KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
অপৰাধীৰ কোনো ধৰ্ম নাই : Anjela Changmai
51:49
akhil Gogoi - Himanta Biswa Sarma | বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ
9:18
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Poi-Poi-Poi-Poi-Poi-Poi-Po-Pi!! | Baby Zombie vs Baby Herobrine 😁
00:29
Car Bubble vs Lamborghini
00:33
Trapped by the Machine, Saved by Kind Strangers! #shorts
00:21
সাংবাদিক এঞ্জেলা চাংমাইৰ ভাষণ শুনিলে আপুনিও তবধ মানিব || Anjela Changmai
Рет қаралды 149,932
Facebook
Twitter
Жүктеу
1
Жазылу 720 М.
Times Guwahati News
Күн бұрын
Пікірлер: 214
@prahladgogoi5414
4 ай бұрын
সুবক্তা, জ্ঞান পিপাসু এঞ্জেলা লৈ বহুত বহুত শুভকামনা --
@hiranyarajkhowa4119
4 ай бұрын
বহুত সুন্দৰ আৰু অন্তৰ স্পৰ্শী বাস্তৱবাদী বক্তৃতা। এই বক্তৃতা বা ভাষনত আজিও চলি থকা সামাজিক ব্যৱস্থাৰ কথাকেই উন্নেষ কৰিছে।এক ব্যতিক্ৰমী যথেষ্ট অধ্যয়নেৰে পুষ্ট এগৰাকী সুদক্ষ, স্পষ্টবাদী, সাহসী, ভাষাৰ শুদ্ধতাৰ উচ্ছাৰণত অতিকৈ গুৰুত্ব প্ৰদান কৰা এগৰাকী নতুন প্ৰজন্মৰ চিৰ পৰিচিত সাঙবাদিক। এক মহান চেলুট।
@anupkalita5527
4 ай бұрын
সুন্দৰ, সাৱলীল ভাষণ।আশা ৰাখিলোঁ আপুনি বিষ্ণু ৰাভা দেৱৰ দৰ্শনক আগুৱাই লৈ গৈ থাকিব।
@ritamonichiring3842
4 ай бұрын
এঞ্জেলাৰ ভাষনে অন্তৰ চুই গল। সঁচাই আমিবোৰ আধুনিকতাৰ নামত বিপথেহে গৈছোঁ যেন অনুমান হয়।আচলতে নেতৃত্ব লোৱা মানুহ বিলাকেই সঁচাটো নিৰ্ভীকতাৰে কবলৈ বেয়া পায়।সেইবোৰেই আমাৰ ডাঙৰ সমস্যা হৈছে।তোমাৰ স্পষ্টবাদিতাৰ বাবে বহুত বহুত ধন্যবাদ।ভগৱানে তোমাক শক্তি দিয়ক।
@puspadhardowarah1932
4 ай бұрын
সুন্দৰ ভাষণ।সচা কথা কলে কাৰোবাৰ নাকটে ধৰেগৈ।এচামে এনে চিক চিক;চাক চাক;ঈশ্বৰৰ একান্ত ভক্ত হিচাব আত্ম প্ৰকাশ কৰিব বিচাৰে যে পোনচাতে বৈকুণ্ঠই পাবগৈ।
@BirendranathMoran-m1e
4 ай бұрын
সঁচা এঞ্জেলা, তোমাৰ জুই ফিৰিঙতিৰ দৰে ফুটি উঠা সু-স্পষ্ট শব্দৰ সুৰীয়া গাঠনিৰ বাক্যৰ ভাষণ শুনিলেই আমাৰ হৃদয়, মনৰ মাজৰ আন্ধাৰ কোঠালিও পোহৰ বিলাই, শুকান কলিজাও তেজ দিয়ে। তুমি মাথো জীৱন শিল্পীয়েই নহয় , তুমি এই পৃথিৱীত পোহৰ বিলাই থকা ফৰকাল নীলা আকাশৰ এটি পূৰ্ণিমাৰ চন্দ্ৰমা🙏
@tanugogoi1305
4 ай бұрын
