মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিল গগৈৰ। অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰক চৰকাৰে।

  Рет қаралды 31,149

Asom Live 24

Asom Live 24

18 күн бұрын

মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিল গগৈৰ। মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি কৰিলেই নহ'ব, অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰক চৰকাৰে।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 244
@BAHARULISLAM-ue2ev
@BAHARULISLAM-ue2ev 17 күн бұрын
অখিল গগৈ ডাঙৰীয়াৰ টকাৰ প্ৰতি লোভ নাই। সংগঠন কৰা সময়ত ও একেই আছিল, কোনো ক্ষেত্ৰত আপোচ কৰা নাছিল। ৰাইজৰ পক্ষত থাকি মাত মতাৰ বাবে যিকোনো সময়ত বিধায়ক পদ এৰি পৰা মানুহজন হৈছে অখিল গগৈ।
@banjitchangmai4047
@banjitchangmai4047 17 күн бұрын
আগতে বেয়া আছিল,, বিধায়ক হোৱা পৰা সলনি হল,, ভাল্ হল
@mukulbaruah1833
@mukulbaruah1833 17 күн бұрын
Banjit Changmai apuni prtham nijor Buranji jani labo. Akhil Gogoi ajon apus bihin, khahakhi, khotyabadi khimaj sebak. Akhil Gogoi agote jenekua asil atia u kheidore asey. Gatike Akhil k bodnam kori htor kuthar murat nemariba.
@hanseali1924
@hanseali1924 17 күн бұрын
ধন্যবাদ অখিললৈ
@BijaykumarDas-iz8fr
@BijaykumarDas-iz8fr 17 күн бұрын
এনেকুৱা কথাবোৰ সকলো সন্মানীয় বিধায়কে চিন্তা কৰিলে অসম বহুত আগুৱাই গলহেতেন।
@hemkantaborah7434
@hemkantaborah7434 17 күн бұрын
অখিল গগৈ নিবাৰ্চনত বাৰে বাৰে জয়ী হৈ থাকক।
@Withsorgo5135
@Withsorgo5135 17 күн бұрын
আৰে ই এটা চুৰ Faltu e
@mukulbaruah1833
@mukulbaruah1833 16 күн бұрын
With sorog toi Akhil k misa bodam kora tur marar Bush geliba.
@krishnagogoi1657
@krishnagogoi1657 15 күн бұрын
​@@Withsorgo5135Prove????
@JkTree-xl9dw
@JkTree-xl9dw 17 күн бұрын
মাননীয় বিধায়কে ভাল আৰু সচা কথা কয়ছে ।বিধায়কৰ পেট বঢ়ালে নহ'ব।বি জে পি চৰকাৰে নিজৰ দৰমহা বঢ়ালে নহ'ব সকলোৰ প্ৰতি কাষ্যকৰি হ'ব লাগে ।অখিল গগৈ জিন্দাবাদ।
@atarali3167
@atarali3167 17 күн бұрын
সৎ সাহস দেখুওৱাৰ বাবে ধন্যবাদ।বাকী বিধায়ক সকলেও বিৰোধিতা কৰিব বুলি আশা ৰাখিলোঁ।❤❤❤
@sanjibbora1789
@sanjibbora1789 17 күн бұрын
ভাল কথা , আশা কৰ্মী ,অংগণাবাদি কৰ্মী সকলৰ ধন বৃদ্ধি কৰিব লাগে
@rumibaruah9284
@rumibaruah9284 17 күн бұрын
জনপ্ৰতিনিধিসকলৰ চিন্তাধাৰা সুন্দৰ হওঁক।
@mukulbaruah1833
@mukulbaruah1833 17 күн бұрын
Rumi baruah janapratinidhi sundar nahole u habo, jana pratinidhi khakale manakhi sintadhara khalali kari manuh hauk.
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 17 күн бұрын
বহুত ভাল কথা কৈছে, এইজনেই আমাৰ অসমৰ ভাল ৰাজনীতি ব্যক্তি হয় । অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য ব্যক্তি হয় । বিজেপি দলৰ বিধায়ক সকলে দৰমহাক লৈ বিৰোধিতা নকৰে । তেখেত সকলৰ মুখ বন্ধ ।
@sanjibbora1789
@sanjibbora1789 17 күн бұрын
এজন এল পি স্কুলৰ শিক্ষকে যিমান কৰি যিমান টকা পাই অংগনা বাদী কৰ্মীয়ে তাতকৈ বেছি কৰ্ম কৰি কেইটকা পাই সেইটো চৰকাৰে একেবাৰেই নেজানে নি বাৰু চাওকচোন
@sushilkachari3903
@sushilkachari3903 17 күн бұрын
Good step
@samsulhaque4571
@samsulhaque4571 17 күн бұрын
ধন্যবাদ অখিল গগৈ কথা টৌ সঁচা।
@premodharphukan1101
@premodharphukan1101 17 күн бұрын
আমি ২০০০/ টকা পেঞ্চন পোৱা NPS ৰ অধীনৰ মানুহখিনৰ বাবে চিন্তা নকৰে . নিজৰ দৰমহা বঢ়াই লোৱাতহে গুৰত্ব দিয়ে চৰকাৰে ৷ বাঃ বৰ ধুনীয়া সিদ্ধান্ত লৈছে দেই আমাৰ প্ৰতিনিধি সকলে ৷ ২৬ ভোটটো নিশ্চয় আপোনালোকক সপৰিয়ালে দিমগৈ ৷
@manikbargayary8018
@manikbargayary8018 17 күн бұрын
মই 1198 টকা পাই
@mukulbaruah1833
@mukulbaruah1833 17 күн бұрын
Premdhar Phukan Congress/Bjp hol ata mudrar ipithithi khipithi. Congress a 60 Basor Dekh t vrastasar karile atia Bjp a vrastasar karise. Congress a Evm anisil kebol Obc,St,Sc samajr vote chur kari sasonr gadi dakhal kariboloi. Rahul Gandhi Rss r sliper cell. Rahul gandhi a nirbasionr agot Obc r maulik adhikar jati janaganana kari khakaluke khiman adhikar dia, Old pension, krikhakr aai 2 goon, Agni Beer ses karim buli koi atia Rahul Gandhi a Bamun Dharmar khel khonghad t khela arambha kari dile.
@miriboy0.f618
@miriboy0.f618 17 күн бұрын
He is real leader for Assam Akhil gogoi জিন্দা বাদ
@bishaldas3964
@bishaldas3964 17 күн бұрын
Very good akhil da
@hazowaryh
@hazowaryh 17 күн бұрын
Akhil da is right
@user-jd3cm1qm6t
@user-jd3cm1qm6t 17 күн бұрын
Right akhil is hero of assam
@JunmoniChetia-fr5fx
@JunmoniChetia-fr5fx 17 күн бұрын
অংগনবাড়ী কৰ্মী দৰমহা কিয় নেবাহে।ধন্যবাদ অখিল গগৈ দাঙৰীয়া
@user-zr1kz5mv6t
@user-zr1kz5mv6t 17 күн бұрын
চৰকাৰ নামৰ অত্যাচাৰী যন্ত্ৰটোক মানিবলৈ মন নাই।
@MujakkirBarbhuiya-uv2xr
@MujakkirBarbhuiya-uv2xr 17 күн бұрын
Thanks okil gogoi dangoriya.
@SouravGogoi-in2ef
@SouravGogoi-in2ef 17 күн бұрын
অতি সুন্দৰ মন্তব্য আগবঢ়ায়ছে।
@jitsvlogs4373
@jitsvlogs4373 17 күн бұрын
Excellent disa gogoi sir ❤
@chittaranjansaikia2636
@chittaranjansaikia2636 17 күн бұрын
Dhannyabad Akhil Da.
@dharmeswargatak
@dharmeswargatak 16 күн бұрын
মন্ত্রী বিধায়ক দৰমহা বূদ্ধি নকৰি ৰাইজৰ কাৰনে মূল্য বূদ্ধি ৰোধ কৰক
@pinkubordoloi4156
@pinkubordoloi4156 17 күн бұрын
অকল চৰকাৰী কৰ্মচাৰীৰে দৰমহা বঢ়ালে নহ’ব বেচৰকাৰী কৰ্মপ্ৰতিষ্ঠান বোৰতো বঢ়াব লাগে দৰমহা৷
@binudcoversongvideosofficial
@binudcoversongvideosofficial 16 күн бұрын
আশাকৰ্মী, অংগণবাদী কৰ্মী আৰু ৰান্ধনীৰ এই কেইটা দৰমহা বৃদ্ধি কৰিব লাগে। ইমান কষ্ট কৰে তেওঁলোকে সেই হিচাপে ফলটো নাপাই।
@abulkaaemsk7909
@abulkaaemsk7909 17 күн бұрын
ভেনছাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কথা চিন্তা কৰক
@jitulborah6810
@jitulborah6810 17 күн бұрын
আজিলৈকে কোনো বিধায়কে বা মন্ত্রী য়ে নিজৰ দৰমহা কথা এনেদৰে সৰ্বসাধৰণ ৰাইজে জানিব পৰাকৈ প্রকাশ কৰা নাছিল। সচাঁ কৈ প্রকৃত মুকলি মনৰ প্রকৃত নেতা। ধন্যবাদ গগৈ দা।
@niranjannath9669
@niranjannath9669 17 күн бұрын
ধন্যবাদ শিৱসাগৰৰ সন্মানীয় বিধায়ক মহোদয় । আপুনি উল্লেখ কৰা সকলৰ লগতে অসমৰ গাঁওপ্ৰধান সকলক দিনত 300.00 টকা দি দিনে ৰাতিয়ে চৰকাৰী কামত ব্যস্ত ৰাখিছে । গাঁওপ্ৰধান সকলৰ ৬৫ বছৰ হোৱা মাত্ৰেই অৱসৰৰ ব্যৱস্থা কৰিলে পেঞ্চনৰ নামত এটকাও নোহোৱাকৈ । গোটেই জীবন ৰাইজৰ সেৱা কৰি থাকি বৃদ্ধ বয়সত ভাল পুৰস্কাৰ পাইচে তেওঁলোকে 😭😭😭
@user-dg4vz2sl1k
@user-dg4vz2sl1k 17 күн бұрын
অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ আপোনাক বহুত বহুত ধন্যবাদ জনালো আপুনি সদায় এনেকৈ অসমৰ ৰাইজৰ কাৰণে চিন্তা কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনালো আৰু আমাক এনেকুৱা নেটা মন্ত্ৰী লাগে আপোনাৰ দৰে
@saddakahmed6481
@saddakahmed6481 17 күн бұрын
Right
@dhanjitduttadhanjitdutta2844
@dhanjitduttadhanjitdutta2844 17 күн бұрын
Akhil gogoi raijor manuh ajon val leader
@dibyahazarikaborah1197
@dibyahazarikaborah1197 17 күн бұрын
Thank you Akhil sir....
@user-zx3si5kh4d
@user-zx3si5kh4d 17 күн бұрын
ধন্যবাদ জ্ঞাপন কৰিলো মাননীয় অখিল গগৈ ডাঙৰীয়াৰ মন্তব্যক । চিৰজীৱন বিজয়ীৰ কামনা কৰিলো।
@SimilarAhmed
@SimilarAhmed 17 күн бұрын
অখিল গগৈ দাঙৰিয়া। ধন্যবাদ
@TarunChDeka-cb4go
@TarunChDeka-cb4go 17 күн бұрын
বৰ্তমান বানপানী দৰমহা বৃদ্ধি মন্ত্ৰী,বিধায়কৰ,কম কষ্ট হৈছে নে, বানপানী চাবলৈ গৈছে,লাগিব ,😢 ৰাইজে কিয় পঠিয়াইছে, আপোনালোকৰ চিকিৎসা ভাট্টা মাহে বিশহাজাৰ, কৰ্ম চাৰিৰ মাহেছয়শটকা মাত্ৰ, আকৌ বঢ়োৱা কামটো শুদ্ধ কাম, ভাগ্যৰ বলত পাইছে এনে চৰকাৰ,অসম কেবিনেট সিদিনা নলবাৰীত বা: কেনে সোৱাদ খাদ্য খালে,২৬ অত নোৱাৰে , সেয়ে খাওক,
@user-my2ke1gg8h
@user-my2ke1gg8h 17 күн бұрын
অখিল গগৈ 🙏🏻
@monikamoran5333
@monikamoran5333 16 күн бұрын
ধন্যবাদ অখিল গগৈ ডাঙৰীয়া ।আপোনাৰ টকাৰ প্ৰতি লোভ মোহ নাই ।আশাকৰ্মী অঙ্গনবাদী ৰান্ধনী সকলৰ দুৰ্দশা ৰ বিষয়ে অৱগত কৰাৰ বাবে ।🙏
@pranabtaw1890
@pranabtaw1890 17 күн бұрын
Akhil Da apunar adarsha k salute.
@user-hy9gv3ob2r
@user-hy9gv3ob2r 17 күн бұрын
চৰকাৰী তথা জনতাৰ ধনেৰে বিধায়ক 'মন্ত্ৰী সকলে ভ্ৰমন ভোগ বিলাস দৈনিকব্যৱৰ্হায্য সামগ্ৰী লাভ কৰাৰ উপৰিও বিভিন্ন ৰ্ভাটা সম্বলিত এক মুধাফুটা অঙ্কৰ ৰ্দমহা লাভৰ উপৰি বিভিন্ন আচনীৰ কমিচন লোৱাৰ পাছতো ৰ্দমহা বৃদ্বিৰ সিদ্বান্ত লৈছে তাৰ মানে বিধায়ক সকল জনতাৰ সেৱক নহয় তেখেত সকল ৰাজ্যচৰকাৰৰ একোজন ৰ্কমচাৰী শিক্ষাৰ অৰ্হতা থাকক বা নাথাককেই।ৰাজ্যচৰকাৰৰ অন্য ৰ্কমচাৰীৰ বাবে যেনেকৈ সাংবিধানিক নিয়ম নিতি থাকে সেইসমূহ অবমাননা কৰিলে দণ্ড বিহা হয় এইসকল ৰ্কমচাৰিৰ বাবে তেনে নিতি নিয়ম আছে নে নাই? যদি আছে সেই সমুহ তেখেত সকলে মানি চলিচেনে?
@jibongogoi6940
@jibongogoi6940 17 күн бұрын
অখিল গগৈ জিন্দাবাদ l
@assam23
@assam23 17 күн бұрын
অলপ অঙ্গনৱাদী কৰ্মী বোৰৰ পৰাও কাটি লব পাৰে মন্ত্ৰী বিধায়ক সকলে কাৰণ অঙ্গনৱাদী কৰ্মী সহায়িকাই যিমান মাননী পায় সুন্দৰকৈ খাই ঘৰখন চলাই মেলি যথেষ্ট খিনি টকা ৰাহি হয় কাৰণ আমাক মানে কৰ্মীসকল প্ৰয়োজনতকৈ বহুত বেছি দিয়ে ইমান নালাগে নহয় । বেচেৰা মন্ত্ৰী বিধায়ক সকল দুখে লাগে, ইমান কম পইচা কেনৈকৈ চলিব 50%কম হব পাৰিলে 100% বঢ়াই লওক । অখিল গগৈ চাৰ আপোনাক ধন্যবাদ ❤
@manikchandradas7057
@manikchandradas7057 17 күн бұрын
Right💯👍 akhil bhai. ❤❤❤
@Sankarjitcreation
@Sankarjitcreation 17 күн бұрын
ভাল মনৰ মানুহ।
@mnfilmproductionassamese6105
@mnfilmproductionassamese6105 17 күн бұрын
Very good comment.
