'ৰেন মৌ'ত আইচেংফাৰ স'তে উদাত্ত কণ্ঠৰ মানৱতাবাদী শিল্পী শ্ৰীযুত মহেন্দ্ৰ হাজৰিকাদেৱ

  Рет қаралды 96,507

Jaatra

Jaatra

Күн бұрын

Пікірлер: 739
@aichengfaboruah
@aichengfaboruah 5 ай бұрын
প্ৰতিগৰাকী শ্ৰদ্ধাশীল দৰ্শকলৈ, মৰমৰ সহযাত্ৰীলৈ আমাৰ “যাত্ৰা”পৰিয়ালটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ যাচিছোঁ জনতাৰ শিল্পীগৰাকীক ইমান মৰম আৰু স্নেহেৰে উপচাই দিয়াৰ বাবে … ❤️❤️আপোনাসৱৰ মৰমত আমি অভিভূত হৈ ৰ’লোঁ 🙏🙏
@ankurjyotigogoi9614
@ankurjyotigogoi9614 5 ай бұрын
Mohendra dar kothar uparat tumar mat herai juwar dore lagil. Bahut dangor silpi,bahut abhigyata, tekhetok bahut dangor selut. Tumak kiba ignore korisu buli nabhabiba kintu.
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 5 ай бұрын
​@@ankurjyotigogoi9614নাই নাই কিয়নো ভাবিম তেনেকৈ ? সিদিনা আচলতে মই নিজেও তেখেতৰ দৰে নমস্য শিল্পীজনাৰ পৰা শুনিম বুলিয়েই বহিছিলোঁ, শিকিম বুলিয়েই শুনিছিলোঁ ! 😊
@uddiptagogoi8848
@uddiptagogoi8848 4 ай бұрын
আপোনাৰ গানবোৰ আৰু কথাবোৰ শুনিবলৈ বহুত ভাল লাগে কিন্তু আপুনিও এজন মুখা পিন্ধা ভদ্ৰ লোক, অলপ নিম্ন শ্ৰেণীৰ মানুহক আপুনি ভাল ব্যৱহাৰ নকৰে।
@pulinpmajuli2704
@pulinpmajuli2704 4 ай бұрын
তেখেতৰ লগত কথা পাতিব পৰা কৈ ফোন নং টো দিব লাগিছিল।
@proxymaster2207
@proxymaster2207 3 ай бұрын
kzbin.infoCCQMHvJultg *Eitu sai louk ebar* .... Nijei mukha pindha manuh
@KaSiYali
@KaSiYali 5 ай бұрын
গাৰ নোম শিঁয়ৰি উঠিল প্ৰতি শব্দত।তেখেতৰ বিষয়ে লিখিবলৈ ধৃষ্টতা কৰিব নোৱাৰোঁ।আমাৰ হাড়ে হিমজুৱে বৈ আছে মহেন্দ্ৰ হাজৰিকাদেৱৰ গীত,সুৰ,শব্দ,চিন্তন।সততাৰে ক'বলৈ গ'লে আজিৰ অনুষ্ঠানভাগে মন মগজু আহ্লাদিত কৰি তুলিলে।তেখেতলৈ সবিনয়ে শ্ৰদ্ধা নিবেদিছোঁ।আইচেংফা বা আপোনাৰ ওচৰতো কৃতজ্ঞ।
@gautamchetia3979
@gautamchetia3979 5 ай бұрын
@@KaSiYali অনুষ্ঠানটিত তোমাৰ 'ককাইদেউ' বুলি কৰা সম্বোধনটিয়ে অনুষ্ঠানটিক অন্য এটি মাত্ৰা প্ৰদান কৰিলে । তেখেতক যত তত লগ পাইয়েই থাকো তথাপি অন্তৰত পোৱা নোপোৱাৰ বোজা কঢ়িয়াই লৈ ফুৰা যেন নালাগিছিল । ঈশ্বৰে কুশলে ৰাখক ।
@Astrologer-Pranab-Kr-Sarmah67
@Astrologer-Pranab-Kr-Sarmah67 5 ай бұрын
মোৰদৃষ্টিত আইচেংফাৰ যাত্ৰাৰ সৰ্ব্বতোকৃষ্ট খণ্ড এইটো। মাটিৰ মানুহৰ বাবে , সমাজৰ বাবে, সঙ্গীত সংস্কৃতিৰে সমাজ সংস্কাৰৰ হকে আজীৱন পৰিশ্ৰমী মহান শ্ৰমিক শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱৰ শব্দৰ যি সমদল , যি আবেগ, যি প্ৰাকৃতিক উপলব্ধি। মৌন হৈ মূকবধিৰৰ দৰে শুনি আছোঁ। ভূপেন দাৰ পৰবৰ্তী সময়ত মহেন্দ্ৰ হাজৰিকা দেৱৰ দৰে প্ৰকৃত সমাজ সচেতন , জাত্যাভিমানী সঙ্গীত শিল্পী হয়তু কাহানীও নোলাব এই অসমত!!! সমাজ সম্পৰ্কে মহেন্দ্ৰ দাৰ যি আনুবীক্ষণিক দৃষ্টি, প্ৰকৃতিৰ লগত প্ৰযুক্তিৰ যি সংঘাত তাত জাতীয় কৃষ্টি - সংস্কৃতি বিলুপ্ত হৈ যাব বুলি শিল্পী গৰাকীৰ মনৰ যি সন্দেহ সেয়া সঁচাকৈয়ে উত্তৰ পুৰুষে সজাগতাৰে, তীক্ষ্ণ দৃষ্টিৰে নজৰ দিব লাগিব। আদি অনাদিকালৰ পৰা অনন্ত কাললৈ জাতীয় কৃষ্টি-সংস্কৃতি আৰু জাতিটোৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে যি দূৰদৃষ্টিৰে শিল্পীজনে আত্ম সচেতনতাৰে নৱ প্ৰজন্মক আহ্বান জনাইছে সেয়া সঁচাকৈয়ে প্ৰসংশনীয়। মহান সুৰ-শব্দৰ শ্ৰষ্টা, দেশপ্ৰেমী, সমাজ আৰু জাতীয় কৃষ্টি-সংস্কৃতি ৰক্ষাৰ্থে আজীৱন অক্লান্ত পৰিশ্ৰমী সঙ্গীত শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামণাৰে মোৰ প্ৰিয় গীতৰ কৃষক জনলৈ যাচিছোঁ আন্তৰিক শুভেচ্ছা।
