'যাত্রা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী বিশ্রুত শইকীয়া

  Рет қаралды 56,089

Jaatra

Jaatra

Күн бұрын

Пікірлер: 207
@aichengfaboruah
@aichengfaboruah 8 ай бұрын
এই সাক্ষাৎকাৰটিত মোৰ বিশ্রুত শইকীয়ালৈ এটি প্রশ্ন আছিল যে আজিলৈকে তেওঁ আনে লিখা গীত বা আনে সুৰ কৰা গীতত কণ্ঠদান কৰিছেনে নাই, উত্তৰটি আছিল 'এতিয়ালৈ গোৱা নাই কিন্তু সুযোগ- সুবিধা পালে নিশ্চিতভাৱে গাম' ! যিহেতু এই সাক্ষাৎকাৰটিৰ শ্বুটিঙ আমি এমাহমান আগতেই কৰিছিলোঁ, সেই গতিকে তেওঁৰ উত্তৰটি সেয়া আছিল কিন্তু অতি শীঘ্রেই মুক্তি পাবলগীয়া এখনি নতুন ৱেবচিৰিজ ' চুপা চুপি'ৰ বাবে তেওঁ খুউব সুন্দৰ গীত এটিত কণ্ঠদান কৰিলে, যিটো গীতৰ কথা আৰু সুৰ আছিল অসমৰ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ সকলোৰে শ্রদ্ধাৰ পলাশ সূর্য গগৈ দেৱৰ... গীতটিৰ শীর্ষক আছিল 'মৰম এনেকুৱাই'...গতিকে আপোনালোক সকলোৰে জ্ঞাতার্থে এই বার্তাটি জনালোঁ... গীতটি সকলোৱে আদৰিব বুলি আশা কৰিলোঁ আৰু শেষত আমাৰ সকলো মৰমৰ সহযাত্রীয়ে আমাৰ এই খণ্ডটিক মৰম দিব বুলি আশা ৰাখিলোঁ... কুশলে থাকিব ! ✨♥🙏
@karobigogoi1963
@karobigogoi1963 7 ай бұрын
Bht vl lgil❤❤
@subhaborah3521
@subhaborah3521 4 ай бұрын
@pranpratimbordoloi397
@pranpratimbordoloi397 4 ай бұрын
আইচেংফাৰ ৰেনমৌৰ আজিৰ ১ ঘন্টা ২৫ মিনিটৰ যাত্ৰা কেনেকৈ শেষ হ’ল গমেই নাপালো ৷ বিশ্ৰুত শইকীয়া অসমৰ সংগীত জগতৰ উদিত সূৰ্য্য ৷ তেওঁৰ ভিৰৰ পৰা বেলেগ অনন্য ব্যক্তিত্ব, চিন্তাৰ গভীৰতা, মধুৰ কন্ঠ আৰু প্ৰতিটো গানৰ আন ধৰনৰ সৃষ্টি কি যে অনন্য ৷ সাক্ষাৎকাৰটোত বিশ্ৰুতৰ কথাবোৰ শুনি থাকি আইনষ্টাইনে কৈ যোৱা সেই সুখ্যাত কথাষাৰ বাৰে বাৰে মনলৈ আহিছিল - “ নিজক সফল মানুহ হিচাপে গঢ়িবলৈ চেষ্টা কৰাৰ সলনি মূল্যবোধৰ মানুহ হৈ উঠিবলৈ কঠোৰ পৰিশ্ৰম কৰিবা--- এনে কৰা সকলে সফলতাৰ উচ্চতম বিন্দু স্পৰ্শ কৰিব পৰাটো নিশ্চিত ৷ আনৰ সৈতে সফলতাৰ প্ৰতিযোগিতা কৰাতকৈ নিজৰ কৰ্মক অধিক উপযোগী কৰিবলৈ যত্নপৰ হ’বা” - বিশ্ৰুত যেন ঠিক এই ধৰনৰ মহান ব্যক্তিত্বৰেই প্ৰতিফলন ৷ বিৰল প্ৰতিভাধৰ বিশ্ৰুত অকল অসমৰেই নহয় ভাৰতৰে সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ হৈ উঠিব বুলি আমি নিশ্চিত ৷ শুভাশীষ জনালো ৷ আইচেংফাক ইমান সুন্দৰ অনুষ্ঠানটোৰ বাবে কেৱল ধন্যবাদ বুলিলে যেন কম হয় এনে লাগিছে ৷ এই মন পৰশি যোৱা অনুষ্ঠানটোৰ এজন সাধাৰণ দৰ্শক হিচাপে শ্ৰদ্ধাৰে কৃতজ্ঞতা জনালো ৷
