যদি ভগৱান কৃষ্ণ সৰ্বশ্ৰেষ্ঠ হয়, তেনেহ'লে সকলোৱে কৃষ্ণক ভক্তি নকৰে কিয়? ৰণ্টু শইকীয়া

  Рет қаралды 65,561

Rantu Saikia

Rantu Saikia

Күн бұрын

যদি ভগৱান কৃষ্ণ সৰ্বশ্ৰেষ্ঠ হয়, তেনেহ'লে সকলোৱে কৃষ্ণক ভক্তি নকৰে কিয় বা কৃষ্ণৰ ভক্ত নহয় কিয়?
গীতা, ভাগৱত, উপনিষদ আদিৰ ভিত্তিত এটি গঠনমূলক আলোচনা।
জ্ঞান সন্ধানী সত্ৰৰ জৰিয়তে অনলাইন যোগে অনুষ্ঠিত হোৱা এটি অনুষ্ঠানত দিয়া ভাষণ।

Пікірлер: 195
@BinaDas-m6t
@BinaDas-m6t 8 ай бұрын
Krishna Krishna ❤❤namaste namaste 🙏 Jay Shri Krishna 🙏
@ManikaBarua-px8wh
@ManikaBarua-px8wh 2 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ । সম্পূৰ্ণ আলোচনাতো শুনিলোঁ । বহুত ভাল লাগিল । 🙏🙏
@Bhabowtofficial
@Bhabowtofficial 8 ай бұрын
Rahilà Das Krishno Bàp Pronam
@diptygogoisaikia6636
@diptygogoisaikia6636 8 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু।
@pranabjyotihazarika7145
@pranabjyotihazarika7145 4 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ইমান সুন্দৰকৈ ব্যাখ্যা কৰিছে শুনি দেহ মন জোৰ পাৰি গল , কৃষ্ণ🙏
@dilipsutradhar4684
@dilipsutradhar4684 10 ай бұрын
কৃষ্ণ কৃষ্ণ,ইমান তত্বগধুৰ বিশ্লেষণ শুনি আমি ধন্য ,প্ৰভুজনালৈ শত কৌটি সেৱা জনালোঁ, জয় গুৰু শঙ্কৰ
@rinadutta7598
@rinadutta7598 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ শইকীয়া বাপ জনা। আপোনাৰ দীর্ঘয়ু কামনা কৰিলো
@ranjugogoi5315
@ranjugogoi5315 10 ай бұрын
কৃষ্ণ মাধৱ🙏🙏 প্রভূ কোটি কোটি বাৰ আপনাসবৰ চৰণলৈ সেৱা ভাগ জনালো। ইমান সুন্দৰকৈ প্রভূ ভগৱন্তৰ কথা খিনি যুক্তি সহকাৰে বুজায় দিলে আমি পৰম কৃতার্থ হলো। বহুতো নজনা কথা জানিব পাৰিলো । এনেধৰণৰ আলোচনাই সমস্তৰে কল্যাণ হব এইয়া আমাৰ বিশ্বাস প্রভূ। আগলৈও এনেধৰণৰ আলোচনা আশাকৰি ৰলো। পুনৰবাৰ সেৱা জনালো। 🙏🙏🙏🙏
@archanabaruah.official.1357
@archanabaruah.official.1357 8 ай бұрын
কৃষ্ণ 🙏 বাপ জাপৰিগোগ কৃষ্ণ নগৰ ত যে লগ পাইছিলো।।।। আপোনাৰ ভাগৱত পাঠৰ বাখ্যা বৰ সুন্দৰ।।। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏
@rinagogoi1795
@rinagogoi1795 10 ай бұрын
Krishna bap iswar sewa janlu... prabhu apuni byakha kara krishna je ananta kuti brohmandor porom hokti aru teowei je hosa... bahut bhut bhal lagil apunara para ane mahat bani hunibaloi nitou hunbaloi akha karilu
@Biren-q5f
@Biren-q5f 10 ай бұрын
God giveted speech analysist by Saikia bap .salut for Krishna Katha .
