No video

থাকে তেওঁ কলকাতাত... কলকাতাৰ অলিয়ে-গলিয়ে আজিও তেওঁ গায় সুধাকণ্ঠৰ গান

  Рет қаралды 145,557

NKTV PLUS

NKTV PLUS

Жыл бұрын

😍 থাকে কলকাতাত, তেওঁ ভূপেন কণ্ঠৰ প্ৰেমিক
😍 কলকাতাৰ অলিয়ে-গলিয়ে আজিও গায় সুধাকণ্ঠৰ গান

Пікірлер: 179
@roufraees8623
@roufraees8623 Жыл бұрын
বহুদিনৰ পাছত ভূপেন দাৰ দৰে প্ৰায় একে কন্ঠ এটি শুনি আপ্লুত হলো।
@basisthaacharya6590
@basisthaacharya6590 Жыл бұрын
পৰ্দাৰ আৰৰ ভূপেন দা। তেখেতৰ এই চৰ্চাই বৃস্তিতি লাভ কৰক। তেওঁলৈ বহুত বহুত ধন্যবাদ জনালো। 👏👏👏।
@DeVheart108
@DeVheart108 Жыл бұрын
সঁচাই.... ভূপেন হাজৰিকা দেৱৰ দৰে লাগিল দেখোন ! এতিয়াও আমাৰ মাজত ভূপেন হাজৰিকা থকা যেন লাগিছে
@Jitenvlogs353
@Jitenvlogs353 Жыл бұрын
কি ক'ম ভাষা নাই।কোনো বহী বা কিতাপ নোছোৱাকৈ সম্পূৰ্ণ শুদ্ধকৈ গোৱা এয়া ভূপেন হাজৰীকা দেৱ পুনৰ জন্ম।মহান শিল্পি জনালৈ শ্ৰদ্ধা নিবেদিছোঁ।
@manujsaikia6908
@manujsaikia6908 Жыл бұрын
অতি সুন্দৰ , নিখুঁত শব্দ উচ্চাৰণ আৰু ভূপেন দাৰ অৱিকল 🙏🙏🙏🙏 । আজি লৈকে যিমান শুনিছোঁ ভূপেন দাৰ সুৰত গান গোৱা , এওঁ শ্ৰেষ্ঠ 👌👌👌 ।
@jnvlogs2821
@jnvlogs2821 Жыл бұрын
বহুত ভাল লাগিল। তেখেতক লৈ দীঘলীয়া অনুষ্ঠান কৰিব লাগে । পাৰিলে এটা সন্মান দিয়াৰ ব্যৱস্থা কৰিব লাগে ।
@intorceartor8494
@intorceartor8494 Жыл бұрын
Right
@jayantanath2011
@jayantanath2011 Жыл бұрын
অতি উচিত প্ৰস্তাব!
@durgamohanbaishya4534
@durgamohanbaishya4534 Жыл бұрын
অতি সুন্দৰ কন্ঠ, উন্নতি হওঁক তেওঁৰ
@boza6905
@boza6905 Жыл бұрын
বৰ সুন্দৰকৈ গান বোৰ গাইছছেঁ চকু মুদি শুনিলে ভূপেন মামা দৰে একে লাগিছেঁ
@kushalsaikia1214
@kushalsaikia1214 Жыл бұрын
আচৰিত, কি expression. বহুত ভাল লাগিল ।।
@robinchangmai9312
@robinchangmai9312 Жыл бұрын
কি কম এনে সুন্দৰ কন্ঠৰ গৰাকী, তাৰ মানে বুজিব পাৰি প্ৰয়াত ভূপেন হাজৰিকাৰ কণ্ঠ এই সুন্দৰ ভাৰতত এতিয়াও জীৱিত আছে । এখেতক বহুত বহুত ধন্যবাদ জনালো ।
