কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১

  Рет қаралды 293,111

Lohor-লহৰ

Lohor-লহৰ

Күн бұрын

কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১
নমস্কাৰ, জয় জয়তে সকলোলৈকে পবিত্ৰ ভাদ মাহৰ সেৱা নিবেদিছো। শংকৰ মাধৱ গুৰু দুজনা বৈকুণ্ঠগামী হোৱা এই পবিত্ৰ ভাদ মাহতে অসমৰ সত্ৰ নামঘৰ আৰু প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে গুৰু দুজনৰ অৱদান কীৰ্ত্তন, ঘোষা, ভাগবত আদিৰ ব্যাপক চৰ্চা কৰা হয় । এইসমূহ পুথি পাঠ কৰোতে ইয়াৰ কিছুমান পৰম্পৰাগত সুৰত পাঠ কৰা হয়। সেই সুৰ সমূহ নৱপ্ৰজনমৰ মাজত শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে যাতে অদূৰ ভৱিষ্যতলৈও এই সুৰ সমূহ সংৰক্ষিত হৈ থাকে। ধন্যবাদ।

Пікірлер: 556
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
সকলোৰে চৰণত আমাৰ সেৱা নিৱেদিলো। আমাৰ ভিডিঅ 'সমূহ চাই গঠনমূলক দিহা পৰামৰ্শৰে উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। কীৰ্ত্তনৰ শ্লোক ভাগি আমি নিতান্তই সংস্কৃতত উচ্চাৰণ কৰিব লাগে, সেইকথা আমাৰ অবিদিত নহয় । কিন্তু আমি পৰম্পৰাগত পাঠৰ ওপৰত গুৰুত্ব দিয়া বাবে পূৰ্বজ সকলক অনুসৰণ কৰি ইয়াৰ উচ্চাৰণ মাতৃভাষাত কৰা হ'ল। আপোনাসৱৰ ওচৰত ইয়াৰ মাৰ্জনা বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ' সমূহত এই ভুলৰ পুনৰাবৃত্তি নহ'বৰ বাবে আমি দায়বদ্ধ।
@shyamborah7138
@shyamborah7138 Жыл бұрын
00😅😅
@manikadutta7126
@manikadutta7126 Жыл бұрын
🙏🏽
@anandiramdeka9406
@anandiramdeka9406 4 ай бұрын
😊
@anandiramdeka9406
@anandiramdeka9406 4 ай бұрын
😊😊😊😊😊😊😊😊😊😊😊😊0😊😊😊😊😊😊😊😊😊😊
@dhirendutta7989
@dhirendutta7989 Ай бұрын
জঙ্ঘ্ৰায় নে জঙ্ঘ্ৰায়
@nizoraborah2237
@nizoraborah2237 Жыл бұрын
কৃষ্ণ । বাপজনালৈ অশেষ ধন্যবাদ ও সেৱা নিবেদি লো । সম্পূৰ্ন কীৰ্তন টি শুনাই গ'লে কৃতাৰ্থ হম ।কৃষ্ণ।
@purnalaldas.purnalaldas1556
@purnalaldas.purnalaldas1556 Жыл бұрын
Nice
@umahazarika
@umahazarika 13 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏
@jatindas5035
@jatindas5035 Жыл бұрын
আপোনাৰ উপদেশ বৰ মনোগ্ৰাহী হৈছে। কৃষ্ণ।
@DipaliKalita-pz2rz
@DipaliKalita-pz2rz Жыл бұрын
❤❤❤❤❤❤❤❤❤😮
@ronujbhuyan5217
@ronujbhuyan5217 Жыл бұрын
সকলো শুনিলো শিকিলো দুটা কথা আপোনাৰ পৰা ভাল লাগিল। এটা কাম নকৰিব ব ৱ দুটা বেলেগকৈ উচ্চাৰণ কৰিব।
@BhubonChDas
@BhubonChDas 3 ай бұрын
🙏🙏🙏Krishna Krishna Krishna
@ringkugogoi7008
@ringkugogoi7008 18 күн бұрын
ভাল লাগিল কৃষ্ণ ।
@jajneswarborgohain7694
@jajneswarborgohain7694 11 ай бұрын
কৃষ্ণ প্ৰভু বাপজনলৈ সেৱাহে জনালোঁ৷সুন্দৰ কন্ঠ তেখেতৰ৷
@kanaksaikia7067
@kanaksaikia7067 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏 কলিয়াবৰ
@bkgogoi8636
@bkgogoi8636 Жыл бұрын
আপোনা লোক ঈশ্বৰ তুল্য ভগৱানে দয়া কৰক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@DipuBora-d1c
@DipuBora-d1c 25 күн бұрын
Hundor
@gobinsharma7346
@gobinsharma7346 13 күн бұрын
অতি উত্তম ব্যবস্থা. ধন্যবাদ. (শুধৰণি )
@BhupenBora-o1t
@BhupenBora-o1t 17 күн бұрын