@nivadowara6657
@nivadowara6657 10 ай бұрын
কৃষ্ণ মাধৱ মাধৱ। পুনৰ শ্ৰৱণ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে অন্তৰৰ পৰা আনন্দ পাইছো বাপ। ভগৱানৰ কৃপা হওক কৃষ্ণ।
@kabitadeka1839
@kabitadeka1839 Ай бұрын
কৃষ্ণ বাপ আপোনাৰ চৰনত কোটি কোটি প্ৰনাম🙏🙏🙏🙏🙏🙏
@jomonidas7552
@jomonidas7552 10 ай бұрын
কৃষ্ণ বাপ ,জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ, বিজ্ঞান বিষয়তো যি সকলে বুজাই সেই সকলে ভগৱান বিস্বাস নকৰে, তেওঁ লোকক আমি কেনেকৈ কি কলে বুজি পাব,হে কৃপালু বাপ জন কৃপা কৰি আমাৰ শংসয় ছেদ কৰিব বুলি আশা কৰিছোঁ, 🙏
@jintidas6948
@jintidas6948 10 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ।সুন্দৰ বহুত ভাল‌ লাগিল।
@ds-tx2yh
@ds-tx2yh 10 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ যুক্তিসংগত, যুক্তিসন্মত, বৈজ্ঞানিক সন্মতিসূচক ঈশ্বৰক পৰম শ্ৰেষ্ঠ প্ৰতিপন্ন কৰা এক মনোজ্ঞ বক্তৃতা শুনিবলৈ পাই নিজকে ধন্য মানিছো আৰু আপোনালৈ ভক্তি ভৰা কৃতজ্ঞতা জনাইছো। এই বিশ্লেষণ ৰ ইংৰাজী ,হিন্দী সংস্কৰণ হলে ভাল হয়। গুৰুদুজনাৰ এক শৰণ হৰি নাম ধৰ্মৰ তত্ব সৰ্বতে বিয়পি পৰক এই আশাৰে
@geetaamritrosh
@geetaamritrosh 10 ай бұрын
ঠিক কৈছে
@BinagogoiBinagogoi
@BinagogoiBinagogoi 7 ай бұрын
❤hakolure xridoykrishnonnamoi houk
@swapnagogoi8702
@swapnagogoi8702 10 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ভাগৱত শ্ৰৱণ কৰিলে বৈকুণ্ঠৰত থকাৰ দৰে লাগে কৃষ্ণ প্ৰভূ
@dhrubajyotisaikia9073
@dhrubajyotisaikia9073 10 ай бұрын
Krishna Krishna Baap Ai Hokaluke Namaskar...Jai Guru Sankar 🙏 🙏 🙏
@শশীবৰাআধ্যাত্মিক
@শশীবৰাআধ্যাত্মিক 10 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ
@prabinsaloi7541
@prabinsaloi7541 10 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম সেৱা আগবঢ়ালো 👋👋
@mohendrabora7165
@mohendrabora7165 4 ай бұрын
কৃষ্ণ বাপ, বহুত ভাল লাগিল, সেৱাভাগিৰে শুভকামনা জনালো।
@arpikook6989
@arpikook6989 6 ай бұрын
Krishna🙏
@karabibhuyan
@karabibhuyan 8 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@jadovgogoi1774
@jadovgogoi1774 7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন সেৱা আগ বঢ়ালো ।
@madirampanging5077
@madirampanging5077 10 ай бұрын
কৃষ্ণ। আমাৰ দৰে অল্পমতিয়ে এতিয়াহে গম পাইছো। সেৱা জনাইছো বাপ।
@rinachutia3723
@rinachutia3723 10 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ, সেৱা জনাইছোঁ 🙏🙏🙏🙏
@purnimasaikia7614
@purnimasaikia7614 10 ай бұрын
হে ভগৱান কৃষ্ণ, তোমাৰ চৰণত নিজকে সমৰ্পণ কৰিছোঁ। ঔঁ শ্ৰী কৃষ্ণায় নমঃ।ঔঁ শ্ৰী কৃষ্ণায় নমঃ।ঔঁ শ্ৰী কৃষ্ণায় নমঃ।❤❤❤
@nirusaikia7631
@nirusaikia7631 10 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏 বাপ সমস্ত জগতৰ কল্যাণ কৰক 🙏 🙏 আপোনাৰ শাস্ত্ৰ বাণী শুনি ধন্য হলো প্ৰভু ।
