হৈছিল ব্ৰেইন টিউমাৰ, চিকিৎসকে সজালে মানসিক ৰোগী, কান্দি কান্দি ললোঁ সাক্ষাৎকাৰটি।

  Рет қаралды 66,434

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

2 ай бұрын

হৈছিল ব্ৰেইন টিউমাৰ, চিকিৎসকে সজালে মানসিক ৰোগী, কান্দি কান্দি ললোঁ সাক্ষাৎকাৰটি।
• এজন পিতামহৰ অমৃত বাণী,...

Пікірлер: 116
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 2 ай бұрын
সঁচাকৈ প্ৰেৰণা দায়ক।তেখেত সদায় ভালে থাকক। তেওঁৰ লিখনি পঢ়িবলৈ বাট চাই ৰম।🙏🏻🙏🏻
@jyotika4006
@jyotika4006 2 ай бұрын
ভগবানে তোমাক দীৰ্ঘায়ু কৰক।সৰ্বতো প্ৰকাৰে মংগল কৰক।
@user-oc5th6of8d
@user-oc5th6of8d 2 ай бұрын
নমস্কাৰ,মই যোৰহাটৰ সুৰভি নেওগ৷এগৰাকী বিষয় শিক্ষয়িত্ৰী,২০২৩ৰ২৬জানুৱাৰীত মোৰো ব্ৰেইন টিউমাৰ অপাৰেচন গুৱাহাটীতে হৈছিল,৪.৭চাইজৰ আছিল এমলে ৰহমান চিকিৎসালয়তে ৰহমান ছাৰে সফলতাৰে টিউমাৰটো উলিয়াই মোক সম্পূৰ্ণ সুস্থ কৰি তুলিলে,এতিয়া মোৰ কোনো অসুবিধা নাই আৰু মই ধুনীয়াকৈ চাকৰি কৰি আছোঁ,ধন্যবাদ
@devrajdutta5179
@devrajdutta5179 2 ай бұрын
ভগৱান সহায় হওঁক।তোমাৰ মনোবলে তোমাক আৰোগ্য হোৱাত সহায় কৰিব।মোৰ হিয়াভৰা আশীষ জনালো।কুশলে থাকা ।শুভ কামনাৰে।মৰম জনালো।❤️❤️ৰীতা দত্ত। ডিব্ৰুগড়।
@pradipchandranath7912
@pradipchandranath7912 8 күн бұрын
আপোনাৰ আহি থকা দিনবোৰ সুন্দৰ ভাবে আগবাঢ়ি যায় যেন। কেঞ্চাৰ মহামাৰী যদিও সময় মতে চিকিৎসা কৰিলে আৰোগ্য হয়। মোৰো 2013 চনত মাত ভাগি কাহ কফ আদি হৈছিল। নগাঁৱত এবছৰ দেখুৱাই সুফল নেপালো। 2014 মুম্বাইলৈ আহি ডিঙিৰ কেঞ্চাৰ ধৰা পৰত অপাৰেশ্যন কৰিব লগা হ'ল। বৰ্তমানো নানা বাধা নেওচি আগুৱাই গৈ আছো।
@rumibaruah6217
@rumibaruah6217 2 ай бұрын
ভাল লাগিল,আপোনাৰ অভিঙগতা খিনি জনাব। সদায়ে সু-স্বাস্থ্য কামনা কৰিলো
@user-vc9hu7sh9i
@user-vc9hu7sh9i 2 ай бұрын
Oti dorkari video.
