No video

'যাত্ৰা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে মৰাণৰ গৌৰব কুসুম কৈলাস | Jaatra EP 12 feat. Kussum Kailash

  Рет қаралды 122,433

Jaatra

Jaatra

Күн бұрын

Пікірлер: 497
@aichengfaboruah
@aichengfaboruah 9 ай бұрын
'যাত্ৰা'ৰ 'ৰেন মৌ'ৰ পৰিয়ালৰ তৰফৰ পৰা প্রতিগৰাকী মৰমৰ সহযাত্রীলৈ শাৰদীয় দুর্গা পূজা আৰু আগন্তুক কালীপূজাৰ অফুৰন্ত শুভেচ্ছা যাচিলোঁ... ♥️♥️পৰিয়ালটিৰে স'তে আপোনালোক সকলো কুশলে থাকক...🙏🙏ময়ো পূজা বুলি এইবাৰ ক'তো ফুৰিবলৈ নাপালোঁ বাবে ইয়াতেই অকণমান সাজি কাচি ওলালোঁ দেই ৰাইজ লগতে ভাই কুসুমৰ স'তে অকণমান আপোনাসৱৰ মনোৰঞ্জনৰ বাবে দুই এটা খেলো খেলিলোঁ ... 🤗😍কেনে পালে খণ্ডটি জনাব দেই 🙏
@jayshreesaikia547
@jayshreesaikia547 9 ай бұрын
ভাল লাগিল ❤ আগুৱাই যাওক এই যাত্ৰা ❤😊
@subhratmoran
@subhratmoran 9 ай бұрын
Bohut bhal lagil, kussum da one of our favorite. Pls Bornali Kalita baak matibo, another favourite. Pls pls pls
@RupamDeka-rc7hp
@RupamDeka-rc7hp 9 ай бұрын
আপোনাৰ অনুষ্ঠান তিৰ সহযাত্ৰী হবপাই ধন্য হৈছোঁ । লগতে যাত্ৰা ৰ বিজয় অব্যাহত থাকক .. বা .. অনুপম শইকীয়া দা,ক মাতিব চোণ
@dipankarboruah2000
@dipankarboruah2000 9 ай бұрын
কয়লা ক্লা কয়লা
@duy2443
@duy2443 7 ай бұрын
Excellent
@hemantahazarika9715
@hemantahazarika9715 9 ай бұрын
অসমৰ অধিক সংখ্যক জনপ্ৰিয় কন্ঠশিল্পী উজনি অসমৰেই সেইটো আমাৰ বাবে খুবেই গৌৰৱৰ কথা,, মৰানৰ ষ্টুডিঅত গীত কৰা মানেই সেইটো গীত চুপাৰহিট বুলি ধৰিব পাৰি , এই ক্ষেত্ৰত কুসুম কৈলাস, নীল আকাশ, লাটুমণি, উজ্বল আৰং, ৰিদিপ ৰংকিত, ৰমেন দানহ এইকেইজনৰ অনবদ্য অৰিহনা আছে,,, ❤❤❤
@ranjanbora1389
@ranjanbora1389 6 ай бұрын
100
@swarnabhajani6884
@swarnabhajani6884 9 ай бұрын
কুসুমৰ কথা-গীতত সমাজলৈ বাৰ্তা আছে। তেওঁ‌ৰ গীত হৈ পৰক সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ মাধ্যম। আশীৰ্বাদ আৰু শুভেচ্ছা আছে সদায়। । সকলোৰে যাত্ৰা শুভ হওক।
@priyojonorbandhun
@priyojonorbandhun 9 ай бұрын
ভাষাৰে বুজাব নোঁৱাৰো।এই মৰমলগা সন্তাটিক আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে কুসুমৰ মাতৃলৈ ধন্যবাদ যাঁচিছো। কুসুমৰ সহধমিনীক মৰম যাঁচিলো।তেওঁক কামৰ বাবে সৰ্হধমিনী হৈ তুমি যি প্ৰেৰনা দিছা তাৰ বাবে বহুত বহুত মৰম যাঁচিলো।"যাত্ৰা" অনুষ্ঠানত কুসুম তুমি গোৱা শেষৰ গীতটো শুনি তোমালৈ ধন্যবাদ যাঁচিলো।সুন্দৰ সুন্দৰ কাম কৰি যোৱা আৰ্শীবাদেৰে "শুভৰাত্ৰি"।🙏🙏🙏
@RatulDeka-qn9wc
@RatulDeka-qn9wc 4 ай бұрын
কসুম দা কৃষকৰ বাবে বহুত ধুনীয়া কথা কলে আপোনালৈ বহুত বহুত ধন্যবাদ
@junmonigohain16
@junmonigohain16 8 ай бұрын
বহুত ভাল ল'ৰা অ' কুসুম কৈলাশ। খুবেই ভাল লাগিল কথাবোৰ ❤
@rajdeep1013
@rajdeep1013 9 ай бұрын
বহুত গায়ক আছে কিন্তু এইজন মোৰ প্ৰিয় গায়ক।kussum দা বহুত সহজ সৰল,এজন গাঁৱলীয়া চহা খেতিয়ক কাৰণে তেওঁক মোৰ ভাল লাগে। তেওঁ যিহেতু গাঁওৰ পৰা তেওঁৰ stagl besi.
