শ্বেখ হাচিনাৰ ব্লাউজ শাৰী ব্ৰা প্ৰদৰ্শণ কৰি আন্দোলণ কৰা সকল সচাকৈ ছাত্ৰ নে?Bangladesh Crisis |

  Рет қаралды 37,143

Motivator Niranjan

Motivator Niranjan

Күн бұрын

শ্বেখ হাচিনাৰ ব্লাউজ শাৰী ব্ৰা প্ৰদৰ্শণ কৰি আন্দোলণ কৰা সকল সচাকৈ ছাত্ৰ নে?Bangladesh Crisis |
About this video:
Explained what should be the mentality of a student.
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
Contact for: Content Writing, Motivational Speech, Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#motivatorniranjanvideo
#motivatorniranjanchannel
#bangladeshnews
#bangladeshcrisis
#bangladeshprotest

Пікірлер: 78
@akhilsarma3685
@akhilsarma3685 Ай бұрын
অতি বীভৎস কাৰবাৰ !! অসভ্য !! কেনেকৈ এইখন এখন দেশ হৈছিল !!
@golenurhoque8038
@golenurhoque8038 Ай бұрын
এয়া পৃথিৱীৰ ধ্বংস ৰে আৰম্ভ নি বুলি ভাবো
@SatymevaJayate007
@SatymevaJayate007 Ай бұрын
সঁচা কৈছে ৷ এইবোৰ ছাত্ৰ কেনেকৈ 😢
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ Ай бұрын
বাংলাদেশৰ ছাত্র সংগঠনে নাৰীক সনমান কৰিবলৈ শিকিব লাগে। তেওলোকে নিজৰ মাকক কৰিছে। তেও লাগিলে শেখ হাচিনাই হওক বা আনকোনোবাই হওক। নকৰা কাম কৰিলে সমস্যা সমাধান নহয় তাত লাগিব ধৈর্য আৰু মানসিক উচ্চ চিন্তা।
@rinkushivam8759
@rinkushivam8759 Ай бұрын
মূৰ্খৰ অশেষ দোষ সেই কুকুৰ হতক ভাল কথা কোৱাৰ দৰ্কাৰ নাই। হিন্দুৰ ওপৰত অত্যাচাৰ কৰা সকলক তিতা কথাৰেহে বুজাৱ লাগে।
@anowarakhatun3967
@anowarakhatun3967 25 күн бұрын
Si,si,tumalokor maa boni nine
@kishoridas6447
@kishoridas6447 Ай бұрын
আমিও লজ্জিত হৈছো।
@karabigogoi629
@karabigogoi629 Ай бұрын
বাংলাদেশৰ হিন্দু সকলক সুৰক্ষা প্ৰদান কৰক। তেওঁ লোক তাত মুঠেও সুৰক্ষিত নহয়
@ThirmalRajbongshi
@ThirmalRajbongshi Ай бұрын
এইবিলাক ছাএ সমাজ ।নাৰীৰ প্ৰতি সন্মান নজনা ছাত্ৰ। তেওঁলোক পশুতকৈ অধম তেওঁ লোকে সমাজৰ ভাল কেনেকৈ কৰিব। তেওঁলোকৰ মাতৃ নাই বোধহয়।
@MCINSE10
@MCINSE10 Ай бұрын
Ajier Jubak. Shakti pagol. Hoise.,... knowledge vaccine debo hol.....