@linaborah5011
@linaborah5011 7 ай бұрын
ভাবিছিলো অকল মইহে ভাবো নেকি,এতিয়া কমেণ্টবোৰ চাই গম পালো বেলেগেও ভাবে।বিশ্ৰুতক জয়ন্ত হাজৰিকাৰ দ্বিতীয় প্ৰতিচ্ছবি যেন লাগে।যেন তেওঁহে আহিছে বিশ্ৰুত হৈ❤
@jurijhakaria
@jurijhakaria 4 ай бұрын
সচাই দেই
@navajyotisaikia6698
@navajyotisaikia6698 7 ай бұрын
বিশ্ৰুত শইকীয়া লৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ।বয়স বহুত কম।ইমান সৰুতেই ইমান ভাল কথা কৈছে ভাল লাগিল।আগবাঢ়ি যোৱা।তোমাৰ সন্মুখত এটা সুন্দৰ ভৱিষ্যত ৰৈ আছে।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 7 ай бұрын
ইমান অকনমাণি ল'ৰাটিৰ জ্ঞান গম্ভীৰ কথা বোৰ শুনি আপ্লুত হলো। আজি কিন্তু আইচেংফাৰ মুখতো বিশ্ৰুতৰ কথা শুনি ভাবুক হোৱা দেখা পালোঁ। খুব সুন্দৰ তেওঁৰ কন্ঠ আৰু গীত বোৰ। আৰু আগুৱাই যোৱা ❤❤❤❤
@manishadeka6600
@manishadeka6600 8 ай бұрын
Bishrut saikia ৰ গানবোৰৰ লগত জয়ন্ত হাজৰিকাদেৱৰ কণ্ঠৰ গানবোৰৰ প্ৰভাৱ পৰা যেন লাগে।আগতেও এটা interview চাইছিলো।তেতিয়াৰ পৰাই বিশ্ৰুতৰ গান শুনো।ভাল লাগে। "ৰেন মৌ"ৰ প্ৰত্যকগৰাকী অতিথিয়েই ব্যতিক্ৰম।আপোনাৰ অতিথি নিৰ্বাচন অনন্য বা❤️❤️।সেইবাবেই "যাত্ৰা" সদায় একক আৰু অনন্য।এনেকৈয়ে অদ্বিতীয় হৈ থাকক "যাত্ৰা"🙏🙏
@linaborah5011
@linaborah5011 7 ай бұрын
হয়।মোৰো লাগে।এনে লাগে জয়ন্ত হাজৰিকাই যেন বিশ্ৰুত হৈ আহিছে।কি ঠিক!
@mrinalisaikiadutta3844
@mrinalisaikiadutta3844 7 ай бұрын
এজন প্ৰকৃত শিল্পী। অনন্য একক
@abhijitkalita7332
@abhijitkalita7332 7 ай бұрын
A comment from a person who rarely comments anywhere... Thank you Aichengfa for this one. Bishrut heals me everytime I hear him. He cures me with his talks and his music. He is like a precious gem which I would love to keep as a secret from my world. 'He is so me or I am so he' case with Bishrut. Thank you host for hosting the show so beautifully. This is not common Aichengfa.