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 5 ай бұрын
অশেষ ধন্যবাদ আপোনাক 🙏💕
@bogadhordas3872
@bogadhordas3872 5 ай бұрын
আবেগিক হৈ গলো অ।
@bastobkalita6328
@bastobkalita6328 5 ай бұрын
Best episode।। মাটিৰ শিল্পী।। প্ৰাণৰ শিল্পী জীয়াই থাকোঁতেই সম্মান পোৱাটো বিচাৰোঁ
@pintugogoi7746
@pintugogoi7746 5 ай бұрын
আইচেংফা বাৰ শ্ৰেষ্ঠ অনুষ্ঠান ❤️ জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ককাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ🙏
@Danirojasfc6
@Danirojasfc6 5 ай бұрын
সচাঁই 💚
@pdmotivational4691
@pdmotivational4691 5 ай бұрын
ইমান সুন্দৰ কথা ক'ব আচলতে এজন সঁচা মানুহেই পাৰে। এগৰাকী জ্যেষ্ঠ, আৰু আনগৰাকী কনিষ্ঠ। দুয়োগৰাকী ব্যক্তিৰ কথোপকথন অভুতপূৰ্ব। কাহানিও এনে বাৰ্তালাপ শুনা নাই বা চাগে নাপাম। অন্তৰাত্মা কঁপাই গ'ল।দুয়োগৰাকী ব্যক্তিলৈ অশেষ অশেষ শ্ৰদ্ধা আৰু মৰম যাচিছো। ব্যক্তিগত জীৱনত এই কথাখিনি আলোকপাত কৰিবলৈ প্ৰাণপনে চেষ্টা কৰিম। ধন্যবাদ
@AnkitaVlogs-rw8ce
@AnkitaVlogs-rw8ce 5 ай бұрын
স্পৃহা থাকিলে নহ'ব সাধনা থাকিব লাগিব সাধনা থাকিলে নহ'ব যত্ন কৰিব লাগিব যত্ন কৰো বুলি কৰিব নোৱাৰি মন ভাল থাকিব লাগিব" কি শব্দ 😍
@bituponbora8425
@bituponbora8425 5 ай бұрын
Uff ki dhunewa hobdo ❤❤❤❤
@prafullabailung3423
@prafullabailung3423 5 ай бұрын
প্ৰিয় শিল্গীগৰাকীলৈ সহশ্ৰদ্ধ প্ৰণাম,এইজন গণশিল্পীৰ দীৰ্ঘায়ু কামনা কৰিলো।
@dipdeka410
@dipdeka410 5 ай бұрын
এগৰাকী আমাৰ প্ৰিয় শিল্পী। একো নকওঁ ভাষা নাই এই শিল্পীজনক সন্মান জনিব পৰাকৈ। মাটিৰ মানুহ। ভাল লগা ব্যক্তি এগৰাকী। ভালে থাকক ভগৱানে ভালে ৰাখক।
@samirdeka9400
@samirdeka9400 5 ай бұрын
মানৱ জীৱন এবাৰেই পাওঁ । এই জীৱনৰ মোৰ প্ৰিয় শিল্পী , প্ৰিয় ব্যক্তিজন.... কেৱল মাথো মহেন্দ্ৰ হাজৰিকা । বহুত ভাল লাগিল অনুষ্ঠানটো চাই। মহেন্দ্ৰ দা দুখ নকৰিব। গোটেই পৃথিৱীয়ে আপোনাক দুখ দিলেও মই সদাই আপোনাক সন্মান দিম। মোৰ লগৰ বহুত আছে যি আপোনাক অন্তৰেৰে ভাল পায়, সন্মান কৰে। নিজৰ কাম কৰি যাঁওক, কৰ্মই ধৰ্ম। কাকো কেৰেপ নকৰিব। আমি আছো আপোনাৰ লগত। ধন্যবাদ।
@udipta72
@udipta72 5 ай бұрын
আমি মানুহ বোৰ ৩০ ছেকেণ্ড ৰীল শাক খোৱা ভাত খোৱা , চৰু জুতি লৈ ফুৰা instgram influencer আৰু ইউটিউবাৰ গুৰুত্ব দি সোণ হেন শিল্পীক ভৰিৰে মোহাৰি নিজৰ জাতিৰ সাৰ্দ্ধ নিজে পাতি লৈছোঁ। আইছেংফা বহুত ধন্যবাদ
@comedybpl9737
@comedybpl9737 5 ай бұрын
বৰ দুখ পালো প্ৰিয় শিল্পী জনক কন্দা দেখি , আজিৰ সমাজে জনতাৰ শিল্পী জনক কিয় অৱহেলা কৰিছে?? তেখেতলৈ অশেষ মৰম যাচিলোঁ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@durlavbora3867
@durlavbora3867 5 ай бұрын
শ্ৰদ্ধাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱলৈ, শ্ৰোতাহিচাবে মই মোৰ আন্তৰিক শ্ৰদ্ধা ও মৰম নিবেদিলো। লগতে ৰে মন যাত্ৰা ৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো
@manishadeka6600
@manishadeka6600 5 ай бұрын