@jadavgogoi4008
@jadavgogoi4008 10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ মহাঅধমৰ সেৱা গ্ৰহন কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@ritasaikia5741
@ritasaikia5741 7 ай бұрын
কৃষ্ণ বাপ ধন্য হৈছোঁ আপোনাৰ। বাণী শুনি
@manasdeka6801
@manasdeka6801 10 ай бұрын
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari
@dilipkumarsaikia4838
@dilipkumarsaikia4838 10 ай бұрын
কৃষ্ণ বাপ, আপোনাৰ চৰণত সেৱা নিৱেদিলো প্ৰভু।
@KandarpaDas-g3o
@KandarpaDas-g3o 10 ай бұрын
খুব ভাল লাগিল
@krishnaksntadas942
@krishnaksntadas942 10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
@shyammahanta7317
@shyammahanta7317 8 ай бұрын
গীতা ,ভাগৱত আগম পন্থি সকলেও অধ্যয়ন কৰে | কিন্তূ পৰম্পৰা এৰি দিয়াৰ মনসিকতা ত্যাগ কৰিব কৰিব পৰা নাই | তথাপিতো আগতকৈ বহুগুণে সলনি হৈছে| আপোনালোকৰ দৰে সংশয় চেদ কৰিব ব্যক্তিয়েহে সজাগতা আনিব পাৰিব | কৃষ্ণ 🙏🙏🙏🙏
@JoyaDevi-v3n
@JoyaDevi-v3n 7 ай бұрын
কৃষ্ণ কৃষ্ণকৃষ্ণ ৰাম হৰি🙏🙏🙏🙏
@mahendradas6626
@mahendradas6626 10 ай бұрын
হে পৰম কৃপালু বাপজনালৈ এই নৰাধমৰ সেৱা
@birendranathdas2797
@birendranathdas2797 7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনা কৃষ্ণ
@narayannath9774
@narayannath9774 7 ай бұрын
কৃষ্ণ বাপ! ইমান সুন্দৰ ভেবে বুজাই দিছে বাপ আপুনি বহু ওপৰত! 🙏🙏🙏🙏
@dimbeswari_patar
@dimbeswari_patar 10 ай бұрын
Krishna. Krishna. Krishna. Oum. Santi. Oum. Santi. Oum. Santi. 🙏🙏🙏🙏
@ranuhazarikanayak9601
@ranuhazarikanayak9601 10 ай бұрын
কৃষ্ণ, কৃষ্ণ 👏👏
@horinamoramiyarokh3890
@horinamoramiyarokh3890 10 ай бұрын
মাধৱ মাধৱ কৃষ্ণ।চৰণত সেৱা।
@AnjaliBaruah55
@AnjaliBaruah55 10 ай бұрын
কৃষ্ণ🙏 শতকোটি প্ৰণাম🙏🙏🙏🙏
@birenbarmon-nz3gf
@birenbarmon-nz3gf Ай бұрын
কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
@keshabdas7527
@keshabdas7527 10 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰনাম জনালোঁ ৷
@khogeswarigogoi1902
@khogeswarigogoi1902 10 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ
@hirenbaishya3721
@hirenbaishya3721 7 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনালো 🙏🙏
@chitrakumarhazarika6622
@chitrakumarhazarika6622 10 ай бұрын
জ্ঞান সন্ধানী সত্ৰৰ ছত্ৰছায়াত যিখিনি শ্ৰৱণ কৰিলোঁ বাপজনাৰ মুখেৰে তাতেই কৃতাৰ্থ হৈছোঁ। সেৱা জনাইছোঁ বাপজনাক।
@MonjuGowala-t1i
@MonjuGowala-t1i 6 ай бұрын
🙏 Joy. Guru. Kirshna🙏🙏🙏🙏🙏
@adityarabha6027
@adityarabha6027 10 ай бұрын
Krishna Krishna 🙏🙏 Prabhu oti sundor Krishna 🙏🙏🙏🙏❤️
@bhupendas3078
@bhupendas3078 10 ай бұрын
অপৰাধ বিনখন মোক ৰক্ষা কৰি হৰি পখিলো ত্জু চৰন মোক ৰক্ষা কৰা উদ্ধাৰ । পৰম পিতা পৰমেশ্বৰ সবব শক্তিমান ৰ ওচৰত শত কোতি প্ৰাৰ্থনা জনাইছোঁ, 🙏🙏🙏