@Ritimoyee575
@Ritimoyee575 8 ай бұрын
কিমান যে গভীৰতা শিপাই আছে তেওঁৰ মনটোত।
@mayuribaruah571
@mayuribaruah571 8 ай бұрын
নতুন প্ৰজন্মৰ গায়কসমূহৰ ভিতৰত এগৰাকী অন্যতম ৷ আন্তৰিক শুভকামনা জনালোঁ ৷ তিতাবৰৰ বাসিন্দা হিচাপে গৰ্বিত ৷
@differentway7788
@differentway7788 7 ай бұрын
Brishut vaity amar ghorr usorore...bohutu huvokamona tumaloi logote aisengfa baa khub priyo apuni❤
@priyankasharma.6304
@priyankasharma.6304 7 ай бұрын
বাকী সকলো বঢ়িয়া এটা কথা কিন্তু ঠিক যে বিশ্ৰুত দাদা এজন গভীৰ প্ৰেমিক।🤗
@polashjyotigogoi
@polashjyotigogoi 8 ай бұрын
Thank you Aichengfa for bringing Bishrut on the show, he's one of my favorites.
@monikantagogoi7858
@monikantagogoi7858 8 ай бұрын
Bishrut r sinta dhara khini bhal lagil ❤ congratulations to him 🎉
@its....gungun5759
@its....gungun5759 7 ай бұрын
Bohut dhuniya kontho mon sui goise aguwai juwa❤❤
@TheAhomDinesty
@TheAhomDinesty 8 ай бұрын
তৰুণ শিল্পী অতি সুন্দৰ। আগুৱাই যোৱা অ' পিতা। মুঠতে মানুহক পাহৰি নেযাবা।
@karobigogoi1963
@karobigogoi1963 7 ай бұрын
Bishrut da❤❤❤teur gaan khubei priyo❤❤❤😊😊
@sikhadutta422
@sikhadutta422 7 ай бұрын
My favourite singer bishrut ❤❤
@Xopuntora
@Xopuntora 7 ай бұрын
বিশ্ৰুত শইকীয়াৰ প্ৰতিটো গীতে কেনেকৈ চুই যায় এক বুজাব নোৱাৰা অনুভৱ ❣️he is like a gift for us ❤️✨
@suman8244
@suman8244 7 ай бұрын
"মানুহে তই নোৱাৰ বুলি কলে বেছি ভাল পাওঁ মই।" Fvrt one ❤️ Inspired
@100rajdeepdeka2
@100rajdeepdeka2 7 ай бұрын
Of everything all he keeps a happy face always , cheerful ,sharing positivity ❤
@MousumiDevi-kv2lj
@MousumiDevi-kv2lj 7 ай бұрын
Hundor ❤❤❤❤❤
@meenagogoiborgohain4170
@meenagogoiborgohain4170 7 ай бұрын
অনুষ্ঠানটি ভাল লাগিল। বিশ্ৰুতলৈ বহুত মৰম আশীৰ্বাদ যাচিলো।
@sangmaryan5127
@sangmaryan5127 7 ай бұрын
Love and Respect is all i can give to this young, dynamic and truly extremely talented artist.
@jitulgogoi4809
@jitulgogoi4809 7 ай бұрын
My favorite..Bishrut da ❤
@gunakantabaruah1988
@gunakantabaruah1988 7 ай бұрын
সুন্দৰ হৈছে ❤ মৰম দিলোঁ তিনিচুকীয়া পৰা। তোমাক ভালেই লাগিছে এবাৰ লগ পোৱাৰ আশা কৰো।
@mrinalnath2788
@mrinalnath2788 8 ай бұрын
যাৰ গানে প্ৰতিবাৰে সতেজ কৰে মোৰ মন প্ৰান আৰু হৃদয়। মোৰ যিকোনো যাত্ৰাৰ সহযাত্ৰী বিশ্ৰুত শইকীয়াৰ গান।
@NabaDeep-ti9tb
@NabaDeep-ti9tb 7 ай бұрын
Bishrut daa❤ apunar gaan bur moi bohut relate koriboo paruu 🥺🩷 aguwaii juaa ,lots of love ❤️
@punyashreedas1617
@punyashreedas1617 8 ай бұрын
Oti morom loga ati anusthan upobhog koriboloi palu...bahut bahut morom Aichangfa aru Bhal loga silpi Bishrut loi...
