Рет қаралды 123,498
দৰিদ্ৰতাৰ সৈতে যুঁজ দি সফলতাৰ দিশে অগ্ৰসৰ হোৱা এক দম্পতীৰ কাহিনী asomiya jalpan
তেওঁক নিজৰ বুলি চিনাকী দিবলৈ বেয়া পাইছিল বংশ পৰিয়লে
কাৰন তেওঁ আছিল দুখীয়া
তেওঁ ৰেলত বিক্ৰী কৰিছিল বাদাম
আনৰ ঘৰত কৰিছিল হাজিৰা কাম
চাকৰি আশাত বিধায়কৰ ঘৰত কৰিছিল ৰান্ধনীৰ কাম
এসময়ত তেওঁ ঠিক কৰিলে যে তেওঁ ব্যৱসায় কৰিব ৷ মাত্ৰ ৪০ টকা হাতত লৈ বজাৰ পৰা কিনি আনিলে নাৰিকল ৷ আৰু নাৰিকলৰ লাড়ু বিক্ৰীৰে আৰম্ভ কৰিলে ক্ষুদ্ৰ ব্যৱসায় ৷
আৰু এতিয়া তেওঁ জনপ্ৰিয় “অসমীয়া জলপান ষ্টৰৰ স্বত্তাধিকাৰী ৷
লখিমপুৰৰ অপূৰ্ব ডেকা নামৰ এজন ব্যক্তিৰ স’গ্ৰাম আৰু সফলতাৰ কাহিনী ৷ তেওঁৰ সংগ্ৰামৰ প্ৰতিটো পলতে সাৰথি হৈ থিয় দিছে তেওঁৰ পত্নীয়ে ৷
আহকচোন শূন্যৰ পৰা সাহসৰ বলত ব্যৱসায় জগতত নিজকে প্ৰতিষ্ঠা কৰা অপূৰ্ব ডেকাৰ লগত কথা পাতোঁ :
uparjan.in