২০১০চনতে নিৰ্মাণ কৰা বিদ্যালয়ৰ শৌচাগাৰ টেংকিৰ শ্লেপ ভাঙি আহত এজন ছাত্ৰ !

  Рет қаралды 49,547

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 23
@purnimabaro2865
@purnimabaro2865 23 күн бұрын
Bhagawane jate laratuk bachai. God bless him 🙏🙏🙏
@rinkushivam8759
@rinkushivam8759 23 күн бұрын
প্ৰধান শিক্ষক, লগতে বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিক ধৰি ঠিকচে পিটিব লাগে। আনফালে যাব্বত জীৱন জেলত ভৰাই থৱ লাগে
@VictorBorah-Invincible
@VictorBorah-Invincible 23 күн бұрын
প্ৰথমেই, শিশুটি সোনকালে আৰোগ্য হওঁক, বিদ্যালয় আৰু জিলা প্ৰশাসনে ইয়াৰ ব্যবস্থা কৰি দিব লাগে, আৰু দ্বিতীয়তে, এচামে টকা ঘটিবলৈ হে মাষ্টৰ হয়, নিজৰ বিদ্যালয় খনৰ ক'ত কি হৈ আছে, এই চামৰ একো খা-খবৰেই নাই। এওঁলোকৰ ওপৰত অতিশীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে সকলো বিদ্যালয়ৰ কৃতপক্ষ সজাগ হৈ যায়।
@anjumaassameserecepie
@anjumaassameserecepie 23 күн бұрын
Thik koise 😮
@phanidharthakuria588
@phanidharthakuria588 22 күн бұрын
ঠিকাদাৰ মিস্তিরিক ও তদন্ত করি উচিত শাস্তি দিব লাগে শিক্ষকক শাস্তি দিব লাগে
@priyankabaruah2311
@priyankabaruah2311 23 күн бұрын
টেংকি বনাবলৈ ব্যৱহাৰ কৰা বস্তুখিনি উন্নত মানদণ্ডৰ নাছিল। সেই কাৰণে এনে হৈছে।
@JitenTaid-p4b
@JitenTaid-p4b 18 күн бұрын
সেয়া অসমৰ সবশিক্ষা
@budheswarsaikia3103
@budheswarsaikia3103 24 күн бұрын
Principal aru School development committee e lora jonor treatment r khoros bohon korok aru bhogawane loratur kushol korejen.
@PrashantBorah-p6t
@PrashantBorah-p6t 22 күн бұрын
দায়িত্ব পালন কৰিব নোৱাৰিলে চাকৰিৰ পৰা ৰিজাইন দিব লাগে।
@patrickwilliamson9842
@patrickwilliamson9842 23 күн бұрын
Great Assam
@DeepjyotiBora-cv7zy
@DeepjyotiBora-cv7zy 23 күн бұрын
God bless you
@rupakgogoi2023
@rupakgogoi2023 19 күн бұрын
🙏🙏
@AnilDutta-l5s
@AnilDutta-l5s 19 күн бұрын
Luhar rod mane ki ? Konmanitur asu arugyo kamona korilu
@kabitabhuyan545
@kabitabhuyan545 23 күн бұрын
চৰকাৰী school r development
@boonsaikia8526
@boonsaikia8526 23 күн бұрын
Himontor school sai louk.
@HiteshBarman-kx6cd
@HiteshBarman-kx6cd 18 күн бұрын
Pradhan.sikhake.karabat.lilimai.kari.ase.sage.
@BikashSaikia-i1o
@BikashSaikia-i1o 22 күн бұрын
😮😮😮😮😮😮😮😮😮😮😮😢😢😢
@tuluhazarikadevi1587
@tuluhazarikadevi1587 23 күн бұрын
Binapane help you
@golapkhan936
@golapkhan936 24 күн бұрын
Week construction.
@matugogoi6654
@matugogoi6654 19 күн бұрын
School Babe sorkare diya poisa bur kolo Jai ?
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 700 М.
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН