আগষ্টত বৰভূইকঁপ হ’ব ৰাজ্যিক BJP ৰ বৰঘৰত!

  Рет қаралды 79,350

Ishan News

Ishan News

13 күн бұрын

♦ BJPত মহাসংকট!
♦ আগষ্টত বৰভূইকঁপ হ’ব ৰাজ্যিক BJP ৰ বৰঘৰত!
♦ শীঘ্ৰেই BJP এৰি কংগ্ৰেছত যোগ দিব ৮ গৰাকী প্ৰাক্তন বিধায়ক তথা সাংসদে!
♦ গৌৰৱ গগৈৰ সৈতে চলিছে আলোচনা।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews

Пікірлер: 136
@Grbora94953
@Grbora94953 11 күн бұрын
এদিন মুখ্যমন্ত্ৰীৰ শেষটো বেয়াকৈ শেষ হ'ব।সেই দিনলৈ অপেক্ষাৰত।
@______________Ss23
@______________Ss23 11 күн бұрын
😂😂😂😂😂
@DibyaNath-nn1xt
@DibyaNath-nn1xt 10 күн бұрын
Hahaha 😂😂😂😂😂😂😅😅😅😅
@sirumanikachari8689
@sirumanikachari8689 10 күн бұрын
@@Grbora94953 ki beya hobo ... Teur Toka poisa ase belegt goi settle hoi jabo ... Aami bur kot jam jodi Dhubri barpetar dore poristhiti hoi heitu vaba.... WB ki ki hoi thake gom pua jodi bujiba aru jodi tetiaw vaba je aamar eyat tu hua nai boli ... Tetia aru kobo logia nai .. Mane aami roi asu heidintu loike
@manojborah6400
@manojborah6400 10 күн бұрын
Same
@user-xg6hu8vr7f
@user-xg6hu8vr7f 11 күн бұрын
বিজেপিৰ পৰা অহা নেতাক ২৬ত টিকতে দিলে সেই কেইটা সমসটিত হাৰিবখাটাং।
@anantabhuyan6643
@anantabhuyan6643 11 күн бұрын
সকলো আহিব কংগ্ৰেছলৈ কেইজনমানৰ বাহিৰে ৷ যি কিইজন কংগ্ৰেছৰ পৰা গৈছে সেই কেইজনৰ বাহিৰে
@ranjitgowsami7891
@ranjitgowsami7891 11 күн бұрын
কংগ্ৰেছ পৰা যোৱা বোৰ আকৌ আহিলে গৌৰৱ গগৈ ই নলয় , ললেও😂
@user-td5bn9lp7j
@user-td5bn9lp7j 10 күн бұрын
Gahara congrss
@debadutta4066
@debadutta4066 11 күн бұрын
মামা ক বিদায় নিদিলে অসমৰ ৰাইজ ৰ কি অবস্থা হব তাৰ উদাহৰণ ৰাইজ ৰ আগত
@shyamolikabora2924
@shyamolikabora2924 11 күн бұрын
বি জে পি ক লৈ নিজৰ দল শেষ নকৰিব কঙগেছ বিপদ মাতি নলব
@akahamed5173
@akahamed5173 11 күн бұрын
Right 👍👍
@ranjitgowsami7891
@ranjitgowsami7891 11 күн бұрын
গৌৰৱ গগৈ জিন্দাবাদ ❤
@sirajuddin3721
@sirajuddin3721 11 күн бұрын
বিজেপিৰ পৰা অহা নেতা বোৰক দলত ৰাখিব কিন্তু দয়া কৰি নিৰ্বাচনৰ সময়ত টিকট নিদিব। একেবাৰে ডোৰা সাপৰ নিচিনা ৰাখিব।টিকট দিয়াৰ পিছত জিকি আহিলে আকৌ লেং মাৰিব।
@Rana-hg8hg
@Rana-hg8hg 11 күн бұрын
অসমৰ জনগোষ্ঠীয় লোক সকলে বিজেপি দলক বৰ্জন কৰিব লাগে,
@gh12138.
@gh12138. 11 күн бұрын
Aku buli napai,ki bol hindu r rakkha koboj bjp😢
@sirumanikachari8689
@sirumanikachari8689 11 күн бұрын
Kio ba dada
@gh12138.
@gh12138. 11 күн бұрын
@@sirumanikachari8689 adhikar lage 😢🙏
@DurgeshwarDeka
@DurgeshwarDeka 11 күн бұрын
​@@gh12138.Tohote hindu muslim kori bjpk jikai thaki lav nai.karonbjpye miya khedibo nuare hindu muslim buli koi dekh khone biki kori dibo tetiya he bujibi.dekh biki kori dileo teuluke bidekhot thakibo paribo karon teolukor toka ase.10bosorholbjp,aru aibar voot nidu
@ratulrajbongshi928
@ratulrajbongshi928 10 күн бұрын
আপুনি জনগোষ্ঠীয় নেতা নেকি ্্্্্আপোনি কলেই সকলোৱে কঙগ্ৰেছত জোগ দিব?
@minaramsaikia3737
@minaramsaikia3737 11 күн бұрын
বিনা স্বৰ্ত্তত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক। ধন্যবাদ
@TridipSaikia-od3ko
@TridipSaikia-od3ko 11 күн бұрын
বিজে পি ক ৰাইজে দিব মজা এইবাৰ
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 11 күн бұрын
দল বাগৰা নেতা ঠাই দিলে দল শেষ হ'ব।
@dilipborah8700
@dilipborah8700 11 күн бұрын
বিজেপী এইবাৰ ৰাইজে মজা দিৱ😅😅😅
@C.Barman7
@C.Barman7 11 күн бұрын
বঢ়ীয়া ।
@user-hw6ul5ut2j
@user-hw6ul5ut2j 11 күн бұрын
এইবাৰ টো কেলা এটাও ভোট নিদিওঁ বিজেপীত ৷ গৌৰৱ হ’ব অসমৰ মুখ্যমন্ত্ৰী ৷ মামা বাই বাই ৷
@ratulrajbongshi928
@ratulrajbongshi928 10 күн бұрын
তাৰ পিছত লুঙি আৰু জালি থকা টুপী পিন্ধি বয়লাৰ বিক্ৰী কৰি থাকিবি।
@user-hw6ul5ut2j
@user-hw6ul5ut2j 10 күн бұрын
@@ratulrajbongshi928 বিজেপী চৰকাৰ হোৱাৰ আগত তই টুপি পিন্ধি বয়লাৰ কাটি আছিলি মানে ?
@Destiny1999
@Destiny1999 8 күн бұрын
শকুনি মামৰ শেষটো চাব বৰ মন গৈ আছে অ😮😮😮😮
@Uttam-ib2fx
@Uttam-ib2fx 11 күн бұрын
লেং মৰা বোৰৰ পৰা সদায় আঁতৰত থকাই শুভ । যাৰ কোনো নীতি নাই , সি সদায় ভৰিত পৰি উদ্ধাৰ হবলৈও সাজু ।
@gutungdipakpegu2134
@gutungdipakpegu2134 11 күн бұрын
Very very good .
@bhupeshdas3141
@bhupeshdas3141 11 күн бұрын
good,❤
@ajitgohain3237
@ajitgohain3237 11 күн бұрын
Very good news
@doyamoysingha2015
@doyamoysingha2015 7 күн бұрын
Background music ধুনীয়া, যেন নৃত্য -নাটিকা হে চলিছে ।
@aimbot_ff__
@aimbot_ff__ 11 күн бұрын
Very good
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 11 күн бұрын
কোনো প্ৰয়োজন নাই,আগন্তুক দিনত কংগ্ৰেছৰ নেতৃত্বতেই ঢাকাৰ গঠন হব
@champakdas841
@champakdas841 11 күн бұрын
Good
@devakantaborah2973
@devakantaborah2973 11 күн бұрын
সমষ্টি এৰি দিয়াৰ স্বাৰ্থত দলত অন্তৰ্ভূক্ত নকৰাই ভাল
@nayankalita7621
@nayankalita7621 11 күн бұрын
❤❤❤
@pompipatgiri
@pompipatgiri 11 күн бұрын
অতি। সোনকালেই।আহক
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 11 күн бұрын
একো দৰকাৰ নাই কংগ্ৰেছত গেলা নলাতে পৰি থাকিব দিব তুলি নানিব সিহঁতৰ যি অহংকাৰ
@user-mo9wi4gc4m
@user-mo9wi4gc4m 11 күн бұрын
himu da bye bye hobo26, t
@user-ep3px6zr1x
@user-ep3px6zr1x 9 күн бұрын
Good news
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 11 күн бұрын
ঊজাৰি ওপৰতেই বিজেপিৰ ভবিষ্যত,
@user-mp4lc9nn9j
@user-mp4lc9nn9j 10 күн бұрын
❤❤❤very good news❤❤
@hafijursikder9104
@hafijursikder9104 11 күн бұрын