সুন্দৰ সুন্দৰ , অতি সুন্দৰ ও অতি মূল্যৱান আৰু যুক্তিপূৰ্ন বক্তৃতাৰে আমাৰ বৰ্তমানৰ সমাজখনক একতাৰ দোলেৰে সমভাৱে আগুৱাই যাবলৈ আজিও কৰণীয় বহুত আছে তাকেই উপলব্ধি কৰোৱাৰ প্ৰয়াস কৰিছে ইমান সুন্দৰ অভিজ্ঞতাপূৰ্ন বক্তৃতাৰে 👌👌👌 বহুত বহুত ধন্যবাদ ও আন্তৰিক শুভেচ্ছাৰ লগতে সুস্বাস্থ্য ও সকলো দিশতে মংগল হওঁক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏
@hiranyarajkhowa4119
4 ай бұрын
মোৰ প্ৰিয় ব্যতিক্ৰমী স্পষ্টবাদী, সাহসী, অনন্য উপস্থাপন শৈলীৰে অন্তৰ চুই যোৱা এগৰাকী প্ৰতিভাসম্পন্ন সাঙ্ বালিকা।
@deniananya826
4 ай бұрын
বৰ সুন্দৰ ভাষণ। বিষ্ণু প্ৰসাদ ৰাভাৰ চৰ্চা প্ৰতিজন অসমীয়াই হৃদয়েৰে গ্ৰহণ কৰা উচিত।❤
@bimalaprasadborah
4 ай бұрын
সুন্দৰ ভাষা, ভবিষ্যত উন্নতি কামনা কৰিলো। আকৌ যেন এনে কৈ ভাষন শুনিবলৈ পাও আশা কৰিলোঁ।
@balendas4259
4 ай бұрын
সুন্দৰ বক্তব্য সুন্দৰ কণ্ঠ । খোকোজা নলগাকৈ বিশাল ব্যক্তিত্বৰ অধিকাৰী গণ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বিষয়ে ভাষণ ৰখা এঞ্জেলা চাংমালৈ অভিনন্দন জ্ঞাপন কৰিছো ।
@jantihira9356
4 ай бұрын
প্ৰথম প্ৰণাম আপোনাক হয়টো মিঠা যুক্তি সঙ্গত সঠিক নিভিক নিৰপেক্ষ উচিত মানদণ্ড ভাষন দিয়া.. প্ৰথম মহিলা এগৰাকী দেখা পোৱাৰ বাবে কোটি কোটি ধন্যবাদ আপোনাৰ নিচিনা অসমৰ জীয়ৰী বোৰক অনুৰোধ স্পষ্ট ভাবে স্পষ্টবাদী হোৱা ..অসম বহুতো আগুৱাই যাব ।
@animagogoi5297
4 ай бұрын
এনজেলা আজিৰ প্ৰজন্মৰ আদৰ্শ।আগুৱাই গৈ থাকা । আশীৰ্বাদ থাকিল।
@HemontaKumar-k9n
4 ай бұрын
অতি সুন্দৰ ভাষন আপোনাৰ নতু প্ৰজন্মৰ আপোনাৰ কথা বোৰ সুনিবনে।।। ধন্যবাদ আপোনাক 🎉🎉
@TaslimAliBabul
4 ай бұрын
তোমাৰ ভাষ্যই মন মগজু চুই গৈছে!👍👏👍
@ProsantaDas-e1t
4 ай бұрын
সুন্দৰ মন্তব্য বাইদেউ আপোনাৰ ওচৰত আমি কৃতজ্ঞ তাজনাইছো।
@rekhadutta3241
3 күн бұрын
সুন্দৰ ।শুনি থাকিলে শুনিথাকিবৰ মনযোাৱা ভাষন ।ভাল লাগিল ।
@diptidevi4055
4 ай бұрын
সত্য কথাবোৰ অতি সবল ভাৱে উপস্থাপন কৰাৰ বাবে ধন্যবাদ।
@ShubhraPrateemHazarika
4 ай бұрын
মন মগজু চুই যোৱা ভাষণ ।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।
@dilapboruah8802
4 ай бұрын
সুন্দৰ আলোকপাত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ।
@gajendranathsaloi5362
4 ай бұрын
খুব সঁচা কথাখিনি সুন্দৰ ভাবে ব্যক্ত কৰা বাবে বহুত বহুত ধন্যবাদ।
@surajrabha1331
4 ай бұрын
বহুত সুন্দৰ ভাষণ দিছে ভাল লাগি।💯💯💯
@harihardeka5750