@abegkashyap.12
@abegkashyap.12 9 ай бұрын
কুচ্চুম দাকেই ভগৱান বুলি মানি আহিছোঁ , অনাগত দিনবোৰতো তেওঁক নিজৰ গুৰু মানি তেওঁৰ আশিবাদত মইও সৰু সৰু কিছুমান কাম কৰিবলে সাহস পাইছোঁ ,🥺❤️
@dayamonihazarika3354
@dayamonihazarika3354 9 ай бұрын
ইমান সহজ সৰল মানুহ তেওঁ ।বৰ ভাল লাগিল বা তেওঁক অনাৰ বাবে❤
@dwijensaikia9396
@dwijensaikia9396 9 ай бұрын
Kailla
@apurbanath5147
@apurbanath5147 8 ай бұрын
কুসুম দা ❤ মনৰ পৰা ভালপোৱা সহজ সৰল মানুহজন 🥰
@debajitgogoi9333
@debajitgogoi9333 9 ай бұрын
Kussum dai right 👍 kotha koise গাঁৱৰ খেতিয়কে একো সুবিধা নাপায়।।
@KaSiYali
@KaSiYali 9 ай бұрын
বৰঅসম গীতটিয়ে স্পৰ্শ কৰি গ'ল❤
@jodujunakakashmusical266
@jodujunakakashmusical266 9 ай бұрын
Next অত (মৌচম গগৈ) দাদাক jatrat লাগে বা বহু অপেক্ষা কৰি আছো আমি 🎉❤❤
@kaustavbaruahgmail
@kaustavbaruahgmail 9 ай бұрын
বৰ অসম গীতটো মই 1000 টাইম শুনিছোঁ ৷ জানো কোনো বিশ্বাস নকৰে ৷
@BUSfanAssam
@BUSfanAssam 8 ай бұрын
Moiu hunisu
@sawneelphukan6568
@sawneelphukan6568 7 ай бұрын
ময়ো শুনিছো
@rajmoran8235
@rajmoran8235 9 ай бұрын
মোৰ মনৰ পৰা ভাল পোৱা মানুহজন কুসুম দা❤❤❤
@anupkumardas1189
@anupkumardas1189 9 ай бұрын
আইচেংফা বৰুৱা, আপোনাৰ যাত্ৰা সফল হওক
@dulenmohan6426
@dulenmohan6426 9 ай бұрын
Love you kusum da... love from charaideo patsaku.❤❤❤
@BiplobSaikia-rp9ne
@BiplobSaikia-rp9ne 9 ай бұрын
সচাকৈ ভাল লাগিল বা চাই । কুসুম দাৰ প্ৰতিটো গানে ভাল লাগে মোৰ বিশেষকৈ বৰ অসম গীতটো আৰু এনেদৰে ভিডিঅ' বোৰ পাই থাকিম বুলি আশা ৰাখিলোঁ বা ।
@apurvasvlog9542
@apurvasvlog9542 9 ай бұрын
ভাল লাগিল কুসুম দাৰ কথা বিলাক তেওঁ এজন সহজ সৰল মনোভাবেৰে আগবাঢ়ি যাওক তাৰেই কামনাৰে আপোনাৰ অনুৰাগী .....লগতে আইচেংফা বাকো শুভেচ্ছা থাকিল ❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 9 ай бұрын
❤🎉❤ we're proud of him. Grand salute to you Kusum Kailash.. Always be positive and happiness.❤🎉❤
@krishnahazarika6391
@krishnahazarika6391 9 ай бұрын
Yehhhh.... my favourite singer, rapper,all time favourite 🔥🔥🔥🔥.. Kusum bro💗🤟
