এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত কাৰ্যকৰী হ’ব ‘এছকালেট’ নিয়ম

  Рет қаралды 70,495

NB News

NB News

Күн бұрын

Пікірлер: 153
@siuekerketta5378
@siuekerketta5378 Ай бұрын
এইটো কথাত মই একমত আৰু ভাল পদক্ষেপ। কাৰণ তেওঁলোকে হ'বলগীয়া কামকো জানি বুজি পেলাইথয়। যাৰ পৰিপ্ৰেক্ষিত টকা পইচাৰ কথা আহি পৰে । তেতিয়াহে সেই কাম সোনকালে হয়। গতিকে এই পদক্ষেপ অতি সোনকালে লাঘো কৰে যেন। এইটোৰ বাবে অক্ষেক ধন্যবাদ দিওঁ।
@m.machari5853
@m.machari5853 Ай бұрын
খুব ভাল পদক্ষেপ ; এই পদক্ষেপ সকলো বিভাগতে হ'ব লাগে ।
@ranjitgogoi1031
@ranjitgogoi1031 Ай бұрын
সুন্দৰ পদক্ষেপ চাৰ ❤
@brahmanandadutta7357
@brahmanandadutta7357 Ай бұрын
বৰ সুন্দৰ পদক্ষেপ,বিশেষকৈ চাৰ্কোল অফিচত ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হয়।
@bhabeshdas9220
@bhabeshdas9220 Ай бұрын
Very good job Sir
@SanjayDas-t2l
@SanjayDas-t2l Ай бұрын
শিক্ষা বিভাগৰ কাৰ্য্যালয় তো এই নিয়ম প্ৰযোজ্য হ'ব লাগে।
@sanchirampayeng6275
@sanchirampayeng6275 21 күн бұрын
পদক্ষেপটি খুবেই ভাল। কাৰ্য্যকৰি কৰিব পাৰিলে জনসাধাৰণৰ বহু উপকাৰ হ'ব।
@Dhirendra1508
@Dhirendra1508 Ай бұрын
বৰ ভাল হ'ব । Mondol-এ টকা নাপালে কাম নকৰে।BTR টো লাগূ হয় যেন।
@satyajitkumargogoi358
@satyajitkumargogoi358 Ай бұрын
অতী সুন্দৰ পদক্ষেপ,চৰকাৰি অফিচ বোৰৰ কেৰানী ,মহৰি,পীয়ন, বৰবাবু,চতবাবু,মণ্ডল,টেজৰি অফিচৰ সকলো কৰ্মচাৰি মানে অসম ৰাজ্যৰ সকলো অফিছৰ কাম বোৰত Escalator System কৰিৱ লাগে।এই কৰ্মচাৰি বোৰে টকা নাপালে কোনো কামেই নকৰে,সিহঁত বোৰে ৰাইজৰ শাও-পাত খাই সোনকালেই দূৰাৰুগ্য বেমাৰ ভূগি চিগি থাকে।
@guninmili6714
@guninmili6714 Ай бұрын
এই জেগাটো বৰ বেয়া জেগা।পাকেত খালি কৰিদিয়ে আৰু দৌৰায়ে থাকে।
@arupjyotkumar7370
@arupjyotkumar7370 Ай бұрын
সময়ৰ আহ্বান,,,,, শুদ্ধ সিদ্ধান্ত ❤
@fairyylife
@fairyylife Ай бұрын
বহুত ভাল সিদ্ধান্ত।মন্দলে কিমান দিন যে ৰখাই থয় ।মানুহৰ বহুত কষ্ট হৈছে।মন্দলক বিচাৰি পোৱাই নাযায় সদায় field অত গৈছে বুলিয়ে কৈ থাকে।। যিমানেই অনলাইন কৰা হৈছে যদিও মণ্ডল অৰ report pua নাযায় কাৰণে কামবিলাক বহুত দিন ৰখি যায়।।
@ranjubordoloi3220
@ranjubordoloi3220 25 күн бұрын
একে কাম পুলিচৰ বাবেও কৰিব লাগে
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 Ай бұрын
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লোৱা ব্যৱস্থা বিলাক বহুত সুন্দৰ আৰু প্ৰজাহিতকৰ হয় কিন্তু যি সকলে মানিব লাগে তেওঁ লোক বেফিকিৰ ।।
@Alangkar-d8l
@Alangkar-d8l Ай бұрын
Mama amak instent technology lage 20-25 revenue bohut late hoi..1 dinor bhitorot kio noware ?