4 ай бұрын
সচাকৈ সুন্দৰ ভাষণ তথা বাৰ্তা ৷নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি ভাবো ৷
@nirumahantadutta4701
4 ай бұрын
বৰ সুন্দৰ আৰু সাৱলীল বক্তৃতা
@ProbalKhataniar
4 ай бұрын
সকলো দিশ সামৰি এটি সুন্দৰ বক্তব্য।🙏🙏
@Jyotishman-v8y
4 ай бұрын
সুন্দৰ লাগিল, সত্য কথা।
@minatidas4573
4 ай бұрын
তোমাৰ ভাষাই মন মগজু গৈছে ঠিক কথা কৈছে ❤❤❤
@dr.sanjibdeka7402
4 ай бұрын
অতি সুন্দৰ ভাষ্য প্ৰকাশঢ কৰিছে
@upendutta2371
4 ай бұрын
Bor sundor hoise di
@mamoniboruahsaikia5631
4 ай бұрын
❤মাজনী বৰ ভাল পালোঁ শুনি , ধুনীয়া ভাষাৰে তোমাক ভাল লগাব নোৱাৰোঁ । সুন্দৰ আগবাঢ়ি যোৱা, ভগৱানে সহায় কৰিব ।
@dhiresharrabha1076
3 ай бұрын
বৰ সুন্দৰ ভাষণ ।বাইডেও আপুনি যিখিনি কথা কৈছে অসমৰ বহুত শিল্পিসকলে এইখিনি কথা নাজানে দুখৰ বিষয় ।বাইডেও আপুনি আগলৈ ৰাইজক জনাই দিয়ক ৰাভা দেবৰ প্ৰতিভা কিমান বৰ অসমত ।আপুনালৈ বহু বহু ধন্যবাদ ।
@mr.nabarun
4 ай бұрын
বিনন্দ আৰু কুঞ্জৰ সুযোগ্যা কন্যা এঞ্জেলা চাংমাই লৈ অশেষ ধন্যবাদ ও আৰ্শীবাদ থাকিল।
@PurnaBaruah
4 ай бұрын
বাইদেৱে মুৰো যেন মনৰ কথা খিনিকে স্পষ্টভাবে উপস্থাপন কৰিলে । আপোনাৰ নিৰ্ভিক সাংবাদিকতাক সেল্যওত জনালোঁ ।
@surenboruah3241
4 ай бұрын
বহুত সুন্দৰ বক্তব্য👌👌👌
@michaelrava8666
4 ай бұрын
Appreciate your speech and plea our Rabha people to awaken up with unity.
@satyajitkhound350
4 ай бұрын
অতি মনপৰশা সাৱলীল গতিৰ তত্ব গধুৰ এক ভাষণ ,প্ৰথম বাৰলৈ শুনিলো।সৰস্বতী দেৱীৰ আশীষ প্ৰাপ্ত যেন বোধ হ'ল।স্বামী বিবেকানন্দৰ ভাষণৰ ক'থা অলপ হ'লেও মনত পেলাই দিলে সকলোকে।ঈশ্বৰ প্ৰদত্ত বাগ্মিতা,তাকো ৰাতি দুটা বজাত।
@jitendrasaikia9508
4 ай бұрын
বহুত ভাল লাগিল 🙏🏽🙏🏽🙏🏽🙏🏽
@dr.ranjitnarzary3070
4 ай бұрын
Hosa kotabor udongai diyar karone bohut bohut dhonyabad.
@bimalboruah9507
4 ай бұрын
Anjela I am very much appreciated of your valuable speech regarding kolaaguru Bishnu Prasad Ravaa .
@mahendradas1610
4 ай бұрын
ধন্যবাদ madam . বহুত ভাল লাগিল ।
@MohanGogoi-gx3hm
4 ай бұрын
বহুত ভাল লাগিল।
@GobindaSharma-re7qx
4 ай бұрын
Hridoi parasa monograhi vasan, may you long live, congratulation,
@Partha-zx9xy
4 ай бұрын
Excellent speech. We need this for present situation.