বহুত exited হৈ আছিলো বা।যিমান শুনিলেও আমনি নলগা এটা বলিষ্ঠ আৰু উদাত্ত কণ্ঠ।কি প্ৰেমৰ,কি দেশপ্ৰেমৰ,কি জাতীয়দাবাদী-তেওঁ‌ৰ সকলো গানেই মানুহৰ মন -প্ৰাণ হৰে।
@jubinbordoloi9502
@jubinbordoloi9502 5 ай бұрын
সকলোতকৈ ভাল লগা অনুষ্ঠান আইচেংফা বা🤗🫶❣️ অনুষ্ঠানটো বৰ ভাল লাগিল চাই🥰 মহেন্দ্ৰ হাজৰিকা ককাইদেউ লৈ অলেখ অযুত শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।🙏
@dhanjitrajbongshi8209
@dhanjitrajbongshi8209 5 ай бұрын
প্ৰিয় শিল্পী সকলক নিমন্ত্ৰণ কৰা বাবে এই অনুষ্ঠানটো বৰ প্ৰিয়।
@MISSONG5kj
@MISSONG5kj 5 ай бұрын
যদি মই মোৰ মৃত্যুৰ আগতে যদি কিবা এটা video চাবলৈ সুযোগ পাম তেতিয়া আকৌ এই video চাবলৈ সুযোগ পাম বুলি আকা থাকিল.... Heartly লাভ you Mahendra daa......Never ever.. unforgettable speech ❤
@bijudas7709
@bijudas7709 5 ай бұрын
Ki bhaxare km ai program tur kotha xsai bhut Val lage ai program tu sai ba aapunar kothabur xuni bhut Val lage,aapuni xobdhobur iman dhuniakoi koi bhut Val lage.god bless ba
@KalpajyotiGogoi3944
@KalpajyotiGogoi3944 5 ай бұрын
এটা ঐতিহাসিক অনুষ্ঠান.. মহেন্দ্ৰ হাজৰিকা কোন জানিব বিছাৰিলে ভৱিষ্যতে এই অনুষ্ঠানটো চালেই হ'ল
@অনুপকুমাৰ
@অনুপকুমাৰ 5 ай бұрын
সঁচা কথা।
@assamesepoemratansadiyal8978
@assamesepoemratansadiyal8978 4 ай бұрын
ৱাও, বহুত বহুত ভাল লগা। ধুনীয়া সাক্ষাৎকাৰ। কথাবোৰ শলাত গুণা কটা। মহেন্দ্ৰ হাজৰিকাদেৱৰ দীৰ্ঘায়ু কামনাৰে।
@nilamonineog4491
@nilamonineog4491 5 ай бұрын
মনৰ মানুহ জনক এই কন আদৰ দিয়াৰ বাবে বা আপোনাক ধন্যবাদ। ককাই ভালে থাকক ❤
@biplobmoran3759
@biplobmoran3759 5 ай бұрын
শ্ৰদ্ধাৰ শিল্পী গৰাকীয়ে সদায় সত্যক উপস্থাপন কৰি আহিছে । আমাৰ কাৰণে আপুনি সদায়ে শ্ৰদ্ধাৰ,সদায়ে আদৰণীয় আৰু সদায়ে প্ৰেৰণা । ধন্যবাদ জনালোঁ "যাত্ৰা"ৰ পৰিয়ালক ।
@JintuSaikia-ec8be
@JintuSaikia-ec8be 5 ай бұрын
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অনুষ্ঠান। মানুহ জন সদায় প্ৰিয় আৰু লগতে আপুনি তেওঁক প্ৰশ্ন কৰিছে, উফ! কি কম বাৰে বাৰে চাইছো। ভাষা নাই কবলৈ।
@AnubhavSarma-sz6dz
@AnubhavSarma-sz6dz 5 ай бұрын
"এই জাতিৰ পৰা কি আশা কৰিবা" মনত কিমান দুখ থাকিলে এইষাৰ কথা ক'ব পাৰে বাৰু। ফাটি গৈছে বুকুখন।
@beautifulvillagers5017
@beautifulvillagers5017 5 ай бұрын
সাক্ষাৎকাৰটো অতি সাম্প্ৰতিক ও অনন্য সুন্দৰ। বৰকৈ আপ্লুত হ'লো।মহান শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত প্ৰণাম জনাইছোঁ। 🙏 লগতে আইছেংফালৈ আন্তৰিক অভিনন্দন জনালোঁ।
@ranjugogoi4117
@ranjugogoi4117 5 ай бұрын
বৰ সুন্দৰ , তত্ত গধুৰ আলোচনা। সমাজক সুন্দৰ চেতনাৰ উপলব্ধিৰ বৰ্তাদিব পৰা আলোচনা । মহেন্দ্ৰ ককাইদেউ মহান গণশিল্পী ।তেখেত সদাই ভালে থাকক ।দীৰ্ঘ জিবি হওক
@mgnkl
@mgnkl 5 ай бұрын
Prothom podcast , jiye mur gaar num thio kori gol, Xeluwoi dhora mur Jatiyotabade akou ki rup lole , Aichengfa bohut bohut dhonyobad, Mahendra Kokai niswartho bhabe jatir karone thio dia Xilpi gorakik nimontron jonua babe , Joi Aai Axom
@pankajtamuli4119
@pankajtamuli4119 5 ай бұрын
তথাকথিত পড'কাষ্টৰ বিপৰীতে মানবিশিষ্ট এটি অনুষ্ঠান আগবঢ়োৱাৰ বাবে ধন্যবাদ। কেৱল মাত্ৰ ভিউছৰ মাজত নদৌৰি বা যাকে তাকে নামাতি এইযে কিবা এটা শিকাই যোৱা আপোনাৰ প্ৰতিটো অনুষ্ঠান উপভোগ্য । ভাল লাগিল
