True Love | Love Story by RJ Pahi

  Рет қаралды 162,446

Red FM Assamese

Red FM Assamese

Күн бұрын

Пікірлер: 391
@nikynath8445
@nikynath8445 3 жыл бұрын
এনেকুৱা প্ৰেম সচাকৈ অতুলনীয়,,,সুখী থাকক খুড়া আৰু খুড়ী আপোনালোক,,,,
@dipankarduwarah1691
@dipankarduwarah1691 3 жыл бұрын
পাহী বা love story টো শুনি বহুত ভাল লাগিল,, আৰু এটা কথা এটা কওঁ,, মই এতিয়া মুম্বাই পৰা আপোনাল love story শুনি আছো,, আৰু মোৰ লগৰ কেইটা অসমীয়া ভাষা ভাল দৰে বুলি নাপায় কিন্ত আপোনাৰ love story শুনি বহুত ভাল পায়,, মই সিহঁতক অসমীয়া ভাষাত বুজাই আছো,,আপোনাল Voice টো বহুত ভাল লাগে মোৰ আৰু মোৰ লগৰ কেইটা, ফালৰ পৰা, বহুত বহুত মৰমৰ যাঁচিলো''' 🥰🥰🥰🥰🌺🌺❣ ভবিষ্যতে যদি প্ৰেমত পৰোঁ,, নিশ্চয় আপোনালৈ মোৰ জীৱনৰ love story লিখিম,,, ৰুবি বাইদেউ লৈ মোৰ তৰফৰ পৰা বহুত বহুত মৰম জনালোঁ "" happy family ৰুবি বাইদেউ
@mofizuddin8995
@mofizuddin8995 3 жыл бұрын
I 😴iiiiooo
@lilakantaphukan8978
@lilakantaphukan8978 3 жыл бұрын
Bohut'vl'lagil
@anupamnath7532
@anupamnath7532 3 жыл бұрын
VL LGIL
@Mahantobhaimusic
@Mahantobhaimusic 8 ай бұрын
👍
@prityphukan8440
@prityphukan8440 3 жыл бұрын
এটা সুন্দৰ সন্ধিয়াত হাতত একাপ চাহ লৈ কাণত headphone লগাই পাহী বা ৰ কণ্ঠত এটা মৰম লগা love story শুনাৰ অভিজ্ঞতা যে বেলেগ 😊
@momisaikia1384
@momisaikia1384 3 жыл бұрын
ভাল লাগিল ...প্ৰেমত বিশ্বাস থাকিলে সকলো সম্ভৱ হয়
@porismitagogoi2800
@porismitagogoi2800 3 жыл бұрын
ঠিক কৈছা
@culturalassam6586
@culturalassam6586 3 жыл бұрын
আপোনাৰ love story সমূহ শুনি বহুত ভাল লাগে । মন বেয়া লাগিলে এটা শুনিলে বহুত ভাল লাগে।
@jyotishmangogoi2431
@jyotishmangogoi2431 3 жыл бұрын
নিজান ৰাতি অন্ধকাৰ মাজত headphone লগাই দিনটোৰ দুখ-ভাগৰ পাহৰি পেলাওঁ প্ৰেম কাহিনী বোৰ শুনি । সঁচাকৈ এক বুজাব নোৱাৰা আবেগ জড়িত হৈ আছে। ❤️❤️ ডিব্ৰগড়ৰপৰা মৰম যাছিলোঁ ।
@chilkasaikia8956
@chilkasaikia8956 3 жыл бұрын
Val lage no
@semimsultana891
@semimsultana891 3 жыл бұрын
Sem
@himasrivlog3314
@himasrivlog3314 3 жыл бұрын
Mio sadai xunu
@bobitaschoice9585
@bobitaschoice9585 3 жыл бұрын
From barpeta
@priyankasaikia5302
@priyankasaikia5302 3 жыл бұрын
আপুনি ভাগ্যৱতী,,,,পাহি বা,,,,,,,, এইটো কাহিনী ৰ বাবে,,,,❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏
@pampibezbaruah3478
@pampibezbaruah3478 3 жыл бұрын
Ufff😍😍😍 সচাকৈ দেই বিশ্বাসেৰে ভৰা প্ৰেম কাহিনী শুনি বহুত ভাল লাগিছে😊😊
@lovewindproduction4969
@lovewindproduction4969 3 жыл бұрын
O mor bap
@hiteshkalita1842
@hiteshkalita1842 2 жыл бұрын
hii
@lyricalworldassam992
@lyricalworldassam992 3 жыл бұрын
দিনতোৰ সমস্তবোৰ দূখ ভাগৰ পাহৰি নিজান ৰাতিৰ বুকুত পাহি বাৰ মাতত জীৱনৰ আকৌ এটা প্রেমৰ সংগা 🥰
