Рет қаралды 1,074,218
দেশৰ পৰা দূৰত পৰম্পৰা খামুচি এজাক অসমীয়া। বাংলাদেশৰ ৪খন গাঁৱত আছে সহস্ৰাধিক অসমীয়া পৰিয়াল। দেশ বিভাজনৰ সময়ত বৰপেটাৰ পৰা বাংলাদেশলৈ গৈছিল ৩০০পৰিয়াল। প্ৰতি ঘৰতে জিলিকি আছে অসমীয়াৰ গৌৰৱ ফুলাম গামোচা। আজিও অসমত থকা আত্মীয়ৰ সৈতে আহ-যাহ এইসকল লোকৰ। প্ৰতি ঘৰতে পালিত হয় অসমীয়া পৰম্পৰা।
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/