Dhoinobad janalu Apunak . Val lagil kotha kheni Jani .🙏
@manjugogoi3262 Жыл бұрын
Dhaynabad. Bohut nojona kotha janilu
@rebotisaikia661 Жыл бұрын
ভাল লাগিল ছাৰ🙏🙏
@mrinalidas20312 ай бұрын
কাছৰ মুখখন উত্তৰদিশে হ'ব লাগে নেকি ?
@sivasagarbaruah2897 Жыл бұрын
🙏🙏
@simikalita5344 Жыл бұрын
Waiting
@nikumanikalita60048 ай бұрын
Bedroom ot thobo pari ne
@himadrichangmaimech7403 Жыл бұрын
খুপ সুন্দৰ কথা কলে ভাল লাগিল।
@BijuliDas-d8q Жыл бұрын
কাছ মুখ খন কোন দিশত ৰাখিব লাগে
@iamthedefeatable Жыл бұрын
Pruved paiu
@alakabhuyan.1327 Жыл бұрын
Bahut val lagil female persone kashor ring pindhibo parene.
@geetatamuliphukan2652 Жыл бұрын
Apunak akhekh dhanyavad Sir.
@janardanbaruah7751 Жыл бұрын
Amar mati ni paka tate rakily hobo na
@riyandas1272 Жыл бұрын
Bed roomত ৰাখিব পাৰিব নে? জনাব।
@anupams980 Жыл бұрын
ভাল লাগিল । নজনা কথা জানিলো।
@MARvlogs0078 ай бұрын
কাছৰ মুখখন দক্ষিণ ফালে আৰু পিছফালখন উত্তৰ ফালে আছে । মই এইদৰে ৰাখিছো শুদ্ধ হৈছে নে জনাবচোন
@rgrg5472 Жыл бұрын
কাছৰ বিষয়ে ভিন্ন জনৰ ভিন্ন মত আৰু কাছৰ মূৰ্তিও বেলেগ বেলেগ দেখিছো । কিছুমানে কয় মুখত কইনচ্ লৈ থকা কাছটো ঘৰৰ মূল দুৱাৰত এনেকৈ থব লাগে যাতে এই মাত্ৰ যেন বাহিৰৰ পৰা জপিয়াই আহি সোমাইছে ঘৰত । আকৌ ইটোৰ পিঠিত সিটো বহি থকা কাছৰ মূৰ্তিটো হেনো ঘৰৰ মূল দুৱাৰত ওলোমাই থব লাগে বংশবৃদ্ধিৰ বা সন্তান প্ৰাপ্তিৰ বাবে ইত্যাদি ইত্যাদি ! নানা মুনিৰ নানা মত, বৰকৈ চালে পগলাহে হম নেকি !
ছাৰ নমস্কাৰ।ঘৰৰ ব্ৰহ্মস্থান মানে কোনখিনী স্থান অনুগ্ৰহ কৰি বুজাই দিব।৭০০ টকাৰ ক্ৰাইষ্টলৰ কাছ এটা কিনিব বিচাৰিলে ক'ত যোগাযোগ কৰিব লাগিব জনাবচোন।লগতে কিন্তু ক্ৰাইষ্টলৰ প্লেটখনো লাগিব।
@pampidas706 Жыл бұрын
Sir feng suir bikhoi a khbo sun ketiya baa 😊😊
@dhunusaikia5650 Жыл бұрын
Amr ghort ase kintu blg metelor
@padminitalukdar5218 Жыл бұрын
Ring pindhile ki hai konto finger t pindhim
@mallikaborah3507 Жыл бұрын
শিলৰ কাছ কোন দিশত ৰাখিব লাগে
@pinkygogoi368811 ай бұрын
Mohila hokol a kaso angoothi pindhela kun barey, kun hatot,aru kuntu angolit pindhibo baru. Jonabo buli akha rakhelu
@bristyrongpi3357 Жыл бұрын
Sir কাছৰ আঙঠি pindhile ki hoi and kenekoi pindhibo lage niyom bur parile jonabo ne ki? Aru hokoluye কাছৰ আঙঠি pindhibo pare ne?
@lunachoudhury2451 Жыл бұрын
Dada gukhai ghoror matit thobo parim ne plz reply
@leenahandique4285 Жыл бұрын
নজনা কথা শিকিলো বহুত বহুত ধন্যবাদ
@padumsaikia1681 Жыл бұрын
উওৰ দিশত বেড ৰূম বা পাক ঘৰৰ বেৰৰ কাষত কাছ ৰাখিব পৰা যাবনে জনাব চোন । যিহেতু আমাৰ উওৰ দিশত বেডৰূম পাকঘৰ আৰু মাজত এটা কৰীদ'ৰহে আছে ।