@SMALLCREATER9336OO
@SMALLCREATER9336OO Ай бұрын
নিশ্চয় কিবা কাৰণ আছে.... ডাঙৰ আৰু শিক্ষিত পৰিয়ালৰ ঘৰত ভূল...দোষ ত্ৰুটি বোৰ দেখা নাপায় কাৰণ ঢাকি ৰখাৰ ব্যবস্থা থাকে। সেই কাৰণে শাস্ত্ৰত লিখাও আছে.... যি কোনোৱে নিজৰ অপৰাধ ঢাকি ৰাখে তেওঁলোকৰ কল্যাণ নহব , কিন্তু কোনোৱে যদি সেই অপৰাধক স্বীকাৰ কৰি সদায় দিনৰ বাবে ত্যাগ কৰে তেন্তে তেওঁ কৃপা পাব। । আজি এই যুগত মানুহ বিলাক শাস্ত্ৰৰ কথা মানি নচলা হৈ গ'ল...... ভ্ৰান্ত পথতত লোক গতি কৰিছে... মানুহে যিহকে ৰুব তাকেহে দাব এই কথা উপলদ্ধি কৰিবলৈ টান পায়। পবিত্ৰ বাইবেল শাস্ত্ৰত.... ভৱিষ্যাবাণী লিখাও আছে পৃথিৱী এদিন পাপৰ কাৰণে অন্ত হ'ব সেেই দিনা ন্যায় বিচাৰ হ'ব... সেয়েহে বোধয় সেই দিন নিকট হৈছে....সচাঁকে মানুহৰ স্বভাৱ চৰিত্ৰ... আচাৰ ব্যৱহাৰ... চিন্তা ধাৰা নিয়ম নীতি পৰিবৰ্তন হৈছে... ডাঙৰ সৰুৰ মান মৰ্যাদা প্ৰায় হেৰাই গৈছে.... পৰস্পৰ প্ৰেম আনন্দ , মৰম স্নেহ ক্ৰমান্বয়ে প্ৰায় ঠান্ডা হৈ গৈ আছে ... অশ্লীল ব্যৱহাৰ... কুৎসিত চিন্তাৰে পুৰিপূৰ্ণ হৈ হিংস্র প্ৰাণীৰ ৰাজ্য হৈ পৰিব যেন লাগে ... 👍🖐🙏
@Monumatiymorang
@Monumatiymorang Ай бұрын
Students jinda ba
@komarali2275
@komarali2275 Ай бұрын
Aulok ajon adorshoban. Lokor hontan habo noware ?
@NashimaKhatun-kz8gg
@NashimaKhatun-kz8gg Ай бұрын
Right
@ChitraNath-qz1db
@ChitraNath-qz1db Ай бұрын
অতি দুখ আৰু লজ্জাৰ বিষয় | এয়া সমগ্র নাৰীক কৰা অপমান | মানৱতাৰ পৰাজয় |
@tarjenboru8760
@tarjenboru8760 Ай бұрын
Shame on
@lishakashyap12
@lishakashyap12 Ай бұрын
Ayai miyar prakrita charitra
@basisthaacharya6590
@basisthaacharya6590 Ай бұрын
নাৰীৰ প্ৰতি সন্মান আৰু মৰ্য্যদা হানি কৰিছে।
@chinuhazarika4220
@chinuhazarika4220 Ай бұрын
❤❤
@Batihaloi18
@Batihaloi18 Ай бұрын
ইহতক ধৰি আনি বাহ জূঙ কৰি ওপৰত মাছ হনাৰ নিচিনাই ৰাখি থৱ লাগে
@bharatidas9999
@bharatidas9999 Ай бұрын
এইসকল ছাত্ৰৰ নামত কলংক হয় দাদা ।🙏
@shyamalsarmah5470
@shyamalsarmah5470 Ай бұрын
Save Hindu.
@bhanuprovaboruah8810
@bhanuprovaboruah8810 Ай бұрын
এইবোৰ জনোৱাৰ হয়।
@dipikaphukan7387
@dipikaphukan7387 Ай бұрын
ভাষা নাই কবলৈ ,
@IbrahimMondal-x8s
@IbrahimMondal-x8s Ай бұрын
ইছলাম ধৰ্ম নীতি নিয়ম ভাল কিন্তু জাতীৰ কিছুমানুহ জানুৱাৰৰ চৰিত্ৰ আকোৱালী লৈছে।
@assamboguraradda7748
@assamboguraradda7748 Ай бұрын
Thief
@rajadoley1844
@rajadoley1844 Ай бұрын
ৰাষ্ট্ৰসংঘ বোলা বস্তুটোৰ এইবোৰৰ ওপৰত একো দায়িত্ব নাই নেকি
@rajdeeptalukder101
@rajdeeptalukder101 Ай бұрын
দানৱৰ বংশ কলিত শেষ
@dhanadadevi4875
@dhanadadevi4875 Ай бұрын
এয়া পৈশাচিক আনন্দ।
@mridulkumarrabha892
@mridulkumarrabha892 Ай бұрын
নিশ্চয় ‌ হ'বলৈ গৈ আছে।
@Adropofwaterinmymind
@Adropofwaterinmymind Ай бұрын
বৰ বেয়া কথা ,লাজ নাই ইহতৰ
@srishitv
@srishitv Ай бұрын
Yes very shameful..