@crazygamer4661
@crazygamer4661 Жыл бұрын
সুধাকনঠৰ মৃত্যু হোৱা নাই😊🚌 তেওঁ অমৰ 🍊তেওঁ আকৌ🌨🌨 আহিছে আহিয়ে থাকিব 🍎🍎🍎🍎🍏🍏🍏🍏🍏🍏🍏
@allassamesemusicmix1425
@allassamesemusicmix1425 Жыл бұрын
শুনি থাকিবলৈ মন গৈ থাকিল। ধুনীয়া এক সমুহৰ অনুদিত ৰূপ আজি পৰ্যন্ত আপুনি সৃষ্টি কৰিলে । শুনি বহুত ভাল লাগিল ধন্যবাদ।
@shyammahanta7317
@shyammahanta7317 Жыл бұрын
দ্বিতীয় ভূপেন হাজৰিকা |👍👍🙏🙏
@sanjibbora1789
@sanjibbora1789 Жыл бұрын
এই প্ৰতিভাৰ গৰাকী হে শিল্পী যেন অনুমান হয়।
@gahinboro419
@gahinboro419 Жыл бұрын
ভুপেনদাৰ এইবোৰ গান শুনিলে লগে লগে মোৰ দুচুকুৰ পানী নিজে কব নোাৰাকৈ হৰ হৰাই ওলাই আহে আৰু বেছিি সময়লৈকে চাব আৰু শুনিব নোৱাৰো । ক্ষমা কৰিব দেই । আমাৰ বিশ্বাস আছে আমাৰ ভুপেনদা এই পৃথীৱীত চিৰ কালৰ বাবে অমৰ হৈ আছে । নমস্কাৰ ।
@padminikonwar34
@padminikonwar34 Жыл бұрын
অতি আচৰিত ধৰণে ভূপেন দাৰ দৰেই কণ্ঠ পাইছে তেখেতে । বৰ ভাল লাগিল ।
@imdadali9519
@imdadali9519 Жыл бұрын
ভাল লাগিল।আপুনি আৰু আগুৱাই যাওক।
@ratulbhattacharyya4802
@ratulbhattacharyya4802 Жыл бұрын
অতি সুন্দৰ কণ্ঠস্বৰ। ভূপেনদাই গোৱা যেন লাগিল। তেখেতৰ উন্নতি কামনা কৰিলোঁ।
@tukurajkhowa9348
@tukurajkhowa9348 Жыл бұрын
চকু মুদি শুনিলে ভূপেন দাৰ নিচিনা লাগিছে শুনিবলে...বৰ সুন্দৰ
@rajusarma9691
@rajusarma9691 Жыл бұрын
বহুত ভাল লাগিল !Long live him. Salute.
@sumangupta9766
@sumangupta9766 Жыл бұрын
Same voice!
@madhusmritabaruahbarbora7493
@madhusmritabaruahbarbora7493 Жыл бұрын
বহুতকে ভূপেন হাজৰিকা দেৱৰ গীত গোৱা শুনিছোঁ। বেছি ভাগেই কন্ঠস্বৰ একে কৰাৰ চেষ্টা কৰে। আপোনাৰ গীতত সচাকৈ ভূপেনদাৰ আবেগ নিগৰি পৰিছে। 🙏🙏🙏💐💐💐
@suryakumarrajbongshi7772
@suryakumarrajbongshi7772 Жыл бұрын
ভূপেন দালৈ মনত পৰি গ'ল....