সুন্দৰ ভাল লাগিল।
@dhrubadeka52
@dhrubadeka52 Ай бұрын
ভাল লাগিল বাপ বাপ আমি অৰ্থ ইমান নাজানো শব্দ দিশন্দিত হলে বহুত দুখ লাগে । আপোনাৰো শব্দৰ দি শন্দিত হৈছে কৃষ্ণ ।
@mridusmitasaikia7123
@mridusmitasaikia7123 Жыл бұрын
হে কৃষ্ণ হে বাসুদেৱ 🙏🕉️🙏 । কৃষ্ণ কৃষ্ণ বাপ 🙏। শ্লোক ভাগত দৈৱকী নহয় দেৱকী বুলি উচ্চাৰণ হয় । যিহেতু শ্লোক ভাগ দেৱ ভাষা সংস্কৃত হয় । অনুগ্ৰহ কৰি সংস্কৃত পণ্ডিতসকলৰ পৰাৰ জানি লব মোৰ ভুল হলে ক্ষমা কৰিব 🙏। আমি এনেকৈ আপোনাৰ পৰাৰ শিকিব পাৰি কৃতাৰ্থ হৈছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
আপোনাৰ মন্তব্য আৰু উপদেশৰ বাবে ধন্যবাদ।
@priyakshiborah5527
@priyakshiborah5527 Жыл бұрын
Hoi provu,
@bogadhargogoi720
@bogadhargogoi720 10 күн бұрын
কৃষ্ণ কৃষ্ণ🙏🙏 বাপজনাৰ সুন্দৰ কণ্ঠৰ পাঠ শুনি খুবেই আপ্লুত হলো কৃষ্ণ কৃষ্ণ🙏🙏
@rampachani4885
@rampachani4885 26 күн бұрын
ৰাম কৃষ্ণ
@surjyalatadutta1626
@surjyalatadutta1626 16 күн бұрын
কৃষ্ণ কৃষ্ণ
@assam9674
@assam9674 Жыл бұрын
মোৰ দেউতা ৰ সুৰ লগত মিলিছে । বহুত ভাল লাগিছে শুনি।। পুৰণা সুৰ
@DimbeswarGogoi-i3l
@DimbeswarGogoi-i3l 23 күн бұрын
কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ
@satyenborgohain5683
@satyenborgohain5683 Жыл бұрын
কৃষ্ণ কৃষ্ণ ! প্ৰণাম জনালোঁ ।
@Kimtaehyungbiased
@Kimtaehyungbiased Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@debojyotihazarika81
@debojyotihazarika81 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন বৰ পালো। আগলৈ শুনিবলৈ পালে ভাল লাগিব। কৃষ্ণ কৃষ্ণ।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
🙏🏻 কৃষ্ণ
@BipinSaikia-ty7ju
@BipinSaikia-ty7ju Ай бұрын
যদুমনি যাদব নহৈ যাদৱ হ'ব লাগিছিল। কৃষ্ণ।।
@DilipBharali-j1y
@DilipBharali-j1y 2 ай бұрын
কৃষ্ণ,কিছু নজনা কথা শিকিলোঁ ।, এনে দৰে শিকিবলৈ আৰু আশা কৰিলো লগতে ভগৱানে সদায় আপোনাক দীঘায়ু কৰি কুশলে ৰাখক তাৰ ও কামনা কৰিলো 🙏🙏🙏
@TeamLohorGolaghat
@TeamLohorGolaghat 2 ай бұрын
ধন্যবাদ ভৰালী দেৱ।
@ashimraj2536
@ashimraj2536 15 күн бұрын
সুন্দৰ৷ বহু কথাই জানিলো৷
@RumiBasumatary-y8x
@RumiBasumatary-y8x 17 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏 বহুত উপকৃত হলো
@jintuborah3292
@jintuborah3292 Жыл бұрын
কৃষ্ণ,,,,,, সুন্দৰ নিদৰ্শন। ( নাৰায়ণপুৰ)
@ArobindaSaikia-zy2tx
@ArobindaSaikia-zy2tx Ай бұрын
কৃষ্ণ, আমাৰ সমাজত সামৰণিত হৰি ৰাম ৰাম গায় এইয়া ভূল হৈছে নেকি
@TeamLohorGolaghat
@TeamLohorGolaghat Ай бұрын
আমাৰ ফালে ভাগৱতৰ একোটি অধ্যায়ৰ সামৰণিতহে হৰি ৰাম ৰাম গায় 🙏🏻
@lilaramdas9065
@lilaramdas9065 Жыл бұрын
Shri krishaye bashudebaye nomu
@mamonidas1659
@mamonidas1659 Жыл бұрын
Krishna probhu 🙏🙏🙏🙏
@sushantadassiv8175
@sushantadassiv8175 Жыл бұрын
Krishna bohut val lagil.❤ Bondhu holu❤ apuni u hobo dei
@RuprekhaphukanRuprekhaphukan
@RuprekhaphukanRuprekhaphukan Жыл бұрын
​@@sushantadassiv8175😂😂
@UpenSahariya
@UpenSahariya Жыл бұрын
​@@sushantadassiv8175.
