Warning! শৃংখল চলিহাৰ দাদাগিৰী আৰু বেচিদিন নচলে। Shrinkhal Chaliha be careful ll

  Рет қаралды 127,415

Yo Yo Adviser

Yo Yo Adviser

Күн бұрын

Пікірлер: 452
@YoYoAdviser
@YoYoAdviser Жыл бұрын
kzbin.info/www/bejne/pqndn3h3obSKZ7s ☝️☝️☝️☝️☝️শৃংখল চলিহা এইবাৰ NSA act ত ফচিচে। বহুত ভয়ানক এইখন আইন। জনি লওক।
@happyboy4579
@happyboy4579 Жыл бұрын
Moja koisa dada saport nokora Gita nai dada ame asu n moi 10 km val pau manujonk val vido boni buli ... Plz moi ata comment disu pohe vido ata bonabo na dada plzzzz
@beautycollection82
@beautycollection82 Жыл бұрын
Bapero murtu
@sunnyhero2544
@sunnyhero2544 Жыл бұрын
@@beautycollection82 মাৰ মূৰটো
@kaustavpran7940
@kaustavpran7940 4 ай бұрын
Toi mar kukur
@manuarabegum527
@manuarabegum527 3 ай бұрын
সুন্দৰ আলোচনা আপোনাক salute
@GiasuddinAhmed-wn4nw
@GiasuddinAhmed-wn4nw 3 ай бұрын
অতি সুন্দৰ কথা ,salut আপোনাক।
@radaliassame3397
@radaliassame3397 Жыл бұрын
মহাশয় আপুনি মহা পন্দিত দিয় আপুনিয়ে শুদ্ধ আপুনিয়ে সকলো জামে আপোনাক শত শত প্ৰনাম
@YoYoAdviser
@YoYoAdviser Жыл бұрын
ধন্যবাদ
@pranitadas304
@pranitadas304 4 ай бұрын
এই উশৃখল চলিহা জনক আমি সমৰ্থন নকৰোঁ
@mohammedahad293
@mohammedahad293 3 ай бұрын
ধন্যবাদ ডাঙৰীয়া। বিশৃঙ্খল সৃষ্টি কৰাৰ ৰহস্য বিশ্লেষণ কৰাৰ বাবে ধন্যবাদ ডাঙৰীয়া।
@chiranjivsonowal2050
@chiranjivsonowal2050 Жыл бұрын
মই অসমৰ উগ্ৰ জাতীয়তাবাদী সকলক আৰু উগ্ৰ জাতীয়তাবাদৰ সমৰ্থক সকলক সুধিব খুজিছো যে অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে বাহিৰা ৰাজ্যত কাম কৰি আছে সেই সকলক সেই ৰাজ্যবোৰৰ পৰা তাৰ থলুৱা লোক সকলে যদি দাদাগিৰী (আমাৰ যেনেকৈ অসমীয়াগিৰী) দেখুৱাই খেদি দিয়ে তেতিয়া আমাৰ জাতীয়তাবাদী সকলে সেই যুৱক-যুৱতী সকলৰ দায়িত্ব ল'ব নে? আৰু যদি সঁচাকৈয়ে অসমীয়াগিৰী দেখুৱাব লাগে তেনেহঁল ব্যৱসায় কৰি, কাম কৰি, চান্দা সংস্কৃতি ত্যাগ কৰি নৱ প্ৰজন্মৰক সঁচা অৰ্থত স্বাৱলম্বী হোৱাৰ বাৱে পথ দেখুওৱাক, আদৰ্শ দেখুওৱাক। জাতিটোক অৰ্থনৈতিক ভাৱে সৱল কৰিবলৈ অৰ্থনৈতিক বিপ্লৱ আনি দেখুওৱাক। পাৰিবনে? তেহে মানি আপোনালোকে জাতিটোৰ বাৱে কাম কৰিছে। আমি অৰ্থনৈতিক ভাৱে সৱল নহলে জাতীয়তাবাদ নালাগে সংবিধানৰ ৰক্ষাকৱচেও আমাক বচাৰ নোৱাৰে। জাতীয়তাবাদ বেয়া নহয় কিন্তু সকলো বস্তুৰে অতিমাত্ৰা অতি বেয়া।
@PremaNandaMali-n1g
@PremaNandaMali-n1g 3 ай бұрын
Tik
@ImranAzad2791
@ImranAzad2791 3 ай бұрын
দাদা আপোনাৰ কথাবিলাক বৰ ধুনীয়া আৰু যুক্তিগত, মানুহৰ ভোল বোজাবোজিৰ কাৰণে আজি আমাৰ দেশৰ এইটো অৱস্থা ।
@uuhh3627
@uuhh3627 3 ай бұрын
আপোনাক।।অনেক।। ধন্যবাদ
@phanidharthakuria588
@phanidharthakuria588 4 ай бұрын
আপোনাক ধন্যবাদ
@subratadey9156
@subratadey9156 4 ай бұрын
বৰ ভাল চিন্তা চৰ্চা কথা-বতৰা । আপোনাৰ ভি,ডি,ও আমি সমৰ্থন কৰো।
@basantigoswami8659
@basantigoswami8659 Жыл бұрын
বহুত ভাল কথা কৈছা তুমি । নতুন উঠি অহা লৰা ছোৱালীৰ বাবে।
@YoYoAdviser
@YoYoAdviser Жыл бұрын
Thanks. Share kori dibo fb t.
