যমলাখুটি(ইনছুলিন প্লাণ্ট)(কাৰবি ভাষাত ছৰলেং)|বহু ঔষধি গুণসম্পন্ন এই গছৰ ব্যৱহাৰ মোৰ ভিডিঅ'ত শুনকচোন

  Рет қаралды 30,563

Northeast Explorer RH

Northeast Explorer RH

Күн бұрын

#mediterraneanplants
যমলাখুটি গছৰ ঔষধি গুণ আৰু ব্যৱহাৰৰ বিষয়ে শদিয়াৰ পদুমফুলা গাঁৱৰ এজন ব্যক্তিয়ে কি ক'লে শুনকচোন...
নগাঁৱৰ কাখৰি গাঁৱৰ বনৌষধিৰ উদ্যান থকা কুন্তী বাইদেৱে কি ক'লে শুনিবচোন.....
বামুণীৰপৰা ১০ কিলোমিটাৰ পূৱদিশত থকা ছৰলেং পাহাৰ অৰ্থাৎ যমলাখুটি গছ থকা পাহাৰলৈ গৈ ম‌ই কি কি পালো আৰু পাহাৰৰ দাঁতিত থকা আদিবাসী গাঁৱৰ আদিবাসী ককাইয়ে কি ক'লে শুনিবচোন.....
যমলাখুটি গছৰ পাত কাৰবিসকলে ধৰ্মীয় পূজা(চৰক পূজা)ত ব্যৱহাৰ কৰে। আৰু বহুতো কামত ব্যৱহাৰ হয়। সেয়ে ই অতি পবিত্ৰ গছ।

