KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
সাংবাদিকতা পেচাতো বেয়া কৰি পেলোৱাৰ মূলতে বহুত জেষ্ঠ সাংবাদিক আছে !
1:28:15
ৰাতি ভাল টোপনি মানে আপুনি সুখী ! দূৰ্লভ সৰকাৰ, সঞ্চালক, গুৰুকুল
56:31
Chain Game Strong ⛓️
00:21
It works #beatbox #tiktok
00:34
Қайрат Нұртас - Не істедің (Cover) Roza Zergerli - İstedim
02:53
Он ждал ДВА ГОДА, чтобы преподать наглецу УРОК СКРОМНОСТИ #shorts
01:00
শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰঞ্জু হাজৰিকাৰ সৈতে বাৰ্তালাপ
Рет қаралды 59,814
Facebook
Twitter
Жүктеу
1
Жазылу 570 М.
BAARTA LAAP
Күн бұрын
Пікірлер: 227
@oldisgold5096
2 ай бұрын
সৰুৰে পৰা ৰঞ্জু হাজৰিকাদেৱক মহিলা বুলি এ ভাবিছিলো,😅 তাৰপিছত হে গম পালোঁ তেখেত যে এজন পুৰুষ।😊❤
@treecoolz9696
4 ай бұрын
ৰঞ্জু হাজৰিকাৰ ভৌতিক কাহিনীৰ এখন অসমীয়া চলচ্চিত্ৰৰ বাবে বাট চাই ৰলো
@debajitchetia1659
7 ай бұрын
মোৰ অন্যতম প্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকা দেৱলৈ অভিনন্দন জনালো।
@dilipkrhazarika4036
7 ай бұрын
0000000000⁰0⁰⁰⁰⁰⁰⁰⁰0000000000000000000⁰000000000000⁰⁰0⁰00000000000😊😊
@SouravSourav-f4x
21 күн бұрын
মই বৰ্তমান তেখেতৰ ' জুলু ' পঢ়ি আছোঁ ।
@pankaj0197
10 күн бұрын
ৰঞ্জু হাজৰিকা দেৱৰ কিতাপৰ প্ৰথম পৰিচয় মোৰ স্তব্ধ অৰণ্যৰ কিতাপ খনৰ পৰা হল। বহুত মৰম থাকিলে sir লৈ চৰাইদেউৰ পৰা❤❤
@sibasishbhoradwaj1370
7 ай бұрын
ধন্যবাদ চক্ৰ দা ভাল অনুষ্ঠান এটা উপহাৰ দিয়াৰ বাবে।
@karinasaikia1549
7 ай бұрын
অসমীয়া সাহিত্য জগতৰ সোণোৱালী ভৰালঁটোক চহকী কৰা এজন অন্যতম সাহিত্যিক আমাৰ সকলোৰে শ্ৰদ্বাৰ ৰঞ্জু হাজৰিকাদেৱ। তেখেত সদায় ভালে থাকক।লগতে বাৰ্তালাভৰ পৰিয়ালটিলৈ মৰম থাকিল।
@nikhitagogoi6795
7 ай бұрын
মোৰ প্ৰিয় ব্যক্তি ৰঞ্জু হৰৰিকা দেৱ, তেওঁ ৰ 10 খন মান কিতাপ পঢ়িছোঁ, আৰু পঢ়িব মন আছে কিন্তু পইচা নাই কিনিবলে স্কুল ৰ লাইব্ৰেৰী আৰু লগৰ ৰ পৰা বহুত কিতাপ বিচাৰি হে পঢ়িছোঁ, মই আশা কৰি আছিলোঁ আপুনি কেতিয়া এওঁৰ লগত কথা পাতিব, ..........❤❤ আপুনি যাতে বহুত দিন জীয়াই থাকে তাকেই কামনা কৰিছোঁ ❤❤
@nikhitagogoi6795
7 ай бұрын
এদিন লগ পোৱাৰ আশা আছে এই প্ৰিয় ব্যক্তি জনক.... 😢❤
@aparajitaphukan1371
7 ай бұрын
Dhanyabad , bor xundor anusthan korile , bohut bhal lagil .
