আপোনাৰ অঞ্চলটো বতৰ কেনেকুৱা ? জনাওক মন্তব্য

  Рет қаралды 42,171

TIME8 News

TIME8 News

Күн бұрын

উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুষলধাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা। আপোনাৰ অঞ্চলটো বতৰ কেনেকুৱা ? জনাওক মন্তব্য

Пікірлер: 678
@kumudbaruah2001
@kumudbaruah2001 2 сағат бұрын
গুৱাহাটীত মুসলধাৰ বৰষুণ হৈছে ভাল কথা। উৎকত গৰমৰ পৰা সকাহ পাব জনসাধাৰনে। কিন্তু কৃতিম বান পানী হৈছে বুলি চিঞৰ বাখৰ নকৰে যেন।
@stylesboy123
@stylesboy123 3 сағат бұрын
ধেমাজিৰ পৰা মইনা দলে ধেমাজিত বৰষুন নাই ।উৎসত গৰম হৈছে ।
@ghanakantadas8289
@ghanakantadas8289 3 сағат бұрын
যোৰহাট ত বৰষুণ এই পয্যন্ত হোৱা নাই।কিন্তু গৰম অত্যাধিক।
@maineedutta529
@maineedutta529 2 сағат бұрын
Lakhimpurt u hua nai
@JitaLahon
@JitaLahon 3 сағат бұрын
Ny borokhun tinsukia
@khogenrajkhowa3479
@khogenrajkhowa3479 4 сағат бұрын
লক্ষীমপুৰত ৰদ কোনো পৰিৰ্বতন নাই
@NayanjyotiGogoi-h1h
@NayanjyotiGogoi-h1h 3 сағат бұрын
ধেমাজিত কেতিয়া হব।
@dipakkumargoswami9666
@dipakkumargoswami9666 3 сағат бұрын
যোৰহাটত কোনো বৰুসুন বতাহ নাই আমাৰ ভাগত পৰীৱনে
@eduvarangia
@eduvarangia 2 сағат бұрын
Boycott AC . Sob ei AC r bbe hoise. Agoloi aru hbo. So etiyar pora AC baad diok.
@promudsoy8707
@promudsoy8707 Сағат бұрын
, তিনিচুকীয়াত এতিয়ালৈকে দিয়া নাই কিন্তু বৰ গৰম লাগিছে
@PolashJyotiBora-wu4is
@PolashJyotiBora-wu4is Сағат бұрын
গোলাঘাট অত ধুমহা বতাহ
@JoyantaRamDeka-st7gx
@JoyantaRamDeka-st7gx 3 сағат бұрын
মৰিগাৱত বতৰ পৰিবৰতন হোৱা দেখা গৈছে
@rupjyoti999
@rupjyoti999 3 сағат бұрын
বিজুলী মাৰিআছে কিন্তু বৰষুণ অহা নাই ।
@monishaboruah941
@monishaboruah941 3 сағат бұрын
Tinsukia t bohut goram
@nikunjalatapayun3039
@nikunjalatapayun3039 3 сағат бұрын
যোৰহাট বৰহোলাত মষুধাৰবৰষুণ বৰ্তমান
@diganataboruah6897
@diganataboruah6897 3 сағат бұрын
চৰাইদেউ ত ভীষণ গৰম,
@sukramurang651
@sukramurang651 29 минут бұрын
গোলাঘাট মেৰাপানীত বতাহ বৰষুণ অহা বাবে গৰমৰ পৰা ৰক্ষা পৰিছে
@UdiptagogoiUdiptagogoi
@UdiptagogoiUdiptagogoi Сағат бұрын
তিতাবৰত মুখলধাৰ বৰষুণ ❤
@ajitboruah1067
@ajitboruah1067 Сағат бұрын
দেৰগাঁও পৰা জনাইছো অজিৎ বৰুৱাই। ৰাতি ৮বজাৰ পৰা বৰষুণ আৰু বিজুলী ধেৰেকনী আহিছে।
@Kunjaranigogoi
@Kunjaranigogoi Сағат бұрын
এইমাত্র বৰষুণ দিছে , কৰঙাত
@mainabora7948
@mainabora7948 2 сағат бұрын
নগাঁও কামপুৰ ত বৰষুণ নাই দিয়া, বহুত গৰম পৰিছে। আকাশ মেঘে আবৰি ৰাখিছে ,কি হয় নাজানো এজাক বৰষুণ বৰ প্রয়োজন আমি কৃষক । আমি কৃষি ওপৰত ভিত্তি কৰি চলি।
@indreswardowari1876
@indreswardowari1876 3 сағат бұрын
আমাৰ ধেমাজিত বৰষুণ নাই ।বৰ গৰম।
@anjaligogoi6855
@anjaligogoi6855 2 сағат бұрын
দুলিয়াজনত বৰষুণ নাই। বহুত গৰম ।
@arupneog4936
@arupneog4936 2 сағат бұрын
Duliajan kot ghr tumar
@jayabaruah1801
@jayabaruah1801 2 сағат бұрын
Tinsukia t tamam gorom ❤
@ManojPegu-i4h
@ManojPegu-i4h Сағат бұрын
Gohpur dumuha
@queenbora269
@queenbora269 2 сағат бұрын