Пікірлер: 72
@runugogoi7547
@runugogoi7547 2 ай бұрын
Bhout val.mor aita ai to khabo deya
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Thanks
@prafullabasumatary994
@prafullabasumatary994 2 ай бұрын
সঁচাকৈ বৰ সুন্দৰ । চিনাকি গছ নতুন তথ্য । ধন্যবাদ ।
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
হয় ছাৰ , ধন্যবাদ আপোনালৈ...
@ShreyasriBorahVlog
@ShreyasriBorahVlog Ай бұрын
Bhal lagile baa
@NortheastExplorerRH
@NortheastExplorerRH Ай бұрын
ধন্যবাদ তোমালৈ
@nirmalkoch8185
@nirmalkoch8185 2 ай бұрын
অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিও। আমাৰ অজ্ঞাতে আমাৰ ওচৰে পাজৰে থকা গছ গছনিবোৰৰ পৰা বনৌষধি তৈয়াৰ কৰি আৱহমান কালৰ পৰা বিভিন্ন ৰোগৰ চিকিৎসা আদি চলি অহা কথাটো চেগা চোৰকাকৈ জানিবলৈ পোৱা যায়। এলোপেথিক চিকিৎসাই বেছি গুৰুত্ব পোৱা হেতুকে সেইবোৰলৈ আমি তেনেই উদাসীন হৈ পৰিছোঁ। ভিডিওটোৰ জড়িয়তে এটা সুন্দৰ বাৰ্তা কঢ়িয়াই অনা বাবে বহুত বহুত ধন্যবাদ। কুশল কামনা কৰিছোঁ।
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ছাৰ আপুনি ইউটিউবত কমেণ্ট কৰি মানুহলৈ এটি সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। হয় আমি বনৌষধি গছবোৰৰ ঔষধি গুণাগুণ আৰু ব্যৱহাৰ নজনা আৰু চিনি নোপোৱাৰ বাবেই আমাৰ মাজৰপৰা বহুতো গছ ইতিমধ্যে বিলুপ্তপ্ৰায় হৈছে। আজিৰ প্ৰজন্মক দেখুৱাবলৈকো নাই। ফলত তেওঁলোকৰ গতি অন্য দিশে গৈছে। আদিম যুগৰপৰাই পাহাৰ -পৰ্বত আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাসকৰা কাৰবি ,খাচী,গাৰো,বড়ো,ডিমাছা, তিৱা,কোচ আদি নৃগোষ্ঠীবোৰে বনৌষধিৰ প্ৰজাতিবোৰ চিনি পাইছিল আৰু ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ ওচৰত আয়ুৰ্বেদিক চিকিৎসাৰ কবিৰাজ আছিল। কিন্তু সেই দিনবোৰ যেন সাংঘাতিক ধৰণে পৰিৱৰ্তন হৈছে। আমি সংৰক্ষণ নকৰিলে যি আছে সেয়াও যাব 😥
@A.B.Hazarika
@A.B.Hazarika 2 ай бұрын
Val lagil thank you
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ
@nilimamarak9757
@nilimamarak9757 2 ай бұрын
ভাল ঔখদ ভাল লাগিল
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ধন্যবাদ আপোনাক
@nilimadas5496
@nilimadas5496 2 ай бұрын
Ear pat suggar benari babeo val
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Oh hoi neki !.....
@KeshabBorah-nx1yp
@KeshabBorah-nx1yp 2 ай бұрын
Val lagil video tu Sai 👌👌 Jom lakhuti r bixoye Jani val lagil 👍❤️
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Thank you.
@alakjyotiborthakur8175
@alakjyotiborthakur8175 2 ай бұрын
Very informative video , nice
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
হয় , ধন্যবাদ আপোনাক
@mandiraborah5283
@mandiraborah5283 2 ай бұрын
Very informative video
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Yes, thank you....
@pallabiraja7214
@pallabiraja7214 2 ай бұрын
বহুত সুন্দৰ ভিদিও
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ধন্যবাদ পল্লৱী।
@prasannakumarboro1956
@prasannakumarboro1956 Ай бұрын
যম লাখুটি ঔষধি গুণৰ বিষয়ে জানি উপকৃত হ'লো ।মোৰ বাৰীতে আছে--ৰঙাবিধ।
@NortheastExplorerRH
@NortheastExplorerRH Ай бұрын
@@prasannakumarboro1956 হয়; ৰঙা বিধ প্ৰায় সকলোতেই দেখা যায়। জণ্ডিছৰ কাৰণে বগাবিধহে বেছি প্ৰয়োজনীয় বুলি কয়। আপুনি মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছো ।
@Purniofficial
@Purniofficial 2 ай бұрын
সুন্দৰ ভীডিঅ। লগতে 605 কৰি নতুন বান্ধবী হলো দেই আশা কৰো আপুনি ও হ'ব
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ধন্যবাদ আপোনালৈ , আপোনাকো Subscribe korisu. সময় পালে মোৰ অন্যান্য ভিডিঅ'বোৰো চাব।
@user-I.MROAN453
@user-I.MROAN453 2 ай бұрын
Really truth. Sply prosab jola-pura korile eyar rokh pan korile bhal hoi.🎉
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Yes. Thank you
@nishantroy1675
@nishantroy1675 2 ай бұрын
Very nice video 👍🏼
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Thank you 👍
@KandarpaRabha-ob8fo
@KandarpaRabha-ob8fo 2 ай бұрын
চকুৰ কাৰণে খুবেই ভাল l
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
হয় নেকি ? চকুৰ কাৰণে কেনেকুৱা ভাল আপুনি ইয়াতে অলপ বিস্তৃত ভাৱে জনাবচোন......
@KandarpaRabha-ob8fo
@KandarpaRabha-ob8fo 2 ай бұрын
​​@@NortheastExplorerRHচকুৰ যিকোনো সমস্যাৰ বাবে ব্যৱহাৰ কৰিব পাৰে l চকুত ধূলি বালি সোমালে, চকুৰ খুজিৱতি, চকুত দুখ পালে, চকু লাল পৰি ফুলি উঠা এটা বেমাৰ যে আছে তাৰ ক্ষেত্ৰতো ভাল l এবাৰ মোৰ চকুত প্ৰথম sunflower match ওলোৱাৰ সময়ত match তো জ্বলোৱা তে চকুত চিট্ কি চকুতেই নিমি গৈছিল l লগে লগে ইয়াৰ ৰস দি আৰাম পাইছিলো l আৰু এবাৰ কাম কৰি থাকোতে চকুত জং ( গছৰ থেঙলী ) খুচি দিয়াত চকুৰে অলপ তেজ ওলাইছিল এই ক্ষেত্ৰতো মোক যম লাখু তিয়ে আৰোগ্য দিয়াইছিল l