@kalamandirdigitalarchieveu6059
7 ай бұрын
Moi log puwar subhagya hoise, mor Priya ejon lekhok, Bartalapak bahuta dynabad ❤
@Nirabkalita-n7w
4 ай бұрын
I am big fan of Ranju Hajarika. Thank you bartalap ❤❤😊
@RrrNgg10
7 ай бұрын
One of my best episode for my life......
@samujwalsvlogs4385
7 ай бұрын
বাৰ্তালাপত এটা সুন্দৰ সংযোজন৷ বৰ ভাল লাগিল৷ মই বহুত দিনৰপৰা ভাবি আছিলোঁ যে চক্ৰ দাই ৰঞ্জু হাজৰিকা ছাৰক কিয় ইমানদিন নিমন্ত্ৰণ কৰা নাই বুলি৷ অৱশেষত এই সুন্দৰ অনুষ্ঠানটো ছোৱাৰ সুভাগ্য হ’ল৷❤❤❤
@rabinkumarroy6473
7 ай бұрын
Thanks aaji log powa karone .Ranju khura my favorite
@Parul_Saikia
7 ай бұрын
হাজৰিকা দেৱ, আপোনাৰ ব্যক্তিত্ব ক অন্ত ৰেৰে শ্ৰদ্ধা জনাই ছো ।
@manosibaruah2352
7 ай бұрын
মই ৰঞ্জু হাজৰীকা দেৱৰ কেবাখনো কিতাপ পঢ়িছো ,অতি সুন্দৰ , তেখেতৰ গল্প ৰ চৰিত্ৰ বিলাক মন চুই যোৱা । মোৰ তেখেতৰ জুলু নামৰ উপন্যাস খন বৰ প্ৰিয় আছিল ।
@nanditakalita172
7 ай бұрын
অনুষ্ঠান তো চাই বহুত ভাল লাগিল,, সৰুৰ পৰাই ভাবিছিলো ৰঞ্জু হাজৰিকা নাৰী বুলি,, পিছত গম পালো পুৰুষ,, আজি দেখা পালোঁ বহুত দিনৰ আশা পূৰণ হল
@BinapaniDowarah
7 ай бұрын
প্ৰিয় সাহিত্যিকজনলৈ আন্তৰিক অভিনন্দন যাছিলোঁ
@Anamikaborah448
6 ай бұрын
বহুত ভাল লাগে সৰু পৰা তেও কিতাপ পঢ়িছোঁ
@RubiDevi-oh7ww
7 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠানটি চাই।
@kamalakantanath2896
6 ай бұрын
হাজৰিকা দেৱৰ বহুত কিতাপ পঢ়িলো।লেখক গৰাকীক দেখি বৰ ভাল লাগিল।আপোনাৰ দীঘায়ু কামনা কৰিলোঁ ।চাপৰমুখ নগাঁও।
@jinaborgohain1909
7 ай бұрын
এটা সময়ত তেখেতৰ লেখা পঢ়িবৰ বাবে আমাক অপেক্ষা শব্দটোৱে ৰহস্যৰ পম খেদিবলৈ লগেই নেৰিছিল । বিশ্বনাথৰ পৰা তেজপুৰ নিকামুল চাৰিআলিত থকা কিতাপৰ দোকান খনলৈকে বাৰ্তালাপৰ মজিয়াত হাজৰিকাদেৱক দেখা পাই মনত পৰি গল । তেখেতৰ সু সংবাদৰ বাবে অভিনন্দন জনালোঁ ।
@ramnathborah7356
7 ай бұрын
ভাৰতৰ ৰহষ্যময় উপন্যাস লেখক শ্ৰদ্ধাৰ ৰঞ্জু হাজৰিকাদেৱক অসম,ভাৰত, চৰকাৰে মাননী বটাৰে যুগমীয়া কৰি ৰখা হয় যেন,,,,,,,,,