Golaghator Merapanit dangor botah borokhun ⛈️🍃
@montukhakhlari8630
@montukhakhlari8630 Сағат бұрын
ফাটা ফাতি গৰম
@nitumonigogoi1263
@nitumonigogoi1263 3 сағат бұрын
জখলাবন্ধাত বৰষুণ দিছে
@Soshi_pegu
@Soshi_pegu 2 сағат бұрын
আমাৰ ইয়াত বৰষুণ নাই উৎকট গৰমত চটফটাই আছো কেতিয়া আহিব বৰষুণ সপোন যেন লাগিছে।
@khargeswarfutboolteemnath7882
@khargeswarfutboolteemnath7882 Сағат бұрын
Kokrajhar 43 digre
@junbirbhai9361
@junbirbhai9361 4 сағат бұрын
Golaghat 41 gorom 😢😢😢😢
@debajitborah6983
@debajitborah6983 4 сағат бұрын
ধেমাজিত এতিয়ালৈকে বৰষুন নাই
@florinavlogsassamese1020
@florinavlogsassamese1020 Сағат бұрын
Bijuli mari ase aru botah mari ase Lakhimpur r Simoluguri t
@MukulMahanta-ip9pw
@MukulMahanta-ip9pw 2 сағат бұрын
তিতাবৰত বতাহ বলিছে মেঘে গাজিগুমৰি আহিছে বৰষুণ অহা নাই
@jps868
@jps868 3 сағат бұрын
বিজুলী মাৰিছে নাই দিয়া এতিয়া লৈকে
@ulentaid440
@ulentaid440 2 сағат бұрын
Dhakua khana, Lakhimpur ত গৰমত জীৱন যাও যাও লাগিছে
@khargeswarray9350
@khargeswarray9350 2 сағат бұрын
আমাৰ বঙ্গাইত এতিয়ালৈ বৰষুণ নাই ।
@ChimaSonowal
@ChimaSonowal Сағат бұрын
ধেমাজিত বৰষুন নাই ।বিজুলি মাৰিছে ।বৰষুনৰ অপেক্ষাত ৰৈ আছো ।
@MomiNath123
@MomiNath123 3 сағат бұрын
Darrang garukhutit borukhon dise
@BhaskarjyotiDas-d2u
@BhaskarjyotiDas-d2u 3 сағат бұрын
Ny borokhun gurisagar
@SonadharpeguPeguSonadhar
@SonadharpeguPeguSonadhar 2 сағат бұрын
মই চিলাপথাৰ ধেমাজিৰ পৰা কয়ছো । আমাৰ ইয়াত বৰষুনো নাই বতাহও নাই ।
@bidyutbikash2245
@bidyutbikash2245 3 сағат бұрын
Golaghat no rain
@harendrahazarika-if8bq
@harendrahazarika-if8bq 2 сағат бұрын
নগাঁৱৰ ননৈত বৰ গৰম বৰষুণ দিয়া নাই।
@BhaitiPayeng-ek2wg
@BhaitiPayeng-ek2wg 2 сағат бұрын
মাজুলী ত বহুত গৰম
@user-hy8db8xo4s
@user-hy8db8xo4s 3 сағат бұрын
নগাঁও চামগুৰিত ধুমুহা হৈছে।
@Ajitdas-d9t
@Ajitdas-d9t 13 минут бұрын
লখিমপুৰত ধুমুহা দি আছে 🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️🌧️
@DharmeshwarBorah
@DharmeshwarBorah 2 сағат бұрын
আমাৰ ওদালগ্ৰি জিলাত প্ৰচণ্ড গৰম ! বৰষুণৰ কোনো সম্ভাৱনা নাই ! 😮😮😮😰😰😰
@BolinShyam
@BolinShyam 33 минут бұрын
তিতাবৰত,মূষলধাৰ বৰুষূণ হৈছে ৰাইজে সকাহ পাইছে
@paplukumarphukan8264
@paplukumarphukan8264 3 сағат бұрын
Golaghat 33
@minakhisaikia9950
@minakhisaikia9950 46 минут бұрын
বৰষুণ দিয়া সম্ভাব্য
@Manabofficial07
@Manabofficial07 2 сағат бұрын
41 degree Dhemaji t sun 🌞
@phulahazarika2664
@phulahazarika2664 2 сағат бұрын
ধেমাজিত এতিয়া লৈকে বৰষূণ দিয়া নাই। কিন্তু বিজুলী মাৰিছে।
@bogadharshyam4089
@bogadharshyam4089 3 сағат бұрын
Sonari ত ও বহুত গৰম
@Dhaneswar-ho8vz
@Dhaneswar-ho8vz 3 сағат бұрын
বাক্সাৰ নবস্তি অঞ্চলত আকাশ মেঘাচন্ন হৈ আছে। বৰষুণ হোৱাৰ আশা আছে।
@jagadishgoswami3494
@jagadishgoswami3494 2 сағат бұрын
Amar yat barasun howa nai.Kamrup (R )
@debajitdas9825
@debajitdas9825 3 сағат бұрын
All are hope sonerly come From TINSUKIA.
