আগৰ কাগজকলৰ আচৰিত ৰহস্য উচ্ছেদ ? ভয়ংকৰ তথ্য ভৱিষ্যতৰ বাবে

  Рет қаралды 15,861

purbanchal

purbanchal

Күн бұрын

আগৰ কাগজকলৰ আচৰিত ৰহস্য উচ্ছেদ ? ভয়ংকৰ তথ্য ভৱিষ্যতৰ বাবে
What is SEMI CONDUCTOR ?
all about semiconductor plant in assam.
Assam , Assamese Vlog, Assamese Video, Hindustan paper mill

Пікірлер: 33
@HimangshuProtimBorah
@HimangshuProtimBorah 3 ай бұрын
salute for Government .
@TravellerTeacher96
@TravellerTeacher96 5 ай бұрын
Dukh lge njr jonmo hua colony khn dekha pai....thank you bhaskar da....bht smriti jorito hoi ase hei colony khn r lgt❤❤❤❤😟
@nayan687
@nayan687 Ай бұрын
Hbo de eta dulhote vat nakhpi dui mah man
@rambalram2610
@rambalram2610 5 ай бұрын
মূৰ্খ.. তই জাননে পেপাৰ মিল টোত ব্যবহাৰ হোৱা কেঁচা মাল অৰ্থাৎ বাঁহ অসমত সহজতে উপলব্ধ... আৰু এই বাঁহ বেছি অসমীয়া মানুহে দুতকা উপাৰ্জন কৰিব পাৰিছিল... নিবনুৱা লৰা বোৰে ট্ৰাকেৰে পেপাৰ মিললৈ বাঁহ কঢ়িওৱাৰ ঠিকা কৰি দুটকা উপাৰ্জন কৰিব পাৰিছিল.. সেই ৰাস্তা টোও বন্ধ হৈ পৰিল.. জাগীৰোড আৰু কাছাৰ পেপাৰ মিলৰ পেপাৰ সমগ্ৰ এছিয়া লৈ গৈছিল আৰু উদ্যোগ এটা লাভ জনক উদ্যোগ আছিল...!! কোনে নষ্ট কৰিলে এই উদ্যোগ টো..?? কাৰ স্বাৰ্থত নষ্ট কৰা হল...?? প্ৰাইভেট সেক্টোৰত থকা পেপাৰ মিল কিটা টো থন ধৰি উঠিছে.. যেনে JK Paper আৰু কেইটামান South ৰ পেপাৰ মিল... অসমৰ পেপাৰ মিল টো মাৰি সেই প্ৰাইভেট কোম্পানী কেইটাক পেপাৰ বজাৰ খন গতালে.. গল যদি অসমৰ পৰা এটা উদ্যোগ নোহোৱা হল.. অসমৰ মানুহৰ চাকৰি নোহোৱা হল.. অসমৰ মানুহে দুপইছা আৰ্জন কৰাৰ সুযোগ হেৰুৱালে... Semiconductor অহাত আপত্তি নাই, কিন্তু চলি থকা উদ্যোগ এটা কিয় নোহোৱা হল...?? গৰু... এই বিশয়ে ভাবিছ কেতিয়াবা..?? আজি গুজৰাট ত এই উদ্যোগ টো থকা হলে তাৰ মানুহে এইটো মৰিবলৈ দিলে হয়নে...??? এনেই কেমেৰা টো লৈ বান্দৰৰ দৰে দৌৰি ফুৰিবি অলাগতীয়াল আৱৰ্জনা বিচাৰি... কিন্তু সঠিক সত্য টোৰ ওচৰলৈ যাবলৈ মূৰত মাল নাই...😮😮😮😮
@dhritirekhadas2757
@dhritirekhadas2757 5 ай бұрын
চেমি কন্দাক্টৰ উদ্যোগ আৰম্ভণি হৈ যোৱাৰ পিছত পেপাৰ মিলতকৈয়ো ভাল পৰিস্থিতি হব ৷ কাৰণ আজিৰ যুগত চেমি কন্দাক্টৰ এটা অপৰিহাৰ্য্য বস্তু যিটো ভাৰতে বিদেশৰ পৰা আমদানি কৰিৱলগা হয় ৷
@rambalram2610
@rambalram2610 5 ай бұрын
মইটো নহব বুলি কোৱা নাই...?? কোনে নতুনকৈ ছাগলী পূহিবলৈ কণী পৰা হাঁহ এজনী মাৰি পেলাব...??? ছেমিকণ্ডাক্টোৰ আহিলে চাকৰি হব, পেপাৰ মিলটো চাকৰি হব... অসমৰ জনসংখ্যা ৩ কোটিৰো অধিক... চাকৰি কেইটা আছে অসমত...?? ঘৰে ঘৰে নিবনুৱা, গাঁৱে গাঁৱে নিবনুৱা... তাৰ পিছতো বাংলাদেশী, হাজং চাকমা আনো আনু কৰি আছে...???? কৰ পৰা খুৱাব এই বিলাক আনি...??? Semiconductor সেক্টৰ ত লাল্লো পাঞ্জো এ তো চাকৰি নেপাই... কেৱল technically শিক্ষিত খিনিয়ে হে পাব...!!!
@alltypevideo8970
@alltypevideo8970 5 ай бұрын
Seat cover logabole poisa huwai ni nki?
@hiranyadoley3247
@hiranyadoley3247 Ай бұрын
Hera pheri😅
@narendranathingti7658