@ashadeoriranideori2864
7 ай бұрын
ধন্যবাদ চক্রদা ভাল অনুষ্ঠান এটা উপহাৰ দিয়াবাবে।আশাৰাণী দেউৰী ।
@momihazarika413
7 ай бұрын
Bht2 val lagil video to Sai🙏
@prakashbaruah3607
Күн бұрын
মোৰ অন্যতম প্ৰিয় সাহিত্যিক।। তেওঁৰ কিতাপবোৰত নতুন কিবা এটা বিছাৰি পাওঁ।।সদায় ভালে থাকক ছাৰ❤
@kabitasaharia6593
6 ай бұрын
বহুত ভাল লাগিল❤
@binuddeka7799
7 ай бұрын
“বিশাক্ত আলিংগন” Story ultimate 😎
@mamonidevi617
7 ай бұрын
Baarta Laap Mur priyo anusthan moi aajihe gom palu male buli tekhetor kothabur bohut bhal lagil thanks pareshar dada
@punyagogoi7792
7 ай бұрын
বহুত ভাল লাগে ছাৰৰ কিতাপ পঢ়ি।
@HappyProteaFlower-jv4ss
7 ай бұрын
প্ৰিয় সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধা জনাইছোঁ। এটা সময় আছিল যেতিয়া অন্য সাহিত্যিকতকৈ ৰঞ্জু হাজৰিকাৰদেৱৰ এটা সুকীয়া স্থান আছিল।একক , অনন্য, মাদকতাৰ এক আকৰ্ষণ আছিল। তেওঁৰ কিতাপ খেদি খেদি পঢ়িছিলো।এক ৰোমাঞ্চকৰ পৃথিৱীত বিচৰণ কৰা যেন অনুভৱ হৈছিল।
@NortheastExplorerRH
7 ай бұрын
ৰহস্য সম্ৰাজ্ঞী ৰঞ্জু হাজৰিকা ছাৰক ব্যাখ্যা কৰাটো অতি কঠিন কাম 🙏 মোৰ ভাষাৰে অসমীয়া সাহিত্য জগতৰ জ্যোতিষ্ক। ভগৱানে ছাৰক সদায়ে আশীৰ্বাদ দিয়ক আৰু আমাৰ অনুপ্ৰেৰণাৰ উৎস হৈ থাকক 🙏🙏
@runjunkurmi7170
7 ай бұрын
My best best best writer......Bohut vl lagay apunar kitap
@dipborah2598
7 ай бұрын
খুউব সুন্দৰ অনুষ্ঠান ৷তেখেতৰ কিতাপ সৰুৰে পৰাই পঢ়িছো ৷
@porinitagogoi2426
7 ай бұрын
প্ৰিয় ব্যক্তিজন❤
@ranudas593
7 ай бұрын
চাৰ মোৰ প়িয় লেখক, মই প়ায় আজিৰ পৰা 25 বছৰৰ আগতেই তেখেতৰ এড়েচটো পাই চিঠি এখন দিছিলো মোৰ কিছুমান কথা লিখি প়ায় এমাহ মানৰ পিছতে চাৰে উত্তৰ দিছিল,মামা বুলি মাতিব কৈছিল মোক,খুব ভাল লাগিছিল,অলপ দিনৰ পিছতে মোৰ বিয়া হল,চিঠিখন কেনেবাকৈ অকনমান ফাটিল,এড়েছটো হেৰাই গল ,বৰ দুখ পাইছিলো মনত,আজি হঠাৎ এনেকৈ দেখি ভগৱানক পোৱাৰ দৰে লাগিছে,অনুগ়হ কৰি এডেছটো দিবনে🙏