@manjubarman1855
@manjubarman1855 Ай бұрын
সুন্দৰ পদক্ষেপ।
@buddhadev4032
@buddhadev4032 Ай бұрын
বহুত বহুত ধন্যৱাদ
@MamoniChakraborty-c5z
@MamoniChakraborty-c5z Ай бұрын
Very good initiative. Thanks 👍
@HemontaKumar-k9n
@HemontaKumar-k9n Ай бұрын
খুব ভাল হৈছে। মই এজন ভুক্তভোগী।এই আইনখন হ'লে দালাল নাইকিয়া হবো। ধন্যবাদ মামা আপোনাক।।
@birennath8618
@birennath8618 Ай бұрын
লাট মণ্ডল বিলাকে ইতিমধ্যে চাগৈ সুৰুঙা বিচাৰি পালেই। তেওঁ লোকে ঘৰলে মাটি পঠিয়াব। ঘৰত কথা পাতি লব।
@bharatidevi875
@bharatidevi875 Ай бұрын
Bohut val sonkale karib lage
@rabinsarmah5994
@rabinsarmah5994 Ай бұрын
অতি সুন্দৰ আৰু দৰকাৰী পদক্ষেপ !
@AnupHazarika-vf8xy
@AnupHazarika-vf8xy Ай бұрын
Bahu bhal niyam
@অসমীয়াhindu6777
@অসমীয়াhindu6777 Ай бұрын
ধেইত কণ্ডলৰ চাকৰি কৰিম বুলি ভাবিছিলো কিন্তু এতিয়া দেখোন মামাই কণ্ডল অফিচক জেঠ মহীয়া খৰাং দৰে কৰি পেলাব , মামা তেনেকুৱা নকৰিব plz plz
@dkvlogs0145
@dkvlogs0145 Ай бұрын
ঘোষণা কৰাটো স্বাভাৱিক কিন্তু কাৰ্য্যকৰী কৰাটো অস্বাভাৱিক। এনেবোৰ ঘোষণা কেৱল মাত্ৰ নিৰ্বাচনী পলিচি।
@lakshminarayansarmah4071
@lakshminarayansarmah4071 Ай бұрын
Very good process. Thank you very much.
@kopouprahladclassic5572
@kopouprahladclassic5572 Ай бұрын
সঠিক পদক্ষেপ। মই এজন ভুক্তভোগী ।
@madhujyasarmah9352
@madhujyasarmah9352 Ай бұрын
বহুত ভাল পদক্ষেপ মামা ৰ ৷
@suranjanadevray8047
@suranjanadevray8047 Ай бұрын
Mama jindhabad.
@ayeshamazumder11
@ayeshamazumder11 Ай бұрын
Sir, very good discussion
@nabajitpatowary4681
@nabajitpatowary4681 Ай бұрын
ভাল সিদ্ধান্ত
@abulhussain5357
@abulhussain5357 Ай бұрын
Good initiative 🎉
@ভৱেশমেধি
@ভৱেশমেধি Ай бұрын
অসমৰ সকলো জিলাত লাগূ কৰিব লাগে। যাতে কোনো কাৰনে BTR ও বাত পৰি নাযায়।
@mhali7667
@mhali7667 Ай бұрын
This is the best step that Hony CM taken. Appreciated.
@kamalborgohain4041
@kamalborgohain4041 2 күн бұрын
Excellent innovation by the Government of Assam.