@narendranathingti7658 5 ай бұрын
kot poisa dise... supplyers r poisa khini atiyar loike puwa nai
@dijengogoi6141
@dijengogoi6141 5 ай бұрын
Raw materials kor pora ahebo ?
@babahatimuria8291
@babahatimuria8291 5 ай бұрын
Bhaskar da Sivsagor rasta tu uporot kiba eata bonauk Na,,,!!! Kot 4land kot 2Land ekuke dhoriboea nuwari
@junbora8927
@junbora8927 5 ай бұрын
Beti joni je eman morom lage 👌tai smart hoi 😅😅❤
@skcvlog7800
@skcvlog7800 5 ай бұрын
What thumbnail ,what content,very smart video for ignorant viewers like me ,good information from NH 37 from outside ,good publicity
@PRANJALBORUAH
@PRANJALBORUAH 5 ай бұрын
এই Semi Co ductor r কেইজন অসমীয়াই জানে,আৰু কেইজন অসমীয়াই কাম পাব ????অসমীয়াৰ বাবে Heavy lost ,
@gogoiaxomia1426
@gogoiaxomia1426 5 ай бұрын
Mobile ase , network ase , search korok pai jabo Google ote semiconductor r details.
@dhritirekhadas2757
@dhritirekhadas2757 5 ай бұрын
সকলো চুইচ অফ অন হোৱা বস্ততে চেমি কন্দাক্টৰ অপৰিহাৰ্য্য ৷ ভাৰতে বিদেশৰ পৰা আমদানি কৰে গতিকে এয়া বৃহৎ মাত্ৰাত ভাৰতত উৎপাদনৰ লক্ষ্য লোৱা হৈছে যাৰ দ্বাৰা পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক স্থানীয় মানুহে নিশ্চয়কৈ জীৱিকা পাবই ৷
@allmixvideos2143
@allmixvideos2143 5 ай бұрын
I'm from glt moi apunar video Sai Val paw.
@ksibcnworkconsultant7661
@ksibcnworkconsultant7661 5 ай бұрын
চকিদাৰ বা চতুৰ্থবৰ্গ ৰ অলপ মানুহক চাকৰি দি চাকৰি লৰাই পোৱা ঢাকঢুল বজাই আছে ৷ Ai tata আৰু cm য়ে ভালকৈ জানে
@sitaramvlogs
@sitaramvlogs 5 ай бұрын
Mur ঘৰৰ ওচৰত আছে
@nayandas2581
@nayandas2581 5 ай бұрын
❤❤❤
@BhogeswarGogoi-c7h
@BhogeswarGogoi-c7h 5 ай бұрын
Fake ! Almost 50% amount he payment korise etiya u payment pending ase retirement bilakor !
@Hidden-vloger
@Hidden-vloger 5 ай бұрын
Gari khanor seats kitar plastic cover kita arai nidiye kio.
@ksibcnworkconsultant7661
@ksibcnworkconsultant7661 5 ай бұрын
ছোৱালীহে পাব Job ৷
@manashentertainment2
@manashentertainment2 5 ай бұрын
Love from lakhimpur ❤ ❤❤❤
@rimuboro5104
@rimuboro5104 5 ай бұрын
Namaskar Kokai... Nice Video...Maina Dekhiboloi Apunar Nisina ❤😃
@ramdhenus.t.g.s.h.g.9086
@ramdhenus.t.g.s.h.g.9086 5 ай бұрын
No vote to BJP..
@himuruchankashyap4427
@himuruchankashyap4427 5 ай бұрын
Employees full payment not settled.
@mrdeba1833
@mrdeba1833 5 ай бұрын
1st comment dada 🥰🥰
@food_baba
@food_baba 5 ай бұрын
Paid promotion video buli gom pai baru 😢😂 Eku nai enjoy
@hindusigma
@hindusigma 5 ай бұрын
miya bure kio hagi ase comment t...?
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 21 МЛН
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 46 МЛН
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 10 МЛН