@JuriModoi
7 ай бұрын
সৰুৰেপৰা যিগৰাকী লেখকৰ কিতাপে মোক পাগল কৰি তুলিছিল,সেইগৰাকী প্ৰিয় লেখকেই হৈছে ৰঞ্জু হাজৰিকাদেৱ।আনকি মেট্টিকৰ দৰে পৰীক্ষাৰ মাজতো মনে মনে তেখেতৰ কিতাপ হাতত পৰিলেই পঢ়াৰ মাজত লুকুৱাই তেখেতৰ কিতাপ পঢ়ি আছিলোঁ।
@bonditabaruahdutta745
7 ай бұрын
বহুত ভাল লাগিল 🙏🏼🙏🏼🙏🏼
@momimajuli1083
6 ай бұрын
Ekerahe bartalaap khini hunilu. Birat val lagil. Raju Hazarika r usorot Chakrapani dai voye voye kotha patise. Jen Teacher student😂 dhora pori goise. Nijoky bohut jukhi makhi rakhise😂 Aagoloiku enekua val val valuable podcast r asha korilu. ❤
@pallabihazarika9646
7 ай бұрын
ৰঞ্জু বৰদেউতা.. আমাৰ গাঁৱৰ গৌৰৱ 🙏❤️
@purobeegogoi1343
7 ай бұрын
Mur priyo Hahityik jon, nor bhal lagil❤
@DiptiBorah-lt1bu
7 ай бұрын
ভাল লাগিল দাদা ।
@puspaborah4779
7 ай бұрын
আপোনাৰ বহুত কিতাপ পঢ়িলো আশীৰ্বাদ কৰিছো । আৰু আগ বাঢ়ক ।
@kabitasaharia6593
6 ай бұрын
ধন্যবাদ চক্ৰ ডাঙৰীয়া ভাল অনুষ্ঠান এটি উপহাৰ দিয়া বাবে
@amariba6985
7 ай бұрын
তেখেতৰ বহু কেইখন কিতাপ পঢ়িছোঁ। আগতে বাতৰিকাকত, বিস্ময় যেতেই নহওক ৰঞ্জু হাজৰিকা দেৱৰ লিখনি পঢ়িবলৈ পাগল হৈছিলো। তেখেতৰ দীর্ঘায়ু কামনা কৰিছো।
@MahatKhakhulary-kc3uz
7 ай бұрын
বহুত বহুত ভাল ❤
@SyedYasinHussain
7 ай бұрын
Nice. Ronju sir is great writer.. We proud you...
@pranabsarma3191
7 ай бұрын
Bahut val lagile❤❤❤❤
@ujjalchaliha2793
7 ай бұрын
হাজৰিকা দেৱৰ বহু কিতাপ পঢ়িলো তাৰ ভিতৰত আদ্য শেষ ৰজনীৰ কথা মনত পৰিলে এতিয়াও গা শিয়ৰি উঠে
@ritamohan2304
6 ай бұрын
মোৰ প্ৰিয় সাহিত্যিক : বহুত ভাল লাগিল : তেওঁলৈ মোৰ সেৱা আগবঢ়ালো : বহুত বহুত ধন্যবাদ :
@07jeetblog85
7 ай бұрын
My favourite detective writer
@GaganTalukdar-e7w
3 ай бұрын
I wish you Long live . Hazarika Dada loi.
@debajani100rightchamua8
7 ай бұрын
Congratulations sir🎉. Apunar STOPDHA ARANYA mur bhut favorite hoi.