@dekavideos6404
@dekavideos6404 Жыл бұрын
Hilak bhupen daar nisina 🥰.. thumbnail dekhie video tu entry mari dilu🤗😍
@dhanmoninath3332
@dhanmoninath3332 Жыл бұрын
ভূপেন দাৰ আজি জন্মদিনৰ দিনা শুনি ভাল লাগিল🙏🙏🙏আৰু কাৰ কাৰ ভাল লাগিল👍👍কৰা
@bishwatalukdar2354
@bishwatalukdar2354 Жыл бұрын
Bohut dhunia lagil. Pure resemblence ❤️❤️
@dhirendeka04
@dhirendeka04 Жыл бұрын
সুন্দৰ কণ্ঠ সুন্দৰ ব'ডি লেংগুৱেজ । পিচে কেইটা মান শব্দ উচ্চাৰণত কৰাত বিকৃত হৈছে ।
@durgamohanbaishya4534
@durgamohanbaishya4534 Жыл бұрын
শব্দ কেইটা কৈ দিলে তেওঁ শুধৰাই লব পাৰিব, বেয়া নাপাব
@dhirendeka04
@dhirendeka04 Жыл бұрын
@@durgamohanbaishya4534 ধ্যানটো-ধেন বৈশিষ্টটো-বৈচিষ্ট জাগকটো-জাগুগ মহাপ্ৰাণটো- মাহাপ্ৰাণ অনন্যটো- আগন্য গাইছে ।
@bijitdutta891
@bijitdutta891 2 ай бұрын
😅
@rajibgohain1476
@rajibgohain1476 Жыл бұрын
Wow! Lovely resemble. God gifted.
@pranitaphukan9197
@pranitaphukan9197 Жыл бұрын
Iman Sundar kantha kaboloi bhakha nai Jen bhupen dai gaise
@brajendradas1077
@brajendradas1077 Жыл бұрын
অতিকৈ ভাল লাগিলে আপুনাৰ কন্ঠত ভূপেনদাৰ গানশুনি।
@assamboy_chintu9940
@assamboy_chintu9940 Жыл бұрын
Bhupen Hazarika Dev'oloi Monot pori Gol. What a resemblance of his voice.
@amaragarwala7474
@amaragarwala7474 Жыл бұрын
সচাকৈ বহুত ।ভাল লাগিল। ।
@arunavburagohain1687
@arunavburagohain1687 Жыл бұрын
শিল্পী তুমি অনন্য
@hemontaborah241
@hemontaborah241 Жыл бұрын
Love form nagaon ❤️
@prankuldutta1636
@prankuldutta1636 Жыл бұрын
Really....what a resemblance....salute to you Sir....especially when he touches the notes of Ganga amar Maa...uff
@singerkumarsanjib5885
@singerkumarsanjib5885 Жыл бұрын
Awesome dada🙏
@manuranjandutta4804
@manuranjandutta4804 Жыл бұрын
সুন্দৰ হৈছে।
@gungundeka6414
@gungundeka6414 16 күн бұрын
Mithun da mon xanti kori dila ..🙏🙏 Dhanyabad ❤❤
@monsomdutta9661
@monsomdutta9661 Жыл бұрын
A real legend as bhupen da.
@kanikathakuria4613
@kanikathakuria4613 Жыл бұрын
আপোনাৰ দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰিলোঁ
@Bhabeshborboruah123
@Bhabeshborboruah123 Жыл бұрын
হুবহু ড° ভূপেন হাজৰিকাদেৱৰ কণ্ঠ ।
@janardanbora3440
@janardanbora3440 Жыл бұрын
সঁচাই ভগৱানে এওঁক ভূপেন দা ৰূপত পঠাই দিলে চাগে 🙏🙏🙏🙏
@bebybhuyan7807
@bebybhuyan7807 Жыл бұрын
Bohut dhuniya hoise 🙏🙏
@gagannath5633
@gagannath5633 Жыл бұрын
NICE.same to same Bhupen mama voice
@kaushikdeka1873
@kaushikdeka1873 Жыл бұрын
আচৰিত দেই ❤️❤️
@mouchumibaruah9486
@mouchumibaruah9486 Жыл бұрын
সচাঁকৈ কি সুন্দৰ কন্ঠ সাইলাখ ভূপেন দাৰ নিচিনা ।
@crazygamer4661