@JayantaTumung-k7t
@JayantaTumung-k7t 4 ай бұрын
.অসমত.বহিৰাগতে.চলোৱা.কাৰসানাত.গৈ.এবা.চাবি..দাদা.অসমৰ.ছোৱালিক.বোৱাৰীক.কেনেবেবহাৰ.কৰে.আপোনী.কেতীয়াৱা.কাম.কৰিচনে.এবাৰ.কৰি.আহিবা.দা.দা.চলিহা..লাচিত.বৰফুকণ.জই.আই.অসম
@BabulBordoloi-bx5kw
@BabulBordoloi-bx5kw 3 ай бұрын
গোটেই অসমতে বঙালী আৰু মাৰোৱাৰী অসম চলাই আছে শিঘল হাবিত থাকক অসম ইতিহাস বিষয়ে জনা দৰকাৰ
@pronobprokash86
@pronobprokash86 3 ай бұрын
আমি লাচিত বৰফুকনক লৈ গৌৰৱ কৰো , এইকাৰণে যে তেখেতে অপৰিসীম কষ্ট স্বীকাৰ কৰি তেওৰ সৱল সেনানীৰ দ্বাৰা ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰি মোগলক ভেটা দিবলৈ সক্ষম হৈছিল ,দেশৰ মান অক্ষুণ্ণ ৰাখিছিল। পাছে লাচিত সেনা বুলি হুংকাৰ দিয়া আজিৰ সেনানী সকলৰ পৰা উজনিৰ ইটাভেটা কেইটাৰ কাৰণে শ্ৰম দান দিব পৰা কেইজন সেনা উলিয়াব পাৰিলে , সেইটোহে লক্ষণীয়!
@saazfingerstyleguitar3440
@saazfingerstyleguitar3440 3 ай бұрын
Good Speech...
@saifulgoodstyleislam2548
@saifulgoodstyleislam2548 4 ай бұрын
Your are right speech
@mithabasumatary1079
@mithabasumatary1079 Жыл бұрын
🙏 Apunar kothat dom asy..
@pkstudiosong270
@pkstudiosong270 Жыл бұрын
জয় আই অসম i support শৃংখল চলিহা
@allvideo3996
@allvideo3996 4 ай бұрын
No never
@kushalbora4823
@kushalbora4823 3 ай бұрын
Fruitful speech .
@dimbeswarbordoloi970
@dimbeswarbordoloi970 Жыл бұрын
100%Right dada, help full video for new Genartion must watch
@YoYoAdviser
@YoYoAdviser Жыл бұрын
Thanks bro. Share kori diba fb t .
@s.sarkar3805
@s.sarkar3805 2 ай бұрын
You are kind hearted & matured person to speak reality
@factteller5471
@factteller5471 4 ай бұрын
Agree ❤... thank you for the message.
@lohatinmofizali8509
@lohatinmofizali8509 3 ай бұрын
Good good your very good decition and speech❤dada amar anakuwa kotha koboloi vo loga. Ain pi
@mintuthakur6675
@mintuthakur6675 4 ай бұрын
Thike koise dada... I support you....