@Jobcareer-y4f
@Jobcareer-y4f 7 ай бұрын
my favourite ❤
@TuhinaDas-yi8hw
@TuhinaDas-yi8hw 7 ай бұрын
বিশ্ৰুত দা আইছেংফা বা দুইজন খুব আদৰৰ ভালে থাকক আপোনালোক আমাৰ কাৰণ আৰু বহুত সুন্দৰ সুন্দৰ সমল উপহাৰ দিযাওঁক এগলমান মৰম💙💙
@jitumonithakuria2745
@jitumonithakuria2745 7 ай бұрын
বৰ ভাল লাগিল। বিশ্ৰুত আমাৰ গাঁৱৰে ল'ৰা। শুভেচ্ছা জনালোঁ।
@JaanSonowal-c9i
@JaanSonowal-c9i 7 ай бұрын
ধুনীয়া পৃথিৱী খনত এখন খুবেই মৰম লগা মুখ, গহীন সুৰ, নিজক জীপাল কৰি ৰাখিব পৰা এজন সৰল মনৰ ল'ৰা বিশ্ৰুত শইকীয়া। তুমি অনন্য সদায় ভাল হওঁক তোমাৰ লগত।❤ বা এদিন pinkal pratyush দাক মাতিব চোন please😊🙏
@MurchanaBuragohain-ek7zb
@MurchanaBuragohain-ek7zb 8 ай бұрын
Nice to see Bishrut’s happy face 🙂 way to go brother
@swarnabhajani6884
@swarnabhajani6884 7 ай бұрын
কথাবোৰ ইমান ধুনীয়াকৈ কৈছা বিশ্ৰুত ! অভিজ্ঞতা, পৰিৱেশ-পৰিস্থিতিৰ অধ্যয়ন আৰু আত্মবিশ্বাসেৰে ভৰা কথা। নিজৰ ক্ষেত্ৰখনত নতুন প্ৰজন্মৰ দায়িত্বশীল প্ৰতিনিধি তুমি । আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ‌। ভাল হওক তোমাৰ।
@MonalishaBorah-x6f
@MonalishaBorah-x6f 7 ай бұрын
Hobdo kisu amil dekhisu ganburt ❤ by the way very nice song.... Sweet voice😍
@KalpanaDevi-h2q
@KalpanaDevi-h2q 7 ай бұрын
বহুত ভাল লাগিল ।❤❤
@SumikaDutta
@SumikaDutta 4 ай бұрын
Tmi jen upohar ati❤💞
@lipikabora
@lipikabora 7 ай бұрын
Uff kthabur eman dhuniake koi ❤❤❤
@MonalishaBorah-x6f
@MonalishaBorah-x6f 7 ай бұрын
Ufff sobi aaaaakkkkki jai ki hindor voice😍✨👏👌
@anganasaikia4599
@anganasaikia4599 7 ай бұрын
Bishrut. Tumar interviewbur sai hodai val lage. Tumi mur vaitir boyokhor ekeloge poha Angarag from Pragjyotika Junior College. Tumar kothabur eman besi matured, eman besi govir. The way you think, the way you speak. Just speechless. How can someone be this much sorted in life at this age? You are truly inspiring. And as you said "Dukhi hobole bohut reasons ase, kintu hukhi hobole bohut kom reason ase." It touched my heart. I am so proud of you like an elder sister. Shine more Bishrut. ✨
@jimmyraju
@jimmyraju 8 ай бұрын
Mur je kobo nuara abeg aitu lora logot najanu kio ba bhal lage iman kotha houk,ba gaan houk, aji le eta interview moi nusua nohoi moi sob bure saisu. God bless you❤
@Hopun8222
@Hopun8222 7 ай бұрын
ভাল লাগিল অনুষ্ঠানটি Bishrut Saikia এটি সুন্দৰ উপহাৰ আমাৰ অসমৰ বাবে ...