@crazygamer4661 Жыл бұрын
একেটা গানকে সদায় পৰিবেশন কৰি থাকে😊😊😊😊 কোনে শুনিব 🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤
@k_____das___4792
@k_____das___4792 Жыл бұрын
Sosakoi apunar gaane aplut korise❤️❤️🙏🙏🙏...apuna sohosro pronam dangoriya❤️🙏🙏🙏
@manikuddinsk1254
@manikuddinsk1254 Жыл бұрын
অনেক সুন্দর লাগিল
@mrinmoybora6175
@mrinmoybora6175 Жыл бұрын
Wow wow wow ...Made my Day ... 😍
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM Жыл бұрын
What a voice ,same bhupen hazarika mama
@NNG-SINGER
@NNG-SINGER Жыл бұрын
Dhunia
@user-jr1oe9tg2p
@user-jr1oe9tg2p Жыл бұрын
আকৌ সুধাকন্ঠ ভূপেনদাই যে গাইছে।
@AmorJyoti45
@AmorJyoti45 Жыл бұрын
Same to same keep it up 🥰👍👍👍
@Mrinal20675
@Mrinal20675 Жыл бұрын
সুন্দৰ কন্ঠ
@Ride384
@Ride384 Жыл бұрын
❤️ Bhupen Hazarika Zindabaad 🤘
@jyotismanhazarika3524
@jyotismanhazarika3524 Жыл бұрын
same to same to voice .. unbeliveable
@manshideka9102
@manshideka9102 Жыл бұрын
😲😲wwwow sem2 sem gaise
@archanabhowal3597
@archanabhowal3597 Жыл бұрын
গান শুনি খুব ভাল লাগিল
@pranabpaul2933
@pranabpaul2933 Жыл бұрын
Same Bhupen Da, best voice that
@nitirajkhowa6521
@nitirajkhowa6521 Жыл бұрын
বৰ সুন্দৰ কণ্ঠ ।বা বা🙏🙏🙏
@altafhussain3251
@altafhussain3251 Жыл бұрын
বঢ়িয়া। ভূপেন দাই গাই থকা যেন লাগে চকু মুদি শুনিলে
@pandagaming3497
@pandagaming3497 Жыл бұрын
uffff heart become stop 😭❤️
@amanroxz1177
@amanroxz1177 Жыл бұрын
অতি সুন্দৰ।
@surjyabiswas3661
@surjyabiswas3661 Жыл бұрын
I love bhupen dar song
@Story_creators.
@Story_creators. Ай бұрын
আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ❤❤ এনেকৈয়ে আমাৰ মাজত ভূপেন ছাৰৰ অনূৰুপ হৈ তেখেতৰ কালজয়ী গীত বোৰ শুণাই থাকক ❤❤
@ajaybhuyan9875
@ajaybhuyan9875 Жыл бұрын
Amazing ❣️
@poemandsongassam8959
@poemandsongassam8959 Жыл бұрын
অতি সুন্দৰ 👌👌
@AKSCREATION
@AKSCREATION Жыл бұрын
ভূপেন হাজৰিকা দেৱক অন্তৰৰ পৰা বহুত শ্ৰদ্ধা কৰোঁ। আজি এটা কথা ক'ব মন গৈছে- অসমত অসমীয়াসকলে (কিছুসংখ্যক) বঙালী সকলক সদায় এটা হিংসাত্মক/আক্ৰমণাত্মক ভাবে ব্যৱহাৰ কৰে, বঙালীয়ে ভাষা সংস্কৃতি নষ্ট কৰিব বুলি মানসিক অত্যাচাৰৰ কৰা হয় আৰু চাওক অসমৰ নহয় কলিকতাৰ পৰা আহি এজন বঙালীয়ে কিদৰে ভূপেন হাজৰিকাক জীয়াই ৰাখিছে আৰু তেওঁক জীয়াই ৰখা মানে অসমীয়া সংস্কৃতিক জীয়াই ৰখা। কিন্তু অসমত কেইজন আছে যিয়ে অন্য ভাষিক গোষ্ঠীৰ সংস্কৃতিক ৰক্ষা কৰিছে। সংস্কৃতিৰ মিলন হ'ব লাগে তেতিয়াহে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ম। কিবা ভুল হ'লে অসমীয়া ভাষাত গালি নিদিব ভালদৰে বুজাই ক'ব
@rommenrajj6953
@rommenrajj6953 Жыл бұрын
Nice voice ...