@villagecreation2339
@villagecreation2339 5 ай бұрын
এক সুন্দৰ অনুষ্ঠান।সুন্দৰ অনুভৱ।শ্ৰদ্ধাৰ গণশিল্পী জনলৈ বহুত মৰম আৰু সন্মান যাচিছো।
@mayuribaruah571
@mayuribaruah571 5 ай бұрын
মন চুই যোৱা Podcast. সুক্ষ্ম অনুভূতিপ্ৰৱণ তথা আজন্ম শিল্পী এজনৰ পৰাহে এনে কথা সম্ভৱ ৷ হাজৰিকাদেৱলৈ আন্তৰিক শ্ৰদ্ধা যাচিলোঁ ৷
@arupbahoi6185
@arupbahoi6185 5 ай бұрын
নিশ্বাৰ্থ শিল্পী ।মন মগজু চুই গৈছে কথাবোৰে।
@mb1734
@mb1734 5 ай бұрын
আপ্লুত হৈ ৰ'লো...হাজৰিকাদেৱৰ অনুষ্ঠানটিয়ে বহু বতৰাৰ উমান দি গ'ল...দূৰৈৰ পৰা অতি মনোমোহা যেন পাহাৰখনি যে সন্মুখত ৰোগাক্ৰান্ত, যাতনাদায়ক আৰু আৰ্তনাদে জৰ্জৰিত...তাক নিজৰ জীৱন্ত ৰুপত চকুলোৰে বুজাই থৈ গ'ল...।।।অতি প্ৰাকৃতিক,নিভাজ,সৰল,প্ৰকৃতিপ্ৰেমী,সংগীত প্ৰেমী ও সাহিত্য সাধনাৰ স্বৰবৰ্ণ বুজি পোৱা আৰু অতি কোমল হৃদয়ৰ শ্ৰোতাৰ বাবেহে এই অনুষ্ঠান।।। শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এই অনুষ্ঠান,,,এই সৃষ্টি...।।উফফ্,,আচৰিত কথোপকথন(মাথো অনুভৱ)।। হাজৰিকাদেৱৰ সৃষ্টি চিৰসেউজ,স্মৰণীয়,সময়োপযোগী কিম্বা নিৰ্ভেজাল।।। মোৰ গাওঁৰে শিল্পী হিচাপে হাজৰিকাদেৱক লৈ গৌৰৱবোধ ও প্ৰাপ্তিবোধ কৰোঁ।।।তেখেতৰ দীৰ্ঘায়ু কামনাৰ কৰিলোঁ।। আইবা'লৈ এগালমান মৰম পঠাঁলো,এমুঠি হাহিঁ,প্ৰেমভৰা টোপোলাত এগালমান ভালপোৱা শিৱসাগৰৰ পৰা এৰিলো....।। এই যাত্ৰাত অনন্ত যুগলৈ ন-দিগন্তৰ উন্মোচন হোৱাৰ কামনাৰে.....।।।💚💚
@sabitakalita7065
@sabitakalita7065 2 күн бұрын
সুন্দৰ কথোপকথন। শ্ৰদ্ধাৰ শিল্পীজনাক নমস্কাৰ আৰু কৃতজ্ঞতা জনালো। মন ভৰি গৈছে। সুন্দৰ মন্তব্য শ্ৰবন কৰি।ধন্যবাদ। 🙏
@dipakkurmi6545
@dipakkurmi6545 5 ай бұрын
কি শব্দ.... উফ্... সঁচাকৈ এনেধৰণৰ শিল্পী অমৰ হওঁক... তেওঁ সদায় ভালে থাকক
@sprihassphere8884
@sprihassphere8884 5 ай бұрын
The Best 'Kotha-Botora' till date! This is and this will be The Masterpiece forever.....you did excellent work baideu❤ Take care of your health sir. I have listened to your Sangeet and Geet from childhood and still listening to your Sristhi❤
@zakirahmed9677
@zakirahmed9677 5 ай бұрын
খুব সুন্দৰ কথা কৈছে , আমি সময়ৰ লগত সলনি হৈ গৈছোঁ যেন অনুভৱ হয় । এদিন সময় আহিব কোনোবা দৰিদ্ৰ চহা খেতিয়ক এজনে এই মাতৃ ভাষাটোত কথা এষাৰ পাতিব বাবে নিজৰ মাতৃ ভূমিতে বিচাৰি হাবাথুৰি খাই ফুৰিব লাগিব । গতিকে আমি সময় থাকোতেই নিজক নিজেই বিচাৰি কিয় নাপাওঁ । আজি এই অনুষ্ঠানটোত আঁত ধৰা বাইদেউ গৰাকীক বহুত ভাল লাগিল কাৰণ তেখেতে এই অসমৰ সম্পদ মানৱ দৰদী শ্ৰদ্ধা শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱক ইমান সুন্দৰ প্ৰশ্ন উপস্থাপন কৰা লগতে ককাদেউ বুলি যি সমন্ধ ধৰিছে সঁচাই আপ্লুত্ব হৈছোঁ ❤ । এই মহান দৰদী শিল্পী গৰাকীক আমাৰ অসমৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন অনুস্থান পতিস্তানে চৰকাৰক দৃষ্টি গোচৰ কৰিব লাগিব উপযুক্ত সময়ত উপযুক্ত সন্মান দিব বাবে । শেষত তেখেতৰ স্বাস্থ্য ভালে থাকক আৰু দীঘাঁয়ো কামনা কৰিছোঁ 🎉 ধন্যবাদ
@skr8515
@skr8515 5 ай бұрын
Fantastic show. Very homely, friendly and natural. Keep it up. Society needs this kind of show.
@deepgogoi165
@deepgogoi165 5 ай бұрын
Mur horu pora puwa huna ajon bohut val loga hilpi val lagil..bohut program saisu bihu program bilakot..mur sivasagar hoi ghar agot teu gaan bilak bohut hunisu saisu atiyau huni thaku..🙏
@bhupendas1971
@bhupendas1971 5 ай бұрын
অতি অপূৰ্ব এই যাত্ৰাৰ অনুভূতি.....| মোৰ অতি প্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাক লৈ কৰা এই যাত্ৰাত আমি আপ্লুত হ'লো লগতে স্পষ্টবাদী তথা মানৱদৰদী মহানুভবী শিল্পীজনৰ অমূল্য অনুভৱ প্ৰস্তুত কৰি উপহাৰ দিয়াৰ বাবে আপোনালৈ হিয়াভৰা ধন্যবাদ আৰু মৰম জনালোঁ | অনুষ্ঠানটি বহুত ভাল আৰু সময় উপযোগী হৈছে | নমস্কাৰ.....|
@suchilmohan9251
@suchilmohan9251 5 ай бұрын
আজি অনুষ্ঠান সঁচাকৈ আকৰ্ষণীয় । বহুত গুণমুগ্ধ অনুষ্ঠান
@bhagybanyoutubsanl
@bhagybanyoutubsanl 5 ай бұрын
Bohut val lagil hazarika dadar word bilak eman rokhal pratitu wordt akuta arth nivaj hoi t hake apunalukor anusthantu bohutei val lagil ❤❤❤❤❤❤❤❤❤❤❤❤
@tumimurusortthakileholDas
@tumimurusortthakileholDas 4 ай бұрын
ভাল লাগিল
@sujithazarika169
@sujithazarika169 5 ай бұрын
Bohut bohut bohut bohut val lagile.. program to sai..ru aguwai jaouk..🙏🙏
@dipankarsaikia240
@dipankarsaikia240 5 ай бұрын
জনতাৰ শিল্পী, মহেন্দ্ৰ ককাইদেউৰ এই অনুষ্ঠানটো বহুত ভাল লাগিল ।। যাত্ৰাৰ সকলোলৈ অশেষ ধন্যবাদ জনালো ।।
@jugamayadutta7272
@jugamayadutta7272 5 ай бұрын
সুন্দৰ ২ অতি জনপ্ৰিয় তত্ত্ব গধূৰ আলোচনা। সেৱা জনাইছো।
@tapansaikia4994
@tapansaikia4994 5 ай бұрын
তেওঁৰ গান প্ৰথম কেছেট অৰ পৰাই শুনি আহিছো, প্ৰতিটো শব্দই ভাল লাগে, তেওঁৰ বহুত দুখ। 😢
@ঋতুপৰ্ণফুকন
@ঋতুপৰ্ণফুকন 5 ай бұрын
আইচেংফা বা আজি তোমাক কিন্ত বৰ ধুনীয়া লাগিছে।❤ তোমাৰ এই অনুষ্ঠান বোৰ বহুত কম চাওঁ কিয়নো কৰ্ম সূত্ৰে সময়ৰ অভাৱত খুব কম চোৱা হয় এইবোৰ ।।বহুত দিনৰ মূৰত আজি চালোঁ 1 sec কাৰণে skip কৰিব সাহস নহল আজি ।।ইমান ধুনীয়া কথা ।।মন চুই যোৱা ভাবিব লগীয়া কিছুমান কথা।। মহেন্দ্ৰ হাজৰিকা দেৱ ক ভাল পাওঁ বহুত তেওঁৰ গান ত কথা ৰ খুব প্রিয় ।।। কিন্ত তোমাৰ আৰু হাজৰিকা দেৱ ৰ উচুপনি মন তো সেমেকা ই পেলালে।।❤❤❤ দীৰ্ঘায়ু কামনা কৰিছোঁ দুয়োজনকে ভালে থাকক হাজৰিকা দেৱ ।।আৰু তুমি ও ভালকৈ থাকিবা।এই অনুষ্ঠান তো দীৰ্ঘায়ু কামনা কৰিছোঁ❤❤ তোমাৰ লৈ বহুত বহুত বহুত..........মৰম প্ৰেম ভালপোৱা💐🥰🥰🥰
@GogoisVloG
@GogoisVloG 5 ай бұрын
প্ৰিয় শিল্পীগৰাকী দেখা পাই মন্ত্ৰমুগ্ধ হলোঁ,,, তেখেতৰ চকুত চকুপানী দেখি বেয়া লাগিল বৰ সহজ সৰল মানুহ,,,❤❤❤❤
@pareshnath8689
@pareshnath8689 5 ай бұрын
পোন প্ৰথমে আপোনালৈ স শ্ৰদ্ধ প্ৰনিপাত জনাইছোঁ। আপোনাৰ কন্ঠ আপোনাৰ গীতৰ কথা অনন্য আৰু একক। সুন্দৰ সাৱলীল ভাষা। অসমীয়া ৰ আৱেগ আৰু অনুভূতিৰ মাজত সোমাই থকা এজন প্ৰকৃত ব্যক্তি।
@bitulphunkan3152
@bitulphunkan3152 5 ай бұрын
আপোনাৰ যাত্ৰা আজি প্ৰথম চাইছো প্ৰিয় শিল্পী জনৰ কাৰণে, ভাল লাগিল চাই । আগলৈ এনেকুৱা প্ৰগ্ৰেম পাম বুলি আশা ৰাখিলোঁ । ভগৱানে ভালে ৰাখক তেওঁক।
@sauravgogoi1471
@sauravgogoi1471 5 ай бұрын
Akhetor Nisina Manuhei, Axom khonor Gourob, Dhonyo Apuni#❤🎉
@rashmichetia1996
@rashmichetia1996 5 ай бұрын
সুন্দৰ অনুষ্ঠান । প্ৰকৃতি প্ৰিয় মাটিৰ শিল্পীজনৰ শব্দবোৰে বুকুৰ কোনোবাখিনিত অজানিতে চুই গ’ল । শব্দৰ কি মাত্ৰা । হৃদয় চুই যোৱা অনুষ্ঠান ।। ভালে থাকক শিল্পীজন । আপোনাৰ যাত্ৰাৰ 'ৰেন মৌ' ৰ যাত্ৰা সফল হওঁক বাইদেউ ।।
@manashsaikia6886
@manashsaikia6886 5 ай бұрын
বহুত ভাল লাগিল বাইদেউ৷ আপোনাক ধন্যবাদ৷ মৰমৰ শিল্পী জনলৈ সেৱা আৰু এটা Salute 🙏
@manishadeka6600
@manishadeka6600 5 ай бұрын
এটি ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'লো-এনেকুৱা লাগিল বা।চকুলো বাগৰিল,হাঁ‌হিলো,গানৰ মাজত নিজকে হেৰুৱালো।বৰ সুন্দৰ সময় অকণ উপহাৰ দিলে বা আমাক।মহেন্দ্ৰ হাজৰিকা ছাৰৰ শব্দৰ ভাণ্ডাৰ আন কোনো শিল্পীৰ সৈতে তুলনা নহয়,ভূপেন দাৰ পিছত-এনেকুৱা অনুভৱ হয় মোৰ।তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰাৰ্থনা কৰিছোঁ‌ ভগৱানৰ ওচৰত। আজি আপুনিও আবেগিক হৈ থকাযেন লাগিল।আপোনাৰ চকুজুৰি সেমেকিয়েই আছিল যেন😘।এয়া নিশ্চয় এটি বিশাল শিল্পীসত্বাক ওচৰত পায় হোৱা সুখানুভূতি❤️❤️❤️
@krishnadeori4570
@krishnadeori4570 5 ай бұрын
এনে এটি সুন্দৰ অনুষ্ঠানৰ বাবে আইছেংফা বালৈ ধন্যবাদ। মৰমৰ শিল্পীজনৰ দুচকুৰ পানীয়ে আমাকো কন্দুৱালে। তেখেতে দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলোঁ
@LakhimiGogoi-v4h
@LakhimiGogoi-v4h 5 ай бұрын
বৰ দুখ পালো মোৰ প্ৰিয় শিল্পীজনক কন্দা দেখি । আইচেংফাবা তোমাক বহুত বহুত ধন্যবাদ ।
@monjurikagogoi1406
@monjurikagogoi1406 5 ай бұрын
ইমান সুন্দৰ আৰম্ভণি। তেখেতলৈ অনুবৃক্ষ জনলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ।
@jadabgogoi921
@jadabgogoi921 5 ай бұрын
কি কম, কবলৈ মোৰ ভাষা নাই। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাত্ৰাৰ পৰিয়ালক।
@bhaskarbora2333
@bhaskarbora2333 5 ай бұрын
বহু তত্ব গধুৰ শব্দৰে গঢ়ি উঠা এটি অনুষ্ঠান। বহুত ভাল লাগিল বা ❤❤❤❤
@subornagogoi4194
@subornagogoi4194 5 ай бұрын
বহুত বহুত বহুত ভাল লাগিল বা❤ কি কম ভাষা নাই। বহু কেইটা কথা শিকিলো আজিৰ অনুষ্ঠান টোৰ পৰা ।।
@dipjyotigogoi6991
@dipjyotigogoi6991 5 ай бұрын
যাত্ৰা 'ৰেন মৌ' ৰ এই খণ্ড টো অন্তৰৰ পৰা ভালপালো আৰু শুভ কামনা যাচিলো । লগতে এই অনুষ্ঠানৰ ৰ্দীঘায়ু কামনা কৰিলো ধন্যবাদ 🎉🎉🎉
@dhunup1501
@dhunup1501 5 ай бұрын
আপোনাৰ গীতৰ শব্দ বোৰ অতিশয় তত্ত্ব গধুৰ আৰু সাৱলীল। আপোনাৰ গীতৰ কথা আৰু সুৰ বোৰ সদায়েই আমাৰ হৃদয়ত প্ৰাণৱন্ত হৈ আছে আৰু থাকিব। যেনেকৈ ভূপেন দাৰ গীত বোৰ চিৰ যুগমীয়া হৈ আছে আৰু থাকিব।
@horengogoi166
@horengogoi166 5 ай бұрын
21 বছৰৰ আগতেই তেখেতৰ প্ৰগেম চাইছিলো।আজিও সেই কথা ছন্দ চকু আগত ভাহি উঠে। আজিকালি তেনে তাপযৰ থকা গান, জনতাক জাগ্ৰত কৰিব পৰা গানৰ বহুত কম। এনে গীতসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা প্ৰয়োজন আহি পৰিছে। এই মহান শিল্পী জনৰ দীঘায়ু কামনা কৰিলো।‍ তেওঁৰ কৰ্ম জীৱন উপযুক্ত সন্মান প্ৰদৰ্শন কৰাটো আমাৰ সমাজৰ দায়িত্ব। জয় আই অসম।
@artscraftsandvlogsytchanne6783
@artscraftsandvlogsytchanne6783 5 ай бұрын
বৰ ভাল লাগিল ,এই মহান শিল্পী গৰাকীৰ প্ৰতিটো অৰ্থবহ কথাই অন্তৰখন কন্দুৱাই তুলিছে। এই আজন্ম শিল্পীগৰাকীক ভগবানে সদায় কুশলে ৰাখক তাৰে কামনা কৰিলো
@chandrabijoyhazarika3867
@chandrabijoyhazarika3867 5 ай бұрын
আটাইতকৈ প্ৰিয় ব্যক্তি জনৰ সাক্ষাৎকাৰৰ বাবে অশেষ ধন্যবাদ।
@dipankards4224
@dipankards4224 5 ай бұрын
আইচেংফা বা আপোনাৰ অনুস্থান টো বোৰ ভাল লাগে, লগতে আপোনাৰ কথা বোৰ বোৰ মৰম লোগা ৷
@monjurikagogoi1406
@monjurikagogoi1406 5 ай бұрын
বহুত বহুত ভাল লাগিল। মহেন্দ্ৰ হাজৰিকাৰ এনে সাক্ষাৎ কাৰ ৰ বাবে বহুদিনৰ পৰা আশা ক ৰি আছিলোঁ। এ ই VDO টো য়ে তেখেতক জীয়াই থকাৰ অধিক মনো প্ৰেৰণা ৰ সমল হব। মহেন্দ্ৰ হাজৰিকা দ্দেৱ ৰ সু স্বাস্থ্য কামনা কৰিলোঁ লগতে অনুষ্ঠান টোৰ বাবে আইছেং ফালৈ ধন্যবাদ জনালোঁ
@lililoying7915
@lililoying7915 5 ай бұрын
চকুৰ পানীৰ মাজত বিচাৰি পালোঁ আন্ত্ৰৰ আত্মা।শ্ৰদ্ধা ভূপেন দা অন্তিম যাত্ৰাৰ পাছতেই মোৰ মনত পৰিছিল শ্ৰদ্ধা মহেন্দ্ৰ ককাইদেউ কথা।গান কিমান গালে সেই কথা ন হ য়।গান কিয় গালে সেইটোছে আচল গৌৱব ৰ কথা।আইছেং বাইৰ সন্মুখত মহেন্দ্ৰ ককাইদেউ বৰ অসমৰ আপোন জনৰ ওচৰতে ই অকলশৰীয়া বেদনাত উচুপি উঠিল।কাষতে থকা ভনটিও।নিয়ৰ দৰে সৰি পৰা ককাইদেউ ৰ চকুৰ পানী মচিবলৈ ভনটিয়ে দিয়া ৰোমালৰ মৰম বিশ্বাস কৰক ময়ো এজন নীৰৱ দৰ্শক হৈ উচূপি উঠিলোঁ । আইচেং বাইৰ সম্বোধন কৰা ককাইদেউ মাতে মোক আৰু আৱেগিক কৰি তুলিছিল। আইচেং বাই ম ই এজন নৈৰ পৰীয়া জনজাতি ডেকা লৰা।যদি বেয়া নাপায় এবাৰ মহেন্দ্ৰ ককাইদেউ ৰ যোগাযোগ নম্বৰ টো দিয়ে যেন।নহলে মোৰ সবিশেষ ককাদেউাক ক য় যেন। শেষত আশাৰে বাট আছোঁ -----