@MrDipankarGogoi0007
@MrDipankarGogoi0007 9 ай бұрын
🙏🏻💐বাইদেউ শুভেচ্ছা থাকিল।🙏🏻💐 কুসুম ককাই তোমাৰ লৈ শুভেচ্ছা আৰু অলেখ মৰম স্নেহ জাছিলোঁ
@parishmitagogoi4273
@parishmitagogoi4273 9 ай бұрын
Ki kom vakha ni ajir dinot emn hohoj horol kotha pota manuye ni....jot emn gun thoka ajon Manu hoi...kusum da valei thaka...vogobane hodai valei rakhok .....🥰🥰🥰🌄
@dhrubajyotiburagohain8294
@dhrubajyotiburagohain8294 9 ай бұрын
খুব ভাল লগা এজন সহজ সৰল শিল্পী কৈলাশ দা love you
@sherryburagohain1472
@sherryburagohain1472 25 күн бұрын
কুসুম কৈলাসে বাগানীয়া গীত আটাইতকৈ ভাল গাইছে আৰু আমি বাগানীয়াবোৰ তেওঁৰ দীৱানা৷
@abmusic6314
@abmusic6314 9 ай бұрын
Kussum dadak hosai bohut val lage ❤❤ I am your Big fan ❤❤ apunar pora bohut hahokh pau 🙏lgty apunaluk or ai jatra tu hodai aguwai jauk tary kamona koru
@bedabikashsaikiamusical5625
@bedabikashsaikiamusical5625 8 ай бұрын
Attitude thoka hokole attitude ndekhai...... Kusum koilash u tnkua ejon manuh... Jiye attitude ndekhai😎😎❤️ekdm simple manuh😍❤️
@nitupanboruah5646
@nitupanboruah5646 6 ай бұрын
Bohut val lagil monot thaki zabr aji jatra ❤ super 🙏🙏💝
@Suraj-op7sc
@Suraj-op7sc 9 ай бұрын
ভাল লাগিল আপোনাৰ অনুস্থানতি চাই আৰু ভাল ভাল কাম কৰি আগুৱাই যায় Love from sadiya ❤️
@majulianamika3530
@majulianamika3530 9 ай бұрын
Bhut beci val paw kusum koilas dak...log pabo bhut mon jai...😢....love from majuli ❤❤
@rajbongshi9843
@rajbongshi9843 9 ай бұрын
এদিন উজ্বল আৰং ক মাতিব চোন আইচেংফা বৰুৱা ৰ ভাষা টো ভাল লাগিল। প্ৰকৃত অসমীয়া
@mrigankroy2951
@mrigankroy2951 8 ай бұрын
Hosake xohoj Xorol manuhjon ......down to earth 🌍 .....bhal lagise video tu sai
@hritizgogoi3739
@hritizgogoi3739 7 ай бұрын
Kusum Koilakh is creating music for generations to come too see what actually rich assamese culture is
@kanakrabha3239
@kanakrabha3239 9 ай бұрын
