হাবুঙ হয় । ভাল হৈছে আমি সকলো বিলাক বিষদ ভাৱে সচা অৰ্থ ত বুজি সহমত দিব লাগিব । তুমি আগ বাঢ়ি যোৱা । আমাক নালাগে মিছা শব্দ বা বাক্য । তাৰ কাৰণে সকলোৱে কব লাগে সচা কথা । পৰিচয় দিবলৈ মোৰ ৰ কোনো ঐতিহাসিক সম্বল নাই কিন্তু যদি কোনো লোকে যানে কব লাগে । মই কাক ভাল পাওঁ সকলোৱে অনুভৱ হব । আমি নিমিতৰ মাত্ৰ । কিন্তু কোনোবা এজন অদৃশ্য শক্তি আছে সেই জন কোন বাৰু । সেই জন কিন্তু অসমতে আছে । আমি বিচাৰি উলিওৱাত কঠিন হ'ব । আমি তেওঁ ক চিনি পাবলৈ কঠিন হ'ব । জয় মানৱ দেহা জয় ।
@rajengogoi37832 жыл бұрын
হাবুং শদ্দ্বটি আহোম সকলৰ শদ্দ্ব কাৰণ ইয়াত মেডাম মেফি পূজা পাতল কৰিছিল আহোমৰ ৰজাই আছিল ৰজা সকলৰ ইতিহাস আছে গতিকে কছাৰী সকলৰ নহয়
বৰো আৰু কছাৰী দুটা বেলেগ জনগোষ্ঠী ন হয়, কছাৰী সকলৰ ঘাই শিপা দা লেই হল বোৰো কছাৰী।
@derhacharnarzary45553 ай бұрын
Ha-land, bung-full, many chutias converted into ahom,, chutia and boro is same
@DulumaniDaimary Жыл бұрын
Nagalandet koshary Raja he asil
@pranabpegu3088 Жыл бұрын
Habung word tu amar mishing hokolor mote ata nirdist taibkinite pani tu joma hoi thoka mane nodir nisina bahiroloi boi jabo nuware .sariupale matire ba betire abori toka.Mishing hokolor logoteu word tur mil ase.
@JayPegu3219 ай бұрын
হয় ,আবুং/হাবুং মানে নদী বা পুখুৰী সেইয়া মিচিং সকলৰ শব্দৰ পৰা অহা যেন অনুভৱ হয় ।।।
আহোমৰ ৰাজধানী হাবুং আৰু হাবুং মানে কি ? হাবুংৰ আচল অৰ্থ হ'ল, হা মানে মাটি আৰু বুং মানে পৰিপূৰ্ণ অৰ্থাৎ খালি মাটিৰে ভৰপুৰ আৰু এই শব্দ টৌ বদ' ভাষা মানে কছাৰী ভাষা । তাই শব্দ কেতিয়াও নহয় । বড়োৰ শব্দ আহোমত কিয় আহিল ? আহোমত এই কাৰণেই আহিছে যে আহোম সকলে বড়োকছাৰী ৰাজ্য আক্ৰমন কৰিবলৈ আহোতে এজনীও আহোম মাইকী তেওঁলোকৰ লগত অনা নাছিল। সেই কাৰণেই আহোম সকলে বড়ো-কছাৰীৰ ছোৱালীক বিয়া কৰিছিল আৰু সেইবাবেই আহোম সকল দেখাত বড়ো-কছাৰীৰ সকলৰ দৰে, শামুখ খায় মদ খায়,কেকৰা খায় মানে খোৱা খাদ্য সব একেই । সেইবাবেই কছাৰীৰ ভাষা হাবুং আহোমত সোমাইছে ।
@narayanborpatra-mo2wh Жыл бұрын
Ki kata Kai asa
@riyagogoikdsum75832 жыл бұрын
Habungr ortho hoise doh thai
@Johncena100-n3x2 ай бұрын
80% kothai apunar bhul.
@munuyt7057 Жыл бұрын
Sir moi অসমৰ দ্বিতীয় ৰাজধানী হবু্ং চাওঁ আহক বুলি Facebook t video upload korute ajone kole j হাবু্ং ত মাথোঁ খাজনা ল'বলৈ ৰজাই কেইদিনমানৰ বাবে জিৰণি ল'বলৈ আহিছিল বুলি আৰু মিছাকৈ প্ৰছাৰ নকৰিবা বিকৃত হ'ব ইতিহাস বুলি ক'লে আপোনালোকে ক'ব চোন please 🙏 kobo sun moi video tu delete kori dim ne nai
@Johncena-m5c Жыл бұрын
Kio koribo ako. Eibur kisuman soku soroha khiolia manuhe koise. Ahom r porai je axom r nam tu hol eibur kotha hihotor hojya nhoi
@ISeeYou-fc5zg11 ай бұрын
অসমত বসবাস কৰা সকলো টাই গোষ্ঠীয় লোক বৌদ্ধ ধৰ্মাৱলম্বী তথা চুকাফাই যি ঠাইৰ পৰা আহিছিল মানে মোংমাও দেশৰ লোক সকলেও বৌদ্ধ ধৰ্মাৱলম্বী। চুকাফাই কিয় হিন্দু?
@topongogoi99534 ай бұрын
Sukafa hindu nhoi ....Tai ahom hkl ketiau hindu nhoi ....Tai ahom r hmpurno porompora palon kora luk hkle hindu dhormo namane....Kisuman ahom a hindu dhrmo lole jdiu gutei ahom bure lua nai ....
@chukanfaboruahtaiboy2 жыл бұрын
Habung hobdo2 hoise tai hobdo kosari hobodo nohoi
@rehimadhishanth86258 ай бұрын
Ha maney mati arbung vori pora
@devG1010 ай бұрын
#Chaolung_Sukaphaa'r #ORIGINAL_moidam 2r on field goi ata vlog'r akha rakhilu. ORIGINAL moidam2 manuhe sini napale #BILUPTA hobo; already #encroachment hoise moidam 2r
@MP-mx2xv Жыл бұрын
হাবুং শব্দটো মিচিং ভাষাৰ শব্দ, আবুং মানে নৈ, বিল,আবুং শব্দৰ পৰা আজি তাৰিখত হাবুং পৰিচিত | origin আবুং means নৈ বা বিল, মিচিং শব্দ |
@rakeshkumargogoi3931 Жыл бұрын
Hobdor mil thakibo pare kintu mising origin hoboe nware.... You r wrong... Mising or pora ohar ba hobdo tu utpotti huar kotha nahe bujise nissoy
@Johncena-m5c Жыл бұрын
Oi murkho hobdo mil huatu ki dangor kotha dotopo donada eibur dhei bhakhat jiti mili jabo pare.
@JayPegu3219 ай бұрын
Gogoi ,আপুনি কেনেকৈ কব পাৰি যে সেই শব্দ মিচিং ৰ হয় বা নহয় । আমি মিচিং ৰ বুলি একেবাৰে নকও কিন্তু মিচিং ত মিল থকা শব্দ আছে যত আবুং/হাবুং মানে মিচিং ত নদী বা পুখুৰী। কিন্তু বেলেগ জাতিত এই শব্দ আছে নে নাই আমি নেজানো ।।।
@jahnbigogoi24362 жыл бұрын
Hunkale Goiasu
@KomolaBoruah-nk2jp8 ай бұрын
Kor pora nojonake video bonabo ahili
@abinashgogoi20212 жыл бұрын
Apunak log puwar bohut akha
@sanjaygogoi8020 Жыл бұрын
Parakh da Ami goisilo habungloi
@onelifenabanit6 ай бұрын
kzbin.info/www/bejne/oaGYiZpmqsmCY5Isi=FUqBTCs1HW6Mrt7c Ato video showk shob yta vlka kuwa axe Habung Name to kor pora knke ahise knke ki hol shob axe.
@manojburagohain44342 ай бұрын
ঐ চক্র পানী আহোমক দাদা বুলি নকবি ককাই দেউ বুলি কবি
@Chintuborah2126 күн бұрын
Ekdom
@biswanathbty58342 жыл бұрын
Ha mane mati bung mane bhora , bhorpur mane okho mati .Boro shobdo .
@santoshmochahari59262 ай бұрын
Sidha sidhi bodok language hoi habaung
@santoshmochahari59262 ай бұрын
Brihut matir Thai
@dipankarboruah20002 жыл бұрын
Wekipidya
@GT-dm8pw5 ай бұрын
Pet kita bahirole uliai uliai ki hobo he alop healthor khobor rakhok Okol lali komuwat lagi thakile nohoi2 😂😂 Petal kla