@mayabinihandique708
7 ай бұрын
Aji hy Ranju Hazarika sir ak deakhilu thank you 🙏chakrapani da
@diptidutta8569
6 ай бұрын
বহুতেই ভাল লাগিল
@abdulmostaque5111
7 ай бұрын
সঁচা কে মহান জনক সান্নিধ্য কৰাই দিয়াৰ বাবে বাৰ্তালাপলৈ অশেষ ধন্যবাদ
@palashneog6099
2 ай бұрын
Thanx for youtube family....❤
@ranibaruah7364
6 ай бұрын
ব্যতিক্ৰমী অনুষ্ঠান এটা চালোঁ বহুদিনৰ মূৰত।ৰহস্যৰ উৎস জনৰ লগতে হাঁহিমুখীয়া,ৰসাল সংগী গৰাকীক লগ পাইও বহুত ভাল লাগিল।
@bijoyshankargogoi5161
7 ай бұрын
আগতে আমি মৌচাক আলোচনীৰ "জেচন", " পবন" ৰ খণ্ডবোৰ পঢ়িবলৈ প্ৰতি মাহৰ প্ৰথম সপ্তাহলৈ অপেক্ষা কৰি আছিলোঁ। টেবুলত পাঠ্যপুথিৰ মাজত ৰঞ্জু হাজৰিকাৰ দেৱৰ উপন্যাস পঢ়াৰ আমেজেই সুকীয়া।
@AchiniBoruah
7 ай бұрын
পবন খন মোৰ খুব পঢ়িব মন থাকিলে । ডাঙৰ কিতাপ হিচাপে পাম নেকি বাৰু সেইখন
@singlelife3603
7 ай бұрын
সচাই এই কেইটা চিৰিজ অসাধাৰণ আছিল।
@AchiniBoruah
7 ай бұрын
মইও বৰ্তমান তেখেতৰ আত্মজীৱনী "জীৱনৰ ফুল আৰু কাইটখন" পঢ়ি আছো । তেখেতক এনেধৰনে সাক্ষাৎকাৰত দেখা পাই বহুত ভাল লাগিল । আপোনালোকেও পাৰিলে এওঁলোকৰ নিচিনা লোকসকলৰ interview বোৰ লবচোন বহুত ভাল লাগিব । Next শান্তনু তামূলী, শান্তনু কৌশিক বৰুৱা এওঁলোকৰো ল'ব চোন । অকল Views ৰ বাবে KZbinr, Singer বোৰকে মাতি থাকিলে ভাল নালাগে । পাৰিলে Businessman বোৰকো আনিবলৈ চাব , চাকৰি বাকৰি টো নাইয়েই কিবা অকনমান শিকিব পাৰোৱেই বা
@rahulgogoi6483
7 ай бұрын
মনৰ কথা এটা ক'লা 💚
@rikibharali2384
2 ай бұрын
শান্তনুদাৰ লগত কথা পাতিছোঁ। আপুনি আগ্ৰহ কৰিলে Riki Ricky’s Diary নামৰ KZbin channelটোত পাব।
@bipashasonowal5678
19 күн бұрын
Skrpani dada tumar babe gom palu Ran ju Hazarika purukh buli bhut val lagil
@GamingwithAsif63
6 ай бұрын
Mur favourite lekhok ❤ apunar akhon Kota hat , mur favourite upoinaikh ❤
@BharatiKalita-q5c
6 ай бұрын
Congratulations,,,tekhetor kitap bahut pohisu,,fevaret writar,,,tatkoi val loga kathatu teou ajon val astolajar,ghy tekhetor usoroloi goisilu log paisu nijor ajon xamysa dekhai moi val fal paisilu,,,tekhetoloi xuvesya gyapan korilu🙏
@shekharbhatt8315
7 ай бұрын
প্ৰিয় সাহিত্যিকজনলৈ আন্তৰিক অভিনন্দন যাছিলোঁ💗
@anilkumarchetia1816
7 ай бұрын
Exceptional .
