যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক | ১ম ভাগ | সদৌ অসম ভাওনা প্ৰতিযোগিতা | Vauna Competition

  Рет қаралды 10,979

PMB Mix

PMB Mix

Күн бұрын

যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক | ১ম ভাগ | সদৌ অসম ভাওনা প্ৰতিযোগিতা | Vauna Competition
বৃহত্তৰ জয়সাগৰবাসী ৰাইজ আৰু জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আয়োজিত "সদৌ অসম ভাওনা প্ৰতিযোগিতাত "শ্ৰীমন্ত শংকৰ-মাধৱ নাট্যগোষ্ঠী, পুলিবৰ, যোৰহাট"ৰদ্বাৰা পৰিবেশিত "যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক" ভাওনাভাগিৰ প্ৰথম খণ্ডটি আপোনালোকলৈ আগবঢ়ালোঁ।
আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। প্ৰতিযোগিতাখনিৰ বাকী ভাওনাসমূহ চাবৰবাবে চেনেলটো চাবস্ক্ৰাইব কৰি লওক।
প্ৰতিযোগিতাৰ স্থান- পৰাগ চলিহা ষ্টেডিয়াম, জয়সাগৰ, শিৱসাগৰ
ধন্যবাদ🙏🙏🙏
আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: ৬০০৩৫৮২৯৫১
Cover Topic:
Vauna
bhauna
Vauna competition
Bhauna competition
vauna competition 2022
Vauna video
vauna assamese
Bhaona
vawna
bhaona assamese
assamese vauna
Assamese bhauna
Vauna probekh
Bhauna probekh
assamese culture
vauna 2022
অসমীয়া ভাওনা
ভাওনা
জয়সাগৰ ভাওনা প্ৰতিযোগিতা
assamese bhawna
Assamese vaona 2022
সদৌ অসম ভাওনা প্ৰতিযোগিতা
joysagar vauna competition
যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক
#vauna
#bhauna
#vaona
Follow my FB Page : / pmb-mix-104114782370878
Subscribe to my Telegram channel: t.me/pmbmix

Пікірлер: 7
@PinkiSaikia-c3j
@PinkiSaikia-c3j 9 күн бұрын
Hundor ..
@nomitadas9175
@nomitadas9175 9 күн бұрын
❤ best acting
@balaikadigitallightsound6118
@balaikadigitallightsound6118 11 ай бұрын
Xundor
@MinakshiDutta-je7tf
@MinakshiDutta-je7tf 8 ай бұрын
khub xundor hoise ami saisilu
@sunkukalita9587
@sunkukalita9587 Жыл бұрын
কচ দেৱযানী খন upload koribo son
@PMBMix
@PMBMix Жыл бұрын
নিশ্চয় কৰিম
@riturajbora2055
@riturajbora2055 Жыл бұрын
জোন দা অভিনয় ভাল কিন্তু নৃত্যহে
小丑揭穿坏人的阴谋 #小丑 #天使 #shorts
00:35
好人小丑
Рет қаралды 6 МЛН
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 353 М.
#ভাওনা নাট = মহিষাসুৰ মৰ্দিনী 🙏
1:30:24
অসমীয়া সংস্কৃতি 🙏
Рет қаралды 686
Assamese vauna aromvoni geet progyan protim baruah || Local Londa A.2.Z  ||
5:34
vauna #koliya
1:48
Utpal Kakoty
Рет қаралды 34 М.
小丑揭穿坏人的阴谋 #小丑 #天使 #shorts
00:35
好人小丑
Рет қаралды 6 МЛН