@anjumanimedhi2470
@anjumanimedhi2470 5 ай бұрын
ইমান ধুনীয়া কথা- বাৰ্তা। শুনিলে শুনি থাকিবৰ মন । বৰ্তমান সময়ত অসমীয়া ভাষাৰ কি সুন্দৰ আলাপ।বহুত মৰম বা তোমালৈ । লগতে শ্ৰদ্ধাৰ শিল্পী গৰাকীলৈ প্ৰণাম 🙏🙏
@jintuhazarika240
@jintuhazarika240 5 ай бұрын
অসমীয়া জাতিৰ সঞ্জীৱনী, চহা জীৱনৰ মহৌষধি মাত, মহানায়কজনলৈ কৌটি কৌটি প্ৰণাম, লগতে আইচেংফা বাইদেউলৈ হিয়াভৰা ওলগ জনালোঁ
@Earthexplorer6185Assam
@Earthexplorer6185Assam 5 ай бұрын
খুব সন্দুৰ । অনুষ্ঠানটো বহুত ভাল লাগিল ।সৰুৰেপৰা শুনি অহা তেখেতৰ গানবোৰ শুনি আৱেগিক হৈ যাওঁ‌ । আৰু সৃষ্টি কৰি যাওঁ‌ক।
@augustyaxom23
@augustyaxom23 4 ай бұрын
Best podcast...... হৃদয় চুই গ'ল। ❤💛🧡💙🩵💜
@NilimjyotiNath
@NilimjyotiNath 5 ай бұрын
কি সুন্দৰ অনুষ্ঠান, ভাষা নাই,,, মোৰ প্ৰিয় শিল্পী জনক আজি আপোনাৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনি যি তত্ত্ব গধূৰ মধুৰ আলোচনা আলোচনা আগবঢ়ালে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক। ভালে থাকক সদায় মোৰ প্ৰিয় শিল্পী জন সদায়,,,,
@missanamikahandiqueanamika9067
@missanamikahandiqueanamika9067 5 ай бұрын
কিমান যে আবেগিক হলোঁ।। জানো তোমাৰ ভাষা নাইকীয়া হৈ গৈছিল।।
@rupjyotiboruah3418
@rupjyotiboruah3418 5 ай бұрын
প্ৰণাম ৷ভগবানে কুশলে ৰাখক ৷মহান ব্যক্তি জনক তেখেতৰ অবদানক অজিৰ প্ৰজন্মই সাবতি লওক ৷
@madhuchandas.baishya1323
@madhuchandas.baishya1323 Ай бұрын
এটি সুন্দৰ অনুষ্ঠান, মাটিৰ শিল্পী, জনতাৰ শিল্পী জনালৈ সশ্ৰদ্ধ প্ৰণাম,
@PrasannapapuBorah-df2vd
@PrasannapapuBorah-df2vd 5 ай бұрын
মই অলপ দেৰিকৈ চালো । অনুভবি মানুহজন সঁচা শিল্পী কথা কোৱাৰ এটা আৰ্ট আছে। বহুত ভাল লাগিল।
@boraananta830
@boraananta830 5 ай бұрын
বৰ দেউতাক ধিংত লগ পাই বহুত বহুত ভাল লাগিল 😊 মাটিৰ মানুহ তেওঁ
@brojenkhargharia15
@brojenkhargharia15 5 ай бұрын
Aesangfa aejone bor val progam val lagel
@binakumarigogoiborah8407
@binakumarigogoiborah8407 5 ай бұрын
খুব ভাল লাগিল ❤❤
@GaneshBordoloi-h9r
@GaneshBordoloi-h9r 5 ай бұрын
Bor morom lage o ba aponak❤❤❤
@lalitborah7971
@lalitborah7971 5 ай бұрын
বৰ দুখ লাগিল শ্ৰদ্ধাৰ শিল্পী গৰাকীৰ চকুলো দেখি ৷এক সুন্দৰ অনুস্থান ৷
@panchanandihingia6946
@panchanandihingia6946 5 ай бұрын
বুকুৰ কোনোবা খিনিত বিন্ধি যোৱা অনুষ্ঠান । আপোনাৰ আশা পূৰ্ণ হওক। দীৰ্ঘায়ু কামনা কৰিলো।
@darshanandhereverythingbhu7996
@darshanandhereverythingbhu7996 5 ай бұрын
M dada apunak bor val lage, apunar sahashtu maniba lagiba jar babe aru agaraki jiban sangi adari anil, amaru man jai kintu sahash kan nai , many many thanks dada. Love you
@AmarBaruah-m7s
@AmarBaruah-m7s 5 ай бұрын
Really he is an artist, storage ( Bharal) of knowledge. Next bhupen hazarika ❤
@rajudhemaji7995
@rajudhemaji7995 5 ай бұрын
মনৰ মানুহ বহুত মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ নিচাদেউ বুলি কৈ খুব ভাল পাও সদায়ে ভালে থাকক সুস্থ হৈ থাকক। অতি দুঃখিত সময়ত সন্মান দিব নাজানে অসম চৰকাৰে
@ShiruBordoloi
@ShiruBordoloi 5 ай бұрын
Ai sakal manabata shilpik Kiya napau manchat ki bichare jub prajanmai God bless you mohendra da. Baideo nam tu Jana hole bhal lagil haten
@NishaSonowal-yx6fj
@NishaSonowal-yx6fj 4 ай бұрын
Mohendra dada thank you
@lsd4889
@lsd4889 5 ай бұрын
Mahendra sir k bht vl pao moi n mor deutaio bht vl pai... bht vl lgise baa episode 2 chai❤❤❤❤❤❤❤❤❤❤❤.. teo sadai sukhi n sustha hoi thak k tarei kamna krisu vagawati maa kamakhya r ochart....
@harmilaphukan1428
@harmilaphukan1428 5 ай бұрын
প্ৰিয় এজন শিল্পী ৷বহুত ভাল লাগিল ৷
@jyotirmoyeeBhattacharjyee
@jyotirmoyeeBhattacharjyee 5 ай бұрын
এজন সঁচা মানুহ।প্ৰণাম ককাইদেউ।
@RantuGogoi-nl1wz
@RantuGogoi-nl1wz 5 ай бұрын
Mur otikoi,otikoi priyo hilpijon.dhonnyo bad baideo, amar mormor hilpijonok tekhetor monor kotha homuh je hundor vabe prokah koriboloi hujug diar babe.baideo moi ajon hadharon ghoror lora mur oviggota nai hundor vabe ba monumuha vabe likhar oviggota nai.kintu mohendra hajorika deb mur hidoyot ase. Baideo apunak punor bar bohut bohut dhonyobad apunar dara je tekhetok j log palu.punor dhonyobad baideo
@ajubhai2131
@ajubhai2131 5 ай бұрын
শিল্পী জনলৈ মোৰ মৰম ও শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। হাজৰিকা দেৱে কৈছে গীত সঙ্গীত বিহীন জীৱন অৰ্থহীন আৰু মইও কঁও প্ৰতিভা অবিহনে মানৱ জাতিৰ জীৱন অৰ্থহীন । যি কি নহওঁক আইচেংফা তোমালৈ মোৰ আন্তৰিক মৰম ও শ্ৰদ্ধা জনালোঁ। বহুদিনৰ মূৰত তোমাক দেখি ভাল লাগিছে।
@bhadrahatiboruah926
@bhadrahatiboruah926 5 ай бұрын
সুখী হওঁ প্ৰিয় শিল্পীক দেখিলে বৰ্ষা ৰাণী বিষয়া বাইদেউ ক আনিব চোন ❤
@rupjyotidas2126
@rupjyotidas2126 5 ай бұрын
1.5 hours episode Tu 6,7 bar sokupani ulal....mukhere eti e humunia karhisu Ufff.......🙏🙏 kobole bhakha nai❤ #ধন্যবাদযাত্রা #ধন্যবাদআইচেংফাৰ #ধন্যবাদশ্রীযুতমহেন্দ্রহাজৰিকা দেৱ
@Astrologer-Pranab-Kr-Sarmah67
@Astrologer-Pranab-Kr-Sarmah67 5 ай бұрын
আইচেংফালৈ যাচিলো হৃদয়ৰ শুভ কামনা। যাত্ৰা দীৰ্ঘস্থায়ী হওঁক
@দৰঙীয়া-অসমীয়া
@দৰঙীয়া-অসমীয়া 5 ай бұрын
যাত্ৰাৰ প্ৰায় বোৰ খণ্ডৰে ময়ো এজন নিয়মিত শ্ৰোতা। এটি নৱ লহৰেৰে নতুনত্বৰে দৰ্শকৰ মাজত অতি জনপ্ৰিয়তা তথা মৰম পাইছে। একমাত্ৰ আপোনাৰ নিতিবাচক চিন্তা তথা মানুহৰ মাজত বিলোৱা ইতিবাচক বাৰ্তাৰ বাবে। যাত্ৰাৰ উজ্বল ভবিষ্যত কামনা কৰিছোঁ লগতে এটি অনুৰোধো ৰাখিছোঁ। এসময়ত আকাৰ বতাহ তোৰপাল লগাই সুৰৰ লহৰেৰে ডঃ ভূপেন হাজৰিকা দেৱৰ গীত সমূহত সংগী তথা আলোড়ন সৃষ্টি কৰা সেই মহান শিল্পী সকল। তেখেত সকল যদি এতিয়াও কোনোবা আমাৰ মাজত আছে তেন্তে এবাৰ তেখেত লোকক আপোনাৰ মঞ্চ দিব চোন🙏
@eurekarodragini3373
@eurekarodragini3373 5 ай бұрын
আপোনাক ধন্যবাদ আইচেংফা বা।
@kgvlogs9874
@kgvlogs9874 5 ай бұрын
কথা কোৱা শৈলী ইমান সুন্দৰ .. বহুত বহুত ধন্যবাদ আইচেংফা বা❤ .. ইমান সুন্দৰ অনুষ্ঠান এটা আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে।।
@dinanathrajkhowa9042
@dinanathrajkhowa9042 5 ай бұрын
অনুস্থানতো চাই ভাল লাগিল। শিল্পী জনৰ দীঘায়ু কামনা কৰিলোঁ
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 19 МЛН
سورة البقرة القارئ علاء عقل Sourate Al-Baqara Alaa Akl
3:51:48
أنا مسلم - I'm a Muslim
Рет қаралды 2,2 МЛН
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Oasis Motion Films
Рет қаралды 355 М.