@SHazarika-j9l
@SHazarika-j9l Ай бұрын
অতি সুন্দৰ।
@shyammahanta7317
@shyammahanta7317 Жыл бұрын
আপোনাৰ সুৰ সুন্দৰ হৈছে| কিন্তু শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই | সংস্কৃতত স ৰ উচ্চাৰণ চ হয়| বেয়া নাপাব | বাকী প্রচেষ্টা আৰু উদেশ্য সলাগ লৈছো|🙏🙏👍👍
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
@tagarisaikia471
@tagarisaikia471 23 күн бұрын
আপোনি গোৱা শুৰতো বহুতো ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nityasashibsaikia3571
@nityasashibsaikia3571 3 ай бұрын
কৃষ্ণ প্ৰভু ! আজি ভকত , বৈষ্ণৱ তথা নৱ প্ৰজন্ম ই অনুকৰণ কৰে যেন ।
@debakantadas9216
@debakantadas9216 Ай бұрын
কৃষ্ণ প্ৰভু ৷
@gobinsharma7346
@gobinsharma7346 13 күн бұрын
?????অতীত.উত্তম ব্যৱস্থা.ধন্যবাদ।
@hemogohain5329
@hemogohain5329 Ай бұрын
কৃষ্ণ কৃষ্ণ বহোত সুন্দৰ।
@probinbo9316
@probinbo9316 Жыл бұрын
কৃষ্ণ বাপ, অতি সুন্দৰ হৈছে।
@liligogoi9816
@liligogoi9816 Жыл бұрын
কৃষ্ণ কৃষ্ণ ভাল লাগিল
@rinachutia3723
@rinachutia3723 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছো প্ৰভু, কৃষ্ণ ।
@diputgogoi8808
@diputgogoi8808 27 күн бұрын
Dhuniya
@ChayonikaLoing
@ChayonikaLoing 23 күн бұрын
Krishna bap
@hemakonwar7459
@hemakonwar7459 Жыл бұрын
আগলৈ আগবাঢ়ি গৈ থাকক, ঈশ্বৰ সহায় হওক
@krishnakakaty2624
@krishnakakaty2624 Жыл бұрын
Krishna. Krishna. Provu. Xewahe. Jonaisu. Aahor. Puroni. Niti. Niyom. Mote. Ago. Bahise. Xundor. Lagise. Krishna.
@pranjoldutta7038
@pranjoldutta7038 Жыл бұрын
ধন্যবাদ 🥰 জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿
@khagenborah7371
@khagenborah7371 Жыл бұрын
Keno
@sakuntaladevi2075
@sakuntaladevi2075 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ওহৰই ও ৰাম
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@biddyotnath6411
@biddyotnath6411 Жыл бұрын
উপেন
@swarnapachani4653
@swarnapachani4653 11 күн бұрын
Krishna Krishna.