কুসুম দাক বহুত ভাল ❤❤❤❤ এটা কথা কম ঘৰৰ ফোন আহিলে received কৰিব লাগে বুলি ভাবোঁ কিবা বিপদ ত পৰি অ call কৰিব পাৰে। আৰু বা পাপন দা লগত কেইদিন মান আগত আফ্ৰিকাত বিহু গায় অহা ঢুলীয়া,নাচনী, গীটাৰ বাদক সকলক লৈ এটা প্ৰগ্ৰেম কৰিব নোৱাৰে নে।
@kishorjyoti9923
@kishorjyoti9923 9 ай бұрын
Baa apuni bhut duniya.. Lv frm mangldoi'
@user-ew3nb1lk8w
@user-ew3nb1lk8w 9 ай бұрын
ধুনীয়া। বহুত ভাল লাগিল।
@jyotibaillung3044
@jyotibaillung3044 6 ай бұрын
বহুতো ভাল লাগিল কুসুম দাৰ কথা শুনি,,❤
@prodip953
@prodip953 9 ай бұрын
অতি সুন্দৰ কুসুম দা ❤ লক্ষীমপুৰৰ পৰা মৰম যাচিলো দা দা আপোনাক মোৰ বহুত ভাল লাগে। নিচ্চয় এদিন লগ পাম দা দা 🌼🪻
@GhanashyamGogoi
@GhanashyamGogoi 2 ай бұрын
যাত্ৰা অনুষ্ঠানত বহু অপ্ৰকাশিত গায়ক, শিল্পীৰ মনৰ কথাবোৰ জনাৰ ইচ্ছা আছে, ভবিষ্যতে চাবলৈ শুনিবলৈ পাম বুলি আশা কৰিলো
@ArnabNeog-gt1pu
@ArnabNeog-gt1pu 8 ай бұрын
Thanks my classmate Aichengfa. From Dharani, Chabua, Dibrugarh.
@mungaming5720
@mungaming5720 8 ай бұрын
Golden voice.my favourite singer❤
@papuligogoi9855
@papuligogoi9855 9 ай бұрын
বহুত ভাল পোৱা এজন ব্যক্তি❤❤
@MechanicalAxomiya
@MechanicalAxomiya 7 ай бұрын
Neel Akash Matok ❤ aru ujjal arong
@arupjyotiofficial2150
@arupjyotiofficial2150 9 ай бұрын
Val loga manuh jon❤️❤️❤️❤️
@hiranyarajkhowa4119
@hiranyarajkhowa4119 9 ай бұрын
Bohut bohut xuvokamona jonaloo Kusum Kailash k. Go ahead way to your journey. All the best wishes to you and your family. God bless to you. With regards.
@mrkitchenmrvlogsmrkmrv8125
@mrkitchenmrvlogsmrkmrv8125 9 ай бұрын
Salu dei.....khub vaal lagil....moi likhi diya sathor keita xudhila.....এঙাৰে kin2 gutei programme tu jomai dile Gokhani...duitake but dhuniya o lagise......❤❤❤❤
@partha9526
@partha9526 8 ай бұрын
Kussum da mur dore bohut heartbreaking manuh 😢😢 aru bohut khub xumai ase i understand😢aku ni aguwai jua different style❤❤❤
@hrishikeshgogoi3084
@hrishikeshgogoi3084 9 ай бұрын
Jatrar hohojatri hua dinor porai bohut notun kotha hikisu janisu bujisu. Ei episode tu saiyu bohut bohut bhal lagil, ek second u eri dia nai.
