KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
মেগা ফাইনেলৰ মঞ্চত তুমুল ৰণ! || Bihuwati Buwari || Mega Final Part-8
17:38
পত্নী, ঘৰৰ মালিকনি, ৪০ হাজাৰ টকা আৰু এটা মৃতদেহ! পত্নী নথকাত নিশা কি ঘটিছিল গুৱাহাটীৰ ভাৰাঘৰত?
6:40
How To Choose Mac N Cheese Date Night.. 🧀
00:58
Побег из Тюрьмы : Тетрис помог Nuggets Gegagedigedagedago сбежать от Nikocado Avocado !
00:18
Cool Items!🥰 New Gadgets, Smart Appliances, Kitchen Tools Utensils, Home Cleaning, Beauty #shorts
00:25
Теперь ты понял, кто Я такой | 5 серия | Сериал "ПрАкурор"
22:48
'বিহুৱতী বোৱাৰী'ৰ চৰ্চিত বোৱাৰীগৰাকী। তবী বৰা খঙীয়াৰ স্বাস্থ্যৰ উন্নতিৰ প্ৰকৃত কাৰণ কি বাৰু?
Рет қаралды 428,236
Facebook
Twitter
Жүктеу
1
Жазылу 619 М.
Asom Live 24
Күн бұрын
Пікірлер: 305
@bornitadas9251
7 ай бұрын
এইয়া হে আমাৰ অসমীয়া বোৱাৰী❤️❤️হাঁহিটোৰ সৈতে বৰ ভাল লাগিল বা জনীক
@pranjaldas3964
7 ай бұрын
এই আই সহজ সৰল অসমীয়া বোৱাৰী। ভাল লাগিল বৌ। আগলৈকে এনেকৈ আগবাঢ়ি যোৱা।❤❤❤
@kirangogoi639
7 ай бұрын
ভাল লাগিল তবি, ভগৱানে তোমাক আৰু ভালদৰে নাচিবলৈ শক্তি দিয়ক ।
@MissBarnaliDas
7 ай бұрын
এনেকুৱা হব লাগে বোৱাৰী সদাই সাহসী,,, ভাল লাগিল বাইদেউ,,,❤❤❤❤❤
@HimashriSaikia-w6r
7 ай бұрын
মৰমলগা সৰল মনৰ বোৱাৰী।কথা বোৰ শুনি হাঁহি পেট বিষ হৈ গল দেই।আগুৱাই যোৱা শুভেচ্ছা থাকিল তুমালৈ ❤
@shikhamanisahariah6383
7 ай бұрын
প্ৰকৃত অসমীয়া বোৱাৰী❤️❤️🙏🙏🙏
@Funnyvideos1391-l6x
7 ай бұрын
Yes
@sunitasaikia1999
7 ай бұрын
She is really smart and simple...and kobo lagibo her family must be supportive, specially her husband who has given her wings to fly...i wish her eternal success❤
@nirmalipatowary4336
7 ай бұрын
Manuh joni khub positive, bhal lagile bohut
@borahmix9110
7 ай бұрын
কমেণ্টটো আজি ভাইৰেল হৈ যাব কপৌ ফুলৰ দৰে ভাল লাগিছে সূৰ্য্য দেৱতাকৈও আগত বাঢ়ি যোৱা
@boradipamoni76
7 ай бұрын
খগেন গগৈ ডাঙৰীয়া ই কোৱা কথাখিনি আৰু পিছৰ খিনি দিব বুলি আশা কৰিলো ।সচাই বৰ সুন্দৰ প্ৰতিভা আৰু আগুৱাই যাওক তেওঁ❤️❤️❤️❤️❤️
@prabinnayak6592
7 ай бұрын
বহুত সৰল হাহি তো ইমান ধুনীয়া আপুনি আৰু আগলৈ যাওক বাইদেউ
@Bhabensaikia26
6 ай бұрын
খোলা মনৰ মানুহ ❤️
@bharatibarkataki7592
7 ай бұрын
ইমান সৰল সহজ কথা আৰু সুন্দৰ অভিনয় ৷ বহুত ভাল লাগিল ৷ ভগৱানে আৰু আগুৱাই নিয়ক তাৰেই কামনা ৷
@geetimalika9469
7 ай бұрын
ভাল্ লাগিল, প্ৰতিভাৰ সন্মান সকলোৱে কৰিব 🙏
@SanjibDeka-vz3el
6 ай бұрын
Xosai bor val lagile video tu sai ...prokito axomiya buwari bor khula monor manuh ❤
@indiragogoi802
7 ай бұрын
বৰ মৰমৰ লগা বা জনী ❣️ তেওঁৰ কথা বৰ্তাই তেওঁক আৰু সুন্দৰ কৰী তুলিছে..., এনেদৰে থাকক আপুনি ❤
@nayanrai5662
7 ай бұрын
Eiyahe axomiya jiyari❤ baidew goraki aru aag barhi jauk
@brojendranathhazarika6363
7 ай бұрын
সৰল মনৰ বোৱাৰী গৰাকীৰ খোলাকৈ কোৱা কথাবোৰ বৰ ভাল লাগিল দেই♥️♥️♥️👌👌
@Bhabeshdeka51
7 ай бұрын
উঠি অহা প্ৰজন্মই বহুত কথা শিকিব পৰা এটা video ❤❤❤❤
@Manchi-_E.M
7 ай бұрын
ও চেচেই😂💖 ইমান ভাল লাগিল তোমাক বা❤❤
@CommandoShilpa
7 ай бұрын
Bohut vl lagil 2r anusthan sai ❤❤❤ Anekoi a xodai hahi thakibi ru Xokoluke hahuwai jabi❤❤❤
@punanandadewri8480
6 ай бұрын
Eman Val lagise .bohut khula monor..buwari...pura telented dei..khuveshya thakile..baa joniloi ..agoloi akao dekha pam buli akha korisu .
@dharitrygogoi4019
7 ай бұрын
লগতে ভাওনা ও বৰ ধুনীয়া কৰা
@hiranyaborgohain9517
5 ай бұрын
বহুত ভাল লাগিল। অভিনন্দন জনালো💕
@jaanmoni5724
7 ай бұрын
বহুত ভাল লাগিল 🎉 শুভেচ্ছা জনালোঁ 💐 আগুৱাই যোৱা 💖 সাহসী নাৰী✨✨✨✨✨👌😘😘😘😘
@PriyakrishnaNarayan
7 ай бұрын
তবী বা জুই❤️
@MadhusmitaModiSona
7 ай бұрын
বহুত ভাল লাগিল বাইদেউ
@DipankarSaikia-xp9dc
7 ай бұрын
ইমান সৰলতা❤
@shyamontikabora2990
7 ай бұрын
Awww bht mrm loga ba joni.. Bht hohoj xorol 🧿🥺❤ aguwai juwa baidew ❤😘love from jorhat ❤❤😘
@nabanitaboruah450
7 ай бұрын
Tobee bht val lagise. Proud of you. Aguai jua
@NijoraDas-df4qo
7 ай бұрын
বহুত ভাল লাগিল ❤
@pinkeydevi4794
7 ай бұрын
বৰ সুন্দৰ ❤❤
@birengogoi9499
6 ай бұрын
বহুত বাৰ চালোঁ,,অতি সুন্দৰ 💞👌
@jaanbhai2058
7 ай бұрын
Oh sese bule aaiyoo 😢😢❤❤
@Arpita295
7 ай бұрын
বহুত বহুত ভাল লাগিল ।মনতু বৰ ধুনীয়া আপোনাৰ
@MinalidekaMinalideka
7 ай бұрын
Bohut bohut vl lagil sweet ba joni❤❤❤
@ArunaNeog-s8c
7 ай бұрын
খুব ভাল লাগিছে। তোমাক দেখি মনত পৰিছে ময়ো আগতে দৈৱকীৰ অভিনয় কৰিছিলোঁ
@mitaligogoi2150
6 ай бұрын
Bohut bohut val lagil
@nikuneog1015
7 ай бұрын
ভাল লাগিল দেই
@BornaliTamuli-p1p
7 ай бұрын
Bohut val lagil
@user-je9os4nv9n
7 ай бұрын
vedioটো একেলগে বহুতবাৰ চালো ভাল লাগিল ।
@_gayatri_dutta
7 ай бұрын
Woww dhuniya ❤️👍🏻
@ranjitalive99
7 ай бұрын
বহুত বহুত ভাল লাগিছে❤❤
@hariprasannachutia1578
7 ай бұрын
বহুত ভাল লাগিল
@malobikarabha6370
7 ай бұрын
Emn val lagil... Jumoni
@udayan0738
7 ай бұрын
Val lagil❤❤❤
@hiteshnarah6257
7 ай бұрын
অতি সুন্দৰ।
@kkmusically8590
4 ай бұрын