@montubaruah6419
@montubaruah6419 Ай бұрын
Nogotha desh hisape porigonito hol biswot
@pradipphukan8575
@pradipphukan8575 Ай бұрын
এয়াই নেকি(?) বাংলাদেশ/বাংলাদেশীৰ আচৰণ।
@pronabsaikia9125
@pronabsaikia9125 Ай бұрын
অতি উত্তম বক্তব্য আৰু উত্তম মনোভাৱ প্ৰকাশ কৰিলে। 🙏
@fakaruddinahmed3785
@fakaruddinahmed3785 Ай бұрын
বিপদৰ সময়ত কোনোৱে আপোনাক সহায় নকৰে ।
@tarunchandranath
@tarunchandranath Ай бұрын
সছা।কথা
@pankajpratim02
@pankajpratim02 Ай бұрын
একে আষাৰে ক'ম ব্যভিচাৰ !!
@lakhijan2366
@lakhijan2366 Ай бұрын
Pakisthanor Usatani
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
খুব"সুন্দৰ হৈছে।প্ৰজাক শোষণ কৰাৰ পৰিণাম হাতেহাতে পাইছে।বাংলা দেশৰ জনতা ভাৰতৰ জনতাতকৈ মগজুৰ ক্ষেত্ৰত উন্নত।সেয়ে তেওলোকে এই পদক্ষেপ ললে।অসম তথা ভাৰতৰ নেতাবোৰো হাচিনাৰ দৰেই। তেনে গণঅভ্যুত্থান ভাৰততো হোৱাৰ প্ৰয়োজন।বাংলা দেশৰ জনতাই ঠিকেই কৰিছে!বস্তুবোৰ চুৰ কৰা নাই।কৰাক কৰিলে পিতৃয়েও পানী পায়! মোৰ ফালৰ"পৰা ধন্যবাদৰ পাত্ৰহে!
@manoveeborpuzari8656
@manoveeborpuzari8656 Ай бұрын
তইও চাগে বাংলাদেশী অসভ্য ।
@itibachak
@itibachak Ай бұрын
Yes this is true....
@plabitabora-nt4op
@plabitabora-nt4op Ай бұрын
বিশ্বৰ মনুহ নামৰ জীৱ টোলৈ কলংক নমাই আনিলে বাংলা দেশৰ মানুহ নামৰ প্ৰানীবিধে । এয়ে হ'ল পৃথিবীৰ জীৱ শ্ৰেষ্ঠ মানুহ । কেৱল ক্ষমতাৰ বাবেই এই বিভৎস কাণ্ড । সকলোকে লাগে ক্ষমতা দখলৰ ৰাষ্টা । কোনো নহয় এই অনাকাঙ্খিত ঘটনাৰ বাবে নিৰপৰাধী । দোষ প্ৰত্যেকৰে আছে । ৰাজ নিতী সমাজ নিতী এইবোৰত এক নায়কত্ব বা স্থায়ীত্ব স্থাপন কৰিম বুলি শাসন প্ৰৱৰ্তন কৰি শোষন দমন নিৰ্যাতন ছলোৱাৰ মন বান্ধি লোৱাতো ৰাজনৈতীক নেতৃত্বৰ শত্ৰু সৃষ্টিৰ কাৰণ । ই এদিন পতনৰ ও কাৰণ হ'ব পাৰে যে এই কথা কোনেও খণ্ডন কৰিব নোৱাৰে । বাংলা দেশেই ইয়াৰ উদাহৰণ । এতিয়া নিয়ন্ত্ৰন হীন আন্দোলনৰ বজাৰ খন বৰ সুলভ হৈছে । সময়ে দেখুৱাই দিছে আন্দোলন নামৰ শব্দ টোৰ দুস্কাৰ্য বোৰ । শিঁকি লওক আন্দোলন মুখী যাত্ৰী সকলে । এনেকৈ আন্দোলনৰ নামত বিভৎস ধৱংস লুণ্ঠন বাজ আন্দোলনে নেতৃত্ত্ব বহন কাৰীৰ নাম জ্বলবনে উৰ্জলাব ??