@Lohitchraybtm
@Lohitchraybtm Ай бұрын
Ai kamot moi mor falor pora purno somorthon ase aru jonotao sohoyok koribo aitohe sobse valkam
@gitanshuhandique6950
@gitanshuhandique6950 Ай бұрын
Thank you so much CM Sir🙏🙏🙏
@HemenMalakar-s1b
@HemenMalakar-s1b Ай бұрын
This is very nice system
@gunajitnath3930
@gunajitnath3930 Ай бұрын
Great Great 👍👍👍
@arupjyotkumar7370
@arupjyotkumar7370 15 күн бұрын
হ'ব জানো,,,, যদি নিয়ম পালন নকৰে তেন্তে,,,,কোনে হিচাব ৰাখিব,,, জনসাধাৰণৰ ওপৰত ক্ষমতা দিব লাগে ।। যদি পাৰে তেন্তে চৰকাৰক 🙏🙏🙏🙏
@arunsonowal5451
@arunsonowal5451 Ай бұрын
Bohut bohut dhonyobad
@ytshorts5295
@ytshorts5295 23 күн бұрын
Thank you sir
@bhaskarnarzary9123
@bhaskarnarzary9123 Ай бұрын
ভাল পদক্ষেপ।
@Assam1770
@Assam1770 Ай бұрын
Good step assam government.
@thirangthabasumatary4525
@thirangthabasumatary4525 Ай бұрын
This is very good step. Welcome
@jagatgogoi3281
@jagatgogoi3281 27 күн бұрын
ভাল পদক্ষেপ
@nalinimedhi716
@nalinimedhi716 Ай бұрын
Very very good process CM thank you
@tarpanpathak5960
@tarpanpathak5960 Ай бұрын
Bahut val padakhep.
@educationforallassam9691
@educationforallassam9691 Ай бұрын
very good initiatives
@sagarali4793
@sagarali4793 Ай бұрын
Rejected বেছিকৈ কৰিব চাগে
@dashil1111
@dashil1111 Ай бұрын
Good disition...good job 👍💯🙏
@susilsarmah4429
@susilsarmah4429 Ай бұрын
D. C.(metro) kamrup thousand cases pending result kee
@ajitkumarhazarika9211
@ajitkumarhazarika9211 Ай бұрын
মুখ্যমন্ত্ৰী মহোদয়ৰ প্রশংসনীয় দিশ বহুত উন্নত-----। অভিনন্দন যাচিলোঁ---
@dulalchandranath8812
@dulalchandranath8812 Ай бұрын
বিদেশীৰ পৰা ঘোচ লৈ লৈ বিদেশীক মাটি ম্যাদি কৰি দিয়া সকলো মণ্ডল,চক্ৰ বিষয়াক ধৰাৰ কৌশলো উদ্ভাবন কৰক @Highlight
@justtube4602
@justtube4602 Ай бұрын
Apuniu nibohuwa buli gom palu😂
@dulalchandranath8812
@dulalchandranath8812 Ай бұрын
@@justtube4602 নিবনুৱা মানে কি মই বুজি নাপাওঁ,মই মেকলেৰ শিক্ষাৰে শিক্ষিত নহয় ,মই ভাৰতীয় শিক্ষাৰে শিক্ষিত মোৰ হাতত হেজাৰ কাম ।কামৰ বিনিময়ত পইচা লওঁ ……"দেশকে লিয়ে কৰেংগে কাম,কাম কে লিয়ে লেংগে পুৰা দাম " তোমালৈ প্ৰশ্ন ....যদি শিক্ষিত হৈ নিবনুৱা হৈছা তেনে শিক্ষাৰ মুল্য নাই ,প্ৰমান পত্ৰ ফালি পেলোৱা আৰু যি কৰ্তব্য সন্মুখত পোৱা কৰি যোৱা দেখিবা লক্ষ্মী তোমাৰ হাতৰ মুঠিত ।বহু ডাঙৰ ডিগ্ৰীধাৰী ৰৈ থাকে চৰকাৰী বেতনলৈ,ব্যৱসায়ী সকলৰ ওচৰত তেনে ব্যক্তিয়ে হাত পাতি লাজ পোৱাও দেখিছো ।বেপাৰং বানিজ্যং শতলক্ষ্মী দিনে গৃহং .....@Highlight, @Followers
@sagarali4793
@sagarali4793 Ай бұрын
ধন্যবাদ cm sir
@prabhatkrgogoi8153
@prabhatkrgogoi8153 28 күн бұрын
শইকীয়া:- অ’ বৰুৱা কিনো চিন্তা কৰি আছা ? বৰুৱা :- আগেয়ে ফাইল হেৰাল বুলি কৈয়েই দুমাহমান পিছুৱাই দিছিলোঁ, এতিয়া কি কৰা যায় তাৰে চিন্তা কৰি আছোঁ ! শইকীয়া:- হয়নেকি !