Hundor nas Hundor aviny Hundor voice best relented
@junalidasjunalidas
6 ай бұрын
Mojja ba aru ag bahi juw ❤
@ghenta443
7 ай бұрын
Eman dhuniya kotha bur ❤
@MinakhiChutia-or4ll
6 ай бұрын
Mojja❤
@PaporiSimplelifeজীৱনজিন্দাবাদ
7 ай бұрын
সচাঁ অৰ্থত শিল্পী ❤
@BabuGogoi-zr3pj
7 ай бұрын
ভাল লাগিল দেই🥀♥️♥️♥️
@jahnabisvlogandvideos6494
7 ай бұрын
আপ্লুত হৈছোঁ ❤❤
@KarishmaHazarika-g2b
7 ай бұрын
Baa jni emn mrm lga❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@husnabegum9023
7 ай бұрын
Bohut vl lagila da ........apunar talant sai mojja ❤❤👍👍
@anjugogoi6222
7 ай бұрын
বৰ ভাল লাগিল দেই
@BhairabBharali-jt9kt
7 ай бұрын
Vall lgil daii saiii hsake
@rakeshgogoi5095
7 ай бұрын
Bhut vl lgisee daii.... Huvesha thkil🎉🎉
@BhagydharDas
7 ай бұрын
Bohut val lagile
@Dasjyotirupa
7 ай бұрын
Eman mrm loga ba joni❤❤
@bhupensaikia1242
7 ай бұрын
Moja val lagil
@minakhiboruah78
7 ай бұрын
Bohut vaal hoise tobi❤
@PurabiChutia-k3k
4 ай бұрын
তোমাৰ বিহু আৰু অভিনয় চাই বহুত লাগে । মই বাৰে বাৰে চাই থাকো ।
@DiluMoniBordoloi-vy5fb
7 ай бұрын
কথাবোৰ বৰ ভাল লাগিল। ভবিষ্যত উৎজ্বল কামনা কৰিলো
@sumitailoring4669
7 ай бұрын
Bhut val lagil👍👍👍
@Nabayyoti
7 ай бұрын
Tobee boe proud of you❤
@ajantakalita3959
7 ай бұрын
Mjaa de energy bohut ase love from Nalbari
@pompisonowal8650
7 ай бұрын
Eman hundor kotha bur😍😍❤️
@parnalisaikia8402
7 ай бұрын
ইমান সুন্দৰকৈ কথাবোৰ কৈছে বাৰে বাৰে চাইছো ।
@rumiborah8833
7 ай бұрын
Bohut bohut dhunia dei
@chinmoydeka3996
7 ай бұрын
ইমান মৰম লগা কথাবোৰ
@priyaboruah6021
7 ай бұрын
বৰ ধুনীয়া❤❤ভাল লাগিল 👌👏
@animaboruah9464
7 ай бұрын
বহুত সৰল মানুহ গৰাকী বহুত বাৰ চালো ভিডিঅটো ।
@ratankonwar7231
7 ай бұрын
বহুত সুন্দৰ বৌ ,,,,,, আৰু আগুৱাই যাওক
@arunavdutta8636
7 ай бұрын
বহুত আনন্দ দিলা দাই❤❤❤❤
@chintomohan2708
7 ай бұрын
ও sesei ❤
@sangitarajbongshi298
7 ай бұрын
Bohut val lagil de❤
@purbashmisaikia458
7 ай бұрын
Bohut bhl lagil,aru aguai jua❤❤❤❤❤❤
@PojaBaro
7 ай бұрын
Mjaa de 🔥🔥🔥🔥🔥🔥
@flyingbird131
7 ай бұрын
wowww❤
@PABITRABHUYAN-m4j
7 ай бұрын
Bohut vl lagil
@ashimsaikia9120
7 ай бұрын
Nice hoise
@Tobeeborah-ix6ju
7 ай бұрын
🙏🏻সকলোকে ধন্যবাদ
@Himajyotisaikiavlogsসময়ধৰিৰা
7 ай бұрын
Bht vl lagil❤
@karishmasaikia7221
7 ай бұрын
Val lgil saii...
@manjilbhuyan695
6 ай бұрын
বৰ ভাল লাগিলে ❤❤❤
@deepakalita6986
7 ай бұрын
Bohut bohut vl lagila......