@nirupoma80
@nirupoma80 2 ай бұрын
Bohut hundor kotha janilu friend holu apuniu sabo dei
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Ok, thank you .....
@promax2521
@promax2521 2 ай бұрын
Nice ba
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ধন্যবাদ তোমাক....
@user-dz4rx7qm7p
@user-dz4rx7qm7p 2 ай бұрын
Nice
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ধন্যবাদ আপোনাক 🙏
@mantudas3713
@mantudas3713 2 ай бұрын
আমাৰ ইয়াত দেবীটকন বুলি কও।
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
হয় নেকি... তোমাৰ ঘৰ কোন ঠাইত....
@pritomborah24
@pritomborah24 2 ай бұрын
Very informative, bohut bostu janibo palu
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Yes, thank you....
@DDNMEntertainment
@DDNMEntertainment 2 ай бұрын
Congratulations for 10k views maam🙌🏼
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Thanks to you
@lalitas1989
@lalitas1989 2 ай бұрын
very ice 651 kori new frnd holu akha korisu apuniu mur frnd hobo
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Ok.... Thank you .
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
moi tumaku Subscribe korisu .
@rebotisaikia661
@rebotisaikia661 2 ай бұрын
Thank you
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
You're welcome
@daskamal5202
@daskamal5202 2 ай бұрын
Wow wonderful place ❤❤❤❤❤,,,আমাৰ ঘৰত আছে,,,, take care ❤
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Thank you kamal
@bidishahazarika1402
@bidishahazarika1402 2 ай бұрын
Very informative.. Video tu val lagil Aunty
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Yes, thank you bidisha
@DevakantaGogoi-kh2gz
@DevakantaGogoi-kh2gz 2 ай бұрын
আমাৰ ঘৰতে আছে অ।
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
অহ ভালকে ৰাখিবা। বহুত উপকাৰী গছ। ভিডিঅ'টো চোৱাৰ বাবে তোমালৈ ধন্যবাদ. ...
@Rk112P
@Rk112P 2 ай бұрын
আমাৰ ইয়াত বগা ফুল আৰু ৰঙা ফুলধৰা(দেবীটকন) আছে
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
অহ হয় নেকি...... তোমাৰ ঘৰনো কোন ঠাইত ? দেৱীটকন গছ দেখিলেহে চিনি পাম। ম‌ই প্ৰথমবাৰ শুনিছো এইটো নাম। দেৱীটকন গছৰ ঔষধি গুণ আৰু ব্যৱহাৰ জনাবাচোন......
@DolidekaDoli
@DolidekaDoli 2 ай бұрын
Amar barit bhut ase
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
সযতনে ৰাখিবা। বহুত উপকাৰী গছ।
@mamonipator7640
@mamonipator7640 2 ай бұрын
Kenekua ful ki rongor jonabasun.
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
গছজোপাৰ ফুল ম‌ই দেখা নাই ..... যেতিয়া ফুলিব তেতিয়া ফটো শ্বেয়াৰ কৰিম....
@bijuleekakati7836
@bijuleekakati7836 2 ай бұрын
এই জোপা গছক ইনছুলিন গছ বুলিও কয়
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
হয় নেকি .... আপোনাৰপৰা জানি ভাল লাগিল 🙏
@purnanathborah2729
@purnanathborah2729 2 ай бұрын
এই গাই বলধ শব্দটো ব্যৱহাৰ নকৰিলে ভাল ৷
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
এই শব্দ দুটা মোৰ ভিডিঅ'ত নাই .... আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব .....
@biswajitborah4407
@biswajitborah4407 2 ай бұрын
Assamese Name : Jam lakhuti English Common Name : Elegant Costus kusta karbi Name : Ai. Upo Botanical Name : Costus Speciosus ( J .Koenig . ex Retz ) Family : Costaccae .
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
অতি সুন্দৰ, এনেকৈ যদি আমি বনৌষধিবোৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰো বহুত ভাল কথা হ'ব। কিন্তু পৰিতাপৰ বিষয় যে, মানুহে পাহাৰে -ভৈয়ামে জংঘল কাটোতে হেজাৰজোপা বনৌষধিৰ প্ৰজাতি শেষ হৈছে আৰু প্ৰতি বছৰে গাঁৱে - ভূঞে হোৱা বানপানীয়ে বনৌষধিবোৰ নিঃশেষ কৰিছে 😥 তোমালৈ ধন্যবাদ থাকিল।
@diptirealvlogster6804
@diptirealvlogster6804 2 ай бұрын
Om hoi dai friend holu muku back koriba❤🎉
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Hobo sam diyok. moi apunak subscribe korisu
@JuguMaaiVlog
@JuguMaaiVlog 2 ай бұрын
Atcha val lagile video to moi aapunar channel to sub....Kori lalo moro loba
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
Ok thank you. Korim diya etiya
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 15 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
Secret Tantric Medicinal Plants||Sree Sanjiban||
40:54
SOONJIBANY
Рет қаралды 409 М.
Ginger Soft rot - Integrated management
19:43
Dr Harish B S /ಹರೀಶ್ ಬಿ ಎಸ್
Рет қаралды 33 М.