@babitatamuliborah7986
@babitatamuliborah7986 2 ай бұрын
সাহসী বাইদেউ গৰাকীৰ চিকিৎসাৰ অভিজ্ঞতা লব্ধ কথা খিনি জানিব পাৰি উপকৃত হ'লো। বাইদেউৰ সু-স্বাস্থ্যৰে দীৰ্ঘ জীৱন কামনা কৰিলোঁ 🙏
@rashmigogoi5655
@rashmigogoi5655 2 ай бұрын
বৰ ধুনীয়া কথা কৈছে বাইদেউ
@momichetia4601
@momichetia4601 2 ай бұрын
দেৱজানী তোমাক ভগৱানে কুশলে ৰাখক সদায়েই ।
@parismitabordoloi754
@parismitabordoloi754 2 ай бұрын
আপুনি সাহসী সঁচাই । বহুতৰ বাবে প্ৰেৰণা আপুনি। ভালে থাকক সদায়ে 🙏
@bineetahazarika6375
@bineetahazarika6375 2 ай бұрын
সদায় ভালে থাকা দেৱযানী
@barnalidutta5866
@barnalidutta5866 2 ай бұрын
ভগৱানে ভালে ৰাখক।
@user-fn3jf6vc8f
@user-fn3jf6vc8f 2 ай бұрын
ভালে থাকক সদায়...
@jyotigogoi3852
@jyotigogoi3852 2 ай бұрын
বহুত অনুপেৰণা মুলক কাহিনী।
@aimonichetia
@aimonichetia 2 ай бұрын
GOD. BLEES YOU. LONG Live.
@xin2830
@xin2830 2 ай бұрын
ভগৱান সহায় হওঁক
@rinjumonidutta6191
@rinjumonidutta6191 2 ай бұрын
বাইদেউ আপোনাৰ চিকিৎসাৰ ভি ডি অ টো চাই ভাল লাগিল আৰু বহুত বজিলোও আপোনাৰ সু সাস্থ কামনা কৰিলো ।
@munmisdailyvlogs797
@munmisdailyvlogs797 2 ай бұрын
সদায় ভালে থাকক বাইদেউ আপুনি এগৰাকী সাহসী নাৰী ।
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 ай бұрын
সদায় কুশলে ৰাখক ভগৱানে🙏
@user-ix8xs8gx5u
@user-ix8xs8gx5u 2 ай бұрын
ভগৱন্তই সদায় কুশলে ৰাখক 🙏
@ManjuBoruah-uy4jz
@ManjuBoruah-uy4jz 28 күн бұрын
সদায় কুশলে থাকক। ভগবান সহায় হ‌ওক।
@maheswarborah5387
@maheswarborah5387 2 ай бұрын
ভগৱানে কুশলে ৰাখক। মোৰ লগত বহুতো কথা মিলিছে। মোৰো এটা‌ অপাৰেশ্যন হৈছিল ২৯-৪-২৪. ময়ো কেৱল ভগৱানকে চিন্তা কৰি আছিলো। ঘূৰি আহিম নে নাহিম এই কথা মনলৈ অহা নাছিল।মনোবল বহুত ওপৰত। ্৫ ঘন্টাৰ ভিতৰত চেতনা ঘুৰাই পালো।
@srutidharadutta896
@srutidharadutta896 2 ай бұрын
Val lagil,,, বাইদেউ কুশলে থাকক
@dijenborthakur1393
@dijenborthakur1393 2 ай бұрын
ভগৱানে ভাল কৰিব 🌹 আপুনি সাহসী
@KSC9353
@KSC9353 16 күн бұрын
🙏...ভগৱানে কুশলে ৰাখক আপোনাক
@ipsitasarmah6488
@ipsitasarmah6488 18 күн бұрын
আন্তৰিক শুভকামনা আপোনাৰ অনাগত জীৱনলৈ ❤
@Itznotbad
@Itznotbad 2 ай бұрын
Take care.God bless you.