@UjjwalBharali-qi2ub
7 ай бұрын
Bohut val lage ❤
@utpaldas7593
6 ай бұрын
Evergreen interview
@diptibhazarika7408
7 ай бұрын
ৰঞ্জু হাজৰিকা দেৱলৈ শ্ৰদ্ধা নিবেদিলো 🙏আৰু অভিনন্দন জনালো 🙏
@NilimaHazarika-ru5uo
7 ай бұрын
বহুত ভাল লাগিল ।মোৰ প্ৰিয় লেখক । তেওঁক আপোনাৰ বাৰ্তালাপ অনুষ্ঠানৰ দ্বাৰা শ্ৰদ্ধা ,তথা প্ৰনাম জনালো 🙏।তেওঁৰ বিষয়ে বহুত নজনা কথা জানিব পাৰিলো 😊বহুত বেছি ভাল লাগি ল।
@navanitabhattacharjee2728
7 ай бұрын
তেওঁক বাৰ্তালাপত দেখি বৰ ভাল লাগিল
@RinaGohain-en1pc
7 ай бұрын
Jani bhal lagil
@sunmonikonwar3888
6 ай бұрын
Mur priyo lekhok gorakiloi antorik abhinandan jonalu😊😊😊
@deepagogoi392
7 ай бұрын
Hosa kothatu..... Tekhetor kitap proti ghorote ase.... Amar u ase🤗... Bohutu nojona kotha janibole palu 🙏🤗
@Ishabkra
7 ай бұрын
Favorite writter🎉❤
@Jeemoni
7 ай бұрын
ভাল লাগিল।প্ৰিয় ব্যক্তি জনৰ বিষয়ে বহত কথা জানিব পাৰিলো।
@DayashreeDasDayashree
7 ай бұрын
বৰ ভাল লাগিল।
@prasannadas1321
6 ай бұрын
Great
@BantiBordoloi-t6e
7 ай бұрын
বহুতে ভবাৰদৰে চাৰক মইও মহিলা লেখক বুলি ভাবি ছিলো। আপোনাৰ কিতাপ পঢি বহুত ভাল লাগে। ❤❤❤
@UshaChetia-dz6cp
6 ай бұрын
Bar val lagil
@piujborah1253
6 ай бұрын
Ranju Hazarikak Dekhi Bhal Lagil
@jyotsnadevi2956
7 ай бұрын
ৰহস্য ময় ব্যক্তি ভাল লাগিল।
@pujadowari8569
7 ай бұрын
মোক শব্দৰ প্ৰেমত পেলোৱা প্ৰথমজন লিখকলৈ বহুত বহুত শুভ কামনা জনালোঁ 💐🙏
@nothumanff2.2
6 ай бұрын
বাৰ্তা লাভৰ জৰিয়তে ছাৰলৈ দেৰিকৈ হ'লেও অভিনন্দন জ্ঞাপন কৰিলো ।
@pallabidehingia4505
4 ай бұрын
বহুত পঢ়িলো দিতেকটিভ উপন্যাস
@renumedhi5370
6 ай бұрын
Long live Hazrika sir, may God bless you
@cnkaxom2060
7 ай бұрын
Bahut Bhal Lagil❤
@minatideka1393
7 ай бұрын
ৰঞ্জু হাজৰিকাই কষ্ট কৰি মৰে কুমুদ হাজৰিকাই আৰমত খাই বৰ ভাল লাগিল
@sangeetaphukon788
7 ай бұрын
Eta homior Mur priyo lekhok goraki avinondon thakil🎉🎉🎉
@jyotimonisaikia1195
7 ай бұрын
এটা সময়ত ৰঞ্জু হাজৰিকা দেৱৰ কিতাপৰ বাবে বলিয়া আছিলোঁ। এতিয়া দেখোন সকলো কিতাপেই পঢ়া সেৰেঙা... তথাপিও মই পঢ়ো...
@MousomprotimBorah
7 ай бұрын
আপোনাৰ শংকিত প্ৰতিধ্বনি কিতাপ খন মোৰ বৰ প্ৰিয় 🙏 🙏 ।
@singlelife3603
7 ай бұрын
অন্যতম প্ৰিয়
@07jeetblog85
7 ай бұрын
Hundar
@sushilkonwar7012
6 ай бұрын
মহান উগ্ৰ প্ৰেমিক উপন্যাসিক -- পৃথিৱী খুবেই কমেই আছে চাগে --
@runjunkurmi7170
7 ай бұрын
Moi Ranju Hizorika r 40 khon man kitap porishu....