@SaifulIslam-m8b
@SaifulIslam-m8b Ай бұрын
Naughty PM
@bipulchutia6563
@bipulchutia6563 Ай бұрын
Bangladeshi hokol hosai bohut okhoivya jati..
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Ай бұрын
সুন্দৰ বিশ্লেষণ 👌🙏🙏
@debajanibaruah3105
@debajanibaruah3105 Ай бұрын
ৰাম ৰাম ,কাক কি কব আজিৰ দিনত ,এক হৰিৰ নাম স্মৰন কৰাৰ বাহিৰে একো লাভ নাই ।মুঠতে নাৰীৰ প্ৰতি অপমান ,মাতৃ বয়সৰ মহিলা জনীক অপমান মানে পিতৃ মাতৃকো অপমান কৰা হৈছে ।শাস্ত্ৰত কোৱাৰ দৰে কলিৰ যুগত কোনেও কাকো নেমানিব ।চাগে সেইতোৱে হব গৈ আছে ।
@brosandfreindsgaming1865
@brosandfreindsgaming1865 Ай бұрын
এই বিলাক স্ব ধ্বংসর শেষ সীমাত উপনীত হৈছে, কোনে কয় এই বাংলাদেশ ক শান্তি ৰ দেশ বুলি?
@Priti_monideka
@Priti_monideka Ай бұрын
Sir adin amar assamotu anekuwa hb niki baru hindu hokolor.😢
@hi_mango_gamer8562
@hi_mango_gamer8562 Ай бұрын
Right1000'/.
@jutikamonidas...8400
@jutikamonidas...8400 Ай бұрын
😢😢
@AbdulMaleque-k5d
@AbdulMaleque-k5d Ай бұрын
They are not human beings
@ShifulaHazng
@ShifulaHazng Ай бұрын
Heibor manuh nahai bandnr he
@bipulboruah3353
@bipulboruah3353 Ай бұрын
Right 👍👍👍
@MDdaluwarhussain
@MDdaluwarhussain Ай бұрын
Yes this is true
@ShifulaHazng
@ShifulaHazng Ай бұрын
Aai neki masulmanar charitra
@machothegamer7915
@machothegamer7915 Ай бұрын
Tomar ki dorkar
@naturelover-gq7pl
@naturelover-gq7pl Ай бұрын
Hosha bhoi lagise deki
@sashiranisarma1584
@sashiranisarma1584 Ай бұрын
Very shame Ful
@tarunchandranath
@tarunchandranath Ай бұрын
হাচিনাক।অসমত।সোমাবলৈ।নিদিব
@BijoyDas-d3w
@BijoyDas-d3w Ай бұрын
Thank
@Mayra__mayra
@Mayra__mayra Ай бұрын
😔😔
@jadavchandranath7072
@jadavchandranath7072 Ай бұрын
বহুত বহুত ধন্যবাদ
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz Ай бұрын
বহুত বহুত ধন্যবাদ।
@arfanalisikdar8083
@arfanalisikdar8083 Ай бұрын
কৰ্ম ফল ।প্ৰতিশোধৰ দ্ধাৰা দীৰ্ঘ দিন দেশ শাসন কৰিৱ নোৱাৰি ।হাছিনাৰ আয়না ঘৰ সম্পৰ্কে প্ৰচাৰ কৰিৱ ।
@allvideo3996
@allvideo3996 Ай бұрын
M
🍉😋 #shorts
00:24
Денис Кукояка
Рет қаралды 3,6 МЛН
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 32 МЛН
How Strong is Tin Foil? 💪
00:26
Preston
Рет қаралды 136 МЛН
Bike Vs Tricycle Fast Challenge
00:43
Russo
Рет қаралды 103 МЛН
🍉😋 #shorts
00:24
Денис Кукояка
Рет қаралды 3,6 МЛН