@snigdhadas7468
@snigdhadas7468 Жыл бұрын
সচাঁ কথা কিমান যে আমাৰ দৰে লৰা ছোৱালী মাৰোৱাৰী ঘৰত জৱ কৰি আছে। মই আপোনাৰ কথা সহমত আছো। মাৰোৱাৰী, বিহাৰী মানুহ এতিয়া হাড়ে হিমজুৱে অসমীয়া
@swggamerff468
@swggamerff468 Жыл бұрын
ডাঙৰীয়া আমাৰ দেশৰ আইন খন মে সকলোৰৰ বাবে সমান নহয় দেই ।তাৰ স্পষ্ট প্ৰমাণ আছে ।
@tuzzammelhossain310
@tuzzammelhossain310 3 ай бұрын
You are right Dada .Allah bless you telling such kind conversation among people Assam We ttose who are born in Assam we all are Assamese.of INDIA.
@wakeeltalukdar4090
@wakeeltalukdar4090 Жыл бұрын
Aponar niropkho alochona bohut val lage.aponar dore shokle babile Amar asom khon bohut aguwai golo hoy.
@chowlungjyotigogoi5755
@chowlungjyotigogoi5755 Жыл бұрын
শৃংখল চলিহা জিন্দাবাদ
@paragboruah1132
@paragboruah1132 Жыл бұрын
পোনে পোনে কোৱা কথা বোৰ ভালকিন্তুসঁচাকৈবহিৰাগতৰ উৎপাতোকম নহয়
@bikusaikia2745
@bikusaikia2745 Жыл бұрын
Okhom khn bonia hatoloi jbo besi nai aru.... Ami jdi ekgut nhou.... Dukh r bikhoy aiye j amar okhomia manuh r majot ekota nai.
@Augustine89238
@Augustine89238 Жыл бұрын
অসমত চলিব অসমীয়াগিৰি
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
তই এটা বিদেশী বহিৰাগত বেপাৰীৰ পদলেহনকাৰী ভৃত্য ।
@assamrhino.voiceofnorth-ea3003
@assamrhino.voiceofnorth-ea3003 3 ай бұрын
I really appreciate you speech. Brother i really like it the way you describe. May Allah bless you with good health along with happiness forever.
@parthivtinikuria5696
@parthivtinikuria5696 Жыл бұрын
Appreciating your advise sir .Jay aai asom
@mukulchoudhury793
@mukulchoudhury793 4 ай бұрын
শৃংখল জিন্দাবাদ ! বীৰ লাচিত অসম জিন্দাবাদ।
@mpentertainment34
@mpentertainment34 3 ай бұрын
Shrinkhal chaliha জিন্দাবাদ ❤
@moinulhoquechoudhury4405
@moinulhoquechoudhury4405 3 ай бұрын
Thanks you.
@Dreem93boy
@Dreem93boy Жыл бұрын
Yes excellent very nice 👌👌👍
@lucktricks8658
@lucktricks8658 3 ай бұрын
Your right 👍 sir অসমীয়া জাতি টোক বদনাম কৰী আছে এইবোৰ Rss ৰ gunday
@prabitachutia448
@prabitachutia448 9 ай бұрын
কথাখিনিত যুক্তি আছে যদিও বিকল্প ৰ ৰাস্তা নেদেখিলো , আপোনাৰ প্ৰসাশনৰ ওপৰত অগাধ বিশ্বাস দেখি আমি আচৰিত নহৈ নোৱাৰিলোঁ বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , ধন্যবাদ, আগলৈ
@souravofficial9533
@souravofficial9533 Жыл бұрын
অসমত অসমীয়া গিৰি চলিবই
@wonderfuldream5584
@wonderfuldream5584 Жыл бұрын
মায়েৰে কটি
@nimaidas2504
@nimaidas2504 Жыл бұрын
Axomiyagiri kak koy jana toy. Jana jodi kochun. Axomiyagiri Axomiyagiri
@nimaidas2504
@nimaidas2504 Жыл бұрын
Kaam kori khale ei filings tor monot nahibo. Gom Paisa
@souravofficial9533
@souravofficial9533 Жыл бұрын
@@wonderfuldream5584 তোৰ মায়েৰে 😂😂😂😂
@souravofficial9533
@souravofficial9533 Жыл бұрын
@@nimaidas2504 toi Bangladeshi Nki nemai das
@ekbal001
@ekbal001 Жыл бұрын
100% right 👍👍👍.