@bilahkonwar5865
4 ай бұрын
ইমান সুন্দৰ ভাষণ দিলে মোৰ ফালৰপৰা ধন্যবাদ কাৰণ আজিলৈকে এছামে অসমীয়া বুলি কয় অসমীয়াই কেনেকৈ আগবাঢ়ে সেই কথা নিজেই নাজানে এইবিলাক কৈ নিজেই পদত অধিষ্ঠিত হয় পিছত অসমীয়া কথা পাহৰিবলৈ ধৰে ধন্যবাদ বাইদেউ সছা সমান ধৰ্ম নাই মিছা সমান পাপ নাই
@TimesGuwahati
4 ай бұрын
Thank you
@rajotphukon3403
4 ай бұрын
সুন্দৰ ভাযণ আগুৱাই ষোৱা।
@AnowarHussain-zk8fg
3 ай бұрын
Very useful lecture.Yes I am with you.
@oscarregon9160
4 ай бұрын
সুন্ধৰ বক্তব্য প্ৰমাণ জনাইছোঁ আপোনাক ।।
@BasantaTamuly-ht9bz
4 ай бұрын
অতি সুন্দৰ বক্তব্য।
@bileswarborah4730
4 ай бұрын
ভাল লাগিল যাতে তেওঁৰ এই সুমধুৰ কথা আকৌ শুনিবলৈ আগ্ৰহী মই বাইদেউ ।
@sitarabha2503
4 ай бұрын
Biswa
@sitarabha2503
4 ай бұрын
Biswa bijoy nojuwan Rabha sangit nohoi .jyuti sangit he. Thanks
@bijoychangmai1472
4 ай бұрын
সুন্দৰ ভাষণ ...
@shriarchana8844
4 ай бұрын
সমুদ্ৰ মন্থনৰ কাহিনীটো দৰে লাগি।
@mrinalmedhi8346
4 ай бұрын
বাইদেউ বৰ সুন্দৰ 🙏🙏🙏
@bipulsaikia7387
4 ай бұрын
আপুনি সত্য কথা কৈছে সুন্দৰ
@arabindamalakar1269
4 ай бұрын
আপোনাৰ কথা বোৰ ভাল পালো আপোনাৰ কথাই মোক উৎসাহিত কৰিছে। কামৰ মাজেৰে আগুৱাই নিলে ভাল পাম। মই আপোনাৰ কথাৰ মাজেৰে সংকঅলপ ললো👍🏻
@amulyasarma4057
4 ай бұрын
An exceptional speech presented by Anjela Changmai
@diptikalita4874
4 ай бұрын
Satya katha .val lagil.
@tarachangmai757
4 ай бұрын
এঞ্জেলা তোমাৰ কথা খিনিয়ে সকলোকে চেতনা জগাই তুলিব, কথাখিনি সময় উপযোগী হৈছে,তোমালৈ ধন্যবাদ থাকিল।
@mukheswarkonwar9754
4 ай бұрын
বহুত ভাষন শুনিছোঁ, কিন্তু ভাল লগা, সাৱলীলভাৱে,মনোগ্ৰাহীকৈ কথা কব পৰা, বহু সময় ধৰি শুনিবলৈ মন যোৱা এটা ভাষন। ভাল লাগিল।
@kalpanaborah5701
4 ай бұрын
বৰ সুন্দৰ ভাষণ।
@bhabendeka3039
4 ай бұрын
এক বুজাব নোৱাৰা অন্ত স্পৰ্শ কৰা ভাষন, বহুত বহুত ধন্যবাদ
@mridulkalita5914
4 ай бұрын
Nice speech 👏
@BitupanDeuri-oc5hz
4 ай бұрын
Nojona khota janibo paisu baidew ..bohut vall lagil baidew ❤❤❤❤
@rajeshdeori6453
4 ай бұрын
সঁচা কথা ভাষনে অন্তৰ চুই গ'ল ধন্যবাদ ।
@rajibkonwar2313
4 ай бұрын
🙏🙏🙏 বহুত ভাল লাগিল বাইদেউ।
@jahnabineog
4 ай бұрын
Hosakoi bor val lagil. Spostobadi baideu. Khub hundor vakhon
@padmalochangogoi6742
4 ай бұрын
Hundor
@anamikadas-tk9jf
4 ай бұрын
Bor dhuniya ke koise ma'am Val lagil ❤❤❤
@golakkochary2845
4 ай бұрын
Very important for us.
@KoshakantaDutta
4 ай бұрын
Ati hundar....🌹❣️👍🌹..
@urstatus2637
4 ай бұрын
অতি সুন্দৰ 🙏🙏🙏
@किरण2021
4 ай бұрын
❤बहोत बहोत धन्यबाद आप को एंजेला चांमा
@dhanduwarah748
4 ай бұрын
বহুত সুন্দৰ ভাষন
@monjugogoi6107
4 ай бұрын
মৰম আৰু আশীর্বাদ থাকিল
@deepalideka718
4 ай бұрын
সুন্দৰ।
@gunakantabaruah6243
4 ай бұрын
ভাষন অতি সময়োপযোগী হৈছে। ইয়াৰ ভাষনৰ বাণিবদধ ৰুপ পঢ়াশালিত শুনাব লাগে। দৰকাৰ হৈছে ।
@gunakantabaruah6243
4 ай бұрын
পঢ়াশালিত পুথিভঁৰাল জানো সকলোতে আছে। আমি এই সকল লোকক এই পুথিভঁৰালৰ
@gunakantabaruah6243
4 ай бұрын
পৰাই পঢ়ি অলপ গিয়ান পাইছিলো । এতিয়াৰ নেতাই বিধানসভাতো ভুলকৈ কৈ পেলায় লাজ পায়। দেশভিত্ত প্ৰকট হ'বলৈ অধ্যয়ন অনিবাৰ্য। এনে ভাষনৰ ওজন সদায় থাকিব।
@gunakantabaruah1988
4 ай бұрын
তোমাৰ স্পষ্টবাদিতা ভাল লাগিল।
@kaushikdeka1668
4 ай бұрын
সুন্দৰ ভাষন ❤❤❤
@akantanath211
4 ай бұрын
বৰ ভাল লাগিল বাইদেউৰ ভাষণ ।
@jagannathdas484
4 ай бұрын
বহু ধন্যবাদ।
@manojkrbhattacharyya4499
4 ай бұрын
Salute for such a brilliant speech.
@ajitsarma8237
4 ай бұрын
সুন্দৰ
@bulukantadutta8912
4 ай бұрын
সুন্দৰ ,সুন্দৰ
@dipokmoram3159
4 ай бұрын
আপোনাৰ কথাখিনিয়ে মন চুই গ'ল বা.... 🎉😅
@anjansarma9791
4 ай бұрын
Fine hoise baidew
@ProkashKalita-r4j
4 ай бұрын
সুন্দৰ মন সুই গল
@mamanidutta2937
3 ай бұрын
Bohut val lagil bhogobana log diyok tumak hi
@badiuzzaman3759
4 ай бұрын
Thank u .dont stop go befor .wel come assamia ramoni.
@dhananjaydas5934
4 ай бұрын
Ati hundar ..mat tu bor dhunia
@bijoyabaruah1245
4 ай бұрын
Bohut Bhal lagil. ❤❤❤
@prodipbora2752
4 ай бұрын
চেলুট।
@dipakborah2301
4 ай бұрын
Very nice
@danieldefoe2179
4 ай бұрын
অসমৰ বৰ্ণিল জগতখনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গোটেই অসমখনক এখন বেলেগ স্বৰ্গৰাজ্য লৈ ৰূপান্তৰ কৰিছিল তেওঁৰ স্বৰচিত গীত সমূহৰ দ্বাৰা,....... এগৰাকী বিশ্ববিখ্যাত দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল ।
@Tora532
4 ай бұрын
Eman monomoha bhasan... 🙏🙏🙏 kobitar abritti 🙏🙏
@bhobendeka6977
4 ай бұрын
Bahut janiblogia kotha important for all thanks
@kushalbaruah8438
4 ай бұрын
Supper....go on... thanks
@DeepkonwarDeepkonwar
3 ай бұрын
Anjela Baidew apuni jibor Dhuniekoi kotha koi thaka Baidew apuni Best Of Best apuni anikoi thakok Baidew apuni Bhobanor avatar
@jnvlogs2821
4 ай бұрын
বৰ সুন্দৰ দে
@Rajenkakati-eu6zt
4 ай бұрын
Hundar
@rajatgogoi1241
4 ай бұрын
তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিছো ।
@rajibgogoi3232
4 ай бұрын
100/ Right
51:49
অপৰাধীৰ কোনো ধৰ্ম নাই : Anjela Changmai
JSS Unscrripted
Рет қаралды 412 М.