গোটেই কেইটা আহিব । dance master বাদে।
@bimanrajkonwar7948
@bimanrajkonwar7948 6 күн бұрын
India alliance jindabad
@user-vi6rf2wm4r
@user-vi6rf2wm4r 8 күн бұрын
জাবৰ গলে পাৰ্টি ভাল হব নিলজ অশোক ৰাজেন ইহঁতক কি লগা হল
@JibeswarRajbongshi-fm3vi
@JibeswarRajbongshi-fm3vi 11 күн бұрын
No need to join them at congress party
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 11 күн бұрын
2026 ত শেষ হৈ যাব ।
@biki456
@biki456 10 күн бұрын
Mama boss❤❤❤❤❤
@dipulaxom
@dipulaxom 11 күн бұрын
Always welcome buddy
@akshaya.n4206
@akshaya.n4206 10 күн бұрын
Good 👍
@jaanelectrical9158
@jaanelectrical9158 10 күн бұрын
Music komai News koribo lage . Understand
@AdvAltafhussain
@AdvAltafhussain 10 күн бұрын
❤Gourav cm 2026 t
@puspadhardowarah1932
@puspadhardowarah1932 7 күн бұрын
বিজেপিৰ বৰ ভূইকপলৈ বৰ আশাৰে বাট চাই আছো।সেই দৃশ্য চাবলৈ বৰ হেপাহ"কৰি আছো।১৯৫০ৰ"বৰ ভূইকপ দেখিবলৈয়ে নাপালো।সেয়ে"মৰাৰ আগতে বিজেপিৰ বৰ"ভূইকপকে চাই যাও বুলি আশাবাদী।
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox 10 күн бұрын
গধুলি হ'লে ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিবই। ৰাজনীতিত সকলো সম্ভৱ😂😂
@prodeepdas9024
@prodeepdas9024 11 күн бұрын
Saikia ❤❤
@DilipSaikia-j3l
@DilipSaikia-j3l 11 күн бұрын
Mama timsr Kam nai 4:22
@dipankarkalita6515
@dipankarkalita6515 11 күн бұрын
Kankho mamai bjp borbad koribo
@parthaprotimbora368
@parthaprotimbora368 11 күн бұрын
Mja
@TilakKtDoley-gd1dt
@TilakKtDoley-gd1dt 9 күн бұрын
Too much the back sound.
@SimantaBorah-xd9gt
@SimantaBorah-xd9gt 11 күн бұрын
Manuhe congress k vot diya nasil nohoi Gaurav Gogoi k ha disil. Assam r manuhe congress nu kun Gaurav nu kun sini napai. Ki je manuh
@hemjeet2023
@hemjeet2023 11 күн бұрын
Good decide BJP leader.. most well come
@mousm6612
@mousm6612 11 күн бұрын
Congress r obosthay ekei hbo
@bipulbrahma9871
@bipulbrahma9871 11 күн бұрын
Atya BJP din gol... We respect all political party. sobe abar abar chance dibo lage
@paintinggram2870
@paintinggram2870 10 күн бұрын
MoiJorhato r pora kolu, amiu BJP r pora atori ahisu .. jikeita vote paisil heikeitau akha nkribo atyar pora
@nripendeka5014
@nripendeka5014 10 күн бұрын
তাৰণ গগৈ ডাঙৰীয়াৰ ভাও ধৰিছে ,, মুখ্যমন্ত্ৰী ৰ নিয়ন্ত্ৰণত নাথাকিলে মন্ত্ৰীসভাৰ সালসলনি ৰ ভাবুকি দিয়ে ,, সেই সময়ত এখেতেও ভয় খাইছিল ,আৰু ,,, বাকী খিনি কব নোৱাৰি ,, মই ৰাজনীতি বিশেষজ্ঞ নহয় ,, মাত্ৰ চাব এনেকৈ বহুবাৰ মন্ত্ৰীসভাৰ সালসলনি মিছা বাতৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিবলৈ বাধ্য হব ,, বুৰঞ্জীৰ পুনৰাবৃত্তি হৈ থাকে ।,,
@ryder412
@ryder412 11 күн бұрын
Don't allow to join. Appoint new members it's not a someone's legacy BJP to cng Cng to bjp
@bimaldebroy1875
@bimaldebroy1875 11 күн бұрын
We don't believe speculation.
@TCF573
@TCF573 11 күн бұрын
Tarmane Himontoi Akhom bjp k finish fibo ulale .