@Sunsuni785
@Sunsuni785 3 жыл бұрын
❤️❤️
@himasrivlog3314
@himasrivlog3314 3 жыл бұрын
❤️
@sunitabora9086
@sunitabora9086 3 жыл бұрын
❤️
@ranig8125
@ranig8125 3 жыл бұрын
সঁচাকৈয়ে শুনি খুব ভাল লাগিল।।❤️❤️❤️🙈🥀
@karishmachamuah6510
@karishmachamuah6510 3 жыл бұрын
পাহি বা..তোমাৰ মাতৰ দ্বাৰা চকুৰ আগত ভাঁহি আহিছে ৰুবি বা আৰু ভিনিদেউৰ কাহিনী🌸💞..ইমান মৰম আৰু বিশ্বাস🌚..কাহিনীয়ে ওঠঁৰ হাঁহি আপোনাআপোনি কৈ ওলাই আহিছে🤗🥰..ৰুবি বা হতে বিয়া পাতোতে আমি এই ধৰাৰ লৈ অহাই নাছিলো..😚 ৰুবি বা ঢকুৱাখনাৰ কোনখন গাঁৱৰ হয় কোৱা হ'লে ..এবাৰ লগ পাব পাৰিলো হয়😍..যি কি নহওঁক ঢকুৱাখনাৰ পৰা বহুত মৰম আপোনালোকলৈ.. ❤️😘
@rupammoni1017
@rupammoni1017 3 жыл бұрын
সচাই বহুত ভাল লাগিল পাহী বা it's a really inspired love story 💕
@mitrachetry2335
@mitrachetry2335 2 жыл бұрын
Real story ye khadai heart touching kare
@plabitanath1332
@plabitanath1332 3 жыл бұрын
পাহি বা , মই আপোনালোকৰ এই অনুষ্ঠানটোৰ অতি নিয়মীয়া শ্ৰোতা । বহুত love story আপোনালোকৰ অনুষ্ঠানটোৰ মাধ্যমেৰে শুনিছো যদিও, বিশেষ কিছুমান কাহিনীয়েহে "প্ৰেম" কি শিকাই !! "মই তাইৰ হৈ পৰিলো" ‐ এই কাহিনীটো আৰু আজিৰ এই কাহিনীটোৰ মাধ্যমেৰে প্ৰেম সম্পৰ্কে থকা ধাৰণা সম্পূৰ্ণ পৃথকৈ নতুন হৈ পৰিছে মোৰ বাবে... !!বহুত ধন্যবাদ যাঁচিলো আপোনাক ☺
@sangitadas7392
@sangitadas7392 3 жыл бұрын
Wow lovely story ❤️❤️nd cute মাত তো আপোনাৰ
@RAMENRAJBONGSHI
@RAMENRAJBONGSHI 3 жыл бұрын
এনেবোৰ সফল প্ৰেম কাহিনী শুনি সচাকৈ বহুত বহুত ভাল লাগে।।ৰাতি টুপনি নাহিলে কাণত হেডফোন লগাই যেতিয়া আপোনাৰ সুমধুৰ কণ্ঠত এনেকুৱা প্ৰেম কাহিনী বোৰ শুনিবলৈ পাওঁ তেতিয়া গম নোপোৱাকৈ টুপনি আহি যাই আৰু মনটো বহুত ভাল লাগে নতুন কিবা এটা শিকিবলৈ পাওঁ।।❤️ আচলতে আগৰ দিনতেই চাগে ভাল আছিল মোবাইল নাছিল এতিয়াৰ দৰে, চিঠিৰ সৈতে প্ৰেম হৈছিল আৰু বিশ্বাস আছিল। আজিকালি টো মেচেজ টো চাওঁতে ও দেৰি হ'লে কাজিয়া হয় কিছুমানৰ।।
@dhunisaikia2590
@dhunisaikia2590 Жыл бұрын
অনবৰতে KZbin love story সুনি থাকো, বহুত ভাল লাগে ❤❤
@joyshreegogoi5283
@joyshreegogoi5283 3 жыл бұрын
Wowww mojja lagil true love.. love from Dibrugarh
@ruksanvlogs1447
@ruksanvlogs1447 3 жыл бұрын
Ba mur kanot headphones 🎧... Aru olpe olpe borukhon gorot kunu ni..... Tar majot apunar voice sot love Story.... Happy feeling ba..... Love you ba.... ❤❤❤❤😊😊😊😇😇😇
@Sunsuni785
@Sunsuni785 3 жыл бұрын
উফফ দুভাগ নিশা কাণত হেডফোন আৰু আনফালে তোমাৰ কন্ঠত এনে এটি প্ৰেম কাহিনীয়ে পুনৰ শিকাই থৈ গল যে ভালপোৱা জন চকুৰ আগত থাকক বা আৰঁত, হৃদয়ত মাথো তেওঁ থাকিব লাগিব বিশ্বাসৰ ডোলেৰে ❤️❤️❤️💞💞💞ৰুবি বা আৰু ৰক্তিম ভিনদেউলৈ বহুত মৰম ❣️🌺❣️
@porismitagogoi2800
@porismitagogoi2800 3 жыл бұрын
মোৰ হিদয়ত আছে
@Sunsuni785