@bulensonowal9023
@bulensonowal9023 9 ай бұрын
Ba chenel tu moi aji paisu pai bohut val lagile ba r ai jaatra onushthan tu mur bohutei priyo hoi poril aji apunar jitu onushthanot asile axomor jonopiriyo singer kusum koilas mor otikoi priyo tekhetor geet bur huni bohut val pau❤❤❤❤👌👍
@sumsumidas3107
@sumsumidas3107 9 ай бұрын
Bohut val lagile sai ❤ Eman dhuniya koi kumal koi kotha bur koi kusum da a
@nitupanboruah5646
@nitupanboruah5646 6 ай бұрын
❤❤❤❤ joy aai axom axomia I love you Axom North East axom India
@dhanjitrajbongshi8209
@dhanjitrajbongshi8209 9 ай бұрын
৪৫ মিনিট ত কুসুম দাৰটো শুদ্ধ ,এঙাৰ জন্মটে ৰঙা আৰু পিছত কলা,
@user-ox6vd5vc6d
@user-ox6vd5vc6d 8 ай бұрын
Val lagil kussum daak sai
@ManojDeka-qu6fd
@ManojDeka-qu6fd 8 ай бұрын
My favourite singer ❤❤❤
@DuguExtra22
@DuguExtra22 2 ай бұрын
ককাইদেউৰ কথাবোৰ বৰ ভাল লাগিল , আইছেংবা ভাল লাগিল আপোনাকো ♥️
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 9 ай бұрын
Love you kusum da❤❤❤
@SantanuChutia-ph5uj
@SantanuChutia-ph5uj 5 ай бұрын
Kusum da manuh2 bohut free..... Adin log paisilu... Sibasagar t... Bohut Val lagile dada k..... Moi dada.k bohut Val paw❤
@SuridBhaiDrama
@SuridBhaiDrama 9 ай бұрын
Kussum daa always rocks 😎🤟🏽
@user-hq8uz8tz4m
@user-hq8uz8tz4m 8 ай бұрын
আমাৰ আজিৰ চৰকাৰ আগৰ চৰকাৰ গীতেই বদমাজ,,, সেই মানু সেই আত্মা,, দাদা কথাটো Right ,,,,Other state গাখীৰ উৎপাদন বৃদ্ধি যেনেকৈ কৰে তাৰ উচিত মুল্য পাই,, হাৰিয়ানা Punjab চাউল খেতি,,, তাৰ চৰকাৰে চকু দিয়ে,,,, আমাৰ কেইটা মানে কেনেকৈ লুতিম অসমক,,, তাৰে দিন ৰাতি ভাবি থাকে😅😅😅যি কি নহওক vl lagil dadak sai,,, aru Baidey ❤❤❤❤❤
@HARIPATHAK-zz9kb
@HARIPATHAK-zz9kb 9 ай бұрын
ভাল লাগিছে ভিডিও চাই ৱা আপোনাক
@anupamray9833
@anupamray9833 8 ай бұрын
I love you kusum koylass❤❤❤❤❤❤
@shayanikabaruah7590
@shayanikabaruah7590 9 ай бұрын
কুসুম দা মোৰ বৰ প্ৰিয়🥰।
@mungaming5720
@mungaming5720 9 ай бұрын
Best Assamese rapper love you kussum da
@pj.pranjalsaikiaofficial8487
@pj.pranjalsaikiaofficial8487 9 ай бұрын
Kussum dai savage dila😂😂
@bnb4n381
@bnb4n381 9 ай бұрын
Kusun da apunar voice xosai bahut bahut mitha ❤❤❤love u kusum da ♥️
@krishnagogoi301
@krishnagogoi301 9 ай бұрын
সুন্দৰ ❤
@anniehandique6238
@anniehandique6238 8 ай бұрын
Love from bokata patsaku dei❤️
@manashchetia1189
@manashchetia1189 6 ай бұрын
Bohut val lagil sai...👍👍👍👍
@nilimdaa
@nilimdaa 9 ай бұрын
অসমৰ বিশেষ মানু্হ জন ♥️♥️
@beautisivsagar2354
@beautisivsagar2354 9 ай бұрын
mojja lagise koutuk keita❤❤❤ from Sivasagar
@PkEngtiengti
@PkEngtiengti 9 ай бұрын
favourite kussum da ❤️
@user-cb2vs4yw9z
@user-cb2vs4yw9z 3 ай бұрын
Love you kusum da ❤❤ apunar gan huni bhut val lage
@chowlengdonahom1105
@chowlengdonahom1105 8 ай бұрын
Mojaaaa Kussum Da
@chayanikadhunu9522
@chayanikadhunu9522 9 ай бұрын
ভাল লাগিল।❤❤❤❤❤
@journeywithsourav4673
@journeywithsourav4673 9 ай бұрын