@SmritiRekhaDas-ll7wc
@SmritiRekhaDas-ll7wc 25 күн бұрын
কৃষ্ণ 🙏🙏
@missanjelika365
@missanjelika365 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@jadumonideka1786
@jadumonideka1786 Жыл бұрын
আপোনাৰ সীমিত অভিজ্ঞতা তথা অধ্যয়নৰ পৰা যি দৰে নৱপ্ৰজন্ম শিকাব যত্ন কৰিছে বা প্ৰচেষ্টা এটা হাতত লৈছে এইটো সঁচাকৈ য়ে সুন্দৰ পদক্ষেপ। কিন্তু তাৰ আগতে আপুনিও অভিজ্ঞতাপুষ্ট জেষ্ঠ্য সকলৰ পৰা কিছু শিকাৰ প্ৰয়োজন আছে বুলি ভাবিছো । আপোনাৰ কথাত এনে লাগিল যেন আপুনি য়ে সকলোৰে উৰ্ধত। আমাৰ নামনি অসমৰ ফালে কিন্তু কিছু পৃথক। শুনিবলৈ য়ো ভাল লাগে। কথা হল কাৰোবাৰ মাত ডাঙৰ, কাৰোবাৰ সৰু। কাৰোবাৰ সুৰ অলপ ভাল আৰু কাৰোবাৰ অলপ বেয়া। উদ্দেশ্য কিন্তু এটায়ে । ঈশ্বৰ ভক্তি, কৃষ্ণ ভক্তি। কথাখিনি কোৱাৰ বাবে ভুল নধৰিব। মাৰ্জনা কৰিব। শ্ৰীকৃষ্ণাই নমো নমঃ।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আপুনি ঠিকেই কৈছে ভক্তিয়েই মূল। আমি আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট জেষ্ঠ্যসকলৰ পৰা কিছু শিকিবলগীয়া আছে।
@boluramtamuly5093
@boluramtamuly5093 Жыл бұрын
ভাল। ভাল বহু তে ভাগবতর সুর দি কীৰ্তন কৰিলে বেয়া শুনি।
@hiranyadas3255
@hiranyadas3255 Ай бұрын
Jay shree Krishna Jay shree Krishna Krishna Krishna Ram Ram Ram 🙏☝️🌷🌷🌷🌷🌷👐 Jay shree Ram Ram Ram Ram Ram
@muninoza4944
@muninoza4944 Жыл бұрын
কৃষ্ণ বাপ সুন্দৰ হৈছে, সংস্কৃতত স,শ,ষ চ উচ্চাৰণ কৰিব লাগে, আৰু দৈৱকী নহয় দেৱকি হব লাগে নেকি ? বাপ অপৰাধ হলে ক্ষমা কৰিব । কৃষ্ণ।
@lkdipankorsaikia9012
@lkdipankorsaikia9012 3 ай бұрын
হয় বাৰু কথাটো
@prafullagogoi931
@prafullagogoi931 2 ай бұрын
কৃষ্ণ প্ৰভূ অতি উত্তম ! পুৰণি লহৰ ৷ আপোনাৰ পৰা আৰু আশা কৰালো ৷
@jadavgogoi4008
@jadavgogoi4008 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bhupenhazarika5077
@bhupenhazarika5077 Жыл бұрын
কৃষ্ণ বাপজন। সুন্দৰ পৰিবেশন। দুই এটা কথা উনুকিয়াই দিছোঁ, আশাঁকৰো সমালোচনাত্মক দৃষ্টিভঙ্গীৰে গ্ৰহণ কৰিব। কীৰ্ত্তনৰ প্ৰথম শ্লোকভাগ সংস্কৃত ভাষাৰ। সংস্কৃত ভাষাত অসমীয়া স, শ, ষ উচ্চাৰণ নাই। সি 'ছ'-ৰ দৰেহে হয়। ঠিক একেদৰে অন্তস্থ য উচ্চাৰণ য় - ৰ দৰে হয়। সেয়ে শ্লোকভাগ মাতোতে সেইদৰে উচ্চাৰণ কৰাতোহে যুক্তিসংগত। যেনে বাসুদেৱায় টো ঠিক বাছুদেৱায়ৰ দৰে উচ্চাৰিত হ'ব, বা যৎ কৃপা নকৈ য়ৎ কৃপা কোৱাহে সমীচিন হ'ব। আৰু এটা ভুল উচ্চাৰণ শুনা পালোঁ। পঙ্কজংঘ্ৰায়ে নহয়, পঙ্কজাংঘ্ৰয়ে হে। গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ সম্পুৰ্ণ শুদ্ধ হোৱা ভাল বুলি ভাবি উনুকিয়াই দিলোঁ। আপোনালৈ সেৱা জনালোঁ। কৃষ্ণ।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
আপোনাৰ মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
@swabanbaruah8144
@swabanbaruah8144 16 күн бұрын
Krishna Krishna
@barnaligogoi8166
@barnaligogoi8166 8 ай бұрын
Krisha Ram Ram Jai guru Sankar🙏🙏
@ArunkrGogoi-gh4xz
