰ কি নজনা লৰা জন ভগবান তুল্য এই Dadu নাৰায়ন ৷তোমাৰ মাজত সচায় প্ৰভু নাৰায়ন বিৰাজ মান ৷ তোমাক বহু সৰুৰ পৰাই মিদিয়াত দেখিছো ৷ বৰ মৰম লাগে ৷ তুমি ও এজন অনুপম চক্ৰৱৰ্তী আৰু নিতুমনি শইকীয়া ৰ দৰে এজন বিশেষ ব্যক্তি ৷ আশিস থাকিল তোমালৈ ৷ আগুৱাই জোৱা আজিৰ প্ৰজন্মক আগুৱাই নিবা বুলি আশা ৰাখিলো ৷
@bijayasarma9774
@bijayasarma9774 10 ай бұрын
সচাকৈয়ে বহুত ভাল লাগিল❤❤❤
@sandhyaborsaikia1750
@sandhyaborsaikia1750 10 ай бұрын
Bohutar val loga ajon Dabu Konwar. ❤❤❤
@dr.prabinsaikia5153
@dr.prabinsaikia5153 10 ай бұрын
Dabu তোমাৰ উচ্চস্তৰীয় চিন্তা, শৈল্পিক ভাৱনা আৰু ভাষাৰ চাতুৰ্য বোৰ দেখি বৰ ভাল লাগে । তোমালৈ মোৰ হিয়াভৰা ‌আশীৰ্বাদ দিলোঁ । তোমাৰ সকলো শুভ আকাংক্ষা সফল হওক ।
@user-sr1et7kc4v
@user-sr1et7kc4v 10 ай бұрын
Shemim r majitor Kapur poridhan mur bor bhal lage
@jitenkonwar3091
@jitenkonwar3091 10 ай бұрын
সুন্দৰ অনুষ্ঠান । ভাল লাগিল বহুত।
@munubordoloi3764
@munubordoloi3764 10 ай бұрын
ক্ষুব ভাল লাগিল🥰🥰🙏ভিডিওটো চাই। আপোনাৰ মাতটো ক্ষুব ধুনীয়া দাদা 🙏
@ayanadvik
@ayanadvik 10 ай бұрын
বহুত বেছি ভাল লাগিল..বহুতকথা শিকিলো❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 10 ай бұрын
Bohut dukh lagile. Heart touching story hoi 🎉. Rest in peace and her eternal soul lives in peace. God bless you Dabu Narayan. God ahead way to your journey. All the best wishes to you and your happy family.❤🎉❤🎉❤
@jaminidas2584
@jaminidas2584 10 ай бұрын
Bahut val lagise .God bless you .
@shimantagogoi7739
@shimantagogoi7739 10 ай бұрын
Hosai bht val lagil kothabur huni ...ru aaguaiwai jauk apuni ..
@padmabora7538
@padmabora7538 10 ай бұрын
Bahut val lagil kothabur xuni...iman dhunia koi kothabur koi xuni thakile amoni nalage.❤❤ajir episode Tu xosakoi best 👍👍👍.. .. Aguai jaok apuni..
@manjubarman1855
@manjubarman1855 10 ай бұрын
বহুত ভাল লাগে ডাবুক।
@piyankichetia8696
@piyankichetia8696 10 ай бұрын
Bhut besi vl lagi ru bhut hikilu ❤❤❤❤❤❤
@sazidalam0078
@sazidalam0078 10 ай бұрын
Amar Darrangor lora bahut smart dei❤❤❤
@anuprajbonshi4173
@anuprajbonshi4173 10 ай бұрын
বহুত কথাই শিকিলো . ভাল লাগিল
@mamoniborguhai7896
@mamoniborguhai7896 10 ай бұрын
Bohut bohut bhal lagil ,,God bless you ,,
@rajitasaikiabharali6163
@rajitasaikiabharali6163 9 ай бұрын
Sangbadik janor kotha bur huni bohut bohut val lagil aguai jowa
@gsggamingcobra8145
@gsggamingcobra8145 10 ай бұрын
Dabu daa apuni bohut vl ajon manuh ❤ apuni vle thakok hahe thakok ❤️
@mridulaboruah9496
@mridulaboruah9496 10 ай бұрын
অতি সুন্দৰ
@rinkigogoi7455
@rinkigogoi7455 10 ай бұрын
❤❤❤ ইচ ৰাম কথা বোৰ মোৰ লগত মিলে,মই টো এবাৰ একদম ৩পাইছিলো,ঘৰত যি কেইটা পিতন পৰিছিল নহয়,আজিও পাহৰিবলৈ নোৱাৰি
@biswajyotiarandhara9402
@biswajyotiarandhara9402 10 ай бұрын
একো এটা নিলিখি থাকিব নোৱাৰিলোঁ ,দাবো দা সঁচাকৈয়ে মহান ব্যক্তি আদৰ্শবান ,সৎ সাহসী আৰু প্ৰতিভাবান যুৱক ,,তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনীও গম পালোঁ দেউতাকৰ কথা জানি মোৰ চকুৰ পানী বৈ আহিল 😭 সঁচাকৈয়ে মুঠতে বহুত ভাল লাগিল বহুত নজনা কথা শিকিব জানিব আৰু বুজিব পাৰিলোঁ তাৰ কাৰণে চেমিম বা আপোনালৈও কৃতজ্ঞতা জনালোঁ ,,দুয়ো নিজৰ নিজৰ স্থানত আগুৱাই যাওঁক তাৰে কামনা আৰু শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা আৰু শিৱসাগৰ গেলেকীৰ পৰা অশেষ মৰম যাছিলোঁ দুয়োলৈকে 🥰❤️🤗🎉
@aishwaryal.sharmathakur8656
@aishwaryal.sharmathakur8656 10 ай бұрын
হয় চেমিম তুমি থিকেই কৈছা তোমাৰ এই episode টো best episode 👍👍👍👍
@axomiyaff3919
@axomiyaff3919 10 ай бұрын
Bidhasrom ghulim buli vabatu bahut val kotha dabuk vogobane bahut bahut val koruk
@anamikabhatta8682
@anamikabhatta8682 10 ай бұрын
Apunar pratidin time r prgrm2 ami xodai saislu tetiya sage degree phri asilu..apunar pora je kiman xikibo prisu ki kom...apunar kotha botora khini iman sahaj saral xosake bht val lage..aru agbrhi jwk dada..apunar dirghayu kamona korilu..