@pbvlogsaxom9157
7 ай бұрын
বহুত ধুনীয়া লাগিছে তেখেতক দেখা পাই ।
@Alakabordoloi-s3w
7 ай бұрын
বৰ ভাল পাও তেখেতক সৰুতে ছোৱালী ভাবিছিলো ভগবানে ভালে ৰাখক ❤❤
@sarmisthaozah1617
6 ай бұрын
আপোনাৰ ইমান ভাল লগা কথা শুণি বৰ ভাল লাগিল।
@jyotimonisaikia1195
7 ай бұрын
আন্তৰিক অভিনন্দন জনালোঁ 🌷🌷
@moonmigogoi4027
7 ай бұрын
🎉 sir লৈ শুভ কামনা থাকিল।
@Jaiaiiaxom123
7 ай бұрын
Bohut val lage manuh jonok.....Dirghojibi houk Dada
@siddharthmoran2801
7 ай бұрын
Currently reading ""Trinayan ""series of sir❤
1:28:15
সাংবাদিকতা পেচাতো বেয়া কৰি পেলোৱাৰ মূলতে বহুত জেষ্ঠ সাংবাদিক আছে !
BAARTA LAAP
Рет қаралды 44 М.
56:31
ৰাতি ভাল টোপনি মানে আপুনি সুখী ! দূৰ্লভ সৰকাৰ, সঞ্চালক, গুৰুকুল
BAARTA LAAP
Рет қаралды 40 М.
00:21
Chain Game Strong ⛓️
Anwar Jibawi
Рет қаралды 41 МЛН
00:34
It works #beatbox #tiktok
BeatboxJCOP
Рет қаралды 41 МЛН
02:53
Қайрат Нұртас - Не істедің (Cover) Roza Zergerli - İstedim
Kairat Nurtas
Рет қаралды 3 МЛН
01:00
Он ждал ДВА ГОДА, чтобы преподать наглецу УРОК СКРОМНОСТИ #shorts
BalcevMMA_BOXING
Рет қаралды 10 МЛН
12:25
নাই পত্নী-পুত্ৰৰ নামত অগাধ সম্পত্তি|| চিটিবাছত ফুৰা অসমৰ অসাধাৰণ মুখ্যমন্ত্ৰীজন
Tridib Bhagabati
Рет қаралды 143 М.
28:17
ৰঞ্জু হাজৰিকাৰ ভৌতিক কাহিনীৰ আঁৰত আছিল আচল ভূত
DA News Plus
Рет қаралды 85 М.
25:24
সাহাবীদের সাথে রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের ৩৬৫ দিন | Sahabider Sathe 365 Din |ATN Bangla
ATN Bangla Islamic
Рет қаралды 6 М.
40:59
জীৱ কেনেকৈ শিৱ হব ? | ঈশ্বৰৰ ৬ জন ভকত কোন আছিল ?|মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা|Madhurjya Bora vagawat
Culture of Assam
Рет қаралды 526 М.
1:45:00
Assamese Podcast | Jadav Payeng | Forest Man of India, যাদৱ পায়েং | ভাৰতৰ অৰণ্য মানৱ -অসমীয়া পডকাষ্ট
Prasangik • প্ৰাসঙ্গিক
Рет қаралды 41 М.
47:16
শুনিবলৈ তিতা কিন্তু সচাঁ কথা? Sagorika Goswami
JSS Unscrripted
Рет қаралды 101 М.
37:00
কিছুমান চিকিৎসালয়ৰ গোপন তথ্য ফাদিল কৰিলে এজন চিকিৎসকে😱 FT. Dr. Palash Pathak
JSS Unscrripted
Рет қаралды 696 М.
49:04
সাংবাদিকে গাড়ীও ল'ব পাৰে আৰু বহুত কিবাকিবি কৰিব পাৰে: Journalist Kumud Das
JSS Unscrripted
Рет қаралды 38 М.
57:24
নিষিদ্ধ দুৱাৰৰ সিপাৰৰ ভয়লগা কাহিনীবোৰ।
BAARTA LAAP
Рет қаралды 8 М.
1:05:24
নিৰ্জন দ্বীপত ৰঞ্জু হাজৰিকাই কি কৰিব?বিদ্যুৎ কুমাৰ ভূঞাৰ সৈতে 'কথা প্ৰসংগ'ৰ অতিথি ৰঞ্জু হাজৰিকা।
Ishan News
Рет қаралды 1,8 М.
00:21
Chain Game Strong ⛓️
Anwar Jibawi
Рет қаралды 41 МЛН