No video

ঘৰৰ বস্তু কেইপদ একেবাৰে কম টকাত নতুন কৰিলোঁ/আজি গাহৰি খৰিচা খালোঁ😋/

  Рет қаралды 20,097

Rashmi Konwar

Rashmi Konwar

Күн бұрын

ঘৰৰ বস্তু কেইপদ একেবাৰে কম টকাত নতুন কৰিলোঁ/আজি গাহৰি খৰিচা খালোঁ😋/#rashmikonwar#assamisevlog

Пікірлер: 98
@boradipamoni76
@boradipamoni76 Ай бұрын
ইমান মৰম লগাকৈ বাই বাই কয় তাই গৈ যেন কুচতে লম এনেকুৱা লাগে ।ভালে থাকক❤️❤️❤️❤️
@SabitaRay-tx6bk
@SabitaRay-tx6bk Ай бұрын
কলিজা জনি হাঁহি তু মৰম লগা❤❤❤
@nitumonisaikia5335
@nitumonisaikia5335 Ай бұрын
Apunar vedio sai val lage
@straightforwardstraightfor3951
@straightforwardstraightfor3951 Ай бұрын
Baideo moi tinisukiar pora koisu apunar video Sai bohut Val Lage video napale Val nalage sengor hahiti😂😂bohut morm apunalokok log pabole bohut mon ase video hodi sao kintu comentlove aji korisu apun apun Lage jodiu log puwa ny lots of
@RashmiKonwar
@RashmiKonwar Ай бұрын
মৰম❤️
@Nilakshi16
@Nilakshi16 Ай бұрын
Khuatu 100% nijor choice ru nijor testt khabo lage.. Belege ji koleu lav nai... Ami blge mutton boil kori khaleu kobo loga nai... 😊 val lagil de vedio tu sai... ❤❤❤
@Pahariduwarah
@Pahariduwarah Ай бұрын
emn morom lagisa sang dangk .... Moiu emn val pau suwalibilakok istail kori di... Amr ghrt suwali ahila moi Tanaka istail kori diu❤
@indranineog4335
@indranineog4335 Ай бұрын
Manuhe nu kio eneke koi baru... Tumaluke iman hepahere recipe Tu amak agborhai disa.. At least valke kobo nuwarile monot bea logakeu kobo nlage... Sobore bonuwa style bilak beleg beleg.. Baki এনাই khobor kenekuwa baa??
@smriteeboro2112
@smriteeboro2112 Ай бұрын
Aai kolijajuni imman morom logaoo moromote sikutibo mon goisao ❤vhale thakok tai
@jungogoi1875
@jungogoi1875 Ай бұрын
Bor dhunia lagise bastu ki paad. ❤
@barbiebaruah5485
@barbiebaruah5485 Ай бұрын
Dekhi luv lagisa kintu day khuri .. vl lagisa bustu kita❤ tikli janiku gahari maxo jul alu khuwai niki khuri
@user-rv6mg4wv9w
@user-rv6mg4wv9w Ай бұрын
Bohut bohut morom thakil❤
@BobiPhukan
@BobiPhukan Ай бұрын
Bohut bohut morom jasilu ❤❤❤
@JunGogoi-ww5lo
@JunGogoi-ww5lo Ай бұрын
আপোনালোকৰ ঘৰত সকলোৱে ভালনে চেনদাং ৰ মৰম দিলো
@PapariRajbongshi-xl3vi
@PapariRajbongshi-xl3vi Ай бұрын
Aanar kthat besi gurutto nidib maa..aaguwai jaok aru
@mamonirabha5516
@mamonirabha5516 Ай бұрын
❤❤❤❤❤
@SwapnaMili-on6gv
@SwapnaMili-on6gv Ай бұрын
Mur dehajoni o iman morom lage❤️❤️adin tumak log koribo goi asu deha💕💕
@tafzulahmed3967
@tafzulahmed3967 Ай бұрын
❤❤❤❤
@jutikadas6345
@jutikadas6345 Ай бұрын
Apunar video Sai vl lge
@SweetyBoraDutta
@SweetyBoraDutta Ай бұрын
Hosake vl lagil apunar stylt mankho bonai khai salu
@RashmiKonwar
@RashmiKonwar Ай бұрын
এ মজা ❤️👍
@Ayushmankayshop
@Ayushmankayshop Ай бұрын
Ba Tumi kio emn cute❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
🙈 মৰম দিলোঁ 💞
@mridilatamuli3825
@mridilatamuli3825 Ай бұрын
I always watch your video. You are so active at all time..Your behavior is so.good..I noticed you..all the time you good behave with your neighbors, Subscribers, and school students. I hope one day I will meet you.and Munu.
@RashmiKonwar
@RashmiKonwar Ай бұрын
Many many thanks
@user-qo7vi5vu4p
@user-qo7vi5vu4p Ай бұрын
Val lagil Sai ba bisonar met tresh khon notunkoi anise neki kiman anci jonabsun bhut bhut morom❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
অনা দিন হল অ । 14 হাজাৰ
@barashakalita5425
@barashakalita5425 Ай бұрын
ভাল লাগিল❤❤❤
@user-mo7rw6rw1e
@user-mo7rw6rw1e Ай бұрын
Bohut bohut bohut morom apunar lukor le video bu sai val lage aru sai thakem
@RashmiKonwar
@RashmiKonwar Ай бұрын
মৰম ❤️
@SalmaSultana-sv4lt
@SalmaSultana-sv4lt Ай бұрын
Sengnag k atiya pesab lagile hikabo lage grmt Huggies tu pindhi thuwat ke...mr beta sengnagt ke horu kin2 he pesab lagile se se buli koi
@RashmiKonwar
@RashmiKonwar Ай бұрын
চেংনাঙেও কয় । প্ৰেচাব ৰাখিব পৰা বয়স হোৱা নাই সিহঁতৰ । কালি বিচনাত উঠাই থৈছিলোঁ ,আইতা চি চি বুলি কোৱাৰ লগে লগে তলত নমাই দিলোঁ । কিন্তু বাহিৰলৈ নিয়ালৈ ৰব নোৱাৰে । ভাবি লোৱা কিয় বাৰু এইবোৰ কথা শিকোৱা নহয় বুলি 😀
@SalmaSultana-sv4lt
@SalmaSultana-sv4lt Ай бұрын
@@RashmiKonwar nhoi Huggies pindhai thuwar krne koisu je he grm porise...apuni okl ktha bilak negetive kri vabi loe okl hahir sticker ata de insult kra nisina
@RashmiKonwar
@RashmiKonwar Ай бұрын
@@SalmaSultana-sv4lt শিকাব বুলি কোৱাৰ বাবে কলো । আৰু তোমাৰ লৰাৰ কথা লৈ কোৱাৰ বাবে আদি অন্ত মইও বুজাই কব লগা হল
@Ritu-iq1ep9yt9x
@Ritu-iq1ep9yt9x Ай бұрын
Baideu bhot val lage apunak.. mane kimn vl lge kb nuaru...love form guwahati
@RashmiKonwar
@RashmiKonwar Ай бұрын
😊❤️
@ujonirgitashree8043
@ujonirgitashree8043 Ай бұрын
Uff mangsho khini😋😋😋..showcase tu cupboard korok dinning khonr osrt val lagibo
@RashmiKonwar
@RashmiKonwar Ай бұрын
❤️❤️ ঘৰ সজোৱা একেবাৰে আইডিয়া নাই অ
@shyamalimagogoi5021
@shyamalimagogoi5021 Ай бұрын
বইল গাহৰি এনেকৈ খাই ভাল লাগে। বৰ চা হব দেই চেংনাং জনি। আমাৰ জনিতকৈ চোকা হে এই বোৰ । আমাৰ জনিয়ে চুলি কেতিয়াও নাবান্ধে।দৰব যে খাইছে ঔ। আমাৰ বেটিক কেতিয়াও খোৱাব নোৱাৰি❤❤
@SurumaBoro
@SurumaBoro Ай бұрын
Mojja maa❤❤❤
@gariyakhigogoi3942
@gariyakhigogoi3942 Ай бұрын
কলিজা জনি হাহি টো ইমান মৰম লাগে ❤❤
@lokhimibora1947
@lokhimibora1947 Ай бұрын
সৌ কেচ তোৰ আগ ফালৰ দুৱাৰ খনত ফুল কটা বিত মাৰি দিলে আৰু ধুনীয়া লাগিব।মোৰ ড্ৰেছিং খন এনেকৈ নতুন কৈ বনাই পেলালোঁ।নতুন মাইকা লগাই আৰু side খিনি ফুল কটা বিত মাৰি দিলোঁ।ধুনীয়া কৈ নতুন ড্ৰেছিং এখন হৈ গল।
@RashmiKonwar
@RashmiKonwar Ай бұрын
উম হয় ❤️👍
@nirmalikalita7376
@nirmalikalita7376 Ай бұрын
ভিডিও তো চাবলৈ ৰৈ আছিলোঁ। বহুত বেছি ভাল লাগিল খুড়ী।আই অ কলিজা জনি কিযে হাঁহি মাৰিছে😂😂।দীপক দিহিঙীয়া ৰ খবৰ তো পাই ভাল লাগিছে খুড়ী।তেওঁ সোনকালে সুস্থ হোৱাৰ কামনা কৰিলোঁ ভগৱান ৰ ওচৰত।আজিৰ ভিডিও তো ভাল লাগিল খুড়ী।।বহুত মৰম দিলোঁ সকলোলৈ❤❤❤
@r.hazarika9231
@r.hazarika9231 Ай бұрын
ভিডিঅ'টো চাই ভাল লাগিল,দীপক সুস্থ হৈ উঠা বুলি জানি বহুত ভাল লাগিল। চেংনাঙৰ হাঁহিয়ে সকলোকে মোহিত কৰিছে, বহুত মৰম দিলোঁ দেই 🥰🥰❤️। খোৱা বোৱা লৈ মানুহে সমালোচনা কৰাটো বেয়া। সকলোৰে ৰন্ধন প্ৰকৰণ কেতিয়াও একে নহয়। কোনোবাই মাংস খায় কোনোবাই নাখায়। সেই বুলি বেয়া কৈ ক'ব কিয় লাগে বুজি নাপাওঁ। আজিকালি বহুতে খৰিচা দিয়া বইল মাছ মাংস খায় বহুত ভাল পায়। কিন্তু আমি নাখাওঁ কাৰণ সৰুৰে পৰা খাই নাই পোৱা । কিন্তু স্বাস্থ্যৰ বাবে সেইটো বহুত উপকাৰী।সেই কথা ভালকৈ জানো। তুমি যি বোৰ ৰেচিপি ঘৰত ৰান্ধি খোৱা সেই খাদ্য শৰীৰৰ বাবে উপকাৰহে কৰে, অনিষ্ট নকৰে। গতিকে আনে কি কয় কওঁক ্তোমালোকে নিজৰ ভাল পোৱা আৰু খাই তৃপ্তি পোৱাকৈ ৰান্ধি খাইছা। মোৰ আকৌ চাই ভাল লাগে।কম মচলাযুক্ত খাদ্য সদায়েই অতি উত্তম। সপৰিয়ালকে ভগৱন্তই কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ ❤️❤❤।
@kobitagoigoikobitagogoi7205
@kobitagoigoikobitagogoi7205 Ай бұрын
Aioo sengnang joni😘
@Sultanathakuria
@Sultanathakuria Ай бұрын
Bahut duniya❤❤❤❤😂😂😂
@NibeditaDutta-su9sz
@NibeditaDutta-su9sz Ай бұрын
Aaaaiiiiooooo haiiiii kolija.
@mamonidas2858
@mamonidas2858 Ай бұрын
Apunar mat2 eman❤ val lage
@RashmiKonwar
@RashmiKonwar Ай бұрын
💞
@nonaboruahboruah7914
@nonaboruahboruah7914 Ай бұрын
Segnag joni aktig bur sa bole bor val hoise ❤❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
❤️❤️
@ITS_SWEETY-s1k
@ITS_SWEETY-s1k Ай бұрын
Ma tumi bonuwa sagoli mangkh recepitu moiyu bonai khaicilu bhut Val lagil khai ma
@RashmiKonwar
@RashmiKonwar Ай бұрын
মৰম মা❤️
@ranidas6077
@ranidas6077 Ай бұрын
মই খাম দিৱনে
@Neha-zq1jh
@Neha-zq1jh Ай бұрын
❤❤
@anjalienling
@anjalienling Ай бұрын
Love you sengnang umaa ❤❤
@janmonikonwar8027
@janmonikonwar8027 Ай бұрын
❤❤❤
@mansisingh5525
@mansisingh5525 Ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤. good evening anti ji
@porinitaburagohain982
@porinitaburagohain982 Ай бұрын
ভাল লাগিল ভিদিঅটো চাই । ধুনীয়া লাগিছে চকেছটো নতুন হৈ গ'ল । য্যি গৰাকীয়ে তোমাক বেয়াকৈ কমেন্ট কৰি থাকে তেওঁ প্ৰকৃততে তোমাক ইৰ্ষা কৰে কিন্তু তোমাক নোচোৱাকৈ থাকিব নোৱাৰে । তোমাৰ ভাল টো দেখে কিন্তু স্বীকাৰ কৰিব নোৱাৰে গতিকে তোমাৰ ভালটোকে তেওঁৰ চকুৰে ভূল দেখে । কি কৰিবা ওপায় নাই । মনত অহংকাৰ থাকিলে আনৰ ভূলেই দেখে বুজি নাপায়।বাদ দিয়া হে ‌সেইবোৰ দৰকাৰ নাই । মুঠতে তুমি ভিদিঅ বনোৱা আমি চাম আমি নজনাটো তোমাৰ পৰা শিকিম ।টেনচন নলবা । আমাৰ মৰম সদায় তোমাৰ লগত আছে। তাতোতকৈ ডাঙৰ কথা ঈশ্বৰৰ আশীৰ্বাদ ঈশ্বৰৰ কৃপাব হাত তোমাৰ লগত আছে ।মৰম❤❤❤❤❤ মোৰ কমেন্টবোৰ লিখোঁতে লিখোঁতে দীঘলীয়া হয় আমনি নাপাবা দেই । তোমাক ভালপাওঁ সেইকাৰণে শেষেই নহয় ।কঠাঁল খাইছা নি আক কেনেবাকে মনে মনে মুনুয়ে গম নোপোৱাকৈ😂😂😂গছত ধেইৰ দেখিছোঁ। মৰম❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@porinitaburagohain982
@porinitaburagohain982 Ай бұрын
তোমাৰ reply টো মোৰ ইয়াত দেখুওৱা নাই । মই পঢ়িবই পৰা নাই।😊😊
@RashmiKonwar
@RashmiKonwar Ай бұрын
তোমাৰ এই দীঘলীয়া কমেণ্টটোৱেই মোৰ সাহস আৰু প্ৰেৰণা হৈ থিয় দিয়ে । অযুত মৰম ❤️
@RashmiKonwar
@RashmiKonwar Ай бұрын
চাবলৈ সময় পোৱা নাছিলোঁ অ
@porinitaburagohain982
@porinitaburagohain982 Ай бұрын
@@RashmiKonwar বহুত বহুত ধন্যবাদ
@munmisdailyvlogs797
@munmisdailyvlogs797 Ай бұрын
Raju tanakua kihitik korilai har pai ami mone mone hokolu kam koribo lage .moromdilu sangnung❤❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
❤️
@user-kt9ew6wt1z
@user-kt9ew6wt1z Ай бұрын
ঔটেঙা লগত গাহৰি মাংস খাব বৰ ভাল লাগে ।সকলো লৈকে মৰম ❤❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
👍
@lalitasonowal947
@lalitasonowal947 Ай бұрын
চেঁংনাঙে ঘৰখন গৰম কৰি ৰাখিছে বৰ ভাল লাগে চাই মই ভিডিও চাই হাঁহিছো ইমান ভাল লাগিছে তাইৰ খেল ধেমালি বোৰ সোণকালে সুস্থ হোৱা আশীর্বাদ কৰিছো দেই
@RashmiKonwar
@RashmiKonwar Ай бұрын
ধন্যবাদ আৰু বহুত বহুত মৰম
@Pori935
@Pori935 Ай бұрын
Moi ajileke gahori khay naipua mane ghort hokoluaey khay moihe nakhaw kintu apunar hokolu video t dia gahori dekhi khaw khaw lage
@RashmiKonwar
@RashmiKonwar Ай бұрын
😊❤️
@arohi9743
@arohi9743 Ай бұрын
Nice vlog.... Borma apunaloi bohut bohut morom thakil... Apunar ph tu nam ki jonabosn
@porinitaburagohain982
@porinitaburagohain982 Ай бұрын
ৰশ্মি বা আজি যে তুমি মোক reply নিদিলা ।সবকে দিলা। বেয়া পোৱা নাই দেই মনত পেলাই দিছোঁ 😊😊😊
@RashmiKonwar
@RashmiKonwar Ай бұрын
নিদিলোঁ নেকি 🤔 ?? মৰম সোপাকে দিলোঁ লবা দেই ❤️। আজি কণমানিক বেজী দিলোঁ । কি যে ব্যস্ত অ
@porinitaburagohain982
@porinitaburagohain982 Ай бұрын
@@RashmiKonwar গোটেই সোপা‌মৰমকে অদৰেৰে আঁকোৱালি ললো দেই ।শুভৰাত্ৰি
@Monmoni1234
@Monmoni1234 Ай бұрын
ভিদিঅটো প্ৰথমৰ পৰা শেষলৈ কনমানি চেংনাঙৰ হাহিটোৱেই মোহাই দিছে । মা,আমিও এনেদৰে মাছ হক বা মাংসয়ে হক বৈইল কৰিও খাওঁ । ❤❤❤মা❤❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
❤️❤️
@porikhataniarvlogsparilife7610
@porikhataniarvlogsparilife7610 Ай бұрын
দেখিছোঁ খুড়ী মা তেওঁ কমেন্ট তো বাদ দিয়ক এচাম এনেকুৱা
@RashmiKonwar
@RashmiKonwar Ай бұрын
উম হয়
@nayanmonigogoi-vn3dn
@nayanmonigogoi-vn3dn Ай бұрын
Baidaw vl ne ? Apunalukok emna vl lage .
@jaysritalukdar962
@jaysritalukdar962 Ай бұрын
Vale ase ne bormaa
@bindassangita
@bindassangita Ай бұрын
Maina jniku gahori Jul die nky baru...
@RashmiKonwar
@RashmiKonwar Ай бұрын
হয় দিওঁ । দেওধাই যে 😊
@bindassangita
@bindassangita Ай бұрын
@@RashmiKonwar moiu ahom...muru 4 year swalik ajini ase...emn telalnbstu xru lora swalik dbo nlge mne moi nidu..baki nisor choice...bea napabo kyar karone🙏
@julisaikia9934
@julisaikia9934 Ай бұрын
Dipok htr ghr khn sage pani babe bnai hua nai no khuri
@RashmiKonwar
@RashmiKonwar Ай бұрын
বাৰে বাৰে পানী আহি আছে অ
@julisaikia9934
@julisaikia9934 Ай бұрын
@@RashmiKonwar oo
@user-bq6bk1ly6n
@user-bq6bk1ly6n Ай бұрын
Jetia bah gaj hukuwai peluwa hoi haikhini hy khorisa ,ami aikhni gaj tenga buli kou
@RashmiKonwar
@RashmiKonwar Ай бұрын
সৰুৰে পৰা আমি বয়ামত এনেকৈ ৰখাটো খৰিচা বুলি কওঁ আৰু দেখি,শুনি আহিছোঁ 😊
@junbora8927
@junbora8927 Ай бұрын
❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
❤️
@sonjibgogoi3283
@sonjibgogoi3283 Ай бұрын
❤❤❤❤
@pdchannel8869
@pdchannel8869 Ай бұрын
❤❤❤❤
wow so cute 🥰
00:20
dednahype
Рет қаралды 30 МЛН
Pool Bed Prank By My Grandpa 😂 #funny
00:47
SKITS
Рет қаралды 20 МЛН
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 6 МЛН
wow so cute 🥰
00:20
dednahype
Рет қаралды 30 МЛН