@GaneshDawo
@GaneshDawo 26 күн бұрын
very good method.
@sanjaybaruah1101
@sanjaybaruah1101 22 күн бұрын
Sir this escalation must be transparent.and the output must be justice.
@damodarboruah9298
@damodarboruah9298 Ай бұрын
It's one of the good implementation in Govt Department. And I feel, such implementation should be in other departments. As a result efficiency of the department will be accountable. And finally a state be expected to become developing or a developed state.
@BinandaDas-j7o
@BinandaDas-j7o Ай бұрын
Very good dadagiri komil bhal lagil public servant ha ha ha
@SanjayBose-xg5xy
@SanjayBose-xg5xy Ай бұрын
बहुत अच्छा निर्णय...
@prasantamukunda4410
@prasantamukunda4410 Ай бұрын
Excellent
@uttammushahary4354
@uttammushahary4354 Ай бұрын
This is very good decision.❤❤❤
@devajyotiborah8672
@devajyotiborah8672 Ай бұрын
The big question is how many such cases will be allowed and allocated to a Lat Mondal at a time if he is allowed a fifteen day time to complete as well as solve one such case.
@ratulkrishnasarmah6432
@ratulkrishnasarmah6432 Ай бұрын
C.M. ASSAM...👍👍👍
@dineshdas7394
@dineshdas7394 21 күн бұрын
Good news sir
@kandarpakumarsaud5252
@kandarpakumarsaud5252 Ай бұрын
Ati sundar
@Anil-l2t2l
@Anil-l2t2l Ай бұрын
Very good
@bijitborah6892
@bijitborah6892 Ай бұрын
Nice step, Otherwise they ( not all) usually Delay the works..👍
@unushali2427
@unushali2427 26 күн бұрын
অতি আদৰণীয় পদক্ষেপ।
@sibihp
@sibihp Ай бұрын
Bohut bohut dhaniabad sir. Mur almost 7 yrs hoigol file tu ghurai ase. Tothapiu Jodi file pori thake tetia ki action lua hobo
@sonaramdas7824
@sonaramdas7824 Ай бұрын
Faltu katha. Mandalor gar nom nalary
@arunkrchanda6385
@arunkrchanda6385 Ай бұрын
Good step
@amulyaroy1600
@amulyaroy1600 29 күн бұрын
Good cm sir.
@pranjitbaro7154
@pranjitbaro7154 Ай бұрын
👍
@shahinurislamsk4309
@shahinurislamsk4309 Ай бұрын
Good
@hemeswarboro8372
@hemeswarboro8372 Ай бұрын
মণ্ডলে কামৰ বাবে টকা লোৱাটো কি কৰিব?
@bimanmedhi7080
@bimanmedhi7080 26 күн бұрын
এই পদ্ধতিৰে জল জীৱনৰ নলটোত পানী আহিব নে?
@purandarhazarika7669
@purandarhazarika7669 Ай бұрын
Dekhilehe lekhim
@bisneswarbordoloi9572
@bisneswarbordoloi9572 26 күн бұрын
Good decision.
@prakashsarma5550
@prakashsarma5550 Ай бұрын
Very very good❤
@krishnaramsaikia6479
@krishnaramsaikia6479 Ай бұрын
Good news
@kishoridas6447
@kishoridas6447 Ай бұрын
Objection বেছি উলিয়াই ঘূৰাই পঠাব।
@sanjibnath3135
@sanjibnath3135 Ай бұрын
Moi apply korichilu 16aug 2023 , mandal e report dile 23/07/24 ot etia pending ache
@gopalgogoi7589
@gopalgogoi7589 Ай бұрын
Good Discussion CM sir
@JugaprabhaDihingia
@JugaprabhaDihingia Ай бұрын
Dirgha din kam pori thakile kot complain dim ?
@shivajibrahma4498
@shivajibrahma4498 Ай бұрын
Sir caraption kama. Nai. Mondole why s d c
@manabendrasarma5956
@manabendrasarma5956 Ай бұрын
Dc য়ে নকৰিলে কি হ'ব?
@sheikhabdullah7739
@sheikhabdullah7739 Ай бұрын
Good work
@DaduMama-f1r
@DaduMama-f1r Ай бұрын
এবাৰ দিশপুৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয় আহি অনুসন্ধান কৰক আৰু বাতৰি পৰিৱেশন কৰক। নামজাৰী, বাটোৱাৰা কৰিবলৈ প্ৰায় ২ বছৰ আৰু প্ৰায় ৫০ দিন ৰাজহ চক্ৰৰ কাৰ্য্যালয়লৈ আহিব লাগে।
@pranabgogoi6283
@pranabgogoi6283 Ай бұрын
Circle office tu aeta joghonya office. Lat mondal r usoroloi golae teulukae mur Tuli nesai. Toka noholae kunu Kam nokorae.
@jubajyotidas1757
@jubajyotidas1757 25 күн бұрын
😅😊😊😅Mojjah Mama
@JibanChandraNath-oy1gl
@JibanChandraNath-oy1gl Ай бұрын
এইবোৰ বাস্তৱ ক্ষেত্ৰত হব জানো ?
@JuliKachari-w1l
@JuliKachari-w1l Ай бұрын
Very good setup nohole tewulukor pora bohut hasti paisilu.
@harendas1302
@harendas1302 Ай бұрын
ৰিনিকি ভূঞাৰ কথা কোনে কব, হিমন্ত হাটাও অসম বচাও।
@subhachdeori5196
@subhachdeori5196 Ай бұрын
Very good cm sir.
@BharatigayonGayon
@BharatigayonGayon Ай бұрын
এইটোকেবৃহৎ সিদ্ধান্ত বুলি কয় ন
@dipankarsaikia8272
@dipankarsaikia8272 Ай бұрын
Val hoise.koribo pora kam2 u kori nidi a.gom pabo atiya
@rajendradangal3757
@rajendradangal3757 Ай бұрын
Udalguri t ati honkale hobolage... hamanya kam eta 1 basarato Nakare.... mama take action first.
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul Ай бұрын
Bohut val hb
@niradasaikia4899
@niradasaikia4899 Ай бұрын
very good
@anjan1339
@anjan1339 26 күн бұрын
Nagoan dist Raha olp serve kork bohut du nite hi ase
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 275 #shorts
00:29
Всё пошло не по плану 😮
00:36
Miracle
Рет қаралды 6 МЛН
MY HEIGHT vs MrBEAST CREW 🙈📏
00:22
Celine Dept
Рет қаралды 105 МЛН
Sigma baby, you've conquered soap! 😲😮‍💨 LeoNata family #shorts
00:37
Sergei Pugachev - on Putin, Swiss banks, KGB and oligarchs
26:01
SWI swissinfo.ch - English
Рет қаралды 212 М.
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 275 #shorts
00:29