No video

Assamese Morning News Today 15 July | Assamese Top News Today | Himanta Biswa Sarma News Today

  Рет қаралды 54,543

Assamese Trending

Assamese Trending

Ай бұрын

#assamesenewstoday #assamtopnews #himantabiswasarma
Assamese Morning News Today 15 July | Assamese Top News Today | Himanta Biswa Sarma News Today

Пікірлер: 21
@AkramHussain-pb4tn
@AkramHussain-pb4tn Ай бұрын
হিমন্ত ছাৰে যিমানেই হিন্দু হিন্দু কৰি থাকক, এতিয়া আৰু কাম নহয়, কাৰণ প্ৰকিতো হিন্দুয়ে বুজি পায়ছে ,হিমন্ত ছাৰৰ মনৰ কথা।
@DimbanathDoley
@DimbanathDoley Ай бұрын
অতুল বৰা অসমৰ ৰঘুমলা তেও .মন্ত্ৰীৰ নহয় হাতী মাজতহে ।885 জন শ্বহীদ ৰ কি কাম কৰিলে? অসম আন্দোলনৰ ফলশ্ৰুতিত কি?অসম বাসী ৰাইজ মাৰ বান্ধি ওলাই আহক অতুল বৰাৰ মুৰত মুটি দিয়ক
@anowarulislam8286
@anowarulislam8286 Ай бұрын
" ami ashomia nohow dukhiya buli shantona lovile no hobo, ajir ashomiya nijok na bochale ashomote mogoniya hobo-----------------". Caa act batil korok bideshir boja borjon korok. Dr bhupen hajarika.
@ranjitduttaey3967
@ranjitduttaey3967 Ай бұрын
শুদ্ধ কথা কৈছে নহ'লে 7 খন ৰাজ্যৰ উপ নিবাচনেতাকে প্ৰমাণ কৰি দেখালে , কংগ্ৰেছ মুক্ত কৰিবলৈ গৈ এতিয়া অসমত বিজেপি মুক্ত হ'বলৈ গৈ আছে, অসমবাসীয়ে শেষত যে বুজি পাইছে ধন্যবাদ থাকিল জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ
@rejiabegum2355
@rejiabegum2355 Ай бұрын
তেওঁলোকৰ গাডী নাথাকিলেও চিন্তা নাই কাৰণ দেশৰ সম্পত্তি সকলো বিক্রি কৰা হৈ গ'ল ।
@sishurambez7244
@sishurambez7244 Ай бұрын
কাম নোহোৱা নেতা বি জে পি ৰ পৰা যোবা ভাল
@JoynalAbedin-rs5cp
@JoynalAbedin-rs5cp Ай бұрын
Moi Axom pradesh congress committee chair person loi anurodh koro je onno dolor cancer rogik congress dolot sthan dibo nalage. Nijor jonoke gori tolok. Joy aai 'AXOM'.
@Mafidulislam-k3j
@Mafidulislam-k3j Ай бұрын
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
এইবাৰ সাম্প্ৰদায়িক ৰাজনীতি কোনো ৰাজ্যত নচলে বি জে‌‌‌‌‌‌ পি‌‌ দলৰ । এইবাৰ কংগ্ৰেছৰ জয় জয় ময় ময় ভাৰতবৰ্ষত । সকলোৰে মুখে মুখে কংগ্ৰেছ জিন্দাবাদ ।
@SadekAli-s9b
@SadekAli-s9b Ай бұрын
❤❤❤❤❤Hi❤❤❤❤❤
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
বিজেপি পতনৰ আগজাননীবোৰ"দেখি অতিশয় আনন্দিত।অধিক কৰৰ বোজা জাপি দিয়া;যধেমধে বিৰোধীক জেললৈ পঠিওৱা;দেশৰ সম্পদ বেচি শেষ কৰা;আচনিৰ"চমক সৃষ্টি কৰা;হিন্দু মুছলিমৰ ৰাজনীতি কৰা ও বাংলাদেশীক বৰ পীৰা পাৰি দিয়াৰ বাবে বিজেপিক কেতিয়াবাই পৰিত্যাগ কৰিব লাগিছিল!
@anowarulislam8286
@anowarulislam8286 Ай бұрын
Dushi holeo gochor ruju nohoy hindu Bangladeshir biruddhe, himontor ghoshona.
@nozrulislam3719
@nozrulislam3719 Ай бұрын
আল্লাহ মুছলমানৰ বিৰুদ্ধে গেলা পচা অৰ্থাৎ সাম্প্ৰদায়ীক মন্তব্য কৰা ব্যক্তি বিলাকক ধ্বংস কৰিব ।
@TaijulIslam-yu3dy
@TaijulIslam-yu3dy Ай бұрын
❤❤❤❤
@deboborah5858
@deboborah5858 Ай бұрын
খুব ভাল খৱৰ এলাহবাদ হাইকৰ্টৰ সাৱধান বাণী শুনিছা নে? ২০৩৫ চনত এনেধৰণে থাকিলে ভাৰতৰ শাসন ভাৰ মুছলিমৰ হাতলৈ যাব পাৰে ।অসমটো কুছ কাৱাজ আৰাম্ভ হৈছে যেন লাগিছে ।
@pradipborah526
@pradipborah526 Ай бұрын
Cograsulation
@user-gk1vp8qw3d
@user-gk1vp8qw3d Ай бұрын
❤❤❤🎉🎉🎉😮😮😮😊😊😊
@phuninpro2269
@phuninpro2269 Ай бұрын
Good morning sir 🙏
@MofijulHoque-h8h
@MofijulHoque-h8h Ай бұрын
🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️
Logo Matching Challenge with Alfredo Larin Family! 👍
00:36
BigSchool
Рет қаралды 10 МЛН
Schoolboy - Часть 2
00:12
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 17 МЛН
ПОМОГЛА НАЗЫВАЕТСЯ😂
00:20
Chapitosiki
Рет қаралды 26 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 37 МЛН
Logo Matching Challenge with Alfredo Larin Family! 👍
00:36
BigSchool
Рет қаралды 10 МЛН