@bhabendoley6151
@bhabendoley6151 17 күн бұрын
অখিল গগৈ জিন্দাবাদ।
@hemkantaborah7434
@hemkantaborah7434 17 күн бұрын
নিকা মানুহ কাৰণে, সকলো কথা খুলি কৈছে।
@RajibdoleyRajibdoley
@RajibdoleyRajibdoley 16 күн бұрын
অখিল দা অসমৰ ভবিষ্যতৰ I love অখিল দা
@kishoridas6447
@kishoridas6447 17 күн бұрын
সঁচা আৰু উচিত কথা কবলৈ সাহস কৰা অসমৰ একমাত্ৰ বিধায়ক হ'ল সন্মানীয় অখিল গগৈ ডাঙৰীয়া।
@OZARUGAMING
@OZARUGAMING 16 күн бұрын
Akhil da jindabad 🖐️🖐️👍👍👍👍👍👍👍👍👍👍
@dulalchandranath9938
@dulalchandranath9938 16 күн бұрын
অখিল গগৈ জিন্দাবাদ
@_KRISHNA_OFFICEL
@_KRISHNA_OFFICEL 17 күн бұрын
Bohut val koi kole apuni val lagil
@monujsaikia9184
@monujsaikia9184 13 күн бұрын
অখিল দা জিন্দাবাদ
@manjugohain6786
@manjugohain6786 17 күн бұрын
ধন্যবাদ অখিল গগৈ ডাঙৰীয়া ।
@user-eb9bl7oz2w
@user-eb9bl7oz2w 17 күн бұрын
Thenks Akil ❤❤❤ .
@TirelessStudy
@TirelessStudy 16 күн бұрын
Very nice Akhil Gogoi
@Junali-tu9bl
@Junali-tu9bl 17 күн бұрын
Thank you very good
@chandanhaloi4158
@chandanhaloi4158 16 күн бұрын
সুন্দৰ কথা
@anuppathak21
@anuppathak21 17 күн бұрын
Right kotha koise sir
@ugoigoi6379
@ugoigoi6379 16 күн бұрын
অখিল গগৈয়ে ভাল কথা কৈছে
@pinkubordoloi4156
@pinkubordoloi4156 17 күн бұрын
Right speach right disision.
@manikbargayary8018
@manikbargayary8018 17 күн бұрын
thank you Akil Gogoi sir.
@munmun_07
@munmun_07 16 күн бұрын
ধন্যবাদ জনালো আপোনাক
@ombasudevainamaombasudevai706
@ombasudevainamaombasudevai706 17 күн бұрын
Good.news
@kalitakamal1859
@kalitakamal1859 17 күн бұрын
ৰাজনীতিক সমাজ সেৱা বুলি তেওলোকে এ কয় যেতিয়া দৰমহা আচলতে ল'ব এই নালাগে । বিপৰীতে বাৰম্বাৰ বৃদ্ধিহে কৰে।
@jituborah4994
@jituborah4994 16 күн бұрын
আশা কৰ্মী, দৰমহা বৃদ্ধি কৰিৱ লাগে ।
@golok..kakati
@golok..kakati 17 күн бұрын
GOOD....AKHIL..SIR ..THANK..YOU .
@trishnasaikia8788
@trishnasaikia8788 17 күн бұрын
Good. .Right kotha
@rakashdas9087
@rakashdas9087 17 күн бұрын
পাগল হৈছে লুভিয়া হৈছে
@LankheswarBoro
@LankheswarBoro 17 күн бұрын
Thinks
@jintumili1955
@jintumili1955 16 күн бұрын
অখিল দা❤❤❤
@sibapathak2970
@sibapathak2970 17 күн бұрын
Good comment
@kanchonikarmakar4551
@kanchonikarmakar4551 16 күн бұрын
Very good Akhil da
@punyadadevi8528
@punyadadevi8528 17 күн бұрын
100/right
@ajitkurmi3794
@ajitkurmi3794 17 күн бұрын
Bohut vl kotha koyse sir
@user-of3vb6sn4z
@user-of3vb6sn4z 14 күн бұрын
THANK YOU HON 'BLE MLA AKHIL GOGOI
@manabdihingia4256
@manabdihingia4256 17 күн бұрын
akhil gogoi next cm hb lage tetya employees bure ops pabo
@ruhullaskar4556
@ruhullaskar4556 17 күн бұрын
Great leader Akil Gogoi
@mukutbaruah2016
@mukutbaruah2016 17 күн бұрын
💯 ℅ right.
@girindrakhataniar9555
@girindrakhataniar9555 17 күн бұрын
ধন্যবাদ ।শুনি ভাল লাগিল ।সময়লৈ অপেক্ষা কৰিলোঁ ।
@mukulbaruah1833
@mukulbaruah1833 17 күн бұрын
Girindra khataniar apunar Akhil gogir uparat khondeh aseniki?
@user-zg3ps5ez3h
@user-zg3ps5ez3h 17 күн бұрын
Right❤
@AdomAli-mn2gt
@AdomAli-mn2gt 17 күн бұрын
Raise for all contractual employees like PNRD,NHM,etc
@profullasaikia4020
@profullasaikia4020 16 күн бұрын
Best.
@maramiroy2091
@maramiroy2091 17 күн бұрын
Thank u sir
@user-um5mr9xn5v
@user-um5mr9xn5v 17 күн бұрын
Akhil. Gogoi. Tumak. Bohut. Dhaynabad.
@apunath676
@apunath676 17 күн бұрын
good news
@user-wi6il4cj3c
@user-wi6il4cj3c 16 күн бұрын
Very good
@aynalhoque1695
@aynalhoque1695 14 күн бұрын
Good sir
@beautygogoi8013
@beautygogoi8013 16 күн бұрын
Akhil Gogoi Sir 🙏🙏
@bobiboro5743
@bobiboro5743 17 күн бұрын
Thanks
@bpathok5886
@bpathok5886 17 күн бұрын
nice
@punyadadevi8528
@punyadadevi8528 17 күн бұрын
Akhil Gogoi jindabad
@surajitbhattacharjee5273
@surajitbhattacharjee5273 14 күн бұрын
Akhil gogoi zindabad
@NABAJYOTI_OFICIAL
@NABAJYOTI_OFICIAL 17 күн бұрын
Good' coment
@user-of3vb6sn4z
@user-of3vb6sn4z 14 күн бұрын
Maney maney thank you hon'ble MLA. AKHIL GOGOI
@nishigandhadevimusical3955
@nishigandhadevimusical3955 17 күн бұрын
Good thinking
@ndas9029
@ndas9029 17 күн бұрын
Good step
@user-iv1bg6vo7u
@user-iv1bg6vo7u 17 күн бұрын
❤❤❤❤❤❤❤
@bmshiksha7600
@bmshiksha7600 17 күн бұрын
সুন্দৰ সিদ্ধান্ত অখিল দা ।
@MonujNarah-ey1fr
@MonujNarah-ey1fr 16 күн бұрын
Nice ❤❤❤❤❤
@user-ug1vc8dw1f
@user-ug1vc8dw1f 17 күн бұрын
মাননীয় বিধায়ক গগৈ ছাৰ একমোডেট টিউটৰ আৰু অন্য টিউটৰ সকলক বাদ নিদিবলৈ অনুৰোধ জনালো ।ইতিএজন দূভগীয়া টিউটৰ।
@simantadas540
@simantadas540 17 күн бұрын
Rit gogoi sir
КОМПОТ В СОЛО
00:16
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 29 МЛН
Now THIS is entertainment! 🤣
00:59
America's Got Talent
Рет қаралды 39 МЛН
КОМПОТ В СОЛО
00:16
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 29 МЛН