@janardanbora3440
@janardanbora3440 Жыл бұрын
অতি সুন্দৰ
@chandanhazarika7006
@chandanhazarika7006 Жыл бұрын
Val lagil
@nayanchandranath8008
@nayanchandranath8008 Жыл бұрын
Nice voice. God bless you
@Abinash935
@Abinash935 Жыл бұрын
Beautiful voice Dada
@neelvlogs5143
@neelvlogs5143 Жыл бұрын
His Voice is really like Bhupen Da's Voice
@realboy574
@realboy574 Жыл бұрын
অসাধারন দাদা
@sumangupta9766
@sumangupta9766 Жыл бұрын
Oof the turn! Ganga amar/ mur maa! Great! Same; bhupenda!
@himanshuvlog1101
@himanshuvlog1101 Жыл бұрын
Omg.. Replica of Dr Bhupen Hazarika voice
@apurbahazarika3512
@apurbahazarika3512 Жыл бұрын
ডাঙৰীয়া আপোনাৰ গানে আপ্লুত কৰিলে..... |
@k.m.education9692
@k.m.education9692 Жыл бұрын
❤️waw ! how is it possible?❤️🥰
@fishingfunnylife
@fishingfunnylife Жыл бұрын
😍😍😍Joy Bhupendra Sangeet
@parameshdutta4216
@parameshdutta4216 Жыл бұрын
Wonderful....
@saidulhaque9723
@saidulhaque9723 Жыл бұрын
Rly mind blowing
@b.kalita1381
@b.kalita1381 Жыл бұрын
Kobole bhakha nai bahut dhuniya gaise
@gungundeka6414
@gungundeka6414 3 ай бұрын
Love you from Mumbai
@anjanakalita6267
@anjanakalita6267 Жыл бұрын
No word🎙️🙏🙏🙏💖💖💖💖💖💖
@NDASBYKAKI
@NDASBYKAKI Жыл бұрын
Xsai bhut Val lgil dai.full episode to diba sun
@mridulkumarborah4181
@mridulkumarborah4181 Жыл бұрын
Classic one.
@matiurrahman7049
@matiurrahman7049 Жыл бұрын
Verry good dada
@prabhatdutta1485
@prabhatdutta1485 Жыл бұрын
বৰ ভাল লাগিল
@purabidas3261
@purabidas3261 Жыл бұрын
অসমৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত শিল্পীজনক অনুষ্ঠান পৰিৱেশন কৰা দেখা পাম বুলি আশা থাকিল।
@rupaknath533
@rupaknath533 Жыл бұрын
I sell not forget you Singer
@PabitrakrDas-qo6ok
@PabitrakrDas-qo6ok Жыл бұрын
এই অনুষ্ঠান আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিলে ভাল হয় ।
@dipikaduarah8615
@dipikaduarah8615 Жыл бұрын
His voice 😱😱😱😱😱👌👌👌
@babitasarma7406
@babitasarma7406 Жыл бұрын
Great 🙏🙏🙏
@mgcardrivingclassvlogs9386
@mgcardrivingclassvlogs9386 Жыл бұрын
Very nice 👍 thank you 💗💗💗💗
@luckyboy8515
@luckyboy8515 Жыл бұрын
Excellent 👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
@dipusahariah3431
@dipusahariah3431 Жыл бұрын
Yeitu pogrom gute khini diyok Anupam Da...
@surajitborah9758
@surajitborah9758 Жыл бұрын
সুন্দৰ
@ankurboruah3072
@ankurboruah3072 Жыл бұрын
Oww অতি সুন্দৰ🙏
@arindramgogoi1917
@arindramgogoi1917 Жыл бұрын
সঁচাকৈয়ে আবেগিক কৰি তুলিলে
@milanjdeka7016
@milanjdeka7016 Жыл бұрын
Wah...same same confuse 🙉🥰🥰
Mithun dhar kalkata
9:02
DMCD
Рет қаралды 155 М.
Кадр сыртындағы қызықтар | Келінжан
00:16
👨‍🔧📐
00:43
Kan Andrey
Рет қаралды 10 МЛН
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 6 МЛН