@Sunsuni785 3 жыл бұрын
@@porismitagogoi2800 😊❤️
@chimpimedhi2738
@chimpimedhi2738 3 жыл бұрын
শুনি বহুত ভাল লাগিল 💓 নগাঁও
@rajchoudery7151
@rajchoudery7151 3 жыл бұрын
Hosa ktha agor vll pwa aru etiya vll bohut pathoke ase vll lagile love story huni pahi ba apunar voice bohut dhuniya
@simideka6899
@simideka6899 3 жыл бұрын
One of the best love story 🔥🔥❤️❤️
@allcategory6204
@allcategory6204 3 жыл бұрын
Pahi bar matot story bur aru dhuniya hoi pore😍❤️😌
@krishnaborah58
@krishnaborah58 3 жыл бұрын
Muru ase ata ধুনীয়া লাভ story☺️লিখিম বুলি ভাবিছোঁ
@statusWorld-kd8rc
@statusWorld-kd8rc 3 жыл бұрын
Muru
@himasrivlog3314
@himasrivlog3314 3 жыл бұрын
Muru
@chandrimadeka1677
@chandrimadeka1677 3 жыл бұрын
Muro joldi lekha
@porismitagogoi2800
@porismitagogoi2800 3 жыл бұрын
মোৰো joldi liha 😊😊 মোৰো love story আছে but bf ya দিব নিদিয়ে,,,,,he কৈছে আমাৰ realtion টো অলপ আগ বাঢ়ি লৱক তাৰ পিছত দিম বুলি
@ritikasharma2002
@ritikasharma2002 3 жыл бұрын
Muru o dada
@Foodieankitasonowal
@Foodieankitasonowal 3 жыл бұрын
Such a beautiful story pahi ba💝❤️ ❤️Pahishan ❤️
@amritrabha9509
@amritrabha9509 Жыл бұрын
সচাঁই পাহি বা বহুত বহুত ভাল লাগিল lovely voice❤😍💐
@pras_tuti
@pras_tuti 3 жыл бұрын
Bhut vl lgile 💕💕💕 Bhut morom pahi Baa 💖😍🔥💖
@babluhussain8332
@babluhussain8332 3 жыл бұрын
Pahi baa love story tu বহুত ভাল লাগিছে
@dalimirabha4333
@dalimirabha4333 Жыл бұрын
bht Vl lgil story to hni phi baa...! ❤️❤️❤️
@husnabegum9023
@husnabegum9023 10 ай бұрын
wow ❤❤xosa huni bohut vl lagil da ....pahi baa❤❤❤❤apuna luk hukhi hok
@inabiku8903
@inabiku8903 3 жыл бұрын
Bhut dhuniya lgil story tu...xulie xuni thkib mn jai pahi baa
@darshanamahanta1026
@darshanamahanta1026 3 жыл бұрын
Hoi nki
@dipjyotidas5366
@dipjyotidas5366 3 жыл бұрын
Oh Hoy nki? Tahole Love U
@dikshitadas2628
@dikshitadas2628 3 жыл бұрын
🌚+ 🌧️+ 🎧Rj pahi Love story=❤️🥺
@bitughosh2277
@bitughosh2277 3 жыл бұрын
Pahi bar voice tu juiii
@ranibegum1498
@ranibegum1498 3 жыл бұрын
Pahi ba agor din or vl powa hosa asili ba aru aji kali vl powa hoise khele khela nisina ba pahi ba ...kon hosa kon misa kob nowri ba....Rubi ba story bhut vl lagise ...Gud bless u Rubi ba
@madhusmitabora7942
@madhusmitabora7942 3 жыл бұрын
Xosakoi bohut vl lgil story2 ❤️❤️😍😍
@nilutpaltalukdar9591
@nilutpaltalukdar9591 3 жыл бұрын
Real TRUE LOVE ❤️
@deepshikhaphukon4073
@deepshikhaphukon4073 3 жыл бұрын
বহুত ভাল লাগিল
@goutamas323
@goutamas323 3 жыл бұрын
Pahi baa kobo nuaru...bht dukhor majotu hukh bisari paw..love u pahi baa
