'যাত্ৰা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী

  Рет қаралды 120,518

Jaatra

Jaatra

Күн бұрын

Пікірлер: 179
@aichengfaboruah
@aichengfaboruah 10 ай бұрын
'যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏 Stay Tuned Jaatra... with Aichengfa! 😊
@Explorer-p5v
@Explorer-p5v 2 ай бұрын
Aru notun bisaru baa......
@binadeka5317
@binadeka5317 Ай бұрын
বহুত ভাল লাগিল ❤
@gouravburagohain597
@gouravburagohain597 Ай бұрын
❤প্ৰিয়ংকা সুন্দৰ ৷
@dilipsarmah603
@dilipsarmah603 4 ай бұрын
I wish your all ❤time success.
@gitasrisaikiagitasrisaik-mb6bt
@gitasrisaikiagitasrisaik-mb6bt 3 ай бұрын
Bhal lagil
@Sumu154
@Sumu154 2 ай бұрын
My all time Favorite singer 🎧🎧
@MunindraBorchetia-bx2zn
@MunindraBorchetia-bx2zn 9 ай бұрын
Hxkoi deii emn dhuniya prianka baar mat2......1st time aji apuner video saisu val lagil subscriber holu deii❤❤
@MITHUBARUAH-js2lc
@MITHUBARUAH-js2lc 4 ай бұрын
Dhunia
@manjuvlogscooking6611
@manjuvlogscooking6611 4 ай бұрын
val lagil
@r.hazarika9231
@r.hazarika9231 2 ай бұрын
প্ৰিয়ংকাৰ সাৱলীল আৰু সুমধুৰ কণ্ঠ সদায়েই প্ৰিয়। তেওঁ এই কণ্ঠ অবিৰতভাৱে সকলোৰে হৃদয়ত বাজি থাকক চিৰ দিনলৈ তাৰেই কামনা কৰিলোঁ। শিল্পী গৰাকীৰ মনৰ অনুভৱ জনোৱাৰ বাবে আইচেংফালৈ অশেষ ধন্যবাদ জনাইছোঁ। এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ অনুষ্ঠান পাম তাৰেই আশা কৰিলোঁ ❤️❤️
@Anshumanbaruah174
@Anshumanbaruah174 9 ай бұрын
40:30 ei scene t shorts t paisilu, hei kothatuke hunibole moi ei episode tur 40 minute hunilu 😅😅😂
@nirubaro4055
@nirubaro4055 9 ай бұрын
My favourite Assamese singer
@lakhyaraj6003
@lakhyaraj6003 9 ай бұрын
All tym fvrt❤❤❤
@ParismitaBaishya-s8k
@ParismitaBaishya-s8k 9 ай бұрын
❤❤❤❤lov u baa
@Rajdev-p1y
@Rajdev-p1y 6 ай бұрын
All song nice and beautiful...
@chinmoysart7551
@chinmoysart7551 9 ай бұрын
Subasana dutta baak xunkle nimontron koribo Baa ❤
@BanditaDevi-u4y
@BanditaDevi-u4y 9 ай бұрын
Apunar kothabur xuni bohut besi Val lagil.. aru agbahi jouk, vogabane aguwai loi jaouk..
@dipankarchetia8485
@dipankarchetia8485 8 ай бұрын
মোৰ জীৱনৰ অভিজ্ঞতা এটা কব লাগিব।কাৰণ তেওঁক গায়িকা হিচাবে সুন্দৰতা খিনি সকলোৱে জানে কিন্তু তেওঁক লগ নাপালে অনুভৱ কৰিব নোৱাৰিব ভিতৰৰ সুন্দৰতা খিনিক । 2022 চনৰ ডিচেম্বৰ মাহৰ গুৱাহাটীৰ ষ্টুডিও এটাত বহি আছিলোঁ।ব্যক্তিগত কাম এটাত। সেই সময়তে বিহু এটি গাবলৈ আহিছিল ।গীত টি সম্পূৰ্ণ কৰি ওলাই যোৱাৰ সময়ত ষ্টুডিত যিমান মানুহ আছিল সকলোকে মাত লগাই হে ওলাই গৈছিল। জীৱনত কোনোদিন লগ নোপোৱা মোকো চিনাকি কেইজনৰ দৰেই কৈ গৈছিল আপুনি বহক দেই।কোনো প্ৰয়োজন নাছিল কিন্তু মোকো মাত ষাৰ দি যোৱাৰ বা নিদিয়াকৈ গুচি যাব পাৰিলে হেঁতেন।মানুহৰ প্ৰতি যে আন্তৰিকতা আছে সেই বাবেই তেওঁলোক প্রিয় প্ৰতিজনৰ।। কবলৈ বা শুনিবলৈ বেয়া কিন্তু বৰ্তমান নতুন কৈ এটা বা দুটা গীতত কণ্ঠ দি অলপ পৰিচয় এটা পোৱা সকল বা সহযোগী কণ্ঠ শিল্পী হৈ অহা সকলৰে সেই সৌজন্যতা কণ নাই। অদ্ভুত এটা আত্মঅহংকাৰী মনোভাৱেৰে ঘূৰি ফুৰে।।
@bhanuchungkrang1650