@rajudutta6401
@rajudutta6401 5 ай бұрын
সেৱা জনাইছো ‌প্ৰভূ ।
@DipKumer-ld5sx
@DipKumer-ld5sx 6 ай бұрын
বহুতু জ্ঞান পালো প্রভু আপোনাৰ স্ত্রী চৰণত সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@AjitDoley-id3ov
@AjitDoley-id3ov 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@numolisaikia4826
@numolisaikia4826 7 ай бұрын
কৃষ্ণ, কৃষ্ণ,সতবাৰ, কৃষ্ণ আৰু বাপজনৰ চয়নত,প্ৰনাম।
@Minakakati-nu5hp
@Minakakati-nu5hp 10 ай бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম🙏🙏🙏🙏
@modanborah2333
@modanborah2333 10 ай бұрын
🙏🙏 কৃষ্ণ কৃষ্ণ।
@harendradeka7814
@harendradeka7814 10 ай бұрын
আপোনাক বহুত ধন্যবাদ
@kalicharandeka7379
@kalicharandeka7379 8 ай бұрын
Jay.krishna..guru.
@BhaskarJyotiBorah-pb5id
@BhaskarJyotiBorah-pb5id 10 ай бұрын
কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!
@bhumitabora2496
@bhumitabora2496 10 ай бұрын
🙏🙏🙏🙏👌 কৃষ্ণ কৃষ্ণ বাপ শেৱা ধৰিছো গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@mukulhazarika7159
@mukulhazarika7159 10 ай бұрын
😊 un😊😊😊😊😊
@GolapBorah-bf5wk
@GolapBorah-bf5wk 3 ай бұрын
Bhal lagil bap,
@DulumoniDutta-y9i
@DulumoniDutta-y9i 10 ай бұрын
Krishna krishna🙏🙏🙏
@MonjuGowala-t1i
@MonjuGowala-t1i 6 ай бұрын
Hapurbhu. Moi. Hadhran. Kirshna. Bhokta. Apunak. Kuwti Kuwti. Puwrnam🙏🙏🙏🙏🙏🙏🙏
@geetaamritrosh
@geetaamritrosh 10 ай бұрын
ভাগৱত বহুতে ব্যাখ্যা কৰে কিন্তু এনেকুৱা তথ্যভিত্তিক আৰু যুক্তিনিষ্ঠ বিশ্লেষণ খুবেই কম। অতি সুন্দৰ। গোটেই অসমতে প্ৰচাৰ হওক। কৃষ্ণ 🙏
@daisyrabha2343
@daisyrabha2343 10 ай бұрын
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna Krishna🙏🙏🙏🙏
@umakantadas852
@umakantadas852 6 ай бұрын
Very nice Krishna Krishna Krishna
@KhagenDas-h4y
@KhagenDas-h4y 10 ай бұрын
Krishna krishna krishna 🙏❤️🙏
@harendradeka7814
@harendradeka7814 10 ай бұрын
অনাদি অনন্ত ভগৱন্ত জলৰুপি নাৰায়ন নমস্কাৰ প্ৰভু দয়াময় আপুনি বিনা গতি নাই আপুনিয়ে সৰ্বেসৰ্বা হে জগত দাতা দৈৱকি নন্দন সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰি অভাজনৰ ভুল তুতী ক্ষমা কৰি ভক্তি গিয়ান দিয়া প্ৰভু যুগে যুগে জনমে জাতে আপোনাৰ গুনানু কৰ্তন প্ৰেম ভাবে ভকতি কৰি মুক্তি পাও প্ৰভু সকলো পৰিয়ালে পিতৃ মাতৃ আত্মা হিচাবে ভজি মুক্তি পাওক প্ৰভু সকলো আপুনি প্ৰনাম 🙏।
@nripendeka9800
@nripendeka9800 9 ай бұрын
krishnsa krishna sunddar 🙏🙏🙏
@rajendrabordoloi5285
@rajendrabordoloi5285 10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ, অতি সুন্দৰ ব্যাখ্যা, শুনি বৰ কৃতাৰ্থ হৈছো, কৃষ্ণৰে বাপজনাৰ সহিতে সমস্তজনকেই মঙ্গল কৰক ।
@BiswamotiMili
@BiswamotiMili 8 ай бұрын
A
@BiswamotiMili