@tulyataidvlogs76
@tulyataidvlogs76 3 жыл бұрын
Story tu huni bohut vl lgil aru apunar voice tu otuloniyo pahi baa ❤️ Love from Dhakuakhana ❤️
@mjabedborbhuyan5778
@mjabedborbhuyan5778 3 жыл бұрын
Wow RJ pahi ba kahinitu ye mon utfolito kori pelaise
@yashu3488
@yashu3488 2 жыл бұрын
bohut dhuniya 🌚❤️
@silentkiller1849
@silentkiller1849 3 жыл бұрын
Bahh, kiya jindagi ha এ মৰম যেন চিৰযুগমীয়া
@nikibharadwaj3955
@nikibharadwaj3955 3 жыл бұрын
Love story Tu bohut vl lagise❤
@banditadevi9602
@banditadevi9602 3 жыл бұрын
বহুত ভাল লাগিল পাহী বা 😊
@taposhihajong3303
@taposhihajong3303 3 жыл бұрын
This is so beautiful... ❤️❤️
@sankarborah3916
@sankarborah3916 2 жыл бұрын
Bohut bohut val lagil xuni Rubi bar love story tu
@Hemkanta270
@Hemkanta270 3 жыл бұрын
সচাই বহুত ভাল লাগিল আগলৈকে মৰম থাকিল লখিমপুৰ,ঢখুৱাখনাৰ পৰা💓💓💓
@chirajboruah3060
@chirajboruah3060 3 жыл бұрын
Hi... মই ধেমাজি ৰ পৰা কৈছো.
@madhusmita9765
@madhusmita9765 3 жыл бұрын
মনতো বহুত বেয়া লাগি আছিল আপোনাৰ story তো শুনি মন তো ভাল লাগিল অলপ
@dipjyotidas5366
@dipjyotidas5366 3 жыл бұрын
Love u Madhu
@anuwarhussain7596
@anuwarhussain7596 3 жыл бұрын
Wow bohut vl lagily huni
@karanmandal9829
@karanmandal9829 3 жыл бұрын
ভাল লাগিল শুনি কাহিনীটো
@prity387
@prity387 3 жыл бұрын
Xosakoi story bor pahi baa r mat t khuni bohut val lage 👍🥰🙏
@sumanmixture3975
@sumanmixture3975 3 жыл бұрын
হাজাৰ হাজাৰ দুখৰ মাজত তোমাৰ love story মোক জীপাল কৰি তুলে
@tunap5406
@tunap5406 3 жыл бұрын
Hsae kisuman love story huni bhut vl lge mnt2 aru kisumane bhut khuwaii....
@richakalita1538
@richakalita1538 3 жыл бұрын
Love this story.❤️ May God bless you both. Blessed to hear this story.❤️
@sangitagogoi5240
@sangitagogoi5240 3 жыл бұрын
Awwww God bless you both Rubi Ba 🥰🥰😘😘
@Gitasree204
@Gitasree204 3 жыл бұрын
Bohut dinor pisot eta dhuniya love story xunilu bohut vl lagil ❤❤❤❤love you pahi baa 😘😘love from guwahati ❤aru xunkale eta dhuniya love story xunibole pam buli axa thakil
@abhijitgogoi9439
@abhijitgogoi9439 3 жыл бұрын
Bohut vl lgil story 2 huni
@junndaxx2835
@junndaxx2835 3 жыл бұрын
Bohut bohut val lagil love story to xuni ,
@RinkiDevi-hh8dh
@RinkiDevi-hh8dh 3 жыл бұрын
Love story tu xuni bohut bohut val lagil.....😍💕💞😘😘😘😘😘🥰🥰🥰❤️💝💝 Pahi baa very nice... story
@ranturabha7719
@ranturabha7719 3 жыл бұрын
Buhut val lagil pahi baa love story tu huni...🥰🥰
@raima776
@raima776 3 жыл бұрын
Pahi ba bhut bhal lagil love story to. And moi Bangaloreror pora huni asu apunar story.