Waaoo.kussum da....love from Moran ❤️,,and thank you ba kailash da matar krne
@user-zb1pd3uc2w
@user-zb1pd3uc2w 9 ай бұрын
Kusumdar kothabur mur bohut vl lagil baa . logote apunar uposthapon hoile . thank you sooo much baa❤
@KrishnamoniTG
@KrishnamoniTG 8 ай бұрын
Kussum Kailash ❤
@Pulin742
@Pulin742 9 ай бұрын
Kussum koilash daak hosai bohut val lage kotha botora git homuhok2 koboi nelage❤
@bijithazarika5320
@bijithazarika5320 9 ай бұрын
Bahut val lagil dai my favourite singer kussum da ammar moran or baba gourabor kotha ❤️❤️
@kuwolimusic4489
@kuwolimusic4489 9 ай бұрын
Kussum dar voice tu bohut morom loga
@neelimdas7746
@neelimdas7746 9 ай бұрын
গানৰ কথা,আৰু সুৰৰ কথা বোৰ কথা ৰে প্ৰকাশ কৰিব পৰা জনাই দেই ❤
@bhaskarsonowal8257
@bhaskarsonowal8257 9 ай бұрын
Oty hundor lagile di kokai, love from namrup❤❤
@user-fm5io4gh6i
@user-fm5io4gh6i 9 ай бұрын
Bow babe gua gantu bhut val lagile ❤❤❤
@samiranborah3215
@samiranborah3215 9 ай бұрын
Kusum Kailash rockstar
@apurbasingharay3260
@apurbasingharay3260 7 ай бұрын
Long live jatra
@adityagogoi2339
@adityagogoi2339 9 ай бұрын
All time favourite singer❤️🥰
@vlogerakhomvloger7070
@vlogerakhomvloger7070 9 ай бұрын
Moja lgil dai Amar moran or kussum dar interview to sai❤❤❤🎉🎉🎉 🔥🔥🔥🔥🔥
@MridusmitaSaikia410
@MridusmitaSaikia410 7 ай бұрын
My favorite kussum koilash ❤
@rishiambarish7686
@rishiambarish7686 9 ай бұрын
khub val lagil ❤❤ kussum da hodai🤟🔥
@nabamallikaburagohaineverg8014
@nabamallikaburagohaineverg8014 7 ай бұрын
খুব ভাল লাগিল বা।
@poreshmohanboruah5584
@poreshmohanboruah5584 9 ай бұрын
Hundor.
@Ramdhenu_Zg
@Ramdhenu_Zg 9 ай бұрын
কুসুম দা ❤ প্ৰিয় মানু্হ জন ❤️❤️❤️❤️
@dulenmohan6426
@dulenmohan6426 9 ай бұрын
Nice video Sai br vl lagil ...❤❤❤
@navanitasaikia0260
@navanitasaikia0260 9 ай бұрын
মাটিৰ মানুহ ❤
@bhaitidoley8539
@bhaitidoley8539 9 ай бұрын
Superb kusum da val lgil anustan2 sai
@purnimagogoi6954
@purnimagogoi6954 9 ай бұрын
বৰ ভাল লাগিল কুসুম । বৰ অসম গীতটো আৰু বেছি ভাল লাগিল ।
@manojdeka2403
@manojdeka2403 9 ай бұрын
Kasum da apunak bohut val paw. Apunar prataktu gany hunisu ❤❤❤❤
@minakhigogoi9757
@minakhigogoi9757 5 ай бұрын
Val lagil
@bpulurang8377
@bpulurang8377 8 ай бұрын
All tha bast thank you
@debasishdutta2679
@debasishdutta2679 7 ай бұрын
Love you kussum da❤
小丑和奶奶被吓到了#小丑#家庭#搞笑
00:15
家庭搞笑日记
Рет қаралды 7 МЛН
天使救了路飞!#天使#小丑#路飞#家庭
00:35
家庭搞笑日记
Рет қаралды 59 МЛН
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 14 МЛН
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Oasis Motion Films
Рет қаралды 294 М.
De De Dheki De।।Kussum Kailash Stage Program Lakhimpur Nakari#live #show
4:43
Jitendra Borgohain Musical
Рет қаралды 19 М.
EKHENTAK WITH CHAKRAPANI
56:51
News18 Assam/Northeast
Рет қаралды 406 М.
小丑和奶奶被吓到了#小丑#家庭#搞笑
00:15
家庭搞笑日记
Рет қаралды 7 МЛН