@id6808
@id6808 11 күн бұрын
Excchange or U-turn or straight?🤔🤔🤔
@movieclips9771
@movieclips9771 11 күн бұрын
Leoura news
@pratimasarma1737
@pratimasarma1737 11 күн бұрын
বদমাচ চোৰৰ দলৰ মানুহ ক গ্ৰহণ কৰিব নালাগে।
@jitdekaaxom7855
@jitdekaaxom7855 11 күн бұрын
Background music besi hoise vl news bea hb atia
@user-fp6ud8ym5k
@user-fp6ud8ym5k 11 күн бұрын
Be careful while welcoming the leader of other party or Grass root level leader of Congress will not support you and party will suffer a lot
@anantamazumdar133
@anantamazumdar133 6 күн бұрын
Agdhori iman hulsthul nokoribo. Agote sai look kun kun aru kimanjan BJP NETAI BJP TYAG KORI KEIJONE CONGRESSOT JOGDAN KORE, SAI THAKOK. PISOTO REPORT KORIBO PARIBO.
@prasantagogoi4965
@prasantagogoi4965 11 күн бұрын
পঞ্চাশ চনৰটোৰ সমান হ'বনে?
@ratulrajbongshi928
@ratulrajbongshi928 10 күн бұрын
হিমন্ত বিশ্বশৰ্মা ডাঙৰীয়া অসমৰ শেষ জাতীয় নায়ক। তেখেতে অসমীয়াৰ হকে সাহসেৰে মাত মাতে । অসমৰ অৱস্থা কি সেয়া ধুবুৰীৰ কোচ ৰাজবংশী গাঁৱ খন এবাৰ search কৰি চাওক।
@user-df9hk9rt7f
@user-df9hk9rt7f 11 күн бұрын
sob sarthopor.....nijor hubidha naple blg dololoi jabai aibure ki jonohadaronor kotha sinta koribo..
@DilipSaikia-j3l
@DilipSaikia-j3l 11 күн бұрын
Mama timsr Kam nai 4:22 4:22
@gh12138.
@gh12138. 11 күн бұрын
Bjp 2026 t aneo nitike🙏
@dhanjitadas6639
@dhanjitadas6639 11 күн бұрын
বাতৰি না গান ! মিউজিক কিয় বাজোইছা ?
@kalki9924
@kalki9924 9 күн бұрын
Ki bel belaba ahisa he news r naam t .. Clickbait title nidile view napaba buli bhoi neki. Bdw kangha mama k eibar 2026 t raiz e sai lobo
@bhagawansarma4953
@bhagawansarma4953 11 күн бұрын
Dol bagora burok lai nidibo....
@movieclips9771
@movieclips9771 11 күн бұрын
Assam t ane kunu MLA nai j teou murkho bcz Central t BJP Assam t BJP tar pasot congress join kribo BJP MLA...leoura news tohotor
@TCF573
@TCF573 11 күн бұрын
Congresstu eyei dhongkha korisil
@rameshpayang7871
@rameshpayang7871 11 күн бұрын
Congress k kunu Manuh e val nepai, Karan. Mushlim r sarkar hoi
@Jkonwa
@Jkonwa 11 күн бұрын
Virst 🙊🙊🙊
@astonvilla5629
@astonvilla5629 11 күн бұрын
Apuni muslim beya pai mane
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 11 күн бұрын
Bjp ফুলৰ চৰকাৰ কাৰণে কৰিমগঞ্জ মুছলিম নোহোৱাকৈ জিকিল। যিমানেই ফুলত নবহক দাঙিব হাত খনেই। পদুম চিঙিবলে হাত খনেই আগবঢ়াব লাগে। হাত নহলে নাই ভাত বুলি কথাষাৰ অলে মনত পৰিছে।
@bububorah
@bububorah 11 күн бұрын
কিন্তু বিজেপিয়ে সব ঠিকা কিন্তু মিয়া বিলাকক দিয়ে!!! উদাহৰণ কলিয়াবৰ মথাউৰি কাম etc
@pankajinfo2611
@pankajinfo2611 11 күн бұрын
😅😅😅
@Rohitchakraborty738
@Rohitchakraborty738 10 күн бұрын
পাগল বাতৰি।
@imranhussain.7631
@imranhussain.7631 11 күн бұрын
Aneke comments box t comment kora tu amodjonk
@archanaborah1879
@archanaborah1879 11 күн бұрын
আহিবহে পাৰিবা।টিকটটো দূৰৰ কথা,বিষয়বাবো নোপোৱা।
@rishirajomivaidya5648
@rishirajomivaidya5648 11 күн бұрын
Congress jot jot asw tat miya utpat bht besi dhubri ,nagaon aste aste jorhat hbo dhorise....axomiya r krne bipod
@pranabgoswami2984
@pranabgoswami2984 11 күн бұрын
😅 Congress যোৱা মানে ....