@nurshahinayasmin5228
@nurshahinayasmin5228 2 жыл бұрын
সচাই পাহী বা আপোনাৰ love story ♥ বোৰ বহুত ভাল লাগে so sweet voice ❤ 😍 ♥ 💖
@palkisaikia8668
@palkisaikia8668 3 жыл бұрын
Bht val lgel,, aji kali blv Tu nathake phn thake uu😇
@pahi_yt
@pahi_yt 3 жыл бұрын
Bohut dinor pisot apunar videotu sai montu val lagil❤️❤️❤️
@nitupandowarah6478
@nitupandowarah6478 3 жыл бұрын
মৰমৰ পাহী বা'লৈ বহুত বহুত শুভকামনা থাকিল লগতে বা'ৰ দীৰ্ঘায়ু আৰু সুস্বাহ্য কামনা কৰিছোঁ । শেষত পাহী বা'লৈ মোৰ এটাই অনুৰুধ মই মোৰ Love Story কেনেকৈ পথাম অকনমান কৈ দিলে মই সুখী অনুভৱ কৰিলোঁ হয় । ধন্যবাদ ।
@dipjyotidas5366
@dipjyotidas5366 3 жыл бұрын
Adress Diya Ase Description t Sai Lowa
@sunnyaxom
@sunnyaxom Жыл бұрын
True love 💕 xuni bhut val lagil pahi ba ❤premot anekoi succes hle bhut val lage
@nurulhaque331
@nurulhaque331 3 жыл бұрын
Love story শুনি বহুত ভাল লাগিল
@rikiray3992
@rikiray3992 3 жыл бұрын
Dhuniya lagil story to suni pahi baa
@ajayguwala1008
@ajayguwala1008 2 жыл бұрын
Vl lgil o bohut 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
@papulipegu8162
@papulipegu8162 3 жыл бұрын
Melodious voice ❣️❣️
@misingmimagajon7249
@misingmimagajon7249 3 жыл бұрын
মৰম থাকিল আগলৈকে উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ ৰুবী বা আৰু পাহি বাক 🥰🥰🥰
@rishasaikia5085
@rishasaikia5085 3 жыл бұрын
apunaloi bohut morom thakil love from golaghat 😘😘
@dipjyotidas5366
@dipjyotidas5366 3 жыл бұрын
Bohut Bohut Val Lagile Story Tu Xuni Pahi Ba Love From #Sorbhog
@susmitatopno3667
@susmitatopno3667 3 жыл бұрын
Bohut vl lgil huni....
@dipaligogoi433
@dipaligogoi433 2 жыл бұрын
❤️❤️One of the best lovestory 💞💞
@buddies354
@buddies354 3 жыл бұрын
পাহী বা তোমাৰ Love story শুনি বহুত ভাল লাগে
@sumidevi6552
@sumidevi6552 7 ай бұрын
Val palu khuni bohut 🥰❤️
@simashrisahariah5080
@simashrisahariah5080 3 жыл бұрын
খুব ধুনীয়া কাহিনী..