@MayuriDey-dc4ve
7 ай бұрын
Bor val lagil o ❤
@santoshbori2495
7 ай бұрын
Mojja lagise dei
@sonalidutta8721
7 ай бұрын
তবি ❤❤
@parinitadekaraja
7 ай бұрын
Hohoj horol dei tai😊😍❤️🌼
@borahpuja
7 ай бұрын
❤❤❤bht bht vl lgl 💝
@Junali-zw1qu
7 ай бұрын
Vl lagile sai❤
@popibora3790
7 ай бұрын
Bohut bohut val lagise ❤❤❤❤
@RupaBori-dm4xf
7 ай бұрын
Bhal lagil dai.
@munmibora9430
6 ай бұрын
Winner
@rupamoniboruah8799
7 ай бұрын
Birat bhal lagil 🥰
@bichitrabora7
7 ай бұрын
Buari goraki kotha bur bohut val lagile 😂😂
@sumimechchutia5489
7 ай бұрын
ভাল লাগিল
17:38
মেগা ফাইনেলৰ মঞ্চত তুমুল ৰণ! || Bihuwati Buwari || Mega Final Part-8
NB News
Рет қаралды 122 М.
6:40
পত্নী, ঘৰৰ মালিকনি, ৪০ হাজাৰ টকা আৰু এটা মৃতদেহ! পত্নী নথকাত নিশা কি ঘটিছিল গুৱাহাটীৰ ভাৰাঘৰত?
Asom Live 24
Рет қаралды 160 М.
00:58
How To Choose Mac N Cheese Date Night.. 🧀
Jojo Sim
Рет қаралды 109 МЛН
00:18
Побег из Тюрьмы : Тетрис помог Nuggets Gegagedigedagedago сбежать от Nikocado Avocado !
Фани Хани
Рет қаралды 2 МЛН
00:25
Cool Items!🥰 New Gadgets, Smart Appliances, Kitchen Tools Utensils, Home Cleaning, Beauty #shorts
Cool Items Official
Рет қаралды 34 МЛН
22:48
Теперь ты понял, кто Я такой | 5 серия | Сериал "ПрАкурор"
Я ОТ САКЕ
Рет қаралды 876 М.
16:27
বিহুৱতী বোৱাৰীয়ে কি এনেকুৱা কথা কলে বিচাৰকে কান্দি দিলে #queenkowar#viralvideo
jaya payeal
Рет қаралды 467 М.
20:12
কইনা বিদাই দিয়া মূহুৰ্ত বিয়া নাম গাই জুমন বৰাই কান্দি গ'ল/সাংবাদিকো কান্দিল শুঁনি চাওঁক #biyasong
Rishu duliajan
Рет қаралды 725 М.
11:08
বৰ বিহুৱতী | বিহু কুৱঁৰী | তন্ময়ী বৰা | নগাঁও দেউঘৰবাৰী| কপৌ জেং বিহু দল -২ Bihu performance
Shyamal's Music and Video
Рет қаралды 5 М.
7:37
যুৱ সাংবাদিক এঞ্জেলা চাংমাইয়ে কি সাধু শুনালে | Anjela Sangmai Speech
Priyam Darshan
Рет қаралды 1,3 М.
18:04
উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।
DY365
Рет қаралды 1,9 МЛН
27:58
কে কে মোহনৰ অনুষ্ঠান @ মৰিগাঁও চৰাইবাহী।
media Enter10
Рет қаралды 1 МЛН
52:13
📌বহুতে হিংসা কৰিলেও এইবাৰ ধুমুহাৰ গতিৰে আগবাঢ়ি যাব আঙুৰলতা ডেকা...
Rits Time
Рет қаралды 376 М.
11:49
এটা সুখী পৰিয়ালৰ কাহিনী- assamese new vlog
Prince Bharali's Vlog
Рет қаралды 682 М.
8:29
অতি আধুনিকতাত এদিন সকলো হেৰাব ।অপ্ৰিয় সত্য কেইটামান কথা । মনৰ কথাখিনিৰে কিছু...
Angela Changmai
Рет қаралды 97 М.
3:01
অখিল গগৈৰ বাসগৃহৰ চৌহদত মহিলাৰ নিথৰদেহ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া বিধায়কজনৰ।
DY365
Рет қаралды 79 М.
00:58
How To Choose Mac N Cheese Date Night.. 🧀
Jojo Sim
Рет қаралды 109 МЛН