@dipanjaliburaguhain9573
@dipanjaliburaguhain9573 7 ай бұрын
Bor xundor❤
@dharitrisarkar7448
@dharitrisarkar7448 7 ай бұрын
বিশ্ৰুতৰ পৰা শিকিবলৈ সদায়ে কিবা নহয় কিবা থাকেই । কথাবোৰ যে ইমান গভীৰ । ভাল হওক তাৰ ।❤❤❤❤❤❤
@missanamikahandiqueanamika9067
@missanamikahandiqueanamika9067 8 ай бұрын
অপেক্ষা অন্ত পৰিল 🧿❤️❤️❤️
@ujjwaldas2497
@ujjwaldas2497 7 ай бұрын
Dhuniya gaan tu hide korise dada a ❤❤❤❤lots of love
@jyotsnabaruahhandique2325
@jyotsnabaruahhandique2325 7 ай бұрын
জয়ন্ত হাজৰিকা মোৰ অতি প্ৰিয় শিল্পী।বিশ্ৰুত তাতকৈয়ো প্ৰিয়।হয়তো জয়ন্ত হাজৰিকাৰ আত্মাটোৱেই পুনৰ জন্ম ললে বিশ্ৰুত শইকীয়া হৈ!
@linaborah5011
@linaborah5011 7 ай бұрын
মোৰ মনৰ কথাটোয়েই ক'লে😢।মই আগতেও এই কথাটো কমেণ্ট কৰিছিলো।
@ashonasarmah5685
@ashonasarmah5685 8 ай бұрын
ভাল লাগিল অনুষ্ঠানটি বা ❤️ অসমীয়া সংগীত জগতলৈ বিশ্ৰুত দা যেন এক উপহাৰ 💚 খুব ভাল পাওঁ তেওঁৰ গীতসমূহ আৰু বিশেষকৈ "উপহাৰ", "তেনেকৈ" আৰু "আমাৰ কাহিনী বিশেষ" গীতকেইটি মোৰ খুবেই প্ৰিয়💕 বা, পাৰিলে এবাৰ "কৌশিক নন্দন বৰুৱা" দাক আমন্ত্ৰণ কৰিবচোন☺️
@nayanjyotiboruah5892
@nayanjyotiboruah5892 7 ай бұрын
খুব খুব সুন্দৰ 🥰🥰
@debakshichutia3781
@debakshichutia3781 7 ай бұрын
ক'লা চাৰ্টটোত খুউব ধুনীয়া লাগিছে তোমাক 🖤.. অনাগত সময়বোৰতো তুমি তোমাৰ সৰলতাখিনি লৈয়েই আগুৱাই যোৱা... সকলোৰে মাজত এটি উজ্জ্বল নক্ষত্ৰ হোৱা... তোমাৰ আকৰ্ষণীয় কণ্ঠ সকলোৰে মাজত বিলাই দিয়া...🌝
@HiteshBarman-e3d
@HiteshBarman-e3d 7 ай бұрын
❤bouht bsei vll lagile
@biswajyotiarandhara9402
@biswajyotiarandhara9402 8 ай бұрын
খুব ভাল লাগিল ।। বিশ্ৰুত ভাইটিৰ গানে মোক সদায় জীয়াই থকাৰ প্ৰেৰণাৰ দিয়ে খুব ভাল লাগে তেওঁৰ গান বিলাক হাঁহি হাঁহি শেষৰলৈকে চালোঁ অনুষ্ঠানতি ,,আইচেংফা বা লৈও বহুত বেছি ধন্যবাদ জনালো ❤️🥰🤗
@jodumonibora2457
@jodumonibora2457 7 ай бұрын
বিশ্ৰুত শইকীয়া তুমি সদায় বিশেষ তুমি সদায় আপোন তুমি সদায় নতুন🤍 বহুত দূৰ আগুৱাই যোৱা তুমি...........
@indrasaikia3594
@indrasaikia3594 8 ай бұрын
বৰ সুন্দৰ অনুষ্ঠান লগতে বিশ্ৰুত শইকীয়াৰ কণ্ঠ বৰ সুন্দৰ 🙏
@Aradhya18
@Aradhya18 7 ай бұрын
Bishrut is a true gem of music ❤ whole half an hour watched this episode and didn't skip a bit because i didnot want to loose a single chance to listen to him . My only wish is to meet him one day and talk to him for a while and want to fall for him every bit ❤
@jurijhakaria
@jurijhakaria 4 ай бұрын
ইমান ভাল লাগিল, আৰু আগ বাঢ়ি যোৱা , আশীৰ্বাদ থাকিল ।❤
@Satabdii.