@RajibRajkhowa-p9f
@RajibRajkhowa-p9f 2 сағат бұрын
অলপবিজুলী মাৰিছে।লখিমপুৰত।কিন্তু বৰষুণৰ আশা নাই।
@BharatTaid-df4ub
@BharatTaid-df4ub 3 сағат бұрын
Dhakuakana basudevot borukun lagey
@NibeditaLagachu-y1c
@NibeditaLagachu-y1c 3 сағат бұрын
লক্ষীমপুৰত বৰষুণ নাই ।
@invitedff9678
@invitedff9678 3 сағат бұрын
Aji sage ahibo goalpara jilat pani.. 😂😂
@NumalHira-b5z
@NumalHira-b5z 32 секунд бұрын
গহপুৰt ধুমুহা হৈ গ'ল বৰষুণ দিবলৈ আৰম্ভ কৰিছে
@BiswaBasumatary-y5s
@BiswaBasumatary-y5s 27 минут бұрын
Biswanath, botah dhumuha ahil, bijuli dharokoni ahil kintu borokhun nai
@munnabai6844
@munnabai6844 2 сағат бұрын
Amar tezpur ot borokhun naai bahut gorom
@atg7807
@atg7807 3 сағат бұрын
Sadiya pagla gorom hoise বৰষুণ সপোন হৈছে
@BipulBaruah-v5q
@BipulBaruah-v5q Сағат бұрын
গোলাঘাট খুমটাইত বতাহ বৰষুণ দিছে
@BolinShyam
@BolinShyam 38 минут бұрын
তিতাবৰত মূষলধাৰ বৰুষূণ হৈছে ৰাইজে সকাহ পাইছে
@Ajitdas-d9t
@Ajitdas-d9t 12 минут бұрын
বৰষুণ নাই অনলি ধুমুহা লখিমপুৰত ❤❤❤❤
@snehalatagogoi2108
@snehalatagogoi2108 3 сағат бұрын
নাহৰকটীয়াৰপৰা কৈছো আমাৰ ইয়াত কেতিয়া যে বৰষুন পৰিব ৷
@PTayung
@PTayung 4 сағат бұрын
যোৰহাট মাজুলী ত নাই
@KrishnaKrishna-qo8nd
@KrishnaKrishna-qo8nd 59 минут бұрын
যোৰহাট বৰষুণ হৈছে।
@dulumoninath9989
@dulumoninath9989 2 сағат бұрын
আপোনালোকে বৰষুণ দিব বুলি আগৰেপৰা চিঞৰি চিঞৰি কৈ আছিল যে সেই কাৰণে বৰুন দেৱতা য়ে আমাক LoL দিলে আমাৰ TEZPUR তু বৰষুণ নাই
@MonuramaDevi
@MonuramaDevi 2 сағат бұрын
যোৰহাট জিলাৰ উৎকত গৰম
@porsubakti112
@porsubakti112 Сағат бұрын
যোৰহাট জিলা মহবন্ধা চাহ বাগিছা বৰষুণ হৈছে
@HemodaHan-gs6tf
@HemodaHan-gs6tf 3 сағат бұрын
Gugamukh nai huwa borkhun bohut gorm
@kabitadevi4187
@kabitadevi4187 2 сағат бұрын
অভয়াপুৰীত বৰষুণ নাই হোৱা, কিন্তু অলপ বতাহ আহিছিল সন্ধিয়া ।
@PapuZubin
@PapuZubin 46 минут бұрын
lakhimpur বতাহ 9pm
@ParishmitaHandique-o1w
@ParishmitaHandique-o1w 17 минут бұрын
ঢকুৱাখনাত বিজুলী মাৰিছে। বৰ্তমান বতাহ আহিছে।
@WhatsthehellXyz
@WhatsthehellXyz 2 сағат бұрын
জনতাই উৎকত গৰমৰ পৰা *সকাহ পাইছে* হব লাগে নে *সকাহ পেলাইছে* হব লাগে ? মাতৃ ভাষাত দখল নাই নে যাকে পায় তাকে বলকি থকাৰ মানসিকতা ?
@runjunborah7600
@runjunborah7600 Сағат бұрын
Lakhimpur জুইৰ দৰে গৰম
@montugogoi-r4h
@montugogoi-r4h 3 сағат бұрын
Golaghat borohun nai huwa Borun dabota aamak soku mali suwa
@KUKHADASONOWAL
@KUKHADASONOWAL 2 сағат бұрын
শলগুৰি ত বৰুশোন নাই
@pabitrakrnath3368
@pabitrakrnath3368 2 сағат бұрын
ছিপাঝাৰত বৰ্তমান বৰষুণ দিছে।
@mohankutum-sx2hx
@mohankutum-sx2hx Сағат бұрын
মাজুলী ত borhun নাই gormot মৰি আছোঁ 40ডিগ্ৰী চেলচিয়াছ
@anitaGogoi-lj7tn
@anitaGogoi-lj7tn Сағат бұрын
Tinku.......Moran ot. Borokhun ni.......Bohut..gorom.
@mridulbora3602
@mridulbora3602 2 сағат бұрын
Golaghat ,,merapani chaw dang pathart ..dhumuha boroxun dise
@digantapegu695
@digantapegu695 2 сағат бұрын
মাজুলীত 40 ডিগ্ৰী পৰ্যন্ত উঠিছে
@AswiniDas-dk9zf
@AswiniDas-dk9zf 2 сағат бұрын
বিশ্বনাথ বিহালীত বতৰ ফৰকাল
@robeendas3623
@robeendas3623 2 сағат бұрын
Haflong ot Bohut Gorom.Boroxun atiyaluike oha nai😢😢😢
@PrashantaPayeng-l9r
@PrashantaPayeng-l9r 2 сағат бұрын
Majuli,ni,ooo
@roshidahmed1269
@roshidahmed1269 3 сағат бұрын
মৰিগাঁও জালু গুটি ত বৰষুণ নাই
@Pradu326
@Pradu326 2 сағат бұрын
ইন্দ্ৰই লটাৰী যোগে দিবলৈ বৰণুক নিৰ্দেশ দিছে ৷জীৱশ্ৰেষ্ঠক অলপ মচলা দিছে ৷
@Comedy78663
@Comedy78663 2 сағат бұрын
Gorom 37 gohpur
@SankarjytiNarah
@SankarjytiNarah Сағат бұрын
মাজুলীত ধুমুহা বৰষুণ একো নাই,গৰম বেছি।
@rajibkhaund613
@rajibkhaund613 3 сағат бұрын
Amar majuli t বহুত ৰদ মই ৰাজিৱ খাউণ্ডে কইচো
@minakhisaikia9950
@minakhisaikia9950 40 минут бұрын
বৰষুণ। দিছে
@prachurjyachutia9829
@prachurjyachutia9829 Сағат бұрын
মৰাণত বৰষুণ হোৱা নাই। বৰ গৰম
@jailsingkamam240
@jailsingkamam240 3 сағат бұрын
লখিমপুৰত পাবনে বৰষুণ
@urnikharajkhowa6717
@urnikharajkhowa6717 2 сағат бұрын
Sivasagart boroxun nai😔
@jitulgogoi6763
@jitulgogoi6763 2 сағат бұрын
ডিব্ৰুগড় ত গৰম হৈ আছে
@PritamLahakar-xb8lv
@PritamLahakar-xb8lv 3 сағат бұрын
Goreswer ot de asea
@AwalKhan-xl2bz
@AwalKhan-xl2bz 3 сағат бұрын
ধুবুরীত বরষুণ নাই বহুত গরম
@starprinters3810
@starprinters3810 2 сағат бұрын
Amar Dibrugarh Borokhun Nai, Bohut Garam
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 104 МЛН
My daughter is creative when it comes to eating food #funny #comedy #cute #baby#smart girl
00:17
So Cute 🥰
00:17
dednahype
Рет қаралды 64 МЛН
The Sad Life of RICH People | Trapped in Rat Race | Dhruv Rathee
21:27