@mridusmitaborthakur7647
@mridusmitaborthakur7647 2 ай бұрын
বাইদেউ আপুনি সদায় কুশলে থাকক❤❤❤ । আৰম্ভ নিয়ে পৰা লিখিব । হস্পিতাল খনৰ বিষয়ে ও লিখিব।
@sumitadas6649
@sumitadas6649 2 ай бұрын
God bless you 🙏
@renudas142
@renudas142 29 күн бұрын
বাইদেউ আপোনী সদায় কুশলে থাকক
@kamalachetia1882
@kamalachetia1882 21 күн бұрын
কৃষ্ণ হৰি ৰাম ভগৱান ক প্ৰাথনা
@user-oo6sp4mt6p
@user-oo6sp4mt6p 2 ай бұрын
Bhogobane hodai vale rakhok baideu ❤
@anjubezbaruah9999
@anjubezbaruah9999 2 ай бұрын
দুয়োজনেই প্ৰেৰণাৰ উৎস ।
@TarunChDeka-cb4go
@TarunChDeka-cb4go 2 ай бұрын
হস্পিতাল খন চৰকাৰি নে ব্যক্তিগত
@rupahandique9729
@rupahandique9729 2 ай бұрын
Apuni hunkaly val houk❤❤❤❤❤❤❤
@summainagogoi7609
@summainagogoi7609 Ай бұрын
Mur Borma aji pora 5month agt GMCH t brain tumar operation kori ani thoise kin2 atiyu borma mur2 bikhai thake hy bbe ami ako dibrugarh t MRI karilu reportt ulale j tumar2 asi hy2 operation t alp he uliyale teuluke besi vag i thaki gol atiya ame nerupai hoi goiso ki krim kran brain r operation 2 br kora2 hamvab janu.ako kori dile hoito mnuh gorak8 komat jabogeu pare.plz jodi knubai kiba mk jonabo
@kalyanihaloi6131
@kalyanihaloi6131 2 ай бұрын
God bless you ❤️
@user-ig3zz8vg7w
@user-ig3zz8vg7w 2 ай бұрын
God bless both of you debojani nd simanta ❤
@dh1296
@dh1296 2 ай бұрын
ভগৱানে তোমাক কুশলে ৰাখক
@buligogoi4948
@buligogoi4948 25 күн бұрын
ভাল লাগিল
@kanakmedhi1251
@kanakmedhi1251 2 ай бұрын
God bless you.
@jayantasonowal5243
@jayantasonowal5243 2 ай бұрын
ভালে থাকক সদায় সুস্থ হৈ থাকক বাইদেউ 🙏🙏🙏
@aparajitarajkhowa3578
@aparajitarajkhowa3578 Ай бұрын
আপুনি কোৱা কথাষাৰ একেবাৰেই সত্য। অসমৰ বাহিৰৰ সকলো বোৰ চিকিৎসকে ৰোগীক ভগৱান যেন ভাৱে। চিকিৎসক লৈ অপেক্ষা কৰি থকা সকলোকে তেওঁলোকে আগেয়ে মাত দিয়ে।
@rituparnahazarika4115
@rituparnahazarika4115 2 ай бұрын
God bless you😢
@popigogoi2137
@popigogoi2137 25 күн бұрын
সঁচাই বহুত সাহসী আপুনি ❤
@rupaligogoisaikia9142
@rupaligogoisaikia9142 Ай бұрын
আপুনি ভালে থাকক।ময়ো ভোক্তভোগী।দুবাৰকৈ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন কৰিছোঁ।যুঁজি আছোঁ,যুঁজি যাম।
@user-hw5eg1cd4c
@user-hw5eg1cd4c 2 ай бұрын
Long live Mam God bless you ❤❤❤
@smritysaikia8710
@smritysaikia8710 2 ай бұрын
Good bless. you
@rbhuyan4140
@rbhuyan4140 2 ай бұрын
Bahut val lagil. Likha pahiboloi bat sai asu.