@Satabdii. 8 ай бұрын
Super duper excited!!!!
@trishnadeka5180
@trishnadeka5180 7 ай бұрын
বহুত ধন্যবাদ বা বিশ্ৰুত শইকীয়াক মতা বাবে🙏.. নতুন প্ৰজন্মৰ প্ৰিয় গায়ক🌺💚❤
@Simanta8707
@Simanta8707 7 ай бұрын
অনুষ্ঠানটি চাই বহুত ভাল লাগিল । ❤
@sliceoflife1600
@sliceoflife1600 8 ай бұрын
After pajna prajakta(Hiya) this is my 2nd fav ❤
@shubhalakshmeedas5141
@shubhalakshmeedas5141 8 ай бұрын
জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ "জোনোৱালী নিশা" গীতটি মইয়ো দুবাৰকৈ চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ দুখন অনুষ্ঠানত গাই প্ৰথম স্থান লাভ কৰিছিলো .... তাৰপাছত এই গীতটি যেন মোৰ সিৰে সিৰে প্ৰৱাহিত হৈ পৰিছিল..... আজি বিশ্ৰুত দাৰ কন্ঠত পুনৰ গীতটি শুনি মইনা পাৰিজাতৰ সময়খিনিলৈ মনত পৰি গ’ল ..... ❤❤
@Omandmomvlog
@Omandmomvlog 7 ай бұрын
Vhl lge dada jonok / teor gaan bur kun dhunia/ and dhunia lgile tumk jaatra aguwai jai jen ❤
@JimoniRay
@JimoniRay 7 ай бұрын
Bor bhal lagil baa onuthanti Sai .....Rong dhemali majere aji bor gohin gohin onubhob bohut dinor murot jen onubhob korilu kiba eta bhal lagil....baa apuni kin2 Mur xubei prio💜....bishrutoloi huvesya aru morom💜duyugorakir bioktitto hosai muk aplutto korile...🫰
@debajitbarman6389
@debajitbarman6389 7 күн бұрын
Unique hoi Bishrut.Love u brother.
@niloysaharia9028
@niloysaharia9028 7 ай бұрын
Bishrut's Stage programme is ❤
@prasantaborah-o4m
@prasantaborah-o4m 7 ай бұрын
ভাল লাগিল❤
@MonalishaBorah-x6f
@MonalishaBorah-x6f 7 ай бұрын
Bor hindor kotha kola mon sui gol👍👌😍
@priyankihazarika1747
@priyankihazarika1747 7 ай бұрын
বিশ্ৰুতৰ গীতবোৰ যেনেকৈ ধুনীয়া হাঁহিটোও তেনেকৈ বৰ ধুনীয়া..
@karabideka8466
@karabideka8466 7 ай бұрын
বা আপোনাৰ প্ৰতিটো ৰেনমৌ চাও । কি যে ভাল লগা ৷ অতিথিৰ লগতে প্ৰতিদিনেই আপোনাৰ কথা শুনিবলৈ , আপোনাক চাবলৈও আগ্ৰহী হৈ থাকো ৷
@KrishnajitGogoi-c5e
@KrishnajitGogoi-c5e 6 ай бұрын
One Deep convo and Bihu song with a new metering Really amazing.
@Harensaikia-u7m
@Harensaikia-u7m 7 ай бұрын
Bhal lagil
@kalpanakataky9092
@kalpanakataky9092 6 ай бұрын
Out standing onusthan।luv you both ❤luv from nagaon
@arindomgogoi6927
@arindomgogoi6927 8 ай бұрын
বিশ্ৰুত শইকীয়াৰ সাংগীতিক যাত্ৰা বিশ্ব বিশ্ৰুত হওক তাৰেই শুভ কামনা থাকিল।
@niharikadeka1077
@niharikadeka1077 7 ай бұрын
Korobat roi jabo lage tewr kothat emn bikhal vab bur eman do koi vabe kintu uporte vobai deya manuhok just wawww
@mamonidevi617
@mamonidevi617 7 ай бұрын
Thank you Aichengfa kiman moromiyal Bishurtk show korila bhal lagil
@rohittaid8638
@rohittaid8638 7 ай бұрын
Moja vhal lagil ❤❤❤❤
@nayanjyotiphukan6630
@nayanjyotiphukan6630 7 ай бұрын
One of my favourite ❤
@dikshadeka1520
@dikshadeka1520 7 ай бұрын
Best episode❤❤❤❤
@grishmasarmah5650
@grishmasarmah5650 8 ай бұрын
বা মোৰ 😘🥰ধন্যবাদ বা বিশ্ৰুতক মতা কাৰনে😍খুব ভাল লাগিল দেই বা
@Satabdii.