@himashritalukdar699
@himashritalukdar699 2 жыл бұрын
Pahi baa tumar story moi xodai 4 ta man xunu bor val lage Mur . aru eta interesting katha Mur naamu pahi hoi
@welsonboro6996
@welsonboro6996 3 жыл бұрын
Khosa val pua r ketiau khekh nai pahi baa.........aru bishak to baaa❤️❤️❤️❤️❤️
@শদিয়াৰলৰামই-ভ৮ঘ
@শদিয়াৰলৰামই-ভ৮ঘ 3 жыл бұрын
বহুত ভাল লাগিল পাহি বা ❤😍
@arpitagowala8254
@arpitagowala8254 3 жыл бұрын
Tumr voice bohut dhuniya pahi baa. Tumr love story bohut huni bohut val lage ❤️❤️❤️
@papuliburagohain7053
@papuliburagohain7053 3 жыл бұрын
Bohut vl lagil😊😊
@karishmadas3766
@karishmadas3766 3 жыл бұрын
Bhut interesting hy ❣️... Blv..main ❣️
@RahulDas-mc6lo
@RahulDas-mc6lo 3 жыл бұрын
Bohut val lagil Baa story tu ♥️
@sumidas8400
@sumidas8400 2 жыл бұрын
বহুত ভাল লাগিছে শুনি
@ankurkonwar3
@ankurkonwar3 3 жыл бұрын
Val lagil oo baa huni .... Agr to video at koisilu hafal hua khini ata pohi hunaba sun buli..... Apuni bar dhuniya koi request accept kari emn val kahini ata ag bahai dile😊😊thank u baa 💞
@rinkigohain7023
@rinkigohain7023 3 жыл бұрын
শুনি বহুত ভাল লাগিল
@DPD2729
@DPD2729 3 жыл бұрын
This is the Best love story❤
@kashyabhazarika5323
@kashyabhazarika5323 3 жыл бұрын
Nice story pahi baa 😇🥰🥰
@fhaguniswargiary3994
@fhaguniswargiary3994 3 жыл бұрын
Bohod bhal lagil pahi ba mam
@probinsaikia9222
@probinsaikia9222 3 жыл бұрын
Bht dhunia lagil xuni 💖
@rashmidas8922
@rashmidas8922 3 жыл бұрын
Bohut vl lagil love story to huni ❤❤😘
@fatimabegum5289
@fatimabegum5289 3 жыл бұрын
Bohut bohut val lagise khuni pahi baa
@borahmadhushmitaborah8138
@borahmadhushmitaborah8138 3 жыл бұрын
Pahi baa love story 2 huni bohut vl lagil
@Foods353
@Foods353 3 жыл бұрын
Bhut val lagil story tu huni😍
@manalishadas2421
@manalishadas2421 Жыл бұрын
Awwwwww❤it's so beautiful love story Uncle & Aunty ❤
@nayanyt8070
@nayanyt8070 2 жыл бұрын
Bohot Moja lagil pahi ba
@nehaahmed4299
@nehaahmed4299 3 жыл бұрын
Neha ❤️❤️ bhut vl lgil story to ❤️😘
@kabitarajkumari4865
@kabitarajkumari4865 3 жыл бұрын
খুবেই সুন্দৰ
@manishadas9451
@manishadas9451 3 жыл бұрын
Beautiful story baa ..heart tusing...very understanding nd believe ❤😊👌🥰 Pahi tumr story bur moi bhtt sorur porai suni ahisu moi tatiya class 9.ot tatiyar porai suni ahisu...bhttt vl lge tumr story bur nd sob sa vl lge tumr voice tu I love you pahi baa, ❤😘😘😊🤗....mr o 1ta story ase pahi baa, dim dim buli dibo pora ni...🙂👍...dim buli vhabisu ...apuner voice a ra mr story tu sunibo bhtt mon ase pahi baa...😊😘😘
ANURAG MATHU TUMALE | Love Story | RJ Pahi
29:30
Red FM Assamese
Рет қаралды 140 М.
UFC 310 : Рахмонов VS Мачадо Гэрри
05:00
Setanta Sports UFC
Рет қаралды 1,2 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
DUTI MONOR OXOPHOL PREM
25:24
Red FM Assamese
Рет қаралды 96 М.
#youtube #vlog
5:27
Usha roy Life style
Рет қаралды 10 М.
Tumi Sukhi Huwa || Love Story By RJ Pahi
25:16
Red FM Assamese
Рет қаралды 166 М.
LOVE IS LIFE || REDFM LOVE STORY BY RJ PAHI
35:11
Red FM Assamese
Рет қаралды 343 М.
MAYABINI RATIR BUKUT DEKHA PALU TUMAR SOBI | RJ PAHI | RED FM LOVESTORY
24:17
RED FM_ASSAMESE || LOVE STORY_//_CHANGING PHASES OF LOVE || BY_RJ PAHI
36:08
RED FM ASSAMESE RJ PAHI
Рет қаралды 147 М.
UFC 310 : Рахмонов VS Мачадо Гэрри
05:00
Setanta Sports UFC
Рет қаралды 1,2 МЛН