চতুৰ্ব্বিংশতি অৱতাৰৰ পৰম্পৰাগত সুৰ শিকোঁ আহক | কীৰ্ত্তন পাঠ | পাঠ-২

  Рет қаралды 34,786

Lohor-লহৰ

Lohor-লহৰ

Күн бұрын

Пікірлер: 101
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
ম্লেছক শব্দটো ভূল বশত মেলছক বুলি উচ্চাৰণ হ'ল তাৰ বাবে আমাক ক্ষমা কৰে যেন।
@surenbaruah1770
@surenbaruah1770 Жыл бұрын
Eitu bhul buli kob nuwari
@mukutborah4081
@mukutborah4081 10 ай бұрын
সুন্দৰ ভাল লাগিল।
@SumiBaishya-g6q
@SumiBaishya-g6q 3 ай бұрын
Bohut dhuniya lagise❤❤❤❤
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
কৃষ্ণ হৰি ৰাম🙏🙏
@DipenSaikia-dz3cp
@DipenSaikia-dz3cp Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@tikenrajbanshi7072
@tikenrajbanshi7072 Жыл бұрын
O Hari o Ram. Krishna Krishna Pronam bap
@NikunjaGogoi-uc7xz
@NikunjaGogoi-uc7xz 10 ай бұрын
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো৷আশাকৰিছো মোৰ দৰেই আগতে একো নজনা আৰু নতুন শিকাৰো সকলক উপকৃত কৰিব৷
@rajat3563
@rajat3563 10 ай бұрын
❤❤❤❤❤❤ nice
@jibonjyotidutta622
@jibonjyotidutta622 5 ай бұрын
🙏🙏🙏🙏
@TeamLohorGolaghat
@TeamLohorGolaghat 5 ай бұрын
🙏🏻
@jayantadutta5009
@jayantadutta5009 Жыл бұрын
খুব ভাল লাগিল, বাপ।
@ranjubarikbarik8695
@ranjubarikbarik8695 Жыл бұрын
Krishna Krishna Bap 🙏🌹
@AnjaliKalita-nd4zo
@AnjaliKalita-nd4zo 7 ай бұрын
AGOLOI ARU ASHA KARILU, ATI SUNDAR PRAVU KRISHNA KRISHNA
@TeamLohorGolaghat
@TeamLohorGolaghat 7 ай бұрын
কৃষ্ণ 🙏🏻
@sewalibhuyankalita3078
@sewalibhuyankalita3078 2 ай бұрын
Bor bhal lagil
@kumudinisaikia1979
@kumudinisaikia1979 2 ай бұрын
কৃষ্ণ 🙏🏼🙏🏼🙏🏼
@kumudinisaikia1979
@kumudinisaikia1979 2 ай бұрын
শেষৰ অধ্যায়ত ঔ ৰাম লগোৱা নহয় আমাৰ ফালে।সুৰ একেই কৃষ্ণ 🙏🏼 ভাল লাগিল,,🙏🙏🙏
@tulanbora2015
@tulanbora2015 Жыл бұрын
Krishna
@PrahladMedhi-d2e
@PrahladMedhi-d2e 26 күн бұрын
Bapjon vallagil❤
@diptidutta
@diptidutta Жыл бұрын
Krishna Makhan Krishna hune Val lagil aagoly Beyakha o dibo
@KamalakantaDeka-jd1mj
@KamalakantaDeka-jd1mj Жыл бұрын
Apuni jimankhini sikase simanate Thank
@gobindasaikia7500
@gobindasaikia7500 Ай бұрын
❤❤❤❤
@numalbora5000
@numalbora5000 4 ай бұрын
ভাগৱত পাঠ শুনাবছোন। কৃষ্ণ।
@popysaikia3827
@popysaikia3827 Жыл бұрын
Krishna krishna krishna prabhu jon
@Assamesesong-r5t
@Assamesesong-r5t 4 ай бұрын
কৃষ্ণ
@ringkugogoi7008
@ringkugogoi7008 4 ай бұрын
আপোনাৰ কীৰ্তন পাঠ ভাগ ভাল লাগিল।
@assam9674
@assam9674 Жыл бұрын
কৃষ্ণ ...ভাগৱতৰ সুৰ খিনিও শিকিবলৈ পাম বুলি আশা কৰিলো।।।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
আমি চেষ্টা কৰিম 🙏🏻
@kirongogoi1424
@kirongogoi1424 7 ай бұрын
বাপজনা সূৰহঞ্ছাৰ ভাল লাগিল।ইয়াৰ অঠভাঙনি কৰিগলে ভাল হয়
@firekitgaming8215
@firekitgaming8215 4 ай бұрын
ভাল লাগিল
@Rupa-cv2eu
@Rupa-cv2eu Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন সেৱা গ্ৰহন কৰে যেন
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
কৃষ্ণ বাপ
@gupensaikia
@gupensaikia 5 ай бұрын
কৃষ্ণ , ধন্যবাদ ।
@diptiborah5033
@diptiborah5033 4 ай бұрын
Kisna bout val lagil
@rameshgogoi4073
@rameshgogoi4073 7 ай бұрын
krishna
@MinaliDoley-y8v
@MinaliDoley-y8v Жыл бұрын
কৃষ্ণ বৰ ভাল লাগে কীৰ্তন পাঠ শুনি, কিছুমান শব্দ বুজি নাপাওঁ কত কেনেকৈ কীৰ্তন ভাঙনি কিতাপ পাওঁ জনাব
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
কথা কীৰ্ত্তন ভাগ ল'ব বুজিবলৈ সহজ হ'ব 🙏🏻
@junumaibezboruah
@junumaibezboruah 4 ай бұрын
Krisna2 bap jona
@kpoper169
@kpoper169 Жыл бұрын
Xundor
@niranjanborah315
@niranjanborah315 Жыл бұрын
মই ন- শিকাৰো। সেয়ে আপোনাৰ চৰত সেৱা ধৰিছো। মোক কীৰ্তন পাঠ কৰিবৰ বাবে সুৰ শিকাব বুলি আশা কৰিলো।
@kumudgayan1664
@kumudgayan1664 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@midulali1398
@midulali1398 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@jitupuzari451
@jitupuzari451 Жыл бұрын
দেহা শীতল হৈ গল । অমিয়া সুৰ ।
@dabajitsoikia2206
@dabajitsoikia2206 Жыл бұрын
Kisna kiton ghukha hokolu hur diye Jen n hikaru
@tikenchandrakalita4928
@tikenchandrakalita4928 Жыл бұрын
In our lower Assam we are habituated listening through riju Pathak dev. Hence we are fond of lower Assam tune. Prabhu.
@BhairabNeog-mz9zh
@BhairabNeog-mz9zh 5 ай бұрын
বাপজনাৰ প্ৰয়াসৰ বাবে ধন্যবাদ। ঠাই বিশেষে সূৰৰ কিছু প্ৰাৰ্থক্য নথকা নহয় কিন্তু গুৰুজনাৰ নিবন্ধিত তালমানৰ বিষয়ে কৈ গ'লে ভাল হয়,শব্দ খন্দিতৰ পৰিণাম ক'লে, গুৰুজনাৰ লিখনি উচ্চাৰণ সাধাৰণতে স্ৱৰান্ত হয় বা হ'ব লাগে, সংস্কৃতভাষাত 'স' ৰ উচ্চাৰণ 'চ' হয়।এয়া সমালোচনা নহয় সহযোগ বুলি ভাবিলে ভাল হয়। জয় গুৰু শংকৰ। কৃষ্ণ 🙏
@TeamLohorGolaghat
@TeamLohorGolaghat 5 ай бұрын
মন্তব্য আৰু গঠনমূলক পৰামৰ্শৰ বাবে আপোনাক অশেষ ধন্যবাদ বাপ🙏🏻
@papariborah2856
@papariborah2856 Жыл бұрын
Krishna Sewa nibedishu
@mridulraidihigia1818
@mridulraidihigia1818 Жыл бұрын
Krishna Prabhu bhagawat bhagi hor dibo boli akha korolu
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
Krishna Bap sesta korim 🙏
@pareshdutta1920
@pareshdutta1920 Жыл бұрын