@BiswamotiMili 8 ай бұрын
A
@kumudgayan1664
@kumudgayan1664 10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজিৰ ভিডিওটোৱে প্ৰভুক জনাৰ বিষয়ে আলোচনা কৰা কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@sunilbaishya5512
@sunilbaishya5512 10 ай бұрын
কৃষ্ণ।
@daduldas1643
@daduldas1643 10 ай бұрын
কৃষ্ণ কৃষ্ণ
@parthasaikia632
@parthasaikia632 7 ай бұрын
কৃষ্ণ প্ৰভু 🙏🙏🙏
@saratmedhi3923
@saratmedhi3923 10 ай бұрын
কৃষ্ণ 🙏
@DigantaGogoi-s1r
@DigantaGogoi-s1r 10 ай бұрын
Krishna Krishna provu hewa grohon koribo
@DeepaKalita-r6h
@DeepaKalita-r6h 7 ай бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏🙏
@dilipshrestha2263
@dilipshrestha2263 8 ай бұрын
Krishna prabhu
@nilakantahazarika5502
@nilakantahazarika5502 7 ай бұрын
vall hoisa
@QueenSaikia-vs7km
@QueenSaikia-vs7km 10 ай бұрын
Namu Krishna🙏
@Abhijit__Deka___1234
@Abhijit__Deka___1234 5 ай бұрын
Krishna Krishna bap dikhani saranat sewa janalu
@holeswrthengal6039
@holeswrthengal6039 10 ай бұрын
তথ্য ভিত্তি আলোচনা সদায় শুদ্ধ হয়।
@BhabaniDas-m2t
@BhabaniDas-m2t 8 ай бұрын
Krishna
@nirupaphukan8664
@nirupaphukan8664 8 ай бұрын
Very very thanks
@deepakkumardas6892
@deepakkumardas6892 8 ай бұрын
Krisna Bap Poonam,
@Balamurali-k1n
@Balamurali-k1n 6 ай бұрын
Ram Krishna Hari Krishna Krishna
@Rajbaruah7697
@Rajbaruah7697 10 ай бұрын
Krishna Krishna pravu...
@bhaswatisaharia1683
@bhaswatisaharia1683 10 ай бұрын
Sondar aponar bakhya hridoyangam karilo sretha krishna, krishnai setha.
@birensharmah2655
@birensharmah2655 10 ай бұрын
শ্ৰীকৃষ্ণ দেৱতা নহয়। "কৃষ্ণস্তু ভগৱান স্বয়ম্"।
@niroddeka6379
@niroddeka6379 10 ай бұрын
Hare Krishna
@munborah122
@munborah122 10 ай бұрын
Krisno
@nayanmonidsa5483
@nayanmonidsa5483 6 ай бұрын
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ চৰণ কমল নাৰায়ণ
@rashminath4310
@rashminath4310 10 ай бұрын
Krishna Krishna 😊
@manashjyotiborah6895
@manashjyotiborah6895 10 ай бұрын
কৃষ্ণ বাপ
@bhabenkalita8737
@bhabenkalita8737 10 ай бұрын
Val lagil
@junmonisaikia3831
@junmonisaikia3831 10 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏
@ganakhanikar683
@ganakhanikar683 10 ай бұрын
44
@biswajitanita892
@biswajitanita892 10 ай бұрын
Krisna krisna Bap.
@binakumarigogoiborah8407
@binakumarigogoiborah8407 7 ай бұрын
কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻কৃতাৰ্থ হলো🙏🏻
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 119 МЛН
버블티로 부자 구별하는법4
00:11
진영민yeongmin
Рет қаралды 20 МЛН
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 80 МЛН