@chemiarabegum4851
@chemiarabegum4851 10 ай бұрын
Khub vl lgil ajir episode2.. dabu Dak kharure pora dekhi ahisu khub vl lage kthabur... Aji akow dekhilo bahut dinr pist.. mi KZbin r video bahut Sao bt knu din kno videot cmnt nkro aji nkri noarilo episode2 khub besi vl lgil..
@hohoho7592
@hohoho7592 10 ай бұрын
বহুত ভাল লাগিল আজি মোৰ।👍👍
@lambodarkataki6398
@lambodarkataki6398 9 ай бұрын
ধন্যবাদ ।প্ৰগ্ৰেম টো বৰ ভাল লাগিল ।।
@ranjitahazarika2140
@ranjitahazarika2140 10 ай бұрын
Emman dhuniakoi kotha kobo jane bor vl lagil kothakhini bor morom logakoi koi dei God bless you
@sandhyasikhadasgogoi9778
@sandhyasikhadasgogoi9778 10 ай бұрын
Bahut morom aru vl lage dabu tmk❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 10 ай бұрын
Unique hoi Dabu Narayan r interview 2 .. Bohut bohut xuvokamona jonaloo.
@nirusaikia3161
@nirusaikia3161 10 ай бұрын
Belatedly congratulate you for startling success in debate in National level. Being a successful debater You should actively participate in politics for the interest of the weaker section of the society, So that you can articulate the problem in the parliament. Not a single politicians from assam can do that so far. Our long pending demand such as flood problem, NRC, right on land and resources still remain unaddressed.
@jintidas7282
@jintidas7282 10 ай бұрын
দাদা তুমি আগোৱাই যোৱা তোমাৰ হাহিটো বহুত ভাল লাগে।
@gitumonidevi8077
@gitumonidevi8077 10 ай бұрын
Sadai sao,kintu aji ,bht besi bhal lagil,iman xonkale xekh hol,aru Jen alop dighol hol hoi enekuwa lagise,xunile xuni thakibo mon goise Dabu dar kotha bur
@AnamikaBarman-cn9gi
@AnamikaBarman-cn9gi 10 ай бұрын
কথাবোৰ শুনি বহুত ভাল লাগিল
@bobymirza2158
@bobymirza2158 10 ай бұрын
♥️♥️♥️♥️♥️
@JagatDas-oz3so
@JagatDas-oz3so 10 ай бұрын
Thank u Dabu, Good bless you.
@manobgogoi5724
@manobgogoi5724 10 ай бұрын
Thank s 4 ur interview..... 🙏🙏🙏🙏
@Bitishnaboruah-hf7oz
@Bitishnaboruah-hf7oz 10 ай бұрын
Bohut vll lage dabu da🥰🥰
@sumibora4949
@sumibora4949 8 ай бұрын
Xosakoi tauk bhut vl Lage Taur protitu kotha t J Kiba ATA bisari puwa jai ..vl lagil Samim Tumr interview tauk aji dekhi ❤
@narayantalukdar6485
@narayantalukdar6485 10 ай бұрын
So good interview .
@promiladevi5406
@promiladevi5406 10 ай бұрын
Thank u bhut val lagil
@arunsaloi209
@arunsaloi209 10 ай бұрын
আগলৈকে শুভেচ্ছা থাকিল।
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 39 МЛН
🤔Какой Орган самый длинный ? #shorts
00:42
Double Stacked Pizza @Lionfield @ChefRush
00:33
albert_cancook
Рет қаралды 78 МЛН
貓媽媽🆚爆米花🌽🥷🍿 #aicat #shorts #cute
0:33
Cat Cat Cat
Рет қаралды 16 МЛН
😱ВСЕМ БЫ ТАКИЕ СТАЛЬНЫЕ НЕРВЫ
0:18
MEXANIK_CHANNEL
Рет қаралды 8 МЛН
😹😹😹
0:19
Татьяна Дука
Рет қаралды 18 МЛН
LEVITATING MAGIC REVEALED 😱😳
0:18
Milaad K
Рет қаралды 14 МЛН
Нажимай выше ☝️☝️☝️ #а4 #глент #риви #viral
0:25
Как меняются люди
Рет қаралды 4,3 МЛН