@r.hazarika9231
@r.hazarika9231 2 ай бұрын
ভগৱানে কুশলে ৰাখক, তাৰেই কামনা কৰিলোঁ," নাৰী তুমি অনন্যা " 🙏❤️
@AnjanaDas-qk5ln
@AnjanaDas-qk5ln Ай бұрын
সদায় ভালে-কুসলে থাকক বাইদেউ ❤❤❤❤❤
@reenadihingia4312
@reenadihingia4312 2 ай бұрын
God bless you
@pujaboruah8075
@pujaboruah8075 2 ай бұрын
Hodai vale thakok ❤️
@pradipgogoi3182
@pradipgogoi3182 26 күн бұрын
আপোনাক ঈশ্বৰে কুশলে ৰাখক 🙏🙏🙏।
@RashmiDuwarah-df7uw
@RashmiDuwarah-df7uw 2 ай бұрын
Vala thakok hodai ❤
@bijumonigogoi3166
@bijumonigogoi3166 Ай бұрын
Bor bhal lagil
@lalitanathdaimari802
@lalitanathdaimari802 2 ай бұрын
দেবজানী এগৰাকী সাহসী নাৰী।সদায় কুশলে থাকা ❤
@user-xb3sn4wi2g
@user-xb3sn4wi2g 2 ай бұрын
হয় বাইদেউ হস্পিটেল খন বহুত চাফা। আমিও দেউতাৰ লগত তাত 5 দিনমান আছিলো ।
@padumikalitadutta9730
@padumikalitadutta9730 2 ай бұрын
God bless y0u
@junuboruah-jl4ls
@junuboruah-jl4ls 2 ай бұрын
Vsla thakok baidau❤❤
@kirandeka3589
@kirandeka3589 Ай бұрын
আপোনাৰ সাহষ- বিশ্বাসেই আপোনাৰ ঔষধ । ভগবানে আপোনাক দীৰ্ঘায়ু কৰাৰ কামনাৰে । 🙏🙏🙏
@ankitasaikiayt5033
@ankitasaikiayt5033 Ай бұрын
ভগৱানে আপোনাক কৃপা কৰক।
@user-jv4qh8xs2m
@user-jv4qh8xs2m 2 ай бұрын
May god bless you,some ofthe doctors of Assam are moneminded and inhuman
@sobhaboruah8899
@sobhaboruah8899 Ай бұрын
ভগৱানে তোমাক কুশল কৰক দেৱজানী
@nalinimedhi8937
@nalinimedhi8937 2 ай бұрын
বাইদেউ মোৰ ছোৱালী জেনীৰ ও হৈছিল এতিয়া ভাল হৈছে।
@user-dm5nq9fp7s
@user-dm5nq9fp7s Ай бұрын
assam doctor nam t doctor vem to basi. aapuni eman dhuniya kotha , kole bhal palu. bahiro doctor bur bhut bhal.moi junu kash mit ,mur military hospital admit hoi gom palu.
@sewaliboruah1688
@sewaliboruah1688 Ай бұрын
God bless you matuba from putu mama
@bholaramboro2771
@bholaramboro2771 2 ай бұрын
ভূল চিকিৎসা কৰা ডক্তৰ জনক আইনী ব্যবস্থা লবো লাগে ।
@dhirabharalidhira4675
@dhirabharalidhira4675 Ай бұрын
Bhagbane aponak saday kushale rakhak
@kashmiribaruah6310
@kashmiribaruah6310 2 ай бұрын
Hodai bhale thakok❤
@sushilapegu4990
@sushilapegu4990 29 күн бұрын
It is very very very very very very very very informative interview😂
@RenuBoruah-of5bd
@RenuBoruah-of5bd Ай бұрын
দেব জানি , তোমাক ভগৱানে কুশলে ৰাখক দেই ,ভলেৰে থাকা ❤
@user-vt1ut2hm2x
@user-vt1ut2hm2x Ай бұрын
😂😂😂😂
@JyotiBoruah1
@JyotiBoruah1 Ай бұрын
কুশলে থাকক বাইদেউ❤🙏
@user-cd2oq6fx8u
@user-cd2oq6fx8u 2 ай бұрын
মোৰ লগত ডাঙৰ অপাৰেশ্যন এটা হৈ গৈছে মইও সাহস গোটাই জিয়াই আছোঁ