@arabindaroy9158
@arabindaroy9158 4 ай бұрын
Alumni bhal katha koiche thank you
@goubinchetry9924
@goubinchetry9924 Жыл бұрын
Apunar advise vall lgisee,,,thikiai koisee...
@NarayanJariwal
@NarayanJariwal 4 ай бұрын
ঠিকেই কৈছে আপুনি দাদা শৃংখল চলিহা লাচিত বৰফুকন বিৰ আছিল যিকোনো মানুহ লাচিত বৰফুকন হবে নোৱাৰে
@idrishahmed3978
@idrishahmed3978 4 ай бұрын
Good speech thank you
@BaharulIslam-pi2nd
@BaharulIslam-pi2nd 3 ай бұрын
শুদ্ধ কথা কৈছে
@arjunvlogs1394
@arjunvlogs1394 Жыл бұрын
Ketiaba Meghalaya, Nagaland,south ,etc aybur state ot jai tar local lorak sor Maari saabi tar pisot nije jinda thokau muskil hoi jabo.are akhomot akhomiar dop doponi nhole kar dop doponi hobo laage,besi horolota dekhai thaakite dekhun Ami nijor akhomia vakha herabo logia hoisil tripurai nijor astiito herale..aru bhai toi akhomote khai akhomiar bea gun gabo ahiso..
@PJD-dw1qm
@PJD-dw1qm Жыл бұрын
Yes, I was searching this kind of comment, very few people think like u bro, 👍👍👍
@ujjalpaul9245
@ujjalpaul9245 Жыл бұрын
Nagaland meghalaya t tar local manuh bahiror manuh k prblm nidiya bujhisa chanda utabola najai
@arjunvlogs1394
@arjunvlogs1394 Жыл бұрын
@@ujjalpaul9245 sobe Chanda tule but Chanda tulile jur jobosti tulatu bea dukanor situation Sai Chanda tulibo lage bro
@bikusaikia2745
@bikusaikia2745 Жыл бұрын
Moi ekmot dada
@Giyaan123
@Giyaan123 Жыл бұрын
Bhai jodi Tate jonmno lou tetia kjia krile matter nkre..btw I am a Khilonjia ❤
@AbdulKafi-f1f
@AbdulKafi-f1f 3 ай бұрын
Thank u dada vhary naec
@satyajitsaikia549
@satyajitsaikia549 Жыл бұрын
আমি সকলোৱে ভাৰতীয়। 🇮🇳
@SirajuddinAhmed-dw1qe
@SirajuddinAhmed-dw1qe 3 ай бұрын
Thik
@akhtarhussain2036
@akhtarhussain2036 Жыл бұрын
Nice 😊
@Shanit-nl4mx
@Shanit-nl4mx 2 ай бұрын
Joi aai akhom. Shrinkhal chaliha jinda bad.
@RahmatUllah-kb1dv
@RahmatUllah-kb1dv 3 ай бұрын
Thank you dear brother
@NajidAli-we4px
@NajidAli-we4px 4 ай бұрын
শৃংখল। চলিহাই। কিহৰ।লালসাত। হৈ। চৈ। কৰাই। থাকে। শৃংখলৰ।চেহেৰআই।নাই। নেতা। হৱআৰ।জঙ্গম। নহয়
@atowarrahman6084
@atowarrahman6084 3 ай бұрын
Thik kotha koise dada
@gaziburrahman5830
@gaziburrahman5830 3 ай бұрын
Very good opinion.
@ashikas-cf3px
@ashikas-cf3px 3 ай бұрын
Dada apuni 100% right kotha koise ei kotha to go muthro khowa manuh keita buji napai
@67Vijay67
@67Vijay67 5 ай бұрын
জয় আই অসম
@TaraniHazarika
@TaraniHazarika 4 ай бұрын
ক্ৰিকেট খেল সমইত ইণ্ডিয়া বাকী সময়ত বিহাৰী আৰু মাৰুৱালি
@bikashlaskar7773
@bikashlaskar7773 3 ай бұрын
বাপুকণ,, তোমাৰ ধৰ্ম একেই কাৰণে মৈমনছিঙিয়া ৰ কাৰণে কান্দি আছা ??প্ৰথমতে নিজৰ মগজুৰ সাম্প্ৰদায়িকতা টো নাইকিয়া কৰি লোৱা !!
@BitulChetia-qw4ix
@BitulChetia-qw4ix 3 ай бұрын
ধৰ্ষণ কৰি নাম আনিছেই আৰু নালাগে বহুত হল পণ্ডিত তোৰ ঘৰত যদি দৰকাৰ হৈছে আনিল মিয়া ফাইলটো
@aizurrohman538
@aizurrohman538 4 ай бұрын
Right kotha
@AnjanMandal-xh6vy
@AnjanMandal-xh6vy 3 ай бұрын
You're graduated with all things 💯🤘🤘
@rupkhan-pl7bj
@rupkhan-pl7bj 4 ай бұрын
Good
@JoshifAhmed
@JoshifAhmed 3 ай бұрын
ছলিহা এটা মদাৰু ইয়াৰ কথাত অসমিয়াই দৌৰি ফুৰিলে অসমখন ধ্বংস হ'ব
@munahmed6354
@munahmed6354 3 ай бұрын
-very logical
@MahanandaGogoi-dc9wo
@MahanandaGogoi-dc9wo 3 ай бұрын
অসমত চলিব অসমীয়া দাদাগিৰি।
@SudipGupta-u4v
@SudipGupta-u4v 3 ай бұрын
Thanks bro
@coloursoflife625
@coloursoflife625 Жыл бұрын
100%right I support you
@Mr.RejowanKhayer
@Mr.RejowanKhayer 4 ай бұрын
Too much THANKS TO REPORTER.
@nakibali4475
@nakibali4475 3 ай бұрын
সেইটো ভাল মানুহৰ চৰ এটা মানুহ নহয় 😊
@pronoymarak1594
@pronoymarak1594 Жыл бұрын
Very very good video sir thank you
@hemeswarboro8372
@hemeswarboro8372 3 ай бұрын
এক নম্বৰত গোপন চান্দা তোলাটো।
@sripuspathakuria2543
@sripuspathakuria2543 3 ай бұрын
Your speeches are very good
@binaghosh4794
@binaghosh4794 4 ай бұрын
Aapunia Assam or real manuh salute aaponar nichina axomiyak aaponar mote cholilei sonar axom gari uthibo 100/
@ab.barkhiya786
@ab.barkhiya786 3 ай бұрын
You are right
@abdulmuttahir2559
@abdulmuttahir2559 3 ай бұрын
এই খন অসমত গুৱাহাটীত মণিপুৰি বস্তি কেনেকৈ হ'ল থাকিব আগৰ পৰাই আছে
@AsharuddinAhmed-i6v
@AsharuddinAhmed-i6v 3 ай бұрын
এই চান্দা বাজিটোয়ে ধন গোটাই আছে কেই দিনমান পাছত চাব অমুকত মাটি তমুকত মাটি গাৰি ৫ খন ফেলেট ৪খন ইত্যাদি মনত ৰাখিব তাৰ বাদে আৰু একো কৰিব নোৱাৰা অসমৰ মিয়া অসমতে থাকিব। ধন্যবাদ
@tapandas5309
@tapandas5309 4 ай бұрын
you are correct brother.
@phanidharthakuria588
@phanidharthakuria588 4 ай бұрын
আপোনাক ঈ 5:43 5:43 5:43 5:43 5:43 5:43 5:43 5:43
@hafizchoudhury5573
@hafizchoudhury5573 3 ай бұрын
Ok right
@kidzzone7994
@kidzzone7994 4 ай бұрын
It is a good message to our society.
@sumitkumarthakur7496
@sumitkumarthakur7496 2 ай бұрын
We are Indian .so we are same.
@imdadali9519
@imdadali9519 4 ай бұрын
আইন আদালত চৱ আছে।কিন্ত সঠিক ৰূপত ব্যৱহাৰ কৰা নাই ।
@khan47n43
@khan47n43 Жыл бұрын
Agree 👍
@dipbori2624
@dipbori2624 Жыл бұрын
You are always right Dada. ❤❤❤
@YoYoAdviser
@YoYoAdviser Жыл бұрын
Thanks Dip bro.
@dipbori2624
@dipbori2624 Жыл бұрын
@@YoYoAdviser welcome Dada. ❤️❤️❤️❤️
@surabhiboro7490
@surabhiboro7490 6 ай бұрын
তোমাৰ লগত এক মত
@ahmeddc158
@ahmeddc158 4 ай бұрын
আজি অসমীয়া ভাষা অসমতে নাইকিয়া কৰাৰ যিটো ব্যবস্থা চলি আছে সেইটো কোনোবাই ভাবিছে নেই। আজি অসমৰ সাহিত্য সভাৰ লগত জড়িত লোকসকল সাহিত্যিক নে ৰাজনীতিৰ লগত জড়িত ভাবিছে নে?
@BituponDihingia-vx4kz
@BituponDihingia-vx4kz 4 ай бұрын
তই কিবা কমীছন পাইছ নেকি । তই এজন লোকৱ ঘৰে ঘৰে গৈ মাছ খোৱা মেকুৰী যেন লাগে।
@KhanAh-kx6fy
@KhanAh-kx6fy 3 ай бұрын
Very good. And reasonable. Anchor. Thanks beloved...We think Mr.Shrinkhal Chaliha is young and unemloyed..He perhaps dreaming to be MLA IR MINISTER depending on the created sentiment of the Assmese Brother and Sisters and after owning the objects he will also forget like other former leaders. Firebrand leaders of AGP..Jatiyotabadhi dall all merged with zBJp..Khilongia Muslims will make onesided feeble by departing Bengali muslims who were from before 2947..taking hand of Bengaki Hindus .weaking Bengaki Muskim community..Bengali Hindus VJP LOVERSWill be vanished in course of time. So we appeal those laughing at the sorrow of Muslims. Will be weep afterwards. ALL THE LINGUASTIC of. INDIA HATE BENGALIS EVEN IF. YOU ARE HINDU BJP..WEST BENGAL STATE BUT THAT STATES PEOPLE OFTENLY HARRASSED EXAMPLE. MOHARASTRA.MODHYAPRODESH HARIYAN. DELHI..AND WE HAVE NO PROPER. State. Think deeply Borak Valkey. Upto Dharmanagar and upto Hojai Noyaganj is our linguzstic dominio state may be..Think to stand by your own foot to solve your problems..
@munindramishra4423
@munindramishra4423 4 ай бұрын
Absolutely Right Sir
@rajbaruahbabu8811
@rajbaruahbabu8811 Жыл бұрын
Dada first view
@BORGOSS4473
@BORGOSS4473 Жыл бұрын
Belegor tokare nu bihu pate ne o, 🤣, moiyo aasamiya Lora holeo laj pao , anekuya lagise Jen hosakoi bihu atiya belegor hea
@shabnamhoque6728
@shabnamhoque6728 Жыл бұрын
Moran't keidin mn agte chnda poisa kom ke diar krne dukan dhnkho korar lgte mnuhku marise 😢
@akash.hazarika
@akash.hazarika 4 ай бұрын
Good ❤
@hafijursikder9104
@hafijursikder9104 4 ай бұрын
শৃংখল চলিহাৰ যি বডি পাৰ চৰাইৰ দৰে । ভাৰতীৰ মুছলমানক দম দেয় কেলা।
@Pinuri2222
@Pinuri2222 Жыл бұрын
Nice guidance
@BasirAnsari-qw4ip
@BasirAnsari-qw4ip 3 ай бұрын
Verry good sir
@subratasarkar534
@subratasarkar534 4 ай бұрын
Sir you are a mahat man apunar nichina bichar dhara sabar Hale amar majat kono jagra jamela nahal heten selute sir
@moadndas
@moadndas 4 ай бұрын
ভাল কথা
@aparadevisarma5797
@aparadevisarma5797 4 ай бұрын
Good news
Хаги Ваги говорит разными голосами
0:22
Фани Хани
Рет қаралды 2,2 МЛН
Почему Катар богатый? #shorts
0:45
Послезавтра
Рет қаралды 2 МЛН
Хаги Ваги говорит разными голосами
0:22
Фани Хани
Рет қаралды 2,2 МЛН