@user-cp2bx6zx5k
@user-cp2bx6zx5k 11 күн бұрын
Joi sri ram
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 11 күн бұрын
সুন্দৰ বাৰ্তা।
@______________Ss23
@______________Ss23 11 күн бұрын
নৰেন্দ্ৰ মোদী জিন্দাবাদ ❤
@m.g.4289
@m.g.4289 10 күн бұрын
NDA Zindabad, Modi Zindabad Nohoi.
@bishalsarma5306
@bishalsarma5306 11 күн бұрын
This is politics Hbs control কৰি আছে gome পোৱা নাই 😂
@user-ml5xj6qc9q
@user-ml5xj6qc9q 11 күн бұрын
কোনো নাহে, ইনেই।
@sailendeka7848
@sailendeka7848 10 күн бұрын
বি জে পি য়ে 26 ত পুনৰ চৰকাৰ গঠন কৰিব ।
@user-fk6oz6k
@user-fk6oz6k 11 күн бұрын
Mama long live ,
@Jkonwa
@Jkonwa 11 күн бұрын
🤣🤣🤣
@AbulHussain-dl6og
@AbulHussain-dl6og 11 күн бұрын
Kuntu mama ? Maaror vayek ne CM sir....
@apurbabhuyan8121
@apurbabhuyan8121 11 күн бұрын
একো ডাল কৰিব নোৱাৰে
@palashborah5361
@palashborah5361 10 күн бұрын
Faltu news
@rameshpayang7871
@rameshpayang7871 11 күн бұрын
Bjp zindabad
@arupjyotidas9809
@arupjyotidas9809 11 күн бұрын
এজনো হিন্দু নাযায়।
@user-ml5xj6qc9q
@user-ml5xj6qc9q 11 күн бұрын
অসমত কংগ্ৰেছ বুলি কিবা আছে জানো? অকল গৌৰৱ গগৈ বুলিহে মানুহে ভোট দিলে, অইন হোৱা হʼলে গুহাৰণ খালে হেঁতেন।😂
@bububorah
@bububorah 11 күн бұрын
বাবা, তোক ভগবানে মুখ খন দিলে কিন্ত্ত ব্ৰাইন টো নিদিলে!! গতিকে তই মনে মনে থাকিলে বেছি ভাল হব নেকি???
@user-ml5xj6qc9q
@user-ml5xj6qc9q 11 күн бұрын
@@bububorah হিৰণ্য ডাঙৰীয়া, আপোনাৰ ব্ৰেইন থাকিনো কি উন্নতি কৰিছে! তৰ্কত হাৰিলে মানুহক গালি পৰাটোয়ে শেষ সম্বল।
@SimantaBorah-xd9gt
@SimantaBorah-xd9gt 11 күн бұрын
Cronges r aku Kam nai. BJP kotha huni huni aji kali kotha kobo hikise. Bebohar ai najana. Ha ha bad diya ha tenakoi gol goi aru eta jug... aku ai bur Kam nai.....BJP Zindabad...
@pinkutravellingvlogs3858
@pinkutravellingvlogs3858 11 күн бұрын
Only bjp❤
@bububorah
@bububorah 9 күн бұрын
@@user-ml5xj6qc9q ব্ৰইন থকাৰ বাবে বেয়াটোক বেয়া আৰু ভালটো ভাল বুলি কোৱাৰ সাহস আছে!! ব্রইন নথকা হলে তোমাৰ নিছিনা অন্ধ ভক্তৰ দৰে গৰুৰ গোবৰ বা মুত্ৰ খাই তিনিআলিৰ মুখত বা WhatsApp ,Facebook University ত MA in entire 😂 political science ৰ দৰে nonbiological কথা কলোঁ হেঁতেন????
@MaaChakravarty
@MaaChakravarty 11 күн бұрын
Ai sur bilakok cong ahib nedib ehatok garat hamu dib kok eko kam nai eiboror
@SantiSangma-ig8uj
@SantiSangma-ig8uj 11 күн бұрын
Very good
@amarjoytidas8141
@amarjoytidas8141 11 күн бұрын
Good news
@BISHWAJITDUTTABABA-gw5te
@BISHWAJITDUTTABABA-gw5te 11 күн бұрын
❤❤❤
@MaaChakravarty
@MaaChakravarty 11 күн бұрын
Ai sur bilakok cong ahib nedib ehatok garat hamu dib kok eko kam nai eiboror
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 3 МЛН
Дарю Самокат Скейтеру !
00:42
Vlad Samokatchik
Рет қаралды 8 МЛН
Heartwarming moment as priest rescues ceremony with kindness #shorts
00:33
Fabiosa Best Lifehacks
Рет қаралды 30 МЛН
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 3 МЛН