@ArunkrGogoi-gh4xz Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ।🙏🙏🙏
@LalitBorah-z9t
@LalitBorah-z9t Жыл бұрын
কৃষ্ণ,নবীন শিকাৰুৰ বাবে উত্তম প্ৰচেষ্টা।
@norenrajbongshi4978
@norenrajbongshi4978 Күн бұрын
❤❤hoi hoi
@bipulhatiboruah7482
@bipulhatiboruah7482 Жыл бұрын
Best hundor lagise bapjan
@birajbaruah7681
@birajbaruah7681 Жыл бұрын
শ্লোক ভাগ যিহেতু সংস্কৃতত গোৱা হৈছে উচ্চাৰণ সু ঠাইত চু হব নেকি বাৰু ? কীৰ্তনৰ পাঠ ৰ পৰম্পৰাগত সুৰ ঠাই ভেদে বেলেগ হোৱা দেখা যায় l বাকী আপোনাৰ কণ্ঠ খুব সুন্দৰ। কৃষ্ণ।
@hemantabharti9184
@hemantabharti9184 3 күн бұрын
কৃষ্ণ।
@Sevengamingaxom02
@Sevengamingaxom02 11 ай бұрын
Hey guru dev ......apuni eman mohan bhabe path koribo hekaise tar babe moi apunar usort hodai kitogyo...mur ata prosno asil muk ajon guru deva koi sil gamusa khn henu tulokhi mala he bhag janu bhorit loi....moi oigyania tar uttor bisarelu....
@BishnuPawe-xm2sx
@BishnuPawe-xm2sx 4 ай бұрын
Krisna krishna hori hori
@kumudkalita698
@kumudkalita698 Жыл бұрын
সংস্কৃতত থকা শ্লোকত স'ৰ উচ্চাৰণ চ'ৰ দৰে নহয় নেকি বাপ। কৃষ্ণ।
@rupalimili244
@rupalimili244 Жыл бұрын
পুৰণি সুৰত বা পৰম্পৰাগত সুৰত প্ৰতিটো পাঠ পঢ়ি শুনিবলৈ অনুৰুধ জনাইছো। প্ৰভু 🙏🙏🙏
@jayantidevi1164
@jayantidevi1164 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ৷
@BijukantaHazarika
@BijukantaHazarika Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@BharatSaikia-r1r
@BharatSaikia-r1r Жыл бұрын
ধন্যবাদ ।আপোনাৰ কণ্ঠ আৰু সুৰ অতি সুন্দৰ ।শুনি থাকিবৰ মণ ।সকলো কথাত আমি একমত।পিছে সংস্কৃতত স আখৰৰ উচ্চাৰণ চ হয় ।বাকীবোৰ ঠিকেই আছে ।কৃষ্ণ কৃষ্ণ ।🎉😮
@SurabalaBaruah
@SurabalaBaruah 28 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ কিতনৰ সুৰ জানিব পাৰি কৃতাৰ্থ হৈছো সেৱা হে
@jayaborah2926
@jayaborah2926 11 ай бұрын
হে প্ৰভু তযো পদে পখিলো শৰণ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🪔🙏
@rubiborah3436
@rubiborah3436 Жыл бұрын
অ হৰি অ ৰাম, জয় শ্ৰী কৃষ্ণ।❤️🙏🙏🙏❤️
@renudeka2329
@renudeka2329 27 күн бұрын
কৃষ্ণ কৃষ্ৃ কৃষ্ণ
@miramazumder9815
@miramazumder9815 Жыл бұрын
সুন্দৰ হৈছে ।আমাৰ গাঁৱত ও‌ এনেকৈয়ে গায়। 🙏🙏🙏
@rimadekagogoi9000
@rimadekagogoi9000 Жыл бұрын
Krisna bap jona oti hundor hur
@bikramhd369
@bikramhd369 8 ай бұрын
🙏🙏 Krishna Ram Krishna Ram Krishna Ram Krishna 🙏🙏
@assameseculture7247
@assameseculture7247 Ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ। "ঝুমুৰা" সুৰ অলপ দিবচোন
@TeamLohorGolaghat
@TeamLohorGolaghat Ай бұрын
ঝুমূৰি সুৰ ইতিমধ্যে দিয়া হৈছে বাপ🙏🏻
@pradiphandique7872
@pradiphandique7872 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nabinburagohain5005
@nabinburagohain5005 Жыл бұрын
👏 Shree Krishnaya namaha. Krishna. Bap .