@bhanuchungkrang1650 10 ай бұрын
❤❤
@arponabora9335
@arponabora9335 4 ай бұрын
All time favorite singer❤
@Sophie77772
@Sophie77772 4 ай бұрын
40:35
@DeepBaruah-x6l
@DeepBaruah-x6l 10 ай бұрын
❤❤❤❤❤❤❤❤ Priyanka baa
@rubidevi2364
@rubidevi2364 9 ай бұрын
Bohut bhal lagil ❤️👌🏻
@bontichetia233
@bontichetia233 9 ай бұрын
যেইয়ে যি নকওক,মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে প্ৰীয়ংকাৰ দৰে মেখেলা চাদৰ পিন্ধা কোনো নাই৷ বাকী আইচেংফা বাইদেউ😂😂“ফেহুঁ” টো মজ্জা লাগিল😂😂 হাঁহি হাঁহি মই ফিট্😊😊
@arunimadevi3483
@arunimadevi3483 10 ай бұрын
Kapor jure Priyanka Bhorali xundor loga kotha tu 100/ ...Mur logot apunar mat tu ekebarei milise.. 👍👍
@naniborah2089
@naniborah2089 5 ай бұрын
বৰ সুন্দৰ ভাল লাগিল
@RupaliTitabr
@RupaliTitabr 10 ай бұрын
❤❤❤❤❤❤❤
@mibomigom5491
@mibomigom5491 10 ай бұрын
Mur oti moromor baa joni ❤ Priyanka baa
@jyotideka2863
@jyotideka2863 10 ай бұрын
Baidew apunar ai showtor pra bhtr life r njna ktha jnib prilo ba....thnx ba..love frm punjub....akha kro apunar khunkle 100 k hwk ba..aro bht aguai jaaok ba aito prog..m
@moonmakumoria6341
@moonmakumoria6341 10 ай бұрын
বহুত মৰমৰ
@pakhidhun2340
@pakhidhun2340 10 ай бұрын
My favorite singer❤
@monalishkalita2227
@monalishkalita2227 10 ай бұрын
Really Priyanka bai bht dhuniya ke sador mekhela pindhe...❤
@hariprasadexplore810
@hariprasadexplore810 11 ай бұрын
প্ৰিয়ংকা ভৰালীয়ে পৰিধাৰন কৰা মেখেলা চাদৰ আৰু তেখেতৰ গীতৰ সুৰৰ লহৰ অতুলনীয়।।এইবোৰৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে।
@chitrasonowalvlog8132
@chitrasonowalvlog8132 11 ай бұрын
এক দম সঁচা কথা।
@santonuborpatra77234
@santonuborpatra77234 9 ай бұрын
One of the finest talents of Assamese Music Industry
@luhitkoch9279
@luhitkoch9279 10 ай бұрын
Moi usrr pra paisu priyanka baa. Bhut val monr baa joni ❤❤
@aadivlogs4679
@aadivlogs4679 9 ай бұрын
সুন্দৰ❤
@prixt7604
@prixt7604 10 ай бұрын
Like the last part most ...about the health, yes health is the wealth 🙏
@bindassjibon5756
@bindassjibon5756 4 ай бұрын
Harurpora gaat axomia tej ase nijor axomia vakha e houk Dress e houk khadyai houk gaan e houk khub valpao Priyanka Vorali gaan khub valpaao aji aei interview tut axomia hoi nijor vakha houk nijok loi je tew gourobintto aeitue daungar kotha ❤👍ami ajir generation hoi tar agoloie houk axomia hoi nijok gourav onuvob koru 👍
@chandanagogoi2299
@chandanagogoi2299 11 ай бұрын
She is the puller of inspiration ❤ she faced a lot and fought strongly but the society sometimes judge her that should not be
@binaborkotoki7336
@binaborkotoki7336 10 ай бұрын
সৰু পৰাই মোৰ প্ৰিয় Priyanka ভৰালী
@digantanath2622
@digantanath2622 10 ай бұрын
priyanka ba সদায় প্ৰিয় আৰু প্ৰিয় হৈ থাকিব৷ বাৰ গীতবোৰ বহুত প্ৰিয় মোৰ❤❤
@priyojonorbandhun
@priyojonorbandhun 9 ай бұрын
খুব সুন্দৰ সুন্দৰ বাৰ্তা আগবঢ়ালে প্ৰিয়ঙ্কাই ভাল লাগিল।"মা" আৰু "বৌ"য়ে বৰ সুন্দৰ কথা ক'লে দুয়োলৈ ধন্যবাদ যাঁচিলো ৰেনমৌৰ জৰিয়তে ।সুন্দৰ সুন্দৰ গীত উপহাৰ দিয়া ৰাইজলৈ প্ৰিয়ঙ্কা ।তোমালৈ আৰ্শীবাদ যাঁচিলো।🎉❤🙏
@nabajyoti7597
@nabajyoti7597 9 ай бұрын
Chenel to bohut agor pora Sai asilu Aji Paisu baaa…
@Rajdev-p1y
@Rajdev-p1y 6 ай бұрын
বাইদেউ ক কিন্তু বঙালী ছোৱালী নিচিনা লাগে।আইমীবৰুৱা দৰে লাগে।
@babitadeka2770
@babitadeka2770 10 ай бұрын
Eman mitha mat ❤❤❤
@PoliGogoi-z4l
@PoliGogoi-z4l 10 ай бұрын
❤ moja lagise ba
@santoshkumardeka5050
@santoshkumardeka5050 10 ай бұрын
👌👌👌
@gayotribhuyan2857
@gayotribhuyan2857 11 ай бұрын
My fav singer
@Misskiyanaa
@Misskiyanaa 10 ай бұрын
Deeplina deka baa aru Priyanka ba olop ekei dekhe...❤😊
@Axomlofiboy11
@Axomlofiboy11 5 ай бұрын
My Favourite Singer Priyanka baar kotha bur khubai val lagil ❤❤
@anupamagohaindas5002
@anupamagohaindas5002 10 ай бұрын
সুন্দৰ উপস্থাপন ❤❤ আমাৰ প্ৰধান বিহু ❤❤
@manashjnath2519
@manashjnath2519 10 ай бұрын
Bhal loga manuh ❤
@diptirabha965
@diptirabha965 11 ай бұрын
Priyo ba ...
@vlogs-fj7wv
@vlogs-fj7wv 10 ай бұрын
আটাইতকৈ ভাল লগা মানুহ গৰাকী তেওঁৰ কথা বোৰ শুনি সঁচাই ভাল লাগিল সদায় আগবাঢ়ি যাওঁক তেওঁ সফল হওক সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ❤️🙏
@PuhorCreation3049
@PuhorCreation3049 5 ай бұрын
Aichengfa ba Papon Dak matibo sun 🙏🙏🙏 Please ba
@purabikalita4864
@purabikalita4864 10 ай бұрын
মোৰ অতিকৈ মৰমৰ বা জনী ❤❤❤
@anuppow6812
@anuppow6812 10 ай бұрын
You r a strong women n i loved the conversation. Pray to the almighty for more success to come in the future. As u said u love pets, but i think freedom is the ultimate gift for any living being. I am really against keeping birds in a cage. For a bird there could be nothing satisfying then to fly high in the sky.
@patar908
@patar908 10 ай бұрын
Bhagawane bhale rakhak
@3838Deep
@3838Deep 10 ай бұрын
কুকিল কন্ঠি গায়িকাগৰাকী অসমৰ আপুৰুগীয়া সংস্কৃতিক সম্পদ
@KashmirizHandique
@KashmirizHandique 11 ай бұрын
I lv u aicengfa ba
@ankurkalita7577
@ankurkalita7577 10 ай бұрын
Priyanka baak bohut bhal lage, 2 baar log paisilu lifot, iman dhuniya friendly gesture
@ইটো-সিটো
@ইটো-সিটো 10 ай бұрын
এই অনুষ্ঠানটি শুনি শুনি কাম কৰি থাকোতে বাৰে বাৰে চাবলগীয়া হৈছে যে কোন গৰাকীয়ে কথা কৈছে, দুগৰাকীৰ মাতকেইটা ইমান একেই 😍
@rohinikumarboro6437
@rohinikumarboro6437 6 ай бұрын
Jatra suwali joni kotha bur bhal lage, Thanks
@santanudiary4928
@santanudiary4928 10 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় আৰু মৰম লগা গায়িকা গৰাকী ❤❤❤ এবাৰ লগ পাব বৰ হেঁপাহ আছে।
@minasaikia3698
@minasaikia3698 3 ай бұрын
তেওঁ ভাল গায়িকা কিন্তু সুৰকাৰ সকল ভাল নহয় লৰালৰিকৈ এটা সুৰ কৰি দিয়ে চাগে। স্টেজত কি গাই নুবুজো ।‌ লৰি থকা দেখো মাথো। ভাল সুৰকাৰৰ গান গোৱা চোন।
@kankanakalita7976
@kankanakalita7976 11 ай бұрын
All time favourite Priyanka baa
@jituphkuan3103
@jituphkuan3103 10 ай бұрын
Mur atikoi moromor baajoni..bohut valpaw teu konthotu..
@BIPULGOGOI
@BIPULGOGOI 11 ай бұрын
ছোৱালী দুয়োজনী কোনো জনী কোনো কম নহয় ❤❤❤❤❤
@rajeshhazarika1663
@rajeshhazarika1663 11 ай бұрын
অ আই চকু দেখোন কৰ'বাত হে😂
@SurajkarmakarMunu
@SurajkarmakarMunu 10 ай бұрын
Aaisengfa baar singer hbo essa asil kin2 manuhe vabe ata bhogobane diye ata nhoijanu,,,mur anubhov Aaisengfa baak loi,,kimn hsa hei2 njanu...😊🎉🎉❤❤
@sinmoyeesworld4850
@sinmoyeesworld4850 10 ай бұрын
sador mekhela beya paw bula kaijonik pitibo mon jai moi xokolu kapur pindhu... but sador mekala pranor o pranor. nd moi ahon drass jur o bohut val paw....
@krishnahazarika6391
@krishnahazarika6391 11 ай бұрын
💗
@dulenmohan6426
@dulenmohan6426 11 ай бұрын
Nice voice piyangka baa .❤❤❤❤bohut val lage ❤❤❤❤
@udeshnasaikia7045
@udeshnasaikia7045 11 ай бұрын
❤😮😮🥰🥰 priyanka love u from udeshna jorhat
@simaranibora8015
@simaranibora8015 11 ай бұрын
ভাল লাগিল প্ৰিয়ংকা ভৰালীক ।মই আজি কেইদিনমানৰ আগত শ্ৰেণীকোঠাত পঢ়াই আছিলোঁ ।এজন ছাত্ৰই মন নিদিয়াত তাক মই উঠি পাঠ পঢ়িবলৈ দিলোঁ ।ল'ৰাজনে মই অসমীয়া পঢ়িব নাজানো বুলি ঘপককৈ কৈ দিলে ।মই ল'ৰাজনক অধ্যক্ষ মহোদয়ৰ কোঠালৈ লৈ আহিলোঁ ।তেওঁৰ আগতো ল'ৰাজনৰ একেই মন্তব্য ।অধ্যক্ষ মহোদয়ে তাক ক'লে তুমি ঘৰত অসমীয়াত কথা পাতানে নাপাতা ।বিভিন্ন প্ৰশ্ন কৰি গম পালোঁ যে ল'ৰাজনে ষষ্ঠ শ্ৰেণীলৈকেহে ইংৰাজী মাধ্যমত পঢ়িছিল ।খুবেই খং উঠিছিল আৰু দুখ লাগিছিল আমাৰ ভাষাটোৰ ভৱিষ্যতৰ কথা ভাৱি ।
@Btwitsnishthaaaa
@Btwitsnishthaaaa 10 ай бұрын
প্ৰিয়ংকা বাক মই খুবেই ভাল পাওঁ, বাৰ নিচিনাকৈ কাপোৰযোৰ পিন্ধিবলৈ মইও চেষ্টা কৰোঁ , বা ভালে থাকক♥️
@NazimaLifenoor
@NazimaLifenoor 10 ай бұрын
Music nhwa ke jijonr gaan xuni vl lge ।।।teo r he xur vl lge❤
@tulikasworld8647
@tulikasworld8647 10 ай бұрын
মিঠা শিহৰণ আহি গল বাৰ গান শুনিয়েই
@handloom1621
@handloom1621 11 ай бұрын
Very nice interviews Aichengfa. This interview has been able to bring out a very matured and intelligent side of Priyanka Bharali. All the best to Jatraa
@purobeegogoi1343
@purobeegogoi1343 10 ай бұрын
Priyanka, tumar kothakhi huni bor bhal lagil. Tumar monor kothakhi janibo pari tumar proti morom aaru besi hol. Kukhole thaka hodai
@Happylife-i6e
@Happylife-i6e 11 ай бұрын
My fvrT Priyanka baa❤
@parthajitnath6107
@parthajitnath6107 10 ай бұрын
Vaal lagil video tu sai ❤
@luhitkumarbora809
@luhitkumarbora809 11 ай бұрын
Both you and your tune are so sweet.
@pranablaskar3795
@pranablaskar3795 11 ай бұрын
Priyanka baar pora bohut kotha hikib parilu ai ep2t...💞
@Cvlogs67
@Cvlogs67 11 ай бұрын
Bohut bhal lagil
@rinkigogoi7455
@rinkigogoi7455 11 ай бұрын
কণ্ঠ টি সাংঘাটিক মধুৰ।ইমান কোমল কণ্ঠ,আৰু উচ্চাৰণ শৈলী বিৰাট ধুনীয়া ❤
@mamonidevi617
@mamonidevi617 11 ай бұрын
Priyanka tumar kontho bohut dhunia bhal lagil
@rijumonidas8603
@rijumonidas8603 11 ай бұрын
My all time favourite singer ❤😘😘
@MayuriDuliajan
@MayuriDuliajan 11 ай бұрын
Priyankak aji bor osar pora palu.vl lagil dai mamun....❤
@aparajitaphukan1371
@aparajitaphukan1371 11 ай бұрын
Priyanka r kotha bilak bohut bhal lagil ❤
@banitachutia2850
@banitachutia2850 10 ай бұрын
Priyanka bharali bak bhut val lage
@junmonigohain16
@junmonigohain16 11 ай бұрын
মোৰ ঘৰৰ এগৰাকী অতি আপোন আৰু মৰমৰ শিল্পী ❤❤❤।
@rideepdas4194
@rideepdas4194 11 ай бұрын
Apunar gaan mur bhut bhal lage❤❤❤❤
@fatbikeriderarunabh9276
@fatbikeriderarunabh9276 10 ай бұрын
Bou khatha bur bhal lagil
@hiranyarajkhowa4119
@hiranyarajkhowa4119 10 ай бұрын
সঢা কথা কৈছে জনপ্ৰিয় গায়িকা পীয়ঙকা ভৰালীয়ে। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। ❤❤❤
@sankarjyotibordoloi1454
@sankarjyotibordoloi1454 11 ай бұрын
Shreya Ghoshal of Assamese film industry.
@tamash783
@tamash783 10 ай бұрын
Dont compare with shreya ghosal shreya mam is legend.....assam ot priyanka bar maat tut okol hei sizzling feelings ase jitu karu nai....but as a best female singer mur mote hubakhana baa best hoi
@alokhajong5436
@alokhajong5436 10 ай бұрын
​@@tamash783 have different tests of voice.
@ponkhidohotia8341
@ponkhidohotia8341 10 ай бұрын
Right 👍
@ankurkalita7577
@ankurkalita7577 10 ай бұрын
​@@tamash783Priyanka versatile hoi.... Priyanka baar voice tu bohut strong, sob song t e khub dhuniya saje.... Subasana Baa melody side tut besi bhal.... Melody Queen
@jaansaikia9308
@jaansaikia9308 9 ай бұрын
Nahoi..xeito kothaa dei..tekhet teow jegat aru amar sister amar Axomot...
@majuli_r_deka_123
@majuli_r_deka_123 11 ай бұрын
My fav💙
@bulbulhussain5086
@bulbulhussain5086 11 ай бұрын
Mur favourite baa love from nagaon
@ANUSHKATALUKDAR-z5x
@ANUSHKATALUKDAR-z5x 11 ай бұрын
Horur porai fv singer ❤ Horute muk hudhise dangor Hola ki hoba moi kow priyanka bar nisina hom buli..... Moi u gan gaw hiki asu.... hopun ase priyanka bar nisina hoboloi ❤
@jitumonidas8985
@jitumonidas8985 11 ай бұрын
Mjaa koisa baa❤
@payelpriya1276
@payelpriya1276 11 ай бұрын
সদায় প্ৰিয় বাজনী❤
@ranjumoniborah5363
@ranjumoniborah5363 11 ай бұрын
My sister priyonka fabharet
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 136 МЛН
ПРЯМОЙ ЭФИР. Золотой мяч France Football 2024
4:41:06
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,9 МЛН
啊?就这么水灵灵的穿上了?
00:18
一航1
Рет қаралды 114 МЛН
Assamese Podcast Ft. @DimpuBaruah  Opens Up About Life, Struggles, Relationship & Success
49:57
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 43 М.
Zubeen দাৰ Studioত✨ @zubeengargmusic4594
6:24
The Brownfairy_Ankita
Рет қаралды 29 М.
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 136 МЛН