9:18
akhil Gogoi - Himanta Biswa Sarma | বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ
Sangbad Prahari
Рет қаралды 907 М.
00:14
😜 #aminkavitaminka #aminokka #аминкавитаминка
Аминка Витаминка
Рет қаралды 2,7 МЛН
00:29
Poi-Poi-Poi-Poi-Poi-Poi-Po-Pi!! | Baby Zombie vs Baby Herobrine 😁
BigSchool
Рет қаралды 6 МЛН
00:33
Car Bubble vs Lamborghini
Stokes Twins
Рет қаралды 32 МЛН
00:21
Trapped by the Machine, Saved by Kind Strangers! #shorts
Fabiosa Best Lifehacks
Рет қаралды 15 МЛН
51:20
সলনি হ'ল মুস্তাফা কামাল আজহাৰী,পূৰ্বৰ কথা পাহৰি নতুনকৈ আৰম্ভ কৰিছে জীৱন
DA News Plus
Рет қаралды 2,2 М.
7:37
মুছলমানক মিঞা প্ৰসংগৰে নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে গৰজি উঠিল আলফা স্বাধীন
DA News Plus
Рет қаралды 1,2 МЛН
37:41
এঞ্জেলা চাংমাইৰ মূল্যৱান ভাষণ Valuable Speech of Angela changmai | Times Guwahati LIVE
Times Guwahati
Рет қаралды 14 М.
59:29
মই ভাইৰেল হোৱাটো ডাঙৰ কথা নহয় ,কথাবোৰ ভাষণত থাকিব নালাগে Anjela changmai interview viral
Shemim Ahmed ssiddiki
Рет қаралды 233 М.
6:30
'দেউতাই মদ খায়' মুখ্যমন্ত্ৰীৰ আগত পিতৃৰ অভিযোগ দি ভাইৰেল ছনু
Asom Live 24 Digital
Рет қаралды 708 М.
8:39
মমতাৰ ভতিজা অভিষেকে ঘটিয়ে ঘটিয়ে পানী খোৱালে লোকসভাৰ অধ্যক্ষক!
NorthEast Now
Рет қаралды 221 М.
4:43
ANJELA CHANGMAI ভাং খোৱা মানেই শিৱক পূজা কৰা হয় জানো।যান্ত্ৰিকতাৰ মাজত আমি কেনেকৈ নিজকে বিচাৰি পাম।
Pronabjit Borah Vlog
Рет қаралды 68 М.
38:54
গুৰু জনাৰ সৃষ্টিক অপমান কৰিছোঁ কিয় ? এঞ্জেলা চাংমাই | Angela Changmai | নাৰায়ণপুৰ
Kalindee Bhomora
Рет қаралды 162 М.
22:43
Why Are India's Neighbours Turning Into Enemies? | Do We Have Any Friends Left? | Akash Banerjee
The Deshbhakt
Рет қаралды 948 М.
13:52
আজি মহিলা সকলৰ কিয় এনেকুৱা হৈছে ! জানিব লগা কিছু কথা এঞ্জেলা চাংমাই ভাষণ পৰা! Anjela Changmai live
SK JUBAHOMAJ🙏
Рет қаралды 109 М.
00:14
😜 #aminkavitaminka #aminokka #аминкавитаминка
Аминка Витаминка
Рет қаралды 2,7 МЛН