@amarjyotigaonkhowa3498
@amarjyotigaonkhowa3498 Жыл бұрын
কৃষ্ণ গুৰু দেৱ আপোনি য়দি যিতো ভাগ ধৰে সমৰ্পিত কৰিলে আমাৰো সিকিবলৈ সহজ হব দয়া কৰি.....
@priyankaDas-su6bf
@priyankaDas-su6bf 3 ай бұрын
অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼
@jagatnamrup3941
@jagatnamrup3941 Жыл бұрын
কৃষ্ণ🙏🙏🙏🙏🙏
@babysaikiababysaikia4911
@babysaikiababysaikia4911 Жыл бұрын
সুন্দৰ পদক্ষেপ 🙏🙏🙏
@rinabharali454
@rinabharali454 Жыл бұрын
Krishna. Bohut val lagile
@hiranyadas3255
@hiranyadas3255 Ай бұрын
🕉️🙏🌷🌷🌷🌷☝️🙏 Shree Krishna Basudabay Ram Ram Ram Hari Hari Ram Ram Ram Ram Ram Jay shree Krishna Krishna Krishna Krishna Krishna Hari Hari Hari Hari Hari Hari ❤❤❤❤🎉🎉🎉🎉🎉
@alokkardowerah
@alokkardowerah Жыл бұрын
মহাশয়, নৱপ্ৰজন্মক মাৰ্গদৰ্শন কৰোৱাৰ বাবে ধন্যবাদ।
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
🙏🏻 কৃষ্ণ
@rupjyotimahanta3650
@rupjyotimahanta3650 4 ай бұрын
সুন্দৰ হৈছে.... বাপ, কৃষ্ণ 🙏
@jintudutta278
@jintudutta278 Жыл бұрын
Krishna Krishna bapjana
@mridupabansarmah6020
@mridupabansarmah6020 Жыл бұрын
কৃষ্ণ বাপ সুন্দৰ কন্ঠ আপোনাৰ।
@nripenburagohain
@nripenburagohain Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
কৃষ্ণ 🙏🏻
@nirjurajgogoi319
@nirjurajgogoi319 Жыл бұрын
গুৰুদুজনাৰ তিৰুভাৱ তিথিৰ বিষয়ে জনালে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম ৷ বাকী আপোনাৰপৰা কীৰ্ত্তনপাঠৰ অণুশীলণ কৰাৰ আৰম্ভ কৰিছো ৷ আগৰেপৰাই ঘৰতে পাঠ কৰি আহিছো যদিও বৰ ভাল হোৱা নাই বুলি মই নিজে ভাবোঁ ৷ কৃষ্ণ ৷
@TeamLohorGolaghat
@TeamLohorGolaghat Жыл бұрын
অশেষ ধন্যবাদ জনালো 🙏🏻 কৃষ্ণ
@jagatsaikia7451
@jagatsaikia7451 Жыл бұрын
ঠিকেই কৈছে বাপ । কৃষ্ণ ।
@tarunborah900
@tarunborah900 Жыл бұрын
নতুন প্ৰজন্মৰ বাবে পুৰণি সুৰ ভাগ আদৰ্শ হৈ ৰওক। কৃষ্ণ কৃষ্ণ।
@phukan123
@phukan123 Жыл бұрын
প্ৰণাম প্ৰভু জনা , আপ্লুত হলো ❤❤ সম্পূৰ্ণ কীৰ্তন ভাগ পাঠ কৰি ব্যাখ্যা কৰিলে কৃতাৰ্থ সম।
@BHASKARJyotiDoleyVideo
@BHASKARJyotiDoleyVideo 25 күн бұрын
God is good
@amiyaborah9305
@amiyaborah9305 Ай бұрын
Krishna.
@BaikunthaChetia-ub8wp
@BaikunthaChetia-ub8wp 21 күн бұрын
Krishna 🙏
@kholilurrahman1828
@kholilurrahman1828 Күн бұрын
কৃষ্ণ
Or is Harriet Quinn good? #cosplay#joker #Harriet Quinn
00:20
佐助与鸣人
Рет қаралды 62 МЛН
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 7 МЛН
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 6 МЛН
ৰংছোৱাল চাংমাই প্ৰাথমিক @জ্যোতিময়Jyotimoy
1:16:49
ভাগৱত পাঠ ভোলাৰাম দাস @শশীবৰাআধ্যাত্মিক
44:20
সৰুপথাৰ।।@জ্যোতিময়Jyotimoy
1:05:18
জ্যোতিময় Jyotimoy
Рет қаралды 236 М.