@Satabdii. 8 ай бұрын
Bishrut daa >>>
@ruligogoi9332
@ruligogoi9332 7 ай бұрын
Bahut bhal lage gaan bur huni .. ❤
@DipenMoran-dl6tg
@DipenMoran-dl6tg 7 ай бұрын
Bishrut Saikia my favourite singer ❤
@Satabdii.
@Satabdii. 8 ай бұрын
I really enjoyed watching the show!!
@mrigankakakati813
@mrigankakakati813 8 ай бұрын
Bishrut dada💘
@dishabora5448
@dishabora5448 7 ай бұрын
বৰ ভাল পাওঁ অ' বিশ্ৰুতক🙈😘
@JotikaBoro-lv9sg
@JotikaBoro-lv9sg 8 ай бұрын
Thanks aichingfa Bor Dhuniya bishut
@ankitakoushik5458
@ankitakoushik5458 7 ай бұрын
এটি প্ৰিয় অনুষ্ঠান। সদাই জীপাল হৈ থাকক বাৰ অনুষ্ঠানৰ কথা বাৰ্তা
@dibyahazarika3408
@dibyahazarika3408 8 ай бұрын
ভাল লাগিল অনুষ্ঠানটি। দুয়ো জনেই মোৰ অতি প্ৰিয় ❤️
@shayanikakalita4960
@shayanikakalita4960 7 ай бұрын
Bisrut Saikia ❤️
@santoshbonia4129
@santoshbonia4129 7 ай бұрын
Enjoying ❤
@rubitamuli3279
@rubitamuli3279 7 ай бұрын
ৰেন মৌ, প্ৰায় চাও মোৰ বহুত ভাল লাগে, আজি কিন্তু বহুত বহুত ভাল লাগিছে ❤❤❤।
@priyanka844
@priyanka844 8 ай бұрын
Bishurt r poti2 ktha val lge ❣️
@ankurbaishya9233
@ankurbaishya9233 7 ай бұрын
Uff ❤
@zenitsu2528
@zenitsu2528 3 ай бұрын
25:00 i almost fell asleep istg ❤ Bishrut Da’s voice is so soothing
@Sumitra-pj4bm
@Sumitra-pj4bm 8 ай бұрын
সুন্দৰ অনুষ্ঠান❤
@niharikaniharikaboro
@niharikaniharikaboro 6 ай бұрын
I love bishrut saikia💗😊💗
@lawyersonowal9704
@lawyersonowal9704 8 ай бұрын
Bishrut daa 😍✨
@aadivlogs4679
@aadivlogs4679 8 ай бұрын
Xundar❤
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 7 ай бұрын
আজি Video চাবলৈ অহা নাই দেই , অকণমান ব্যস্ত আছোঁ .. চাম বাৰু পিছত । থামনেল খন দেখি Comment এটি কৰিব হে আহিলো .... আইচেংফা বাক আজি বেছি ধুনীয়া লাগিছে (এনেও ধুনীয়া বাৰু) আজি চুলি মেলি থকা বাবে বিশেষ লাগিছে । বাৰ ৰূপতকৈ কথা কোৱা Style আৰু হাঁহিটিহে বৰ বেছি মৰম লাগে ।❤
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
Ojaantric || Assamese Podcast ft. @BishrutSaikia   || Ep.68
1:09:30
Oasis Motion Films
Рет қаралды 481 М.
سورة البقرة القارئ علاء عقل Sourate Al-Baqara Alaa Akl
3:51:48
أنا مسلم - I'm a Muslim
Рет қаралды 2,3 МЛН