@munugogoi1997
@munugogoi1997 2 ай бұрын
Bow tumar kotha huni kandisu ...tumak bohut bosor hol log nupuwa
@BinaGohain-un2ot
@BinaGohain-un2ot 2 ай бұрын
Br dukhor bikhoy hunkale vl howk Mongol kamoa korilu
@binadutta5703
@binadutta5703 Ай бұрын
সোনকালে সুস্থ হোৱাৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏
@LakhyaHi
@LakhyaHi 2 ай бұрын
👌👌👌
@momiborgohai4771
@momiborgohai4771 2 ай бұрын
Vogobane kukhale rakhok 🙏🙏
@janakipatgiri5047
@janakipatgiri5047 Ай бұрын
Long live
@abinashikonwar7031
@abinashikonwar7031 2 ай бұрын
Vogowane apunak vale rakhok baideu🙏
@user-ws3ny9bt4e
@user-ws3ny9bt4e 2 ай бұрын
আপোনাৰ লিখনিলৈ বাট চাই ৰলো
@simabora123
@simabora123 2 ай бұрын
Moiu shillong ote kori ahisu brain tumar operation
@sabitahazarika1839
@sabitahazarika1839 Ай бұрын
কৃষ্ণ ভালে থাকক
@user-np1ps6ww3e
@user-np1ps6ww3e Ай бұрын
Hoi baideo Bhgabana aponak Mongol korok❤
@user-xh5gg1ot3n
@user-xh5gg1ot3n Ай бұрын
সদাই ভালে থাকক বা
@moonmisworld4922
@moonmisworld4922 2 ай бұрын
Medicine to kobo naki Amar ghorot akai problem
@user-rn5vi4hl7r
@user-rn5vi4hl7r 2 ай бұрын
Bhale thaka hodai Devajani
@kamalsaikia8710
@kamalsaikia8710 2 ай бұрын
মই নগাওঁৰ,আপুনি নগাওঁৰ কত চাকৰি কৰী আছে বাইদেউ
@sonmoninath9311
@sonmoninath9311 Ай бұрын
Bhogowana val korok
@monjaifamily......4553
@monjaifamily......4553 2 ай бұрын
Baidew bhut hahokhi
@runugogoi7547
@runugogoi7547 Ай бұрын
Hosa katha.Assam hospital bo bhout latara hoi
@ranjuhazarika3695
@ranjuhazarika3695 2 ай бұрын
Kuxole thakok
@NibhaLahon
@NibhaLahon Ай бұрын
@bibhadas5650
@bibhadas5650 2 ай бұрын
Namtu kowAtu darkar baideu.
@user-dm5nq9fp7s
@user-dm5nq9fp7s Ай бұрын
33:36
@swapnalidas8711
@swapnalidas8711 2 ай бұрын
Muru ma operation 2 bar hoisa Brentumar
@shrutidharakakoty9421
@shrutidharakakoty9421 2 ай бұрын
Vale thakok hodai.
@BinaGogoi-fr5xp
@BinaGogoi-fr5xp 2 ай бұрын
Amar, cualijaniru, brain, operations, kora, vale, thakak, apuni, moi, akmatapuner, logat
@nijarabora1836
@nijarabora1836 Ай бұрын
Vogowane apunak vale rakhok 🙏
@dipaksonowal7166
@dipaksonowal7166 Ай бұрын
Apuna kothai amak hahokh dile
A little girl was shy at her first ballet lesson #shorts
00:35
Fabiosa Animated
Рет қаралды 3,7 МЛН
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 49 МЛН
A little girl was shy at her first ballet lesson #shorts
00:35
Fabiosa Animated
Рет қаралды 3,7 МЛН