পাঠ -৩ বহুত পলম হৈছে। আৰু ভাগৱতৰ পদ,দুলৰি,ছবি,লেচাৰি, ইত্যাদিৰ সুৰ দিব বুলি আশা ৰাখিলোঁ।
@sishuramchutia1880
@sishuramchutia1880 Жыл бұрын
কৃষ্ণ ভাদমাহ বৰ ভাল লাগিছে কৃষ্ণ।
@intibaruah425
@intibaruah425 Жыл бұрын
বৰ সুন্দৰ লাগিল🙏
@tultulbaruah1645
@tultulbaruah1645 Жыл бұрын
আইসকলে গাব পৰাকৈ সহজভাৱে গাই শুনাবচোন । কৃষ্ণ ।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
চেষ্টা কৰিম বাৰু
@dhirajgogoivlogs6280
@dhirajgogoivlogs6280 Жыл бұрын
ভাগৱত সুৰ শিকাৱ মোক
@rojoniprovabaruah5461
@rojoniprovabaruah5461 Жыл бұрын
আমি সকলো খণ্ড আশা কৰিলোঁ 🙏🙏🙏।অতি সুন্দৰ হৈছে।
@pranjoldutta7038
@pranjoldutta7038 4 ай бұрын
বাপ জনা স্তুতি সুৰ, সাৰেং সুৰ সমুহ দিব
@PrabalTamuly-og6fz
@PrabalTamuly-og6fz Жыл бұрын
পৰৱৰ্তী অধ্যায়ৰ বাবে ভক্তিৰে ৰৈ আছো। কৃষ্ণ।
@birendranathsaikia2350
@birendranathsaikia2350 Жыл бұрын
Namaskar Dodaidew , I am finding very much pleasure to your Nam Kritan and have reminded me the time of our grandfather's " Kritan Path " the year 1958 - 59 . Krishna Ram Narayan . Krishna Krishna
@kusharajkonwar1782
@kusharajkonwar1782 7 ай бұрын
বাপ নাম অপৰাধ কীৰ্তনৰ সুৰ দিবচোন
@niranjanborah315
@niranjanborah315 Жыл бұрын
প্ৰভু, প্ৰহ্লাদ চৰিত ষষ্ঠদশৰ সুৰটো যদি দিয়ে আহ্লাদিত হম
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
আপোনাক অশেষ ধন্যবাদ, পৰবৰ্তী ভিডিঅ'ত চেষ্টা কৰিম
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপজন আপোনাৰ চৰনত প্ৰনাম
@khagenburagohain2357
@khagenburagohain2357 Ай бұрын
বাপ জনা নমস্কাৰ জনালো। কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ানৰ ঘোষা আৰু পদ এবাৰ সুৰেৰে পৰিবেশন কৰিবলৈ অনুৰোধ জনালোঁ, কিয়নো আমি একেবাৰে নতুন।
@TeamLohorGolaghat
@TeamLohorGolaghat 14 күн бұрын
চেষ্টা কৰিম বাৰু 🙏🏻
@pranjoldutta7038
@pranjoldutta7038 Жыл бұрын
জয় গুৰু শঙ্কৰ 🙏🏿 আমাৰ লগত সুৰ সমুহ সম্পূৰ্ণ মিলিছে 🙏🏿 কৃষ্ণ 🙏🏿
@symontakonwar7647
@symontakonwar7647 Жыл бұрын
সম্পুৰণ কীত্তন পাঠ শুনিবলৈ পাম বুলি আশা কৰিলো
@lakheswarlahon3748
@lakheswarlahon3748 Жыл бұрын
বাপজনা কৃষ্ণ কৃষ্ণ, ঠাই বিশেষে সুৰ বেলেগ বেলেগ।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
হয় বাপ🙏🏻
@prafullachandrabharali9791
@prafullachandrabharali9791 Жыл бұрын
বাপজন , কীৰ্ত্তনৰ প্ৰথম শ্লোক ভাগি সংস্কৃতত লিখা হৈছে ।সংস্কৃত ভাষাত 'স' উচ্চাৰণ নাই । ' চ ' উচ্চাৰণ হে কৰিব লাগে । গতিকে আপুনি যদি ভুল উচ্চাৰণকে আমাক শিকায় তেতিয়া আমাৰ ভুল হ'বনে শুদ্ধ হ'ব আপুনিয়েই কওকচোন ।
@NishantajyotigogoiNgogoi
@NishantajyotigogoiNgogoi 6 ай бұрын
ঘোষা পাঠৰ বাবে ছন্দ দৰকাৰ নি?
@shyammahanta7317
@shyammahanta7317 Жыл бұрын
পৰম্পৰাগত সুৰখিনি শুনি ধন্য হলো |শেষৰ কীৰ্ত্তন জনাত দ্বিতীয় শাৰীত আপুনি ঐৰাম ব্যৱহাৰ কৰিছে, এইভাগ সুৰহে শুনা নাছিলো |🙏🙏👍👍
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
আপোনাক অশেষ ধন্যবাদ
@chitrabhorali
@chitrabhorali Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nirjurajgogoi319
@nirjurajgogoi319 Жыл бұрын
সুন্দৰ ৷ পিছে ঘোষাভাগী কেনেকে গাব লাগে শিকিব পৰা হলে ভাল আছিল ৷এক অধ্যায় সম্পূৰ্ণ শুনিবলে পালে শ্ৰবণ কীৰ্ত্তনও হৈ গল হেতেন ৷ কৃষ্ণ ৷
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
চেষ্টা কৰিম🙏 কৃষ্ণ
@prasannagogoi9335
@prasannagogoi9335 Жыл бұрын
বহুত বহুত ধন্যবাদ৷ আমি পুৰনা সুৰ বিলাক লুপ্তহৈ যোৱাত বহুত দুখ অনুভৱ কৰিছিলো৷ কিয়নো আজিকলি পাঠকে এই কথাবোৰ মানি নলয়৷ অথাৎ উপযুক্ত সুৰ নাজানো বুলি স্বীকাৰ নকৰে৷
@prasannagogoi9335
@prasannagogoi9335 Жыл бұрын
অৱশ্যে এইটো হয় যে শাস্ত্ৰৰ শ্লোক বিলাক যিহেতু সংস্কৃত ভাষাত লিখা আছে সেয়ে ইয়াৰ উচ্চাৰণ সংস্কৃতত হলে শোভনিয়৷
@dulaltamuly9525
@dulaltamuly9525 Жыл бұрын
Khub Hundor ❤
@jadumonideka1786
@jadumonideka1786 Жыл бұрын
কলিৰ শেষত হৈবা.... বোন্দামাৰ।। এই বাক্য খিনিৰ মাজত ম্লেছ বুলি শব্দ এটা আছে। যাক আপুনি ভুলতে মেলছক বুলিহে উচ্চাৰণ কৰিছে। যিটো শব্দক লৈ আজি কিছু বছৰ আগতে ( খুব সম্ভব ৪/৫ বছৰ) এজন বড়ো জনগোষ্ঠীৰ লোকে বিতর্কৰ সুত্রপাত কৰিছিল। এই ম্লেছ শব্দটোৰ প্ৰকৃত অৰ্থটো নো কি আপোনাৰ পৰা জানিব বিচাৰিছো....!
@phunuburagohain7058
@phunuburagohain7058 7 ай бұрын
Semontak hornor hopotam kitan faki sur diya jen
@TeamLohorGolaghat
@TeamLohorGolaghat 7 ай бұрын
নিশ্চয়, চেষ্টা কৰিম বাৰু।
@debapriyomusical.7417
@debapriyomusical.7417 Жыл бұрын
সুন্দৰ❤
@pankajbora1978
@pankajbora1978 Жыл бұрын
Krishna Prabhu voktivora sewa nibedilu Krishna Krishna
@AmitDas-bh9yi
@AmitDas-bh9yi Жыл бұрын
স্তূতি হ'ব লাগিছিল তুটি গাইছে প্ৰভু ।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
শুধৰাই দিয়াৰ বাবে ধন্যবাদ
@prabinjaihanumansaikia476
@prabinjaihanumansaikia476 Жыл бұрын
Krishna baap , ek addhay sampurna path koribosoon, krishna ❤
@bubulsarmah1349
@bubulsarmah1349 Жыл бұрын
ভাগৱত পাঠ শুনাবছোন
@bisheswargogoi1991
@bisheswargogoi1991 Жыл бұрын
খত্ৰিয়ক শব্দটোহে বুজি পোৱা নাই প্ৰভু ?
@samirendrasaikia2266
@samirendrasaikia2266 Жыл бұрын
Purana hur kivagir nam ki janaba
@lukumailekharu1022
@lukumailekharu1022 Жыл бұрын
Krishna krishna bap hoto kuti pronam jonalu grohan koribo
@ratulratul2437
@ratulratul2437 Жыл бұрын
দিহা নামৰ সুৰ দিব চোন
@ringkugogoi7008
@ringkugogoi7008 4 ай бұрын
আপোনাৰ কীৰ্তন পাঠ ভাগ ভাল লাগিল।
@bijurajkhowa7114
@bijurajkhowa7114 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@tanumaigohaingohaintanumai8649
@tanumaigohaingohaintanumai8649 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@RubulAcharjee
@RubulAcharjee 9 ай бұрын
Krishna
@TeamLohorGolaghat
@TeamLohorGolaghat 9 ай бұрын
🙏🏻
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
কীৰ্তন পাঠ#podmakakoti#পদ্মকাকতি
21:21
শৰণ তত্ব
23:58
Promod Saikia
Рет қаралды 24 М.
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН